আহিছিল কামত সহায় কৰিবলৈ , শিৱানীৰ মেট্ৰিকৰ ৰিজাল্টে গৌৰৱ কঢ়িয়ালে তেজপুৰলৈ ।

Поделиться
HTML-код
  • Опубликовано: 25 окт 2024
  • আহিছিল কামত সহায় কৰিবলৈ , শিৱানীৰ মেট্ৰিকৰ ৰিজাল্টে গৌৰৱ কঢ়িয়ালে তেজপুৰলৈ ।
    #assam #hslc #gunjanborah #viral #happy

Комментарии • 138

  • @MitaliPachoni-dg3ij
    @MitaliPachoni-dg3ij 6 месяцев назад +1

    👍 good

  • @PrafullaKonwar-k5v
    @PrafullaKonwar-k5v 5 месяцев назад

    এনে ব্যক্তিত্বৰ মানুহ আজিৰ দিনত পোৱাতো বহুত কঠিন ।বৰুৱাদেৱলৈ বহুত বহুত ধন্য বাদ ।

  • @KusumprovaBuragohain-rt1qg
    @KusumprovaBuragohain-rt1qg 6 месяцев назад +1

    শিবানীৰ উজ্বল ভবিষ্যতৰ কামনা কৰিছো । শিবানীৰ
    ককাদেউতাৰ সু-স্বাস্থ্য
    কামনাৰে তেখেতৰ সপৰিয়াললৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ।🎉🎉

  • @pulomadas4191
    @pulomadas4191 6 месяцев назад

    আপোনালোকে বহুত জনা বুজা মানুহ দিয়ক বহুত দয়ালু মানুহ আপোনালোকক বহুত বহুত ধন্য বাদ

  • @junudevikalita9454
    @junudevikalita9454 6 месяцев назад +1

    Very nice 👌👌

  • @jyotirekhabhuyan3424
    @jyotirekhabhuyan3424 5 месяцев назад

    বহুত ভাল লাগিল। তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো । মহেন্দ্ৰ বৰুৱাৰ পৰিয়ালটো আমাৰ সমাজৰ আদৰ্শ ।তেখেত সকলকো ধন্যবাদ জনালো ।

  • @pulomadas4191
    @pulomadas4191 6 месяцев назад +1

    এনেকুৱা কাম কিছুমান ঘৰৰ মানুহে নকৰে অনৰ ছোৱালীক কিয় পঢ়িব দিব কাম কৰিব দিব

  • @birennath8618
    @birennath8618 6 месяцев назад

    ব্যতিক্রমী সাক্ষাৎকাৰ। ব্যতিক্রমী বৰুৱা পৰিয়াল। ছোৱালীজনীও বহুমূখী প্ৰতিভাৰ অধিকাৰী। এজন আদৰ্শবান ব্যক্তিৰ আদৰ্শ ঘৰ। ভগৱানে মংগল কৰক।

  • @konvlogs2886
    @konvlogs2886 6 месяцев назад +1

    দাদা আৰু ঘৰৰ ব্যক্তি সকল মহান।

  • @diptidevi4055
    @diptidevi4055 6 месяцев назад

    সুন্দৰ আৰু সবল মানসিকতাৰলোক।

  • @jyotsnasarma1218
    @jyotsnasarma1218 6 месяцев назад +1

    ❤❤❤

  • @barnalisootea9574
    @barnalisootea9574 6 месяцев назад +1

    আপোনাক সেৱা জনালোঁ

  • @munmunhazarika7211
    @munmunhazarika7211 6 месяцев назад

    সাচাকৈ সলাগ লবলগীয়া আগুবাই য়োবা তাৰে কামনা কৰিলো

  • @learnenglisheasily522
    @learnenglisheasily522 6 месяцев назад +1

    তাই এজনী মহান ছোৱালী ।

  • @ranjanagogoi531
    @ranjanagogoi531 6 месяцев назад +1

    ধন্যবাদ

  • @lilimai43
    @lilimai43 6 месяцев назад +2

    Val kam krisa

  • @lakhi1269
    @lakhi1269 6 месяцев назад

    শলাগ লৈছো বৰুৱা বৰুৱানী ডাঙৰীয়া ডাঙৰীয়ানীক,, 🙏🙏

  • @bornalihazarika448
    @bornalihazarika448 6 месяцев назад

    তাই সদায়ে আগবাঢ়ি যাওঁক ৷সুন্দৰ এটা ভৱিষ্যত হওঁক ৷তাইক আগবঢ়াই দিয়া ব্যক্তি দুগৰাকীলৈ অশেষ ধন্যবাদ ৷

