যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈ নে তপন গগৈ জয়ী হ'ব?

Поделиться
HTML-код
  • Опубликовано: 25 окт 2024

Комментарии • 710

  • @monuwarabegam5708
    @monuwarabegam5708 6 месяцев назад +314

    মুখ্যমন্ত্ৰী মিছলিয়া গৌৰব গগৈ জিন্দা বাদ ❤❤❤🎉🎉🎉

  • @jibongogoi6940
    @jibongogoi6940 6 месяцев назад +249

    হিমন্ত বিশ্ব শৰ্মা ক্ পহুখেদা দিয়ক l
    গৌৰৱ গগৈ জিন্দাবাদ l

    • @prabinmallabaruah8845
      @prabinmallabaruah8845 6 месяцев назад +4

      হিমন্ত বিশ্বক কিয় পহু খেদা, শিয়াল খেদা দিব লাগে? চাৰি জুনৰ পৰা মামাই নিজে যোৰহাট যোৱা বাদ দিব।

    • @asgk4500
      @asgk4500 6 месяцев назад +3

      ​@@prabinmallabaruah8845 4 junor pora Himonto Tihar Jailot 😂

    • @bikrambaruah631
      @bikrambaruah631 6 месяцев назад

      😂😂😂😂😂😂😂

    • @ChandraRajkhowa-t5w
      @ChandraRajkhowa-t5w 6 месяцев назад

      Thik koisa

    • @KuliKo-dp1ul
      @KuliKo-dp1ul 6 месяцев назад

      Laura gogoi murdabad

  • @DataramSarma-u6q
    @DataramSarma-u6q 6 месяцев назад +78

    অসম গৌৰৱ ভাৰতৰ গৌৰৱ,, অসমৰ সকলোতকৈ যোগ্য আৰু ভদ্ৰ সাংসদ গৌৰৱ গগৈ।

  • @Call_me_X_61
    @Call_me_X_61 6 месяцев назад +59

    মূৰ্খমন্ত্ৰী হিমন্ত থৰ হৰি কম্পমান।
    গৌৰৱ গগৈ আমাৰ আৱেগ আমাৰ গৌৰৱ, অসমৰ গৌৰৱ ❤️

  • @SangitaboruahSangitaboruah-j9l
    @SangitaboruahSangitaboruah-j9l 6 месяцев назад +36

    গৌৰৱ গগৈ জিন্দাবাদ🎉🎉। গৌৰৱ গগৈ জয়ী হলেই অকল আনুষ্ঠানিক ঘোষনা বাকী আছে।

  • @budheswarnath6516
    @budheswarnath6516 6 месяцев назад +160

    উজনি অসমৰ ৰাইজ নমস্কাৰ 🙏🙏..... আপোনালোকৰ পৰাই আৰম্ভ হওঁক বি জে পি ৰ দৰ্পচূৰ্ণ , পতন !!!!!

  • @khagenkakati6380
    @khagenkakati6380 6 месяцев назад +147

    100% right.Bjp এৰিলো অ৷

  • @priyankaboruah7704
    @priyankaboruah7704 6 месяцев назад +24

    যোৰহাট সমষ্টিৰ সকলো ভোটাৰ ক মোৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ সকলোৱে গৌৰৱ গগৈ ক ভোট দি লোকসভালৈ নিৰ্বাচিত কৰক,, মিছলিয়া চৰকাৰখন ৰ মিছা পৰুচনাত ভোল নাযাব,এইয়াই আমাৰ বাবে শুবৰ্ণ সুযোগ,এই সুযোগ নেহেৰুৱাৱ,গৌৰৱ গগৈ অসমৰ গৌৰৱ,ৰাজনৈতিক জগতৰ এক উজ্বল নক্ষেত্ৰ

  • @किरण2021
    @किरण2021 6 месяцев назад +72

    এষাৰ কথা আছে নহয়... মিছা কথাৰ ঠেং চুটি...
    তাৰেই জ্বলন্ত প্ৰমাণ হিমন্ত বিশ্ব শৰ্মা

