Assam News: শিক্ষয়িত্ৰীৰ গাড়ীৰ খুন্দাত নৱবিৱাহিত যুৱকৰ মৃত্যু

Поделиться
HTML-код
  • Опубликовано: 19 ноя 2024

Комментарии • 226

  • @dipankarkalita1398
    @dipankarkalita1398 4 месяца назад +58

    ৩০-৪০মিনিট ককবোকাই আছিল , মহানগৰ খনত এনেকুৱা এজন মানুহ নোলাল মেডিকেল নিয়াৰ বাবে 🥲। আমি গাঁৱলীয়াবোৰে গৰু গাড়ী উঠাই হলেও লৈ যাও 🙏
    যান্ত্ৰিকতাত মানুহৰ মানৱতা হেৰাই গৈছে

    • @rajeshhazarika1663
      @rajeshhazarika1663 4 месяца назад +2

      চহৰৰ মানুহৰ পৰা আশা কৰে নে ?

    • @janardanbora2803
      @janardanbora2803 4 месяца назад +5

      আজিৰ যুগত সহায় কৰা মানুহ নু ওলাই কেৱল ওলাই ফটো মৰা ভিদঅ বনুৱা এই অৱস্থা অসমৰ এই মানুহ বোৰৰ

    • @shrutikashyap2691
      @shrutikashyap2691 4 месяца назад +1

      চহৰ তাকো গুৱাহাটীৰ মানুহৰ পৰা একো আশা নকৰিব । মানুহে চাই গুচি যায়।

  • @Bi_RaaG_
    @Bi_RaaG_ 4 месяца назад +99

    কেতিয়াবা অনাকাঙ্ক্ষিতভাৱেই দুৰ্ঘটনা হৈ যায়... কিন্তু, এনে মুহুর্তত পলাই নগৈ আঘাত পোৱাজনক সহায় কৰিব লাগে...

    • @rajeshhazarika1663
      @rajeshhazarika1663 4 месяца назад +2

      বদমাচ মানুহে তেনেকুৱা নকৰে নহয়।

    • @priyompriyabora5362
      @priyompriyabora5362 4 месяца назад +1

      Thike koise, Tau hspitlt loi jab lagisil lgalg , polai kyo goise.. val manuhe katyau anakua nkrili hoi.

  • @ultra8142
    @ultra8142 4 месяца назад +93

    গুৱাহাতীৰ মানুহ গাল কিবা অভদ্ৰ Type ৰ, নিজকে London ত থাকো বুলি ভাৱে
    মই ও এবাৰ গুৱাহাতীৰ Traffic ত Bike চলাই গৈ আছিলোঁ, Traffic ত কিমান Speed দিব মানুহে আপোনালোকে নিজেই চিন্তা কৰক
    বগা Bollero চলাই অহা বুঢ়া এটাৰ মোক পিছফালৰ পৰা খুন্দা মাৰি পেলাই দিছে, ভাগ্য ভাল আছিল কাৰণে বাচিলো আৰু মানুহ টো অলপ টান আছিলোঁ মই,
    Bike খন অলপ Damage হল
    খুন্দা মাৰি সি নৰলেই, পলাই গুছি গল
    ফকতিয়া গেলা জেগা গুৱাহাটী

    • @rajeshhazarika1663
      @rajeshhazarika1663 4 месяца назад +2

      😂একদম ঠিক কথা

    • @nitindas3998
      @nitindas3998 4 месяца назад +3

      গুবাহাটী কিয় মৰব আহা গাও থাকি মৰ

    • @ultra8142
      @ultra8142 4 месяца назад

      @@nitindas3998
      বাপেৰে গুৱাহাটী খন কিনি থৈছে নেকি তুৰ?
      হিমন্তক কবি তহঁতৰ গুৱাহাতীৰে মানুহ নহই জালুকবাৰীৰ, যে important office বোৰ, University বোৰ গুৱাহাতীৰ পৰা সৰু সৰু চহৰত Shift কৰিবলে
      তেতিয়া টোৰ গেলা গুৱাহাটী গচকিবলে কোনো নাহে

