যেন এই সুৰ শেষেও নহওক...সপোনৰ পম খেদি বহুদূৰ বাট আগুৱাইছে সুপ্ৰিয়াই
HTML-код
- Опубликовано: 14 окт 2024
- ▶️যেন এই সুৰ শেষেও নহওক...বোকাৰ পদুম সুপ্ৰিয়া গগৈৰ প্ৰতিভা নেদেখিলে-নুশুনিলে বিশ্বাস নহ'ব! সপোনৰ পম খেদি বহুদূৰ বাট আগুৱাইছে প্ৰতিভাসম্পন্ন সুপ্ৰিয়াই
সুন্দৰ। ছোৱালীজনী আগবাঢ়ি যাওক তাকে কামনা কৰিলো।
বহুত ভাল লাগিছে ভন্টি তুমি আৰু আগুৱাই যোৱা । ভগবানৰ ওচৰত তাৰে কামনা কৰিছোঁ । ধ্যনৱাদ ।।।
দাদা আপোনাৰ অনুস্থানবোৰ সেয়ে ইমান ভাল লাগে🙏 সচাঁয়ে বহুত ভাল লাগিল....🙏
অতি সুন্দৰ হৈছে।অসমীয়াৰ সাজ যোৰ হলে আৰু ভাল লাগিলে হয়।কৃষ্ণ
মোৰ ঘৰৰ পদূলি লগতে সুপিয়া ঘৰ অসমবাসীৰ ৰাইজে আমাৰ ধেমাজি ছোৱালী জনী বহুত বহুত মৰম আৰু আশীবাদ দিব দেই
অতি সুন্দৰ ।আগলৈ আগবাঢ়ি যোৱা ।
তোমাৰ সপোন বোৰ পূৰ্ণ হওক ।।
বহুত ভাল লাগিল মাইনা তোমাৰ বাঁহীৰ সুৰ
তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো।
অতি সুন্দৰ। আগুৱাই যোৱা সুপ্ৰিয়া।
ধুনীয়া হৈছে ❤️❤️❤️,
বৰ ভাল হৈছে,মাজনী।তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।
সুন্দৰ সু প্ৰিয়া ,আগুৱাই যোৱা।
ধুনীয়া লাগিছে মাজনী , আৰু আগবাঢ়ি যোৱা ।
চৰকাৰে ছোৱালীজনীক সহায় কৰিব লাগে । যাতে তেওঁৰ বাহীৰ সূৰে আমাৰ দেশৰ সুনাম অর্জন কৰিব পাৰে।
Wel.come.to.she
👍👌❤️ সুন্দৰ হৈছে ভন্টি আগুৱাই যোৱা তুমি তাকে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ💞😘 তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ
কৃষ্ণয়ে ১৬০০/ গোপি মন মুহিছিলে গতিকে আমি সাধাৰন মানুহ ! বাদ্য ভিতৰত আতাতকৈ ভাল লগা সুৰ বাঁহি ধন্যবাদ থাকিল !🙏🙏🙏🙏
বৰ সুন্দৰ লাগিল ঈশ্বৰ যেন আগবঢ়াই নি।
ধুনীয়া হৈছে 👍❤️
সুপ্রিয়া তোমাৰ বাহী মাত মই শুনীবহুত ভাল পাও তুমি অনুপম ভাইতি চেনেলৰ জৰিয়তে বহু ত বহু ত আগবাহী য়াবা বুলী ধেমাজি বাসি ৰাইজৰ আশা আকাঙ্খা ধন্যবাদ।
বহুত বহুত ভাল লাগিল সুপ্রিয়া | তুমি আৰু আগবাঢ়ি যোৱা তাৰেই কামনাৰে |
খুউব ভাল লাগিছে। ভবিষ্যতৰ উজ্জ্বল কামনা কৰিলো।
বহুত ধূনীয়াকে বজাইচা আগলইকে বজাই থাকিব বুলি আশা ৰাখিলোঁ ❤
সুন্দৰ। আগুৱাই যোৱা।
সুন্দৰ আৰু আগুৱাই যাওক
বহুত বহুত ভাল লগিছে আগবাঢ়ি যোৱা শুভেচ্ছা জনাইছোঁ
অতি সুন্দৰ ভন্টি আগুৱাই যোৱা
Very nice...Supriya! God bless you.