  • @Bhuyan525
    @Bhuyan525 6 месяцев назад +24

    গৌৰৱ অসমৰ গৌৰৱ আৰু এটা কথা দেশতকৈ মোমাই ডাঙৰ নহয় কেতিয়াও ✊✊✊

  • @pgoswami5378
    @pgoswami5378 6 месяцев назад +85

    যোৰহাট লোকসভা সমষ্টিবাসী ৰাইজে সমগ্ৰ অসমৰ জনতাৰ হৈ যুৱ ৰাজনীতিক
    গৌৰৱ গগৈৰ হৈ প্ৰচাৰ তীব্ৰতৰ কৰি তুলি আগন্তুক লোকসভা নিৰ্বাচনত
    তেখেতক জিকাই অনাৰ বাবে চেষ্টা কৰিব বুলি অসমবাসীয়ে অধীৰ
    অপেক্ষাৰে বাট চাই আছে।যুৱ ৰাজনীতিক গৌৰৱ গগৈ
    এজন নিৰ্ভীক ৰাজনীতিক,তেখেতক জিকাই আনক। তেখেত সৰ্বভাৰতীয় ৰাজনৈতিক নেতা হিচাপে ইতিমধ্যেই উজলি উঠিছে।
    তেখেত অসমৰ কণ্ঠ,অসমৰ বলীষ্ঠ নেতা।গৌৰৱ গগৈ অসমৰ ৰাইজৰ
    অতি আদৰৰ নেতা। তেখেত ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলৰ নেতা হিচাপেও খ্যাতি লাভ কৰিছে।

    • @LokeswarGogoi-xh9ef
      @LokeswarGogoi-xh9ef 6 месяцев назад +5

      আপোনাৰ সৎ চিন্তা, প্ৰচেষ্টাক শ্ৰদ্ধাৰে শলাগ জনাইছোঁ। আপোনাৰ উচিত আহ্বানত সমাজৰ কল্যাণ হ'বই 🙏🙏🙏🙏।

  • @anjubegum6320
    @anjubegum6320 6 месяцев назад +161

    গৌৰৱ গগৈ 90% হিমন্ত বিশ্ব শৰ্মা 10% যোগ্য

  • @nishansarmah1318
    @nishansarmah1318 6 месяцев назад +44

    গৌৰৱ গগৈ যোৰহাট ত বিজয় নিশ্চিত..❤

  • @hemantamahanta5578
    @hemantamahanta5578 6 месяцев назад +41

    গৌৰৱ গগৈ মুখ্যমন্ত্ৰীতকৈ বহুত ওপৰৰ মানহ ।

  • @probin_official07
    @probin_official07 6 месяцев назад +88

    গৌৰৱ গগৈ জিন্দাবাদ

  • @anishanargis2926
    @anishanargis2926 6 месяцев назад +49

    গৌৰৱ গগৈ জিন্দাবাদ কংগ্ৰেছ জিন্দাবাদ ❤❤❤❤❤❤

  • @hemonta9300
    @hemonta9300 6 месяцев назад +26

    Good news
    গৌৰৱ গগৈৰ জিন্দাবাদ.

  • @dipjyotigogoi8964
    @dipjyotigogoi8964 6 месяцев назад +121

    Gourov gogoi ❤❤❤ jindabad

    • @niranjansarma4729
      @niranjansarma4729 6 месяцев назад

      Balor jindabad ,kela ,,,ki Kari dilehe asamat ajiloi ? Murkhya ,,karabar ?

  • @abanikrdas6562
    @abanikrdas6562 6 месяцев назад +94

    সকলোৱে গৌৰৱ গগৈক ভোট দিব। কাৰো কথা নুশুনিব। প্ৰৰোচনাত ভোল নাযাব। তেওঁক বিপুল ভোটৰ ব্যৱধানত জয় লাভ কৰাওঁক। Long live Gogoi. May God bless you...

