Raijor Pododhuli - Baba Gogoi | Pankaj Bora | Montu Gohain | Husori Bihu 2022

Поделиться
HTML-код
  • Опубликовано: 18 сен 2024
  • #ৰাইজৰ_পদধূলি #HusoriBihu2022
    বাবা গগৈ পৰিকল্পনাৰে
    ৰাইজৰ পদধূলি
    কন্ঠ বাবা গগৈ পংকজ বৰা মণ্টু গোহাঁই
    কথা/সুৰ/সংগীত-পংকজ বৰা
    ঢোল পংকজ বৰা আৰু লাচিত বৰুৱা
    তাল/পেঁপা/গগনা/ধূতং : পিতি বৰা
    বাঁহী :কৈলাশ ৰাভা
    মেলডি : দীপকেশ বৰগোঁহাই
    বীণ: গৌতম শইকীয়া
    শব্দ বাণীবদ্ধ: ৰিপুঞ্জয় শৰ্মা & বিতোপন বৰা
    ষ্টুডিও: ড্ৰীমছ,মেঘ ছায়া আৰু পাখি কাকজান
    শব্দ সংমিশ্ৰণ: জিন্টু বৰদলৈ
    ভিডিও
    পৰিচালনা/ নৃত্য নিৰদেশনা- শান্তুমণি শৰ্মা।
    অভিনয়: দেবাশীষ বৰঠাকুৰ,বাবা গগৈ ,পংকজ বৰা, মণ্টু গোঁহাই, প্ৰাঞ্জল দাস আৰু অংকুৰ ঠেঙাল,জুপিতৰা বৰা, সৃষ্টিপ্ৰিয়া দত্ত ।
    প্ৰযোজক: বাবা গগৈ আৰু চন্দন গগৈ
    কাৰ্যবাহী প্ৰযোজক: তপন গোহাঁই,হেমন্ত গগৈ, মিণ্টু গগৈ,প্ৰবীণ গগৈ আৰু সুৰুজ গগৈ।
    ভিডিঅ’গ্ৰাফী- উত্তম কলিতা
    সহকাৰী ভিজিঅ’গ্ৰাফী - কাকো, গৌৰাংগ
    সম্পাদনা - ঋতুৰাজ দত্ত ।
    বিশেষ কৃতজ্ঞতা- হাবিছোৱা বাসী ৰাইজ , বৰপথাৰ গোলাঘাট , কিশলয় কৃষ্টি সাধনালয়,গোলাঘাট প্ৰেছ ক্লাব সমূহৰ সংবাদিক,দিলীপ গগৈ (গৃহস্থ), পূৰ্ণ ৰাজখোৱা, দেৱজিৎ ফুকন,আঁচুৰ্য বৰপাত্ৰ, ৰিংকু মণি গগৈ, প্ৰাঞ্জল শইকীয়া, চান্দনা পাংগিঙ,নৱনীতা গগৈ(লতা),মৰমী ৰাজবংশী, দলি শইকীয়া, অমৃত তামুলী, মিন্টু গগৈ,মিন্টু গোহাঁই, দিগন্ত গগৈয়,সমীৰণ দিহিঙীয়া,সমীৰণ দিগন্ত,মালামণি গোস্বামী, প্ৰদীপ গগৈ, মাণিক কোঁৱৰ, বানেশ্বৰ গগৈ, মনোজ বৰা, সূৰুজ গগৈ,মঞ্জু গগৈ,কুমুদ গগৈ, ভাৰগভ গগৈ, জীতেন গোহাঁই, ৰিতামণি গগৈ, পবিত্ৰ গগৈ,মহেশ্বৰ গগৈ, দিগন্ত গগৈ,তৰুণ গগৈ, বেদান্ত গগৈ, চন্দন গগৈ, জীতেন দুৱাৰ,ৰেকিব কাই,দণ্ড গোহাঁই, স্বৰাজ দাস, জানমণি শইকীয়া, মনমোহন গোহাঁই, ৰাজকুমাৰ দা,নীতিশ বৰ্মণ, জিতেন গোহাঁই, হেমন্ত গগৈ, নাচৰিন বেগম, অল্পনা গগৈ, ৰুণজুন দেৱী, ৰুমা, ৰাজু গোহাঁই, দোলাল বৰা,ছফিকুল ইছলাম, মনোৰমা শইকীয়া, মানসী দেৱী, মমী শইকীয়া, মনোজ গগৈ, পৰমানন্দ দাস, প্ৰহ্লাদ কৈৱত, মন মাধুৰ্য, প্ৰণামী হাজৰিকা, আৰু ছামিমা চুলতানা,
    MUSIC LABEL - DHWANI RECORDS
    © 2021 DHWANI RECORDS
    ◆ FOR MORE UPDATES ◆
    ► LIKE OUR FACEBOOK PAGE - / dhwanirecordsofficial
    ► FRIENDSHIP WITH US ON FACEBOOK - / dhwani.rec
    ► FOLLOW US ON INSTAGRAM - / dhwanirecords
    ► FOLLOW US ON TWITTER - / dhwanirecords
    ► SUBSCRIBE OUR RUclips CHANNEL - / dhwanirecords

Комментарии • 857

  • @padmaramdeka1856
    @padmaramdeka1856 2 года назад +21

    পুৰণি আমেজ থকা অৰ্থযুক্ত সুন্দৰ বিহু শুনি আনন্দিত হৈছো ।গীতৰ
    ৰচক,গায়ক,বাদক, সহযোগী,প্ৰযোজক,নিৰ্দেশক আদিকৰি সমূহ কৰ্মকৰতা লৈ আমাৰ শ্ৰদ্ধা,মৰম,কৃতজ্ঞতা জনালো।কৃষ্ণ.....

