LIVE | Assam BJP News | আৰম্ভ হ'ল বিজেপি ত্যাগ কৰাৰ জোৱাৰ | বিজেপি এৰি কংগ্ৰেছলৈ কোন কোন? N18L

Поделиться
HTML-код
  • Опубликовано: 13 окт 2024
  • LIVE | Assam BJP News | আৰম্ভ হ'ল বিজেপি ত্যাগ কৰাৰ জোৱাৰ | বিজেপি এৰি কংগ্ৰেছলৈ কোন কোন? N18L
    #assambjp #prafullamahanta #assamcongress #live #pranjalpratimhazarika #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Download our News18 Mobile App - onelink.to/des...
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

Комментарии • 217

  • @hemantamahanta5578
    @hemantamahanta5578 3 месяца назад +102

    দুই জেষ্ঠ নেতাৰ সুন্দৰ. পদক্ষেপ

  • @jeetajitdas8202
    @jeetajitdas8202 3 месяца назад +33

    এয়া আৰম্ভণি হৈছে হে

  • @HaridasKaman
    @HaridasKaman 3 месяца назад +21

    দুৰ্নীতি ভ্ৰষ্টাচাৰী সকলৰ দপদপনি আজিৰ বি জে পি। সৎ নেতা সকলে থকাৰ পৰিবেশ নাই।

  • @dipduttathakuria8147
    @dipduttathakuria8147 3 месяца назад +43

    Very very good

  • @minkotoky5963
    @minkotoky5963 3 месяца назад +21

    Val kotha 🎉

  • @bakulboruah2026
    @bakulboruah2026 3 месяца назад +27

    গৌৰৱ গগৈ ২০২৬ ৰ মূখ‍্যমন্ত্ৰী।BJP 15 খন আসনৰ ভিতৰত থাকি যাব।

  • @upengogoi5095
    @upengogoi5095 3 месяца назад +6

    টিকট নাপালে দ'ল ত্যাগ কৰাটো নেটা বোৰৰ চৰিত্ৰ। কিন্তু যি দললৈ নাযাওক কিয় নতুনকৈ যোগ দিয়া সকলক ১০বছৰলৈকে
    টিকট পোৱাৰ পৰা বঞ্চিত কৰি ৰখা হ'ব লাগে।

    • @champakray1886
      @champakray1886 3 месяца назад

      Aeitu val ktha but poisa khuwai ticket collect kre aru select hoi aan dolot jogdan kribor opportunity pai

  • @videomediaindia6177
    @videomediaindia6177 3 месяца назад +16

    Wow very good

  • @TaripAli-rd4hg
    @TaripAli-rd4hg 3 месяца назад +19

    Super 💝👍👌

  • @tulshihazarika-ru4ji
    @tulshihazarika-ru4ji 3 месяца назад +33

    অহংকাৰি জনৰ পতনৰ আগ জাননী।

    • @protimadutta2890
      @protimadutta2890 3 месяца назад

      দ'ল বাগৰি অহা সকলে BJP ক গেলাই পেলাইছে

  • @amaldasofficial
    @amaldasofficial 3 месяца назад +15

    ধন্যবাদ বিজেপি টিয়াক কৰাৰ বাবে ভাল হৈছে।

    • @lilakanta1
      @lilakanta1 2 месяца назад

      টিয়াক মানে কি ?

  • @Kamaljj7xz
    @Kamaljj7xz 3 месяца назад +19

    যক যক ভালেই হৈছে... বিজেপিতনো গছৰ মুঢ়াটো হৈ থাকি কি কৰিব , লোকসভা নিৰ্বাচনৰ পৰা এওঁলোকে বিজেপিৰ বিৰুদ্ধেহে মাত মতা দেখি আহিলোঁ... দলটোক ক্ষতি কৰাৰ আগতে তেওঁলোক ওলাই যোৱাই উচিত !