    • @popysaikia833
      @popysaikia833 4 месяца назад +5

      Jegat dise apuni ...bohut ovodro mnuh bur ..ami gawaliya hbo paru but tahatot ke besi val ke thku . tahotor fokotia lbl amar agot dekhai lav ny

  • @putusvlog5178
    @putusvlog5178 4 месяца назад +54

    এতিয়া Hit And run Case হয় নে নহয় বা, কাৰণ আমাৰ বাইদেউ শিক্ষক আকৌ।

    • @rajeshhazarika1663
      @rajeshhazarika1663 4 месяца назад +3

      ৩০০ শাৰিৰ নিবন্ধ এখন লিখি দিলেই বোলে আমাৰ দেশত অপৰাধী মুক্ত হয় যায়😂।

  • @rupjyotisarma7434
    @rupjyotisarma7434 4 месяца назад +16

    এইটো দুৰ্ঘটনা বুলি কব নে ইচ্ছাকৃতভাৱে কৰা বুলি কব!!! খুন্দা মাৰি সেই ঠাইত ৰখিলে ৰাইজৰ ৰোষত পৰিব পাৰে, বুজি পালো, কিন্তু তেওঁ থানালৈ অন্তত যাব লাগিছিল।।। বহুত বেয়া কাম হৈছে এইটো।।অতি দুখজনক।

  • @ratulbarman-i2u
    @ratulbarman-i2u 4 месяца назад +129

    বান্দৰী জনিৰ চাকৰি তো তেখেতৰ পত্নিক দিব লাগে আৰু বান্দৰী জনিক জেলত দি ভাল কৈ ফলা বাহেৰে কোব দিব লাগে

  • @Purbi102
    @Purbi102 4 месяца назад +17

    দুৰ্ঘটনা কৰো বুলি কোনেও নকৰে, কিন্তু দুৰ্ঘটনা কৰি সেই ঠাইৰ পৰা পলায়ন কৰাটো এটা বহুত ডাঙৰ অপৰাধ,

  • @rakeshchoudhury3768
    @rakeshchoudhury3768 4 месяца назад +140

    মাইকী বিলাকে ভালকৈ গাড়ী চলাব নাজানে...

    • @chiranjibdeka66
      @chiranjibdeka66 4 месяца назад +5

      hosa kotha kobo napai

    • @krishnadas8189
      @krishnadas8189 4 месяца назад +13

      Hoi nk...agte mane mota manuh bure accident korai nasil...aji 1st accident hoise mane

    • @______________Ss23
      @______________Ss23 4 месяца назад +17

      ​@@krishnadas8189 এই হব মাইকী বোৰৰ কিহৰ ইমান পাখি গজিছে । গাড়ী চলাব আহে । মাল খাই চলাইছে নেকি সেই বনৰী জনী এ 🤬

    • @chiranjibdeka66
      @chiranjibdeka66 4 месяца назад +6

      @@krishnadas8189 mota bure accident korile komsekom nijur dux tu mani loi

    • @a2ztechandfun241
      @a2ztechandfun241 4 месяца назад +1

      আজি First Accident নহয়। ছোৱালী মানুহে আগতেও Accident কৰিছে কিন্তু ছোৱালীৰতো কেতিয়াও ভুলেই নহ'য় । দৰকাৰ হ'লে ভগৱানেই দোষী হ'ব😂😂😂 ​@@krishnadas8189

  • @jayantasarmah5602
    @jayantasarmah5602 4 месяца назад +25

    We want justice for that innocent couple.

  • @stardust910
    @stardust910 4 месяца назад +23

    Mur logor sualir bhayek. Bohut dukh lagise.