    • @babagogoiofficial4568
      @babagogoiofficial4568 2 года назад +1

      আমাক আশীৰ্বাদ কৰিব পুনৰ পৰম্পৰাগত ভাৱে পদধূলি ৩য় খণ্ড আগুৱাই দিবলৈ চেষ্টা কৰিম।। ধন্যবাদ।। share কৰিব।।
      বাবা গগৈ

  • @JIMPIBORA
    @JIMPIBORA 2 года назад +154

    বৰ সুন্দৰ হৈছে। এইয়া হে আমাৰ আচল পুৰণি কলীয়া বিহু 🥰

    • @riyan5211
      @riyan5211 2 года назад +3

      Yes deha 😘❤️

    • @PankajBora.Official
      @PankajBora.Official 2 года назад +3

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।

    • @babagogoiofficial4568
      @babagogoiofficial4568 2 года назад +3

      আগতীয়াকৈ ভোগালী বিহুলৈ শুভেচ্ছা জ্ঞাপন কৰিলো। ধন্যবাদ

    • @barunchandra3176
      @barunchandra3176 2 года назад +1

      @@riyan5211 😅😅😅😅😅

    • @kanakpegu3699
      @kanakpegu3699 2 года назад +2

      😘

  • @দীপাংকৰতামুলী
    @দীপাংকৰতামুলী 2 года назад +18

    গানটো শুনি তেজ উঠি আহিল।।শিৱসাগৰ পৰা মৰম যাছিলোঁ

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।

    • @babagogoiofficial4568
      @babagogoiofficial4568 2 года назад

      Dhanyavad

  • @debahandique8522
    @debahandique8522 2 года назад +94

    কাশ্মীৰত কৰ্মৰত এজন সেনা জোৱান মই, বিহুটো শুনি ঘৰলৈ যাব মন গৈছে, ভৰিটো বুট জোতাৰ ভিতৰতে নাচি আছে ❤️❤️❤️❤️

    • @babagogoiofficial4568
      @babagogoiofficial4568 2 года назад +6

      প্ৰথমে আপোনাক ধন্যবাদ জনালোঁ।। আমাক সুৰক্ষিত কৰি ৰাখিও আমাৰ পৰম্পৰাগত সংস্কৃতিটো প্ৰতি সঁহাৰি জনাই আহিছা।।

    • @PankajBora.Official
      @PankajBora.Official 2 года назад +6

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।

    • @debahandique8522
      @debahandique8522 2 года назад +3

      @@babagogoiofficial4568 স্বাগতম, বিহু আমাৰ তেজত আছে, ঢোলৰ মাৰি এৰি বন্ধুক ধৰি আছোঁ যদিও বিহু এৰিব কেতিয়াও নোৱাৰোঁ🙏❤️

    • @debahandique8522
      @debahandique8522 2 года назад +2

      @@PankajBora.Official আৰু ধুনীয়া ধুনীয়া বিহু আপোনালোকৰ পৰা পাই থাকিম বুলি আশা ৰাখিলোঁ🙏❤️

    • @babagogoiofficial4568
      @babagogoiofficial4568 2 года назад +3

      @@debahandique8522আমাক আশীৰ্বাদ কৰিব পুনৰ পৰম্পৰাগত ভাৱে পদধূলি ৩য় খণ্ড আগুৱাই দিবলৈ চেষ্টা কৰিম।। ধন্যবাদ।। share কৰিব।।
      #বাবা_গগৈ

  • @DIPSHIE25
    @DIPSHIE25 2 года назад +37

    ক’বলৈ ভাষা নাই ইমানেই অপূৰ্ব হৈছে👌

    • @PankajBora.Official
      @PankajBora.Official 2 года назад +2

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।

    • @DIPSHIE25
      @DIPSHIE25 2 года назад +1

      @@PankajBora.Official স্বাগতম পংকজ দাদা🙏❤️

    • @babagogoiofficial4568
      @babagogoiofficial4568 2 года назад

      আগতীয়াকৈ ভোগালী বিহুলৈ শুভেচ্ছা জ্ঞাপন কৰিলো। ধন্যবাদ

  • @CRICKETCOM-sk2mu
    @CRICKETCOM-sk2mu 2 года назад +70

    গানটোৰ লগত জড়িত প্ৰতিজন ব্যক্তি লৈ ধন্যবাদ জনাইছো । অসমীয়া সংস্কৃতি ধৰি ৰখা ৰ প্ৰয়াস কৰা বাবে । এনেবোৰ গানৰ দ্বাৰা হে অসমীয়া সংস্কৃতি জীয়াই থাকিব 👍👍👍🔥🔥🔥