  • @ajoydutta6156
    @ajoydutta6156 6 месяцев назад

    A very positive initiative by you. Congratulations

  • @DukeGogoi
    @DukeGogoi 6 месяцев назад

    God bless you mr grandfather god stap

  • @PabitaRabha-ux7hs
    @PabitaRabha-ux7hs 5 месяцев назад

    Khubei bhal lagil

  • @pratimadas4613
    @pratimadas4613 22 дня назад

    Thanks

  • @girishphukan4335
    @girishphukan4335 6 месяцев назад +1

    শিবাণী তেওঁলোকৰ জৈৱিক সন্তান নহয় যদিও তোলনীয়া সন্তান ৷ গতিকে , ছোৱালী জনী তেওঁলোকৰ নিজৰ সন্তান বুলি স্বীকৃতি দিয়ক ৷

  • @MridulaBoruah-ub9bv
    @MridulaBoruah-ub9bv 6 месяцев назад +1

    ❤❤ Krishna kolija.joni

  • @ChampakDas-wp9yh
    @ChampakDas-wp9yh 6 месяцев назад +33

    খুব ভাল খবৰ। ষ্টেণ্ড কৰা খবৰত কৈ এনে খবৰ লাখ গুণে বেছি।

    • @ChampakDas-wp9yh
      @ChampakDas-wp9yh 6 месяцев назад +2

      তাইৰ জীৱন উজ্বল haboi।

  • @diptidevi4055
    @diptidevi4055 6 месяцев назад

    এইসকল প্ৰকৃত লোকৰ বাবে সমাজ খন অলপ হলেও সুন্দৰ হৈ আছে।
    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো বৰুৱা পৰিয়ালক।

  • @thedevilofguitar405
    @thedevilofguitar405 6 месяцев назад

    বহুত ভাল লাগিলে

  • @BhumitraBaruah
    @BhumitraBaruah 6 месяцев назад

    Bahut val. Lagil

  • @ratnachoudhury5679
    @ratnachoudhury5679 6 месяцев назад

    অতি সুন্দৰ পদক্ষেপ দাদা বহুত বহুত ধন্যবাদ থাকিল আপোনালৈ

  • @FuczHsc
    @FuczHsc 6 месяцев назад

    ভাল খবৰ

  • @kirttanaramdas9381
    @kirttanaramdas9381 6 месяцев назад +1

    মহেন্দ্ৰ বৰা ডাঙৰীয়াৰ নিচিনা ব্যক্তি আমাৰ সমাজত হেজাৰজনৰ জন্ম হওক। তেখেতলৈ অশেষ ধন্যবাদ জনালো।

  • @pravachutia931
    @pravachutia931 6 месяцев назад +23

    ইমান সুন্দৰ কাম কৰিছে ,আপুনি এজন মহান ব্যক্তি । ভগবানৰ ওপৰত কোটি কোটি প্ৰণাম যাতে আপোনালোকৰ মংগল হওঁক ।

  • @kulodharborah9285
    @kulodharborah9285 6 месяцев назад +2

    God bless you Mr. Grandfather good step.