    • @thepoliticalawareness1021
      @thepoliticalawareness1021 6 месяцев назад +1

      ইমান সুন্দৰকৈ নামাজ পঢ়িছিল সঁচাকৈ আচৰিত। বহুত দিনৰ Practice আছিল চাগে। অসমৰ বাংলাদেশী মূলৰ মানুহ সকলে ভৰপূৰ সহযোগ কৰা উচিত।
      কলিয়াবৰ সমষ্টিৰ কাম কাজত যথেষ্ঠ বিফল এজন সাংসদ কিন্তু ইমান সুন্দৰকৈ নামাজ পঢ়িছিল সঁচাকৈ আচৰিত। বহুত দিনৰ Practice আছিল চাগে। অসমৰ বাংলাদেশী মূলৰ মানুহ সকলে ভৰপূৰ সহযোগ কৰা উচিত।
      কলিয়াবৰ সমষ্টিৰ কাম কাজত যথেষ্ঠ বিফল এজন সাংসদ কিন্তু পুনৰ সাংসদ হব বিচাৰিছে। দেশৰ সংসদত ভাৰত বিৰোধী সকলৰ মনৰ কথা প্ৰতিনিধিত্ব কৰাটো এটা উল্লেখযোগ্য কথা। অলপতে কৰ্ণাটকৰ বিধানসভাত পাকিস্তান জিন্দাবাদ শ্লোগান দিছিল গৌৰৱ গগৈৰ দলৰ লোকে। তাৰ পিছত কংগ্ৰেছৰ B K Hariprasad এ কৈছিল পাকিস্তান বিজেপিৰ শত্ৰু কিন্তু তেওঁলোকৰ পাৰ্টীৰ নহয়? তদুপৰি CAA ত Pakistan, Bangladesh, Afghanistan ৰ মুছলমান সকলেও নাগৰিকত্বৰ আবেদন কৰা অধিকাৰ থকা উচিত বুলি কৈছিল? অসমৰ বাংলাদেশী মূলৰ মানুহ সকলে তৰুণ গগৈ, হিতেশ্বৰ শইকীয়াই Sir আদিৰ অৱদানৰ কথা পাহৰা উচিত নহয়। কেনেকৈ ৰাতিৰ ভিতৰত বাংলাদেশী মূলৰ লোকৰ গাঁও হৈ গৈছিল এবাৰ ভাবক চোন।
      আনফালে শিৱসাগৰ সমষ্টিত মাজুলী যোৰহাটৰ দলং, শিৱসাগৰ কলেজ আৰু JB College ক University লৈ উন্নীত কৰা হব বুলি কোৱা হৈছে। দুটা বৃহৎ Tourism Project এটা লাচিতৰ প্ৰতিমূৰ্তি আনটো ৰংঘৰ প্ৰজেক্ট। কেইবাটাও ৰাস্তাৰ কাম কৰি থকা হৈছে। Medical College ৰ কাম কৰি থকা হৈছে। এজন Doctor বনাবলৈ যিদৰে সময় লাগে থিক সেইদৰে Hospital বনাবলৈ সময় লাগে। কিন্তু কলিয়াবৰত কিয় গৌৰৱ গগৈ বিফল সাংসদ কিয় হল?

    • @junmoniburagohain8980
      @junmoniburagohain8980 6 месяцев назад +1

      Pogol

    • @junmoniburagohain8980
      @junmoniburagohain8980 6 месяцев назад +4

      Sutmani bjp sakare desh hekh karilay.toi bangali

    • @PunomDeori-gq9cy
      @PunomDeori-gq9cy 6 месяцев назад +2

      @@thepoliticalawareness1021 বাংলাদেশী নেলাগে পাকিস্তানী, আফগানিস্তানৰ বিদেশী কা CAA আইন আনি কোনে বিদেশী আনিছে।
      নামাজ পঢ়িল তাতেই কি হ'ল। মইও মাজে মাজে বাইবেলখন পঢ়ি থাকো। কোনোবাই মোক কোৰান শ্বৰীফ খনৰ অসমীয়া অনুবাদ দিব নেকি? কৃতজ্ঞতা থাকিব।

    • @thepoliticalawareness1021
      @thepoliticalawareness1021 6 месяцев назад +1

      @@PunomDeori-gq9cy CAA আইন ৰ জৰিয়তে মাত্ৰ এজন মানুহে নাগৰিকত্ব ৰ বাবে আবেদন কৰিছে এতিয়ালৈকে।
      সকলো ধৰ্ম গ্ৰন্থ পঢ়া টো বেয়া নহয় কিন্তু পঢ়ি ভাল খিনি নলৈ বেয়া খিনি ললে সমস্যা হয়। অলপ দিন আগতে দুগৰাকী ৰাভা কিশোৰীক হত্যা কৰি গছত ওলমাই থৈছিল গোৱালপাৰাত। সেই কাৰ্য্য কৰাৰ উদ্দেশ্য সেই অঞ্চলৰ ৰাভা লোক সকলক ভয় খুৱাব বিচৰা। অপৰাধ মূলক কাম যেনে চোৰ, ডকাইতি, ছোৱালীক ওপৰত অত্যাচাৰ বাঢ়ি গলে ৰাভা লোক সকলে মাটি এৰি গুচি যাব আৰু সেই মাটি বাংলাদেশী মূলৰ লোক সকলে দখল কৰিব?