    • @kesamatirajuraj6905
      @kesamatirajuraj6905 3 месяца назад +1

      Aeolukehe bjp bonaisil baba .... congress I gondai bonuwa nasil .. suwa seleka

  • @medinitalukdar4873
    @medinitalukdar4873 3 месяца назад +22

    ২০২৬ চনত বিজেপি অসমত সমাপ্ত ।। কংগ্ৰেছ আহিৱ... জয় আই অসম ।।

    • @bijoygoswami6907
      @bijoygoswami6907 3 месяца назад +2

      বৰু বি জে পি বেয়া। কিবা কৰি কংগ্রেস আহিল দেখিব পমুৱা /ন অসমীয়া মানুহ এ মে লে এম পি বহুত হব। লৱাৰ অসমৰ কোনো কোনো জেগাত খিলনজিয়া লোকৰ পৈতৃক জেগা এৰাৰ আৰম্ভ দেখা গৈচে! কংগ্রেস আহিলে জন্ম নিয়ন্ত্রণ ইত্যাদি আইন নাহে । খুব বেচি ২০ বছৰ পাচত আমাৰ আপাৰ অসমৰ খাৰ খোৱা যে বিপদত নপৰিব কোনে জানে!? সেয়েহে কোন আহিলে খিলন জীয়া বাচিব চিন্তা ৰ বিষয়? এই নতুন দল কেইটা কংগ্রেস ৰ লগত এও লোকে চিঞৰি ব পাৰিব। কাম কৰিব নোৱাৰে!

  • @hiteshdeka153
    @hiteshdeka153 3 месяца назад +81

    বিজেপি ২৬ ত অসমত শেষ হব।

    • @ascreation2495
      @ascreation2495 3 месяца назад +3

      Tur nunu guti tu hobo kela...

    • @JituAhmedRJFilms
      @JituAhmedRJFilms 3 месяца назад +6

      ​@@ascreation2495agote tur baperor tu Sai lobi.
      BJP murdabad 😂😂

    • @DurgeshwarDeka
      @DurgeshwarDeka 3 месяца назад +1

      ​@@ascreation2495tu ki hobo khetu bhabi sa pothome.

    • @pgoswami5378
      @pgoswami5378 3 месяца назад +4

      একো শেষ নহয়। যিমানে
      যিয়েই নকওক ঘূৰি ঘূৰি ৰাইজে
      আকৌ বিজেপিকে আদৰিব।
      হয়তো এতিয়াৰ মন্ত্ৰী
      বিধায়ক কিছুমান হাৰিব পাৰে।আনহাতে আকৌ নতুন নতুন নেতা
      জিকিও আহিব।অসমৰ জনবিন্ন্যাস
      আৰু আগন্তুক সময় সাপেক্ষ
      পৰিবেশ আৰু পৰিস্হিতিয়ে ইয়াক সহজ সাধ্য কৰি তুলিব। ৰাইজে যথা সময়ত তুলনা
      ভিত্তিক বিচাৰ কৰি চাই নিজৰ
      সিদ্ধান্ত লব।অসমত মেজিকৰ
      দৰে কিবা যে ৰাজনৈতিক পৰিৱৰ্তন
      হব তাৰ আশা নাই বুলিয়েই ধৰি
      লব পাৰি কিয়নো বিজেপিৰ বিৰুদ্ধে
      বিৰোধী দল সমূহেও একেবাৰে বুথ লেভেলৰ পৰা বা সাধাৰণ জনতাৰ মাজত সামগ্ৰীক ভাবে জনমত গঢ়ি এতিয়ালৈ কোনোপধ্যে কৃতকাৰ্য হব পৰা নাই কাৰণ এই ক্ষেত্ৰত সক্ৰিয় ভাবে চেষ্টাৰ ক্ৰুটি হৈয়েই আছে।

    • @shawnmichael2754
      @shawnmichael2754 3 месяца назад +1

      Ged# Rahul bapere 100 u napale. Ako modi.r logot he milai.....bjp 240 congress 99
      Bjp 240 INDI 234 ...JENEKE HOLEU HARISO 😂😂​@@JituAhmedRJFilms

