এইবোৰ নাটক নাটক এ হৈ থাকিব ! ভাল লাগিল এই ধৰণে আমাক শিক্ষা দিয়া কাৰণে ; কিন্তু ৰজা ঘৰৰ VIP সকল যেতিয়া আহে তেতিয়া পিচে এইবোৰ নিয়ম প্ৰযোজ্য হবনে নহয়.. আৰু যদি নহয় তেতিয়া কিন্তু আমি ওলোটাই আপোনালোকক নাটক দেখুৱাম
eman dine ki Kori asil ...atiya kio enekuwa kotha amak bujai ase...Ami sb ki mokel neki ...janu sb janu but 39% najane so great job.....bandor bilake Jodi he buji Pai....
একো নাই ভালেই কৰিছে কিন্তু কিমান জনৰ বাবে এই আইনখন যদি CM আহে তেতিয়া এই আইন থাকিবনে কাক আগতে যাব দিব বেমাৰী ক নে CM ক এবাৰ ভাবি চাব ইয়াৰ পৰিস্থিতি কিন্তু বৰ বেয়া হ'ব সকলো বাবে এটা দিন আহি আছে 2025 অপেক্ষা কৰক সেই দিন তোলে
Hello news live.....rugi jonor jodi emanei abosta bya jodi kihor karone eman time rastat rokhai thobo lage.....aru hei Assam police jon ki akol poisa poisa gai ase jen....Poisa pale rugi jon hunkale vl hobo ne ki....Tar mat khar hunile khong uthi jai akol kla poisa....
ৰোগী থকা গাড়ীখন ইমান সময় কিয় ৰাখি থোৱা হ'ল ? ৰোগী জন সোনকালে চিকিৎসালয় পোৱা দৰকাৰ নে ৰোগীজন ক কেমেৰাৰ আগত ৰাখি থোৱাতো দৰকাৰ?
It's a roadplay to bring in awareness not some real life scenario...watch d full video first
Ag bhetile rugi jon kenekoi moribo, kiman xomoir bhitorot moribo aru kiman kosto pabo pare tare eta udaxoron sarupe practical class loise!
ৰোগি থকা গাড়ীখন কি কাৰনে ৰখাই থৈছে ....নাটক যেন লাগিছে
Muru🤣
😃😃😃tiyetar soli aase
Aitu transport department r avigan he real nhoi
আগতে ৰোগীক এৰিব লাগে কেলা। নিউজত আলবাল বকি লাব নায়।
মুখ নাটক এ হয়
পৰিবহন বিভাগৰ দায়িত্বত থকা বিষযা কমচাৰী তথা traffic সংবাদিক সকললৈ বহুত বহুত ধন্যবাদ জনাইছো ।ৰোগী জনক দেৰী কৰাতো অন্যয হৈছে ।
Bohut Val Kotha jorimona Dibo lagibo
Good nice action... 👍👍👍👍👍👍👍👍👍
So Nice, 30% Gaadi Guwahtit soli aase Without License/Duplicate License ....Govt Should take Stringent Action all Over Guwahati.
Thike korise poribihonnigame ...Karon aekhon ambulance dekhile kunu sidie nidiye ..aamar Assam t j aetu bibosta loise bohut bhl lagisy ...thanks poribihonnigam
good disijon bohut val lagisy aitu karony
Thanks, good decition.
Natok Val lagil
আৰু মন্ত্ৰী এমলে সকলক ছাইৰণ বজাই তেলা থেলি কৰি হৰণ বজাই এটো কী ক'ব ডিতিউ ছাৰে 🙏🙏 🙏
Very Very Good Action
bohut bohut vl lgse
AMBULANCE ত থকা ৰোগী জন সচাঁ নহয় । এইখন এখন সজাগতা সভা ।
Right
Bhal Kanoon👌👌👌👌👏👏👏👏👏👏
Natok jen he lagisee 😌😌
Biraj Gondhia yes tume ateya he gom pala
Moza val hoise
Vl kotha ...
Ji jorimona hoi ase , ako nai ai donere Amar sonor Assam gori uthibi , Jay Hindustan
Ohhh it's shooting? ???fine nice work
এই আইন কেৱল জনসাধাৰ নৰ বাবে নে VIPৰ বাবেও
Faaltu
যদি comment দিয়া কিবা ভুল হৈছে তেন্তে ক্ষমা কৰিব।
Mojaaa
@@bulbulali9571 tq
Eyat kothat ata Q mur, Moi Ambulance kk call korilu Kintu Ambulance 2ganta loike ahipuwa nai , Tetiya hole ki korib lagib ???
