প্ৰাণজিৎ গগৈ || অৰূপ শইকীয়া | ভাগৱত বাখ্যা || বালিজান বৰনামঘৰ || Bhagawat kotha || Pranjit Gogoi

Поделиться
HTML-код
  • Опубликовано: 23 янв 2025

Комментарии • 137

  • @swapnagogoi8702
    @swapnagogoi8702 Год назад +6

    কৃষ্ণ প্ৰভূ আপোনাৰ চৰণত সেৱা নিবেদিছো

  • @khirodagogoi625
    @khirodagogoi625 2 года назад +7

    কৃষ্ণ কৃষ্ণ।।
    বাপ দুজনাৰ শ্ৰী চৰণত কৌতি
    কৌতি প্ৰণিপাত জনাইছোঁ ।।
    আমি আপোনা সবৰ অমৃত ময়
    ভাগৱত কথা সদায় পাণ কৰি
    আহিছোঁ ।। আজিৰ ভাগৱতৰ
    কথা খিনি খুউব ভাল লাগিল।।
    বাকী খিনি যেন আকৌ শুনিবলৈ পাওঁ তাৰে আশাত
    আপোনা সবৰ শ্ৰী চৰণত পুনৰ
    বাৰ সেৱা ধৰিছোঁ।। কৃষ্ণ কৃষ্ণ ।

  • @probinbo9316
    @probinbo9316 2 года назад +7

    কৃষ্ণ কৃষ্ণ বাপ,আপোনালোক দুয়োজনলৈকে আন্তৰিক শ্ৰদ্ধা আৰু ভক্তি ভৰা সেৱা জনালোঁ। আপোনালোকৰ অমৃত বৰষা বাখ্যা শুনি সন্তোষ পালোঁ।

  • @sabitrigogoi9800
    @sabitrigogoi9800 Год назад +2

    কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা জনালোঁ 🙏🙏

  • @Kamalanath-nt8zc
    @Kamalanath-nt8zc Год назад +1

    Krishna Jay guru Sankar 🙏

  • @kalpanahazarika7631
    @kalpanahazarika7631 2 года назад +4

    কৃষ্ণ কৃষ্ণ সেৱাজনালো প্ৰভুদুজনা। লগতে সমস্ত বাপ আই লৈ শ্ৰদ্ধা জনালো।

  • @dejitrabha5135
    @dejitrabha5135 Год назад +2

    অতি সুন্দৰ উপস্থাপন কৰিছে ধন্যবাদ জনালো মহাশয়

  • @rikugogoi3759
    @rikugogoi3759 Год назад +2

    Sumitra Gogoi
    Krishna Krishna Krishna Sarba prathame Guru - Sisy duyo jan Bapaloi mor Bhakti bhara Sewa aagbahalo Bap sakal Pinda Mak Bapek jiyai thakoteai diva lage mari yowar pachat pinda di lav nai kintu aami bilake iyar biparitohe Karina lagichho iyar Phulto hoichhe Adhogati Krishna Krishna Krishna pranam janalo Aaponasabak Krishna

  • @sonjoybonia5468
    @sonjoybonia5468 2 года назад +2

    Ram Krishna prabhu apunar lukor madhumoi bakhya.... Xodai... Jen.. Enedorei.... Prasar.... Hoi... Thake..... Xei... Aaxare.... Prabhu... Bhagwaanor.... Soronot..... Prathona karisu...... Ram.. Krishna prabhu 🙏🙏🙏🙏🙏🙏🙏🙏

  • @manjurajkonwar2807
    @manjurajkonwar2807 2 года назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু প্ৰণাম 🙏🙏🙏।

  • @DevajaniChutia-of6vo
    @DevajaniChutia-of6vo 2 года назад +3

    কৃষ্ণ কৃষ্ণ বাপ দুইজনালৈ শ্ৰদ্ধাৰে সেৱা ধৰিছোঁ।

  • @kakuphukan7948
    @kakuphukan7948 2 года назад +2

    🙏🏿🙏🏿🙏🏿 krishno 🙏🏿🙏🏿🙏🏿

  • @mintubharali3092
    @mintubharali3092 2 года назад +4

    Bohut xundr alusona... Krishna.. Krishna

  • @trithathengal1177
    @trithathengal1177 2 года назад +2

    কৃষ্ণ কৃষ্ণ বাপ‌ বৰ সুন্দৰ ব্যাখ্যা আপোনাৰ এই সুন্দৰ ব্যাখ্যা সুনি বৰ ভাল লাগিল ধন্যবাদ

