বাৰ্তালাপৰ মৰমে কন্দুৱালে নীলাক্ষি নেওগক...

Поделиться
HTML-код
  • Опубликовано: 1 окт 2024
  • বলীউডৰ সংগীত জগতত খোজ কণ্ঠশিল্পী গৰাকীৰ...
    নিজৰ গীতেৰে আনক কন্দুওৱা কন্ঠশিল্পীক কন্দুৱালে বাৰ্তালাপে...
    • Tum Na Aye #Multilingu...
    • TRENDING |Tera Hi Raho...
    / baartalaap
    / baarta_laap
    / baartalaapdotin
    baartalaap.in/
    #nilakshineog #nilakshi #baartalaap #chakrapaniparashar #bollywoodmusicindustry

Комментарии • 379

  • @Minivlogwithmaina
    @Minivlogwithmaina Год назад +63

    Nubujilu নাজানিলে গানটো শুনিলে আজিও চকুপানী ওলাই যায়😥😥😥 সঁচাই মন বোৰ চুই যায় এই গানবোৰে

  • @travelwithtc5067
    @travelwithtc5067 Год назад +81

    Ata kotha kou beake nolobo... nilakshi bak hokoluye bht besi morom kore aru moiu bht val pao tewor hokolu gaan...kintu homane Nitupon daku mati Ani alp kotha jodi tewor logotu valke patil hoi tetiahole val lagil hoi...lastot he alp kotha patil tewor logot 2mnt only...Nitupon dai tu emn val val kaam kori ase ..tewor bikhoye alp janibo pora hole val lagil hoi...baki Beake nolobo...mur nijor anubhov khinihe kolu 🙏

  • @babuljonak3828
    @babuljonak3828 Год назад +12

    তেওঁ গীতেৰে এবাৰ হহুৱাই এবাৰ কন্দুৱাই ।।।এইয়াই আমাৰ তিনিচুকীয়া ৰ গৌৰৱ নীলাক্ষী বা💖💖

  • @viveka.c1567
    @viveka.c1567 Год назад +26

    নীলাক্ষী বালৈ মোৰ হৃদয়ৰ নিজান কোণৰ পৰা বহুত বহুত মৰম যাছিলোঁ ।।।

  • @deepakchetia8095
    @deepakchetia8095 Год назад +2

    Tohoti besi faltu koriso aru besi faltu lage tohotok

  • @trishnadevisaikia649
    @trishnadevisaikia649 Год назад +16

    চকু পানী ওলাই গ'ল😢।
    ভালে থাকক সদায় প্ৰিয় শিল্পী গৰাকী
    বহুত ভাল পাও নীলাক্ষী বা❤️

  • @amiyamoran6608
    @amiyamoran6608 Год назад +12

    বহুত ভাল লাগিল নীলাক্ষি
    বা। সাম্প্ৰতিক সময়ৰ মোৰ আটাইতকৈ প্ৰিয় কন্ঠশিল্পী গৰাকী। যদিও এই সময়ত কণ্ঠশিল্পী ৰ অভাৱ নাই মই কিন্তু সকলোৰে গীত নুশুনো। আপোনাৰ গীতৰ কিন্তু সেই ৰিংকু ৰ দৰেই অনুৰাগী। বাকী পৰিস্থিতিটোৱে সচাকৈয়ে আৱেগিক কৰি তুলিলে। মই ও মানে একেই সুখৰ সময়তো চকুপানী দুখৰ সময়তো চকুপানী। বহুত শুভেচ্ছা আৰু মৰম জনালোঁ বা ভৱিষ্যতৰ কামবোৰৰ বাবে।❤️❤️

  • @priyasaikia6143
    @priyasaikia6143 Год назад +13

    চকু পানী ওলিয়াই গ'ল পায় 😔😔
    🤭 বহুত ভাল লাগে নিলাক্ষী বাক , গান বোৰৰ কথা কিনো কম ভাষা নাই মোৰ ,, ইমান ভাল লাগে ❣️ গান বোৰৰ লগতে মাততো ,,