  • @Moitri_dekaa_0
    @Moitri_dekaa_0 6 месяцев назад +22

    বৰুৱা দেৱক প্ৰণাম জনালোঁ।

  • @nayankrsaikia7291
    @nayankrsaikia7291 6 месяцев назад +1

    উচ্চ সামাজিক চিন্তা

  • @pradipnath8612
    @pradipnath8612 6 месяцев назад +1

    Bahut mahan kam

  • @rekhamonibharali383
    @rekhamonibharali383 6 месяцев назад +2

    এনে কিছু মানৱতাৰ বাবেই পৃথিৱীখন চলি আছে। ধন্যবাদ জনাইছোঁ তেখেতৰ পৰিয়াললৈ আৰু বেছি ধন্যবাদ জনাইছোঁ বাতৰি প্ৰচাৰ কৰা ভাইটিটোলৈ।লগতে শিৱানীলৈ শুভেচ্ছা জনালোঁ।

  • @jagatgogoi3281
    @jagatgogoi3281 6 месяцев назад +1

    বহুত বহুত সুন্দৰ,শীবানী আৰু পৰিয়ালটোলৈ বহুত বহুত ধন্যবাদ ❤❤❤❤

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 6 месяцев назад +18

    মহেন্দ্ৰ বৰুৱাৰ পৰিয়ালটো আমাৰ সমাজৰ কাৰণে আদৰ্শ হৈ পৰক। পৰিশেষত কনমানি মৰমলগা শিবানীৰ উজ্বল ভৱিষ্যত কামনা কৰিলো।

  • @Riyasri-h5y
    @Riyasri-h5y 6 месяцев назад +1

    Bar dewta apuni ajan mahan person

  • @niruborah1823
    @niruborah1823 6 месяцев назад +16

    শিৱানী লগতে পৰিয়াললৈ বহুত মৰম আৰু শুভেচ্ছা দিলো।

  • @swadhinitalukdar1699
    @swadhinitalukdar1699 6 месяцев назад +1

    শিৱানী তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল ❤️ আৰু তোমাৰ মৰমৰ ককা আইতালৈও আন্তৰিক শ্ৰদ্ধা জনাই তেওঁলোকৰ সুস্বাস্থ্য কামনা কৰিলো 🙏🙏

  • @KunjalalDeka
    @KunjalalDeka 6 месяцев назад +2

    এই ধৰণৰ কথাই সমাজ সংস্কাৰত অৰিহণা যোগায়। বৰুৱা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিলো।

  • @SabitaChoudhury-pt8ig
    @SabitaChoudhury-pt8ig 6 месяцев назад +1

    Good bless you

  • @punyalatagohain6596
    @punyalatagohain6596 6 месяцев назад +1

    V vgood

  • @ThanuPhukon-z2y
    @ThanuPhukon-z2y 6 месяцев назад +15

    বৰুৱা মহোদয়,আপোনাকেই মহান বুলি কয়।

  • @hridyanshugogoi2943
    @hridyanshugogoi2943 6 месяцев назад +17

    ভাল মানুহৰ ভাল কাম

  • @robinphukan
    @robinphukan 6 месяцев назад +1

    সচাঁকৈ এনে কোৱা খৱৰ বিলাক হে দৰকাৰী। বাকী বিলাক দূৰৈত।

  • @dhaneshpegu1776
    @dhaneshpegu1776 6 месяцев назад +1

    God bless you!

  • @babulali3856
    @babulali3856 6 месяцев назад +3

    অ ভনী তোমালৈ শত কোটি প্ৰণাম 👍👍👍।

  • @DibyaPhukan-h6i
    @DibyaPhukan-h6i 6 месяцев назад +2

    মহেন্দ্ৰ বৰুৱা দেউতা আপোনি এই ছোৱালীজনি ইমান সুন্দৰ এটা ব্যৱহাৰে জ্ঞান দি ছোৱালীজনিক ভৱিষ্যত ওজ্বলালে আপোনি এজন মহান ব্যক্তি। আপোনাদৰে এই ব্যৱহাৰ এই 'জ্ঞান দেখি কিছুমান ঠেক মগজৰ মানুহৰ চকু-মন খোলিলেহেতেন ঘৰত কাম বন কৰিবলৈ নিয়া লৰা ছোৱালীবোৰ জিয়াই থাকিলেহেতেন লগতে অসমখন সুৰখিত হল হেতেন ।আপোনালোকে ও মহান হবলৈ শিকক 🎉🙏🙏🙏🙏

