'মাত্ৰ পাঁচজন মানুহ আগবাঢ়ি অহা হলেও বাচিলেহেতেন অনিমেষ, সকলো আছিল কেৱল মবাইলত ৰেকৰ্ড কৰাত ব্যস্ত'

Поделиться
HTML-код
  • Опубликовано: 14 окт 2024
  • 'মাত্ৰ পাঁচজন মানুহ আগবাঢ়ি অহা হলেও বাচিলেহেতেন অনিমেষ, সকলো আছিল কেৱল মবাইলত ৰেকৰ্ড কৰাত ব্যস্ত'
    বৰ্বৰ আক্ৰমণৰ বৰ্ণনা দি শোকস্তব্ধ হৈ পৰিল অনিমেষৰ দুই বন্ধু মৃদুষ্মন্ত বৰুৱা আৰু প্ৰণয় দত্ত। Chief Managing Editor Syed Zarir Hussainৰ সৈতে মৃদুষ্মন্ত আৰু প্ৰণয়ৰ EXCLUSIVE INTERVIEW
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

Комментарии • 591

  • @romolakarmakar4966
    @romolakarmakar4966 2 года назад +26

    যোৰহাটত ইমান হৃদয়হীন লোক বাস কৰে ভবাই নাছিলো, ইমান মানুহৰ মাজত যে এজনো লোক আগবাঢি নাহিল 😭ভাষাই নাই কি কম , অনি তুমি যতে থাকা শান্তিত থাকিবা 😭মই মোৰ ঈশ্বৰক প্ৰাৰ্থনা কৰিছো😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭বহুত দু্ষ লাগিছে

  • @deepjyotilaskar1030
    @deepjyotilaskar1030 2 года назад +58

    অনিমেষ দাদা আত্মাই চিয়ৰ সানতী লাফ কৰক ভগবানৰ ওচৰত প্ৰাথনা কৰিলো জয় আই অসম 😭😭😭😭😭🙏🙏🙏

  • @biswajitpegu6844
    @biswajitpegu6844 2 года назад +42

    বৰ দুখ লাগে কেৱল মানুহবোৰ মবাইলৰ ভিডিঅ লোৱাত ব্যস্ত হল ।

  • @joypadun7771
    @joypadun7771 2 года назад +101

    নকব আৰু শুনিলে বৰ দুখ লাগে। এইবোৰ মানুহ নহয় জন্তু।

    • @parigogoi3724
      @parigogoi3724 2 года назад +4

      Jontu bur bht giyani manuhr gyan naikia hoise

    • @navanitagogoi5121
      @navanitagogoi5121 2 года назад +1

      জন্তুৰ জগতখনত অন্যায় নহয়

    • @indraniphukon2239
      @indraniphukon2239 2 года назад +1

      জন্তুৱেও মৰম বুজি পায়....কথা কলে বুজি পায় ......এইবোৰক কিবা ক'বলে ভাষা নাই😕😠

  • @arupdas8855
    @arupdas8855 2 года назад +13

    ওচৰৰ পৰা চাই থকা মানুহ কেইজনক ধন্যবাদ হিজ্ৰহত

  • @bijitsaikia1491
    @bijitsaikia1491 2 года назад +59

    যোৰহাটৰ মাজমজিয়াৰ দুৰ্ঘটনাৰ ঠাইত ইমান বিবেকহীন মানুহ আছে বুলি প্ৰথম জানিলো।যদি তেওঁলোকৰ ঘৰৰে এজনক এনেকৈ বৰ্বৰ আক্ৰমণ কৰিথকাহ'লে তেওঁলোকে কি ব্যৱস্থা ল'লে হেঁতেন এবাৰ ভাবি চাওক!
    পিশাচ কেইটাৰ পৰিয়ালে অনুষ্ঠানটো গুৰুত্বসহকাৰে চাওক।

  • @sabitaojah7925
    @sabitaojah7925 2 года назад +25

    তোমালোকে এইবোৰ কথা কৈ থাকিলে বহুত দুখ লাগে । সেই সময়ত বচাবলৈ কোনোও আগবাঢ়ি নাহিল ।ভিডিও বনোৱা ব্যস্ত থাকিল ।

  • @kisurdeka9287
    @kisurdeka9287 2 года назад +66

    ধিক্কাৰ দিছোঁ সেই সকলক, যিয়েই সেই ঘটনাটো চকুৰ আগত দেখিও হাত সাৱটি আনন্দেৰে উপভোগ কৰি আছিল দৃশ্যটো ।

    • @mahifrnd2757
      @mahifrnd2757 2 года назад +1

      Mor giyan howar pora axomiyak akol mar khabo dakhisu jot tot..kintu dailog sudai lachit r tej ase..tohotor maakor j mc hoi xetu tej o nai tohotor gat..beleg jati axomot kiba korile tetia lachit tej ase sudabo ahe..moy garvo koru mor axomiya jati bokasuda jati.hijra jati..akol andolon kore..aru dailog sudai..kam sam nkore bohi bohi khai.aru beleg jati aguai gole tetia tetu falibo beleg jati axom borbad korile

