অসমত আটাইতকৈ ঠগ খোৱা জ্যেষ্ঠ শিল্পীজন...।
HTML-код
- Опубликовано: 20 сен 2024
- অসমত আটাইতকৈ ঠগ খোৱা জ্যেষ্ঠ শিল্পীজন...। গীত লিখে তেওঁ, গায়ো, জনপ্ৰিয় হয় চুৰ কৰি গোৱাজন। একাধিক ছুপাৰহিট বিহুৰ স্ৰষ্টা বিপুল চেতিয়া ফুকন ৰ ষ্টুডিঅত । ON THE SPOTত অনুপম চক্ৰৱৰ্তীৰ সৈতে বিশেষ অনুষ্ঠান
❤❤❤❤❤অসমৰ লোকসংগীতৰ এগৰাকী মুকুটবিহীন সম্ৰাট। বিহু গীতৰ এগৰাকী চিৰসেউজ শিল্পী। বিপুলদাৰ সু-স্বাস্থ্য আৰু দীঘায়ূ কামনা কৰিলো।বিপুলদা আপুনি সদায় মনৰ হেঁপাহেৰে সুখী হৈ থাকক। ❤❤❤❤❤
😭😭
নবৈই দশকত আপোনি বিহুৰ মঞ্চত খলকনি
লগাই দিছিল আপোনাৰ বিহুৰ গীত বোৰ শুনি বহুত ভাল লাগে । আপোনাৰ গৈছিলো
মই গৰমত বিছিছিলা মৰমত বাৰিৰি নেমু বিহুৰ গীত টো বহুত ভাল লাগে ।
মাটিৰ মানুহ৷ বহুত ভালপাওঁ মানুহজন৷ আকৌ তেঔঁক আমাৰ মাজত বিছাৰো৷বিহু বাট দেখোৱা এওলোকঁ
বৰ সৰল মনৰ শিল্পী বিপুল চেতিয়া ফুকন ডাঙৰীয়া। ভাল লাগিল সাক্ষাৎকাৰটি।
বহু দিনৰ মূৰত এজন মহান পুৰুষক দেখি মনটো উঠলি ওঠিলে।
দুয়োজনেই বৰ ৰসাল আৰু সুন্দৰ মনৰ অধিকাৰী।🙏🙏🙏🙏🙏🙏🙏
anupam da o hoi neki?
বৰ ভাল লাগিল অনুপম দা এনে কূৱা পূৰনি শিল্পী বোৰ চিনাকি কৰি দিয়ে যেন
সচাকৈয়ে এসময়ত বিপুল চেতিয়া ফুকনৰ বিহু গীত সমূহে বহুল জনপ্ৰিয়তা লাভ কৰিছিল। তেওঁলৈ অশেষ ধন্যবাদ জনাইছো। তেখেতে গাই যাওক।
Sur ase ek nmbrt simanta shekhar
প্ৰিয় গায়ক.... বিহু গীতৰ সম্ৰাট.. নিজে ৰচনা কৰা বিহু গীতবোৰ বহু ভাল্ লাগে ❤❤❤❤
ʼঐ অৰুণাচলতে কন্টেক কৰি থাকোঁতে ʼ
এই গানটোৰ ৰচনা হোৱাৰ আঁৰৰ কাহিনী শুনিব বিচাৰোঁ
Right ei kahini tu hunibo bor mon ase?
বিপুল অনন্য বহু বছৰৰ পাছত মাতষাৰ শুনি ভাল লাগিল।
❤❤❤❤ Chetiya kokaidau ❤❤ You are great ❤️❤️❤️
This men deserves more and more thn ajikalir foklandur singer jn eg Simanta, VK, etc...........talent ahead of time
আমাৰ প্ৰিয় শিল্পী জন, দেখি বৰ ভাল লাগিছে
গুৱাহাটীলৈ পৰুৱাৰ সঁচ নিয়া কথাটোত বৰ ৰস পালো,
আমাৰ গাঁওত আহোতে আপোনাৰ অনুষ্ঠান চাই খুব আপ্লুত হৈছিলোঁ।ৰাত ভৰ চাই থাকিলেও আমনি নালাগে
বিপুল দা আপোনাৰ কথা বতৰাবোৰ সহজ সৰল বাবে ভাল লাগে
আমাৰ প্ৰিয় গায়ক জন ❤❤❤❤❤
অনুস্থান টো ধুনীয়া লাগিছে অনুপম দান ।
Anupam chakraborty sir continue your helping hands to others God will definitely help you
Very nice song 😍😍🥰 bipul da
Natural talent in his mind.
