Bahut beya lagise bahut kandisu kunenu sonu panir utttor dibo paribo bhogowane kiyo val val nahuhok loi jai nu 😭😭😭😭😭😭 RIP apunar Aatma bahut hatire rakhok bhogowane
apunar gite mur mon hirdoi sui jai tej gorom koridiye jati mati veti karone aru besi sirodin karone mur mone prane aru besi dekh vokoto tej besi jagi jai aru hodai apunar nam gan baji thakok joi ai assam hosakoi apunak bohut val pau o rajib da
এজন মহান শিল্পী অসমীয়াৰ বুকুৰ পৰা অকালতে নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি লৈ গ’ল । তেখেতৰ মৃত্যু অসমীয়া সমাজৰ কাৰণে বৃহৎ ক্ষতি ৷ তেখেতৰ স্মৃতি যাতে প্ৰতিজন সৎ শ্ৰদ্ধাবান অসমীয়াই জীয়াই ৰাখে তাৰে কামনা কৰি তেখেতৰ বিদেহ আত্মাৰ শান্তিৰ প্ৰাৰ্থনা জনালোঁ 🙏 জয় আই অসম 🙏
@@educational912 Om Shanti 🙏
Jai ai assam rajiv hoidia
আহ ঐ আহ ওলাই আহ অসমীয়া ভাষাৰ চৰ্চা কৰো আহ। ৰাজীৱ শদিয়াৰ বিদেহী আত্মাই শান্তি পাওক ❤❤❤
@@educational912 অসম বাসী ৰাইজ জাগিবৰ হ'ল জয় আই অসম 🙏 ঔঁম শান্তি 🙏
Bahut beya lagise bahut kandisu kunenu sonu panir utttor dibo paribo bhogowane kiyo val val nahuhok loi jai nu 😭😭😭😭😭😭 RIP apunar Aatma bahut hatire rakhok bhogowane
ৰাজীৱ শদিয়া, এওঁ অসমৰ দ্বিতীয় মহেন্দ্ৰ হাজৰিকা । ৰাজীৱৰ মৃত্যুৰ কথা শুনি মনত বৰ দুখ লাগিল। তেওঁৰ আত্মাই চিৰ শান্তি লাভ কৰক।
ঔঁম শান্তি
❤❤❤
মৃত্যুৰ পাছত হে চিনি পালোঁ দুৰ্ভাগ্য অৱশ্যে গান সমূহ পৰিচিত। মোৰ দৰে আৰু কোন আছে তেনে দুৰ্ভাগ্য like দিব।
ঔঁম শান্তিঃ, জয় আই অসম....!
Moi o news sai he ahiloo 😢
মইও মৃত্যুৰ পিছত হে গম পালো ইমান ধুনীয়া অসমীআইৰ গান গোৱা মহান দাদাজনক 😢😢😢
হে মহান শিল্পী আপোনাৰ অনুপস্থিতিয়ে জাতিটোৰ অপূৰণীয় ক্ষতিসাধন কৰিলে ৷ আপোনালৈ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ ৷ য’তেই আছে আপুনি ভগৱানে কুশলে ৰাখক ৷ প্ৰাৰ্থনা জনাইছোঁ ভগৱানৰ চৰণত🙏
ঔঁম শান্তিঃ, জয় আই অসম....! আপোনাৰ সুন্দৰ কমেণ্টৰ বাবে বহুত বহুত ধন্য়বাদ জনালোঁ। আপোনাৰ সু-স্বাস্থ্য় কামনা কৰিলো।
অতুলনীয়। এজন প্ৰকৃত অসমীয়াক হেৰোৱালো। প্ৰণাম।🙏🙏🙏
আপোনাৰ বহুমূলীয়া কমেণ্ট আৰু আমাৰ ভিডিঅবোৰ চোৱাৰ কাৰণে বহুত বহুত ধন্য়বাদ থাকিল, আপোনাৰ দিনটো শুভ হওঁক।
ঔঁম শান্তিঃ
সুন্দৰ উপস্থাপন কৰিলে দাদা গানৰ মাধ্যমেৰে বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনাক
@@KumudSarma-ug3fq Thank you so much for your lovely comment and support ❤️
আৰু বহুত এনেকুৱা গীত শুনিবলৈ ৰৈগ’ল ৷ স্মৃতি জীয়াই ৰাখিবলৈ চেষ্টা ৰাখিম ৷
জয় আই অসম ৷
@@babulali1820 om shanti 😢 জয় আই অসম 🙏
যি কম সঁচা কম-------------যি জনৰ ৰন্ধে ৰন্ধে----তন্তয়ে তন্তয়ে-----হাড়ে হিমজুৱে জাতি মাটি ভেটি গোন্ধ বিৰাজমান হৈ আছিল তুমি নমস্য ৰাজীৱ আজিৰ তাৰিখত মোৰ দৃষ্টিৰে-------অসমৰ সকলোতকৈ শ্ৰেষ্ঠ শিল্পী পাপন জুবিনতকৈ ।
ঔঁম শান্তিঃ, আপোনাৰ বহুমূলীয়া মতামতৰ বাবে বহুত বহুত ধন্য়বাদ। ৰাজীৱ শদিয়াক অমৰ কৰি ৰখাৰ প্ৰতিজন অসমীয়াৰ হাতত। জয় আই অসম ।
সুন্দৰ' ভগৱানে বৰ সোনকালে কিয় লৈ গল' আমাৰ জাতিৰ বাবে দুভাগ্য। জয় আই অসম।
ঔঁম শান্তিঃ, জয় আই অসম....! আপোনাৰ সুন্দৰ কমেণ্টৰ বাবে বহুত বহুত ধন্য়বাদ জনালোঁ। আপোনাৰ সু-স্বাস্থ্য় কামনা কৰিলো।
অতি সুন্দৰ কণ্ঠ আৰু শব্দ গাঁথনি
ওম শান্তি।
ভগৱানে আপোনাক পুনৰ জন্ম দিয়ক তাৰে কামনা কৰিলোঁ ।
আপোনাৰ সুন্দৰ কমেণ্ট আৰু আমাৰ ভিডিঅবোৰ চোৱাৰ বাবে বহুত বহুত ধন্য়বাদ জনালোঁ। আপোনাৰ সু-স্বাস্থ্য় কামনা কৰিলো।
এতিয়াও চকুৰ আগত ভাহি আছে সেই মহান শিল্পীগৰাকী। নিষ্ঠুৰ নিয়তিয়ে আমাৰ অসমবাসীৰ বুকুৰ মাজৰ পৰা অকলতে কাঢ়ি লৈ গল ।😢 কবলৈ আৰু ভাষা নাই, ককায় তই য'তেই আছ কুশলে থাক বুলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো। Om shanti 🙏🙏🙏
ঔঁম শান্তি, জয় আই অসম......!
জাতি আৰু মাটিৰ বাবে গীত গাই ভাল পোৱা প্ৰয়াত শিল্পী ৰাজীৱ শদিয়া আমাৰ মাজত সদায় জীয়াই থাকিব। জয় আই অসম।।
আমাৰ ভিডিঅবোৰ চোৱাৰ বাবে বহুত বহুত ধন্য়বাদ, আপোনাৰ সু-স্বাস্থ্য কামনা কৰিলো।
❤❤❤ সুন্দৰ সুন্দৰ সুন্দৰ মনোমোহা আৰু সময়ৰ উপযোগী
@@ranjitnath1943 Thank you so much for your lovely comment and support ❤️
আপোনাৰ মৃত্যু অসমীয়া সমাজৰ কাৰণে বৃহৎ ক্ষতি।
সকলোৱে প্ৰাৰ্থনা কৰক যাতে ৰাজীৱ ককাইদেউৰ আত্মাই চিৰশান্তি লাভ কৰে, ঔঁম শান্তিঃ
সুন্দৰ লাগিল ককাইদেউ,জয় আই অসম।
@@VadraLalung Thank you so much for your lovely comment and support ❤️
Hundor
@Mridulsaikia-d4s Thank you so much for your lovely wishes and support ❤️
@@VadraLalung ❤️❤️❤️❤️
অতি সুন্দৰ ❤ জুই।। বহুত ভাল হৈছে ভাই ।❤❤
@@ramentamuli5308 Thank you so much for your lovely comment and support ❤️
Bahut val gan gaisil dada atia aru kune anekoi aguai ahibo gaboloi
ঔঁম শান্তিঃ জয় আই অসম.....!