বেটি , বহুত সুন্দৰ বাঁহীৰ মাত উলিয়াইছা ৷ আগন্তুক দিনবোৰত বাঁহীতেই পাবা ভাত বাঁহীতেই পাবা মাত ৷ আগবাঢ়ি যোৱা , অলেখ শুভেচ্ছা জনালোঁ 👌🪘🎷🎺🪗🎸🪕🎻
বহুত ভাল লাগিল। অভিনন্দন জনালো তোমাক ভনী।
উস ৰাম ইমান ধুনীয়া সুমধুৰ বাঁহী বজাইছে
বহুত বহুত ভাল লাগিল সুপ্রিয়া
সুপ্ৰিয়ালৈ মৰম আৰু আশীৰ্বাদ ৰ'ল।
বহুত ভাল লাগিল ❤️❤️
Thankyou,বহুত
ৰাতিপুৱাই শুনি মনটো ভাল লাগি গ'ল । বহুত বহুত মৰম লগা ভন্টিজনী। আগবাঢ়ি যোৱা।
অতি সুন্দৰ লাগিছে
অতি সুন্দৰ পৰিৱেশণ
মজা আৰু আগুয়াই যোৱা।
অসমৰ গৌৰব সচাকৈ বহুত ভাল লাগিছে।
Ki o Assam Bharat or gourob.
সচাকৈ
She is not only Rock star🎸⭐️ she is also proud of Assam❤Love her tune❤
ভাষা নাই বুজাই লিখিবলৈ | কি যে সুন্দৰ |
আইজনীক বহু দিনৰ মূৰত টি ভি-ত দেখিলো৷আইজনীলৈ মৰম আৰু আশীৰ্বাদ যাঁচিলো৷
আৰু এখোজ আগুৱাই যোৱাৰ কামনা কৰিলোঁ
সুন্দৰ , আগবাঢ়ি যোৱা।
Vere niche
বহুত বহুত ভাল লাগিল ।আগুৱাই যোৱা ।
বৰ ভাল লাগিল... শুভকামনা জনাইছোঁ 💐
অতি সুন্দৰ ❤️❤️
Bohut bohut Dhonyabad .go ahead
সুন্দৰ প্ৰতিভা সুপ্ৰিয়া
সচাই বহুত ভাল লাগিছে।
বঢ়িয়া ,শেষত চাওঁন নুশুনা হল
বহুত সুন্দৰ সুৰ
Excellent Dr ...aru aguwai juwa Tumi... Morigaon r pora bohut bohut morom jaselu tumaloi... Moi minakshi... ❤️❤️❤️
Bohut dhuniya bojaisa. Love you from golaghat 💓
কিযেঅনুভৱ হৈছে বুজাব নোৱাৰি ।তাইৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো ।
সম্ভৱতঃ যান্ত্ৰিক বিজুতিৰ কাৰণেই বিহুৰ সুৰটো শুনিবলৈ নাপালোঁ ।
Thanks from🌹 hyd. Nice👍.
Thank you god blesS you
অতি সুন্দৰ।
বহুত ভাল লাগিল ।
Mom or bhonti.bhnhi tumar krishgurur obdan.agoloi kamona Kori hudigho sthan dibo.
Dhuniya bojaisa. Aru sesta kora
মৰম লগা ছোৱালীজনী আগবাঢ়ি জুৱা তাকেই কামনা কৰিলোঁ
Super outstanding fantastic God bless you....
Boriya tumi aguai jua ... thanks to nktv ye enekua pratiba k aguai jua t bohut help kori ase..