    • @babagogoiofficial4568
      @babagogoiofficial4568 2 года назад +1

      আগতীয়াকৈ ভোগালী বিহুলৈ শুভেচ্ছা জ্ঞাপন কৰিলো। ধন্যবাদ

    • @CRICKETCOM-sk2mu
      @CRICKETCOM-sk2mu 2 года назад +1

      @@babagogoiofficial4568 w.c

    • @deepdas6747
      @deepdas6747 2 года назад

      Moja moja

    • @kripaldas2728
      @kripaldas2728 2 года назад +1

      Dada proyakh buli nhoi Ami Amar khongskriti jiyaii rakhiboi lgibo

  • @nayanborah8529
    @nayanborah8529 2 года назад +15

    অপূৰ্ব......প্ৰকৃত নিভাজ বিহু | ঢোলৰ চেওঁ মাৰিছা কিন্তু দেই....👏👏

    • @PankajBora.Official
      @PankajBora.Official 2 года назад +1

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।

    • @nayanborah8529
      @nayanborah8529 2 года назад

      @@PankajBora.Official মজা....পঙ্কজ দা

    • @babagogoiofficial4568
      @babagogoiofficial4568 2 года назад

      আগতীয়াকৈ ভোগালী বিহুলৈ শুভেচ্ছা জ্ঞাপন কৰিলো। ধন্যবাদ

  • @debarchanasaikia9614
    @debarchanasaikia9614 2 года назад +20

    এইয়াহে আমাৰ আচল বিহু৷ ❤️

    • @PankajBora.Official
      @PankajBora.Official 2 года назад +2

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।

    • @babagogoiofficial4568
      @babagogoiofficial4568 2 года назад

      আগতীয়াকৈ ভোগালী বিহুলৈ শুভেচ্ছা জ্ঞাপন কৰিলো। ধন্যবাদ

  • @navakantagogoi5012
    @navakantagogoi5012 2 года назад +17

    ধুনীয়া হৈছে !
    অংশগ্ৰহণকাৰী সকলো শিল্পী, কলা কুশলীক ভোগালীৰ ওলগ জনালোঁ ।

  • @jenifabegum2578
    @jenifabegum2578 2 года назад +16

    খুব সুন্দৰ হৈছে, প্ৰকৃত বিহু হুঁচৰি ❤️❤️❤️

  • @sushmitagogoi2750
    @sushmitagogoi2750 2 года назад +92

    বিহু বলিয়া মন ❤️❤️খুব ধুনীয়া হৈছে😍 এইয়াহে প্ৰকৃত বিহু ❤️❤️❤️❤️অভিনন্দন সকলোলৈকে ❤️❤️আগতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ ❤️❤️❤️

    • @PankajBora.Official
      @PankajBora.Official 2 года назад +5

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।

    • @babagogoiofficial4568
      @babagogoiofficial4568 2 года назад +1

      আগতীয়াকৈ ভোগালী বিহুলৈ শুভেচ্ছা জ্ঞাপন কৰিলো। ধন্যবাদ

    • @bablubaruah6402
      @bablubaruah6402 2 года назад

      @@PankajBora.Officialnice video

  • @sumanblogs702
    @sumanblogs702 2 года назад +33

    বহুত ধুনীয়া হৈছে। সকলো লৈকে অভিনন্দন জনালো

    • @PankajBora.Official
      @PankajBora.Official 2 года назад +2

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।

    • @babagogoiofficial4568
      @babagogoiofficial4568 2 года назад

      আগতীয়াকৈ ভোগালী বিহুলৈ শুভেচ্ছা জ্ঞাপন কৰিলো। ধন্যবাদ

  • @pdmajuliisland271
    @pdmajuliisland271 2 года назад +9

    এইয়াহে আচল পুৰণি বিহু❤️❤️❤️❤️❤️❤️

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।

  • @amazingshow1580
    @amazingshow1580 2 года назад +2

    সচাকে অতি সূন্দৰ হুঁচৰি বিহু। বহু ভাল লাগিল চাই।।

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।

    • @babagogoiofficial4568
      @babagogoiofficial4568 2 года назад

      আমাক আশীৰ্বাদ কৰিব পুনৰ পৰম্পৰাগত ভাৱে পদধূলি ৩য় খণ্ড আগুৱাই দিবলৈ চেষ্টা কৰিম।। ধন্যবাদ।। share কৰিব।।
      #বাবা_গগৈ

  • @bidyabonrabha8458
    @bidyabonrabha8458 2 года назад +11

    অসম বাসিৰ জনসাধাৰনৰ গাত.. বহাগ বিহুৰ আনন্দ দিন টো মনত কৰি দিচা সেয়েহে বহুত ভাল লাগিল॥

    • @babagogoiofficial4568
      @babagogoiofficial4568 2 года назад

      আগতীয়াকৈ ভোগালী বিহুলৈ শুভেচ্ছা জ্ঞাপন কৰিলো। ধন্যবাদ

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।

  • @user-gl8lz6ce4o
    @user-gl8lz6ce4o 2 года назад +3

    হেৰাই যাব খোজা আমাৰ পুৰনি কলিয়া বিহুটি আকৌ গৌৰৱৰ দিশত । ভাল লাগিল

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।

  • @dipsikhachetia5353
    @dipsikhachetia5353 2 года назад +19

    উফ হিয়া জুৰ পৰি যায়। এইয়াহে পুৰণি বিহু। আপোনালোককৈ বহু শুভকামনা ❣️❣️

    • @PankajBora.Official
      @PankajBora.Official 2 года назад +2

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।

    • @babagogoiofficial4568
      @babagogoiofficial4568 2 года назад

      আগতীয়াকৈ ভোগালী বিহুলৈ শুভেচ্ছা জ্ঞাপন কৰিলো। ধন্যবাদ

  • @saikiaacademy7826
    @saikiaacademy7826 2 года назад +26

    ভাল পালো দেই .... অসমীয়া সংস্কৃতি ৰক্ষাৰ প্ৰয়াস।
    হেৰাই গৈছে আজিকালি এইবোৰ ।
    সকলোলৈ অভিনন্দন❤️❤️

