- Видео 239
- Просмотров 111 399
Namita Das
Добавлен 11 авг 2020
আকাশ উপ-সমিতিৰ পৰিয়াল - ২৩-০১-২০২৫ অসম সাহিত্য সভা
আকাশ উপ-সমিতিৰ পৰিয়াল - ২৩-০১-২০২৫ অসম সাহিত্য সভা
Просмотров: 113
Видео
সৰুপেটা শাখা লেখিকা সমাৰোহ সমিতিৰ ৰূপালী জয়ন্তী উদযাপনৰ কিছু মুহূৰ্ত
Просмотров 8014 дней назад
সৰুপেটা শাখা লেখিকা সমাৰোহ সমিতিৰ ৰূপালী জয়ন্তী উদযাপনৰ কিছু মুহূৰ্ত
সৰুপেটা শাখা লেখিকা সমাৰোহ সমিতিৰ ৰূপালী জয়ন্তী উদযাপন ২৩/২৪ নৱেম্বৰ ২০২৪
Просмотров 4814 дней назад
#সাহিত্য #লেখিকা
খোল বাদন : টাপা হাইস্কুলৰ ছাত্ৰ, ভিডিঅ': সুজিৎ বড়ো
Просмотров 7821 день назад
খোল বাদন : টাপা হাইস্কুলৰ ছাত্ৰ, ভিডিঅ': সুজিৎ বড়ো
সৰু বস্তু : কবি: বিনন্দ চন্দ্ৰ বৰুৱা
Просмотров 15921 день назад
বিনন্দ চন্দ্ৰ বৰুৱা (১৯০১ - ১৯৯৪) এগৰাকী অসমীয়া ভাষাৰ প্ৰখ্যাত কবি। এখেত 'ধ্বনি-কবি' হিচাপেও পৰিচিত। কবি বিনন্দ চন্দ্ৰ বৰুৱা ১৯৬৬ চনত বহা অসম সাহিত্য সভাৰ লক্ষীমপুৰ অধিৱেশনৰ সভাপতি আছিল। 'শংখধ্বনি', 'প্ৰতিধ্বনি', আদি বৰুৱাদেৱৰ উল্লেখযোগ্য গ্ৰন্থ। 'সৰু বস্তু' বিনন্দ চন্দ্ৰ বৰুৱাৰ এটা উল্লেখযোগ্য কবিতা। কবিতাটোত কবিয়ে 'পৃথিৱী'ৰ চাৰিটা সমাৰ্থক শব্দ অতি কৌশলগত ভাৱে ব্যৱহাৰ কৰিছে- ধৰণী, জগত ,ধৰা ,...
Dine Dine Khoshiya Poribe by Geetanjali Devi
Просмотров 3021 день назад
প্ৰতিমা বৰুৱা পাণ্ডে (৩ অক্টোবৰ ১৯৩৫ - ২৭ ডিচেম্বৰ ২০০২) অসমৰ লোক-সংগীতৰ প্ৰখ্যাত শিল্পী।তেখেত ধুবুৰীৰ গৌৰীপুৰীয়া ৰাজপৰিয়ালৰ জীয়ৰী। ১৯৫৬ চনত ড॰ ভূপেন হাজৰিকাৰ "এৰা বাটৰ সুৰ" চলচ্চিত্ৰত দুটা গীতত কণ্ঠদানেৰে তেখেতে সংগীতৰ জগতত খোজ পেলাইছিল ।গোৱালপৰীয়া লোকগীতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেখেতে 'পদ্মশ্ৰী বঁটা' আৰু ১৯৮৮ চনত 'সংগীত নাটক একাডেমী ' বঁটা লাভ কৰিছিল। হস্তীৰ কন্যা প্ৰতিমা পাণ্ডে বৰু...