  • @junumech653
    @junumech653 2 года назад +4

    কৃষ্ণ 🙏🙏বহুত সুন্দৰ প্ৰভূ কৃষ্ণ কৃষ্ণ ৰাম হৰি হৰি ৰাম কৃষ্ণ প্ৰণাম জনাইছো

  • @hemaprabhasaikia5321
    @hemaprabhasaikia5321 2 года назад +5

    কৃষ্ণ বাপ সুন্দৰ ব্যাখ্যা

  • @nripenburagohain
    @nripenburagohain Год назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @জ্যোতিময়Jyotimoy
    @জ্যোতিময়Jyotimoy 2 года назад +4

    কৃষ্ণ

    • @bhaktirsagor
      @bhaktirsagor  2 года назад

      কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ

  • @dipalinath8592
    @dipalinath8592 2 года назад +4

    Krishna krishna baap🙏🙏🙏

  • @dharmeswarborah2898
    @dharmeswarborah2898 2 года назад +2

    Dhuniy lagil

  • @rewatideka7020
    @rewatideka7020 2 года назад +3

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏

  • @digambardeka5677
    @digambardeka5677 Год назад +3

    Krishna krishna

  • @chimugoswami4016
    @chimugoswami4016 Год назад +3

    আপোনালোকৰ ব্যাখ্যা বৰ সুন্দৰ,আপোনালোকৰ দৰে পাবত গজা ব্যাখ্যাকাৰে আকৌ উপবাসৰ কি সুন্দৰ ভাঙনি দিছে ঐ আমাৰ সমাজত ,উপবাস মানে হেনো ওপৰত বাস 😄

  • @ramcharandeka9143
    @ramcharandeka9143 2 года назад +3

    Om namah Bhagawate Vasudevaya.

  • @priyakheebora25
    @priyakheebora25 2 года назад +5

    Krishna 🙏

  • @mintugogoi6588
    @mintugogoi6588 3 месяца назад +1

    Krishna Krishna Krishna Krishna Krishna Krishna Krishna

  • @akhilburagohain381
    @akhilburagohain381 2 года назад +3

    Krishna Krishna Krishna bap

  • @mayuribaruah7495
    @mayuribaruah7495 2 года назад +2

    🙏🙏🙏🙏🙏 krishno bap sawa grohon koribo

  • @kabitahazarika5016
    @kabitahazarika5016 2 года назад +2

    Pronam vogabon

  • @Minurajkumari
    @Minurajkumari 2 года назад +2

    Krishna Krishna Krishna Bap🙏🙏🙏

  • @bhabenborah845
    @bhabenborah845 2 года назад +4

    কৃষ্ণ 🙏🙏🙏

  • @smriti4464
    @smriti4464 2 года назад +4

    কৃষ্ণ🙏 কৃষ্ণ

  • @jintudutta278
    @jintudutta278 2 года назад +2

    Krishna Krishna bapjana amritmoi bani

  • @lalithazarika9394
    @lalithazarika9394 2 года назад +2

    মাধৱ মাধৱ

  • @updeshmala2737
    @updeshmala2737 2 года назад +7

    সেই নৰ নাৰায়ণে আজিও কাক পুজি আছে বদৰিকাশ্ৰমত। সীতাই পিন্দদান কিয় দিছিল?প্ৰহ্লাদে পিন্দদান কিয় দিছিল? অৰ্জ্জুনে পিন্দদান কিয় দিছিল? কৃষ্ণই পিন্দদান দিবলৈ কিয় আদেশ দিছিল? জনক ৰজাকে ধৰি যুধিষ্ঠিৰ, ভীষ্ম আদি সমস্তই পুৰ্ব পুৰুষৰ পিন্দদান কিয় দিছিল?

