LIVE | নেহৰুৱে অসমক BYE BYE দিছিল, লখিমপুৰৰ নিৰ্বাচনী সভাত Amit Shahয়ে কিয় ক'লে এই কথা

Поделиться
HTML-код
  • Опубликовано: 15 ноя 2024

Комментарии • 334

  • @bagadbilla452
    @bagadbilla452 5 месяцев назад +11

    .
    সত্য কথাটো প্রকাশ কৰা বাবে বহুত ধন্যবাদ জনালো চাৰ। বহুতে সচাক মিচা আৰু মিচাক সচা কৰি লা উঠায় আছে। ৰাজনীতিক বিলাকে।

  • @pallabigohain6349
    @pallabigohain6349 6 месяцев назад +49

    অসম চীন হাতত দিয়া হলেই ভালেই আছিল অন্তত অসমৰ মানুহ বোৰ এলেহুৱা হৈ বহি নাথাকিল হয় !

  • @মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন

    ১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়তে অসম নামৰ ৰাজ্যখন এক সাংঘাতিক ৰাজনৈতিক সংকটৰ গৰাহত পৰিছিল। দেশ বিভাজনৰ সময়ত জৱাহৰলাল নেহৰুৱে অসমক ভাৰতৰ লগত ৰখাৰ পৰিৱৰ্তে পাকিস্তানৰ হাতত গটোৱাৰ ইচ্ছা কৰিছিল। এনে এটা মহা বিপদৰ সময়ত অসমৰ স্বাভিমানী আৰু অসমপ্ৰেমী নেতা গোপীনাথ বৰদলৈ জাতিৰ পিতা গান্ধীৰ ওচৰলৈ গৈ নিৰাশ হ’বলগীয়া হৈছিল। গান্ধীয়ে নেহৰুৰ মতৰ বিৰুদ্ধে যাবলৈ ভাল পোৱা নাছিল। বৰদলৈ ডাঙৰীয়াই অকলেই অসমক পাকিস্তানৰ গৰাহৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। দুখ লাগে, এই জনা মহান অসমীয়াক অসমীয়াই পাহৰি পেলাইছে। নেহৰুৰ জন্মদিন অসমত বৰ উলহ-মালেহেৰে পালন কৰা দেখি আহিছোঁ, বৰদলৈ ডাঙৰীয়াৰ জন্মদিন পালন কৰিবলৈ আমাৰ বৰ এলাহ! সেয়ে মোৰ অনুৰোধ এইবাৰ যেন বৰদলৈ দেৱৰ জন্ম দিন উদযাপন হয়।

    • @nayanmoniborkotoky6609
      @nayanmoniborkotoky6609 7 месяцев назад +14

      Nehru pm huatu Bharat r ovisap asil..... Ballav Bhai Patel hua ha proyojon asil....

    • @PinkuSaikia-wc4vp
      @PinkuSaikia-wc4vp 7 месяцев назад

      Bo tumar val na,

    • @K.G-z-I6b
      @K.G-z-I6b 7 месяцев назад +6

      নেহৰুৰ সঁচা উপাধি আপোনি জানে নে।

    • @nayanmoniborkotoky6609
      @nayanmoniborkotoky6609 7 месяцев назад

      @@K.G-z-I6b najanu.... Janibo parile kritartho hom.....
      Kin2 ata kotha janu je aji Nehoru poriyal a likha Gandhi upadhi tu mohatma gandhir pora loi nam komai ase...

    • @মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন
      @মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন 7 месяцев назад +9

      জৱাহৰলাল নেহৰুৰ পিতৃ মতিলাল নেহৰু নহয় বুলি বিতৰ্ক হৈছিল তেখেতৰ পিতৃ ৰ নাম মোবাৰক আলি বুলি কোৱা হয়।

  • @K.G-z-I6b
    @K.G-z-I6b 7 месяцев назад +34

    চাইনা লগত দিয়া হ'লে ভালেই আছিল কিন্তু পাকিস্তানৰ লগত দিয়া হ'লে খাবলৈ নাপায় মৰিলো হেঁতেন।

    • @hridoybabuassampolice2591
      @hridoybabuassampolice2591 7 месяцев назад +1

      Right ami chinak lage pak nalage

    • @nilimbhattacharyya9939
      @nilimbhattacharyya9939 7 месяцев назад

      Jauk ako atiau kune rokhaise

    • @MainaoBoro-z6j
      @MainaoBoro-z6j 7 месяцев назад

      Right de bhai🎉❤

    • @bkp9774
      @bkp9774 6 месяцев назад

      @@nilimbhattacharyya9939 তহত বোৰ যৰ পৰা আহিলি তা লৈকে যা গৈ যা ।

    • @aswinimajumder1553
      @aswinimajumder1553 6 месяцев назад

      ​@@hridoybabuassampolice2591এহ

  • @rakashdas9087
    @rakashdas9087 6 месяцев назад +22

    ভাল হলে হয় বহুত উন্নতি হল হয় গৰীবৰ কি হৈছে নেতাসকলে ধনী হৈছে

  • @AlakeshDas-m6w
    @AlakeshDas-m6w 7 месяцев назад +14

    নেহেৰুৱে চীনৰ বিৰুদ্ধে কিয় ভাৰতীয় বায়ুসেনাৰ ব্যৱহাৰ নকৰিলে সেয়া আজিয়ো এক গোপন ৰহস্য। ভাৰতীয় বায়ুসেনা সাজু হৈ আছিল চীনৰ বিৰুদ্ধে যুঁজ দিবলৈ, অপেক্ষা আছিল মাথোঁ প্ৰধানমন্ত্ৰীৰ সেউজ সংকেতৰ। আনকি ৰাষ্ট্ৰসংঘত ভাৰতে পোৱা ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য পদ চীনক দিছিল এইজন নেহেৰুৱে। ভাৰতৰ কোকো দ্বীপ ম্যানমাৰক দিছিল এই নেহেৰুৱে। ম্যানমাৰে চীনৰ ওচৰত বিক্ৰী কৰিছিল আৰু আজি এই দ্বীপটোৱে চীনে ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰি আছে নৌ-সেনাৰ জৰিয়তে। ধিক্ এনেকুৱা প্ৰধানমন্ত্ৰী। কিন্তু আজিৰ ভাৰত অত্যন্ত শক্তিশালী। দেশৰ কাম কৰিবলৈ দেশক ভাল পাব লাগিব। দেশক ভাল পাবলৈ দেশীয় জাতি-ধৰ্ম, সভ্যতা-সংস্কৃতিৰ হ'ব লাগিব।