apunar gite mur mon hirdoi sui jai tej gorom koridiye jati mati veti karone aru besi sirodin karone mur mone prane aru besi dekh vokoto tej besi jagi jai aru hodai apunar nam gan baji thakok joi ai assam hosakoi apunak bohut val pau o rajib da
ঔঁম শান্তি, জয় আই অসম !
Jai ai axom bohut dhuniya lagise 😅😅
ঔঁম শান্তিঃ আপোনাৰ বহুমূলীয়া কমেণ্ট আৰু আমাৰ ভিডিঅবোৰ চোৱাৰ বাবে বহুত বহুত ধন্য়বাদ জ্ঞাপন কৰিলোঁ।
Apunar bahutt dorkar asil dada axom khnt emn xonkale apuni jabo nalgisil
@@SarurajbongshiRajbongshi Om Shanti 🙏 জয় আই অসম 🙏
ককাই বহুত দুখ লাগিল, জতেই আছা শান্তিৰে থাকা
ঔঁম শান্তিঃ জয় আই অসম.....!
Rajiv tumi golagoi ❤❤❤ Jati tuk konduwai jote asa hukhere thaka tar babe bhogobanor oshort khatisu..!
ঔঁম শান্তি, জয় আই অসম......!
Bohut dhuniya❤❤
ঔঁম শান্তিঃ, জয় আই অসম....!
আপুনি অমৰ হৈ ৰওক দাদা... ভগৱানে আপোনাক ভাল ঠাইত ৰাখক🙏
@@birabhkonwar5605 RIP
সচাকৈ বৰ দুখ লাগিল এনে। শিল্পী নাপাওঁ ❤❤❤
ঔঁম শান্তিঃ, জয় আই অসম....!
আমাক এৰি কিয় গুচি গলাগৈ😢😢😢😢😢😢
@@RanjanMahanta-jk4rl Om Shanti 🙏
Durdanto Geet Akxomiyar babe, Adaroniya❤
@@banajituzir5197 Thank you so much ❤️
সশ্ৰদ্ধ প্ৰণাম নিবেদিছো ককাই ।অসম আৰু অসমীয়াই ডাঙৰ সম্পদ এগৰাকী হেৰুৱালো ।
সকলোৱে প্ৰাৰ্থনা কৰক যাতে ৰাজীৱ ককাইদেউৰ আত্মাই চিৰশান্তি লাভ কৰে, ঔঁম শান্তিঃ
Rajib dada ejon অসমীয়া প্ৰকৃত বীৰ আছিল।আপোনাৰ আত্মাক সেলুত জনাই শান্তি কামনা কৰিলোঁ🙏🙏🙏🙏❤️❤️ জয় আই অসম।
আমাৰ ভিডিঅবোৰ চোৱাৰ বাবে বহুত বহুত ধন্য়বাদ, আপোনাৰ সু-স্বাস্থ্য কামনা কৰিলো।
বহু ভাল লাগিল ধন্যবাদ জ্ঞাপন কৰিলো🙏
@@thehonblegirl4690 RIP 😭 Om Shanti 🙏 জয় আই অসম 🙏
Apunar gan dada moi xuni puwa nasilu eman dhunia gan gay apuni xosakoi mon sui gol dada ..apuni aru akhomoloi ahibo next bar jonom loi
ঔঁম শান্তিঃ, আপোনাৰ বহুমূলীয়া মতামতৰ বাবে বহুত বহুত ধন্য়বাদ। ৰাজীৱ শদিয়াক অমৰ কৰি ৰখাৰ প্ৰতিজন অসমীয়াৰ হাতত। জয় আই অসম ।
Jai ai axom
ঔঁম শান্তি, জয় আই অসম......!