  • @nidhikashyap3574
    @nidhikashyap3574 6 месяцев назад +32

    অসমীয়াৰ হিয়াৰ আমঠু গৌৰৱ গগৈ তুমি অসমীয়া জাতিৰ প্ৰাণ l

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 6 месяцев назад +35

    গৌৰব গগৈৰ একমাত্ৰ ষ্টাৰ কেম্পাইনাৰ অখিল গগৈ । বিজেপিৰ মূখ্যমন্ত্ৰীকে ধৰি ডেৰ ডজন মন্ত্ৰী আৰু কমেও দুইকুৰি বিধায়ক । তথাপি দুই গগৈয়ে সৰ্বসাধাৰণ ৰাইজৰ সহযোগত বিজেপি দলক দিনৰ পোহৰতে জুনুকা পৰুৱা দেখুৱাই দিছে। মূখ্যমন্ত্ৰীয়ে হিচাব কৰি চাওক গৌৰৱ গগৈৰ প্ৰাৰ্থিত্ব খাটাং হোৱাৰ পিচত কিমান বাৰ যোৰহাটলৈ হেলিকপ্তাৰ উৰুৱাই প্ৰচাৰ কৰিলে । এইয়াই হল কৰ্মফল। 1250 টকাৰে দুখীয়া অবলা নাৰী সমাজক সাময়িক ভাৱে এবাৰ প্ৰলোভিত কৰিব হয়তো পাৰিব, কিন্তু সেই নাৰীয়ে এদিন মা দুৰ্গাৰ ৰণচণ্ডী ৰূপ লব পাৰে ।

  • @PuspaBorah-p7n
    @PuspaBorah-p7n 6 месяцев назад +36

    গৌৰৱ গগৈ অসমৰ কণ্ঠ হিয়াৰ আমঠু

  • @RanjanMahanta-c2f
    @RanjanMahanta-c2f 6 месяцев назад +23

    অসমৰ তুলনা বিহীন নেতা গৌৰৱ, গৌৰব গগৈ অসমৰ গৌৰব, অসমৰ সম্পদ, অসমৰ ভবিষ্যত প্ৰজন্মৰ অভিভাৱক,পথ প্ৰদৰ্শক। 🎉🎉❤❤

  • @manonekaleta5287
    @manonekaleta5287 6 месяцев назад +86

    গৌৰৱ গগৈ জয়

  • @mkumar9658
    @mkumar9658 6 месяцев назад +87

    গুৱাহাটীৰ পৰা বিজেপিক বিদায়৷ Like মাৰা ছাপৰ্ট কৰা যদি👍

  • @Mukuvlog1493
    @Mukuvlog1493 6 месяцев назад +55

    গৌৰৱ গগৈ জিন্দাবাদ ❤

  • @kalyansarma8613
    @kalyansarma8613 6 месяцев назад +47

    মিচলিয়া চৰকাৰ ৰ কাৰনে গৌৰৱ গগৈ বহুতো দৰকাৰ হৈছে

    • @mandiraboro5657
      @mandiraboro5657 6 месяцев назад

      Koneo dhoya tolokhir pat nohoy kheumotat ahile he gom poua jabo.