  • @dilipsaikia2179
    @dilipsaikia2179 6 месяцев назад +7

    বহুত ভাল হৈছে। এনেকুৱা বিষয় বোৰে প্ৰচাৰ কৰিব লাগে।তাৰ বাবে গুঞ্জন ধন্যবাদৰ পাত্ৰ। লগতে শিৱানিক আশীৰ্বাদ কৰিছো তেওঁক ভগৱানে সহায় কৰক আৰু শ্ৰদ্ধাৰ বৰুৱা পৰিয়ালক অভিনন্দন জ্ঞাপন কৰিছো

  • @bornalidevi2322
    @bornalidevi2322 6 месяцев назад +1

    দেউতাকক ধন্যবাদ জনোৱাৰ লগতে তেওঁৰ উৎজল ভবিষ্যত কামনা কৰিলো

  • @tuhinduarah9936
    @tuhinduarah9936 6 месяцев назад

    🎉,🎉

  • @muninborah6784
    @muninborah6784 6 месяцев назад +4

    এইয়াই মানৱতা; শ্ৰদ্ধাৰ মহেন্দ্ৰ বৰুৱা দেৱৰ পৰিয়ালবৰ্গৰ এনে মহান কাৰ্যক আনেও অনুকৰণ কৰি আমাৰ সমাজখন সুন্দৰকৈ আগবাঢ়াই নিয়াত সহযোগিতা আগবঢ়াব বুলি আশা কৰিছো।শিৱানী ডেকাৰ ভৱিষ্যত সুন্দৰ হোৱাৰ কামনা কৰিছোঁ‌❤❤❤

  • @babitanath5033
    @babitanath5033 6 месяцев назад +1

    বহুত ভাল লাগিল।আপোনালৈ শতকোটি প্ৰনাম।

  • @DebajitMahanta-if3zu
    @DebajitMahanta-if3zu 6 месяцев назад +1

    Hundor

  • @scout8417
    @scout8417 6 месяцев назад +1

    বাৰুৱাদা আপোনাৰ দিৰ্ঘায়ো কামনা কৰিলো,ভাল লাগিল এটুকুৰা হীৰা পৰিছয় কৰী দিয়াৰ বাবে এনেকুৱা বাতৰি আগলৈ আশা কৰিলো

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 6 месяцев назад +15

    অকল লেটাৰ পোৱাটোৱে ডাঙৰ কথা নহয় শিবানী এক সুন্দৰ ব্যৱহাৰ আৰু মানৱীয় প্ৰমূল্যবোধৰ অধিকাৰী। এনেকুৱা ব্যৱহাৰৰ মূলতঃ হ'ল মহেন্দ্ৰ বৰুৱা নামৰ পৰিয়ালটোৰ পৰিৱেশ। কনমানি মৰমলগা ভন্তী শিবানীৰ অনাগত দিনত তেওঁৰ সপোনবোৰ সঢা বাস্তৱত ৰূপায়ণ হওক। শিবানী উঠি অহা প্ৰজন্মৰ কাৰণে আদৰ্শ হৈ পৰক তাৰেই আন্তৰিক শুভ কামনাৰে। ভগৱানে তেওঁৰ লগতে পৰিয়ালৰ সকলোৰে সু-স্বাস্থ্য আৰু মঙ্গল কামনাৰে। ❤❤❤❤❤

  • @dhanadadevidoley8594
    @dhanadadevidoley8594 6 месяцев назад +3

    এতিয়াও বহুত ভাল মানুহ আছে কাৰণ যি খন সমাজত কাম কৰা ল'ৰা ছোৱালীক শাৰীৰিক মানসিক নিৰ্যাতন কৰা প্ৰায়ে‌ শুনো আৰু তাৰ মাজতে ভাল মানুহো যে আছে ‌ ‌গতিকে এখেত সকল বৰ বহল মনৰ ‌মানুহ

  • @DeepBora-x1q
    @DeepBora-x1q 6 месяцев назад

    শৱানীলৈ আন্তৰিক শুভেচ্ছা জনাইছো!