Moi ejon Abhagya Jubak 😢 Aaji sini puwar karone 😢😢
Khyama mur janmo dharitry Axam 😢😢
সকলোৱে প্ৰাৰ্থনা কৰক যাতে ৰাজীৱ ককাইদেউৰ আত্মাই চিৰশান্তি লাভ কৰে, ঔঁম শান্তিঃ
আপুনি যতে আছা কুখলে থাকা ককাইদেউ মনত বৰ দুখ লাগি আছে। আপোনাৰ আত্মাই চিৰ শান্তি লাভ কৰক । আৰু বহুতো ৰৈ গল আপোনাৰ দেশ প্ৰেমী মূলক গীত গাবলৈ ককাইদেউ ।
ঔঁম শান্তিঃ, আপোনাৰ বহুমূলীয়া মতামতৰ বাবে বহুত বহুত ধন্য়বাদ। ৰাজীৱ শদিয়াক অমৰ কৰি ৰখাৰ প্ৰতিজন অসমীয়াৰ হাতত। জয় আই অসম ।
জাতিৰ এজন মহান আধুনিক কাণ্ডাৰী অসমী আইৰ বুকুৰ পৰা নিষ্ঠুৰ নিয়তি জনীয়ে কাঢ়ি লৈ গ’ল ! ককাই অ’ তোৰ দৰে আন কোনো এজন হ’ব নোৱাৰে ৷ জয় আই অসম😢
@@educational912 RIP 😭 Om Shanti 🙏 জয় আই অসম 🙏
Sundor aru aguwai jowa bhai.
@@amlankalita0047 Thank you so much for your lovely wishes 💕
Val manuh ketiau besi din jiyai nathake Aiya tarei proman. Niyotir usrt har manile dada jone aji
বহুত দুখ লাগিল আজি @@MainaKalita-ne4bg
Miss you rajip da
@RimaPhukan-y6d 😭😭😭
জীয়াই থাকোঁতে নাপাওঁ যদি সঁহাৰি মৃত্যু মানেনো কি😢😢😢
ঔঁম শান্তিঃ জয় আই অসম.....!
কি সুন্দৰ কথা কলে এইবোৰ হে অসমৰ অসমীয়া গান।
@@prabinbordoloi1449 Thank you so much for your lovely comment and support ❤️
সুন্দৰ গীত ইয়াকে কয় গণশিল্পী 🙏
ঔঁম শান্তিঃ, আপোনাৰ বহুমূলীয়া মতামতৰ বাবে বহুত বহুত ধন্য়বাদ। ৰাজীৱ শদিয়াক অমৰ কৰি ৰখাৰ প্ৰতিজন অসমীয়াৰ হাতত। জয় আই অসম ।
@AMARAXOMDIGITALNEWS নিশ্চয়কৈ .......
অসমৰ সংগীত জগতৰ এজন জাতীয়তাবাদী উদীয়মান গায়কৰ অকাল মৃত্যুত মৰ্মাহত হৈছো, তেখেতৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। হৰি ঔম।
ঔঁম শান্তিঃ
Moi hosai aji bohut kosth paisu first time rajib da hodai swargat thaka
@@MDv556 Om Shanti 🙏 জয় আই অসম 🙏
বহুত ভাল লাগিল। অসমীয়াই বুজি পাব নে। জয় আই অসম❤❤
ঔঁম শান্তি
বহুত ভাল লাগিছে গীতটো শুনি।
Thank you so much
ওঁম শান্তি🙏🙏 😭😭😭😭😭😭 ৰাজীৱ দা আপুনি অসমীয়াৰ মাজত সদাই থাকিব❤️
ঔঁম শান্তি, জয় আই অসম...!
