অসম কলেজ শিক্ষক সংস্থাৰ উদ্যোগত, বৰপেটা মণ্ডল সমিতি আৰু বি এইচ বি মহাবিদ্যালয়ৰ সহযোগত আলোচনা চক্ৰ

Поделиться
HTML-код
  • Опубликовано: 6 фев 2025
  • ২৯-১০-২০২৪
    অসম কলেজ শিক্ষক সংস্থাৰ উদ্যোগত , বৰপেটা মণ্ডল সমিতি আৰু বি এইচ বি মহাবিদ্যালয় শিক্ষক গোটৰ সহযোগত -
    আলোচনা চক্ৰ
    স্থান:বি এইচ বি মহাবিদ্যালয়
    বিষয়: উচ্চ শিক্ষাৰ উত্তৰণত অসম কলেজ শিক্ষক সংস্থাৰ ভূমিকা
    বি এইচ বি মহাবিদ্যালয়ৰ পতাকা উত্তোলন - ড০ নয়ন জ্যোতি দাস
    অসম কলেজ শিক্ষক সংস্থাৰ পতাকা উত্তোলন - শ্ৰীগিৰিধাৰী দাস
    স্মৃতি তৰ্পণ - ড০ সমীৰণ শৰ্মা
    শ্বহীদ তৰ্পণ - ড০ দীপ্তি কলিতা
    আলোচনা চক্ৰ:
    বন্তি প্ৰজ্বলন - ডক্টৰ বিপুল চক্ৰৱৰ্তী
    আদৰণি গীত - বি এইচ বি মহাবিদ্যালয়ৰ শিক্ষক -কৰ্মচাৰীৰ দ্বাৰা পৰিৱেশন
    সভাপতিৰ আসন গ্ৰহণ --শ্ৰীগিৰিধাৰী দাস
    সমল ব্যক্তি আৰু নিমন্ত্ৰিত অতিথিক মঞ্চলৈ আমন্ত্ৰণ
    সম্বৰ্ধনা অনুষ্ঠান -- আঁত ধৰিব ড০ নমিতা দাস গুৰুঙে
    সভাৰ উদ্দেশ্য ব্যাখ্যা - ড০ জামানুৰ ৰহমান, সম্পাদক , বৰপেটা মণ্ডল সমিতি
    আদৰণি ভাষণ -- ডক্টৰ নয়ন জ্যোতি দাস, অধ্যক্ষ,বি এইচ বি মহাবিদ্যালয়
    আলোচনা চক্ৰ -- সমল ব্যক্তি
    ১)ডক্টৰ সুনীল চন্দ্ৰ শৰ্মা
    ২) ডক্টৰ জয়ন্ত বৰুৱা
    ৩) ডক্টৰ পৰাগ জ্যোতি মহন্ত
    প্ৰশ্নোত্তৰ শিতান - শিক্ষক সকলক দ্বাৰা প্ৰশ্ন
    সভাপতিৰ বক্তব্য আৰু মন্তব্য
    শলাগৰ শৰাই --বি এইচ বি মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সম্পাদক সবিতা তকবিপি

Комментарии •