    • @babagogoiofficial4568
      @babagogoiofficial4568 2 года назад

      আগতীয়াকৈ ভোগালী বিহুলৈ শুভেচ্ছা জ্ঞাপন কৰিলো। ধন্যবাদ

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।

  • @debojithazarika1415
    @debojithazarika1415 2 года назад +3

    Hundor baba da ,,,agg bahi jawk

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।

  • @upasanagogoi8469
    @upasanagogoi8469 2 года назад +13

    অতি সুন্দৰ বিহু গীত👌

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।

  • @nextlvl8704
    @nextlvl8704 2 года назад +70

    অসমৰ সংস্কৃতি যেন আকৌ জিপাল হৈ উঠিছে👍

    • @PankajBora.Official
      @PankajBora.Official 2 года назад +1

      🙏🙏🙏

    • @babagogoiofficial4568
      @babagogoiofficial4568 2 года назад

      আগতীয়াকৈ ভোগালী বিহুলৈ শুভেচ্ছা জ্ঞাপন কৰিলো। ধন্যবাদ

  • @Himraj811
    @Himraj811 2 года назад +31

    গানটো শুনি বৰ ভাল লাগিল আৰু ধুনীয়া গীত পাম বুলি আশা ৰাখিলোঁ।

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।

    • @babagogoiofficial4568
      @babagogoiofficial4568 2 года назад

      আগতীয়াকৈ ভোগালী বিহুলৈ শুভেচ্ছা জ্ঞাপন কৰিলো। ধন্যবাদ

  • @jayantasaikia7650
    @jayantasaikia7650 2 года назад +5

    Dhuniya hoise bihu bihu lagi goise 😍😍😍😍😍😍😍

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।😊

  • @priyankaborah4918
    @priyankaborah4918 2 года назад +6

    ইমান ভাল লাগিছে। বিহু বিহু লাগিছে। খুবেই ভাল লগিছে❤️❤️

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ❤️❤️

    • @babagogoiofficial4568
      @babagogoiofficial4568 2 года назад

      আগতীয়াকৈ ভোগালী বিহুলৈ শুভেচ্ছা জ্ঞাপন কৰিলো। ধন্যবাদ

  • @surabhisaikiagogoi8555
    @surabhisaikiagogoi8555 2 года назад +1

    Aibaar he aibaar.....tooo good...

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।

  • @jharnagogoi2870
    @jharnagogoi2870 2 года назад +2

    বহু সুন্দৰ হৈছে, মন মোহা বিহু।

    • @babagogoiofficial4568
      @babagogoiofficial4568 2 года назад

      ধন্যবাদ জনালোঁ ।। ভৱিষ্যতে আপোনালোকৰ মৰম আশীৰ্বাদ বিচাৰি।
      অনুগ্ৰহ কৰি নিজৰ আপোনজনক share কৰিব
      বাবা গগৈ

  • @surjudoycreation3500
    @surjudoycreation3500 2 года назад +8

    সুন্দৰ হুঁচৰি বিহু ...❤️

    • @PankajBora.Official
      @PankajBora.Official 2 года назад +1

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।😊

  • @zubeenray7512
    @zubeenray7512 2 года назад +6

    বহুত ধুনীয়া হৈছে❤❤

    • @PankajBora.Official
      @PankajBora.Official 2 года назад +1

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।😊😊

  • @apurbagogoi5078
    @apurbagogoi5078 2 года назад +1

    প্ৰকৃত বিহু💝💝

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।❤️❤️

  • @shankarblogs6444
    @shankarblogs6444 2 года назад +3

    বহুত ভাল লাগিছে দেই

    • @PankajBora.Official
      @PankajBora.Official 2 года назад +1

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।

  • @amulyadoley6475
    @amulyadoley6475 2 года назад +1

    এ ইটোহে অসমীয়াৰ মন আৰু হৃদয় চুই গৈছে আগলৈ আৰু এনে বিহু আনি থাকিবলৈ নেদেখাজনৰ আগত প্ৰাথনা জনালোঁ।

    • @babagogoiofficial4568
      @babagogoiofficial4568 2 года назад

      আমাক আশীৰ্বাদ কৰিব পুনৰ পৰম্পৰাগত ভাৱে পদধূলি ৩য় খণ্ড আগুৱাই দিবলৈ চেষ্টা কৰিম।। ধন্যবাদ।।

  • @MNAXHsingha-official
    @MNAXHsingha-official 2 года назад +7

    অতি সুন্দৰ। বিহুটি শুনি মন প্ৰান ভাল লাগি গল। এই বিহুক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ ,আমি অসমীয়া বুলি।

    • @PankajBora.Official
      @PankajBora.Official 2 года назад +1

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।

    • @babagogoiofficial4568
      @babagogoiofficial4568 2 года назад +1

      আমাক আশীৰ্বাদ কৰিব পুনৰ পৰম্পৰাগত ভাৱে পদধূলি ৩য় খণ্ড আগুৱাই দিবলৈ চেষ্টা কৰিম।। ধন্যবাদ।। share কৰিব।।
      বাবা গগৈ

  • @sintugogoi3916
    @sintugogoi3916 2 года назад +2

    Video tu sai bohut Val lagil 🥰🥰

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।😊😊

  • @nibirscreation1353
    @nibirscreation1353 2 года назад +6

    অতি সুন্দৰ,, মন চুই যোৱা

    • @babagogoiofficial4568
      @babagogoiofficial4568 2 года назад

      আমাক আশীৰ্বাদ কৰিব পুনৰ পৰম্পৰাগত ভাৱে পদধূলি ৩য় খণ্ড আগুৱাই দিবলৈ চেষ্টা কৰিম।। ধন্যবাদ।। share কৰিব।।
      বাবা গগৈ

  • @thomas1715
    @thomas1715 2 года назад +9

    অতি সুন্দৰ পেঁপা গগনাৰ সুৰৰ বলিয়া যেন লাগিল। বিহুৰ আগমনি শুভেচ্ছা জ্ঞাপন থাকিল ❣❣❣❣🤗🤗🤗