সুন্দৰ। ❤❤❤ অসমীয়া, চৰকাৰী বিদ্যালয়ত পঢ়া প্ৰাৰ্থীক চৰকাৰী চাকৰিত অধিক গুৰুত্ব দিব লাগে।
@@milansonowal9037 জয় আই অসম 🙏
😢😢dada apuni jote ase hantit thakok❤❤
সকলোৱে প্ৰাৰ্থনা কৰক যাতে ৰাজীৱ ককাইদেউৰ আত্মাই চিৰশান্তি লাভ কৰে, ঔঁম শান্তিঃ
Bought vall Lage r da i love all friends
ঔঁম শান্তিঃ জয় আই অসম.....!
Bohut val lagil
Thank you so much for your lovely comments & support
আজি প্ৰথম তেওঁৰ গান শুনিলোঁ। সচাঁই তেওঁ জীৱিত থাকিব লাগিছিল। 😢😢
ঔঁম শান্তিঃ জয় আই অসম।।
বৰ সোনকালে গলিগৈ ভাই যতে আছ শান্তিৰে থাক😢
ঔঁম শান্তিঃ, আপোনাৰ বহুমূলীয়া মতামতৰ বাবে বহুত বহুত ধন্য়বাদ। ৰাজীৱ শদিয়াক অমৰ কৰি ৰখাৰ প্ৰতিজন অসমীয়াৰ হাতত। জয় আই অসম ।
কি সুন্দৰ গীতৰ কথা 🎉🎉🎉
ঔঁম শান্তিঃ, আপোনাৰ বহুমূলীয়া মতামতৰ বাবে বহুত বহুত ধন্য়বাদ। ৰাজীৱ শদিয়াক অমৰ কৰি ৰখাৰ প্ৰতিজন অসমীয়াৰ হাতত। জয় আই অসম ।
Mon soi gol dada
Rijib dar atatitkoi val loga mur stag progam
বহুত বহুত ধন্য়বাদ, সকলোৱে এনেদৰে আমাক মৰম দি থাকিব বুলি আশা ৰাখিলোঁ।
সুন্দৰ ককা সময়ৰ উপযোগী গান ❤❤❤
@@dilipdas3025 Om Shanti 🙏 জয় আই অসম 🙏
বৰ সোনকালেই গুছি গল😢😢😢 খুবেই মৰ্মাহত হৈছো আপোনাক হেৰুৱাই
সচাঁই কবলৈ ভাষা হেৰাই গৈছে।
সুন্দৰ কথা অৰ্থ পূৰ্ণ।
সকলোৱে প্ৰাৰ্থনা কৰক যাতে ৰাজীৱ ককাইদেউৰ আত্মাই চিৰশান্তি লাভ কৰে, ঔঁম শান্তিঃ
বহুত ভাল লাগে শুনি ❤
@@Rahul-music786 Thank you so much ❤️💕
বৰ ভাল. লাগিল .
@@dileswarsonowal-kg9ly Thank you so much for your lovely comment and support 💗
জই আই অসম জই ৰাজীৱ দা চিৰ শান্তি বিদায়😭
ঔঁম শান্তিঃ জয় আই অসম.....!
ধন্যবাদ দাদা । আমি অসমত বসবাস কৰা সকলোৱেই অসমীয়াহৈ আগবাঢ়ি গলে সম্প্ৰীতি আৰু শান্তিৰে জীয়াই থাকিব পাৰিম এইটোৱেই সচাঁ কথা ।
@@milanalimondal1935 Thank you so much for your lovely comment and support 💗❤️
ৰাজীব দাহ জতে আছা ভালে থাকা 😢😢
ঔঁম শান্তিঃ জয় আই অসম....!