  • @bulbulisarmah1530
    @bulbulisarmah1530 Месяц назад

    হে ভগবান কিয এনেকুৱা কৰে মানুহৰ জীৱনক লৈ কিয হেতালি খেলে প্ৰভূ😢😢😢😢

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 4 месяца назад +4

    অতি দুখজনক খবৰ। তেওঁৰ আত্মাৰ সদগতি কামনা কৰিলো আৰু শোকসনতপত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলো। দোষী ব্যক্তি শিক্ষয়িত্ৰী গৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। শিক্ষয়িত্ৰী বুলি ৰেহাই দিব নালাগে। দোষীয়ে শাস্তি পাব লাগে।

  • @nirmalsartschool6295
    @nirmalsartschool6295 4 месяца назад +21

    অতি দুখজনক খবৰ😥😥

  • @arunmixvlogs8065
    @arunmixvlogs8065 4 месяца назад +18

    Mor class friend asil.... bhargob da

  • @Axomvibe
    @Axomvibe 4 месяца назад +29

    এগৰাকী শিক্ষয়িত্ৰি হয় ও ইমান নিলজ্জ কাণ্ড । লগে লগে তেওঁ নিজৰ car খনৰে Hospital t Admit কৰিলে চাগে লৰা জন জীৱিত অৱস্থাত থাকিল হয় আৰু তেখেতৰ ও উপৰত Action নললে হল হয়।😢😢😢

    • @northeastassamesefoddie9664
      @northeastassamesefoddie9664 4 месяца назад +1

      Kintu koise je speed t solaisil bike t

    • @Chao_Dip
      @Chao_Dip 4 месяца назад

      তীব্ৰবেগত চলোৱা বুলি প্ৰাৰম্ভিক অৱস্থাত সন্দেহ প্ৰকাশ কৰিছিল; পিছত গম পালে আচল কথা । ​@@northeastassamesefoddie9664

  • @parthapratimdas5047
    @parthapratimdas5047 4 месяца назад +18

    এই বিলাক মাইকী যোধে মধে চলায় এই কাৰণে আজি এনেকুৱা হল

    • @Whatdoesthatmean11
      @Whatdoesthatmean11 4 месяца назад

      Maiki manuhotkoi mota manuhe 1000 gun besi accident kore

  • @dhantimedhi2021
    @dhantimedhi2021 4 месяца назад +14

    মাইকীবিলাকৰ মুখখন কিয় নেদেখুৱাই।

    • @rajeshhazarika1663
      @rajeshhazarika1663 4 месяца назад +1

      জেলৰ হোৱাৰ পৰা বাছি যোৱাৰ পিছত আকৌ কাৰোবাক তেনেকৈ সুন্দিয়াবলৈ আইনে সুবিধা কৰি দিয়াৰ বাবে😂

  • @pankajrabha397
    @pankajrabha397 4 месяца назад +4

    এনেকুৱা ধৰণৰ teacher লৰা ছোৱালীক কি জ্ঞান দিব নিজে জিহেটোকে নিজৰ ভুল স্বীকাৰ কৰিব নোৱাৰে অকল ডিগ্ৰী টো থাকিলেই মানে সমাজত ভাল মানুহ বুলি স্বীকৃতি পাই নেকি

  • @karobisaikia3548
    @karobisaikia3548 4 месяца назад +4

    এইজনিৰ মুখন ঢাকি দিছে কিয় নে তাই মহান কাম কৰিলে কাৰণে সেইটোহে বুজি নেপালো

  • @ChandrikaChandrika-xg8lb
    @ChandrikaChandrika-xg8lb 4 месяца назад +13

    চলাব নাজানে
    .এনেই চাকৰি.আছে বুলি লেবেল দি গাড়ী চলাই তাই এটা জীৱন শেষ কৰিলে
    তাই হে মৰিব লাগিছিল 😢