    • @kisurdeka9287
      @kisurdeka9287 2 года назад

      @@mahifrnd2757 এই জুই জ্বলিছে জলিবই ..........এইবোৰ কবলৈ জানে তাৰ বাদে একো নাই ।

    • @haluakhelebgmi5565
      @haluakhelebgmi5565 2 года назад

      @@mahifrnd2757 তোমাৰ মন্তব্যত সম্পূৰ্ণ যুক্তি দেখা নগ'ল । পূৰ্বতে অসমীয়া জাতিটো ঠিকেই আছিল সংস্কৃতিবান আছিল, সকলোৰে মাজত মিলাপ্ৰীতি আছিল, ৰাজনৈতিক মেৰপেচ আৰু অবৈধ অনুপ্ৰবেশকাৰী প্ৰবজন ঘটি বৃহৎ অসমীয়া জাতিটো কোঙা কৰি পেলালে।

    • @haluakhelebgmi5565
      @haluakhelebgmi5565 2 года назад +1

      হত্যাকাৰী কেইজনৰ লগতে হাত সাৱটি আনন্দেৰে কাজিয়া উপভোগ কৰা কেইজনো সমানে দোষী

    • @kisurdeka9287
      @kisurdeka9287 2 года назад

      @@haluakhelebgmi5565 বেলেগক দুখ দি লাভ নাই । নিজৰ সন্মান নিজেই অটুট ৰাখিব লাগিব । (তোমাৰ ঘৰত গৈ যদি মই সমান অধিকাৰ বিচাৰো তুমি জানো দিবা ? যদি দিয়া সেইটো তোমাৰ ভুল হবনে মোৰ ?)

  • @sarataxom1651
    @sarataxom1651 2 года назад +76

    যোৰহাট টাউনৰ মানুহে মানুহ মৰা কটা চাই ভাল পায় চি ,চি ,আক থু ।। নিজে নোৱাৰিলে 108 নাম্বাৰত ফোন কৰি পুলিচক কলেও হয়

  • @Kaushik632
    @Kaushik632 2 года назад +79

    ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ__
    প্ৰণয় দাদা আৰু মৃদুস্মন্ত দাদা সোনকালেই সুস্থ হৈ উঠক___🙏🙏

    • @richikonwar2841
      @richikonwar2841 2 года назад

      pppppp0pppppppppppppppppppppppp0pppppp00pppppppppppppppppppppplppppp0ppppppppppp0ppppppppppppppppplppppppppppppppp0ppp00ppppp0pppp00p0p0p00000pp0ppp0ppppl0ppppppppppp0pppplppplppppppplpppppl0ppppplpppp0lplpplppplplp00ppppppppplpplpppppplpl0lpppppppplplpl0pplp0plppp0pplppplppl0pppp0pllpppppp0ppplllppppl0pp0000lllllppp0pp0lllp

    • @keshabsharma2411
      @keshabsharma2411 Год назад

      ​@@richikonwar2841ìuuyhmiytììyuiui❤yt

  • @d.p.experiment549
    @d.p.experiment549 2 года назад +44

    এই গোটেই গুনদা কেইটাক ফাচী দিব লাগে🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @monmoromii__
    @monmoromii__ 2 года назад +65

    যোৰহাটৰ মানুহে ৰং চাই ভাল পায়।কি মে হ্ৰিদয়বিদাৰক দিশ্ৰ 😭😭😭

    • @kajalborahofficial9466
      @kajalborahofficial9466 2 года назад +4

      Okl jorhat nhoi sob manuh nisthur hoi... Manuhe manuhk buji npai... Aibur okl jorhat nhoi hokolu district dekha paisu sai thke.. bosabo najai.. apuni jorhat buli je kole... ???????

    • @diplinashorts
      @diplinashorts 2 года назад +4

      Kaitaman murkho r krona jorhat r hokolu mnuhk apuni kyo bya buli koisa??bya jmn asa vl u asa ..val km kriboloi hola manohikota vl hbo lgibo..kaijon mn mnuhr krona hokolukai duxarup nkoribo🙏🙏 video kora mnuh kaita u abr video nkori aruabo pril htn..but dum sob a mas r dingi murgi dingi kti kti mnuh mriboloi hahoh korila..vgbn a bisar lbo aii nikristo mnuhr🙏🙏

    • @diplinashorts
      @diplinashorts 2 года назад +2

      Blg district tu eaitkoi nikristo km hua dakhisu ..apuni jorhat r khotha anakoi koi ki bujabo bisarisa???

    • @jod6708
      @jod6708 2 года назад +1

      Town or mazote maari pelale beh🥺 Jorhat jaabo voi laga hol

    • @hrishikeshburagohain9485
      @hrishikeshburagohain9485 2 года назад +2

      @@kajalborahofficial9466 karon jorhat town r majot marise.. Nhle ki buli kobo lage??