Joi aai axom ❤ rajib kokai amar hridayat hodai thakibo😢😢
ঔঁম শান্তিঃ জয় আই অসম....!
Bhout val lagil. Sundar
@@SatyanathDeka-n5b Thank you so much for your lovely comment and support ❤️
Thanks for jay I Assam 🎉❤
ঔঁম শান্তিঃ আপোনাৰ বহুমূলীয়া কমেণ্ট আৰু আমাৰ ভিডিঅবোৰ চোৱাৰ বাবে বহুত বহুত ধন্য়বাদ জ্ঞাপন কৰিলোঁ। জয় আই অসম।
বহুত বহুত সুন্দৰ
@@jagatgogoi3281 Thank you so much for your lovely comment and support ❤️
Joi aii axam 😭😭😭😭😭😭🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
ঔঁম শান্তিঃ জয় আই অসম।
বহুত দুখ লাগিছে 😭😭😱😔
ঔঁম শান্তিঃ, আপোনাৰ বহুমূলীয়া মতামতৰ বাবে বহুত বহুত ধন্য়বাদ। ৰাজীৱ শদিয়াক অমৰ কৰি ৰখাৰ প্ৰতিজন অসমীয়াৰ হাতত। জয় আই অসম ।
বহুত সুন্দৰ ❤❤❤
@@padmagogoi3019 Thank you so much 🙏❤️
❤ bohut val lagil ❤
সকলোৱে প্ৰাৰ্থনা কৰক যাতে ৰাজীৱ ককাইদেউৰ আত্মাই চিৰশান্তি লাভ কৰে, ঔঁম শান্তিঃ
Hundor❤
@@PrasantaKalita-i6y RIP
সুন্দৰ❤ ভাল লাগিল🙏
@@mukutborah4081 Thank you so much for your lovely comment and support ❤️
বহুত ধুনীয়া গীত
@@rekibali7683 Thank you so much for your lovely comment and support ❤️
Eman dhuniya ortho thaka gaan gaisile 😢 tekhet morar pasot he sini palu rajib daa bhale thakok jote thake 😢
আমাৰ ভিডিঅবোৰ চোৱাৰ বাবে বহুত বহুত ধন্য়বাদ, আপোনাৰ সু-স্বাস্থ্য কামনা কৰিলো।
Bohut val hoise.❤
Thank you so much
Bohut besi val lagile dada❤
@@Jotinanju Thank you so much for your lovely comment and support ❤️
শ্বহীদ প্ৰনামো তোমাক |
জয় আই অসম
ঔঁম শান্তিঃ, জয় আই অসম....! আপোনাৰ সুন্দৰ কমেণ্টৰ বাবে বহুত বহুত ধন্য়বাদ জনালোঁ। আপোনাৰ সু-স্বাস্থ্য় কামনা কৰিলো।
মহেন্দ্ৰ হাজৰিকাৰ নিচিনা আৰু এজন ৰাজীৱ শদিয়া😢🙏
আপোনাৰ সুন্দৰ কমেণ্ট আৰু আমাৰ ভিডিঅবোৰ চোৱাৰ বাবে বহুত বহুত ধন্য়বাদ জনালোঁ। আপোনাৰ সু-স্বাস্থ্য় কামনা কৰিলো।
মহান শিল্পী জন ❤
ঔঁম শান্তি, জয় আই অসম......!
Xundor ♥️♥️♥️🙏
ঔঁম শান্তিঃ, আপোনাৰ বহুমূলীয়া মতামতৰ বাবে বহুত বহুত ধন্য়বাদ। ৰাজীৱ শদিয়াক অমৰ কৰি ৰখাৰ প্ৰতিজন অসমীয়াৰ হাতত। জয় আই অসম ।
Om Shanti 🙏🙏. Jai Ai Assam
ঔঁম শান্তি, জয় আই অসম...!
