Gungun Kotha Moromor [ গুণগুণ -কথা মৰমৰ ] || Ep - 197 || 20.07.2024
HTML-код
- Опубликовано: 13 окт 2024
- Gungun a mega serial focuses on the issues of that class of society who survives on daily earned money. The serial depicts the difficult life of Gungun and her mother Padma. Gungun a girl who has big dreams in life but is often held back due to her family’s poverty and suppression at the hands of the cruel world.
Follow Rengoni TV :-
Facebook: / rengonitv
RUclips: / rengonitv
Instagram: / rengoni.tv
Website: rengonitv.com/
#rengonitv #entertainment #story #newserial #gungun #assameseviralvideo#RENGONITV #ENTERTAINMENT#RENGONITV #ENTERTAINMENT#RENGONITV #entertainmentchannel
মুঠতে চিৰিয়েল বিলাকত সত্য,ভাল চৰিত্ৰ বিলাক ৰ অসফলতা কষ্ট আৰু বেয়া চৰিত্ৰৰ বিলাকৰ উন্নতি সফলতা এইবোৰ দেখুৱাই থাকিলে বাৰু উঠিঅহা চামে বাৰু কোনটো পথ লব নিশ্চয়কৈ বেয়াটোৱেই লব আৰু লৈছেই ।কাহিনীবোৰে প্ৰজন্মৰ বাবে সমাজৰ বাবে সুন্দৰ বাৰ্তা গঠনমূলক দিশ এৰি গলে ভাল হয় বুলি ভাৱো।
দৰ্শণৰ বাবে এটা like ❤
পদ্মাক কোনে কোনে বেয়া পোৱা হল বাৰু 😢 ? পদ্মাই গুনগুণৰ জীৱনটো ধ্বংস কৰিলে 😳 ।
Moi beya paw
Agr porai bea pau
বজাৰৰ বাইদেউ হঁতে পদ্মাক ঠিক কথা কৈছে । গুনগুন ধ্বংস হোৱাৰ কাৰণ পদ্মাই ।
Ummm😊
Right
Yes
Right👍
গুণ গুণ তুমি ঘৰৰ পৰা পলাই যোৱা । নহ'লে তোমাক অণুৰাগে শেষ কৰি দিব ।
,m😂❤❤❤
O5 7😮😮😢😅😅😂o😮❤
গুন গুন চাই ভাল নলগা হ'ল
কিয় এনেকুৱা কৰিব লাগে বাৰু, গুন গুনক❤❤❤
গুণ গুণ কাৰ কাৰ ভাল লাগে চাই like কৰি ব। মই বহুত ভাল পাওঁ 😊😊😊❤❤
গুণ গুণলৈ বহুত বেছি দুখ লাগিছে। আৰু কাৰ কাৰ বেয়া লাগিছে বাৰু 😭😭😭😭😭
ডাঃ অনুৰাগৰ ষড়যন্ত্ৰৰ কথা সোনকালে ধৰা পৰিলেই হয় ।
Eyar porai ami bujibo lage je nij kane xuna nij skure dekha jikunu kotha bixash kribo lage ,aru manuhr nisina sestho , manuhe dngxo kora ai jibo bidh kom nhoi , asam manuh e anok knduwai rng sai bor vl pai , pasor khini navabe , jene Anurag 😅
@@RajumoniRajumonidas thikei koise
@@RijuKalita-vn2er সচাঁ কথা💯
Parib honkale😊😊
Right @@RijuKalita-vn2er
অধিৰতৰ কাৰণে লাইক এতা কৰা
গুনগুন কথা মৰমৰ চাবলৈ অপেক্ষা কৰি থকা সকলে এটা 👍 কৰি দিব । ❤
Bopya🎉🎉🎉❤
Nity❤❤❤🎉sumi🎉🎉🎉❤
Dharitry❤❤❤🎉
Podma I heat you
"Gungun"শেষ হবলৈ বেছি দিন নাই "pakhi" দিব।কোনে কোনে miss কৰিবা "গুণগুণ"।
Faltu sirial
Moi
Hoy siriyel khon faltu hoi goi ase
