ৰাজ্যত আধাতে স্কুল এৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ কাৰণ জনালে শিক্ষামন্ত্ৰী গৰাকীয়ে!
HTML-код
- Опубликовано: 5 фев 2025
- 📌ৰাজ্যৰ আন ১০ খন জিলাৰ লগতে শিৱসাগৰ জিলাতো অনুষ্ঠিত হৈ আছে গুণোৎসৱ !
📌শিৱসাগৰ জিলাৰ ১২৪১ খন বিদ্যালয়ৰ ৭০৭১৭ গৰাকী ছাত্ৰ ছাত্ৰীক সামৰি লৈছে এই গুণোৎসৱে !
📌পুৱাই শিৱসাগৰত উপস্থিত হৈ কেইবাখনো বিদ্যালয় নীৰিক্ষণ শিক্ষামন্ত্ৰীৰ !
📌চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিছে এই তথ্যটো শুদ্ধ নহয় ; ৰণোজ পেগু!
📌ৰাজ্যত আধাতে স্কুল এৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ কাৰণ জনালে শিক্ষামন্ত্ৰী গৰাকীয়ে!
___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now
এৰা দেই, আমাৰ শিক্ষা মন্ত্ৰীয়ে (?) "নিৰীক্ষণ " নকৰি "নীৰিক্ষণ " কৰাৰেই যোগ্য ।
Sorkari bikhoya , minister aru mla buror lora swali bur sorkari school t poha tu badhata mukuk korok
Minister r lora bur sorkari school t kio admission nidiye