@@arjundasarjundas3974 muk like kr nai nhoi bhaiti mur ki video t like koribo kuwa nai je anekoi kobloi .manuhbure kio janu bator kosu gat ghohib bisare ...
Kotha khini huni soku Pani ulaigol hosake.....bohut dhajyo ase tumr aru Ata kotha vl lagil tumar vitorot akhupa man dukh loi kotha bur koi thkute kimn dhojyo dhori asa kandibow pora nai tumi ufffffff.......manibo lagibo bohut strong tumii...love uuuuuuu❤❤
Ata jiya kahini .. emn dhunia . Emn hohoj horol ba joni r lgt keyo baru anekowa hol vabile khub dukh loga.. ba tumi jibonot aaguai jua. Kormo kori jua vogobaner tumak aakhirbad koribo .
Ponkhi bohut strong hoi karone eneke aguai jabo parise. Hokolu sualire eikhini gutch thakibo lage buli moi vabu.Nijor partner jon herai juar pisor life tu easy nhoi jiyai thakibole. Tothapi nijor lora sualir kotha vabi aguai jabo lage. Salute to her and her family.
This is the best video I have ever seen in your channel.....baki ki fotua reel bonoa buror interview loi thaka akdom vl nlge faltu lge Aetuhe asol jibon songram r video hyse hosai......anekua manuhor interview loba sai vl lge amio bhutt inspire hou kiba hiku j life t keneke brave hoi aguabo lge...... Bhutt strong and brave hoy She is an real inspiration for many.......may God bless on her, her son and her family❤
এনেকুৱা চিন্তা ধাৰাৰ লোক কোনো ঠায়ে ঠায়ে হয় আমাৰ গাৱতো বহুত বিধবা মানুহ আছে কিন্তু তেওঁ লোকৰ কাৰনে এনে কোনো নিয়ম নাই আৰু এনেকুৱা মানুহৰ নিজক সলনি কৰিব লাগে ।
Tumi nijor life tu nijor mote solai niya Luke ji koi kobo diya nijor lora tu nijor ma dewta kotha vabi Pini dukh nkoriba bujisa tumer lgt hokolu ase ..❤️
Anekuya thakei Ponkhi ba val kam korile karu sokut nalage jodi kiba ata hoi jai tetiya ahi jai usorr suburiya mat matibo....tumi bahut Hahokhere asa.. Aguyai juya tumi aru deha ❤❤❤ ❤❤❤
Bhanti Tumi Prabhu Vagobanor uparat Biswash kora tumar Mangal ha bo Tumi loratuk val manuh kora adin tumar sukh hobo tarei Vagobanor ucharat parthona koricu
Accident r kotha khini xuni mur gaa tu kiba kori dse atiya xir xirai goise..xdai vle thka baa tumi bohut val manuh aru dehau bohut val aguai jua tumaluke
নাৰীয়েই নাৰীৰ প্ৰধান শত্ৰু, কথাষাৰ শুনিবলে বেয়া , কিন্তু সচা, এগৰাকী ভূক্তভোগীয়ে হে বুজি পাই ।
Right kotha.oprio holeu satyo.
Right
Rit ❤
Hasa
ভনটী, মই এটা তোমাক ভাল উপায় দিছোঁ। তুমি ভগৱানক একান্ত ভাৱে চিন্তা কৰিবলৈ আৰম্ভ কৰা। গতিকে কাজেই এদিন পতিওপাবা আৰু গতিও পাবা। মই শিৱসাগৰ পৰা কৈছোঁ। তোমাৰ সন্তানটি ভালদৰে সাধু সংগত নি পিতা মাতা কি হয় পৰিচয় দিবা আৰু সেই দিন ধৰি তুমি তোমাৰ পুএৰ লগতে আজীবন থাকি বৈকুণ্ঠ লৈ গতি কৰিব পাৰিবা। ধন্যবাদ।
পঙ্খীৰ কথাবোৰ শুনি মনত দুখ লাগিল। দেহাক ভাল মানুহ কৰাৰ চেষ্টা কৰা পঙ্খী। আন কোনো নহলেও তোমাৰ লগত ভগৱান থাকিব । মাত্ৰ নেদেখাজনৰ ওপৰত বিস্বাস ৰাখা তেঁও তোমাক বাট দেখুৱাই নি থাকিব।
Ponki Ba আপোনাৰ দেহা আছে তেতিয়া আপুনি তেওঁক লৈ সুখী থাকা আৰু বিয়া আৰু নকৰাটোৱে কামনা কৰোঁ,,,, সুখী থাকা,,,, দীৰ্ঘায়ু হওঁক❤️🙏🙏🙏,,,,,
কথাবোৰ শুনি দুখ লাগিল মোৰ ক্ষেত্ৰত ও একেই ভন্টি 😢 তুমি আগুৱাই যোৱা আশীৰ্বাদ থাকিল😢এটা কথা ঠিক মাইকী মানহে এজনী নাৰীৰ শত্ৰু এইটো একদম সঁচা কথা
পঙ্খী বাৰ কথাবোৰ শুনি বৰ দুখ লাগিল..!!