  • @deephazarika887
    @deephazarika887 6 месяцев назад +3

    মানুহ কাক কয় বুজি পালেতো মনুশয় জন্ম ললেই মানুহ নহয়🙏🙏🙏👌👌👌🔔🔔🔔

  • @tutumonibordoloi8513
    @tutumonibordoloi8513 6 месяцев назад

    শিৱানীৰ উৎজল ভবিষ্যত কামনা কৰিলো ।

  • @rajudutta7246
    @rajudutta7246 6 месяцев назад +1

    ধন্যবাদ দাদা

  • @pradippurkayastha1861
    @pradippurkayastha1861 6 месяцев назад

    ঘৰৰ গৰাকীক ধন্যবাদ জনাও। মানৱতা এতিয়াও জীয়াই আছে

  • @gitabharali7016
    @gitabharali7016 6 месяцев назад +5

    God bless you sibani

  • @ganeshborah4361
    @ganeshborah4361 6 месяцев назад +4

    Great

  • @sumitradebnath9227
    @sumitradebnath9227 6 месяцев назад

    Adorsho porial god bless you

  • @ManoranjanPegu-ss3dh
    @ManoranjanPegu-ss3dh 6 месяцев назад +3

    congratulation❤god bless you

  • @SukumarDas-t4x
    @SukumarDas-t4x 6 месяцев назад +9

    ভিডিওটো চাই বহুত ভাল লাগিল । ইয়াৰ জৰিয়তে কিছুমান মানুহৰ মনৰ পৰিব ৰতন হ'ব।

  • @nijorapatangia7797
    @nijorapatangia7797 6 месяцев назад

    ছোৱালী গৰাকীৰ কথা বতৰাই তেওঁৰ পৰিচয় দাঙি ধৰিছে । বৰ সুন্দৰ ব্যৱহাৰ আৰু বিভিন্ন বিষয়ৰ জ্ঞানেৰে সমৃদ্ধ তেওঁ । তেওঁক এই স্থানত উপনীত কৰোৱাৰ বাবে শ্ৰদ্ধাৰ মহেন্দ্ৰ বৰুৱা দেৱৰ অবদান অতুলনীয় । তেখেতৰ দৰে মহৎ চিন্তাৰ ব্যক্তি সমাজত থকালৈকে সমাজখন সুশৃংখল ৰূপত চলি থাকিব । শিৱানী ডেকালৈ আন্তৰিক অভিনন্দন জনালোঁ লগতে অনাগত দিনত আৰু উজ্জ্বলি উঠাৰ আশীষ যাচিলো । বৰুৱা ডাঙৰীয়ালৈ সেৱা যাচিলো ।🙏

  • @nirmaldas4712
    @nirmaldas4712 6 месяцев назад

    Dhuniya❤❤❤❤

  • @DimbeswarChutia-r9i
    @DimbeswarChutia-r9i 6 месяцев назад +9

    বৰুৱা ডাঙৰীয়াক আঁতৰৰ পৰাই শত কোট প্ৰনিপাত জনাইছোঁ। লগতে বৰুৱা আৰু বৰুৱানী ডাঙৰীয়া, ডাঙৰীয়ানীৰ সু-স্বাস্থ্য কামনা কৰিলোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ ।

  • @sitrabharali8837
    @sitrabharali8837 6 месяцев назад +5

    পৰিয়ালৰ লোক কেইজনলে 🙏🙏

  • @padmagogoi2402
    @padmagogoi2402 6 месяцев назад +1

    Dear dada,
    Very very good message updated in the all Assamese people.
    Good 💯