  • @deltapj695
    @deltapj695 Год назад +10

    সচাকে আজি নীলাক্ষি বা এই অনুষ্ঠানটি চাই বহুত আবেগিক হৈ পৰিছোঁ । ভাল লাগিল । বোকাখাতৰ পৰা বহুত বহুত মৰম থাকিল বা লগতে বাৰ্তালাপৰ পৰিয়ালটিলৈ ❤ এনে দৰে আৰু আগুৱাই যাওঁক তাকে কামনা কৰিছোঁ।

  • @sushibratagogoi6838
    @sushibratagogoi6838 Год назад +15

    সঁচাকৈ আজি বহুত আৱেগিক হৈ পৰিলো । চক্ৰপাণি দালৈ ধন্যবাদ ইমান সুন্দৰ এটা অনুষ্ঠানৰ জৰিয়তে প্ৰিয় শিল্পী গৰাকীৰ মনৰ বতৰা কঢ়িয়াই অনাৰ বাবে । বাৰ্তালাপৰ আকাশচুম্বী সফলতাৰ শুভেচ্ছাৰে...❤️❤️❤️ from Moran( Rajgarh).

  • @Dipikaray12362
    @Dipikaray12362 Год назад +8

    সঁচাকৈ বৰ বেয়া কৈ কান্দি দিলোঁ কাৰণ নিলাক্ষী বা মোৰ প্ৰিয় শিল্পী❣️ আপোনালৈ বহুত বহুত মৰম বা আপোনাৰ গীত বোৰ সীৰে সিৰে বৈ যায় গে

  • @debojitahomrk6645
    @debojitahomrk6645 Год назад +8

    এই অনুষ্ঠানটোৱে আজি সচাকৈ বহুত আবেগিক কৰি তুলিলে । মোৰ মা'ই চাই খুব 😥😥😥😥 । নীলাক্ষী বাই ঘৰ ওচৰতে যদিও মুখা-মুখিকৈ লগ পোৱা নাই । এদিন নিশ্চয় দেখা কৰিম । ধন্যবাদ আমাৰ বাৰ্তালাপ❤️❤️❤️👍👍

  • @radaliassame3397
    @radaliassame3397 Год назад +1

    গতেয় অসমীয়া ৰাইজক কন্দুৱাই দিলে বা এ

  • @pranabjyotibailungpjb2416
    @pranabjyotibailungpjb2416 Год назад +6

    সুবাসনা বাক১০০/১০০
    নিলক্ষী বাক ১০০/১০০ ভালপাওঁ।

  • @utpalentertainm...6808
    @utpalentertainm...6808 Год назад +10

    প্রিয় বা জনী❤️❤️। গানবোৰ শুনিলে শুনি থাকিব মন যায়।আপুনি সদায় ভালে থাকক,কুশলে থাকক ।

  • @bhabensonowal6823
    @bhabensonowal6823 10 месяцев назад +4

    নীলাক্ষি তোমাৰ সৰলতা আৰু ৰিংকু কবিতা শুনি সছাই আবেগিক হলো চকু পানি ওলাই গল ৷

  • @nonichutia3034
    @nonichutia3034 Год назад +5

    তোমাৰ অনুভূতি দেখি আৰু ভাল পোৱাৰ যিতু অনুভব সঁচাকৈ,,,,, মোৰ চকুৰ পানি ওলাই গ'ল

  • @rikikoch1542
    @rikikoch1542 Год назад +5

    বাৰ্তালাপ চাই হাহো আগতে,😁😁কিন্তু আজি মই ও কান্দিলো।😒❤️

  • @toxinedm3129
    @toxinedm3129 Год назад +2

    Over acting all student baki thke ase love u nilu ba and love frm tsj

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Год назад +9

    Unbelievable singing and uncommon singer and nice performance. Go ahead way to your journey......... Always be positive and happiness.All the best wishes to you Nilakshi.