  • @abmonty7274
    @abmonty7274 2 года назад +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @miritaniaaoassam3324
    @miritaniaaoassam3324 2 года назад +2

    krishna krishna om narayana namah pongkojo komolo narayana namah

  • @monilahan7596
    @monilahan7596 Год назад +2

    কৃষ্ণ কৃষ্ণ। বহু নজনা কথা জানিব পাৰি ভাল লাগিল আই ।

  • @jaganathsonowal6873
    @jaganathsonowal6873 2 года назад +4

    🙏 কৃষ্ণ 👣👈🤲

  • @akhilgogoi1869
    @akhilgogoi1869 2 года назад +2

    Krishna Krishna bhal lagil Krishna Krishna

  • @ashimgogoi5961
    @ashimgogoi5961 2 года назад +2

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম

  • @krishnakakaty2624
    @krishnakakaty2624 Год назад +2

    Agor. Niti. Niyom. Nai kintu. Aitu. Kotha. Thik. Xihoi. Ketiyaw. Hahi. Makhai. Beli. Ketiyaw. Posime. Nulai. Dei. Beya. Napabo. Krishna. Krishna

  • @Jayanta_Chetia
    @Jayanta_Chetia 2 года назад +12

    কৃষ্ণ কৃষ্ণ 🙏🏿🙏🏿

  • @acassamculture2219
    @acassamculture2219 2 года назад +2

    কৃষ্ণ কৃষ্ণ

  • @CricketOfficialNews
    @CricketOfficialNews 2 года назад +3

    Puruhit man

  • @nath3465
    @nath3465 2 года назад +4

    Krishna

  • @anjumonigogoi1267
    @anjumonigogoi1267 Год назад +2

    ভাল লাগিছে কৃষ্ণ,,🙏🙏🙏❤️

  • @bhaskarburagohain3382
    @bhaskarburagohain3382 2 года назад +2

    🙏🙏🙏🙏

  • @niyarfunnyvlog5518
    @niyarfunnyvlog5518 2 года назад +4

    কৃষ্ণ বাপ, ইয়াৰ পিছৰ খিনি নাপালোঁ

  • @dipakborah1152
    @dipakborah1152 Год назад +1

    🙏🌺❤🌺🙏

  • @rubigogoi5227
    @rubigogoi5227 2 года назад +12

    কৃষ্ণ🙏বৰ ভাল লাগিল।পিছৰ খিনি শুনিবলৈ আশা ৰাখিলোঁ প্ৰভু🙏

  • @sabitriboruah4411
    @sabitriboruah4411 2 года назад +2

    🙏

  • @pranabnath3362
    @pranabnath3362 2 года назад +8

    কৃষ্ণ বাপ সকলো ধৰ্মীয় অনুষ্ঠান গৃহস্থই শ্ৰদ্ধাৰে কৰে। পুৰুহিতক যদি ঠিকা দিয়ে, আপোনালোকক ভাগে ভাগে দিলেও সেৱকীয়ে ঠিকা দিয়াই হয়। কাৰণ সেৱকীয়েটো নকৰে। নাজানুহো আৱাহন নাজানোহোঁ বিসৰ্জন, পূজা মন্ত্ৰ পাঠ সৰাই বন্তি একো নাজানোঁ। জনাই নিজে কৰে নজনাই সকলোকে শ্ৰদ্ধাৰে কৰিব দিয়ে ভক্তি ভাৱ ৰাখি এনে বক্তব্য দাঙি ধৰি গুৰুজনাৰ অপমান নকৰিব। গুৰুজনাই কিছুমান কৰ্ম্ম কৰিব নালাগে বুলি লিখি গলেও কৰা সকলক নিন্দাও কৰিব দিয়া নাই। সমস্ত প্ৰাণীত বিষ্ণু বুদ্ধি নোহে যাৱে। কায় বাক্যে মনে অভ্যাসিবা এহি ভাৱে। ।এনে পদ নিদিলেহৈ। দুজন তিনিজন ভকতৰ কাৰনে গুতেই শংকৰক গুৰু মনাসকললৈ হিংসাৰ ভাৱ বিয়পাব সেষ্টা নকৰেযেন। যোনে যিভাবে কৰে কৰি থাকক সকলোৰে নিজৰ নিজৰ গুৰু আছে সেই মতেই চলি আছে। ৰাজনীতিৰ দৰে দুখ ঠেলা ঠেলি হব ধৰিছে।সকলোৰে প্ৰতি বিনম্ৰ অনুৰোধ সকলো মানুহৰ মনত ভক্তি উদয় হয় তেনে ধৰনৰ ব্যাখা আগবঢ়াব কৃষ্ণ ।জয় গুৰু শঙ্কৰ মাধৱ।

