অসমীয়া পৰম্পৰাগত বৰপিঠা বা ঘিলাপিঠা | পৌৰাণিক আখ্যানৰ ৰজা।।অতি সুস্বাদু
HTML-код
- Опубликовано: 1 ноя 2024
- কোনো অসমীয়া নোলাব বৰপিঠা বা ঘিলাপিঠা বেয়া পোৱা ।অতি সহজ যদিও সঠিক ভাৱে জোখ অনুপাতে
বনালে খাবলৈও ভাল হয় ,দেখিবলৈও ভাল হয় ।বিশ্বদৰবাৰলৈ সঠিক ভাৱে পঠালে নিশ্চয় আদৰি ল'ব।
তাৰ বাবে লাগিব সঠিক উপস্হাপন ।
তাহানিৰ দিনৰে পৰা চলি অহা এইবিধ পিঠা ৰজাক বেলেগ নতুনত্ব দিয়া প্ৰয়োজনে নাই । কাৰণ ৰঙত ৰজা,ফুলি ফুলি উঠাত ৰজা ,খাবলৈয়ো ৰাজকীয় সোৱাদ।
মুখত পমি যায় ।ঠাণ্ডা হ'লেও ফুলি নাথাকে যদিও কলপাত পাৰি থ'লে মোলায়ন হৈ থাকে ।
Very nice recipe ..learnful vdo❤
Very nice
Bar Val lagil
Bor hundor hoise baideu
ধন্যবাদ
Apunar bonowa mur khub Val lage
Bhout dhunia hosa baidwo. Happy bihu. 🌹🌹🌹
আপোনাৰ ভিডিঅ চাই বনালো বৰ ধুনীয়াকৈ ফুলি উঠিলে খাবলৈ ও ভাল লাগিল | ধন্যবাদ আপোনাক |
dhuniya lagise
ধন্যবাদ ❤
Dhuniya hoise
Mainu Deka ,
বহুত ভাল লাগিল!
বৰ ধুনীয়া সচাকৈ ,
দেৰিকৈ হ'লেও ধন্যবাদ ও স্বাগতম 💖
তৰু বাইদেউ, আপোনাৰ প্ৰতিটো বস্তুৱেই সুন্দৰ হয়। নিজে ৰান্ধিহে কৈছোঁ। কঠালৰ মুছিৰ তৰকাৰী খন খাই বৰ ভাল পালোঁ। আপুনি এই বাৰ কঠালৰ মুছিৰ আচাৰ কেনেকৈ বনাব পাৰি দেখুৱালে বৰ আনন্দিত হ'ম। যিহেতু এতিয়া কঠালৰ মুচি পোৱা সময়। আপোনালৈ অশেষ ধন্যবাদ জনাইছোঁ।
মোৰ যোৱাবছৰৰ বহুত আচাৰ আছে বাবে কঁঠালৰ নবনাওঁ এইবাৰ তোমাক fb মেচেজত দিলে হবনে বাৰু ??ধুনীয়া বুজাই লিখি দিম……বেয়া নেপাবা দেই……আমৰো বহুত আছে…২৫ কেজি পৰ্যন্ত থওঁ……কেইবাবছৰলৈ বেয়া নোহোৱাকৈ
Dhunia hoise pitha keikhon
Thanks. Welcome ♥️
Bor dhunia hoise ba
হয়…পৰম্পৰাগত পিঠা জুতিয়ে সুকীয়া
খুব ভাল লাগিল বা
😍😍😍😘
wow nice
Thanks❤
So sweet ba
bhut dhunia d ....apunar khakolu video e bhut dhunia....
বহুত ধন্যবাদ
Bohut dhuniya hoise baideu,, moiu bonam
Hoi.... thanks
আপোনী পিঠা সদায় এটা এটা কৈ কিয় বনায় । সময় বহুত লাগে ছাগৈ!