    • @PankajBora.Official
      @PankajBora.Official 2 года назад +1

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।

    • @thomas1715
      @thomas1715 2 года назад

      @@PankajBora.Official 🙏🙏🙏🙏🙏🙏❣❣❣

    • @babagogoiofficial4568
      @babagogoiofficial4568 2 года назад +1

      আমাক আশীৰ্বাদ কৰিব পুনৰ পৰম্পৰাগত ভাৱে পদধূলি ৩য় খণ্ড আগুৱাই দিবলৈ চেষ্টা কৰিম।। ধন্যবাদ।। share কৰিব।।
      বাবা গগৈ

    • @thomas1715
      @thomas1715 2 года назад +1

      @@babagogoiofficial4568 🙏🙏❣

  • @nandankishorebaruah7528
    @nandankishorebaruah7528 2 года назад +6

    Mon2 bohut val lagil d gan2 huni...❤️

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।😊

  • @shaan077
    @shaan077 2 года назад +9

    সুন্দৰ দেই পি দা🥰🥰🥰, মণ্টো দাক বহুত দিনৰ পিছত দেখা পালোঁ বিহুৰ সাজত ৷

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।😊

  • @ruhitkumarloying5608
    @ruhitkumarloying5608 2 года назад +3

    আমি সঁচাই সংস্কৃতিৰ চহকী।।। আমাৰ বিহু আমাৰ প্ৰাণৰ।।।।উফ!! যেন এপাক নাচি দিম।।

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।❤️❤️

    • @babagogoiofficial4568
      @babagogoiofficial4568 2 года назад

      ধন্যবাদ জনালোঁ জনালোঁ।। নৱবৰ্ষৰ লগতে ভোগালী বিহু ওলগ জনালোঁ।।

  • @AvijitDas-up2lf
    @AvijitDas-up2lf 2 года назад +14

    খুব ধুনীয়া হৈছে। আমাৰ প্ৰকৃত বিহু ধৰি ৰখাৰ প্ৰয়াস...সচাকৈ প্ৰশংসনীয়।

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।

    • @babagogoiofficial4568
      @babagogoiofficial4568 2 года назад

      আগতীয়াকৈ ভোগালী বিহুলৈ শুভেচ্ছা জ্ঞাপন কৰিলো। ধন্যবাদ

  • @sanjibchetia5145
    @sanjibchetia5145 2 года назад +2

    Dhunaiya ♥️

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।❤️❤️

  • @koktalfunrio9641
    @koktalfunrio9641 2 года назад +2

    Jetia njr jati 2 r kiba 1ta vl hy bht vl lge..... ❤️❤️😘😘

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।

  • @debojitsaikia8581
    @debojitsaikia8581 2 года назад +7

    সঁচায় ভাল লাগিল।বৰ সুন্দৰ হৈছে। গাঁৱৰ নিভাঁজ চবি এখন দাঙি ধৰাৰ বাৱে ধন্যবাদ।😘🙏

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।😊

    • @babagogoiofficial4568
      @babagogoiofficial4568 2 года назад

      আগতীয়াকৈ ভোগালী বিহুলৈ শুভেচ্ছা জ্ঞাপন কৰিলো। ধন্যবাদ

    • @debojitsaikia8581
      @debojitsaikia8581 2 года назад

      ধন্যবাদ। আপোনালোকলৈ ও অসমীয়াৰ বাপোতি সাহোন ভোগালী বিহুৰ হিয়াভৰা ওলগ জনালোঁ।🙏

  • @vagnahriday3074
    @vagnahriday3074 2 года назад +5

    বহুত ভাল লাগিল । মনতো বহাগ বহাগ লাগি গ'ল ।❤️❤️

    • @PankajBora.Official
      @PankajBora.Official 2 года назад +1

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।😊

  • @simantaStudio
    @simantaStudio 2 года назад +3

    এইয়া হে আমাৰ বিহু 🥰

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।

    • @simantaStudio
      @simantaStudio 2 года назад

      @@PankajBora.Official স্বাগতম 🥰

  • @bhaskarsurath5941
    @bhaskarsurath5941 2 года назад +5

    এইয়াহে বিহু গীত❤❤❤

    • @babagogoiofficial4568
      @babagogoiofficial4568 2 года назад

      আগতীয়াকৈ ভোগালী বিহুলৈ শুভেচ্ছা জ্ঞাপন কৰিলো। ধন্যবাদ

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।

  • @debasishjyoti4829
    @debasishjyoti4829 2 года назад +6

    সুন্দৰ লাগিল😍😍

    • @PankajBora.Official
      @PankajBora.Official 2 года назад +1

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।

  • @45vlogs63
    @45vlogs63 2 года назад +14

    We need this type of content ❤️🔥

    • @PankajBora.Official
      @PankajBora.Official 2 года назад +3

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।

  • @mritunjoykonwar5090
    @mritunjoykonwar5090 2 года назад +4

    Bihu bihu lage goise ❤❤❤ bohut dhunia husoree val lagel sao

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।😊

    • @babagogoiofficial4568
      @babagogoiofficial4568 2 года назад

      ধন্যবাদ জনালোঁ জনালোঁ।। নৱবৰ্ষৰ লগতে ভোগালী বিহু ওলগ জনালোঁ।।

  • @Musiclover25129
    @Musiclover25129 2 года назад +3

    mozah...ami husori sabo a npau...video2 pai khub val lagil..hosakoi jen ghrt a husori sai asu tenekua feel hol mon2