  • @nabinmandal-wu5by
    @nabinmandal-wu5by 3 месяца назад +1

    ধন্যবাদ

  • @NishantaNayan
    @NishantaNayan 3 месяца назад +6

    कांग्रेस powerful🎉❤

  • @JituAhmedRJFilms
    @JituAhmedRJFilms 3 месяца назад +5

    আজিৰ বৰ সুন্দৰ খবৰ।।

  • @BiplobhatiBaruah
    @BiplobhatiBaruah 3 месяца назад +22

    বিজেপি মুক্ত হ'ব নেকি অসম খন?

  • @Rahul-xu6oq
    @Rahul-xu6oq 3 месяца назад +7

    Gaurav Gogoi Jindabaad

  • @indrajitbaruah1676
    @indrajitbaruah1676 3 месяца назад

    ৰাজ নিতীৰ কথাই বেলেগ
    দলৰ বাহিৰৰ মানুহে একো পাট্টা নাপায় ,
    আকৌ দলত লাইম লাইট ত নাথাকিলে এওঁলোকৰ গতি ( " আহিল কণা গ'ল কণা খাগৰী কাটিলে তিনি কণা ") লেখিয়া হবগৈ ,
    সোঁৱৰণীত সূৰ্যৰ স্থিতি ভালকৈ চাই হে ৰাজনিতীলৈ অহা ভাল ,

  • @MriduGogoi-xx3oi
    @MriduGogoi-xx3oi 3 месяца назад +1

    News tu huni val lagil

  • @IftikharAhmed-ec8zu
    @IftikharAhmed-ec8zu 3 месяца назад +3

    ২০২৬ ৰ নিৰ্বাচনৰ পিছত মামাও বিজেপি দল এৰিব।

  • @mainuborgohain7906
    @mainuborgohain7906 3 месяца назад

    মই আদৰনি জনাইছো জি হকল কংগেছলৈ আহিছে
    ৰণী বৰগোহাঁই
    গোলাঘাট

  • @mridulduwarah7897
    @mridulduwarah7897 3 месяца назад +3

    শিবসাগৰৰ আৰু কোনোবা যাব বুলি শুনিছো.

  • @pranjalbhuyan1098
    @pranjalbhuyan1098 3 месяца назад +6

    👌👌👌

  • @NivaManiDas-v4f
    @NivaManiDas-v4f 3 месяца назад +3

    Good news👍

  • @hamantagogoi8904
    @hamantagogoi8904 3 месяца назад +6

    Botar etia eneo beya....tamam borokhoon.....usitt timot Brojawpaat porise dei.... 🙏🙏

  • @SachinHazarika-u2u
    @SachinHazarika-u2u 3 месяца назад +3

    Very Nice . .

  • @lilakanta1
    @lilakanta1 2 месяца назад

    এইবোৰ এনেয়েও বিজেপিত নাছিল

  • @Axom758
    @Axom758 3 месяца назад +2

    ভালেই হৈছে, নতুন, পুৰণি বুলি খেলি মেলি কৰিব বিচৰা মানুহ কেইজন আতৰি গলে দলৰ বাবে শুভ মঙ্গল।

  • @pranabkhakhalary539
    @pranabkhakhalary539 3 месяца назад

    তেওঁলোকে যি কৰিম বুলি ভাবিছে অতি সোনকালে কৰাটোৱেই ভাল।

  • @asomiaasom6008
    @asomiaasom6008 3 месяца назад +2

    অসমৰ বাবে প্ৰজোয্য বৰ্তমা বিজেপি মানে বিদেশী জহৰা পাৰ্টী ক কোনো ভাল মানুহে সমৰ্থন নকৰে ।বিদেশী জহৰা পাৰ্টী (বিজেপি)ক যে এতিয়াও একাংশ লোকে অন্ধ ভক্ত জাতিদ্ৰোহী হৈ সমৰ্থন কৰি আছে সেয়া আচৰিত কথা ।

    • @bijoygoswami6907
      @bijoygoswami6907 3 месяца назад

      কংগ্রেস দেখ দেখ জহৰা পাৰতি!