এইবোৰ নাটক নাটক এ হৈ থাকিব ! ভাল লাগিল এই ধৰণে আমাক শিক্ষা দিয়া কাৰণে ; কিন্তু ৰজা ঘৰৰ VIP সকল যেতিয়া আহে তেতিয়া পিচে এইবোৰ নিয়ম প্ৰযোজ্য হবনে নহয়.. আৰু যদি নহয় তেতিয়া কিন্তু আমি ওলোটাই আপোনালোকক নাটক দেখুৱাম
জয় আই অসম
Best ambulance rule
সুন্দৰ নিয়ম নিৰ্দ্ধাৰণ কৰিছে |কিন্তু সাধাৰণ মানুহক আৰক্ষী বা জিলা পৰিবহণ কাৰ্য্যলয়ে যি নীতি-নিয়মৰ দোহাই দি চালান কাটে সেই চালান কিয় আৰক্ষী বিভাগৰ লোকক বা পৰিবহন বিভাগৰ লোকৰ ক্ষেত্রত নাখাটে.?
তেওঁলোকে চিট বেল বা হেলমেট পৰিধান নকৰিলেও কোনো শাস্তি প্ৰদান কৰা দেখা নাযায় |
তাৰোপৰি পথৰ দাঁতিত বিশেষকৈ তিনিআলি বা চাৰিআলিৰ মুখত কোনো ডাঙৰ গাড়ী দিনৰ দিনটো অবৈধ ভাৱে ৰখাই থলে কোনো জৰিমনা বিহাৰ নজিৰ দেখা পোৱা নাযায় |
এইবোৰ ভেকু-ভাওঁনা বাহিৰে অন্য একো নহয় |সাধাৰণতে মানুহে আইন-কানুনবোৰৰ দফা সমূহ ভালকৈ নজনাৰ বাবে ট্ৰেফিক পুলিচক বা পৰিবহন বিভাগৰ লোকৰ জৰিমনা ভৰিব লগা হয় |আপোনাৰ হাতত কোনো কাগজ-পত্র নাথাকিলেও পুলিছে লগে লগে চালান কাটিব নোৱাৰে |১৩৯ আৰু ১৩২ আইনৰ দফা মতে আপোনাক বিনা কাগজপত্রত ধৰিলে আপুনি তেওঁলোকক অলপ সময় বা এক সপ্তাহৰ ভিতৰ সময় লৈ নিজৰ কাগজ পত্র খিনি তেনে তদন্তকাৰী বিষয়াৰ আগত প্ৰদৰ্শন কৰিব পাৰিলে আপুনি জৰিমনাৰ পৰা বাচিব পাৰিব |যদিহে সঁচাকৈয়ে আপুনি ঘৰত সেই কাগজ পত্র খিনি থৈ আহিছিল |
Ambulance Khan atia teuluke rokhai kiyo thoise. Dukhik rakhi ambulance khn jabo dibo lagisil
Aitu real nhoi aitu manhuhok sotorko krar avigan he
@@bhargabpatgiri3768 o
Billami soli axai sab
Bat natkhan hunt ball lagil
Bahut bahut bahut val kam korise 👍🙏🙏
প্ৰশাসনে ভাল পদক্ষেপ গ্ৰহণ কৰিছে ,
ৰাইজে আইন কানুন মানি চলিব লাগে ।
Vary vary good job sir
গালফ্ৰেণ্ড থাকিলে লৰা হিৰো হয় যায় ।
তাৰ ওপৰত চাৰি চকা আৰু কি কি যে কৰি আছিল তাৰ নাই পাত্তা
Right
Very good
মজা
News Reporters do two things best, commotion and confusion!
ফুটুকাৰ ফেন এইবোৰ । ।।।।
Moza
Nice movie
পথমে ৰোগীক হছপিটাল লৈ যাক
eman dine ki Kori asil ...atiya kio enekuwa kotha amak bujai ase...Ami sb ki mokel neki ...janu sb janu but 39% najane so great job.....bandor bilake Jodi he buji Pai....
Guwahati jihe Traffic jam bat ari kor pora dibo hee....🔊🔊🔊🔊🔊
Good
Ai2 OLP besi
Natok Mjja
ভাষণ পিছত দিবি। এম্বুলেঞ্চ খন যাব দি।
🙏🙏🙏🙏
বহুত বহুত ভাল কথা তাৰে মাজতে এতা কথা ১০ জাগাত ৫ লৈ এৰি দিলে কোনে দেখিব ?
Police Mane public or Dusman ....RIP POLICE
Mja dada happy jurney
বাটৰ নাটক কৰিছে.. ভাল লাগিল নাটক খন..
Good decisions Sir
Ai mojjah..
Natok kora jen lagise ...