  • @jantihira9223
    @jantihira9223 2 года назад +14

    আমি বিচাৰোঁ লৰা কেইজনক যোৰহাটতেই এটা নিজান ঠাইত নি direct গুলিয়াই দিলে ভাল পাম ।আৰু লগতে চাই থকা সেই যোৰহাটৰ একচাম মানুহক ভি দি অ কৰিব দিয়ক হিজিৰা বোৰক।লগতে বাপেকক গোটেই যোৰহাট নগৰত গৰু কোব দি দি কোবাই শেষত নিজান ঠাইত তাকো গুলিয়াই দিলে নথৈ সুখী হ'ম। নহ'লে শান্তি নাপাম।

  • @saraswatichaliha5773
    @saraswatichaliha5773 2 года назад +21

    বৰ দুখ লগা ঘটনা

  • @sunshine-og4gz
    @sunshine-og4gz 2 года назад +15

    আৰু শুনিব নোৱাৰিছোঁ আৰু, বেচেৰা Animesh এ কিমান কষ্ট পাই মৃত্যু হল । মোহন নামৰ মানুহজন কিমান দানৱ হলে এনেকৈ নিজ পুত্ৰক, নিজ পুত্ৰ সম লৰা কেইটাক মাৰিবলৈ উচটাই দিব পাৰে । পুলিচে মোহন ৰ সন্মুখলৈ অন্য tu পুতেকক আনি তেনেকৈ মৰিয়াই মৰিয়াই মাৰক plz, তাৰ পাছত মোহন ক মৰিয়াই মৰিয়াই মাৰক । লোকৰ গাত পৰা মাৰ কেইছাত নিজৰ গাত লাগিলে কেনে লাগে। বুজি পাব।জীয়াই থাকিলে এইবাৰ বা কাক মাৰে ঠিক নাই দৈত্য সব।

  • @rulirekhabhuyan3768
    @rulirekhabhuyan3768 2 года назад +24

    বৰ হৃদয়বিদাৰক বৰ্ণনা!!!

  • @northeast2875
    @northeast2875 2 года назад +26

    ইমান সাহস নে, মই বৰি গাওঁৰ হয় চিনি পোৱা নাই নেকি মোক বুলি কৈছে বুঢ়া টো এ। যোৰহাটৰ বৰি গাওঁৰ মানুহ বোৰ গুণ্ডা মানে সকলোৱে টাউনত ভয় কৰে চাগে গুণ্ডা খিনিক । যিমান এ তেওঁলোকক মাৰিছে সব চুন তাৰে হয় সেই গাওঁ খনৰ । মানে ইহঁত এটা গেং 😠 কোনোবাই যদি কিবা কয় ইহঁতক তেতিয়া গোটেই কিতাই মাৰিব যায় । আগৰ সময়ত এনেকুৱা বহুত গেঙ গাওঁ বোৰত দেখিব পোৱা গৈছিল কিন্তু এতিয়া কোমল , তথাপিও এতিয়াও দেখিব পোৱা যায় এনে গাওঁ বোৰত । এনেকুৱা গেং থকাটো আমাৰ সমাজ তথা ৰাইজৰ বাবে বিপদজনক সেইবাবে ইহঁতক যিমান পাৰে কঠোৰভাৱে শাস্তি দিয়া উচিত আৰু তাৰ ভিতৰত যদি কোনোবা নিৰ্দোষী আছে বিচাৰ বিবেচনা কৰি ৰেহাই দিয়া উচিত ।

  • @deepjyotidas217
    @deepjyotidas217 2 года назад +55

    কি কম ভাষা নাই । মানুহৰূপী দানৱৰ কথা ‌।

  • @harichandrabori8835
    @harichandrabori8835 2 года назад +20

    ইমান স্বাৰ্থপৰ মানুহ পৃথিৱীত থাকিব নাপায়।যাৰ যাৰ গাত কথাবোৰ লাগিছে (চাই থকা বোৰ) তোমালোকেও মানুহ (ৰূপী) হৈ পৃথিৱীত আছা ন !? ধিক! তোমালোক ই মা ন- -ইমানেই স্বাৰ্থপৰ।

    • @haluakhelebgmi5565
      @haluakhelebgmi5565 2 года назад

      কেৱল মাত্ৰ স্বাৰ্থপৰেই নহয় মোৰ দৃষ্টিত কাজিয়া উপভোগ কৰা সকলো হত্যাকাৰী কেইজনৰ সমানে অপৰাধী

  • @pompisaha8255
    @pompisaha8255 2 года назад +53

    যোৰহাটৰ মানুহ বোৰৰ কি মানসিকতা কি মানবতা ক'ত হেৰালে অ ঈশ্বৰ

    • @8191raj
      @8191raj 2 года назад +4

      Jorhat buli eku kotha nai sobotei eku..mobile video kora and whatup status & Facebook update.