ভিনিয়ে দিলে যিটো গৰু
হাগিব নোৱাৰে *** সৰু 😂😂
আপোনাক কিন্তু বহুত ভাল লাগে ❤❤
Chetia Da Jindabad.
Lots of love #anupamchakraborty Apuni anekua kam kora krne apuni akhomoyot popular anchor asl Aitu dharabakita rakhok
Mojja lage dadak...👍👍👍👍👍 Kotha tu hisa pisor samor besivag gayok e sur keijonmnok bad di
সঁচা শিল্পী এইসকল হে
Aponbhola person. Namaskar kaideu
Apuni bihu সম্ৰাট কোনো আপোনাৰ ঠাই কোনো লব নোৱাৰে ❤
Anupom tumak bohut dhanyabad bisari je Anisa.
Interesting interviews ,bhaal palu ,
I like you bipul da 😍🥰
Bohut val lagile
A jon mur pew manuh ajor gan nokol koray kentu atu koreb nalagy 👍👍
Khurak abear log puwar akha ata ase❤ bohut val pau khurak 💝🥀
Xosa kotha setiya daa... ❤❤❤❤
My favorite singer
All time famous...Tip top dekhila..
Tamam hahi loga deii
প্ৰিয় শিল্পী জন
বিপুল ডাঙৰীয়াৰ বিহু শুনি বহুত ভাল পাওঁ।
Best'of luck anupam daaa
Bohut hahilu oooo❤❤❤❤❤❤❤❤❤
LEGEND ❤️❤️
Ejonok mojja lage de
Sb sor 😂😂😂😂 apuni Sosa katha koise
Hi,,bipul,,,da
Zinda manuh❤️❤️❤️
Hasakoi vl vl manuh buroke namate aji hasakoi vl lagise
Bihu main ❤️
Doujonake bihu huvesha takil de pisotiyake.. Val lagil kinto rau hahilu bahut, 😂😂😂😂
Bipul dai jindabad
Big fan apunar bipul da
সুন্দৰ
সঁচা কথা। আজিকালি গায়ক বিলাকে আনৰ গান গালেই। লিখক জনৰ বা সুৰ দিয়া জনৰ নাম কবলৈ তান পায়
Joi Hind ❤❤❤
Sir Ami khunisilu.khub dhuniya. atya albam puwa nai.
U r best singer
Right..
Katha..koise..
Aapuni..
❤❤ বিপুল দাই
Good step anupomda.
Moza LgiL
Love you bipul da
Thik kotha koise bipul da
Kotha khini hosai Jani bhal lagil
Nice bipul da😂😂
Bihu King 👑❤
Aponi yo yo adveser matibo lage apunar swot
চকুপানী ওলাই গল অ বিপুল বৰ্তা।
Kali dhemajit fali dile bipul dai ❤
Bipul good man
Mojja
Apuni shristi kora aru gowa Mur priyo bihu geet hol - Ilastic tumi bhoniti fantastic
হীৰা চোৰ কৰিবই
আক্ষেপ আছে বহুত।
Hohoj horol matir manuh
Sulai master bipul chetia phukon
Toy sut marone mod nakhio Nike sudur vii
Beya nepaba haaz ahom Amar promporat pore asol Amar dhormot pore ,eneke insult kora agot pora jode ee hur tu ulai ETA bihu Gabo pora jode kua
Hahaha bipul da 😅😅
Best
Manash Robin a likha jdi doubt ase...heijnu khiladi a ejn
Nice 💝
Chetia da apunak🙏🙏🙏
Apunak sinaki koribo nalage,,, apunak akhon or xokolo jon nagorike sini pai
বিপুল দাৰ ফোন নম্বৰটো বহুত দিনৰ পৰা বিচাৰি আছো বিহুৰ অনুষ্ঠানৰ কাৰনে নাই পোৱা
Right dada😅😅
❤❤❤
❤
👌👌👌
Oo
👍👍👍👍👍👍👍👍
❤️❤️❤️🤞
Bipul dar papori bus ot uthi loi golaghat goi pam a goi gan to vll ke uli bo lge
😊
🙏🙏🙏🙏🙏
😍😍😍😍😍😍
Porua kahini best 😂
🎉
পুন মানুহ চিধা কথা
Ganor bhogoban