তাচপাতৰ দৰে খহিব নেকি ৰাজ্যিক বিজেপি?

Поделиться
HTML-код
  • Опубликовано: 14 окт 2024
  • ♦ তাচপাতৰ দৰে খহিব নেকি ৰাজ্যিক বিজেপি?
    ♦ জ্যেষ্ঠ নেতাৰ অসন্তুষ্টিত ভ্ৰূক্ষেপ নাই মুখ্যমন্ত্ৰীৰ ।
    ♦ মুখ্যমন্ত্ৰী, সভাপতিৰ অগোচৰে গোপন বৈঠক সাংগঠনিক সাধাৰণ সম্পাদকৰ ।
    ♦ অশোক শৰ্মাৰ পদত্যাগ ঘোষণাই কঢ়িয়াইছে ভয়ংকৰ বাৰ্তা।
    Ishan News
    ishannews.com/
    Ishan news, facebook page
    / newsishan
    Ishan news twitter account
    / newsishan
    Ishan News Instagram
    / newsishan
    Ishan News Koo
    www.kooapp.com...

Комментарии • 54

  • @ranjanpds7245
    @ranjanpds7245 2 месяца назад +16

    ভাল খবৰ

  • @LijaySutradhar-kt4rr
    @LijaySutradhar-kt4rr 2 месяца назад +14

    Very good news Congress zindabad

  • @ShamerAli-u9x
    @ShamerAli-u9x 2 месяца назад +1

    Very good

  • @mkmk9949
    @mkmk9949 2 месяца назад +13

    যদু কুল ধংশ অতি সোনকালে । সৃষ্টি কৰিব নজনা মানুহে ধ্বংশ নকৰি কি কৰিব !!!!

  • @pranjalboruah6747
    @pranjalboruah6747 2 месяца назад +3

    ভবেশ কলিতা আৰু মামাৰ হাততেই বিজেপি অসমত নি:শেষ হোৱাটো নিশ্চিত।

  • @devakantaborah2973
    @devakantaborah2973 2 месяца назад +2

    খহিবলৈ নাই, আধা খহিলেই।

  • @গেৰচনভদীয়া
    @গেৰচনভদীয়া 2 месяца назад +2

    আমি ধংস হোৱাটো অতি সোনকালেই বিচাৰোঁ

  • @rakashdas9087
    @rakashdas9087 2 месяца назад +6

    অংহকাৰীৰ মানুহৰ লগত কোন ভাল মানুহ থাকিব দলতো শেষ কৰিলে আৰু নিজেও শেষ হবলৈ গৈ আছে

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 2 месяца назад +5

    আমি আগৰে পৰা জানো। এদিন BJP ৰ এনেকোৱা হবই। সিদ্ধাৰ্থই মামা হতক কি ভাবি আনিছিল আজি জবাব দিয়ক।

  • @pranjal1393
    @pranjal1393 2 месяца назад +3

    তেওঁৰ কি আহে যায়, আজি ইয়াত কাইলে তাত।
    ডলাৰ বগৰী, টকা খায় দগৰি।

  • @madanchandrakarjee2283
    @madanchandrakarjee2283 2 месяца назад +1

    সকলো দলত সুবিধা নেপালে বা মন্ত্ৰী বিধায়ক হ'ব নেপালে,পদ ত্যাগ কৰা আছে ।

  • @mangalpaul7189
    @mangalpaul7189 Месяц назад +1

    Joy Bharat JoyI India.M.P.

  • @Axomi567
    @Axomi567 2 месяца назад +1

    Bhobesh kalitak otorabo lage

  • @pgoswami5378
    @pgoswami5378 2 месяца назад

    আহাৰ- শাওণ মাহৰ বৰষুণৰ দৰে,
    এই ৰ'দ, বতৰ ফৰকাল, হঠাৎ বৰষুণ। ৰাজনৈতিক দলবোৰো তেনেকুৱাই। এই ভাল এই বেয়া।
    ৰাইজেহে দল ধৰি ৰাখে,নেতাগিৰিয়ে নোৱাৰে। সময়ত
    অকলশৰীয়া হৈ যায়। দলৰ উথ্থান-পতন ৰাজ্যত লক্ষ্য কৰিলেই প্ৰমান চকুৰ আগতেই আছে।

  • @dr.gobindamoral7359
    @dr.gobindamoral7359 2 месяца назад

    মোৰ বোধেৰে এনে ধৰণৰ বাতৰিয়ে কোন উপকৃত হব নাজানো ! কিন্তু ইয়াৰ দ্বাৰাই দেশ, জাতিৰ উন্নয়নত যে কোনো প্ৰভাৱ নপৰে ই নিশ্চিত ? কেৱল ৰাজনৈতিক দৃষ্টিৰে বাতৰি প্ৰকাশ নকৰি অলপ সমাজৰ, দেশৰ, জাতিটোৰ জীৱন মৰণ সমস্যাৰ বিশ্লেষণাত্মক বাতৰি প্ৰচাৰৰ অভ্যাস কৰিলে আমি ধন্য হম..........!