জীৱন মানেই সংগ্ৰাম।
মানুহ সুখী হৈ থকাটো হে বেছি গুৰুত্বপূৰ্ণ বিয়া হোৱা নোহোৱা টো গুৰুত্বপূৰ্ণ নহয়, বাকি বাইদেউ গৰাকিলৈ শুভেচ্ছা জনালোঁ ভগৱানে শক্তি দিয়ক আগুৱাই যাবলৈ।
Hello Tumi muru frd hba ni moiu back krim
Mojja
❤❤❤
June june Ponkhi k val puwa like kora 😘🥰❤️👌
Hello Tumi muru frd hba ni moiu back krim
Lokor namot like laga
কিছুমান মানুহে সুবিধা পালেই ডিঙিলৈ জপিয়াব বিচাৰে । কিন্তু তোমাৰ সাহসক বহুত বহুত ধন্যবাদ থাকিল 🎉🎉🎉🎉🎉
@@arjundasarjundas3974 muk like kr nai nhoi bhaiti mur ki video t like koribo kuwa nai je anekoi kobloi .manuhbure kio janu bator kosu gat ghohib bisare ...
@@dhunurumurlife6151hom
নাৰীয়ে নাৰীৰ প্ৰধান শত্ৰু কথাষাৰ
100% সঁচা,
সৎ সাহসৰে আগুৱাই যাওঁক আপুনি
সচাকে এগৰাকী স্বামীবিহিন মহিলাৰ জীবন সংগ্ৰাম কৰা মহিলা গৰাকীহে বুজি পাই কিমান কষ্ট হয় ভগবানে তোমাৰ মংগল কৰক পংখী বা ❤
চকুপানী ৰখাব নোৱাৰিলো পংখী বা শেষত বহুত বেছি দুখ লাগিল দেহা আৰু আপোনাৰ মৰম সদায়েই ভালে থাকিব কেতিয়াও আপোনাক তেনেকুৱা নকৰে ❤❤❤
Dibrugarh
বহুত ধুনীয়া ধুনীয়াকৈ কথাবোৰ কৈছে তোমাৰ কথাবোৰ গমপাই বহুত কান্দিলো আৰু আগবাঢ়ি যোৱা ল'ৰাটো ভাল হ'ব।
গোটেই কথোপকথন খিনি শুনিলো। তোমাৰ সংগ্ৰামক স্বীকাৰ কৰিছো। তোমাৰ সততাৰ বাবেই তুমি বাচি আছা এই নৰকসদৃশ সংসাৰত। ঈশ্বৰৰ প্ৰিয়পাত্ৰী তুমি। অগ্নি পৰীক্ষাত উত্তীৰ্ণ হৈছা । ঈশ্বৰে সদায় ৰক্ষা কৰিব যিমান প্ৰতিকুল পৰিৱেশতো। আশীৰ্বাদ কৰিছো । ভালে থাকা। লৰাটোক এজন সুনাগৰিক কৰি গঢ়ি তোলা। সত্যমেৱ জয়তে ।
ভগৱানত বিশ্বাস ৰাখি আগুৱাই গৈ থাকা। কোনো নেথাকিলেও ভগৱান সদায় তোমাৰ লগত থাকিব ,সাহস পাই থাকিবা। দেহাক মানুহ কৰা সমস্ত সুখ তাৰ পৰাই পাবা। তোমালোক দুয়োৰে কুশল কামনা কৰিলোঁ।
বা তোমাৰ কথাবোৰ শুনি বহুত দুখ লাগিল । তুমি জিৱনত আগবাঢ়ি যোৱা তাৰে কামনা কৰিছো ।
পঙ্খী ময়ো তোমাৰ দৰেই দুৰ্ভগীয়া ।তুমি কোৱা কথা প্ৰতিটো সচা ।তোমাৰ দৰে মোৰ অৱস্থা । দুখ বোৰ মুছিব আৰু কিছুমান লেতেৰা মনৰ মানুহৰ পৰা হাত সাৰিবলৈ দ্বিতীয় বিবাহ কৰাইছিলো।কিন্তুু এবাৰ সুখ হেৰায় যোৱাৰ পিছত দ্বিতীয় একে নহয়।দুখ দুগুন হে বাঢ়ি যায়। মোৰ লৰা সন্তান এটি আছে।এতিয়া মৰি মৰি জীয়াই আছো লৰাটোৰ বাবে।