    • @pranabnath3362
      @pranabnath3362 2 года назад

      🙏🙏🙏

    • @updeshmala2737
      @updeshmala2737 2 года назад +3

      কৰোতা জনক নিন্দা কৰিব দিয়া নাই। নকৰো ।নিন্দা কৰিব শিকাইছে কোনে ?নিন্দা আৰম্ভ কৰিছে কোনে ?অশৰণীয়া ঘৰত নাযাও নাখাও কোনে কয়?শিব পুজিব নাপাই কোনে কয়?দেবতা পুজিব নাপাই কোনে আৰম্ভ কৰিছে? পুজা কলী যুগত নাই কোনে কয়?নিজে পুজা বাধা দি নিজে কিয় পুজা কৰি আছে। যদি পুজা কৰিবই পাৰে আনক নিন্দা কৰাৰ উদ্দেশ্য কি?আন দেব দেবী নকৰিবা সেৱা গৃহতো নাযাবা নাযাবা ,মুৰ্তিক নাচাবা,প্ৰসাদো নাখাবা ধৰ্ম হব ব্যাভিচাৰ। এইটো নিন্দানে, পক্ষপাত নে সাম্প্ৰদায়িকতানে , মনুষ্যৰ ঐক্যতাৰ সুগম পথ নে ,নে মনুষ্যৰ মাজত বিশৃংখলতাৰ আহিলা। কি হব পাৰে বাৰু?

    • @gayatrisaharia8107
      @gayatrisaharia8107 Год назад

      Ajikli business he hokolu.

    • @pranabnath3362
      @pranabnath3362 Год назад

      @@gayatrisaharia8107 ১00% শুদ্ধ ঈশ্বৰৰ লগতো ব্যৱসায় কৰে যেনে হে প্ৰভূ ইয়া তোমাক দিলোঁ সেইয়া মোক দিয়া। কৃষ্ণ।

    • @neelabhkakati4537
      @neelabhkakati4537 Год назад

      Sundar

  • @hirenbaishya3721
    @hirenbaishya3721 2 года назад +1

    কৃপালু বাপ আমালোকক অমৃত পান কৰালে আপোনালৈ সেৱা জনালো ।

  • @pranutjalborah82
    @pranutjalborah82 2 года назад +1

    ❤️

  • @bindabankumar6592
    @bindabankumar6592 2 года назад +1

    Krishna bap

  • @harakantadeka7715
    @harakantadeka7715 2 года назад +2

    কৃষ্ণৰ। জন্ম।নাই।বুলি।পাঠকে, বৰ্ণনা।কৰিছে। কিন্তু, আমি।যুগ।যুগ।মানি।আহিছো

  • @hiteshsarma-d4j
    @hiteshsarma-d4j 23 дня назад +1

    Ehte bhut sikib aase

  • @gunavathibuwari6644
    @gunavathibuwari6644 2 года назад +1

    Ram Ram

  • @minatimech4993
    @minatimech4993 2 года назад +3

    Krishna baap.

  • @Narendrasaikia556
    @Narendrasaikia556 5 месяцев назад

    Ramkrisna Ramkrisna govind

  • @updeshmala2737
    @updeshmala2737 2 года назад +6

    সীতাই পিন্দদান দিছিল, পঞ্চপানদবে পিন্দদান দিছিল, জনক,ভীষ্ম, বেদ ব্যাস আদিকে ধৰি সকলোৱে পিন্দদান কৰিছিল। তেতিয়া ধৰ্মৰ চাৰিপদ জীবিত আছিল। কিন্তু কলী যুগৰ আৰম্ভণিত এইবোৰ কৰিব নাপাই বুলি প্ৰকাশ কৰাৰ পৰা ধৰ্মৰ এপদো নাইকীয়া হল।কাৰণ মৃত আত্মাই পিন্দ লব নাহে বুলি সীতাকে ধৰি যিমানবোৰ আছিল সেইসকলে জনাই নাছিল কাৰণ তেওঁলোক অগীয়ানী আছিল কিন্ত কলী যুগত জন্ম হোৱাসকল মহাগীয়ানী গতিকে পিন্দদান নকৰে কাৰণ সীতাৰ দৰে মহাসতীকো এইসকলে শৰণ দিব পাৰে।