😊muru
Faltu কৰি পেলাইছে একো মিছ নকৰো
পদ্মাক সঁচাই কৈছোঁ মাৰি পেলাবৰ মন গৈছে 😡😡😡
Yess
Podma ajoni bonori
Hoii deh podmar mukh khne sabo mn najai 😡
বজাৰৰ মানুহ কেইজনীক চেলুট কাৰণ যি কয় সচাঁ তাকো মুখৰ আগতে 👌👌👌👌 পদ্মাৰ চা টো চাবলৈ মন নাই
এই পদ্মা জনী গুণগুণ ৰ জীৱন টো শেষ কৰিলে
গুণ গুণ ক কোনেও বুজি নাপাই যে...ভাল লগা নাই।😢
Beyalagese
গুণ গুণ বৰ্তমানৰ খণ্ড বিলাক চাই ফকটীয়া লাগিছে
Waiting Kori thoka hokole like ata Kori diya dei 🥰❤️
গুনগুন কথামৰমৰ ছিৰিয়েল খনি কুনে কুনে চায় ভালপায় এটা লাইক কৰক❤
দৰ্শনৰ অভিনয় ভাল কৰিছে ❤
Gungun Tumi xesh hoi jowai Val hobo 😢tatiahe buji Pabo ehote 😢😢❤
গুণ গুণ এ ঘৰ এৰি অধিৰথ ৰ ঘৰলৈ গলে হল
Darsanr bbe ata like guys ❤❤❤❤❤❤❤❤❤❤
অনুৰাগৰ বিপদ কিমান গভিৰ হয় সেয়া হে এতিয়া লক্ষ্য নিয়
Ummmm😊😢
পদ্মাৰ এয়া কৰ্ম ফল, আৰু অনুৰাগৰ বিপদ অনীবায্য হ'ব চাগে
এই পদ্মা আৰু ডা:অনুৰাগক প্ৰচণ্ড চৰ শোধাবৰ ইচ্ছা গৈছে।
গুণ গুণ চাইচো দৰে লগাই নাই সেই বান্দৰ দুটাৰ মান ওলোৱা পৰা সেই আগৰ মানুহ বোৰে ভাল লাগিছিল
বহুত ডাঙৰ ষড়যন্ত্ৰ হয়, যেনে তেনে ইয়াৰ পৰা বাচিলেই ৰক্ষা
Gungun kuna vl pua like kora ❤❤❤❤❤❤❤❤
Aji kali gun gun Sai vl nalaga hol
Hm osake beya hll
Hosake
নাৰীৰ এই পেনপেনীয়া ৰূপতো চাই আমনি লাগে অলপ ৰুদ্ৰ আৰু শক্তিশালী ৰূপে উপস্থাপন কৰিবলৈ অনুৰোধ জনালোঁ🙏
অনুৰাগক দুচৰ মান দিবলৈ মন গৈছে
গুণ গুণ পাগল নহয় পাগল ত ই পদ্মা আৰু তোৰ সেই পগলা জোরাইটো
Kon Kon bholenath bhakta hoi like Kariba ❤,aru commentat har har mahadev likhi diba❤
❤❤❤❤❤❤❤
Allah huakbr 💚💚💚💚💚💚💚
Har har mahadev❤
@@arjumabegum4876thank you, all bhole baba akaijanei hoi
Har har Mahadev ❤
Har har Mahadev ❤
গুণ গুণে থানাত গৈ আলোচনা কৰিলে ভাল লাগিল হেঁতেন
Gun gunk Kune Kune val pai like kora gayes❤
এতিয়া চাবলৈ আমনি লগা হ'ল।😢
First cmnt🎉❤ love from gohpur 🙏
Majaaa darsan😢
গুন গুন ৰ জীৱনত ইমান বোৰ আহুকাল থাকিব পাৰে বুলি ভবাই নাছিলো। এজনী ছোৱালীয়ে জীৱনত যেতিয়া ইমান বোৰ দুখ কষ্ট পাই থাকিব লগীয়া হয় তেতিয়া এটা সময়ত কিবা নকৰিব লগীয়া কাম কৰি পেলাই। বাস্তৱত যেতিয়া গুন গুনৰ দৰে এজনী ছোৱালীক ভিতৰি ভিতৰি নিৰ্যাতন কৰি থকা হয় ।কি অৱস্থাত তাই জীৱন নিৰ্বাহ কৰে সকলোৱে এবাৰ ভাবক চোন।বজাৰৰ বাই কেইজনীয়ে পদ্মাক ঠিকেই কৈছে।
গুণ গুণৰ মাকক অনুৰাগৰ লগত বিয়া পাতি দে সকলোৱে পদ্মাক লগ এৰি দে ।
Real hero pundorik entry maribo aru gungun odhirotor hbo...