সৰুপেটা শাখা লেখিকা সমাৰোহ সমিতিৰ সাংস্কৃতিক অনুষ্ঠানৰ একাংশ
Просмотров 9721 день назад
সৰুপেটা শাখা লেখিকা সমাৰোহ সমিতিৰ সাংস্কৃতিক অনুষ্ঠানৰ একাংশ
সৰুপেটা শাখা লেখিকা সমাৰোহ সমিতিৰ ৰূপালী জয়ন্তী উদযাপনৰ প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী
Просмотров 67528 дней назад
#লেখিকা #অসমীয়া #সাহিত্য
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস: ২১-০৬-২০২৪, বি এইচ বি মহাবিদ্যালয়, সৰুপেটা
Просмотров 4228 дней назад
#yoga #yogaday #yogaindia #yogapractice #yogalife #assamese #internationalyogaday2024
'ঘৰ'-- কবি : দুৰ্গেশ্বৰ শৰ্মা
Просмотров 36028 дней назад
দুৰ্গেশ্বৰ শৰ্মাৰ 'ঘৰ ' এটা ৰহস্যবাদী কবিতা। ৰহস্যবাদী কবিতা (Mystical Poetry) হ'ল কবিতাৰ এটা ধাৰা, যি গভীৰ আধ্যাত্মিকতা, অস্তিত্ব, আৰু ঈশ্বৰৰ সৈতে সংযোগৰ অনুভৱ ব্যক্ত কৰে। এই ধৰণৰ কবিতাত সাধাৰণতে শব্দৰ মাধ্যমত গভীৰ ৰহস্যময়ী ভাবনা, অন্তৰ্মুখী চিন্তাৰ পাৰমার্থিক অভিব্যক্তি, আৰু মনৰ অজান বিশালতাক প্ৰকাশ কৰা হয়। ৰহস্যবাদী কবিতাত মূলতঃ ঈশ্বৰ, জীৱনৰ উদ্দেশ্য, আৰু মানুহৰ আত্মাৰ অন্তৰ্নিহিত যাত্ৰাৰ ...
Awareness programme on road accidents and cybercrime organized by Bajali Police
Просмотров 4428 дней назад
Awareness programme on road accidents and cybercrime organized by Bajali Police
বঁটা বিতৰণী সভা , জাতীয় বিদ্যালয় টিহু, 24-12-2024
Просмотров 51Месяц назад
বঁটা বিতৰণী সভা , জাতীয় বিদ্যালয় টিহু, 24-12-2024
বৃহত্তৰ সৰুপেটাৰ গুৱাহাটীবাসী সমাজৰ ঐক্য- সংগীত
Просмотров 192Месяц назад
গীতৰ কথা- ড. বিভা ভৰালী সুৰ/সংগীত ব্যৱস্থাপনা - মহেশ হৰলালকা কণ্ঠ- ড. কল্পনা তালুকদাৰ দৰ্শনা ৰয় মহেশ হৰলালকা সুৰঞ্জীত মালাকাৰ নিকুঞ্জ মেধি সপোন মগন আমি আলাপ মগন সমন্বয়ৰ প্ৰয়াসী, একতাৰ ডোলেৰে জ্যোতিৰ গৰিমাৰে আলোকিত আমি সৰুপেটাবাসী
সৰুপেটা শাখা লেখিকা সমাৰোহ সমিতিৰ ৰূপালী জয়ন্তী উদযাপন
Просмотров 2122 месяца назад
সৰুপেটা শাখা লেখিকা সমাৰোহ সমিতিৰ ৰূপালী জয়ন্তী উদযাপন
শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু (সমলয় শিশু বিকাশ কেন্দ্ৰ)
Просмотров 762 месяца назад
শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু (সমলয় শিশু বিকাশ কেন্দ্ৰ)
অয়না কণ বাখৰ মন দলিচাৰে -- শিল্পীশিখা তালুকদাৰ ১৪-১১-২০২৪
Просмотров 1912 месяца назад
অয়না কণ বাখৰ মন দলিচাৰে শিল্পীশিখা তালুকদাৰ ১৪-১১-২০২৪
তোমাৰ উশাহ কহুৱা কোমল- কাব্যাংশী কাশ্যপলৈ সমলয় শিশু বঁটা ২০২৪
Просмотров 3902 месяца назад
তোমাৰ উশাহ কহুৱা কোমল- কাব্যাংশী কাশ্যপলৈ সমলয় শিশু বঁটা ২০২৪
অসম কলেজ শিক্ষক সংস্থাৰ উদ্যোগত, বৰপেটা মণ্ডল সমিতি আৰু বি এইচ বি মহাবিদ্যালয়ৰ সহযোগত আলোচনা চক্ৰ
Просмотров 1383 месяца назад
অসম কলেজ শিক্ষক সংস্থাৰ উদ্যোগত, বৰপেটা মণ্ডল সমিতি আৰু বি এইচ বি মহাবিদ্যালয়ৰ সহযোগত আলোচনা চক্ৰ
ANO বিশ্বজিৎ ডেকালৈমহাবিদ্যালয়ৰ এন চি চি গোট আৰু মহাবিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা বিশেষ সম্বৰ্দ্ধনা
Просмотров 5593 месяца назад
ANO বিশ্বজিৎ ডেকালৈমহাবিদ্যালয়ৰ এন চি চি গোট আৰু মহাবিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা বিশেষ সম্বৰ্দ্ধনা
ৰাজমুকুট থিয়েটাৰ: মহাৰণৰ বলিয়া ঘোঁৰা
Просмотров 9223 месяца назад
ৰাজমুকুট থিয়েটাৰ: মহাৰণৰ বলিয়া ঘোঁৰা
যা নামাতো তোক... সমলয় শিশু বিকাশ কেন্দ্ৰৰ শিশুসকলৰ একাংশ
Просмотров 373 месяца назад
যা নামাতো তোক... সমলয় শিশু বিকাশ কেন্দ্ৰৰ শিশুসকলৰ একাংশ
ভেশচন প্ৰতিযোগিতা : বামুনপাৰা গাঁৱৰ শ্ৰীশ্ৰী লক্ষ্মী পূজাত:১৭-১০-২০২৪
Просмотров 1043 месяца назад
ভেশচন প্ৰতিযোগিতা : বামুনপাৰা গাঁৱৰ শ্ৰীশ্ৰী লক্ষ্মী পূজাত:১৭-১০-২০২৪
বৈঠা মাৰো বৈঠা মাৰো-- মেধিকুছিৰ নাওখেল, বিজয়া দশমী
Просмотров 1433 месяца назад
বৈঠা মাৰো বৈঠা মাৰো মেধিকুছিৰ নাওখেল, বিজয়া দশমী
অসমৰ প্ৰথম মহিলা কবি আই পদ্মপ্ৰিয়াৰ মৃত্যু তিথি পালন: স্থান-আই পদ্মপ্ৰিয়া সত্ৰ, সৰুপেটা,১৪-১০-২০২৪
Просмотров 1183 месяца назад
অসমৰ প্ৰথম মহিলা কবি আই পদ্মপ্ৰিয়াৰ মৃত্যু তিথি পালন: স্থান-আই পদ্মপ্ৰিয়া সত্ৰ, সৰুপেটা,১৪-১০-২০২৪
আই পদ্মপ্ৰিয়াৰ গীত -- পৰিৱেশন কৰিছে --অমিয়া ভূঞাই ,১৪-১০-২০২৪
Просмотров 1,1 тыс.3 месяца назад
আই পদ্মপ্ৰিয়াৰ গীত পৰিৱেশন কৰিছে অমিয়া ভূঞাই ,১৪-১০-২০২৪
ৰৌমাৰীৰ নবমী পূজাৰ নৃত্য প্ৰতিযোগিতাত -১২-১০-২০২৫