    • @debabrotsaikia2951
      @debabrotsaikia2951 2 года назад +2

      যোৰহাটৰ দুটামান পিশাচৰ বাবে গোটেই যোৰহাটক বদনাম নকৰিব। যোৰহাটে দিয়া নমস্য ব্যক্তিক পাহৰি নাযাব। যোৰহটীয়া হিচাপে এইটো অনুৰোধ।🙏

    • @Top10Focus64513279
      @Top10Focus64513279 2 года назад +1

      Don't help any other who lived in Assam👍🏾👍🏾 mother chod all

    • @palakmaskara3222
      @palakmaskara3222 2 года назад +4

      একদম ফাল্টু যোৰহাটৰ মানুহ, সকলো যদি গল হৈ মাৰাকেইজনে ইমান মানুহ মৰা কে মাৰিব নোৱাৰিলে হয়

    • @roman592
      @roman592 2 года назад

      jhorhat ot hizra thake aru akhur

  • @darshanadutta.5086
    @darshanadutta.5086 2 года назад +17

    থকা কিজনক সহায় কৰক 🙏🙏🙏

  • @parismitakalita8081
    @parismitakalita8081 2 года назад +4

    কি কম কি লিখিম একো ভাবি পোৱা নাই ।ভগবানৰ ওচৰত পাৰ্থনা যে তেওৰ সপোন বোৰ পুৰণ কৰিবলৈ মা দেউওতাক শক্তি দিয়ে আৰু তেওঁ যতেই আছে শান্তিত থাকক । তেওৰ ঘৰলৈ যাবলৈ খুউৱ ইছ্যা গৈছে কিন্ত কেনেকৈ যাও কি কৰো একো ভাবি পোৱা নাই মই।

  • @berninavlog1420
    @berninavlog1420 2 года назад +5

    3 জন লৰাক মানুহৰ সন্মুখত মাৰি থাকিল কিন্ত মানুহ বোৰে ভিডিও কৰি থাকিল কি দয়া নাইকিয়া মানুহ এইবোৰ।এতিয়া দুখী কেইজনক উপযুক্ত শাস্তি দিয়ক।

  • @sayanikabaishya4646
    @sayanikabaishya4646 2 года назад +6

    বহুত দুখ লাগিল😭😭😭😭😭

  • @jituhazarika134
    @jituhazarika134 2 года назад +30

    এবোৰ দেখাই তাকিলে গা ওতলি আহে। অপৰাধিক পালে গোলি কৰা অৰদা দিব লাগে। আমাৰ মন বোৰ ভাল লাগিব

  • @jantukoch7247
    @jantukoch7247 2 года назад +66

    যোৰহাটৰ মানুহ বোৰ আছলতে কেনেধৰণৰ ?
    ৩ টা ল'ৰাক পিটি পিটি এটা ল'ৰাক মাৰি পেলালে আৰু মানুহবোৰে ৰ লাগি চাই থাকিল ।
    ভিদিঅ বনাই থাকিল ।
    ছিঃ

  • @himangshu937
    @himangshu937 2 года назад +8

    বৰ্তমান যুগত মানুহক সহায় কৰিবলৈ ভয় লগা হৈছে।

  • @dipadasdas3778
    @dipadasdas3778 2 года назад +17

    Aitu a manuhor. Asol rup sage ..Rong sai bhal pai ....
    Jodi ai Rong sai. Bhalpua bure ekeloge ahile hoi Animeshk bosabole ..aji ai dintu ami nedekhilu hoi ..nijoke manuh buli vabibole. Laj lagise ...😢😢

  • @BH5701
    @BH5701 2 года назад +7

    তেজখোৱা বুঢ়াটো সোনকালে মৰ 😡😡😡😡😡😡😤😡😖😡😤😤😤😤😡😡😡😡😡😡😡😡😡😡😡😡😡

  • @gopensharma1201
    @gopensharma1201 2 года назад +6

    এতিয়াও আমি কব পাৰোঁনে, মোৰ অসম মহান!!! এতিয়া টোপনিৰ পৰা উঠাৰ সময়।

  • @jyotiprasadmusicalvlogs7749
    @jyotiprasadmusicalvlogs7749 2 года назад +8

    কি কম একো ভাষা বিচাৰি পোৱা নাই। 😭😭😭😭

  • @kovitas2173
    @kovitas2173 2 года назад +11

    আমার ভূপেন দায় গাইছিল মানুহে মানূহর বাবে যোদিহে আকনো নে ভাবে , যোরহাটর মানুবরে তাকে করিলে , ইস্বরে তেওলোকোক ক্ষমা নকরিব ।

  • @mintukrdas5294
    @mintukrdas5294 2 года назад +9

    ইমাণ খিনি জনাৰ পিছত এই পাষণ্ড কেইটাক যদি উপযুক্ত শাস্তি ফাচি নিদিয়ে তেনে আইনৰ প্ৰতি মানুহৰ আস্থা নাইকিয়া হ'ব । কিন্তু সাংবাদিক জনে বাৰে বাৰে উল্লেখ কৰিছে যে সেই গুণ্ডা কেইটাক বাধা দিবলৈ কোনো এজন নাহিলনে বুলি । এই ক্ষেত্ৰত তেওঁক সুধিব খোজো যে, তেওঁ থকা হলে, তেওঁ আগবাঢ়ি আহিল হেতেন নে ???