  • @never_backdown8611
    @never_backdown8611 7 месяцев назад +34

    অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ক স্বাধীনতা ৰ এটা সুযোগ দিছিল ১৯৬২ ত চীনে, কিন্তু অসমীয়া ই বুজি নাপালে। ভাৰতে উত্তৰ পূৰ্বাঞ্চলক কেতিয়াও নিজৰ বুলি নাভাবে তাকে প্ৰমাণ কৰি দেখুৱালে চীনে ১৯৬২ ত। চীনে যুদ্ধ ত জিকিও অসম এৰি গুছি গল। নেহেৰুৰ দৰে মহান ভাৰতীয় মনোবীতি এ যদি এনে হয়, তেন্তে ভাবক সাধাৰণ ভাৰতীয় ৰ কেনে হব।

    • @sashibhatta5198
      @sashibhatta5198 6 месяцев назад +3

      চীনে নিজৰ কৰিহে ললেহেঁতেন ; স্বাধীনতা দিবৰ বাবে সেই আগ্ৰাসন মুঠেও নাছিল ৷

  • @ratulnath9715
    @ratulnath9715 7 месяцев назад +29

    অসম বাংলাদেশী মুক্ত কৰি দেখুৱাওক বিজেপিয়ে , অমিত শ্বাহ ৰ দৰে নেতাই। তেতিয়াহে আচল প্ৰকৃতিৰ ৰাজনৈতিক বুলি মানি লম

  • @rupbordoloi6556
    @rupbordoloi6556 6 месяцев назад +30

    নেহেৰু ঠিকে ভাবিছিল কাৰণ চাবলৈ North Eastঃ china Quality একেই যদি নেহৰু কথামতে হোৱাহেতেন অসমখন তেতিয়া পৰা এতিয়ালৈকে বিশ্ব দৰৱাৰত জিলিকি থাকিলে হয়। দুভাগ্য যে অসমখন কিন্তু ভাৰতীয় হয়ও ভাৰতত লিপিবদ্ধ নহয় 😂❤জয় আই অসম❤❤

    • @aswinimajumder1553
      @aswinimajumder1553 6 месяцев назад +1

      চীনাৰ আকৌ কিহৰ জয় আই অসম? পগলা নেকি?

    • @Programmer-x7y
      @Programmer-x7y 6 месяцев назад +1

      ৰূপবৰদলৈ ঠিক কৈছে ।।

  • @bkp9774
    @bkp9774 7 месяцев назад +22

    অসমৰ মানুহ বোৰ সৰহ সংখ্যকেই দেখিবলৈ চাইনিজ নিচিনা , আহোম, মিচিং, সোণোৱাল,কছাৰী, তিৱা, নগা, খাছী, গাৰো, অৰুণাচলী বোৰ, গতিকে নেহেৰু এ তেনেকৈয়ে ভাবিল😅😅😅

    • @KapilNarah
      @KapilNarah 6 месяцев назад +1

      Tur seheratu dekhibloi kenekua tuk pkistant di diba lagisil😅

    • @mising790
      @mising790 6 месяцев назад

      Karon ami chaina r pora ahisu na

    • @ABHILASHRay-u1b
      @ABHILASHRay-u1b 5 месяцев назад

      সছা কথা

  • @prtravelvlog3026
    @prtravelvlog3026 6 месяцев назад +15

    চৰ্দাৰ বল্লভ ভাই পেটেল হে প্ৰধানমন্ত্ৰী হব লাগিছিল ।
    নেহৰু নহয় ।

  • @Bidyadhar29
    @Bidyadhar29 5 месяцев назад +7

    Assam all people want Assam as a country.

    • @Programmer-x7y
      @Programmer-x7y 4 месяца назад

      Not everyone from Assam wants independent now!! That's unfortunate

  • @JayPegu321
    @JayPegu321 7 месяцев назад +17

    এতিয়াতলৈকে কত আছিল সেইবোৰ বুৰঞ্জী আজিহে গম পালো নতুনকৈ যে শিক্ষানুষ্ঠানত নতুন বুৰঞ্জীৰ প্ৰৱটন হব।।।

    • @K.G-z-I6b
      @K.G-z-I6b 7 месяцев назад +2

      সেই কাৰণে ভাৰতৰ হিষ্ট্ৰি পঢ়িব লাগে আক। অকল গাহৰি বেপাৰ কৰি থাকিলে ক'ত জানিব ।

    • @arunavdutta8636
      @arunavdutta8636 6 месяцев назад

      😂😂😂​@@K.G-z-I6b

    • @JayPegu321
      @JayPegu321 6 месяцев назад

      ​@@K.G-z-I6b তুমি কি গৰু বেপাৰী নিশ্চয় নহলে কেতিয়াও বেপাৰৰ কথা উল্লেখ নকৰে নহয় নে ।।
      😊

    • @JayPegu321
      @JayPegu321 6 месяцев назад +1

      তুমি নিশ্চয় গৰু বেপাৰী ,নহলে কেতিয়াও বেপাৰৰ কথা উল্লেখ নকৰে নহয় নে।।।😮

    • @K.G-z-I6b
      @K.G-z-I6b 6 месяцев назад

      @@JayPegu321অসমৰ ৰাইজে জানে যে মিচিং মিৰি মানুহে গাহৰি বেপাৰ কৰে আৰু মই মহন্তই গৰু বেপাৰ নকৰে বুলি অসমৰ ৰাইজে জানে বেপাৰ কথা কোৱা কাৰণে কলো মোৰ যোৰহাটত গছাৰি হলছেল আৰু কেঁচা চাহ পাতৰ বেপাৰ আছে ।