সদায় প্রিয় পংখী বা আৰু দেহা ❤😘🥀
কথা বিলাক শুনি বৰ দুখ লাগিল, আগবাঢ়ি যোৱা,দেহাক ভাল মানুহ কৰিবা, ভগৱানৰ ওপৰত বিশ্বাস ৰাখিবা❤
Ponkhi বা বহুত ভাল পাওঁ আপোনাক সদায় ভালে থকা আপুনি❤আৰু আগবাঢ়ি যোৱা🤗দেহা পঢ়ি শুনি এজন ডাঙৰ ভাল মানুহ হোৱা বহুত বহুত মৰম দুয়োকে❤️love from barpeta(sorbhog)
হয় দিয়ক বা এনেকুৱা নিলাজ মানুহ থাকে। আপুনি হাৰ নামানিব তোমাক আমি বহুত ভাল পাওঁ।
তোমাৰ কথা শুনি বহুত ভাল লাগিল তুমি কাৰো কথাত মন নিদিবা জীৱন টো নিজৰ সদায় নিজৰ মতে চলিবা আৰু দেহাক কেতিয়াও অকল শৰীয়া নকৰিবা আকৌ যদি তেনেকুৱা অভদ্ৰ মানুহ কৰবাত লগ পোৱা হাতে ভৰিয়ে নহয় একেবাৰে শেষ কৰি পেলাবলৈ সাহসী হোৱা শেষত দেহালৈ বহুত বহুত মৰম যাচিলোঁ সদায় এনেকৈ হাঁহি থাকিবা ❤❤❤
জীৱনৰ আন এটা নামেই হ'ল সংগ্ৰাম, সংগ্ৰাম অবিহনে গোটেই জীৱনটোৱে আধৰুৱা যেন লাগে। জীৱনটো জীয়াই ৰাখিব হ'লেই সংগ্ৰাম কৰিব লাগিব। হাৰ নামানিব বা আৰু এখোজ আগলৈ যাওক আপুনি। ভালে থাকক সদায়। আপোনাৰ সাহসিকতাক চেলুট কৰিছো মই।
বা সদাই সুখী হৈ থাকা আজিকালিৰ কিছুমান মানুহ এইখন পৃথীবিত মানুহৰ ৰূপটোহে লৈ জীয়াই আছে নিজৰ আপোনবোৰেই ডাঙৰ শত্ৰু বা
পংখী তোমালৈ আৰু দেহালৈ শুভেচ্ছা জনালোঁ। God bless you
সদায় প্ৰিয়❤ বিশেষকৈ ঘৰ খনৰ মানুহবোৰৰ মাজৰ মৰমবোৰ 😍
বা জীৱন মানেই সংগ্ৰাম,,,,,,😊Ponkhi বা তোমাৰ এগৰাকী অনুৰাগী আগবাঢি গৈ থাকা❤
Aru tumi aguai huwa
Arup
😊😊😅😅😮😮😮😢😢😢
😊😅😮😢🎉😂❤😊😮❤
😊😊😊😮😮😮😅😅😅
বিশেষ একো নকওঁ, এইটোৱে কওঁ, জীৱনটোত আৰু আগবাঢ়ি যোৱা ভগবানে শক্তি দিয়ক তোমাক🥰❤️
Kun kun ponkhi bak val puwa jodi val puwa like kori diba 😊😊
তোমাৰ কথাবোৰ বৰ দুখ লাগিল ।।ভাগি নপৰিবা ।।
আমাৰ সমাজত এতিয়াও অন্ধবিশ্বাসৰ দৰে কিছুমান কথা চলি আছে। কাৰোবাক দুৰ্বল পালে সহায় কৰা দূৰৰে কথা বৰঞ্চ অভব্য অকথ্য কিছুমান কথা কৈ মানসিক অশান্তি দিয়ে। এতিয়া পংখী বাৰ জীৱনত এনেকুৱা বোৰেই চলি আছে। কিন্তু পংখী বাই সাহসেৰে এই বিপজ্জনক মূহুৰ্তবোৰ চম্ভালি আগুৱাই গৈছে। পৰিস্থিতিৰ লগত মোকাবিলা কৰি আৰু বহুত আগবাঢ়ি যাওক তাৰেই কামনা কৰিলো।