এটাকৈ নহয়…বহুত কে দিওঁ…
Moi aji bonaisilu bohut testy ro iman dhuniyake fuli uthisil thnks fr d recipe
জানি ভাল লাগিল … my pleasure🌼
বহুত ধুনীয়া হৈছে
Bar dhuniya hoise pithakeita
Thanks a lot
Dhuniya
Thanks my friend💞
Soda ba backing powder dibo nalage neki
নেলাগে
nice
Thanks😍
Dhunia hoixe mam
বহুত ধন্যবাদ
Khoriyoh tel ne refain tel dise jonab sun
সৰিয়হ তেল
Nice
❤❤
ইমান ধুনীয়া কৈ বনোৱা ঘিলা পিঠা আগতে দেখা নাই । সঁচাকৈ বৰ ভাল লাগিল , লগতে অশেষ ধন্যবাদ ।
প্ৰকৃততে এয়াই হৈছে পৰম্পৰাগত বৰপিঠা বা ঘিলাপিঠা ।নিশ্চয় ভাল পাইছা বুলি জানি ভাল লাগিছে ।বহুতো আছে খুব সোনকালে বনাই দেখুৱাম……বহুতো মৰম দিলো।
সোনকালে দিয়ক
দিম…
Baidw apunr vedio bhut vl lge...pani 2 grm pni dbo lge ne thnda..plzz kbo
ঠাণ্ডা পানী…আমি খোৱাটো
Bohut val lagil baa, apunar kotha bilak bohut mormloga,. Pise baki pithar recipe keita hunkale dibo axa krisu
নিজে কৰো সকলো…বনাওতে কৈ যাও বাবে কিবা হয় কথা বিলাক … editingকৰিব নাজানো ।খুব সোনকালে দিব ।ব'হাগ পাবহিয়ে যেতিয়া
bhut vl lgil ba video 2 sai...
Thanks sis😍
আপোনাৰ পাকঘৰত কেনেকে কি কি বস্তুবোৰ সজাই চে দেখাব চোন
বিহু পিছত নিশ্চয় দেখুৱাম বাৰু ………
Moi ag bonaiclu. Khabloiu val hoi ru dekhiboloiu dhunia hoi. Ball etar nicinakoi ghuronia hoi jai
হয় নেকি ?জানি ভাল লাগিল।মই ৰিয়েল ৰেচিপিটো দিও……বহুত মৰম থাকিল।
Hobo Baru dhanyo baat bhugali Bihur antoriki hubhessya jonalu..
💞💞💞❤
moi aji bonaisilu.. dhunia k fuli uthisil.. pisot sepeta hoi gol..ki koeile fuli thakibo
গৰমে গৰমে ফুলি থাকে……পিছত অকল বৰা বাবে চেপেটা হৈ যায়…মই আকৌ চেপেটা হ'লেহে ভাল পাওঁ
Br bhal lagil pitha keita, pise baideo besi juit vajile ne kom juit vajile
মধ্যমীয়া জুই ল'বা …গুড় পিঠাবিলাক সোনকালে ক'লা হৈ যায় বাবে………ধন্যবাদ
প্ৰথম তে ফুলি পিছত চেপেটা হৈ যায় খাবলৈ লেতেকা হয় দাতত লাগি ধৰে ধন্যবাদ
হয়…সেইটোও বেলেগ জুতি…… 😁😀
বহুত ভাল লাগিল
ধন্যবাদ সখী……ভালকৈ নিজে video কৰাত বুজাব পৰা নাই
কিমান দিন থৈ দিব পাৰি
ঠাণ্ডাত এদিন পাৰি…মোৰ আৰু এটা আছে চাবা…মই সানি থৈ দিওঁ…গৰমে গৰমে বনাই খাওঁ
কেতিয়া দিব
Thanks....
❤❤
ধন্যবাদ বাইদেউ, আপোনাৰ ৰেচিপি চাই বিহুত বহুতো বনালো।
জানি সুখী হ'লো…
আপোনাৰ ৰন্ধন প্ৰণালী বৰ ধুনীয়া সহজে আয়ত্ব কৰিব পাৰি
baideu sawlor guri to borasawlor neki ne jikunu hbo
হয় ।বৰা চাউলৰ পিঠা গুড়ি মিস্কিত খুন্দি লোৱা।
👍😋
Thanks☺
বৰ ধুনীয়া হৈছে আপোনাৰ হাতৰ বৰ পিঠা কেইটা..
ধন্যবাদ লিজা ……তিনিবিধ বনাইছিলো । কিন্তু ভালদৰে বুজি পাবলৈ এটা এটাকৈ দিম । বহুত জানো পুৰণি বস্তু বনাব ।কিন্তু videoবনাবলৈ দিগদাৰ হয়।
kotha bilak bor panpenia
Hoi neki...কণ্ঠস্বৰ ভগৱানৰ দান…
val lagise
Nasalei hol.aami Sam aru hikisu bohut baideo r pora.
Penpenia Jodi nasalei hol video.sua manuh bohut ase
nice
ধন্যবাদ