এটা কথা ঠিক কৈছে, এইটো সত্য কথা কোনো অসমীয়াই কোনো বিহাৰী, মাৰোৱাৰী, বঙাল বা বাঙালীৰ তাত জাতে নিজৰ মাটি বিক্ৰী নকৰে, লাগিলে এটা কাম কৰিব কাৰোবাক agreement কৰি দিব কেইবছৰমানৰ কাৰণে। টকাও পালে নিজৰ মাটি থাকিলে।
@AssamPrank হয়, কিন্তু মিঞাবোৰে অধিক মূল্য দি বা সিহঁতৰ ওচৰৰ ঠাইৰ মানুহক ভিন্ন প্ৰকাৰে অশান্তি দি হলেও মাটি খিনি এক প্ৰকাৰে কাঢ়ি লয়। ধুবুৰীত অসমীয়া হিন্দু মানুহৰ অস্তিত্ব নোহোৱা হল কেনেকৈ?? তাৰ পৰা গাওঁ হিচাপে সকলোবোৰ এৰি থৈ আহিবলগীয়া হয় মিঞাৰ উৎপাতত। ৰাতি ঘৰৰ টিনত শিলগুটি মাৰে, গৰু হিন্দু মানুহৰ ঘৰৰ ওচৰত কাটিব, ধৰ্ষণ নিৰ্যাতন এইবোৰ থাকেই এক ভাবিৱ নোৱৰা পৰিস্থিতিৰ সৃষ্টি হয়, তাত আৰু কোন হিন্দু মানুহ থাকিব!!
মিঞাবোৰে অধিক মূল্য দি বা সিহঁতৰ ওচৰৰ ঠাইৰ মানুহক ভিন্ন প্ৰকাৰে অশান্তি দি হলেও মাটি খিনি এক প্ৰকাৰে কাঢ়ি লয়। ধুবুৰীত অসমীয়া হিন্দু মানুহৰ অস্তিত্ব নোহোৱা হল কেনেকৈ?? তাৰ পৰা গাওঁ হিচাপে সকলোবোৰ এৰি থৈ আহিবলগীয়া হয় মিঞাৰ উৎপাতত। ৰাতি ঘৰৰ টিনত শিলগুটি মাৰে, গৰু হিন্দু মানুহৰ ঘৰৰ ওচৰত কাটিব, ধৰ্ষণ নিৰ্যাতন এইবোৰ থাকেই এক ভাবিৱ নোৱৰা পৰিস্থিতিৰ সৃষ্টি হয়, তাত আৰু কোন হিন্দু মানুহ থাকিব!!
সঁচা কথা কৈছে, অসমীয়া ভুমিৰ দুখীয়া নহয়, কিন্তু সেই ভূমিৰ সঠিক ব্যৱহাৰ কৰক, আজিৰ পৰাই যদি অসমীয়াই এই কথা উপলদ্ধি কৰে, তেনেহলে আমাৰ সোণৰ অসম খন সোণৰ দৰে সৌন্দৰ্য্য আৰু হীৰাৰ দৰে উজ্বল হবলৈ বেছি দিন নালাগিব। জয় মোৰ মাতৃ ভূমি অসম🚩
একদম ১০০%সত্য কথা। মই এটা প্ৰায়ভেত চাকৰি কৰো যদিও বহুত ব্যস্ততাৰ মাজতো ধান আৰু সৰিয়হ খেতি কৰো।বছৰটো খায়ো অলপ ৰয়হে। গতিকে বজাৰত চাউল আৰু মিঠাতেলৰ দাম যদি হাজাৰ টকা হয় আমাৰ ক'বলগীয়া নাই। প্ৰয়োজনীয় খেতি দৰা যদি আমি নিজে কৰি লও তেন্তে মূল্য বৃদ্ধিৰ আচোঁৰ আমাৰ গাত নলাগে। এটা কথা ঠিক উৎপাদন বাঢ়িলে দাম এনেও কমিব। (মোৰ ব্যক্তিগত মতহে দেই) ।
Good
সুন্দৰ ❤
Absolutely right... Amar manoh bor alsi, only belegor Kora dekhibo nuware hinxa matro kribo Jane.