মোৰ সদায় প্ৰিয় বা জনী❤❤ বিশেষকৈ ঘৰ খনৰ মানুহবোৰৰ মাজৰ মৰমবোৰ😍😍 বাক এটা কাৰণে বহুত ভাল লাগে বা বহুত স্পষ্ট বাদী, সাহসী আচলতে মানুহ সদায় এনেকুৱাই হৱ লাগে। মানুহে এনেই নকয়, নাৰীয়েই নাৰীৰ প্ৰধান শক্ৰ, কথাষাৰ শুনিবলে বেয়া, কিন্তু সচা, সেইয়া এগৰাকী ভুক্তভোগীয়ে হে বুজি পাই। বাক যদিও লগ পোৱা নাই বাৰ জীৱন সংগ্ৰামৰ কথা শুনিলে বহুত বেছি বেয়া লাগে 😢
Jimi vall na ? moi tumar youTube channel to aji palu. Moi sanu da. Tumak vogobanay valy rakok.
মূৰ্খ মানুহ যে সেই বাবে তেনেকুৱা নিয়ম বোৰ উলিয়াই😢
সচাকৈ এগৰাকী স্বামী নথকা মহিলাৰ জীৱন সঙগ্ৰাম বুজাই হে বুজিব 🎉🎉
কি বুলি কম এই বা জনীৰ কথা বহুত বেছি সাহস হয় মোৰ কাৰণে । Love you ponkhi ba ❤️
Ponkhi ba koboli vakha ni . love you from bijoynogr
লোকৰ কথা মন নিদিবা । সদায় নিজক ভাল পাবলৈ শিকা । সকলো মানুহক ভাল চিন্তা কৰিব পৰাকৈ ভগৱানে পথিওয়া নাই । এনেকুৱা মানুহ আছে যি লোকৰ কথা আলোচনা kori মজা লৈ
Kotha khini huni soku Pani ulaigol hosake.....bohut dhajyo ase tumr aru Ata kotha vl lagil tumar vitorot akhupa man dukh loi kotha bur koi thkute kimn dhojyo dhori asa kandibow pora nai tumi ufffffff.......manibo lagibo bohut strong tumii...love uuuuuuu❤❤
জীৱন যুঁজত জয়ী আজি তেওঁ👍 ভগবানে ভাল কৰিব বা আপোনাক সময় সদায় একে নাজায় হয়টো আপোনাৰ জীৱনলৈ ও আপুনি বিচৰা ধৰণেৰে সুখ আহিব। ভালে থাকক সদায় ❤
সঁচাকৈ মানুহৰ মানসিকতা বোৰ ইমান ঠেক। মানুহে নিজে নিজে বনাই লোৱা নিয়ম হে। এনেকুৱা ফটোৱা চিন্তা ধাৰাৰ মানুহৰ হে অঘটন হব লাগে।
বা আপুনি মোৰ বৰ প্ৰিয় । দেহা পঢ়ি শুনি আগুৱাই যাওক। ।
পঙ্খী কথা সুনি বৰ দুখ লাগিলে জীৱনৰ ঘাট পতি ঘাটিৰ মাজত জিয়াই থাকিব লাগিব আমি তোমাক আশীৰ্বাদ কৰিছো ভগৱানে ভালে কোশলে ৰাখক।
সঁচাই বিধৱা হোৱা তিৰোতাক কিঅ ইমান কষ্ট দিয়ে মানুহ বোৰে এইবোৰ কেতিয়া বন্ধ হব বিধবা হলে কটো যাব নালাগে, খাব নেপাই, সুব কাম কৰিব নেপাই ইত্যাদি এইবোৰ বন্ধ হব লাগে দে বহুত দুখ পোৱা যায় এইবোৰ হলে এনেকুৱা মোৰ মাৰ লগতো বহুত হৈছে আৰু ঘৰৰ মানুহে বেছি বাছে কিন্তু
সঁচাই বহুত দুখ লাগিল দেই মনত
বেয়া লাগি গল জীৱনটো আগুৱাই যোৱা ভগবানে সহায় কৰিব লৰাটোমুখ লৈ চাই জীয়াই থাকা❤❤❤❤
Tomar jibon tu khukherei bhori porak ভগবানৰ ওচৰত আশীৰ্বাদ থাকিল