A moja
Moi khub Val paw aibilak ain
ৰাইজক সজাগ কৰাৰ আগতে প্ৰশাসন কিয় সজাগ হোৱা নাই । দোষীয়ে দোষ কৰিছে শাস্তি দিছে কব লগা নাই । কিন্তু জৰুৰী কালীন গাড়ীখনত ৰোগীজনক ৰখাই থৈ তেওঁলোকে কি বুজাব বিছাৰিছে । এজন ৰোগীৰ জীৱনক লৈ খেলা কৰি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিছে নেকি এইয়া । এয়াই নেকি বৰমূৰীয়া সকলৰ বিছাৰ বিবেচনা ।
অ ও এইখন নাটক হে চাই আছিলো অথনিৰ পৰা, ৰাম ৰাম মই আকৌ সঁচা বুলিহে।।।।
nice
Aibur ain ulai polic bilakok paisa lutar ak golden chance he diya hoise
Hitesh Talukdar,apunar Nemcaret o mnuhk alp sohai koribosun..mnhur upokar hb
👍🏼👍🏼👍🏼🙏🏻🙏🏻🙏🏻💕😊🌹
আচল কথা ৰূপে ৰূপহী লগত থকা বাবে গম নাপালে ছাৰে।
Ambulance khon jabo dibo lagisil .... Good news.....
Ambulanc খন যোনে ৰখাই নিউজ বনাইছে তেওলোকে Fine দিলে নে নাই, নিউজ চেনেলৰ কাৰণে মৰি যাব ইমান সময় ৰখাই ৰাখিছে
একো নাই ভালেই কৰিছে কিন্তু কিমান জনৰ বাবে এই আইনখন যদি CM আহে তেতিয়া এই আইন থাকিবনে কাক আগতে যাব দিব বেমাৰী ক নে CM ক এবাৰ ভাবি চাব ইয়াৰ পৰিস্থিতি কিন্তু বৰ বেয়া হ'ব সকলো বাবে এটা দিন আহি আছে 2025 অপেক্ষা কৰক সেই দিন তোলে
NO MERCY....
বাটৰ নাট চোৱা যেন লাগিল ।
Fine koriba lage
val korise
acha.....its a drama...😁😁😁 ## but
new rules 2 jate..vvip r uporotu... .apply hobo lage
mojjah
hero heroin..................
Ambulance k bat ari nidiyar karone 10 k fine kintu Media k ambulance khon rokhai thua karone 1000000000 man fine dibo lage immediate
Fain novorale kintu khanti napai 😅😂🤣
Misa mati ase news live a
Fine bilak kune lobo police or rugi jon?
amar abu bu baa au😆😆
Natok jen lagisee
Niyom korisae thik asae kintu kothor hobo lagebo
Gautam das transport officer highly congresulate
বাটৰ নাট।
সুন্দৰ অভিনয়।
ৰোগীজনক মেডিকলত নিয়ক
moja korisa aro vorabo lage
Fl2 news
ৰোগী থকা গাড়ীখন কিয় ৰখাই থৈছে।
বাইক আৰোহীজনে কিমান ঘন্টা ৰখালেনো? তাতকৈ বেছি নিউজৰ নামত আৰু সজাগতাৰ নামত বেছি সময় ৰখা নাইটো ৷ ভুল কেতিয়াবা সকলোৰে অকস্মাৎ হৈ যায় ৷ ইচ্ছাকৃতভাৱে যদি বাইক আৰোহীজন বাট এৰি দিয়া নাছিল তেন্তে জৰিমনাৰ যোগ্য
Arey apuni emn ki koiaseh ...beyy
Rugi moribo aru
moja
ক্ষমা বিচাৰি চে ক্ষমা কৰি দিব লাগে
খন্তেকিয়া এবোৰ ।
Rugi upr pabogoi jabo diyok besera ukha loboe pora nai, 10k pist loi thakibo 🤣
Eikhon bator naat
Val kam korisa
চিত্ৰ বনাবলৈ জৰুৰীকালীন গাডী খন ৰখাই থৈছে কিয়৷এতিয়া ৰোগীজনৰ জৰুৰী কালীন নহয়নেকি???
Nyc Assam police good work✊✊✊ God bless you🙏🙏🙏🙏
ইমান সময় য়ে বকি আছ ৰোগীৰ জন জদি মৰিয়ায় কোনে ৰিক্চ লব। লোকক ১০,০০০ ভৰাব আহে। আপোনালোকে এতিয়া কিমান সময় ৰসালে।
Ambulance borar bbe ai2 val hoise.ru atia car bike nikinile val hb...
Nice acting
False news
নাতক কিৰৱলৈ জেগা পোৱানাই কেলা।
ৰোগিটু মৰিব আৰু এমান হময় ৰোখাই নেকি?
Hello news live.....rugi jonor jodi emanei abosta bya jodi kihor karone eman time rastat rokhai thobo lage.....aru hei Assam police jon ki akol poisa poisa gai ase jen....Poisa pale rugi jon hunkale vl hobo ne ki....Tar mat khar hunile khong uthi jai akol kla poisa....