  • @raagjyotish3751
    @raagjyotish3751 Год назад +1

    দৰ্শক হিচাপে মোকো কন্দুৱালে

  • @rumeekalita3812
    @rumeekalita3812 Год назад +2

    সঁচাকৈ আপুনি বহুত সহজ সৰল দেই 🙏

  • @youtubecreators153
    @youtubecreators153 Год назад +5

    Love❤️ from Tinsukia, নীলাক্ষী বালৈ বহুতো মৰম আৰু লগতে বাৰ্তালাপৰ সমূহ পৰিয়াললৈকে বহুতো শুভেচ্ছা জ্ঞাপন কৰিছো

  • @raktim.handique
    @raktim.handique 4 месяца назад +1

    কান্দুৰি সকলৰ বাবে ধন্যবাদ থাকিল।।😅

  • @meghalideka9761
    @meghalideka9761 Год назад +4

    বাৰ্তালাপ এতিয়া মোৰ অতিকে আপোন❤️মোৰ পৰিয়াল❤️নীলাক্ষি বা❤️

  • @lunaskitchen6273
    @lunaskitchen6273 Год назад +54

    মোৰ প্ৰিয় শিল্পী গৰাকী বহুত বহুত মৰম আপোনালৈ❤️❤️❤️

  • @dipaligohain3788
    @dipaligohain3788 Год назад +4

    সচাকৈ বহুত ভাল লাগিল ।বাৰ্তালাপৰ অনুস্থানলৈ আন্তৰিক শুভেচ্ছা থাকিল । নিলাক্ষীলৈ বহুত মৰম থাকিল ।

  • @biswaxnokoribo2172
    @biswaxnokoribo2172 Год назад +5

    সহজ সৰল মনৰ এগৰাকী কণ্ঠশিল্পী সঁচাই ভাল লাগিল প্ৰগ্ৰেমটো চাই ❤️

  • @bhanitahaloi360
    @bhanitahaloi360 Год назад +6

    মোৰ প্ৰিয় বা জনী । বহুত ভাল তেওঁক 💖

  • @bhagyasreehazarika122
    @bhagyasreehazarika122 Год назад +2

    Moi regular dorhok bartalapr, tothapi maje maje kisuman episode r kothai ontor sui jai, Bartalap dirghjibi houk logote Chakradaar logote homuh satro-satriku obhinondon, apunalukk hokoluke sai sai hahi hahi kandi dilu

  • @bituaxam7723
    @bituaxam7723 Год назад +4

    Mur priyo BAARTA LAAP 👌💞 Nilakhsi ba 🔥🔥🔥

  • @sushilkonwar7012
    @sushilkonwar7012 Год назад +3

    নিলাক্ষী বা প্ৰতিটো গানৰ সুমধুৰ কণ্ঠত গীতে প্ৰাণ পায় উঠে । তেওঁক তিনিচুকীয়া ঘৰত সাক্ষাত কৰিবৰ কাৰণে কেইবাদিনো চেষ্টা কৰিছিলো যদিও লগ পোৱা সৌভাগ্য নহল ।আজি বাৰ্তালাপ অনুস্থানৰ যোগেদি দেখা পায় ধন্যবাদ জনালো পৰাশৰ দা ক ।

  • @soukonrkachari410
    @soukonrkachari410 Год назад +4

    My favourite singer nilakshi ba ❤️❤️

  • @bitupon__boruah
    @bitupon__boruah Год назад +4

    নিলাক্ষী বা আপোনালৈ বহুত বেছি মৰম যাছিলোঁ ।আৰু যাতে ভাল ভাল গান আপোনাৰ পৰা শুনিবলৈ পাওঁ ।

