আই পদ্মপ্ৰিয়াৰ গীত -- পৰিৱেশন কৰিছে --অমিয়া ভূঞাই ,১৪-১০-২০২৪
HTML-код
- Опубликовано: 6 фев 2025
- অসমৰ প্ৰথম মহিলা কবি -গীতিকাৰ আই পদ্মপ্ৰিয়াৰ মৃত্যু তিথি পালন..
স্থান: আই পদ্মপ্ৰিয়া সত্ৰ, সৰুপেটা
তাৰিখ: ১৪-১০-২০২৪ইং
সভাপতিত্ব কৰে- আই পদ্মপ্ৰিয়া মহিলা সত্ৰৰ সভাপতি ডক্টৰ অমিয়া মহন্তই
নিৰ্দিষ্ট বক্তা - শ্ৰীযুতা অৰুণা বৰা
নগাঁওৰ আই পদ্মপ্ৰিয়া লেখিকা সংস্থাৰ প্ৰতিস্থাপক
আই পদ্মপ্ৰিয়াৰ গীত পৰিৱেশন কৰে - শ্ৰীযুতা অমিয়া ভূঞাই
আজিৰ সভাত নগাঁৱৰ পৰা উপস্থিত থাকে --শ্ৰীঅঞ্জুমণি বৰা
শ্ৰীইলু বৰা
সুন্দৰ