  • @deepjyotilaskar1030
    @deepjyotilaskar1030 2 года назад +14

    দুসিক উচিত সাচতি দিব লাগে আৰু অনিমেষ দাদা ,নিৰুতপল ,অবিছেক দাদা দৰে আৰু নৰ পিশাছৰ হাতত বলী হব লগা নহঢ় 😭😠😠

  • @krishnakantalahon6167
    @krishnakantalahon6167 2 года назад +8

    ক'লা ল'ৰা বোলা নৰপিশাচ টো মৰিল ভাল পাইছো... সেই মদাহী বাপেক টোও মৰিব লাগে 😤😤চব তাৰ পৰা আৰম্ভ হ'ল...

  • @diliptaidofficial5332
    @diliptaidofficial5332 2 года назад +15

    ন্যায় বিচাৰ কৰিব লাগে

  • @Yoo33537
    @Yoo33537 2 года назад +16

    Bhut dukh lagise 😭😭😭

  • @rupjyotiborah1209
    @rupjyotiborah1209 2 года назад +60

    Bapek tuku moriai moriai marib lage

  • @devajyotiborah8672
    @devajyotiborah8672 2 года назад +32

    Jorhat is a district headquarter.There should have been at least an emergency police task force in the District Police Reserve to tackle any eventuality such as suddenly emerging law and order problems like crowd, mob, ethnic
    violence as well as riots and disastrous occasions like natural calamities.

  • @erobinburaspraveen6204
    @erobinburaspraveen6204 2 года назад +13

    যোহাতৰ মানুহ বিসাস নকৰিব

  • @rajashreenewvideo8107
    @rajashreenewvideo8107 2 года назад +8

    😢😢😢bohut dukh lagil o..Moi news tu sale mur soku pani ulai😢😢

  • @digantaborah7917
    @digantaborah7917 2 года назад +8

    সেয়ে তেনেবোৰ পৰিস্থিতিত প্ৰত্যাক্ৰমণ কৰাটোৱেই শেষ উত্তৰ.... তোমালোকে অন্ততঃ এটাক ডিঙিত কামুৰি ধৰিব পাৰিলা হয় !!!

  • @gitanjalihazarika32
    @gitanjalihazarika32 2 года назад +16

    বৰ দূখ লাগিছে

  • @manoranjandas8375
    @manoranjandas8375 2 года назад +8

    যোৰহাট লোকৰ মানসিকতা এনেকুৱাহে যোৰহাটত পেচাব কৰিবলৈও নেযাও কেতিয়াও।

  • @paharidutta8509
    @paharidutta8509 2 года назад +11

    So sad to here this incident 🙏🙏 request to our honourable CM sir don't delay this case... Punished all the culprits.... RIP for Animesh bhuyan and pray to God for bro dutta and bro Baruah 🙏🙏🙏🙏🙏🙏

  • @rocktimphukon8086
    @rocktimphukon8086 2 года назад +12

    লৰা জনক বছাব‌ নাহিল‌ ভিদিও‌ কৰিব পাৰিল কি‌‌ মানুহ‌ কেলা 😓😓😓

  • @Rahuldas-xi1qq
    @Rahuldas-xi1qq 2 года назад +2

    Aji kotha bur huni bht dukh paisu...😔

  • @pikuzg223
    @pikuzg223 2 года назад +20

    মানৱতা নাই😥😥😭😭

    • @haluakhelebgmi5565
      @haluakhelebgmi5565 2 года назад +1

      ক'ত বিচাৰি পাম মানৱতা ? সকলো আজি নিজক লৈ ব্যস্ত!

  • @niharikashill7661
    @niharikashill7661 2 года назад +2

    Bohut dukh lga ghatona teo atmai Sir hanti paok tarei kamna krilu 🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾

  • @mamunisutradhar9740
    @mamunisutradhar9740 2 года назад +5

    Kio eman sai thakil manuh bure...hsa ke ag bari jdi manuh gle hy val hole hy... Vakha ny eman beya ke marise ne 😭😭😭😭😭🙏🙏🙏🙏

  • @marshisaikia5479
    @marshisaikia5479 2 года назад +25

    Ki sai asil oo manuh bure 😭😭😭😭

    • @master7333
      @master7333 2 года назад

      Rong sai asil vai

    • @samarborah9160
      @samarborah9160 2 года назад

      @@master7333 vai nohoi vonti. Female hoi. Naam tu pohi sa

  • @rangiardiganta9030
    @rangiardiganta9030 2 года назад +14

    Jurhatar Manuh Bor Kenekuwa Habo Lagibo..... Vabile Asarit Lage 😢

  • @ilovemyindia2502
    @ilovemyindia2502 2 года назад +1

    এতিয়া বুজিছো যোৰহাটৰ মানুহ বোৰৰ বিবেক আৰু মানবতা নাই নিশ্তুৰ 😭😭

  • @blue__devil597
    @blue__devil597 2 года назад

    সহায় কৰক তেওলোকক

  • @jehirulhuda3147
    @jehirulhuda3147 2 года назад +5

    get well soon.