    • @rajeshhazarika1663
      @rajeshhazarika1663 4 месяца назад

      আচল কথা সেইটোৱে

    • @ranasharma2302
      @ranasharma2302 4 месяца назад +1

      Women reservation t sakori di thake government a so

  • @prince_babu_72
    @prince_babu_72 4 месяца назад +1

    Bhut dukh lgil 😢😢😢

  • @jackjyoti4114
    @jackjyoti4114 4 месяца назад +6

    Rip 🙏🙏

  • @dipanjalimohanta4800
    @dipanjalimohanta4800 4 месяца назад +17

    উচিত তদন্ত হওক আৰু ক্ষতিপূৰণ লগতে শাস্তি বিহিব লাগে।শিক্ষক সকল সমাজৰ আদৰ্শস্থানীয় ব্যক্তি হোৱাৰ পৰিৱৰ্তে আজিকালি নীতিশিক্ষাবিহীন মানৱতা বা নুন্যতম সৌজন্যবোধকনো নোহোৱা অকল চাৰ্টিফিকেটৰ শিক্ষাগত অৰ্হতাৰে পৰিচয় দিয়া সকলেহে এনে বোৰ কৰ্ম চকুত পৰে।

    • @rajeshhazarika1663
      @rajeshhazarika1663 4 месяца назад

      একেবাৰে সঁচা কথাটি

  • @Arifbhai321
    @Arifbhai321 4 месяца назад +2

    Sooo sad 😢😢😢

  • @deepjyotibrahma6404
    @deepjyotibrahma6404 4 месяца назад +1

    Justice is a word that just remains in book.

  • @SudeshnaSutBoruah
    @SudeshnaSutBoruah 4 месяца назад +1

    Kiman asha aru sopun asil duijonore bohut beya lagil notun buwari jonir mukh khon dekhi

  • @vr6592
    @vr6592 4 месяца назад +7

    Aku nohobo...amr law ekdm weak hoe...Paisa thakile apuni ji mon chae koribo pare

  • @hirakjyotidutta7515
    @hirakjyotidutta7515 4 месяца назад +3

    তোমালোকক চৰকাৰে সম অধিকাৰ দিচে, ভগৱানে সেইকন কলিজা দিয়া নাইতো,
    উটক দেখি বন্দাই ডুব মাৰিলে এইয়ে আৰু, লৰাজনক খালে।

  • @MoonTalukdar-lv4nx
    @MoonTalukdar-lv4nx 4 месяца назад +4

    Hit and run case 304(A)

  • @champak8757
    @champak8757 4 месяца назад +11

    Hit and Run..
    10 Lakh aru jail 10 years

    • @souravpaul2179
      @souravpaul2179 4 месяца назад

      O run kori dile no

    • @champak8757
      @champak8757 4 месяца назад

      @@souravpaul2179 ha sai lobi law khon

  • @JituKalita-fq2zc
    @JituKalita-fq2zc 4 месяца назад

    Om Shanti

  • @PriyaRabha-gf4vo
    @PriyaRabha-gf4vo 4 месяца назад +6

    Ai teacher jnir lra suwali ase ne nai tair jdi lratok knubai khuniyai mri thoi Jai tair kene lgib

  • @bidishamech1736
    @bidishamech1736 4 месяца назад +2

    Bor dukh loga kotha

  • @raktimsaikia3402
    @raktimsaikia3402 4 месяца назад +1

    this is very sad

  • @basisthaacharya6590
    @basisthaacharya6590 4 месяца назад +9

    আৰক্ষীয়ে বিজ্ঞান ভিত্তিক তদন্ত কৰক আৰু ফৰেনচিক পৰীক্ষাগাৰৰ সহায় ল‌ওক। সত্য তথ্য নাইকিয়া হৈ যোৱা নাই।