    • @digantanath9583
      @digantanath9583 2 года назад

      Awlok sankarisabghat vgbn ... Tewlokei sankardevk hikhadisil ... Saribed sitri korisil ai pondit gijnei

  • @probhatbora4716
    @probhatbora4716 Год назад +2

    কৃষ্ণ,পৰম সেৱাভাজন বাপদ্বয়ৰ
    শ্ৰীমুখৰ অমৃত প্ৰাণ কৰি কৃত্তজ্ঞতাৰ সেৱা জনালো।

  • @NiranjanCreation
    @NiranjanCreation 2 года назад +2

    krishna krishna dei

  • @updeshmala2737
    @updeshmala2737 2 года назад +7

    এক দেৱ এক সেৱ এক বিনে নাহি কেৱ।
    এই ধৰ্ম্ম মানি আকৌ আউসী একাদশী কিয় মানিব লাগে। অম্বুবাচী নামানে, মহালয়া নামানে
    পুৰ্ণিমাটো সূর্য দেৱৰ লগত সম্বন্ধ ।তেন্তে আপুনিও সমস্ত দেবতাক মানে পুজে।যদি কৃষ্ণ নাম ললেই সকলো সিদ্ধ হয় তেন্তে আপুনি আউসীত,একাদশীত ,পূৰ্ণিমাত পত্নীৰ ওচৰত যাবলৈ কিয় বাধা দিছে ?কৃষ্ণ নাম লৈ কৰ্ম সিদ্ধ কৰিলেই হল। মানে আপুনিও দেবতা ভজে। যদিহে নভজে তেন্তে আউসী, একাদশী,পুৰ্ণিমা এইবোৰ সূর্য আৰু দেবীৰ উপাসনাৰ জ্ঞান নিদিব। স্হিৰতা নাই ।ঘুৰি ঘুৰি শংকৰ পথ।অৰ্থাত শংকৰেই শিব। শিব শংকৰেই জগত গুৰু। শিবৰ আদৰ্শ বিনা শ্ৰীকৃষ্ণ আৰু ৰামে বৈকুণ্ঠ নাপালে। বাকী সামান্য মনুষ্যই যদি ভাবে পাম বুলি মিছা কথা। যদুবংশক কৃষ্ণই নিজেই মাৰিলে। কলিযুগত কৃষ্ণই কাক মাৰিব ভালকৈ পুৰাণ সমুহ চৰ্চা কৰক। কিছুৱে খুব আনন্দ পাইছে কিন্তু তত্ত্বটোত কি প্ৰকাশ কৰি আছে একো বুজা নাই। যেনেকৈ কৃষ্ণ জন্ম হওতে প্ৰথম মহামায়া জন্ম হৈ সকলোকে অন্ধকাৰত লৈ গৈছিল ঠিক সেই দৰেই আজি কলিযুগতও অন্ধকাৰত লোক ডুবিল।গতিকেই পৃথিৱীত নিন্দ ৰ বাহিৰে একোৱেই নথকা হল।

  • @jyostnagogoi6967
    @jyostnagogoi6967 Год назад +1

    Parbhu kishan kishana

  • @DhrubaSarma-op5co
    @DhrubaSarma-op5co Год назад +1

    শঙ্কৰ শঙ্কৰ বুলি প্ৰাৰ্থনা কৰক এওঁলোকৰ ‌পৰ নিন্দা এওঁলোকে লিখা পাঠ শুনিলে শঙ্কৰদেৱে আপোনাক আশীৰ্বাদ নকৰে।

  • @gojenphukan634
    @gojenphukan634 2 года назад +2

    এই দুজনা গুৰুৱে সমাজ বিভ্ৰান্ত কৰা নিদিষ্ট কৰি লোৱা পদৰহে ব্যাখ্যা কৰি ফুৰা পাইছো । লাহে লাহে ভাৱ হৈছে এওলোক অসমীয়া সমাজৰ ভাবি ঠিকাদাৰ ।

  • @Gurugyan6360
    @Gurugyan6360 2 года назад +3

    ৰাম ৰাম.....তেলৰ চাকি জ্বলোৱাটো বাপ গুৰু জনে কনোবা শাস্ত্ৰ উল্লেখ আছে নেকি....জনাবচোন....