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।❤️❤️

    • @babagogoiofficial4568
      @babagogoiofficial4568 2 года назад

      ধন্যবাদ জনালোঁ জনালোঁ।। নৱবৰ্ষৰ লগতে ভোগালী বিহু ওলগ জনালোঁ।।

  • @M17-f5l
    @M17-f5l 2 года назад +5

    Bhut sundor lagisa. ❤❤👌👌

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।😊

  • @pansurikabora5011
    @pansurikabora5011 2 года назад +1

    প্ৰিয় বিহু বহুত ভাল লাগিল

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।❤️❤️

  • @milonbordoloi1647
    @milonbordoloi1647 2 года назад +1

    ইমান সুন্দৰ বিহু গীততি ভাল লাগিল সুনি👌👌

  • @its....gungun5759
    @its....gungun5759 2 года назад +4

    Geeti bohut bohut val lagil...agrloiu sestar kri juwa...hkluloi ntun bohut bohut bohut mrm thakil... happy new year..bohut dinr murt anekuwa gaan huni mn2 val lagi gl

    • @babagogoiofficial4568
      @babagogoiofficial4568 2 года назад

      ধন্যবাদ জনালোঁ জনালোঁ।। নৱবৰ্ষৰ লগতে ভোগালী বিহু ওলগ জনালোঁ।।

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।

  • @bhadeswarofficial2.084
    @bhadeswarofficial2.084 2 года назад +3

    অতি সুন্দৰ । জয় আই অসম

  • @devilshadow6000
    @devilshadow6000 2 года назад +27

    অসমীয়া সংস্কৃতিক ধৰি ৰখাৰ বাবে বহুত বহুত ধন্যবাদ🙏🙏 লগতে বহুট বমৰম 😍😘😘

    • @PankajBora.Official
      @PankajBora.Official 2 года назад +1

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।

  • @joysaikia9823
    @joysaikia9823 2 года назад +1

    A moza👌👌👌👌

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।😊😊

  • @GK-zq9dh
    @GK-zq9dh Год назад +1

    উত্তম।
    প্ৰকাশ কৰিবলৈ কোনো ভাষা নাই❤️

  • @monishagogoi9488
    @monishagogoi9488 2 года назад +4

    বহুত সুন্দৰ হৈছে।❤️❤️

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ❤️❤️

  • @educationbysk365
    @educationbysk365 2 года назад +2

    Bahirot thaku . Rati ata bojat gaan tu xunilu... Apak nonosakoi thakibo nuwarilu. Gaa Khan xaat Khan aath Khan lagi gol. Aiyahe Bihu koi. ❤️❤️❤️❤️❤️❤️❤️❤️❤️

    • @babagogoiofficial4568
      @babagogoiofficial4568 2 года назад

      ধন্যবাদ জনালোঁ জনালোঁ।। নৱবৰ্ষৰ লগতে ভোগালী বিহু ওলগ জনালোঁ।।

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।😊😊

  • @RBorah-os9xs
    @RBorah-os9xs 2 года назад +2

    পুৰনি দিনলৈ মনত পৰি গৈছে বিহু যোৰা চাই।অতি সুন্দৰ হৈছে 🌺

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।

    • @babagogoiofficial4568
      @babagogoiofficial4568 2 года назад

      আমাক আশীৰ্বাদ কৰিব পুনৰ পৰম্পৰাগত ভাৱে পদধূলি ৩য় খণ্ড আগুৱাই দিবলৈ চেষ্টা কৰিম।। ধন্যবাদ।। share কৰিব।।
      #বাবা_গগৈ

  • @biswa994
    @biswa994 2 года назад +6

    সুন্দৰ ❤

  • @nayanmonigogoi6527
    @nayanmonigogoi6527 2 года назад +4

    Bhut dhunia lagil aya ha bihu 😍

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।😊😊

  • @entertainmentdhamakaa8877
    @entertainmentdhamakaa8877 2 года назад +2

    Bhut dhuniya ❤️❤️

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।

    • @babagogoiofficial4568
      @babagogoiofficial4568 2 года назад

      আমাক আশীৰ্বাদ কৰিব পুনৰ পৰম্পৰাগত ভাৱে পদধূলি ৩য় খণ্ড আগুৱাই দিবলৈ চেষ্টা কৰিম।। ধন্যবাদ।। share কৰিব।।
      #বাবা_গগৈ

  • @Mragankavlog
    @Mragankavlog 2 года назад +2

    বৰ ভাল হৈছে।এইয়াহে প্ৰকৃত বিহু।

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।

    • @babagogoiofficial4568
      @babagogoiofficial4568 2 года назад

      ধন্যবাদ জনালোঁ ।। ভৱিষ্যতে আপোনালোকৰ মৰম আশীৰ্বাদ বিচাৰি।
      বাবা গগৈ
      অনুগ্ৰহ কৰি নিজৰ আপোনজনক share কৰিব

  • @bijitmili9609
    @bijitmili9609 2 года назад +7

    বিহু মজা❤️

    • @babagogoiofficial4568
      @babagogoiofficial4568 2 года назад

      আমাক আশীৰ্বাদ কৰিব পুনৰ পৰম্পৰাগত ভাৱে পদধূলি ৩য় খণ্ড আগুৱাই দিবলৈ চেষ্টা কৰিম।। ধন্যবাদ।। share কৰিব।।
      বাবা গগৈ