তেখেত এজনী আটাইতকৈ ডাঙৰ যোদ্ধা।। সদায় জয়🙏 হওক
Ata jiya kahini .. emn dhunia . Emn hohoj horol ba joni r lgt keyo baru anekowa hol vabile khub dukh loga.. ba tumi jibonot aaguai jua. Kormo kori jua vogobaner tumak aakhirbad koribo .
সঁচাকৈ বহুত দুখ লাগিল কথাবোৰ শুনি, আচলতে আমাৰ সমাজত নিগেটিভ মানুহেই বহুত আছে কিন্তু সেইবোৰ মানুহৰ কথা শুনি একো লাভ নাই সদাই নিজৰ মতে বুকুত সাহস ৰাখি আগুৱাই যাব লাগে
তোমাৰ কথাবোৰ শুনি বৰ দুখ লাগিলে তুমি আৰু আশুৱাই য়োৱা
বা তোমাৰ কাহিনী শুনি মোৰ চকুপানী ওলাই গৈছে।।tumar ktha khini huni bht inspire hoiso.. আগুৱাই যোৱা তুমি।। Lots of love ❤... love from rangia
Ponkhi bohut strong hoi karone eneke aguai jabo parise. Hokolu sualire eikhini gutch thakibo lage buli moi vabu.Nijor partner jon herai juar pisor life tu easy nhoi jiyai thakibole. Tothapi nijor lora sualir kotha vabi aguai jabo lage. Salute to her and her family.
বিধৱা এজনি সমাজত আজিকালি এনেকৈয়ে কৰে সেইবিলাক মানুহে নেভাবে কিয় নিজৰ ছোৱালী জদি এনেকোহয়
পংখি তুমাৰ জীৱনত হোৱা কাহিনী বহুত দুখৰ। ঠিক একে অৱস্থা মোৰ। সহুৰৰ ঘৰৰ মানুহে গুৰুত্ব নিদিয়ে। বিধৱা বুলি এলাগি কৰে।
কথাখিনি কৈ ভাল কৰিছা আজিৰ দিনত কেনেকুৱা ধৰণৰ মানুহ থাকে। কিছুমান মানুহৰ নিশ্চয় গাত লাগিব কাৰণ তোমাৰ নিচিনা বহুতৰ লগত এনেকুৱা হৈ আছে
Tmr kahini Tu gm pai bhut lgil.... Tmr dre same condition mur lgto hyse mur deutar lgt😢😢😢😢miss kru deutak bhut🥺
Bhut vl lagil xuni apunar aro lora tor vl hok tare vogobanor osrt xewya jonalu 🙏🙏ba aru apuni bhut xahokhi
বহুত দুখ লাগিল কাহিনী শুনি।
মৰম দিলোঁ ponhki বা , আগুৱাই যোৱা🎉❤
Ponkhi ba tumar video praiye sau bahut val lgy aru deha birat qt dangor hole bahut val lora hbo
This is the best video I have ever seen in your channel.....baki ki fotua reel bonoa buror interview loi thaka akdom vl nlge faltu lge
Aetuhe asol jibon songram r video hyse hosai......anekua manuhor interview loba sai vl lge amio bhutt inspire hou kiba hiku j life t keneke brave hoi aguabo lge......