  • @MainaoBoro-z6j
    @MainaoBoro-z6j 7 месяцев назад +6

    North East India to India logot thakile khodai tolor back hoy thakibo belek Country hobo lage ,kintoo nice explain sir...❤

  • @NumalKhongiadigital
    @NumalKhongiadigital 5 месяцев назад +5

    যিমান যি হলেও চিনক বেয়া নাপাওঁ,,, কাৰণ চীনে এটা সুবিধা দিছিল যে অসম এখন স্বাধীন দেশ সিচাপে,,, কিন্তু কেইটামান জধা মূৰ্খই ভাৰতত বিলয় কৰি আজি অসমৰ অস্তিত্ব বিদেশী বহিৰাগতৰ হাতত গতাই দিয়ে,,,,,

  • @sashibhatta5198
    @sashibhatta5198 6 месяцев назад +2

    পাকিস্তান-বাংলাদেশৰ লগত চামিল কৰণৰ পৰা স্বাধীনতা সেনানী বিজয় চন্দ্ৰ ভাগৱতীকে প্ৰমুখ্য কৰি কেইবাগৰাকী কংগ্ৰেছ নেতাৰ সহযোগৰ মাধ্যমেৰে গোপীনাথ বৰদলৈয়ে বচোৱাৰ পিছত চীনৰ সৈতে যাবলগীয়া বিপদৰ পৰা হেম বৰুৱাই ৰক্ষা কৰা বুলি কব পৰা যায় ৷

  • @abdulmannaf5519
    @abdulmannaf5519 6 месяцев назад +7

    এইটো চেনেলৰ কামনাই এনেকুৱা ফালটো বাতৰি পৰিৱেশন কৰাৰ বাহিৰে।

  • @ranjandas1158
    @ranjandas1158 6 месяцев назад +2

    ভাল লাগিল ।বিষয়বোৰ লাহে লাহে ওলাই আহিছে ।

  • @himangsudeka2211
    @himangsudeka2211 5 месяцев назад

    ৰাজনিতী কৰা সকলে সুযোগ বিচাৰে কেনেকৈ সচাক মিচা কৰি ভোট লাভ কৰিব পাৰি। আপোনালোকৰ নিছিনা লোকে প্ৰকৃত সত্য আমাৰ বিবেচনাৰ বাবে আগবঢ়াই দিয়াৰ বাবে ধন্যবাদ।

  • @Bidyadhar29
    @Bidyadhar29 5 месяцев назад +3

    Assam is a country.

  • @Bidyadhar29
    @Bidyadhar29 5 месяцев назад +3

    Assam need freedom.

  • @PradipGogoi-i7b
    @PradipGogoi-i7b 7 месяцев назад +27

    কঙগেছ হ'ল ভাৰতীয় জনগণৰ পৰম শত্ৰুৰ। অসমখনক চীনক এৰি দিবলৈ মান্তি হোৱা তো সঁচা কথা। স্বাধীনতাৰ পাছত ভাৰত এখন গণতন্ত্ৰ হিচাপে পৰিগণিত দেশক হিন্দু মুছলমান দুভাগ কৰি কটা কটি হাঙমা কৰাই তেজৰ নৈ বোৱাই ছিল। ইয়াৰ পিছত ও মুছলমান ভাৰতত থাকিলেই। অসমক মাহীমাকৰ চাইছিল বাবে ১৯৬২চনত চীনে ভাৰত আক্ৰমণ কৰোঁতে জহৰলাল নেহেৰুৱে অসমক চীনক এৰি দিছিল। অসম খন আহোম সকলৰ ৰাজত্ব কালত ইয়ান্দুবূসন্ধি বৃটিছ চৰকাৰে কৰি লৈছিল। কিন্তু বূটিচ সকলে স্বাধীনতা লাভ কৰাৰ পিছত অসম দেশক ঘুৰাই দিওঁতে আহোম সকলৰ ৰাজত্ব কৰা ৰাজবংশটোৰ কাকো নিদি এখন বিখ্যাত বিস্তৰ দেশৰ সৃষ্টি কৰিম বুলি মুৰব্বী নেতা সকলে শোষণ নিস্পেষন কুৎনীতি একনায়কত্ববাদ আত্ম কেন্দ্ৰীক হৈ গনতন্ত ঠাইত শোষণ তন্ত্ৰ হ'ল। ব্যক্তি কেন্দ্ৰীক ৰাষ্ট্ৰ বুলি ক'ব পাৰি।

    • @rabinsaikia8188
      @rabinsaikia8188 7 месяцев назад

      Heri kukuror jat tor boiyas kiman hol. Bharat buronjee bhal dore pohi uttar dibi gadhar santan

  • @bipulborah2193
    @bipulborah2193 7 месяцев назад +9

    যদি বিচাৰিছিল, ইমান দিনে কিয় প্ৰকাশ কৰা নাছিল ?

    • @subhajitgogoi999
      @subhajitgogoi999 7 месяцев назад +2

      Ulai ye ase but ai left ideology bure lukuai rakhe

    • @AlakeshDas-m6w
      @AlakeshDas-m6w 7 месяцев назад

      আপুনি গম পোৱা নাছিল।

    • @Programmer-x7y
      @Programmer-x7y 6 месяцев назад

      ​@@subhajitgogoi999 সঁচা কথা

  • @mrinalburagohain-n2b
    @mrinalburagohain-n2b 7 месяцев назад +1

    নেতাসকলে সদায় উদ্দেশ্য প্ৰনোজিত বাক্যৰে ৰাজনৈতিক উদ্দেশ্য সাধন কৰে। ৰাইজৰ সিদ্ধান্ত হব লাগে নেতাজন সৎ হয়নে নহয়। তেখেতৰ অতীত জীৱনত লোকসভাৰ কাৰ্যকাল কি আছিল। নিজাববীয়াকৈ বলীষ্টভাবে ৰাইজৰ বাবে কি আনিছে।দলে দিয়া বোৰ দিবই। গতিকে দলকৈ প্ৰাৰ্থীজনৰ কন্ঠ ও লোক সেৱা কিমান?