    • @updeshmala2737
      @updeshmala2737 2 года назад

      কৃষ্ণ কৃষ্ণ
      আউসী একাদশী,পুৰ্ণিমা এইবোৰ দেবী দেবতা উপাসনা হয়। কেতিয়াৰ পৰা আউসী ,একাদশী,পুৰ্ণিমা মানা হল। এক দেৱ এক সেৱ এক বিনে নাহি কেৱ। শুনি বেয়া লাগিছে।অম্বুবাচী নামানে,হাত চোৱা নামানে, এইবোৰ কথা শুনি হাঁহিছিল। আজি আউসী একাদশী মানিব লাগে উপদেশ দিছে।মোৰ এতিয়াহে হাঁহি উঠিছে।

    • @Gurugyan6360
      @Gurugyan6360 2 года назад

      @@updeshmala2737 হয় বাপ, কৃষ্ণ ভক্তি এই বোৰৰ প্ৰয়োজন নাই...

    • @updeshmala2737
      @updeshmala2737 2 года назад +1

      @@Gurugyan6360 যদি কৃষ্ণ ভক্তিত সেইবোৰ প্ৰয়োজন নাই তেন্তে আউসীৰ একাদশীৰ উপদেশ তেওঁ কিয় দি আছে ? আপোনালোকে মানা কৰক ধৰ্ম নষ্ট কৰি লাভ নাই।

    • @Gurugyan6360
      @Gurugyan6360 2 года назад +1

      @@updeshmala2737 বাপ আপোনাৰ এটা সমস্যা আছে...আপুনি যিকোনো Vedio ভাল দৰে নাচায় বা comment ভাল দৰে নপঢ়ে....Vedio টোত কৈছে....আউসী একাদশী পূৰ্ণিমা সংক্ৰান্তি,..কদাপিটো নাযাৱা নাৰী জাতিৰ সীমা.....নাৰী জাতিৰ ওচৰত যাৱলৈ বাধা কৰিছে....কৃষ্ণ ভক্তি কৰিবলৈ মানা কৰা নাই....ভাল দৰে শুনক,বুজক...তাৰ পিচত
      ......কৱক

    • @updeshmala2737
      @updeshmala2737 2 года назад

      @@Gurugyan6360আপোনাৰ আৰু বেছি সমস্যা আছে। আপুনি তত্ত্বক অলপো বুজি নাপাই। আপোনাৰ দৰে বুজি নোপোৱাৰ বাবেইটো সমাজ সমস্যাৰ সন্মুখীন হব লগীয়া হৈছ।আউসীত, অমাবস্যা পূৰ্ণিমাত কিয় নাৰী ওচৰত যাবলৈ মানা কৰিছে? একাদশীত কিয় যাব মানা কৰিছে?একাদশী কোন ?পুৰ্ণিমা কোন? আমি অন্ধবিশ্বাসত আছো বুলি নিন্দা কৰি নিজে অন্ধবিশ্বাসত কিয় পৰিছা? কৃষ্ণ ভকতে জুইত জাঁপ দিলেও নুপুৰে।কাটিলেও নাকাটে ।গতিকে কৃষ্ণ নাম সমস্ততে পবিত্ৰ। আউসীত সহবাস কৰিলেই যে সন্তান বেয়া হব এই অন্ধবিশ্বাসত কিয় পৰিছা বেয়া লাগে নহয়। আনক হাহিঁ নিজেই শুদ্ধ পথলৈ গৈছলা। এতিয়া তাতো যদি এইবোৰ মানিব লগীয়া হৈছে তেন্তে---------‐---------- নোকোৱাই ভাল।