  • @saikiaacademy7826
    @saikiaacademy7826 2 года назад +11

    Use of complete folk music is just awesome ❤️❤️

    • @babagogoiofficial4568
      @babagogoiofficial4568 2 года назад

      আগতীয়াকৈ ভোগালী বিহুলৈ শুভেচ্ছা জ্ঞাপন কৰিলো। ধন্যবাদ

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।

  • @abhinabsaikia4862
    @abhinabsaikia4862 2 года назад +4

    Bohut hundor bihu aji kali anakuwa bihu nadakha holu aru❤️❤️❤️❤️

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।😊

  • @theeasternworld
    @theeasternworld 2 года назад +8

    *সুন্দৰ, সকলোলৈ অভিনন্দন* ❤

  • @soyanikagogoisoyanikagogoi6546
    @soyanikagogoisoyanikagogoi6546 2 года назад +1

    BHT vl hoise🤗🤗

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।😊😊

  • @bishalchamua6320
    @bishalchamua6320 2 года назад +3

    Hundor nice 💖💖💖

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।

  • @borshahazarika2334
    @borshahazarika2334 2 года назад +2

    Hundor hoise👌👌

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।

  • @ryanrenolds8856
    @ryanrenolds8856 2 года назад +1

    Tmi jui dada ........

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।😊😊

  • @pronobjoytidas
    @pronobjoytidas 2 года назад +1

    এনেকুৱা পুৰনিকলীয়া বিহু শুনিলে নিজকে বান্ধি ৰাখিব নোৱাৰি। বতাহ বৰষুণে ও ৰাখিব নোৱাৰে। বলিয়া ডেকাৰ মন হলেও আগৰ নিচিনা যদি বিহু থাকিল হয় ❤️❤️

  • @mnksic2328
    @mnksic2328 Год назад +2

    Bah axomiya bihu hurr otikoi Muhonia😍

  • @dimpalborgohain943
    @dimpalborgohain943 2 года назад +1

    সকলোলৈকে শুভ কামনা । এনেকুৱা বিহু আমাক লাগে ।এই বোৰ হে নিভাঁজ বিহু ।

  • @pinaxisworld6077
    @pinaxisworld6077 2 года назад +2

    Birat dhunia hoise ❤️ kokaideu

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।😊😊

  • @Travelmaniya
    @Travelmaniya 2 года назад +11

    বহুত সুন্দৰ হৈছে। আগলৈ আৰু আশা কৰিলো 👍👍

    • @PankajBora.Official
      @PankajBora.Official 2 года назад +1

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।

    • @dipikadas5479
      @dipikadas5479 2 года назад

      Amar hepahor bihur kotha neta sakole ki bujib kebol lockdown he buji pai

  • @bishnujyotigogoi6705
    @bishnujyotigogoi6705 2 года назад +5

    Dhunia hoise....ek dom bihu bihu lagi goise montu❤️❤️❤️❤️❤️

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।😊

  • @axombastopgaming9269
    @axombastopgaming9269 2 года назад +6

    নৱ বৰ্ষৰ শুভেচ্ছা থাকিল সকলো সুভাকাংখিলৈ🥰🥰🥰🥰🥰

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।

  • @mdbutualibutuali
    @mdbutualibutuali 2 года назад +6

    My lovely Bihu❤️❤️❤️ Assamese culture ❤️❤️❤️ lovit👍👍👍

    • @PankajBora.Official
      @PankajBora.Official 2 года назад +1

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।

    • @babagogoiofficial4568
      @babagogoiofficial4568 2 года назад

      আমাক আশীৰ্বাদ কৰিব পুনৰ পৰম্পৰাগত ভাৱে পদধূলি ৩য় খণ্ড আগুৱাই দিবলৈ চেষ্টা কৰিম।। ধন্যবাদ।। share কৰিব।।
      বাবা গগৈ

  • @gogoiparanjyoti
    @gogoiparanjyoti 2 года назад +5

    Bihu Bihu atiahe lgse .very nice song 😊

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।😊

  • @nitulsaikia6162
    @nitulsaikia6162 2 года назад +3

    Ufff❣️❣️

    • @PankajBora.Official
      @PankajBora.Official 2 года назад +1

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।

  • @gyandeepdowari7388
    @gyandeepdowari7388 2 года назад +1

    Bor dhunia hoisay....

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।

  • @j.swargiari1323
    @j.swargiari1323 2 года назад +3

    খুব ভাল লাগিছে ❤️🙏

    • @PankajBora.Official
      @PankajBora.Official 2 года назад +1

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।😊

  • @dhaniramgogoi3811
    @dhaniramgogoi3811 5 месяцев назад +1

    মজা ।ইমান ভাল লা গি ল কবলৈ ভাষা নাই।❤❤❤🎉🎉অৰনাচালৰ পৰা।
    😊

  • @manjitman2384
    @manjitman2384 2 года назад +1

    বিহু মাণেই হুঁচৰি আৰু হুঁচৰি মানে বিহুৱা , খুব সুন্দৰ 😍😍😍😍

  • @nanditadevi8484
    @nanditadevi8484 2 года назад +2

    প্ৰাণ ভৰি গ'ল দেই। বৰ ভাল লাগিল। আটাইলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।

    • @babagogoiofficial4568
      @babagogoiofficial4568 2 года назад

      আমাক আশীৰ্বাদ কৰিব পুনৰ পৰম্পৰাগত ভাৱে পদধূলি ৩য় খণ্ড আগুৱাই দিবলৈ চেষ্টা কৰিম।। ধন্যবাদ।। share কৰিব।।
      বাবা গগৈ

  • @debajitnath2541
    @debajitnath2541 2 года назад +2

    বৰ ধুনীয়া বিহু আমাৰ আচল পুৰণি কলীয়া বিহু

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।

  • @prabaldihingia9221
    @prabaldihingia9221 2 года назад +6

    Bor dhuniya 😍🥰

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।❤️❤️

  • @bhaskar_neil03
    @bhaskar_neil03 2 года назад +2

    অতীতৰ সেই মৰমলগা বিহুবুৰ যেন আকৌ ঘূৰি আহিছে তেনেকুৱা অনুভৱ হৈছে 😊❤️ বহুত সুন্দৰ হৈছে