  • @nagenchbaruah8343
    @nagenchbaruah8343 2 года назад +1

    যোৰহাত বাসীৰ বাবে এই ঘটনাটো এটা কলা অধ্যায় হিচাপে চিহ্নত হৈ থাকিল । এই ব্যক্তি দুজনক চৰকাৰী খৰছত উন্নত চিকিৎস্যা কৰিব লাগে আৰু ৰক্ষণাবেক্ষণ দিব লাগে । কি থিক কলা লৰাৰ মানুহে সাক্ষী নোহোৱা কৰিবলৈ যিকোনো কাম কৰিব পাৰে ,

  • @janlagachu358
    @janlagachu358 2 года назад +4

    We want justice

  • @prasantkasyap3922
    @prasantkasyap3922 2 года назад

    যদি দুৰ্ভাগ্যক্ৰমে এওঁলোকৰ সামান্যতম ভুলো থাকিলে হয় তেতিয়া চাগে গোটেই কেইজনকে জীয়াই নাৰাখিলে হেঁতেন। কাৰণ আজিকালি মানুহ মাৰিবলৈ মানু্হক কেবল মাত্ৰ কেবল এটা বাহানা লাগে। এই ঘটনাটোৰ পৰা আমি কি শিকিলোঁ..? যে আইন প্ৰশাসনৰ লগতে সমাজৰ প্ৰত্যেক জন ব্যক্তি এইবোৰ ক্ষেত্ৰত দায়বদ্ধ হব লাগে। এজনে হয়তো তেনেকুৱা পৰিস্থিতি এটা নিয়্ন্ত্ৰণ কৰিব নোৱাৰে সেইটো সঁচা কিন্তু ১০ জনেটো পাৰে। যদি সেই ১০ জনেও আগবাঢ়ি যাবলৈ সাহস নকৰে অথচ সেই পৰিস্থিতি উপভোগ কৰিও থাকে তেনেহলে আমি কেনেকৈ নিজকে পৃথিৱীৰ ভিতৰত জীব শ্ৰেষ্ট প্ৰাণী বুলি স্বীকৃতি দিব পাৰোঁ..?

  • @bububorah8855
    @bububorah8855 2 года назад +17

    Sai thaka manuh burok dbo lge fast hasti

  • @darpankonwar598
    @darpankonwar598 2 года назад +10

    🙏🙏😭😭 bhogobaane asse, sai asse puhor hobo🙏

  • @jahangirmondal3354
    @jahangirmondal3354 2 года назад +4

    Human turned into camera man

  • @junjyotisaikia7331
    @junjyotisaikia7331 2 года назад +14

    1st jogoriya Jorhat town r Civil society. They want Jorhat to be like that. Modahi bura manuh etai iman sahos keneke pale?
    2nd Police administration. Police e mod juwa r uporot control nai. Oporadhik utsah jugaise.
    3rd heidina kinarot thoka dukan keikhon t thoka dukani kormochari. They know the situation better than the other passers by.

    • @selimaahmed2007
      @selimaahmed2007 2 года назад +1

      Right

    • @haluakhelebgmi5565
      @haluakhelebgmi5565 2 года назад +1

      নিশ্চয় , একেষাৰে ক'ব পাৰি হত্যাকাৰী কেইজনৰ সমানে অপৰাধী এইসকলো।

  • @raktotpalhazarika4131
    @raktotpalhazarika4131 2 года назад

    কিন্তু আচৰিত কথা, মহাপাপীৰো বাপেক ৰেন্ডীৰ বাচ্ছা ক'লা লৰাক পুলিচে মাৰি পেলোৱাৰ পিছত কিছুমান বাওঁপন্থী হাৰামজাদাই ( অখিল(উদ্দীন) গগৈ, কংগ্ৰেছ দল, অভিনেতা বিষ্ণু খাৰঘৰীয়া, অজিত ভূঞা আৰু কিছুমান অৰ্ধশিক্ষিত চচিয়েল মিডিয়া ইউজাৰে) পুলিচৰ আচৰণৰ বিৰোধিতা কৰিছে আৰু কলা ল'ৰাক সহানূভূতি দেখাইছে।

  • @Himakshriboraa
    @Himakshriboraa 2 года назад +7

    Ji kaita police thake tat hihota garir kagoj ase ny thik sy. Kintu kajia khon jode alop komala hoi aji anakua ata ghotona dakha napalu hoi. 😭😭

  • @bharatirabhapathak5193
    @bharatirabhapathak5193 2 года назад +5

    Bohut dukh lagisee ..manuh bur eman nisthur hb pare ne ...