Bhutt strong and brave hoy
She is an real inspiration for many.......may God bless on her, her son and her family❤
Very good comment😊
তোমাৰ মোৰে কাহিনী বোৰ বহুত মিল আছে আমি মাত্ৰ ভাৱৰীয়া আমিবোৰ বৰ দূভগীয়া জীৱন ও
এইবোৰ নিয়ম গাওঁত বেছি চলে এইবোৰ নিয়মৰ কাৰণে মই গাওঁ সময়ত বেয়া পোৱা হৈ জাও
Nohoi kewol gaon't nohoi hokolute ase niyom ajikali
Townat কি nahiya naki
সকলো ঠাইত নাই।মই উজনি অসমৰ হয় আমাৰ ইয়াত এইবোৰ নাই।ইমান ধৰা বন্ধা নিয়ম।অন্ধবিশ্বাসী নিয়ম।
@@jitubonia6556 town otu xei gaon pora jikhiniye ahe xeiburei anekua sinta loi ahe
@@himadrisonowal4017 moi guwahatir suwali aru biya sotear akhon gaont hoisu aru dekhisu ki utvut kisumn niyom ase moi pagol hoi jaw niom bur xuni
Jimi ba xai xomoi Tu kotha mnt pore. Papu mama bhut val asile. Bhut mrm kore amak. Tumi jibontu aguai juaa.
Hello Tumi muru frd hba ni moiu back krim tumk
এনেকুৱা চিন্তা ধাৰাৰ লোক কোনো ঠায়ে ঠায়ে হয় আমাৰ গাৱতো বহুত বিধবা মানুহ আছে কিন্তু তেওঁ লোকৰ কাৰনে এনে কোনো নিয়ম নাই আৰু এনেকুৱা মানুহৰ নিজক সলনি কৰিব লাগে ।
Amaar siwasagar t bikhehkoi Ahom homajot tene niom nai
Tumi nijor life tu nijor mote solai niya Luke ji koi kobo diya nijor lora tu nijor ma dewta kotha vabi Pini dukh nkoriba bujisa tumer lgt hokolu ase ..❤️
বা জনী মোৰ বহুত মৰম লাগে, ভালে থাকা আপুনি সদায় "বা"
Hello Tumi muru frd hba ni moiu back krim
@@dhunurumurlife6151 নিশ্চয়
নাৰীয়ে নাৰীৰ শত্ৰু। কথাষাৰ একদম সচা।পংখী বা তুমি হাৰ নামানি বা . aguwai juwa pankhi baa❤ ketiyau anor kothat guruta nidiba jihetu jibontu tumar nijor gotike nijior mote soli juwa❤tumar lgt deha ase nhi dehak loi tumi hukhi hoi thaka ponkhi baa bhogobane ketiyau val manuhor lgt beya nkre 😢tumi dukh nkriba baa bukut hahokh bandhi aguwai juwa pankhi baa 😢
সঁচাই বহুত দুখ লগা কাহিনী আচলতে মানুহৰ মাইণ্ড কণচেপ্ট টো সলনি কৰিবৰ হল আৰু এতিয়া তাহানিৰ যোগ নাই আৰু
Val lagil kothabur khuni..asolote muru jibontu enekoie par korisu .so hidoy sui goise
তেওঁৰ সাহসক প্ৰণাম জনাইছোঁ।
তোমাক আৰু দেহাটো ক ভগৱানে সহায় কৰিব।
Baa তুমি কিয় নু লোকৰ কথা শুনি মন টো বেয়া কৰি লোৱা নিজৰ মতে চলি যোৱা কাৰো কথা গুৰুত্ব নিদিবা
Ba apuni bhut besi a strong hoi..xdai vgwane ankoi a strong hoi a rakhe jen.💕
Stay strong baa ❤❤❤❤❤ xosake gaon bilakot anekuwa e hoi thake 😢😢😢bor dhukh lage
Vogobane tumak aru hahok diyok.tumi jen hodai aguwai juwa
অন্ধ বিশ্বাস বাদ দি আগুৱাই যোৱা।বাছি খাবা জাগি শুবা । সদায় সুখি হোৱাৰ কামনাৰে,এজন শুভাকাঙ্খি।
Proud of you ponkhi ba and dehabeta❤God bless you both🙏@PonkhiProduction❤
কথা বোৰ শুনি বৰ দুখ লাগিল ।