  • @lakhinathDihingia
    @lakhinathDihingia Месяц назад

    Very good speech..real also

  • @harshitkishorlaskar
    @harshitkishorlaskar 7 месяцев назад +3

    মিঃ বৰা , ভাৰত চীন যুদ্ধৰ প্ৰকৃত যুদ্ধৰ সম্পৰ্কে ভালদৰে পঢ়া উচিত । চীনে ভাৰত আক্ৰমন কৰিছিলনে ভাৰতে প্ৰথমে চীন আক্ৰমন কৰিছিল ?

    • @AlakeshDas-m6w
      @AlakeshDas-m6w 7 месяцев назад

      কিমান শ্ৰেণীলৈকে পঢ়িছিল?

    • @gstpcovervideogroup8289
      @gstpcovervideogroup8289 6 месяцев назад

      ইতিহাস পঢ়া পুথি ভঁৰাল আছে যদি

  • @AXOMYTBORFOLONG
    @AXOMYTBORFOLONG 5 месяцев назад +1

    Thank you sir news live diyar babe 😊

  • @Rahul-e2x7z
    @Rahul-e2x7z 7 месяцев назад +1

    তিনি গগৈ জিন্দাবাদ জিন্দাবাদ লুৰীনজোতি গগৈ গৌৰৱ গগৈ বহুত ভোটত জয় হ'ব

    • @TimePass-qo7ch
      @TimePass-qo7ch 7 месяцев назад

      Upper Assam ot Gedaar population baahi jaabo

  • @dipalitalukdar5009
    @dipalitalukdar5009 7 месяцев назад +1

    বংচুক নামৰ বিজ্ঞানী জনৰ খবৰ লোৱা কিয় অন্নশন কৰিবলগা হল নজনাকৈ বিশ্লেশন কৰিব নাহিব

  • @Famt-sd8di
    @Famt-sd8di 6 месяцев назад +3

    অসমৰ আধা অংশ বাংলাক দিয়াত কুণ্ঠাবোধ নকৰিছিল

  • @chitranath-x9s
    @chitranath-x9s 6 месяцев назад +6

    বুৰঞ্জী পঢ়া এৰক জীৱন দায়িনী ঔষধৰ আকাশলঙ্ঘী মূল্য বৃদ্ধিৰ খৱৰ প্ৰচাৰ কৰক |

    • @SAILENDRAPRASADGOSWAMI
      @SAILENDRAPRASADGOSWAMI 6 месяцев назад

      It is a truth, but save the Assam by the Gopunath Bordaloi

    • @SAILENDRAPRASADGOSWAMI
      @SAILENDRAPRASADGOSWAMI 6 месяцев назад +1

      Actual Neharu family is a dagabaj

    • @babinbijoydhar7222
      @babinbijoydhar7222 6 месяцев назад

      ঠিক কথা কৈছে। যিবোৰ কথা আৰু সমস্যাৰ কথা আলোচনা কৰিব লাগে সেইবোৰ ইউটিউবাৰ বোৰে উত্থাপন নকৰে।

  • @SimantaRingtone
    @SimantaRingtone 6 месяцев назад +3

    নেহেৰুৱে নিজৰ স্বাৰ্থৰ বাবে সকলো কাম কৰিব পাৰে । নেহেৰুৱে কেতিয়াও northeast ক ভাৰতৰ অংগ বুলি নাভাবিছিল ।

  • @activityconcept4662
    @activityconcept4662 6 месяцев назад +4

    বিষয়টো চৰ্চা কৰাত ভাল হ'ল‌।

  • @ranjansarmah4843
    @ranjansarmah4843 7 месяцев назад +6

    মিছা কথা। আকাশবানী গুৱাহাটী ৰেডিঅʼ কেন্দ্ৰৰ সাক্ষাৎকাৰ শুনিছিলো ১৯৯৪/৯৫ চন মানত কোনোৱা এজনী শ্ৰদ্ধাৰ মুক্তিযুদ্ধাৰ মুখেৰে আৰু তেখেতে কৈছিল নেহৰুৰ একমাত্ৰ জীয়ৰীক অসমলৈ পঠিয়াইছিল অসমক কিবাকৈ ৰক্ষা কৰাৰ উপায় লবলৈ ।

    • @ashookkumarboruah4142
      @ashookkumarboruah4142 7 месяцев назад

      ruclips.net/video/YNSxvP7WEEg/видео.htmlsi=GtSxPQaUxbfd1K8F

    • @K.G-z-I6b
      @K.G-z-I6b 7 месяцев назад

      জৱহৰলালৰ জিয়েকৰ নাম কি জনাব নেকি

    • @prasannabora7644
      @prasannabora7644 7 месяцев назад

      1962 sonor war time t Neheru r vakhon tu hunise ne😊

  • @miraculousladybug941
    @miraculousladybug941 7 месяцев назад +1

    প্রভূ সকল এই বোষ কথা নির্বাচনী সভাত কব নালাগে ৷ কাৰন আপোনালোক দেশৰ ভাঙৰ মানুহ ৷ যি হৈ গৈছে যাক পুনৰ এইবোৰ আলোচনা কৰিব নাগে ৷ মাছ ভাঙিলেও চৰুত থাকিব লাগে

  • @RupamSenapati14
    @RupamSenapati14 Месяц назад

    চীনৰ হাতত গতাই দিয়া হয় ভাল আছিল অন্তত এতিয়া ভাৰতৰ পৰা অসম 100 বছৰ উন্নয়নৰ ক্ষেত্ৰত আগুৱাই থাকিল হয়

