Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
এগৰাকী শিক্ষক হিচাপে লাজ পাইছো, এনে কোৱা শিক্ষকৰ বাবে শিক্ষা ব্যৱস্থাৰ এই অৱস্থা।
সকলোকে বহুদুৰলৈ Transfer দিয়ক ৷ ইমানবিলাক দৰমহা পায়, কাণ্ডজ্ঞান নাইকীয়া এইবিলাক শিক্ষকক উপযুক্ত শাস্তি দিয়ক
এই টোৱেই বিকশিত অসমৰ শিক্ষা ব্যৱস্থা ------- অসমৰ ৰাইজ সজাগ হওক ।
যেনে যুগ তেনে মন্ত্ৰী তেনে বিদ্যালয়
সোনকালে বিদাই দিলে ভাল ৷ ৰাইজেই ৰজি গতিকে ৰাইজৰ সম্পদ ৰাইজেই ঠিক কৰিব লাগিব ৷মন্ত্ৰীক দোষ দিলে নহব
8 ,20 বজাত আমি পেপাৰ লৈ সাজু। এই সকলে শিক্ষকৰ বদনাম আনিছে।
The current situation of the Assam education system. Keep it up Mr. Pegu. You are the best education minister ever who playing with the students life.
The future of students depend on disciplined teachers.i myself studied in govt school and becm dctr.our teachers were too good.God bless them
এইবোৰ শিক্ষকৰ যোগ্য নহয়।। নিলম্বন কৰক
এই বোৰ কাৰণতে চৰকাৰীৰ ইস্কুলৰ প্ৰতি ৰাইজৰ মনো বল ভাঙী গৈছে । শিক্ষিতৰ অভিভাৱকে চৰকাৰীৰ ইস্কুলত লৰাৰ ছোৱালীৰ নপহাই ব্যক্তিগত ইস্কুলত লৰাৰ ছোৱালীৰ পঢ়াব ধৰিছে ।
পেগু ডাঙৰীয়া আৰু অলপ বঢ়াই দিব দৰমহা ।
ৰাতি মাল পানি বেছিকৈ খালে সেই কাৰণে টুপণি ভঙা নাই চাগে 😂😂😂😂
Ehat geda
পিছৰ পৰ্যায়ত কি হয় জানিব পাৰিলে ভাল পাম
😂😂Picnic khabo goise
No any condition. Direct out কৰি দিব লাগে এই বোৰক।
Amar hikkamontri dangoriyar nijor home district t dekhun enekua
পেগু ডাঙৰীয়াই আপঙৰ নিচাত গমেই পোৱা নাই কত কি হৈ আছে....
Khela bostu anibo Lage time pass or karone
😂😂😂😂
Tet teacher lauk