ধন্যবাদ ৰাজীব সদিয়া
সকলোৱে প্ৰাৰ্থনা কৰক যাতে ৰাজীৱ ককাইদেউৰ আত্মাই চিৰশান্তি লাভ কৰে, ঔঁম শান্তিঃ
mojja lagil.❤❤❤
Thank you so much for your lovely comment
😢😢😢😢 যতে আছে আপুনি ভালে থাকক
ঔঁম শান্তিঃ, আপোনাৰ বহুমূলীয়া মতামতৰ বাবে বহুত বহুত ধন্য়বাদ। ৰাজীৱ শদিয়াক অমৰ কৰি ৰখাৰ প্ৰতিজন অসমীয়াৰ হাতত। জয় আই অসম ।
আত্মাই চিৰশান্তি লাভ কৰক।🙏
@@ParulMoranchetia-uo6mh Om Shanti 🙏
জয় আই অসম।
@@sanjibdas5042 Om Shanti 🙏 জয় আই অসম 🙏
মজা গান দাদা
Thank you so much
Rajip hodiya❤❤❤❤❤ahomiya buli dhiping ke mare
ঔঁম শান্তি, জয় আই অসম......!
Val manuh kiy unkale gusi jai
ঔঁম শান্তি, জয় আই অসম......!
Ki kom aru 😢😢😢
Nice❤❤❤❤🎉🎉
ঔঁম শান্তি, আপোনাৰ বহুমূলীয়া কমেণ্টৰ বাবে বহুত বহুত ধন্য়বাদ। জয় আই অসম। আপোনাৰ সু-স্বাস্থ্য় কামনা কৰিলোঁ।
ঔমঁ শান্তী😭😭😭 তুমি যতেই থাকা কুশলে থাকা🙏🙏🙏
@@bipuldas9589 Om Shanti 🙏 জয় আই অসম 🙏
1:40 2:30 line 💯🥺 7:17
@@debosarma2728 RIP 😭 Om Shanti 🙏 জয় আই অসম 🙏
সুন্দৰ সময়ত জাতিক জগাইছে ।
@@saytanathtamuli9975 Thank you so much for your lovely comment and support ❤️
Hyde khub bea lagise,eman Sonkale atri jab nalagisil ,bhut sikib laga asil aponar pora ami asomiyai
সকলোৱে প্ৰাৰ্থনা কৰক যাতে ৰাজীৱ ককাইদেউৰ আত্মাই চিৰশান্তি লাভ কৰে, ঔঁম শান্তিঃ
Sundar geet Jatir babe 🙏🙏🙏🙏
@@balendas4511 RIP 😭 Om Shanti 🙏 জয় আই অসম 🙏
Dada hodai jiyai ase potijon akhomiya majot
ঔঁম শান্তিঃ, জয় আই অসম....!
বৰ সুন্দৰ গান,
Bohut miss korim dada apunak. Jotei thake vl ke thakok
@@RupakDas-ns7de RIP 😭 Om Shanti 🙏 জয় আই অসম 🙏
Jai ai axom. 🙏
আমাৰ ভিডিঅবোৰ চোৱাৰ বাবে বহুত বহুত ধন্য়বাদ, আপোনাৰ সু-স্বাস্থ্য কামনা কৰিলো।
ধন্যবাদ বহুত বহুত ধন্যবাদ আপোনাক ।
ঔঁম শান্তিঃ জয় আই অসম.....!
বৰ দুখ লাগিল
ঔঁম শান্তি, জয় আই অসম......!
বহুত সুন্দৰ গাই থৈ গ'ল
Thank you so much for your lovely comments & support, এনেদৰে আমাক সকলোৱে মৰম দি থাকিব বুলি আশাঁ ৰাখিলোঁ। লগতে আপোনাৰ সু-স্বাস্থ্য় কামনা কৰিলোঁ ।