  • @HiteswarRay-l6k
    @HiteswarRay-l6k 6 месяцев назад +2

    Good job

  • @KumudHaloi-ki8hz
    @KumudHaloi-ki8hz 6 месяцев назад +1

    Bht vl lagil n congratulations to all family 🙏🙏🪔🪔🙏🙏🪔🪔🙏🙏🪔🪔🙏🙏🪔🪔🙏🙏🪔🪔🙏🙏🪔🪔🙏🙏🪔🪔🙏🙏🪔🪔🙏🙏

  • @runukonwar8328
    @runukonwar8328 6 месяцев назад +7

    Val manuhar val kam ❤

  • @pradipboruah5406
    @pradipboruah5406 6 месяцев назад +1

    Anakuwa manuh asamot bohut kom ase

  • @PurnimaPhukan-ld5kq
    @PurnimaPhukan-ld5kq 6 месяцев назад +8

    বহুত ভাল লাগিল

  • @barnaligogoi8166
    @barnaligogoi8166 6 месяцев назад +2

    Good🙏

  • @AnimaSonowal-ev1lu
    @AnimaSonowal-ev1lu 6 месяцев назад

    পৃৰ্থিবীত যিমান বেয়া মানুহ আছে, ভাল মানুহো সিমানে আছে।

  • @jadabkakati9325
    @jadabkakati9325 6 месяцев назад +1

    মহেন্দ্ৰ বৰুৱা ডাঙৰীয়াক সেৱা জনালো।

  • @smitabaishya8122
    @smitabaishya8122 6 месяцев назад +1

    Bor vl lgl❣️

  • @ranjanagogoi4569
    @ranjanagogoi4569 6 месяцев назад +2

    Bhal lagil

  • @gitabhuyandeka9533
    @gitabhuyandeka9533 6 месяцев назад +34

    বহুত সুন্দৰ ৷শিৱানী আৰু পৰিয়ালৰ সকলোকে বহুত অভিনন্দন ৷শিৱানীৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ ❤❤

  • @bharatidevi-cw5hg
    @bharatidevi-cw5hg 6 месяцев назад +1

    Bor val kotha

  • @proguys3465
    @proguys3465 6 месяцев назад

    Suwali jonik.6year pora loi ahila apuni. Atya apunak pornam korisu. Nejor suwali buli vaba. Aru muk aku nilige. Spunat koi aru kunu hob nure❤

  • @lalitgogoi9876
    @lalitgogoi9876 6 месяцев назад

    Thanks to Respected Mahandra Baruah and his family for good thinking. My child Shabini, I pray to God for success in your life.

  • @juribokal6336
    @juribokal6336 6 месяцев назад +1

    God bless you

  • @manjitborah191
    @manjitborah191 6 месяцев назад

    Very nice video......bohut Val lagil 🎉

  • @NivaManiDas-v4f
    @NivaManiDas-v4f 6 месяцев назад +1

    Good news🎉

  • @mofidabegum4012
    @mofidabegum4012 6 месяцев назад

    Atiou manobota jiaye aase tare jolonto udaharan. Apuna lukoloi dhynabad. Logote sualijonir ujjwal bhwabisyat kamona kaarilu.

  • @bontisaikia7046
    @bontisaikia7046 6 месяцев назад +2

    ❤❤❤❤❤❤❤❤❤

  • @probudhborah4821
    @probudhborah4821 6 месяцев назад

    You are. Great man. Congrats Shibani with family

  • @luhittalukdar7202
    @luhittalukdar7202 6 месяцев назад +4

    বৰুৱা ডাঙৰীয়া আপুনি সমাজৰ আদৰ্শ।

  • @hi_mango_gamer8562
    @hi_mango_gamer8562 6 месяцев назад

    Baruadew Great man God bless you

  • @RumiSonowalGogoi-f4q
    @RumiSonowalGogoi-f4q 6 месяцев назад +4

    বৰ ভাল লাগিছে

  • @pabitrachoudhury7307
    @pabitrachoudhury7307 6 месяцев назад

    Namoskar
    Barua dangoriya pariyalaloi aaponaloke bahut mohanu bhaboter kam karile ter babe ases dhanyabad sibani tumiu kono jiwanot koka aaita baahotok napahoriba tumiu jiwanot aaru aaguwair kamona karilo from uttar guwahati.

  • @premodharphukan1101
    @premodharphukan1101 6 месяцев назад +2

    বৰ ভাল খবৰ ৷