  • @bikashaxom5220
    @bikashaxom5220 Год назад +3

    লগ পোৱাৰ বহুত আশা আছে। এজন আপোন মানুহৰ দ্বাৰা আপোনাৰ কথা বহুত শুনিবলৈ পাইছোঁ। আজিৰ দিনত বহুত বেছি শ্ৰদ্ধা কৰিবলৈ লৈছে। দীৰ্ঘায়ু কামনা কৰিলো 🙏🙏🙏🙏💐💐💐

  • @assamn8850
    @assamn8850 Год назад +5

    Moja ❤️

  • @kabita4546
    @kabita4546 Год назад +3

    বহুত ভাল লাগিল অনুষ্ঠানটি ❤️। নিলাক্ষী বা মোৰ বহুত প্ৰিয়।বহুত মৰম তোমালৈ ❤️❤️

  • @purnadihingia2023
    @purnadihingia2023 Год назад +3

    Nitu logot logote graduation korisilu... congratulations bro♥️

  • @gunamonimoran3952
    @gunamonimoran3952 Год назад +1

    Moran or pora morom jasilu ..hosakoi a morom a konduai dela

  • @hemoprovagohain1391
    @hemoprovagohain1391 Год назад +2

    বাৰ্তালাপৰ বহু অনুষ্ঠান চাইছোঁ কিন্তু এইটো যে ইমান বেছি ভাল লাগিল বুজাব নোৱাৰি ❤️❤️❤️