  • @harinarayandeori3813
    @harinarayandeori3813 3 месяца назад

    হিমন্ত বিশ্ব শৰ্মা, জয়ন্ত মল্ল বৰুৱা, আৰু পিযুজ হাজৰিকাই পূৰণা বিজেপি মানুহ খিনিক শেষ কৰি পেলালে।

  • @pranabbhuyan1100
    @pranabbhuyan1100 3 месяца назад

    খৰ কৰক

  • @podumurang1547
    @podumurang1547 2 месяца назад

    Wow. Very. Good. Sir

  • @BhagwanDeka-yg4yw
    @BhagwanDeka-yg4yw 3 месяца назад +2

    Sattya brata kalita শুদ্ধ সিদ্ধান্ত।

  • @Kaustav_jyoti_Rabha
    @Kaustav_jyoti_Rabha 3 месяца назад

    কৃষ্ণ লোভে জীৱক নৰকলৈ লৈ যায়।সন্মান খুজি লোৱা সামগ্ৰী নহয়।কৃষ্ণ 🙏

  • @pradipgowala3651
    @pradipgowala3651 3 месяца назад +1

    গৌৰৱ গগৈ আৰু মুখ্যমন্ত্ৰী হাঁহি লগা কথা ।

    • @PujaBarman-fh7sk
      @PujaBarman-fh7sk 3 месяца назад

      Ke gourav r Dom ni nki cm hobole ,ne tur he ase

  • @MonuramMonuramtaid
    @MonuramMonuramtaid 3 месяца назад

    আন দলক নিশেষ কৰিবলৈ যি কুচক্ৰান্ত কৰিছে।এতিয়া নিজ দলৰ কৰ্মীকেই নিয়ন্ত্ৰণ কৰিব পৰা নাই।

  • @dimbeswarkonwar7659
    @dimbeswarkonwar7659 3 месяца назад +3

    দল বাগৰাটো ৰাজনীতিৰ নিয়ম

  • @imdadali9519
    @imdadali9519 3 месяца назад

    ৰাজনীতিত নীতিক লৈ কোনো ব্যষ্ট হৈ নাথাকে । সকলো একেই ।

  • @2nt979
    @2nt979 2 месяца назад

    মান সম্মান টা না থাকিলে ধীরে ধীরে সবাই অন্ন দলে যোগ দিতে পারেন।

  • @SahabUddin-om7uu
    @SahabUddin-om7uu 3 месяца назад

    ❤ অসংখ্য ধন্যবাদ নেতা দুই জনের

  • @rashmidutta3419
    @rashmidutta3419 3 месяца назад

    অসমৰ আনন্দ সৰ্বানন্দ ।মামাই বি জে পি ধংস কৰিব।

  • @BalorajBaro
    @BalorajBaro 2 месяца назад

    Right ✅️ 🎉

  • @AshadulIslam-kr4tn
    @AshadulIslam-kr4tn 3 месяца назад

    আকৌ আহী আছে কংগ্ৰেছ চৰকাৰ

  • @TCF573
    @TCF573 3 месяца назад +1

    Bor hundor khobor teulookok dhonyabad...

  • @KhwndwnBasumatary
    @KhwndwnBasumatary 3 месяца назад +5

    Mama congress Sarkar ahile jabo ne najabo congress loi.