Good
Mojja..mio dhan aru behor kheti koru..mi besibo he paru bosori
সদায় এনেকৈয়ে জিলিকি থকা মামা🎉
Hudu dekhisa fan dekha ni nh....mamak sini pabo baki ase aponi...moi vl koi janu .
ekdom thik kotha sir 🧡🧡🧡
💯 true কথা ।।
যুগজয়ী ভাষণ ,,,,মামাৰ,,,,,প্ৰেৰণামূলক উৎসাহজনক,,,,,❤❤❤❤
Mojja Mama
Axomia bure kebol andulon korib jane
সঁচা কথা ❤
Mamak sini pbo bhut baki ase..
Exactly right...
Hosa ktha koisa Amar cm Best Cm..
এটা কথা ঠিক কৈছে, এইটো সত্য কথা কোনো অসমীয়াই কোনো বিহাৰী, মাৰোৱাৰী, বঙাল বা বাঙালীৰ তাত জাতে নিজৰ মাটি বিক্ৰী নকৰে, লাগিলে এটা কাম কৰিব কাৰোবাক agreement কৰি দিব কেইবছৰমানৰ কাৰণে। টকাও পালে নিজৰ মাটি থাকিলে।
Inner line permit tu bondho state sorkare he koribo
Salute to you honourable chief Minister sir..
ধুনীয়া কথা কৈছে মামা ❤
মাটি মিঞাক বিক্ৰী নকৰিব অনুগ্ৰহ কৰি 😢
@@KaushikKumar-ty8mr কেৱল মিয়া নহয়, মাৰোৱাৰী বঙাল বিহাৰী কাৰো তাতেই বিক্ৰী কৰিব নালাগে,
@AssamPrank হয়, কিন্তু মিঞাবোৰে অধিক মূল্য দি বা সিহঁতৰ ওচৰৰ ঠাইৰ মানুহক ভিন্ন প্ৰকাৰে অশান্তি দি হলেও মাটি খিনি এক প্ৰকাৰে কাঢ়ি লয়। ধুবুৰীত অসমীয়া হিন্দু মানুহৰ অস্তিত্ব নোহোৱা হল কেনেকৈ?? তাৰ পৰা গাওঁ হিচাপে সকলোবোৰ এৰি থৈ আহিবলগীয়া হয় মিঞাৰ উৎপাতত। ৰাতি ঘৰৰ টিনত শিলগুটি মাৰে, গৰু হিন্দু মানুহৰ ঘৰৰ ওচৰত কাটিব, ধৰ্ষণ নিৰ্যাতন এইবোৰ থাকেই
এক ভাবিৱ নোৱৰা পৰিস্থিতিৰ সৃষ্টি হয়, তাত আৰু কোন হিন্দু মানুহ থাকিব!!
মিঞাবোৰে অধিক মূল্য দি বা সিহঁতৰ ওচৰৰ ঠাইৰ মানুহক ভিন্ন প্ৰকাৰে অশান্তি দি হলেও মাটি খিনি এক প্ৰকাৰে কাঢ়ি লয়। ধুবুৰীত অসমীয়া হিন্দু মানুহৰ অস্তিত্ব নোহোৱা হল কেনেকৈ?? তাৰ পৰা গাওঁ হিচাপে সকলোবোৰ এৰি থৈ আহিবলগীয়া হয় মিঞাৰ উৎপাতত। ৰাতি ঘৰৰ টিনত শিলগুটি মাৰে, গৰু হিন্দু মানুহৰ ঘৰৰ ওচৰত কাটিব, ধৰ্ষণ নিৰ্যাতন এইবোৰ থাকেই
এক ভাবিৱ নোৱৰা পৰিস্থিতিৰ সৃষ্টি হয়, তাত আৰু কোন হিন্দু মানুহ থাকিব!!
সঁচা কথা কৈছে, অসমীয়া ভুমিৰ দুখীয়া নহয়, কিন্তু সেই ভূমিৰ সঠিক ব্যৱহাৰ কৰক, আজিৰ পৰাই যদি অসমীয়াই এই কথা উপলদ্ধি কৰে, তেনেহলে আমাৰ সোণৰ অসম খন সোণৰ দৰে সৌন্দৰ্য্য আৰু হীৰাৰ দৰে উজ্বল হবলৈ বেছি দিন নালাগিব। জয় মোৰ মাতৃ ভূমি অসম🚩
Hoy de dada moi take bar bar manuhok koi asu dhan kheti kora aru sabjir kheti kora bostur fam komibo
100% right mama.