  • @chayanikasvlog3126
    @chayanikasvlog3126 Год назад +5

    Love you baa my all time favourite singer ❤️

  • @Nibarondaa
    @Nibarondaa Год назад +23

    চৰাইদেউ জিলাৰ সাপেখাতী পৰা মৰম যাচিলো । আগুৱাই যাওক আপোনা লোকৰ এই সফলতা।❤️

  • @pallabisaikia7050
    @pallabisaikia7050 Год назад +6

    Nili baa all time favourite.....❤️

  • @aimonibordoloi5564
    @aimonibordoloi5564 Год назад +6

    My favourite female singer❤️

  • @jilbora
    @jilbora Год назад +4

    নীলাক্ষি বা সদায়েই প্ৰিয় ❤️😘

  • @chayanikamedhi1674
    @chayanikamedhi1674 Год назад +21

    প্ৰিয় কণ্ঠশিল্পী গৰাকী ❤️

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Год назад +16

    My favourite female singer. Her singing and tune was very nice. God bless to him

  • @Dulal-u9u
    @Dulal-u9u Год назад

    Moiu bohut kandilu sai sai...ba jonik log pabo mon ase..😭😭😭

  • @dibya209
    @dibya209 Год назад +8

    বহুত ভাল লাগে তেওঁৰ কন্ঠ ❤🎶👌

  • @janmoni-moni604
    @janmoni-moni604 Год назад +3

    All time fvrt nilu ba😌❤️❤️❤️

  • @khewaliborah544
    @khewaliborah544 9 месяцев назад +2

    বা আপোনালে শুভেচ্ছা থাকিলে বহুত ভাল লাগে

  • @ArchanaGogoi-ui5co
    @ArchanaGogoi-ui5co 14 дней назад

    Thanku মৰম লগা গান বোৰ শুনিবলৈ পোৱাৰ বাবে ভালে থকা বা

  • @spHzrka7896
    @spHzrka7896 Год назад +4

    One of my best female singer....losts of love to Nilakshi

  • @dipikahujuri2516
    @dipikahujuri2516 Год назад +1

    Anustan Tu bor val kori dile

  • @milonjyotibora568
    @milonjyotibora568 Год назад +2

    😁🥰😍

  • @rumidas807
    @rumidas807 Год назад +1

    সুব মিঠা কন্ঠৰে নিগৰাইছে আপোনালৈ অলেখ শুভ কামনা পঠিয়ালো বা

  • @renuphukan4343
    @renuphukan4343 Год назад +1

    সচাকৈ বালৈ বহুত বহুত মৰম যাচিলো চাই খুবেই ভাল লাগিল এনেদৰে আগবাঢ়ি যোৱা ,,,,🙏🙏👌

  • @bhupengohain8714
    @bhupengohain8714 Год назад +2

    প্ৰিয় শিল্পী গৰাকীক বহুত বহুত মৰম দিলো💖💖💖

  • @nangsikhamonigogoi9554
    @nangsikhamonigogoi9554 Год назад +11

    প্ৰিয় শিল্পী গৰাকী ❣️ দুবৰিতে, নুবুজিলো নাজানিলো উফ্ সদায় শুনো এইদুটা 🥺💚 বহুত বহুত মৰম নিলাক্ষি বা ☺ ধন্যবাদ বাৰ্তালাপ 🌸

  • @arsadjaman3739
    @arsadjaman3739 Год назад +1

    বহুত ভাল লাগিল ভিডিওটো চাই,সচাই বহুত আবেগিক হয়ছো,,শুভ কামনা থাকিল বা জনী লৈ❤❤❤❤

  • @ranitabhuyain9114
    @ranitabhuyain9114 Год назад +3

    1st comment

  • @MAINA33
    @MAINA33 Год назад +2

    Vl loga mnuh jni.. Love you baa🥰

  • @nobojyotiboruah6490
    @nobojyotiboruah6490 4 месяца назад +1

    Val lga singer

  • @pradiptamuli5934
    @pradiptamuli5934 Год назад +2

    অনুস্থানটোয়ে সচাই আমাকো কন্দুৱালে😭🙏

  • @deepannitakalita8171
    @deepannitakalita8171 Год назад +2

    Nc wall painting. Bartalap always fv.

  • @amrit5849
    @amrit5849 Год назад +5

    ধেমাজি পৰা মৰম জাচিলো বা 💓💓 । বহুত ভাল লাগিল । চকু পানীৰে মৰম বোৰ উলিয়াই দিয়া হল । আৰু আগ বাহি যোৱা তাৰে আশা কৰিলোঁ।

  • @debahandique8522
    @debahandique8522 Год назад +2

    My favourite singer, love from Kashmir ❤️❤️❤️❤️

  • @rimpeephukonmaina399
    @rimpeephukonmaina399 Год назад

    Nilakshi ba apuni mur bohut priyo ❤

  • @niranjangogoi5330
    @niranjangogoi5330 Год назад +1

    সচাঁই খুব ভাল লাগে আপোনাৰ গান নিলাক্ষী বা... চৰাইদেউ সোণাৰি পৰা মৰম যাচিলো।

  • @sumkiborah195
    @sumkiborah195 Год назад +2

    Bor priyo o baa joni 😘

  • @youcando8417
    @youcando8417 Год назад +4

    প্ৰিয় শিল্পীগৰাকী❣️

  • @Pallabkcreation
    @Pallabkcreation Год назад +3

    My Favourite Female Singer ❤️❤️❤️🔥😊

  • @harendoley2957
    @harendoley2957 3 месяца назад

    সুন্দৰ, আবেগিক অনুষ্ঠান ❤ । From Sivasager Assam

  • @archanadas1562
    @archanadas1562 Год назад +1

    প্ৰিয় অনুষ্ঠানত প্ৰিয় মানুহ গৰাকীৰ গীত উফ ,,,,,সঁচাকৈ প্ৰেমত পৰোঁ আপোনাৰ মাতত 💞💞
    আৱেগিক হ'লো ৰিংকু "বা" ৰ কবিতা টো শুনি ❣️✨ সদায় ভালে ৰাখক ভগৱানে । 🥰🦋