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।

    • @babagogoiofficial4568
      @babagogoiofficial4568 2 года назад +1

      আমাক আশীৰ্বাদ কৰিব পুনৰ পৰম্পৰাগত ভাৱে পদধূলি ৩য় খণ্ড আগুৱাই দিবলৈ চেষ্টা কৰিম।। ধন্যবাদ।। share কৰিব।।
      #বাবা_গগৈ

  • @surajitsaikia2494
    @surajitsaikia2494 2 года назад +6

    সুন্দৰ 🌼🌹

    • @PankajBora.Official
      @PankajBora.Official 2 года назад +1

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।

  • @madhujyahandique964
    @madhujyahandique964 2 года назад +2

    ইমান ধুনীয়া হৈছে। নাচিবলৈকে মন গ’ল।

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।

    • @babagogoiofficial4568
      @babagogoiofficial4568 2 года назад

      আমাক আশীৰ্বাদ কৰিব পুনৰ পৰম্পৰাগত ভাৱে পদধূলি ৩য় খণ্ড আগুৱাই দিবলৈ চেষ্টা কৰিম।। ধন্যবাদ।। share কৰিব।।
      #বাবা_গগৈ

  • @lakhyajyotigogoi5082
    @lakhyajyotigogoi5082 2 года назад +114

    অসমীয়া পৰম্পৰা সংস্কৃতিক ধৰি ৰখাৰ প্ৰয়াস কৰা হৈছে। খুব ধুনীয়া হৈছে ।গীতটোৰ লগত জড়িত সকলোকে শুভেচ্ছা আৰু ধন্যবাদ জনাইছোঁ।এনেকুৱা ধৰণৰ গীতৰ ভিডিও কৰিবলৈ কেতিয়াও নেৰিব। আৰু এনেকুৱা গীত পিছলৈ পাই গৈ থাকোঁ যেন।😍😍😍

    • @angelinatalent4542
      @angelinatalent4542 2 года назад +3

      Aaàaaaaaààaaaààaàa

    • @PankajBora.Official
      @PankajBora.Official 2 года назад +1

      Dhonyabad. Nissoy sesta korim 🙏🙏

    • @babagogoiofficial4568
      @babagogoiofficial4568 2 года назад +1

      চেষ্টা কৰিম পুনৰ ২০২৩ ত

    • @rameshchoudhury713
      @rameshchoudhury713 Год назад

      ঙৎ এই নথিৰ এই অঞ্চলত বাস কৰা হৈছিল যদিও পাছলৈ তেওঁ বিখ্যাত এই অঞ্চলত অসমীয়া জনসাধাৰণ আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ সৈতে গান আৰু দদঙদ এই নথিৰ এই অঞ্চলত অসমীয়া লিপিৰ ঊথণথঘথ কৰা হৈছিল আৰু ইয়াৰ পাছত ও আন্তৰ্জাতিক সহায় নিয়ে এই নথিৰ এই অঞ্চলত অসমীয়া জনসাধাৰণ আৰু ভাৰতীয় জনতা পাৰ্টি দলৰ লগত এই

    • @rameshchoudhury713
      @rameshchoudhury713 Год назад

      ঘৎ আৰু দদঙদ কৰা

  • @axomb424
    @axomb424 2 года назад +1

    Bohut bohut dhuniya hoi ❤️♥️❤️

  • @DHARMESWARSaikia-mk4dw
    @DHARMESWARSaikia-mk4dw 9 месяцев назад +1

    ❤❤❤bohut bohut dhunia.

  • @ajoybora7076
    @ajoybora7076 2 года назад +2

    Hundor 👍👍👍👍

    • @PankajBora.Official
      @PankajBora.Official 2 года назад +1

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।

  • @nitug2248
    @nitug2248 2 года назад +2

    সুন্দৰ হৈছে ।

  • @sourabhkalita2024
    @sourabhkalita2024 2 года назад +2

    ঢোল আৰু পেঁপা ৰ মাত শুনিলেই গা নাচি উঠে । 😍

    • @PankajBora.Official
      @PankajBora.Official 2 года назад +1

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।

    • @babagogoiofficial4568
      @babagogoiofficial4568 2 года назад +1

      আমাক আশীৰ্বাদ কৰিব পুনৰ পৰম্পৰাগত ভাৱে পদধূলি ৩য় খণ্ড আগুৱাই দিবলৈ চেষ্টা কৰিম।। ধন্যবাদ।। share কৰিব।।
      #বাবা_গগৈ

  • @gitimonigogoi945
    @gitimonigogoi945 2 года назад +4

    সচাকৈ বহুত বেছি সুন্দৰ হৈছে।🔥🔥🔥
    Amazing 🤩😍

    • @babagogoiofficial4568
      @babagogoiofficial4568 2 года назад

      আগতীয়াকৈ ভোগালী বিহুলৈ শুভেচ্ছা জ্ঞাপন কৰিলো। ধন্যবাদ

    • @PankajBora.Official
      @PankajBora.Official 2 года назад

      আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে 🙏🙏। অশেষ ধন্যবাদ ।

  • @mukulkonch495
    @mukulkonch495 2 года назад +1

    খুব ধুনীয়া হৈছে।অশেষ ধন্যবাদ ইয়াৰ লগত জড়িত প্ৰতিজন সংস্কৃতি প্ৰেমীলৈ।