  • @mofidrohman6393
    @mofidrohman6393 3 месяца назад +1

    👍😁 very good news

  • @mridulkumarborah4181
    @mridulkumarborah4181 3 месяца назад +4

    Uthi aha prajanmar he proyojan. Thanks

  • @sahidurrahman1576
    @sahidurrahman1576 3 месяца назад +2

    Congrats zindabaad ❤❤❤

  • @NuralomAlom-kg2rq
    @NuralomAlom-kg2rq 3 месяца назад

    Vare good news

  • @pabinsarma2989
    @pabinsarma2989 3 месяца назад +1

    Good night,, Dada

  • @taidtriluchan
    @taidtriluchan 3 месяца назад

    Very good Diciason

  • @Sumite-ll3qh
    @Sumite-ll3qh 3 месяца назад +1

    Raijor monot porise Lockdown GST r kothabur

  • @Justanattemmpt
    @Justanattemmpt 3 месяца назад

    Reporting style and wording and used sentence...are adorable....ভাল লাগিল

  • @bubulboruah6267
    @bubulboruah6267 3 месяца назад +1

    অহংকাৰৰ পটন হব লাগে ৷

  • @NirmolRay1996
    @NirmolRay1996 3 месяца назад

    দল বাগৰা নেতাবোৰ বৰ বিপদ।কাৰণ সেইবোৰ নিজৰ স্বাৰ্থৰ বাবে এই পদক্ষেপ লয়।গতিকে এনেকুৱা যিকোনো দলৰ নেতাক বিশ্বাস কৰিব নোৱাৰি।।।

  • @pratuldas6125
    @pratuldas6125 2 месяца назад

    আপোনাৰ মোচন মানে বডি লেংগুৱেজ দেখিলে নাটক চাই থকা যেনেই লাগে I

  • @RanjanMahanta-c2f
    @RanjanMahanta-c2f 3 месяца назад +3

    মামাইও এৰিব বিজেপি মানে দুবছৰৰ পিছত 😅😅

    • @JituAhmedRJFilms
      @JituAhmedRJFilms 3 месяца назад

      @@RanjanMahanta-c2f আকৌ কংগ্ৰেছৰ নেগুৰত ধৰিব।।

  • @nabakumardas2130
    @nabakumardas2130 3 месяца назад +1

  • @karabibaruah2135
    @karabibaruah2135 3 месяца назад

    Very good ❤

  • @utpalsonowal412
    @utpalsonowal412 3 месяца назад

    Good dissition...Dada Brigadok hekh koribo lage...Hokoluye congrase naiba AJP dolot juk dibo lage..

  • @Surajjamanprodhani
    @Surajjamanprodhani 3 месяца назад

    Great 👍

  • @pgoswami5378
    @pgoswami5378 3 месяца назад +1

    বিজেপি আৰু সহযোগী দলে মিলি দেখোন এঘাৰ আসন পাইছেই।বিজেপিৰ জোৰ ক'ত কমিছে?
    থিকেই আছে,চৈধ্যখন আসনৰ
    এঘাৰখনেই পাইছে। তেনেহলে
    হতাশা কিয় আহিল এই নেতা সকলৰ? দলত পাট্টা নোপোৱা
    মানে কি? পাট্টা নিজেই উলিয়াই
    লব জানিব লাগিব। নিজৰ দল
    যেতিয়া তাত দখল লোৱা কামটো নিজৰ।ৰাজনীতিত প্ৰতিযোগিতা
    থাকিবই।নেতাৰ গুৰুত্ব
    ৰাইজেহে নিৰ্ধাৰণ কৰে। অসমৰ
    ৰাজনীতি বৰ্তমান অতি জটিল হৈছে। নেতাই দল সলালেও বিচৰা ধৰণে শেষত সা- সুবিধাৰে কামত নাহিবও পাৰে।