  • @pranjalpratim2335
    @pranjalpratim2335 6 месяцев назад +24

    পাৰা হয় গৌৰৱ গগৈক ভোট প্ৰদান মইও কৰিলোঁ হয়। Love from Karbi Anglong ❤

  • @anitabordoloi1570
    @anitabordoloi1570 6 месяцев назад +41

    Gaurav gogoi Zindabad ❤JORHAT king 👑

  • @sahid-407
    @sahid-407 6 месяцев назад +19

    শিপা সহকাৰে ওভালি দিয়ক। জয় গৌৰৱ গগৈ। ❤❤❤

  • @MeghaliBennett
    @MeghaliBennett 6 месяцев назад +165

    আমিও গৌৰৱ গগৈক ভোট দিম।

  • @SAIFULISLAM-ts8bq
    @SAIFULISLAM-ts8bq 6 месяцев назад +40

    Gourov gogoi 💯 saport

  • @dibyajyotigogoi4801
    @dibyajyotigogoi4801 6 месяцев назад +71

    Gaurav Gogoi zindabad

  • @daa4448
    @daa4448 6 месяцев назад +60

    অকল যোৰহাটতে নহয় লখিমপুৰতো জিকাব লাগিব Congrees candidate ক সেই গছৰ মূডা Pradanক ভোট দিলে কি হব সদনত নাথাকে এ মুখেৰে নামাতেই যদিহে বিজেপিএ তাত ইভিএম মেচিন মেনেজ কৰি থোৱা লখিমপুৰতো Congreess জিকিব.

  • @NazrulIslam-gy6gn
    @NazrulIslam-gy6gn 6 месяцев назад +66

    Gourav Gogoi ❤❤❤100%
    Jikib

    • @niranjansarma4729
      @niranjansarma4729 6 месяцев назад

      Bal,dal jikibo ,kela,? Andhya munir putek Sindhu muni ,ram nam naloi ,allar nam lay ? 😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁

    • @junmoniburagohain8980
      @junmoniburagohain8980 6 месяцев назад +2

      Pogol tezpur t thage.hslc pass karilee nai.ne 5 fail

    • @junmoniburagohain8980
      @junmoniburagohain8980 6 месяцев назад

      Pagol bamun

    • @JonaliChitrakarphukan-bw1bd
      @JonaliChitrakarphukan-bw1bd 6 месяцев назад +1

      Gourav Gogoi jindabad

  • @kushalbora4823
    @kushalbora4823 6 месяцев назад +31

    যোৰহাটৰ ৰাইজে গৌৰৱ গগৈক ভোট দিয়ক।

    • @prabinmallabaruah8845
      @prabinmallabaruah8845 6 месяцев назад

      গৌৰৱ গগৈক ভোট দিয়ক বাৰু কথা নাই। কিন্তু মামাৰ কাৰণেও কিছু দিয়ক। যোৱা আঢ়ৈটা বছৰে মামাই কমখন হেলিকপ্তাৰেৰে আগতীয়াকৈ প্ৰচাৰ কৰি নুফুৰিলেনে? হঠাতে কৰ পৰা আহি "সৰু ল'ৰা " এটাই নগুৰ-নাকটি খন নকৰিলেনে ? এতিয়া দিল্লীৰ মাতববৰ সকলৰ গালি মামাইহে খাব লাগিব!! অলপ চাব, অলপ দিলে একো নহয় দিয়ক। কিঞ্চিত দিয়ক, বঞ্চিত নকৰিব ।।

  • @Extremecreator-x8i
    @Extremecreator-x8i 6 месяцев назад +19

    গৌৰৱ গগৈ অসমৰ গৌৰৱ ❤❤❤

  • @gunakantaburagohain9074
    @gunakantaburagohain9074 6 месяцев назад +33

    Hundor,👍

  • @nazbulofficial10m40
    @nazbulofficial10m40 6 месяцев назад +46

    Gaurav gogoi zindabad 🎉🎉🎉🎉🎉❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @SalimatDdinDdin
    @SalimatDdinDdin 6 месяцев назад +29

    বৰ্তমান এইখন চৰকাৰক যদি আকৌ এবাৰ ঘৰে ঘৰে টলগেট বনাব পাৰিব//// বৰ্তমান নিজৰ জেগাত গৌৰব গগৈ ডাঙৰীয়া জিকাটো 1000///