  • @beyourself4224
    @beyourself4224 2 года назад

    শুনি বেয়া লাগিছে।আৰু আচৰিতো হৈছো অলপ। 3জন ডেকা লৰাক টাউনৰ মস্য মজিয়াত এনেকৈ মৰিয়াইছে। self defense কৰি পলাবলৈ চেষ্টা কৰা হৈছিল নাই বাৰু। এওঁলোক টো দেখাই শুনাই strong। ভাবিহে আচৰিত পাইছো

  • @sonmanideka3064
    @sonmanideka3064 2 года назад +2

    Isss😥😥

  • @p.d.4895
    @p.d.4895 2 года назад +10

    Accident ata hole ajikali manuhe june accident korise tak marathe busy hoi without knowing je vul kar hoise... Kio manuh bur imn intolerant hoi goise baru??? Sakalote law and order failure kole nohobo... Lora manuh bur r violent behavior hol aibur event r karane dayi

  • @apsc2.0othergovtservices89
    @apsc2.0othergovtservices89 2 года назад +1

    যোৰহাটৰ বৰীগাওঁৰ অসভ্য কেইটা তহতঁক নৰাধম।।

  • @rajukurmiboys4177
    @rajukurmiboys4177 2 года назад +2

    I Miss You আনিমেষ Sir আপোনাৰ আত্মা শান্তি পাওঁক

  • @iqbalsaikia3003
    @iqbalsaikia3003 2 года назад +22

    Lessons of human values should be taught as a compulsory subject from the school level upto higher sec level to inculcate humanity in the mind of the children to prevent inhuman acts in the society.

  • @gokul8280
    @gokul8280 2 года назад +2

    প্ৰত্যক্ষদৰ্শী সকলে যদি জানেই তেওঁলোক নিৰ্দোষী কিন্তু ওচৰৰ কোনো এজনে আগবাঢ়ি নগ'ল কিয় ? অন্ততঃ তাৰ লোকেল কেইজন মান আগবাঢ়ি যাব লাগিছিল ।।

  • @tridipdeka8143
    @tridipdeka8143 2 года назад +5

    Hee provu😭😭😭😭

  • @reemagogoi7865
    @reemagogoi7865 2 года назад

    মোৰ নিজেকে মানুহ বুলি ক'বলৈ লাজ লাগিছে অ'.... কেইজনমান মানুহ আগবাঢ়ি আহি বাধা দিয়া হ'লেই ল'ৰাটো বাছিল হেতঁন...

  • @dipshikadeka7342
    @dipshikadeka7342 2 года назад +3

    Xosake bahut dukh paisu,

  • @DeepankaKalita
    @DeepankaKalita 2 года назад

    সেইদিনা বেলতলা চাৰিআলি ত একে ঘটনা । মাৰুটি alto এখন ৰ আগেৰে তিনিজনি মান তিৰোতা মানুহ পাৰ হল । তাৰ পিছত alto খনৰ ড্ৰাইভাৰ জন চাৰিআলি তো ঠিক পাৰ হৈ গাড়ী খন park কৰি লাঠী এডাল লৈ নামি আহি মাৰিব খেদিছে তিৰোতা তিনিজনী ক। বেলতলা চাৰিআলি ৰ কথা জানেই সকলোৱে । তাত অনবৰতে যান জত । ইমান মখা মানুহ কোনেও এটা মাত নিদিলে। নীৰৱ দৰ্শক চব । মই নামি গলো bike stand কৰি । সি মোৰ ফালে চাই গুচি গল আঙুলি টুৱাই । মই যান যত ৰ কাৰণে আগবাঢ়িব নোৱৰিলোঁ পলাল । মানুহ এনেকুৱা কেনেকে হব পাৰে সেইটোহে ভাবি নাপাওঁ । যোৰহাটৰ মাজ মজিয়াত গুণ্ডাই গুণ্ডাগিৰী কৰি এই তিনিটা ল"ৰাক মাৰাকে মাৰি থাকিল । মানুহ মাৰো বুলি মাৰিছে । দুটা এটা ঘোচা চলি যায় street fight বুলি । তাকো লোৰাকেইজনৰ ভুল শুদ্ধ বিচাৰ নকৰাকৈ এ। ইমান ডাঙৰ গুণ্ডা আছেনে যোৰহাট ত । বাপৰে বাপ । আমি আকৌ ভাবিছিলোঁ যোৰহাটত শিক্ষিতৰ হাৰ সৰ্বশ্ৰেষ্ঠ । যোৰহাটৰ বুলি কলে নিজে নিজে এটা সন্মান আহে । এতিয়া বুজিছো দিন দুপৰতে তাত শিক্ষিত সমাজ খনৰ আগত মানুহ মৰিয়াই মৰিয়াই মৰা হয় । ধন্যবাদ যোৰহাট বাসী ৰাইজ । 🙏

  • @diptipatra4125
    @diptipatra4125 2 года назад +3

    মই,কী,কম, ্ভাষা, নাই,আজি, মই ্কৈছু।জিগিতা।ঘুনদা।জিয়াই।আছে।সেইগীতাক।কু।সুনকালে,,মাৰি,মাৰি,গৰম,পানি,ঢালি,দি,দি,মাৰিব,লাগে,সছাকৈ

  • @nitumoniphukan8192
    @nitumoniphukan8192 2 года назад

    যোৰহাট চহৰৰ খন আমি বহুত ভাল বুলি ভাবিছিলো কিন্তু সঁচা কথা কব গলে ভবা কথা বোৰ সঁচা নহয়,,

  • @dibyajyotiboruah6959
    @dibyajyotiboruah6959 2 года назад +12

    Ata kotha bujilu jorhator manuh khini a rong sai bhal pai.