বহুত ভাল লাগিল ভন্তীৰ বাঁহীৰ সুৰ শুনি। কিন্তু এটাই বেয়া লাগিল যে মিচিঙৰ সুৰ বজাওতে সুৰটো কাটি দিয়া হৈছে। মই এজন মিচিং যোৱক হিচাপে কথাষাৰ কৈছোঁ। কাৰণ প্ৰত্যেকে প্ৰত্যেক নিজৰ সংস্কৃতিক ভাল পায়। মোৰ মনত এটাই প্ৰশ্ন হৈছে মিচিঙৰ বাঁহীৰ সুৰ অসমীয়া নিউজত নিষিদ্ধ আছে নেকি? যদিহে নিষিদ্ধ একো প্ৰতিক্ৰিয়া নাই। যদিহে আছে নিজৰ ভাষা প্ৰেমিক সকলৰ মনত দোষ পাইছে। কিয়নো আজিৰ অসমৰ নিউজ চেনেল সমগ্ৰ অসমৰ জনসাধাৰণে চাই।
Kolita hoi deii moii ☺️ kintu anekua bur vl npau...
মোৰ বন্ধু এজনেও বৰ সুন্দৰ বাঁহী পৰিৱেশন কৰে.. কিন্তু ভাল এটা platform নোপোৱাৰ বাবে পিছ পৰি ৰৈছে ..
এই ভন্টি গৰাকীলৈ আমাৰ বহুত বহুত শুভকামনা থাকিল..🥳🥰
Ajikali pletfrom nalage Social midiat nijor telent dakhaba parilai hol...platform nijai nijai ahi jaba....
God bless you 🙏🙏🙏
সুন্দৰ হৈছে👍
সুন্দৰ
Thanks sister our Dhemaji
বহুত।ভাললাগিছে
অতি সুন্দৰ
Bahut val lagile...
Love you ❤️❤️❤️❤️❤️❤️❤️ best wishes
সঁচাকৈ বহুত সুন্দৰ বজাইছে , বহুত ভাল লাগিল। কিন্তু মিচিংৰ বিহু গীতটো শুনা নাপালোঁ, হয়তো কেতিয়াবা শুনা পাম।আশা কৰিছোঁ ভগৱানে আগুৱাই লৈ যায়🙏🙏🙏
Val lagil de aguwai juwa tumi..aru ata kotha moy bahi bjab xikute ma hote aru gaor kisumane kusil suwali bure bahi bhale bule dari guje .hy ne nhy.🌹🌹🌹
Oti hundar lagise tomi bahut agbari juaa
Eman hundor bahi bajaice jibantu hukhar hok
Superb, aru aguwai jua takei kamona korilu
Anekuwa protiva bur amar akhom bakhi oti gowrob bohut val lagise aguwai juwa ..
Bahut bahut bhal lagil hosakoi.❤❤❤0
Hosake bohut vl lagise.
I proud with you and my dhemaji 👌👌👌👌👌
Good job vonti...
Very nice very interesting . Thanks .
Supriya mja disa bhut besi vl lage tumi bojua bahir mat 2018te tumk lg pua akou abr jdi lg palu hoi🥰
Bhal lagil bhonti agui jua
Aibur he asol Protibha💚💚💚💚💚
Bahir hur huni bohut vhal lagil ❤️❤️❤️❤️
Bohut bohut dhunia bojaisa
বৰ সুন্দৰ বাহীৰ সুৰ
Nice 🥰.... Bht vll lgil khosake📝💯💯💯... Aguai Joaa🤜🤛❣️... Joi aai akhom... 💯💯💯
Bohut bhal lagil
God bless u n long live
Bohut val lagise dai val dorei aguai juwa god blesse you
Bht vl hoise aguwai jwa gd bless you
Dhuniya bojaise bai joni❤❤❤❤
Ohho ki sundor modhur shur sister. Love from elder brother ❤️❤️
Dhunia...👍🏾👍🏾👍🏾👍🏾👍🏾
মন মূহি পেলাইছে ভাষা নাই বুজাবলৈ