Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
I am proud of your work . l
O my god amar Boko r hy salute baideu
Tumi aaguway juwa
অসমৰ একমাত্র মহিলা ট্ৰাক চালক বুলি কলে ভুল হব, কাৰণ গুৱাহাটীৰ মহানগৰীৰ যিগৰাকী বাইদেউৱে বা এনজিওৱে তেওঁক অসমবাসসীৰ মাজত পৰিচিত কৰিলে বগীবাৰ লগতে তেওঁলোকক মই প্ৰথমে ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছো। কিন্তু মই আৰু এগৰাকী মহিলাৰ বিষয়ে কব বিচাৰিছো, মই তেখেতৰ নাম ঠিকানা নাজানো কিন্তু নিজ চকুৰে কেইবাদিনো ৰাতিপুৱাৰ ভাগত ডুলিয়াজান ডিগবৈ পথত অকলেই এখন চোটাহাতী চলাই ডিগবৈৰ ফালে পাচলি লৈ আহি থকা অৱস্থাত দেখিছো। এইটো ২০১৮,২০১৯ বৰ্ষৰ কথা। মোৰ অনুৰোধ যিসকল ব্যক্তিয়ে তেখেতৰ বিষয়ে জানে বা চিনি পায় বা তেখেতক দেখিছিল অনুগ্রহ কৰি তেখেতৰ পৰিচয়টো প্ৰকাশ কৰিব। লগতে তেওঁলৈকো মোৰ অনুৰোধ থাকিল যদিহে এই বাতৰিতো দেখিছে বা মোৰ এই কমেন্টটো পঢ়িছে তেখেতে নিজৰ পৰিচয়টো দিব। কাৰণ তেখেতো আদৰ্শ আৰু সন্মানৰ পাত্ৰী।
Bohut brave and great women and she is proud of assam.God bless her always.
Hi👍👍😢😭
বগী বাইদেউ আপোনাৰলৈ বহুত বহুত সুভেচছা থাকিল ও ভবিষ্যতে আৰু উন্নতি কামনা কৰিলোঁ।
Thanks
আপোনালোকক সকলোকে ধন্যবাদ
Bohut bhal Kam korisa bhoni bhal lagil asirbad thakil
বাইদেউ ভাল লাগিল ভিডিও টি চাই, ধন্যবাদ💐
Proud of you❤
যদিও সংসাৰৰ জালা মুখত কিন্তু হাহি আছে মনতো ভাঙি দিয়া নাই বগী বাই চেলুট
Aponar hahakitak prasankha karisu vagawane kukhale rakhak dhanyabad
মহিলাৰ একসাহসি কতাৰপৰমাণ অসমৰ মহিলাৰ বাবে বগী বা ইলৈ ধনয়বাদ থাকিল ।
বগী ড্ৰাইভাৰ আমাৰ বাবে এগৰাকী নমস্য নাৰী।
Hi .BAIDEU ..God bless you.
যোৱা কালিও আপোনাৰ সাখ্যাৎকাৰ চাইছো বহুত ভাল লাগিল আপুনি আগুৱাই যোৱা। ভগৱানে ভাল কৰিব ভগৱানৰ ওচৰত প্রাথনা জনাইছো।
Thank you
দুখীয়াই দুখীয়াৰ দোষ বুজে জীৱনৰ বাবে আৰু পৰিয়াল বাবে কি কৰিব লাগিব । তেখেতৰ স্বামী থাকিও নথকাৰ দৰে তেখেতৰ সাহস সকলোৱে শিক্ষাবলগীয়া ।
বাইদেউলৈ আন্তৰিক অভিন্দন জনোৱাৰ লগতে আপোনাৰ সাহসক সন্মান জনাইছো।
মানুহে ছোৱালীতকৈ ল'ৰাক অগ্ৰাধিকাৰ দিয়ে উপযুক্ত হ'লে ছোৱালী বহু গুণে ভাল । ল'ৰা দুষ্ট হ'লে ঘৰ ভাগিবলৈ বেছি দিন নেলাগে
Proud of you Baidew.
Bohut bohut bhal agbari jaog bhogabane khohai koribo bogi driver long Live we are very proud your work
Puja tumi amar preranar utsha
বাইদেউ proud of you.
Proud of you 👍🙏❤️ puja
Bohu bohu dhanyabad bogi ba.
বৰ সাহসী মহিলা, কামৰ পূৰুষ, মহিলা বুলি নাই আগোৱাই যাহক। God bless him.
Class vi loi poha kohta botora bohut smrt
Salute পূজা বাইদেউ । আপুনি সচাঁকৈ এগৰাকী নাৰীৰ সাহসৰ প্ৰতীক ।
Mohilar hahokh apuni bor val lagil
Bahot. Vhal
Salute... Bogi.. Bay....
Bahut val.
First of all salute pronob bordoloi sir, for conversion with bravo women mrs puja boro (bogi driver daa).
Bahut anupranito holu.....jwbwd gwjwnbai abo bidinw Nwng aogailangbai tha
Jwbwt gwjwnthao khamani hepa arw hijaoni farak gwiya nathai khamaniasw thanathanani raha kwo bekheona hwyw. Gwjwnthwng
Strong lady Bogi bai jindabad.
Mula Gabru bogi driver thanks to encouraging every woman boro and assamese of the state
বগী বাইদেউ অশেষ ধন্যবাদ ।
Congratulation ba
Strong woman Bogi bai slute
ভূটানৰ ৩০% মহিলা ই ট্ৰাক চালক।
Gaont ahi tir kotha khudi sabo sun Dada.. aru olp val koi gom pale hoy.
Bht bht gourambito
বাইদেউ গৰাকীলৈ অভিনন্দনৰ লগতে সতসাহিকতাৰ আন্তৰিক শলাগ লৈছো।
Bahut val lagil
verry good bogi sister
নমসতে বগী দাদা।
Sundar podKhep Bogi Driver's
🙏🏻🙏🏻🙏🏻❤❤❤✌✌✌
Ki uruphe ,thate meaninig ki ? Kiba bea kam karisaniki
Baideur ujjal vabisot kamana karisu...
t