  • @bijitboro5117
    @bijitboro5117 3 месяца назад +1

    My favourite news channel you're

  • @AnwarHussain-ip6yd
    @AnwarHussain-ip6yd 2 месяца назад

    Join Congress before it is too late

  • @pinkubordoloi4156
    @pinkubordoloi4156 3 месяца назад

    মজা Welcome

  • @sanjaydutta2905
    @sanjaydutta2905 3 месяца назад +2

    Go back BJP 2026

  • @husainali1287
    @husainali1287 3 месяца назад +1

    Good news

  • @MohanKarmakar-jd8qp
    @MohanKarmakar-jd8qp 2 месяца назад

    BJP ত খাবলৈ পোৱা নাই । যে খেই কাৰনে ।

  • @AlimHoque-u4h
    @AlimHoque-u4h 3 месяца назад

    Good decision

  • @jayaborah2926
    @jayaborah2926 3 месяца назад

    এইয়া নৃত্য নাটিকা, মূল নাটক কিছু দিনৰ পিছত আৰাম্ভ হৱ।

  • @jitubaruah69
    @jitubaruah69 3 месяца назад

    bohut vall kotha

  • @DennisVellum-jp4mu
    @DennisVellum-jp4mu 3 месяца назад

    Give INDIA a chance

  • @KkLl-sf8fe
    @KkLl-sf8fe 2 месяца назад

    I. Love 18Assamnewes

  • @satyanathpegu-pq1rd
    @satyanathpegu-pq1rd 3 месяца назад

    Thanks be to God

  • @nailinichowdhury8770
    @nailinichowdhury8770 3 месяца назад

    AVOID ALL THE CANDIDATES FOR EVER

  • @SumkiDeka
    @SumkiDeka 2 месяца назад

    Chanal 2 agati b g pr news 18

  • @NaliKhan-r6y
    @NaliKhan-r6y 3 месяца назад +21

    BJP hatao desh bachao Modi hatao Bharat bachao

  • @rajibbora1813
    @rajibbora1813 3 месяца назад

    অসমৰ উন্নতিৰ কথা চিন্তা নাই 😮😮😮

  • @Jun_Photography
    @Jun_Photography 3 месяца назад

    very good

  • @Sobiborrohman
    @Sobiborrohman 3 месяца назад

    Gourav Gogoi 26sot CM 100% khatang

  • @MansoorAlam-bb5nu
    @MansoorAlam-bb5nu 2 месяца назад

    Toak r karone no hoy jater karone

  • @BakulBarman-wi5nu
    @BakulBarman-wi5nu 3 месяца назад

    Very good news ❤❤❤

  • @believeyourselfofficial
    @believeyourselfofficial 3 месяца назад

    Etia amar o lage eta pod un eta apunak dibologia hoi ase

  • @manojborah6400
    @manojborah6400 2 месяца назад

    Trailer picture abhi baki hai

  • @bijitboro5117
    @bijitboro5117 3 месяца назад

    Congratulations to you mr pranjol da

  • @assamboguraradda7748
    @assamboguraradda7748 3 месяца назад

    Good..news.

  • @BaharulIslam-ug2lz
    @BaharulIslam-ug2lz 3 месяца назад +1

    BJP aru Kam nai Kiya hbo

  • @nilutpaldas8659
    @nilutpaldas8659 3 месяца назад

    আহি আছে কংগ্ৰেছ চৰকাৰ 2026

  • @NazrulIslam-db4cz
    @NazrulIslam-db4cz 3 месяца назад

    Super Step❤❤

  • @pragyaprayashkashyap2347
    @pragyaprayashkashyap2347 2 месяца назад

    Bjp প্ৰতি ইমান দৰদ কিয় আপোনাৰ?

  • @ravajoseph4376
    @ravajoseph4376 3 месяца назад

    Eibilak soliye thakibo bhai
    Sob Poisar kotha 😂😂😂

  • @nurulamin9157
    @nurulamin9157 3 месяца назад

    Good Step

  • @probhatchetia3321
    @probhatchetia3321 3 месяца назад

    Ai bilak chal chai sapori buwaa leader

  • @bijumonihazarika9953
    @bijumonihazarika9953 3 месяца назад

    Very good decision.

  • @ImdadRahman-lo2tr
    @ImdadRahman-lo2tr 3 месяца назад

    Gaurav Gogoi❤❤❤ next cm

  • @mukutsaikia6302
    @mukutsaikia6302 3 месяца назад +1

    I love congress❤❤❤❤❤❤❤❤

  • @PrasannaDeka-db9vc
    @PrasannaDeka-db9vc 3 месяца назад

    Hobo dia
    Dibrugarh pora Dhubri loi Assamese manuh komi jabo...