  • @deepranjitkoch3141
    @deepranjitkoch3141 Месяц назад

    অসম খন চীন লগত থকা হলেই ভাল আছিল। বহুতো দিশৰ পৰাই ভাল হল হয়। বাংলাদেখিবৰ খামইছা। আৰু অসম খন তো এখন চৰণীয়া পথাৰ হে । এইখন অসমত জোনে যেনেকৈ আহি থাকিবলৈ পাৰে।
    সেই বাবে চাইনা হৈ থকা হলেই ভাল আছিল।

  • @gutungdipakpegu2134
    @gutungdipakpegu2134 7 месяцев назад +11

    ঠিক আছে , নেহৰুৱে ,অসমক চীন দেশৰ হাতত গটাই দিব বিচাৰিছিল , কিন্তু মোদীয়ে ,অসমক জীয়াই জীয়াই মাৰি আছে আৰু ভৱিষ্যতেও অসমক জীয়াই জীয়াই মাৰিব , এই কথাও প্ৰচাৰ নকৰাৰ কাৰণ কি ??????????????????? মানে আপুনি BJP

    • @manjitman2384
      @manjitman2384 7 месяцев назад +2

      আপুনি কংগ্ৰেছী মানে সেইকাৰণে নেহেৰু কথা কওতেই গা জলিল মোদীৰ দিনত অসমত কি হৈছে আৰু কংগ্ৰেছৰ দিনত অসমত কি হৈছিল বিশ্লেষণ কৰি চাওক এবাৰ ( BJP চৰকাৰ হৈ কথাটো কোৱা নাই )

    • @K.G-z-I6b
      @K.G-z-I6b 7 месяцев назад

      Anpar gabbar মিৰি তই কংগ্ৰেছ বিজেপি বাহিৰে কিবা জান জানো জ্ঞান আছে জানো তোৰ ভাৰতৰ হিষ্ট্ৰিৰ বিষয়ে । সি আকৌ কমেন্ট দিবলৈ আহে মূৰ্খ কৰবাৰ pegu

    • @gstpcovervideogroup8289
      @gstpcovervideogroup8289 6 месяцев назад

      ইতিহাস পঢ়া গৈ পুথি ভঁৰালত

  • @RanjayHajong-xp8et
    @RanjayHajong-xp8et Месяц назад

    ইংৰাজ সকলৰ মূল উদ্দেশ্য আছিল ভাৰতবৰ্ষৰ সংস্কৃতিক
    বেয়া কৰা,
    TV mucculy শিক্ষা পদ্ধতি ভাৰতবৰ্ষৰ মানুহক বেয়া কৰিলে,তাৰ পিছত নেহৰু
    নিজৰ ভাতৃত্ব লগত কেনেকৈ সংঘাত কৰিব লাগে,,,আৰু লগতে Bumper offer ভাইচাৰা দি গল,,,,যুদ্ধ আনৰ লগত নহয় নিজৰ লগতহে🎉 ভগত সিং,সুভাষচন্দ্ৰ Boosh, Kanok Lata buruwa,,,,800,900, মানুহ শহিদ হল,,,সচাঁকৈ কি ইংৰাজ গলি চলাইছিল,,,,

  • @bishnuramrabha4714
    @bishnuramrabha4714 6 месяцев назад +3

    China is great till date

  • @HemantaPatgiri
    @HemantaPatgiri 4 месяца назад

    স্বাধীনতাৰ 15 বছৰৰ পিছতো চীন-ভাৰত সীমা শক্তিশালীকৰণ কৰা কিয় হোৱা নাছিল। documents ৰ জৰিয়তে নেহেৰুৰ অবজ্ঞাই উলাই কবিৰ নোৱাৰি।

  • @ytfather21
    @ytfather21 Месяц назад

    নেহেৰু পৰিয়ালে প্ৰথমৰ পৰাই অসমক অন্যায় কৰি আহিছে।

  • @violeenalaskar3742
    @violeenalaskar3742 7 месяцев назад +21

    নেহেৰুৱে বাৰু অসমক চীনৰ হাতত গতাই বিছাৰিছিল,,কিনতো তেওঁ বৰ্তমান। অসমক কিয় বাঙলাদেশীৰ হাতত গতাব‌ বিচাৰিছে।উত্তৰ ‌লাগে আমাক।

    • @subhajitgogoi999
      @subhajitgogoi999 7 месяцев назад +2

      Because ami hindu 🕉️

    • @মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন
      @মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন 7 месяцев назад +3

      বাংলাদেশী হিন্দু ৰ বিৰোধিতা কৰা সকলে কংগ্ৰেছৰ ভোট বেংক চহকী কৰিবলৈ অনা অবৈধ অনুপ্ৰবেশকাৰী মীঞা সকলৰ বিৰুদ্ধে কিয় মাত নামাতে।দিনক দিনে বৃদ্ধি হৈ সিহঁতে আমাৰ অসম অগ্ৰাসনৰ বলি কৰিছে। বেদখলকাৰী উচ্চেদ কৰিলে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই নিজৰ চোলা ফালি বিৰোধীতা কৰে সিহঁতৰ দুখত।

    • @K.G-z-I6b
      @K.G-z-I6b 7 месяцев назад +2

      ইন্দিৰা, ৰাজীৱ থাকোঁতেই ভাৰতলৈ অসমলৈ হাজাৰ হাজাৰ মিয়া বাংলাদেশী মিয়ানমাৰৰ ৰোহিংগীয়া মুছলিম আনি থৈ গ'ল অসমৰ ৰাইজে সেই বিলাকৰ বিৰুদ্ধে প্ৰতিবাদ নকৰে সেইবিলাকৰ কাৰণে চকুমোদা কুলি হয় অসমৰ ৰাইজ

    • @violeenalaskar3742
      @violeenalaskar3742 7 месяцев назад

      অসম চুক্তি ৰূপায়ন নকৰে কিয় ?