    • @bbcreation715
      @bbcreation715 2 года назад +1

      Hosa kotha Moi u Jorhat or hoi kintu mnhu bur anekua je voba nasilu deii

    • @roman592
      @roman592 2 года назад

      hizrahat hol jhorhator pora atiya

  • @nzsk7370
    @nzsk7370 2 года назад +5

    Hihotok ari nidibo mariay mariya hotta koribo lage..nohole fasi dibo lage ...eman nisddur manuh bilak 😭so sad

  • @anujboruah5908
    @anujboruah5908 2 года назад +19

    All are johora assamian

  • @durnadas6562
    @durnadas6562 2 года назад +6

    😭😭😭

  • @ranjitbaro8979
    @ranjitbaro8979 2 года назад +4

    Gutai keitak fasi dibo lage plz🙏🙏🙏nohole kin2 ai lora dujon aru animesh dai justice napai😭😭😭suku pani ulai gol

  • @kanaisaikia5961
    @kanaisaikia5961 2 года назад +4

    Speechless

  • @ajaydas.a.j3059
    @ajaydas.a.j3059 2 года назад +7

    যোৰহাটওৰ মানহু বিলাককি মানে

  • @sashiprovamili2365
    @sashiprovamili2365 2 года назад

    Bohut dukh lagil. Upokarik ojogore khale. Hohay nibisarile kunudin kaku sohay nokorai val ajir dinot.

  • @manabdas9631
    @manabdas9631 2 года назад +7

    5jon nhy... Moi Akle thaka holeu tene hbo napale hoi. Ji bilake tene koi say asile... Sob Hijra hoi. Say thaka bilakokok o jail dibo lage. Aru ata kotha... Manuhr jetiya basibo upay a nay. Tetiya Songram korar Bht dorkar.

  • @arpitakhound9548
    @arpitakhound9548 2 года назад +15

    Jorhotiya hisape lajjita... Nirobe rokhi sai thoka darsak sakoluku parile punishment dibo lage .. kunu ejon o nulal ne hei somoyot... Video korute hat kopao nasil ne baru... Hunie bor dukh lage..

  • @manjit7955
    @manjit7955 2 года назад +1

    Hosai kothabur bohut dukh lagil animes ukho loratue kaku abaru namarile iman val lora asil ihot tinijon danob keitak oti hunkale hasti diyok

  • @pradipmalakar8159
    @pradipmalakar8159 2 года назад +4

    Ekdam thik, people are busy in video 📷. Shame people shame. Realy me felling helpless, shame Jorhat shame.

  • @PaporiDasKaibarta
    @PaporiDasKaibarta 2 года назад +6

    No words to say

  • @luckydevi4412
    @luckydevi4412 2 года назад

    God bls u

  • @pradipsakharu9316
    @pradipsakharu9316 2 года назад +1

    Only faci dibo lage..I request C.M.sir

  • @jitatukaria3131
    @jitatukaria3131 2 года назад +2

    Animesh rAatmi Sirshanti Powk.Tomalok Sankalali valHoi Utha.Bhagobanor usort Pathana Koriso.

  • @bhaskarnath3541
    @bhaskarnath3541 2 года назад +2

    No comments for Human......

  • @mowmitaroy5704
    @mowmitaroy5704 2 года назад

    Justice for Animesh

  • @sangitaborpatra8980
    @sangitaborpatra8980 2 года назад +2

    Plz bapekoo fassi dibo lage ..bohut dukh lagil

  • @satyajitgogoi968
    @satyajitgogoi968 2 года назад +3

    Tej gorom hoi jai dei set

  • @manibankalitanath3648
    @manibankalitanath3648 2 года назад

    ধিক্কাৰ দিছোঁ সেই নিৰ্মম ঘটনাটো চাই থকা বোৰক ।

  • @rinkumonikopohua9566
    @rinkumonikopohua9566 2 года назад +1

    Bohut dukh lgil huni ..video kri roi sai thoka hokolok koisu j tau luk manuhor harit npre ..tau luk ag bahi oha hla katiau enukua ata din dakha nplu hoi jorhat bakhi hoi buli kbla laj lgise emn akhn unot jegat ata lrai pran jbo lgia obosta hoise tat koi aru ki dukhr ktha thakib pre