100℅ Right Sir
200% সচাঁ কথা সেয়েহে আমাৰ ফালে আমি ডেকা চাং গোট খাই কাম আৰম্ভ কৰি আছো।
Sundor kotha
Excellent speech 👏
Aji Right koisa mamai
Jai Aii Assom
মিঞা নোহোৱা কৈ ধান খেতি সমাপ্ত🎉
আমি মিয়া নোহোৱাকৈ ধান খেতি কৰি আছোঁ।আপুনি ধনী মানুহ চাগে একো নাজানে। ধান খেতিখেতৰ বাবে মিয়াৰ প্ৰয়োজন নাই।
অসমখন আৰু অসমীয়া জাতিটোক ৰক্ষা কৰোতা আপুনীয়েই চাৰ। প্ৰয়াত মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ পাছত জাতিটোৰ ভৱিষ্যতৰ বাবে চিন্তা কৰা মুখ্যমন্ত্ৰী আপুনী।
Good job mama
Ekdom Xosa kotha.👏
Right
Right kotha 👍👍👍👍 mama
মই অখিল ভক্তৰ আছিলোঁ কিন্তু আৰু নহব ।এই বাৰ পৰা only বিজেপি
Mamak sini pbo bhut baki ase aponi....moi jnu vl koi
Right koise CM Sir.
সঁচা mama ❤❤
Great aru hosa kotha sir salute
😢 সত্য কথা মামা |
Akdom xosa kotha koisi mamai ❤
অসমীয়াই আজিও কঠিয়া পৰিবলৈ নাইবা ৰুবলৈ বতৰলৈ অপেক্ষা কৰিবলগীয়া হোৱাটো দুখৰ বিষয়। আজি জলসিঞ্চনৰ পৰ্যাপ্ত ব্যবস্থা কৰা হলে সময়মতে খেতি কৰিব আৰু চপাব পাৰিব হেঁতেন তেতিয়া হয়তো বছৰত একাধিক খেতিৰ কৰাৰ কথা খেতিয়কে ভাবিব পাৰিলে হেঁতেন। PM Kishan ৰ হিতাধিকাৰি সৃষ্টি কৰি জাতিটোক পঙ্গু কৰা কৰাত কম বেছি পৰিমাণে চৰকাৰৰো অৰিহণা আছে।
Ekdam right
Mama is on fire. Great speech by Mama. For the first time I'm super impressed by Mama's speech. ❤
Love you mama right ❤❤❤
Hosa kotha koise mama❤❤❤
Right mama ❤
মামা জিন্দাবাদ❤
সত্য কথা কৈছে ৷
Love you mama 💘💘💘
Hridoy sui goise Mama 😢
18 বছৰ বয়সত 17 টা কোম্পানিৰ মালিক হোৱাৰ আচনি আছে নেকি প্ৰভূ ইশ্বৰ
Bainot mal ximanei ase
আমি জনগোষ্ঠীয় লোক যে, বিজেপি দল একমাত্র বামূণ গোশাই মহন্তৰ হে দল
মহাশয়, পেগু, গাৰ্লোছা, ব্ৰহ্ম, টেৰন ইত্যাদি অসমৰ থলুৱা জনগোষ্ঠী হয়নে? @@RanaSaikia-p1e
Right 👍
Hosa kotha mama mati Amar asol mati achinaktok ketiyaw nidiu promise korilu
বান্দৰ কেৰকেতুৱা হাতীৰ উৎপাত কমিব লাগিব৷
মই চাহ খেতি লগত জঢ়িত,আমি ৯ মাহ ধৰি খেতি কৰোঁ,কিন্তু আজিলৈকে প্রতি কেজি চাহ পাতৰ দাম ২০ৰ পৰা ৩৫ টকা আৰু Average ২৯ ।অকল ধান খেতি টো কথা কৈছে যে।আমি চাহ পাতৰ দাম ৪০ ৰ পৰা ৫০+ পাম নে
Napabo Sah kheti ajikali iman besi hol babe tar demand a nai.