  • @sanjibbora1789
    @sanjibbora1789 6 месяцев назад +30

    বঢ়িয়া দিছে কিন্তু দেই

  • @rajeshgogoi9607
    @rajeshgogoi9607 6 месяцев назад +18

    গৌৰৱ গগৈ জিন্দাবাদ জিন্দাবাদ

  • @ratanbaishya4565
    @ratanbaishya4565 6 месяцев назад +32

    Gourab gogoi jindabad

  • @pallabbarman5163
    @pallabbarman5163 6 месяцев назад +23

    #GAURAV GOGOI
    #JOI AAI ASOM

  • @palashphukan9545
    @palashphukan9545 6 месяцев назад +17

    আগন্তক অসমৰ মূখ্যমন্ত্ৰি গৌৰৱ গগৈ

  • @Savagehighlander
    @Savagehighlander 6 месяцев назад +18

    জনসাধাৰন নীৰৱে আছে । আপোনালোকৰ মইমতালীয়ে মানুহক কামোৰ দিছে । জনসাধাৰনৰ কথা কব বাদ দি অকল আচনিৰ কথা কলেই ভোট নাপাই মামা । আপোনাৰ বিদায় বেলাত অলপ ৰাজকীয় সুখ লৈ লওক । সকলো মানুহে এই চৰকাৰে কেনেদৰে তেজ শুহি খাইছে দেখিছে । যদিহে বিজেপি হাৰে গাওঁৰ ৰাইজক গাহৰি এটা কাটি খোৱাম । দুখৰ কথা যে এই চৰকাৰৰ দিনতে গাহৰিৰ দাম 400টকা হল । এতিয়া আৰু বেছি দাম হৈছে 440টকা হল । যিয়ে পৰিৱৰ্তন দেখাইছে আপোনালোকে ,বিজেপি নেতা নেত্ৰীক দেখিলেই খং উঠি চুলিৰ আগ পাই ।মৰি যাম মই জীৱনত আৰু কেতিয়াও বিজেপিক ভোট নিদিও । ইমানেই অতিস্ত হয় গৈছো ।

  • @YasminaKhatun-ly2rv
    @YasminaKhatun-ly2rv 6 месяцев назад +43

    Gorab gogai zindabad

  • @jaychankarboro4439
    @jaychankarboro4439 6 месяцев назад +47

    Gaurav Gogoi Zindabad

  • @palpaldilkepas3566
    @palpaldilkepas3566 6 месяцев назад +31

    গৌৰব গগৈ ❤

  • @RatanMedhi
    @RatanMedhi 6 месяцев назад +15

    ঘোচকোৰ BJPয়ে জিকিলেও মই তাহাতক ভোট নিদিও... মোৰ চিধা কথা ... JAI HIND

  • @kripalsaikia924
    @kripalsaikia924 6 месяцев назад +26

    Gaurav only
    No muslim no hindu
    keep rest to our Police department people .

  • @tapanbaruah6255
    @tapanbaruah6255 6 месяцев назад +22

    Gourav Gogoi jindabad ❤

  • @aminparakhowa2788
    @aminparakhowa2788 6 месяцев назад +13

    গৌৰৱ গগৈ জিন্দবাদ ❤️💪

  • @PunomDeori-gq9cy
    @PunomDeori-gq9cy 6 месяцев назад +13

    হিমন্ত, পিযুছ, জয়ন্ত মল্লব এই কেইজনে যিমানেই চেষ্টা নকৰক কিয় গৌৰৱ অসমৰ গৌৰৱ।পাছে এই কেইজন গৌৰবৰ লগত তুলনা নহয়।
    মাথোন এটাই অনুৰোধ যে আৰু ১০০ দিন মান পাছত এওঁলোকক ভুপেন বৰা ডাঙৰীয়াই কংগ্ৰেছ দললৈ আহিব বিছাৰিলে ঠিয় গোৰ পাবি বুলি আগতীয়াকৈ সংকেত দিব লাগে যাতে সিহত কেইটা দুৰৰ পৰাই থৰ লাগি কংগ্ৰেছৰ মুখলৈ চাই থাকিব পাৰিব পাছে কাষলৈ আহিব নোৱাৰিব

    • @mridulsarma3894
      @mridulsarma3894 6 месяцев назад +3

      Right

    • @mayuri8872
      @mayuri8872 6 месяцев назад +3

      Hosakoi....pijush hazarika aru jayanta malla k akebare dekhibo nuaru

  • @Danirojasfc6
    @Danirojasfc6 6 месяцев назад +17

    E V M গপ্লা কৰিব যে পাইছোঁ।😢
    নহলেঁনো ইমান ডাঠি কৱ পাৰে কেনেকৈ....🤔

  • @hushiatete9960
    @hushiatete9960 6 месяцев назад +18

    Gourav gogoi zindabad.