  • @_axomia_lora_2624
    @_axomia_lora_2624 2 месяца назад +4

    তাচপাতৰ দৰে খহিলেও কি ক্ষতি, তাচপাত খহি য'তেই দ'ম হব তাতেই তেওঁ মিলি যাব

  • @jagadishsarma4189
    @jagadishsarma4189 2 месяца назад +2

    Asho k sarma apuni mahan

  • @ArunaKachari-x1x
    @ArunaKachari-x1x 2 месяца назад +2

    মাটি লাগে মাটি

  • @প্ৰিয়ানুজ
    @প্ৰিয়ানুজ 2 месяца назад

    অহংকাৰী মুখ্যমন্ত্ৰী ।।
    অহংকাৰী পৰিভ্ৰমী চৰাই ।
    দল সংগঠনৰ একো মূল্য নাই যেন কেৱল এজন ব্যক্তি সকলোতে

  • @RajeevNath-d1i
    @RajeevNath-d1i 2 месяца назад

    👍👍👍👍

  • @mazafarali6154
    @mazafarali6154 2 месяца назад

    Done care

  • @dhrubajyotithakuria6461
    @dhrubajyotithakuria6461 2 месяца назад

    পৃথকে পৃথকে কেনেকৈ হল, আপোনালোকে যদি গম পাইছে , তেন্তে গুপন কেনেকৈ হল

  • @achyutkalita6226
    @achyutkalita6226 2 месяца назад

    ৰাজ্যত আৰু কেন্দ্ৰত বিজেপি চৰকাৰ থকা স্বতেওঁ অসমৰ বানপানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি আদায় কৰিব নোৱাৰা ,কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কোৱা অসমৰ বানপানী নিয়ন্ত্ৰণৰ বাবে ৫০ টা মান ডাঙৰ পুখুৰী খন্দা তুলুঙা মূলক মন্তব্যৰ বাবে সেও মনাব নোৱাৰা , কংগ্ৰেছত ঠাই নাপাই বিজেপিত অহা হিমন্ত বিশ্বই কি উপলব্ধি কৰিব।

  • @mitonmalakhar2972
    @mitonmalakhar2972 2 месяца назад +1

    BJP❤❤❤❤❤❤❤❤Nice

  • @kripalsaikia924
    @kripalsaikia924 2 месяца назад

    Great

  • @ArunaKachari-x1x
    @ArunaKachari-x1x 2 месяца назад

    ❤❤❤❤

  • @bakulboruah2026
    @bakulboruah2026 2 месяца назад

    BJP ৰ অহংকাৰেই BJP ক ডুবালে।

  • @SerenePinkFlamingos-kz1vk
    @SerenePinkFlamingos-kz1vk 2 месяца назад +2

    AGP nisina hobogoi BJP Assamot

  • @ranjandeka5737
    @ranjandeka5737 2 месяца назад

    🎉🎉🎉

  • @chittathakuria3359
    @chittathakuria3359 2 месяца назад +2

    BJP k vote ndiu aru 3 bar disilu.aibar dia ni 2024 t.aru ketiao nidio

  • @JOHN_T123
    @JOHN_T123 2 месяца назад

    Khohiboi enekua hoyei thake diyok.

  • @dipakbaruah8987
    @dipakbaruah8987 2 месяца назад +3

    এই খবৰতো hbs ৰ অন্ধভক্ত সকলে বা কেনেকুৱা পাক দিয়ে যেনে জেলেবি ।

  • @Rana-hg8hg
    @Rana-hg8hg 2 месяца назад

    কাম নাই আৰু ,RSS ৰ সকলো ভকো ভাওনা হে

  • @Jaggu12385
    @Jaggu12385 2 месяца назад

    Etiya jaboi lage.

  • @DhimanChoudhury-mf5rf
    @DhimanChoudhury-mf5rf 2 месяца назад

    Raju sir e pheti sap k sini pale jen paisu.

  • @bijoydeka9134
    @bijoydeka9134 2 месяца назад +2

    Bhal khobor. Hemant biswa sharma ketiao bjp r manuh hobo noelware. Congress t durniti Kari Toka gatibo nuwari he bjp t join karisil.

  • @gouranga9471
    @gouranga9471 2 месяца назад

    Sarma vs sarma set Loire dise .

  • @basantanath2647
    @basantanath2647 2 месяца назад

    B J P zindabaad forever

  • @adashinidk6334
    @adashinidk6334 2 месяца назад

    Eai senel 2set or senel buli kou

  • @anukulrabha5766
    @anukulrabha5766 2 месяца назад +1

    ডেমকেয়াৰ নহয় , পাগল মুখ্যমন্ত্ৰী ।

  • @AbinashDas-wf2rl
    @AbinashDas-wf2rl 2 месяца назад +1

    Congress dal ses kri ahise bjp loi.atia bjp o ses kriba.2026 at dekha pba

  • @gouranga9471
    @gouranga9471 2 месяца назад

    Victor das k cm pati diba lage st

  • @Jaggu12385
    @Jaggu12385 2 месяца назад +1

    Congress ahile Shanti ahibo

  • @gh12138.
    @gh12138. 2 месяца назад +3

    Bjp prai mukt hobo 2026,manuh nahileo🙏

  • @dipankarkalita6515
    @dipankarkalita6515 2 месяца назад

    Hukuni mamai bjp borbad koribo

  • @Bobbi235
    @Bobbi235 2 месяца назад

    Ashak Sarma Midiyar High Voltash Kintu B J P T Ata Batuwa Manu Tar Kono Mulya Nai Sari Para paka jfevlohd blo re bl of cn k xx

  • @RanjitNath-ly4oq
    @RanjitNath-ly4oq 2 месяца назад

    Falto

  • @AbcdEfg-y9p
    @AbcdEfg-y9p 2 месяца назад

    BJP khohi porile Assamor karene bor val hobo😅

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh 2 месяца назад

    BJP Sarkar kam nai

  • @himanshudutta609
    @himanshudutta609 2 месяца назад

    b.j.p barbad houk tehe hindu basibo.

  • @anjansharma5122
    @anjansharma5122 2 месяца назад

    2026 himanta biswa sarmai BJP k jikai nib haitu moi janu tar pisat ki hob haitu 26 r pisat sab lagib