Sobji kheti he koribo lage
1000%সঁচা আমি, আমাৰ অসমীয়া কেইটা অকল ধান খেতি কৰি বাকি একো খেতি কৰা দেখা নাপাওঁ দুই এটাৰ বাহিৰে , বাকি সমালোচনা, উপদেশ দিয়াত আগত আন্দোলন বিলাক আছেই।
Hosa kotha❤
অসমৰ পথাৰত আজিলৈকে জলসিঞ্চন ব্যবস্থা প্ৰায় ভাগতেই নাই এয়াই বিকশিত অসম। আৰু আমি গোটেই বছৰ খেতি কৰাৰ কথা কও
💯💪💪💪
Right kotha
মামা সুবিধা কৰি দিয়ক আৰু যিখিনি সুবিধা কৰি দিয়ে সেইখিনি আধাতে পুহনিয়া হাহঁ কেতাৰ আধাৰ হে হয়। কথাবোৰ থিকে কয় মামা কামবোৰ হে মুখেৰে কোৱাৰ দোৰে নহয়।
💯 kotha
হয় হয়👏
Hosa kotha dei
একেবাৰে সচাঁ ! একমত🙏🙏
Our cm best mama🎉
Best CM of India 🎉
Val paisu moio apunar nicina cinta kru...talk show'r discussion ru amr mjr discussion sdy eke hoi...ami gaon't alocana kru ru kisumne news channel't kre
কৃষি বিভাগ টো আপুনি লৈ প্ৰতিটো সমষ্টিত গৰু সুঁতিৰ দৰে কৰক ।
Kam tu aneke apuniu kori thakile bhal lagibo
Agote patharot vlke panixini diok sun apunar nsina cm thakutei atiai broxunr Panik roi thakto sir bht lajor kotha bule vabu moi
Right mama
Mojja koise mama❤❤
Good ❤
Ekdm hosa kotha. Etia dhan sopuwar pisat, gutei pothar bur khali pori thakibo. Lower assam.or kotha najanu, kintu amar upper assamot dhan kotar pisat gutei pothar bur khali hoi pori thake. Jonmo pora dekhi ahisu.
Right sir 👍👍👍👍👍 ৰাজনীতি সদায় জাতিত কৈ পিছত সকলো ৰাজনীতি বিদে নিজৰ জাতিৰ সকে কাম কৰে যেন
অসমক ১০০% জৈৱিক ৰাজ্য ঘোষণা কৰি ৰাসায়নিক সাৰ, কীটনাশকৰ দ্বাৰা ৰাজ্য খনক নিঃশেষ হোৱাৰ পৰা ৰক্ষা কৰক। প্ৰাক্ ১৮২৬ খিলঞ্জীয়াৰ ভূমি, ৰাজনৈতিক অধিকাৰ আইন প্ৰণয়ন কৰি সুৰক্ষিত কৰক, আইন নাথাকিলে দেশী বিদেশী বহিৰাগতই খিলঞ্জীয়াৰ ভূমি, ৰাজনৈতিক অধিকাৰ অৱশিষ্ট কণো নিব
হয় ছাৰ ❤
একেবাৰে শুদ্ধ কথা কৈছে।
Man ki baat bala sir❤❤❤❤❤❤❤
সত্য কথা আমিবোৰ বাবু পকা ধান কাতিবৰ বাবেও এতিয়া অচিনাকি মানুহক দিছে ৷ বহুতে ডাঙৰ কথা কয় কিন্তু হাতেৰে একো নকৰে ৷
Mama ❤️
১০০% সঁচা কথা। আমিবোৰ এলেহুৱা যে । বাৰীতে ফুলকবি, জলকীয়া, দুযোপামান লাই খেতি কৰি খাব নোৱাৰো বজাৰত ফুলকবি ৮০ টকা কে,জি কি নিবলৈ কো খং উঠে।
Great CM of Assam
Maama💓
Ekdom hosa ktha kin2 okol dhan kheti kori e bohi jai.
Beleg kheti u jodi koril hoi bahir r pora bostu 50% kom hoi jabo.
❤️❤️❤️👍👍👍🙏🙏🙏
অসমীয়াই অসমীয়াৰ শত্ৰু ৷
Hosa kotha
💯
200% right
BJP jindabad ❤❤❤❤❤
Prothome potharot paani diyok baroxunr uporot depend kori kheti koribo nuari
Mama ❤ BJP jindabad
Right😢
ঠিকে কৈছে মামা
Yes Right
💯% right
Hajar bar namaste 🙏🙏🙏🙏🙏🙏🙏🙏
Bohut xundar bhakhon .. BJP jindabad
Hoi kothatu
BJP long live jai shree ram❤
মুখ্যমন্ত্ৰী ❤❤❤❤❤❤❤❤
100%Right
একেবাৰে সঁচা কথা আমি হাতে কামে নকৰিলে আমি কেতিয়াও আগবাঢ়িব নোৱাৰোঁ।
BJP zindabad great 💯 mama