  • @pegu6282
    @pegu6282 6 месяцев назад +21

    Gaurav Gogoi zindabad ❤❤❤

  • @bipulkalita875
    @bipulkalita875 6 месяцев назад +14

    Very good, Gaurav GoGOI zindabad

  • @success2089
    @success2089 6 месяцев назад +28

    হিন্দু মুছলিম কৰি কৰি হিমন্ত শেষ হল🤣🤣

  • @shivkahar5813
    @shivkahar5813 6 месяцев назад +24

    Gourav Gogoi ❤

  • @nripendeka9422
    @nripendeka9422 6 месяцев назад +15

    মামা যদিহে হাৰি যায় ,এটা ডাঙৰ পাৰটিকে কৰিম বুলি ভাবিছো ।। মামা হাৰি যোৱাকে বিছাৰো ,,,

    • @roujahmed3935
      @roujahmed3935 6 месяцев назад

      শকুনী মামা হাৰিব ! দিন সমাগত ।

  • @p.ldahal3323
    @p.ldahal3323 6 месяцев назад +5

    Gourav gogai jindabad aibar jikiba.

  • @dharitrikalita3000
    @dharitrikalita3000 6 месяцев назад +14

    Himanta misolia. Gaurav gogoi jindabad

  • @AdityaTaid
    @AdityaTaid 6 месяцев назад +14

    Gourab da jikiboi ❤❤❤❤ karn ami majulir pora 91 thausand vote di jika... amar boi EVM😢😢

  • @atilalongkumer5100
    @atilalongkumer5100 6 месяцев назад +11

    Gaurav Gogoi is North East pride 🙏

  • @basantakalita5369
    @basantakalita5369 6 месяцев назад +17

    Good news

  • @indradas2983
    @indradas2983 6 месяцев назад +11

    কোন সকলে গৌৰৱ গগৈক সমৰ্থক কেইজনে হাত ভাঙি ভোট দিয়ক।

  • @itsmehyt5506
    @itsmehyt5506 6 месяцев назад +22

    থৰ হৰি কমপমান বি জে পি চৰকাৰ আৰু বেছিদিন নাই

  • @indranidas7027
    @indranidas7027 6 месяцев назад +13

    Vote for Gaurav Gogoi

  • @sukenthakuria2929
    @sukenthakuria2929 6 месяцев назад +10

    gourav gogoi is a best politician

  • @Ubaishya
    @Ubaishya 6 месяцев назад +18

    G.g jendabad

  • @merujitpatowary9379
    @merujitpatowary9379 6 месяцев назад +9

    Gaurav gogoi jindabad

  • @NazrulIslam-db4cz
    @NazrulIslam-db4cz 6 месяцев назад +9

    Gaurab Gogoi❤❤❤

  • @BinitSaikia-b8w
    @BinitSaikia-b8w 6 месяцев назад +12

    G gogoi zindabad ❤❤❤

  • @jyoshreegogoi7958
    @jyoshreegogoi7958 6 месяцев назад +7

    Gourav Gogoi zindabad ❤❤❤

  • @MonjurAhmed-vi3sg
    @MonjurAhmed-vi3sg 6 месяцев назад +7

    GAURAV GOGOI ZINDABAD ZINDABAD🎉🎉🎉❤❤❤

  • @subhamroy1235
    @subhamroy1235 6 месяцев назад +2

    Gourav gogoi jindabad 🎉❤️

  • @Krishnamonivlog-p2r
    @Krishnamonivlog-p2r 6 месяцев назад +6

    Gaurav Gogoi jindabad jindabad

  • @SomirMurah-h1n
    @SomirMurah-h1n 6 месяцев назад +7

    Gowrov gogoi zindabad

  • @tankswargohain6701
    @tankswargohain6701 6 месяцев назад +6

    গৌৰৱ গগৈ ভদ্ৰ আৰু অমায়িক ব্যৱহাৰ অন্যহাতে মূখ্যমন্ত্ৰী ডাঙৰীয়া ৰ ফাংফুং, দাম্ভিক, অহংকাৰী ব্যৱহাৰে মানুহক অতিষ্ঠ কৰিছে।