    • @rajeshhazarika1663
      @rajeshhazarika1663 4 месяца назад

      চব ফুচ হ'ব চাই থাকক কাৰণ এইখন ভাৰত হয় সেয়া পাহৰি নাযাব 😏

  • @nirupoma5935
    @nirupoma5935 4 месяца назад +4

    উচিত তদন্ত আৰু উচিত বিচাৰ হ'ব লাগে।

  • @RikumaniSarania
    @RikumaniSarania 4 месяца назад +1

    😭😭🙏🙏

  • @subharajgogoi7316
    @subharajgogoi7316 4 месяца назад +3

    😢😢😢

  • @ranasharma2302
    @ranasharma2302 4 месяца назад +1

    Justice lage

  • @SATYAJITLASKAR
    @SATYAJITLASKAR 4 месяца назад +2

    বাইদেউক শাস্তি দিয়ক ।

  • @rantumoniborah2280
    @rantumoniborah2280 4 месяца назад +1

    🙏

  • @natyarabha4243
    @natyarabha4243 4 месяца назад +1

    😢😢😢😢😢😢

  • @tejaswinin7936
    @tejaswinin7936 4 месяца назад +3

    RIP bhargab da 😢 amar karate teacher asil teo

  • @sabitrisvlog721
    @sabitrisvlog721 3 месяца назад

    সঁচাকৈ বৰ দুখৰ খবৰ? সেই শিক্ষয়িত্ৰী জনীয়ে খুন্দিয়াই কিয় পৰাৰ ? ইচ্ছা কৃত ভাবে মাৰিলে নেকি? ন বোৱাৰী জেনীৰ কি হ'ব এতিয়া?

  • @zubeengarg2291
    @zubeengarg2291 4 месяца назад +10

    গম পাব এতিয়া নতুন আইন আহিছে....৫-১০ বছৰ জেল হব ৰহ

    • @rajeshhazarika1663
      @rajeshhazarika1663 4 месяца назад +1

      😂আমাৰ দেশৰ আইনৰ ওপৰত ভৰসা কৰিছে নে কি ?

  • @jonavlogs4927
    @jonavlogs4927 4 месяца назад +3

    Hit and run case... May be teo hospital t khabar dile lora jon basile hoi.

  • @Rupamdas-pw9rv
    @Rupamdas-pw9rv 4 месяца назад +2

    Baideur photo tu dekhaboloi voi korile naki .

  • @Jintuu1998
    @Jintuu1998 4 месяца назад +4

    Aku law nai punishment pabo pabo karne , IPC r aku nhoi ,notun law to logabo lagisil , atiya ako andolon kora khini kot gol atiyaa, akol andolon kora tu ai nhoi ktha bur Jani he koribo Lage

  • @polashediting12k
    @polashediting12k 4 месяца назад

    আৰু চৰকাৰে নতুন নিয়ম উলিয়াব বিনা licence ত গাড়ী চলাবলৈ দিব মূৰ্খ চবক এতিয়া যি দেখিছোঁ পথ দুৰ্ঘনাত আৰু মানুহৰ মৃত্যু ।

  • @chandandutta3186
    @chandandutta3186 4 месяца назад +5

    Ihate gari salab najanakoi rastat gari ulai loi jai. Ihatak jail diok

  • @apurbadas1622
    @apurbadas1622 4 месяца назад +4

    9ta bojat Sikha setu app ot present nidile absent howar bhoyot speed ot car solaisil jen paisu.

  • @amlandeka3970
    @amlandeka3970 4 месяца назад +7

    Tair mukh khon dekha

  • @ProdipBora-ec9jj
    @ProdipBora-ec9jj 4 месяца назад +4

    Bonori sudi mastoni sudaise bonori

  • @TukharTukhardeori-fc5nu
    @TukharTukhardeori-fc5nu 4 месяца назад +3

    Ari nidibo

  • @ndtech8170
    @ndtech8170 4 месяца назад +1

    10 years jail dibo lage aru 7 lakhs fine. Hit and run case.

  • @RunuRajbongshi-n3w
    @RunuRajbongshi-n3w 4 месяца назад +1

    Tair giriyekr jodi ane hol hoi tetiya tair kene lagil hoi .........tair giriyek morak Xon kale

  • @PriyaRabha-gf4vo
    @PriyaRabha-gf4vo 4 месяца назад +1

    Aijnik FSI db lge ru imnkhini property money ase bhargav r wife r nmt likhi db lge

  • @ripanjyotikalita9069
    @ripanjyotikalita9069 4 месяца назад

    Gari salabo najanilai gari solabo nalgai .....jar babai akhon ghar khek hoi gll ......dukhik khasti lagai🙏

  • @ramendas972
    @ramendas972 4 месяца назад +2

    Goribor kotha kune kobo baidok airest ho lage

  • @kidslife3180
    @kidslife3180 4 месяца назад

    Accident koneo karo buli nokore hoi jai....so voi khowa2 savabik...sebuli news kribo nalage take...sei manuh janiro sage kiman dukh lagise...