  • @gitanjalichoudhury9941
    @gitanjalichoudhury9941 Год назад

    Kanduwai dila dei ......mor priya gaika tumi

  • @MonNilim-xm7fq
    @MonNilim-xm7fq 4 месяца назад +1

    My favourite nilakshi 💞🥰🤗👌

  • @mrtulsizglover721
    @mrtulsizglover721 Год назад +2

    My favorite female Assam singer Nilakshi baah 🥰

  • @prakashborpatraofficial22
    @prakashborpatraofficial22 Год назад +1

    মোৰ প্ৰিয় কণ্ঠ শিল্পী বা তোমালৈ বহুত বহুত মৰম 🙏❤️❤️❤️❤️ love you নীলাক্ষী বা ❤️

  • @kabitamoran6158
    @kabitamoran6158 Год назад +1

    নীলি মৰম যাচিলো karbianglong পৰা তোমাৰ gan শুনি বহুত Val লাগে

  • @ranitabhuyain9114
    @ranitabhuyain9114 Год назад +3

    Vall lgail..love from Dhemaji

  • @pulingogoi1911
    @pulingogoi1911 Год назад

    Nitupon daak je eman deri kiyo aku nuhudha ke tenekoi a rokhai thoi dile

  • @ankurchamuachannel5191
    @ankurchamuachannel5191 4 месяца назад +1

    Bohut ❤❤Vl lagil dei

  • @pallabdas
    @pallabdas Год назад +2

    Bohut val pau nilakhi bak

  • @allrounderhumen
    @allrounderhumen Год назад

    মোৰো চকু পানী ওলাই গৈছে সচাই নিলাক্ষী বাক বহুত ভাল পাৱ মইয়ো

  • @himadriarhisworld
    @himadriarhisworld Год назад +1

    Love from guwahat
    Parashar dadaloi morom thakil ..
    Bht val lage apunar ktha bur

  • @aatmavaani
    @aatmavaani Год назад

    Nilakshi baa eman hohoj horol. Simple..... Love from golaghat ❤️❤️❤️

  • @kartick1957
    @kartick1957 Год назад +1

    সুন্দৰ অনুস্থানটিয়ে মোৰ মন চুই গ'ল। সকলোলৈকে মৰম- স্নেহ যাচিলো ও চক্ৰপাণি পৰাশৰৰ বাৰ্তালাপলৈ আৰু এনে অনুস্থানলৈ বাট চাই ৰলো ।

  • @ruhan541
    @ruhan541 Год назад +2

    আজিৰ episode ♥️♥️♥️

  • @nabindas2665
    @nabindas2665 Год назад +2

    Nelakshi baa ❤❤❤

  • @sunitakerketta9934
    @sunitakerketta9934 Год назад +1

    Sab logiya

  • @bikashtamuli8233
    @bikashtamuli8233 Месяц назад

    Bohut bohut hubesha thakil❤❤❤❤

  • @bababora3283
    @bababora3283 Год назад +2

    Nice 👍👍👍

  • @arungogoi-bz2pn
    @arungogoi-bz2pn Год назад

    Risha বা থকা হলে আৰু ভাল লাগিলে হয়

  • @debajitsaikia8709
    @debajitsaikia8709 Год назад +3

    প্ৰিয় শিল্পী গৰাকী❤️❤️❤️

  • @pinkitayegogoi8200
    @pinkitayegogoi8200 Год назад

    Mur bhut mrm hoi tumi emn hundor geet ki km hodai huni amni nalage

  • @ritupanbora3938
    @ritupanbora3938 Год назад +1

    Nilakshi baa r gaan mur bohut val lage ♥️♥️♥️♥️♥️

  • @arungogoi-bz2pn
    @arungogoi-bz2pn Год назад

    Mor ghrr Lakhimpur dhalpur simoluguri

  • @dehaassam5461
    @dehaassam5461 Год назад +3

    মোৰ প্ৰিয় শিল্পী 🥰🥰😍😍

  • @Koustovboruah-g4j
    @Koustovboruah-g4j 3 месяца назад

    My favourite singer ❤❤❤

  • @anjumonipatra2643
    @anjumonipatra2643 8 месяцев назад

    তোমালোকৰ লগতে মোৰো চকুপানী ওলাই গল