  • @RaijeswarMili
    @RaijeswarMili 6 месяцев назад +2

    গৌৰৱ গগৈ জিন্দাবাদ ।

  • @babusaikia9340
    @babusaikia9340 6 месяцев назад +13

    Gaurav good

  • @gaurirabha3236
    @gaurirabha3236 6 месяцев назад +3

    হয় সছা কথা মামাৰ জনপ্ৰিয়তাৰ উমান ৰাইজে পাইছে, বাই বাই দিবৰ হল ।

  • @akashchoudhury8630
    @akashchoudhury8630 6 месяцев назад +6

    মামীক ফিল্টাত নমায় দিয়ক মামা ।

  • @AshikLaskar-bh6jl
    @AshikLaskar-bh6jl 5 месяцев назад

    গৌরব গগৈ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ

  • @ImdadRahman-lo2tr
    @ImdadRahman-lo2tr 6 месяцев назад +5

    গৌৰৱ❤❤❤❤

  • @Elvish-e8s
    @Elvish-e8s 6 месяцев назад +2

    সকলোকে এটাই অনুৰোধ নিজৰ ভোট টো ভালদৰে ভাবি চিন্তি উপযুক্ত প্ৰাৰ্থী জনকে দিব। প্ৰাৰ্থী জনৰ ওপৰতে সকলো কাৰণ প্ৰাৰ্থী জন উপযুক্ত হলে হে কাম হয়। দল চাই ভোট কেতিয়াও নিদিব কাৰণ politician বোৰ কেতিয়াও এটা দলতেই নাথাকে

  • @dipakgogoi5084
    @dipakgogoi5084 6 месяцев назад +4

    অহংকাৰী বিজেপি নেতা পালিনেতৰ প্ৰকোপত জনসাধাৰণ অতিষ্ঠ হৈছে। তাৰ পৰিৱৰ্তে গৌৰৱ গগৈৰ অমায়িক , ভাদ্ৰ আচৰণে জনসাধাৰণক মোহিত কৰিছে। গৌৰৱৰ ভয়ত হিমন্তই যোৰহাটৰ প্ৰতি ঘৰ মানুহৰ চোতালত গৈ অনুৰোধ কৰিলে গৌৰৱ গগৈক পৰাজিত কৰিব নোৱাৰে।

  • @bhaskardutta8522
    @bhaskardutta8522 6 месяцев назад +9

    Gaurab sure

  • @akashdowari3479
    @akashdowari3479 6 месяцев назад +4

    ভাল হৈছে

  • @dishanhazirika8830
    @dishanhazirika8830 6 месяцев назад +3

    2026 t C M Gaurav gogai Sir, Please,Hemanta Mama hetow,deas bosw please please please

  • @Rahul-e2x7z
    @Rahul-e2x7z 6 месяцев назад

    গৌৰৱ গগৈ অসমৰ ভিতৰতে নহয় ভাৰতৰ ভিতৰতে আটাইতকৈ বেছি ভোটত জয় হ'ব গৌৰৱ গগৈ দাঙৰিয়া

  • @amarjoytidas8141
    @amarjoytidas8141 6 месяцев назад +1

    গৌৰৱ গগৌ

  • @hrishikeshdutta3127
    @hrishikeshdutta3127 6 месяцев назад +7

    ৰাইজে বিচৰাজন জিকিলেই হল।

  • @eujinkujur8646
    @eujinkujur8646 6 месяцев назад +1

    Gourav gogoi Zindabad ❤❤✋✋✋✋

  • @AlikBorah-l4w
    @AlikBorah-l4w 6 месяцев назад +5

    Gurav gagai jinda bad

  • @Sannnnnnnnn123
    @Sannnnnnnnn123 6 месяцев назад +10

    GG❤️🙏

  • @ForidulIslam-yz3yl
    @ForidulIslam-yz3yl 6 месяцев назад +1

    Gourav Gogoi zindabad

  • @TulendraSaikia-tj1hn
    @TulendraSaikia-tj1hn 6 месяцев назад

    হেমন্ত বিশ্ব শৰ্মা লগত গৌৰৱক তুলনা কৰিব কেতিয়াও নহয় হেমন্ত সদায়ে শক্তিবান

  • @Rahul-e2x7z
    @Rahul-e2x7z 6 месяцев назад

    গৌৰৱ গগৈ দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