  • @kaushikmazumder6632
    @kaushikmazumder6632 4 месяца назад +4

    Tamuli noti

  • @pranabjaibajrangbalideka959
    @pranabjaibajrangbalideka959 4 месяца назад

    Accident hoise manilu..kintu polai juwa aru Misa kotha kuwa babe jail 20 basor hbo lge....

  • @madhurjyamoral-kb5fi
    @madhurjyamoral-kb5fi 4 месяца назад

    Helmet pinha nasil naki reply

  • @cosmos1675
    @cosmos1675 4 месяца назад

    কেনে লেকচাৰাৰ ? আইনৰ সহায় ললে ন্যা়য় পাব টো।

  • @BEDANTAJYOTINATH
    @BEDANTAJYOTINATH 4 месяца назад

    Ram ram

  • @moramitamuli4250
    @moramitamuli4250 4 месяца назад

    কিছুমান মহিলাক দেখিছো বৰ পাগলৰ দৰে গাড়ী চলায়। নিজৰ জীৱন মৰি যাৱ,জী থাক তহতৰ কথা কিন্তু উৎশৃংখল ভাৱে গাড়ী চলাই আনৰ জীৱন কিয় কাঢ়ে। কিছুমানে গাড়ীখন চলাব পাৰিলো মানে আৰু স্ব ৰ্গ ঢুকি পালে। যাহা তাহা চলালেই হল। উৎচিত ব্যৱস্থা হব লাগে। City ৰ ভিতৰত ইমান speed চলোৱাৰ কি প্ৰয়োজন আছিল।

  • @anuborgohain9955
    @anuborgohain9955 4 месяца назад

    borttaman etia AINE khon hoise dhoni dukhi hari jai .. dukhia nidukhi fosi mori jai .. ei durbhogia n buwari jonir life2 ki hobo .. hei memonie buji paisene nai .. teu jodi egoraki sikhiyati tente durghotona kori kio polai gol .. teu janibo lage je ejon manuhk khundiai ki kora usit .. eibur sikhiyatie anok ki sikha dib oo .. ghonta sikhiyati kore ...... gari solai dekhaise .. teu hoy2 agoteu enekua apiradh korithoise .. eibar bhogowane teuk hatelute dhorale .. soitya ketiau lukai nathake .. 100 goru marile baghoru mityu .......

  • @anamikanath2413
    @anamikanath2413 4 месяца назад

    Khura 😢😢😢

  • @Rocky-be3vw
    @Rocky-be3vw 4 месяца назад +1

    Sorupeta gomurar😢😢

  • @nayanroy9646
    @nayanroy9646 4 месяца назад

    New criminal act mate case hbo lge.

  • @raiden_0710
    @raiden_0710 4 месяца назад

    Eijoni high secondary Assamese porhua mam hoi bohut lebel kiba hudhile koboi nibisarsil ami poha xomoit

  • @gitarthap.bhuyan3100
    @gitarthap.bhuyan3100 4 месяца назад

    Eku justice napai. Essay likhibo dibo aru eri dibo. Eiyai amar Indian judiciary.

  • @parthabora503
    @parthabora503 4 месяца назад

    Give that culprit jail

  • @kamaleshwarkalita5755
    @kamaleshwarkalita5755 4 месяца назад

    laj lagil ajoni teacher hoi. mahnu anekoi batot mari thoi jabo pare.. bohut dukh palu.