মোৰ মাক আপোনাৰ দৰে ব্যৱ্হাৰ কৰে মানুহক, আগুৱাই যাওক বা
Baa apunar kothabor xuni bohut beya lagil.....sor Aru gur dsa je bohut vl Kam korise👍..deha Aru apuni xdy vale thakok🥰
Ponkhi baa Mur All Time Favourite ❤❤
এইবোৰ কথা কোৱা মানুহক সমাজৰ থকা কৈ নথকাতো ভাল মৰণ সকলোৰে আহে নহাকৈ নেথাকে ।মানুহক সাহস নিদি বেয়া ভবা।
Anekuya thakei Ponkhi ba val kam korile karu sokut nalage jodi kiba ata hoi jai tetiya ahi jai usorr suburiya mat matibo....tumi bahut Hahokhere asa.. Aguyai juya tumi aru deha ❤❤❤ ❤❤❤
Bhanti Tumi Prabhu Vagobanor uparat Biswash kora tumar Mangal ha bo Tumi loratuk val manuh kora adin tumar sukh hobo tarei Vagobanor ucharat parthona koricu
Hosake apunar jebon2 bohut dukh.enekoe hahe thakebo upunar lora2 jebon hukhot hok.😢😢apune jebonot agbare jok.manuhor kame aru manuhor kothat lage lav nai .matro apune aguai jaok.
জীৱন এখন বৈ থকা নদী, বাটত বহুত বাধা । তথাপিও বাধা নেওচি যাবলৈ চেষ্টা কৰা ।
Best example of women empowerment ❤️
কি কম ভাষা নাই
নিজৰ আপোনৰ লগত এনেকোৱা হৈছে
ভালে থাকক আপুনি
Ponkhi bak bohut val lge ❤️😭
Hoy neki
Xosake birat ovdro manhu ase Kisuman....aapuni aagowai jaowk... bhogoban e aapunak ro deha k vle rakhok❤❤...
তোমাৰ কথাখিনি শুনিলে চকুপানী ওলাই যায় 😢😢।
Hoi 😢😢😢
তুমি দেহাক লৈ সুখত থাকা।
মানুহজনৰ ঠাইত তেওঁ যদি মৰিল হয়, মানুহজনক আজিলৈ এই মানুহখিনিয়েই আকৌ বিয়া পাতিবলৈ জোৰ দিলে হয় ।
কিয় মাৰিব,লৰাটোৰ বাবেই জীয়াই থাকিব লাগিব, মাকে মাক, বাপেক 2 জনৰ মৰম দিব পাৰে, কিন্তু মাকৰ মৰম খুব কম সংখ্যক বাপেকেহে দিব পাৰে ।
Nijor jibontu nijor mote upovhug kriba... Karon homaje 10 khar kobo... Kar huniba... Bad diya... Amar homajot now hokolu mnuhe sarthopor... Hokoluwe nijor sartho2 sai... Tumi ru deha hodai aguwai juwa... Bhogobanor usort parthona korixu... Ru bohag bihu huvesha thakil... ❤
তোমাৰ মতে তুমি জীৱনটো আগবঢ়াই নিয়া ।অকণমানি দেহাক অকলশৰীয়া নকৰিবা ।
O vonte vogobanok sinta kora ..aru madesation class ata Lua .happy hoba .bromma kumarey dai .
Val koi thakeba pobetro hoba .din rate kabol vogobanok vaba .bhut bese .happy tateya Saba sun .
Xosh xorol baa Joni 😊❤ imn vll lage 😊 Tumi xodai happy thka baa 😊❤god bless you
গাওঁ অঞ্চলত পৰিৱেশত মানুহ বোৰ কিছুমান বহুত অন্ধবিশ্বাস, কুসংস্কাৰ,কু প্ৰথা ভুগি থকে।
Okl gaontei nhii...sohorotu ase kisuman hl tu
আপোনাৰ সাহসীকতাক manibo lagibo... mojja ❤
val lagil sai ❤ love from, nepal❤
Accident r kotha khini xuni mur gaa tu kiba kori dse atiya xir xirai goise..xdai vle thka baa tumi bohut val manuh aru dehau bohut val aguai jua tumaluke
Ponkhi baa bohut val hoi..moi bohut val pau baak ❤