    • @violeenalaskar3742
      @violeenalaskar3742 7 месяцев назад

      হিন্দুৰ সংখ্যা গৰিষ্ঠ ই অসমীয়া ৰ সুৰক্ষা নহয় বৰাকত কি দেখিছা অসম চুক্তি ৰূপায়ন | ছয় জনগোষ্ঠী জনজাতিকৰণ কলে গ'ল |

  • @MubarakAli-iu2gt
    @MubarakAli-iu2gt 6 месяцев назад +3

    কাম নকৰি চকুলোহে টুকুছিল কেৱল।

  • @atimaramorpitrimatriguru8543
    @atimaramorpitrimatriguru8543 6 месяцев назад

    My heart goes মানে bye bye হয় জানো ?
    সম্পূৰ্ণ ভাষণ নপঢ়াকৈ bye bye শব্দটো ফালি চিৰি ওলিয়াই ভাৰতীয় সেনা back foot হোৱা কাৰ্যটোত গুৰুত্ব দিয়া হৈছে কিন্তু matter of survival ৰ বাবেহে back foot হৈছে আৰু বিশ্বৰ ইংলেণ্ড আমেৰিকাৰ দৰে বহিঃশক্তিৰ সহায় লৈ হলেও front foot হ’ব বুলি ঘোষণা কৰিছিল ৷ সম্পূৰ্ণ ঘোষণা নপঢ়াকৈ bye bye বোলা শব্দটো বাহিৰ কৰাটো বিৰোধী দলৰ এক কুৎসিত মানসিকতা ৷

  • @BaikunthaDeka-yp2dx
    @BaikunthaDeka-yp2dx 26 дней назад

    নেহৰুৰ বাপেকৰ সম্পত্তি নাছিল যে । যদি বাপেকৰ সম্পত্তি হল হেতেন চীনক গতাব নিবিছাৰিলে হেতেন

  • @gstpcovervideogroup8289
    @gstpcovervideogroup8289 6 месяцев назад

    মই এটা কথাই কৈছোঁ যে কংগ্ৰেছক ভালপোৱা সকলক === (((১৯৬২ মৃণাল তালুকদাৰ‌,, দাম=350 ))

  • @SukumalPondit
    @SukumalPondit 6 месяцев назад +1

    You go beak from assam

  • @rabinchandrabhuyan4246
    @rabinchandrabhuyan4246 6 месяцев назад +1

    My heart goes to the people of Assam. I am sorry for that, becose I was busy with so many love charmed women who were from Ingland . Bye bye assam.
    (J.L. Nehru)

  • @MidulBorthakur
    @MidulBorthakur 5 месяцев назад

    Amrit shah was a wish man and he have a best Humerty for North East Assam .... A integrated lover of Natural of Assam and for Reform of the stape

  • @Brajen-e4w
    @Brajen-e4w 7 месяцев назад +4

    China is better than my country india 😮😮😮

  • @PabitraDihingia-sy2br
    @PabitraDihingia-sy2br 4 месяца назад

    ভালেই আছিল । এতিয়া বহুত develop হ'ল হেতেন।

  • @Bidyadhar29
    @Bidyadhar29 5 месяцев назад +1

    Best video.

  • @diganataboruah6897
    @diganataboruah6897 6 месяцев назад +1

    ভালোই আছিল, দুয়োখন উলাই আহিবলৈ পাৰিলে হয়

  • @IndraMoran-e1k
    @IndraMoran-e1k Месяц назад

    নেহেৰু নহয় নেকি?দাদা নেহৰু হে হ'ব যেন লাগে।

  • @NripenKalita-pq5mq
    @NripenKalita-pq5mq 7 месяцев назад +3

    The same thing,but better to be Chinese assam than bangla assam .

  • @puspadhardowarah1932
    @puspadhardowarah1932 5 месяцев назад

    অসম চীনৰ হাততপৰা হলেও কি বেয়া আছিল"নো?এতিয়াতো আমি ঔ টেঙাটোৰ সমান ডাঙৰ ডাঙৰ ভাত খাবলৈ পোৱা নাই।যি ৰজা আমিও তাৰেই প্ৰজা।১৯৬২ ৰ পৰা এতিয়ালৈ আমিৰ কিবা উন্নতি হৈছে জানো?

  • @njyotinjyoti7541
    @njyotinjyoti7541 7 месяцев назад +7

    সাংবাদিক সকল বহুত বছৰৰ মূৰত নেহৰু কথা ওলাল দেখুন

  • @jibongogoi6940
    @jibongogoi6940 7 месяцев назад +7

    অমৃত shah বোলাটোৱে গোটেই দেশ কিমান লুটি পুটি খাই আছে সেই বিলাক কলে নে?
    কিমান উদ্যোগ পাতিলে আৰু কিমান উদ্যোগ পাতিব সেই বিলাক কিবা কলেনে? একো নাই খালী লোকৰ বদনাম গাবলৈ আহে l
    অকল মাত্ৰ ফাল্টু lecture দিৱলৈ আহে l

    • @K.G-z-I6b
      @K.G-z-I6b 7 месяцев назад +2

      কংগ্ৰেছে তোৰ মাঠা টইংগত উঠিছে তোৰ ভনী বা ঘৈনি মিয়া, মুছলিমে লৈ গ'লে বা বলতকাৰ কৰিলেও তয় সিন্ধু বিৰোধী কংগ্ৰেছকে ভোট দিবি । গৌৰৱ গগৈক মই ভাল পাওঁ কিন্তু তেওঁৰ পাৰ্টীৰ মোখিয়াল কেইজন দেশ দোহী কংগ্ৰেছৰ হিষ্ট্ৰি পঢ় তেতিয়া কংগ্ৰেছলৈ তোৰ ঘিণা উপজিব ২০১৬ লৈকে মই দুৰ্ঘোৰ কংগ্ৰেছি আছিলোঁ কংগ্ৰেছৰ হিষ্ট্ৰি পঢ়ী গম পালো কংগ্ৰেছ যে কিমান সিন্ধু বিৰোধী আৰু দেশত দোহী পাৰ্টী

    • @runudeka2509
      @runudeka2509 7 месяцев назад

      Neje dhua tuloxer pat nki

    • @runudeka2509
      @runudeka2509 7 месяцев назад

      Nejoke ki buli vabe...Amit sahe..aru kiba bikri kori khabu assa nki...avously ase...