  • @h1239640
    @h1239640 4 месяца назад +2

    নৱবিবাহিতা যুৱক মানে কি😢😢😂

  • @PragyamSharma
    @PragyamSharma 4 месяца назад

    Dui din pst poisa khuai olai aahibo aeitu ata apriyo xosa ktha

  • @bhaskarbsk600
    @bhaskarbsk600 4 месяца назад

    Fasi dibo lage baideu jonik😢😢😢

  • @PatrickBatemanJr0007
    @PatrickBatemanJr0007 4 месяца назад +2

    Mohila gari solale anekuae hobo

  • @abhijitbaruah3664
    @abhijitbaruah3664 4 месяца назад +5

    Hit and run case ki dukhiyar babe,Dhani bilakor babe nohoi niki?

  • @rotinsuoer5776
    @rotinsuoer5776 4 месяца назад

    Cctv video thaki oh dhora nai Mane nodhore aru basi jabo.... Guwahati t okol powerfull manuh a basibo pare

  • @NijuBarman-jj7mb
    @NijuBarman-jj7mb 4 месяца назад

    Tirota bilake kla xoha pohur kanor nisina kola sasma ajur pindhi ki gari solabo na nije jabo agot na karobak jabo dibo agote ...aru jodi agote kiba porise hoise aru fali Siri loi jabo😢😢

  • @hridoygogoi5278
    @hridoygogoi5278 4 месяца назад +1

    Indiat tu Justice nupua

  • @bhaskarbsk600
    @bhaskarbsk600 4 месяца назад

    Fasi dibo lage baideu jonik 😢😢😢😢

  • @manikadas6987
    @manikadas6987 4 месяца назад +1

    Sakorito ase buli lebel dise neki arinidibo

  • @RajuSaikia-y9h
    @RajuSaikia-y9h 4 месяца назад

    😢😢😢😢😢😢😢😢😢😮😮😮

  • @souravmajumdar5374
    @souravmajumdar5374 4 месяца назад

    Hit and run case..10 years jail

  • @upamadas75
    @upamadas75 4 месяца назад

    Ai tu hoi je ajikali kisuman ladies e gari solabo najane...ene solai lebel dibo r karone... actually najanile solabo nalage..

  • @Mafia1702-o5j
    @Mafia1702-o5j 4 месяца назад +1

    Balor driving Kariba ahe....aku najane maiki bilake gari salaba...valke xhikhi loo hr gari salaba lage....badarnir jat mastaranik koti lal Kari diba lge kubai

  • @dhritimanbanikya4395
    @dhritimanbanikya4395 4 месяца назад

    মুখ খন দেখুৱালে ভাল আছিল.. তাই তো মুকলি আকাশৰ তলত আহিবই.. কমচেকম তাইক দেখিলেই আমি আগতিয়াকৈ সাবধান হব পাৰিম..।

  • @ParthSarma-uz6op
    @ParthSarma-uz6op 4 месяца назад

    18bosor val pai biya patsil.bohut dhukh laga.

  • @ritudevi5207
    @ritudevi5207 4 месяца назад

    Tirotai gari kio solai purukh hodai purukhei .

  • @dipakalita9938
    @dipakalita9938 4 месяца назад

    Khsai ghyr manuh bore nijoke ki buli vabe jano.. Emn dekhai mane. Bus j log pao tiri bilakak emn mukh soka

  • @zeal6360
    @zeal6360 4 месяца назад +1

    Maikee a gari solabo ple level bohut hoi maksudi sobr

  • @umaruchan8828
    @umaruchan8828 4 месяца назад

    300 words essay?

  • @PopySaikiaborah-u6s
    @PopySaikiaborah-u6s 4 месяца назад

    Loga log jodi hospital manuhjni a loi jua hola vl hol hoi kijani

  • @himangshuhazarika4387
    @himangshuhazarika4387 4 месяца назад

    সেইজনীৰ মুখ খন কিয় নেদেখুৱাই

  • @pikubora9865
    @pikubora9865 4 месяца назад +1

    মুখ খন কিয় ধাকি দিয় কিয়

  • @dhanjitrabha5809
    @dhanjitrabha5809 4 месяца назад +1

    Rip
    Muthote moril

  • @gogoi2499
    @gogoi2499 4 месяца назад +1

    Piton dibo lage

  • @gituboom5093
    @gituboom5093 4 месяца назад +1

    Mukh khon kio ni tair