Просмотров 1963 месяца назад
ৰৌমাৰীৰ নবমী পূজাৰ নৃত্য প্ৰতিযোগিতাত -১২-১০-২০২৫
मेरा जूता है जापानी... Dance cover by Safiur Islam
Просмотров 1243 месяца назад
मेरा जूता है जापानी... Dance cover by Safiur Islam
সৰুপেটাৰ দুৰ্গা পূজাৰ সাংস্কৃতিক অনুষ্ঠান
Просмотров 1013 месяца назад
সৰুপেটাৰ দুৰ্গা পূজাৰ সাংস্কৃতিক অনুষ্ঠান
Blouse tu kilakuti nedekhakoi dhaki pindhile val hoi
❤❤❤❤
Nice video Namita baido 😊😊😊
Xundor uposthapon val lagil sai
Very nice program ma'am
Xumdor bor val lagil sai
Proud of u Mami... please keep on singing..❤
Xundor video agborhale bhal lagil sai
Nice poem ma'am
Bohriya
Excellent Ba🙏🙏🙏
আপোনাৰ সাৰুৱা ভাষনে ছাত্ৰ ছাত্ৰী সকলক বহুত উপকৃত কৰিছে ।
❤
Asom amar rupohi
Salu...rajmukut theatre gutei khei khan
Very nice performance 👏 bright future
Thank you ❤
খুব ভাল লাগিল video টো চাই বাইদেউ 💐❤️❤️
❤️❤️❤️❤️❤️❤️❤️🥷🥷🥷🥷🥷🥷❤️❤️❤️
Filling Proud to be a NCC cadet🫡❤️
অভিনন্দন জনালোঁ চাৰলৈ ❤
congratulations to BHB collage, NCC cadets and ANO sir.❤❤ Andddd my all-time favourite miss Namita Maam lot's of love ❤
সুন্দৰ উজ্জল ভৱিষ্যত কামনা কন কন শিশু কেই জনৰ❤
সুন্দৰ
1k subscribers complete ma'am 🎉🎉🎉🎉 congratulations 🎉🎉🎉🎉
❤
Nice 👍❤
❤❤❤
সুন্দৰ
সুন্দৰ
Excellent
Prakhongkhaniyo
❤❤
❤
🎉🎉🎉🎉🎉🎉
❤❤
❤❤
❤❤❤
Xundor hoise
Gdmrng...bor val lagil sai
❤❤❤❤
❤❤❤
UPSC ৰ পৰীক্ষা দি বায়ুসেনাৰ লেফটেনেণ্ট হোৱাৰ সুযোগ গ্ৰহণ কৰিব পৰা যায়৷UPSC য়ে বছৰি নামভৰ্তিৰ পৰীক্ষা অনুষ্ঠিত কৰে৷৬০০ নম্বৰৰৰ পৰীক্ষাত উৰ্ত্তীৰ্ণ হ’লে আকৌ ৫ দিনৰ বাবে যোগ্যতা নিৰ্ণয়ৰ বাবে আন এটা পৰীক্ষা দিল্লী বা ডেৰাদুনত দিব লাগে৷সেই পৰীক্ষাত উৰ্ত্তীৰ্ণ হ’লে ডেৰাদুনত তিনি বছৰৰ স্নাতক অধ্যয়ন কৰিব লাগে৷সেই পৰীক্ষাত সফল হ’লে লেফটেনেণ্ট পদ পোৱা যায়৷
সুন্দৰ
Developing India keep going mami
Right approach
আমাক সহযোগ কৰা বৃহত্তৰ সৰুপেটা অঞ্চলৰ মহিলা,যুৱতী আৰু মহাবিদ্যালয়ৰ ছাত্ৰীসকললৈ অশেষ ধন্যবাদ জনাইছোঁ 🙏 তেওঁলোকৰ সহায় অবিহনে আমি কেতিয়াও ইমান সফলতা লাভ কৰিবলৈ সক্ষম নহ'লো হেঁতেন।