    • @gstpcovervideogroup8289
      @gstpcovervideogroup8289 7 месяцев назад

      ​@@runudeka2509কি বেছি‌ খালে জনাব চোন এবাৰ

  • @monisaikia9087
    @monisaikia9087 7 месяцев назад +5

    Past is past ,present is present and present leads future.

    • @nayanmoniborkotoky6609
      @nayanmoniborkotoky6609 7 месяцев назад +2

      Aku kothai ari diya usit nhoi.... Nehru r vul tu vul buli mani lobo lage .... Tateya chaina defence army a koisil je Amar India r logot ha sotruta ase Assam r logot nhoi....(1962 book)

  • @dhirajhazarika5729
    @dhirajhazarika5729 7 месяцев назад +7

    Aami Chinese hoi

  • @shriatiramrabha9388
    @shriatiramrabha9388 6 месяцев назад +1

    What was role initiated by Shyama Prasad Mukharjee during Nehru Parliament ....pl. clearify

  • @Srimantaiv
    @Srimantaiv 7 месяцев назад +3

    মই ভাল পালোঁ হেতেন

  • @arunmissong432
    @arunmissong432 7 месяцев назад +3

    এইখন পত্ৰ ক'ত লুকাই আছিলে এতিয়া ইলেকচন সময়ত এতিয়া এই বোৰ পাঠ কৰি লাভ নাই

  • @krishnagogoi2191
    @krishnagogoi2191 5 месяцев назад +1

    ভালেই আ

  • @hemantaborah3953
    @hemantaborah3953 Месяц назад

    নেহেৰুৰ জীয়েক গান্ধী হোৱাটোৰ বিষয় একলম লিখিবচোন ।

  • @rinadevi7737
    @rinadevi7737 5 месяцев назад

    Very knowledgeable video

  • @Lac3y_offi
    @Lac3y_offi Месяц назад

    *@ I think & thought Nehru was positively think about India and Assam,from the discussion of your speach.

  • @JaminiDeka-p9c
    @JaminiDeka-p9c 7 месяцев назад +1

    ইন্ডয়া বোলা নাছিল । বিদায় অসম মোৰ হৃদয়ৰ। নতুন কৈ নসাজৱ

  • @rabiulislam9042
    @rabiulislam9042 7 месяцев назад +3

    এইখন কাৰ ইতিহাস, নিশ্চয় বিজেপিৰ। ইহঁতৰ সত্যকথা অলপো নাই। এইখন দেশ কংগ্ৰেছে হে উদ্ধাৰ কৰিছিল, আৰু আৰ এছ এছ এ ব্ৰিটিছ ৰ লগত লগ হৈ চাকৰি বাকৰি লৈ কনকলতা গোমধৰ কোঁৱৰ আৰু বিভিন্ন ভাৰতীয় আন্দোলন কাৰীক গুলিয়াই মাৰিছিল। এই মিছলীয়া বিলাকৰ উন্নয়নৰ ভাষণ নাই, কেৱল মিছা কথা আৰু হিংসাৰ ৰাজনীতি। ছিছি।

    • @gstpcovervideogroup8289
      @gstpcovervideogroup8289 7 месяцев назад +1

      আপুনি এজন বাংলাদেশী মিয়া সেই বাবে অকণমান আপোনাৰ অসম আৰু অসমীয়া ইতিহাস পঢ়াৰ প্ৰয়োজন আছে আৰু বাকী একো নকওঁ

  • @digantaborah8274
    @digantaborah8274 6 месяцев назад

    Aa aa aa কৈ থাকোতে 10 মিনিট সময় লাগিল চাগে, ইমান সৰু বিষটো স্পষ্টকে কব পৰা নাই।

  • @Bg22224
    @Bg22224 7 месяцев назад +5

    এতিয়াটো তহতে চীনক এৰি দিছ৷ নহলে লাডাখত ৱাংচুক নামৰ বিজ্ঞানীজনে অনশন কিয় কৰিব লগা হৈছ?

  • @nabatalukdar2776
    @nabatalukdar2776 5 месяцев назад +1

    একেটা কথা কিমান কৈ থাকা?

  • @BaharulIslam-sm5bx
    @BaharulIslam-sm5bx 7 месяцев назад +7

    নেহেৰুৰ কেঁঞা আঙুলিটোৰ সমানো যোগ্যতা নাই অমিত শ্বাহৰ।

    • @subhajitgogoi999
      @subhajitgogoi999 7 месяцев назад +2

      Hindu assam t ekota hoise

    • @gstpcovervideogroup8289
      @gstpcovervideogroup8289 7 месяцев назад +1

      আৰু অসমত মিয়া বোৰৰ চুলি এদাল সমানো প্ৰয়োজন নাই আৰু নালাগে বাংলাদেশ যোৱা😅

  • @BubulNath-r9k
    @BubulNath-r9k 5 месяцев назад

    ভাল হল। H য়

  • @pranjalbordoloi5375
    @pranjalbordoloi5375 5 месяцев назад

    Namaste🙏 India

  • @kularanjanbhuyan7527
    @kularanjanbhuyan7527 6 месяцев назад

    I was present on
    the meeting at Juge.Field Guwahati. At that time India had already defined. NEHERU.saied ,(my heart goes with Assam,and Assamese .At that time I was. A student of Usrjya Vidyapith College

  • @prasannabora7644
    @prasannabora7644 7 месяцев назад +1

    Real History r kotha koise....kintu kisumane kuwar babe beya paise.......1962 namor kitap khon pohi sabo pare j