  • @jitengogoi981
    @jitengogoi981 2 года назад +2

    Krishnaye jibor goti data

  • @jintusarmah4150
    @jintusarmah4150 2 года назад +2

    বাপ জনা আপোনাৰ মন্তব্য শুনিলো কিন্তু শ্ৰাদ্ধ কি সেইতো আপোনাৰ সীমিত জ্ঞানেৰে বুজি নাপাব । ভগৱান শ্ৰী কৃষ্ণই যে শ্ৰাদ্ধ কৰিব উপদেশ দিছিল আপুনি নাজানে চাগে, যুধিষ্ঠিৰ, ভীষ্ম, দ্ৰুপদী সকলোৱে শ্ৰাদ্ধ কৰিছিল, কিয় কৰিছিল বাৰু??? অলপ অধ্যয়ন কৰি বাখ্যা আগবঢ়াব। আপুনিও এজন ভাবি ঠিকাদাৰ হৈ গৈছে ন অসমীয়া সমাজৰ । কি ফালটো কথা কৈ হা

  • @abhigyanborahanuhazarika167
    @abhigyanborahanuhazarika167 Год назад +1

    Krishna🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @iboroboro2755
    @iboroboro2755 2 года назад +5

    Krishna Krishna sewa grohon korib krishna

  • @rumagogoi4430
    @rumagogoi4430 2 года назад +1

    এক মত হব নোৱাৰি লো

  • @DhrubaSarma-op5co
    @DhrubaSarma-op5co Год назад +1

    বা

  • @dulalgogoi5139
    @dulalgogoi5139 Год назад +1

    Purnima,, dumahi,, aaukhi,,,, aadityanath, halbua,, kothahe,, hudhisil,,, iyr, uttor, ki, dile,,, ritumoti,,, narir, kotha, kole,, prosnor,,, utttor, holne,,,,,,

  • @manasbora9864
    @manasbora9864 2 года назад +1

    মিছা কথা কিছুমান কিয় কয় হে

  • @kongkonsaikia9626
    @kongkonsaikia9626 2 года назад +1

    ভূল বাখ্যা

  • @bhupensarmah7888
    @bhupensarmah7888 Год назад +1

    Val lga ni,alosona hoa ni.xmaloslona hoa Jen lagise...

  • @CricketOfficialNews
    @CricketOfficialNews 2 года назад +1

    Ehote eko najane

  • @abhijitdeka7457
    @abhijitdeka7457 2 года назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @dipankarmadahi6428
    @dipankarmadahi6428 2 года назад +2

    কৃষ্ণ🙏

  • @surajneog2230
    @surajneog2230 2 года назад +1

    Krishna 🙏🙏🙏

  • @pronotineog6108
    @pronotineog6108 2 года назад +2

    🙏🙏🙏

  • @azmusiczone2881
    @azmusiczone2881 2 года назад +1

    🙏🙏🙏🙏🙏

  • @jituhazarika763
    @jituhazarika763 2 года назад +1

    কৃষ্ণ

  • @suneswarkonwar2157
    @suneswarkonwar2157 2 года назад +1

    Krishna

  • @abhijitsaikia922
    @abhijitsaikia922 Год назад +2

    কৃষ্ণ কৃষ্ণ

  • @entertainmentvlogs1262
    @entertainmentvlogs1262 2 года назад +2

    কৃষ্ণ 🙏 কৃষ্ণ

  • @sarbanandasingh269
    @sarbanandasingh269 2 года назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @madhabithakuriya3690
    @madhabithakuriya3690 2 года назад +1

    Krishna 🙏🙏🙏

  • @lizadoley5785
    @lizadoley5785 2 года назад +2

    কৃষ্ণ 🙏🙏🙏

  • @bhupenhazarika9733
    @bhupenhazarika9733 2 года назад +1

    🙏🙏🙏

  • @madhurjyagogoi6085
    @madhurjyagogoi6085 2 года назад +1

    কৃষ্ণ

  • @mukheswarkonwar9754
    @mukheswarkonwar9754 Год назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏

  • @duttaa2z287
    @duttaa2z287 2 года назад +1

    🙏🙏🙏

  • @r.saikia3334
    @r.saikia3334 8 месяцев назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @rupaksaikia8189
    @rupaksaikia8189 2 года назад +1

    🙏🙏🙏