  • @PabitraDihingia-sy2br
    @PabitraDihingia-sy2br 4 месяца назад

    তেতিয়া অসমখন ৰাষ্ট্ৰ আছিল। চীনৰ হাতত থকা হলে এতিয়াও ৰাজ তন্ত্ৰ হ'ল হেতেন।

  • @AXOMYTBORFOLONG
    @AXOMYTBORFOLONG 5 месяцев назад +1

    ❤😊😊

  • @K.G-z-I6b
    @K.G-z-I6b 7 месяцев назад +4

    নেহৰুৰ সঁচা উপাধি কোনে কোনে জানে।

    • @kapilboro1717
      @kapilboro1717 7 месяцев назад

      Juwahar

    • @K.G-z-I6b
      @K.G-z-I6b 7 месяцев назад +1

      @@kapilboro1717 নেজান যদি reply নিদিবি ।

    • @MonjitSaikia-k9p
      @MonjitSaikia-k9p 7 месяцев назад

      Koul upadhi

  • @prasantaborah-kz6ds
    @prasantaborah-kz6ds 7 месяцев назад +2

    খুব সুন্দৰ কথা কলে। সচাকৈয়ে বহুত ভাল লাগিল বৰ সুন্দৰকৈ বাখ্যা কৰিলে। বহুত বহুত ধন্যবাদ।

  • @Northeast4090
    @Northeast4090 7 месяцев назад +7

    নেহৰু এটা দেশদ্ৰোহী আৰু পাকিস্তানৰ লগত মিতিৰালী বেছি আছিল ইয়াৰ গাড্ডাৰ।

    • @BaharulIslam-sm5bx
      @BaharulIslam-sm5bx 7 месяцев назад +1

      নাথুৰাম নেকি ও!!!

    • @gstpcovervideogroup8289
      @gstpcovervideogroup8289 7 месяцев назад +1

      ​@@BaharulIslam-sm5bxনাথুৰাম গডছে নথকা হ'লে আজি হিন্দু নাথাকিল হ'য়।

    • @BaharulIslam-sm5bx
      @BaharulIslam-sm5bx 7 месяцев назад

      @@gstpcovervideogroup8289 জাতিৰ পিতাৰ হত্যাকাৰীক সমৰ্থন নকৰিব। এনেকুৱা কথা নিজে ভাল পালেও আনৰ ক্ষেত্ৰত ঘৃণনীয়।

  • @jyotishkalita8398
    @jyotishkalita8398 7 месяцев назад +1

    Expression is not so good

  • @BishnuBasumatary-vc2lk
    @BishnuBasumatary-vc2lk Месяц назад

    Bahut val asil

  • @pradipkalita7223
    @pradipkalita7223 7 месяцев назад +2

    এইবোৰ ভেলকীবাজি কথা কোনে অসমখন চীনৰ পৰা আনিলে ?

    • @nayanjyotikotoky7625
      @nayanjyotikotoky7625 7 месяцев назад

      তেতিয়া পতিৰক্ষা মন্ত্ৰী

  • @lambitphukan3056
    @lambitphukan3056 7 месяцев назад +7

    Bhalei hol heten.

    • @Programmer-x7y
      @Programmer-x7y 6 месяцев назад

      বহুত ভাল হল হৈ, অন্তত অসম খনৰ
      মানুহে পৃথিৱীত প্ৰতিষ্ঠিত হল হৈ ।

  • @Montu_phukan_123
    @Montu_phukan_123 7 месяцев назад +1

    যদি অসম খন চীনক নেহেৰুৱে দিছিল,,,,আজি অসম খন ,চীনত দেশ হল হেঁতেন ,,,তেতিয়া কি অমিত শ্বাহ,,bjp নিদিলে নি,,,অ,,অমিত শ্বাহ,,নেহেৰু দিনৰ নে এতিয়াৰ,,

  • @miksiabung6978
    @miksiabung6978 7 месяцев назад +1

    Bhalei holheten

  • @birensharmah2655
    @birensharmah2655 7 месяцев назад +4

    ঠিক কথা! মিছা কথা বাৰে বাৰে কৈ থাকিলেই সঁচা বুলি প্ৰতিষ্ঠা কৰিবলৈ বিচৰা হৈছে।

    • @K.G-z-I6b
      @K.G-z-I6b 7 месяцев назад +1

      তই এটা মূৰ্খ কমেন্ট দিছ কংগ্ৰেছৰ হিষ্ট্ৰি পঢ়ী কমেন্ট কৰিবি

  • @ABHILASHRay-u1b
    @ABHILASHRay-u1b 5 месяцев назад

    তথাপিওঁ বাট বেটা চৰকাৰে কংগ্ৰেছ ভক্ত

  • @jintukonwar6545
    @jintukonwar6545 6 месяцев назад

    Modi zindabad

  • @Pslv3kb
    @Pslv3kb 7 месяцев назад +2

    Hei xomoyot bjp a ki kori asil.

  • @JoyHonumanji123
    @JoyHonumanji123 Месяц назад

    জৱহৰলাল নেহেৰুৰ কি ধৰ্ম মানুহ আছিল।

  • @KiranDeka-j8m
    @KiranDeka-j8m 7 месяцев назад +1

    তেওঁ লোকৰ পৰিয়াল টোৱে অসমকে নহয় ভাৰতৰ বিভিন্ন বৰদান এৰি দি ছিল । কেৱল চহকী ৰখাৰ পৰিকল্পনা আছিল । এতিয়াও তেওঁ লোকৰ পৰিয়াৰ তেনে ই একে পৰিকল্পনা ।৬৫ বছৰত কোনটো বৰদান তেওঁ লোকৰ পৰিয়ালে সুৰক্ষিত কৰি ললে ?

  • @technicalgamjobapnehaathme9514
    @technicalgamjobapnehaathme9514 6 месяцев назад

    21 Nov ' ..... clear koribo lage..

  • @yeriaeni1133
    @yeriaeni1133 Месяц назад

    ভাল হলেহেতেন চীনৰ লগত থকা হ'লে ।

  • @ISLAMALI-e5t
    @ISLAMALI-e5t 6 месяцев назад

    Is there any written proof about this?

  • @SukumalPondit
    @SukumalPondit 6 месяцев назад +1

    Amitsha right speak

  • @AbaniTalukdar-vi3hc
    @AbaniTalukdar-vi3hc 5 месяцев назад

    Intension bor tar pasor samayoto dekhi aacho.