পদ্মাৰ বৰ ভাল লাগিছে শান্তি পাইছ
চাবলৈ মন নোযোৱা হল। বেছি হৈছে আৰু।আগৰ খিনি চাই ইমান ভাল লাগিছিল।
Anuragk dexibo mon nujuwa hoi goise😡😡😡😡😡
Olp xunkale dibasun❤️
অনুৰাগ ধৰা পৰিব লাগে তেতিয়াহে চাব মন যাব
গুন গুনৰ মাকজনী চাবলৈ মন নোযোৱা হলঅঅ
Sosakoi koise adhirthr lgt gungunk bia nidi bhut bea km korile podmai 😢😢
Gun gunoloi bohut bea lagise
Nice and top episode.
Gungun tumi ma ghorloi gusi aha plz
নদী সুতি যি ফালে গতি কৰে তাক হাজাৰ বান্ধ দিলেওঁ পূৰ্ণ নহয়। ঠিক অধিৰত আৰু গুণগুণৰ হেৰুৱা প্ৰেম একলগ হ'ব।
❤❤😭😭
অনুৰাগৰবেছিহৈছে
Kunubai bisakh kori gungunok hohai korile val lagibo 😢😢😢
Val lagise Sai
পুন্দৰিকক আকৌ আনিব লাগে অনুৰাগক দুই চৰ লগালে আচল ৰহস্য উলাব
Gun gun serial sabo mon nujuwa hol ji houk Gungun ru Adhirote biya hbo lage
গুণগুণ BDO আছিল গতিকে তাইক ইমানো মূৰ্খ দেখাব নালাগিছিল তাইক অকলে পালে husband কোৱা কথাবোৰ ৰেকৰ্ড কৰি শুনালে বিশ্বাস কৰিলেহেতেন মানুহবোৰে
Darsan 👍
Love from majuli ❤❤❤
Nice
Gunk kiy konew bujib napai amoni lagisa are😊😊😊 gun gun k bujib lage😢😢😢
Mojja
পদ্মাক ঠিক দিলে দেই, তাৰেই উপযুক্ত আছিল, বজাৰৰ বাইদেউ,হত সচাকে ভাল কৰিলে।
এইখন চাই চাই এতিয়া মই হে পাগল হম যেন পাওঁ 😢😀
jie ji nohouk gun gun aru adhirath ak hbo lage😢❤
Gungun bai aikhon ghor eri mone mone gusi jua o korbaloi
Tetiahe tumi olop holeu xanti paba 🥺
Darshan dai thike koise 👍
Saboli rokhi asu li love gungun
Hosai Sai val nalaga hoise gun gun
Please🙏 hunkale diyak
❤❤❤
উহ ,ঐ অনুৰাগ গুণ গুণক নামাৰিবা তাই সলনি মোকে মাৰিবা আহা
Har Har Har mahadev❤❤❤❤❤❤❤❤❤
এই ডাঃ কতৰটোক দেখি বলে মন নাযায় চৰ দুটামানহে দিব মন যায়
I love you too lakhimpur like kora kunubai
I am from lakhimpur
❤
ডাক্তৰ চৰিত্ৰ দুয়োটা ক মৰিয়াই আদ্ধা মৰা কৰিব লাগে।
Jibont first time serial saisuu❤
❤❤❤❤❤🎉🎉🎉🎉
Anurag tumi ata soitan gungun aru adhirothor ❤ loi khelisa. Tumak sauw disu tumar prem jate ketiyaw hofol nuhuwa , really koisu.
Rengonit hight like powa siriyel❤ gun gun kotha moromor❤
Doctor kothabur Make bujibaloi chesta kara nai ashol rahoishya kot ? Hai jon doctor nahoy ata mosta dakaite 😂😂😂😂😂
অনুৰাগক দেখিব মন নেযায় ,অনোৰাগক ধৰা দিব লগে । পদ্মা কিয় গুণ গুনক বিশ্বাস কৰা নাই ।
Kunju tumak bohut doinyobad podmak tenekui a kobo lage 💯👍👍👍👍👍👍👍
Love from dhamaji
Gungun Sai Val nologa hoise
I love kamrup
Sabo mon ngol aru val nloga hoise
gun gun Tumi ghrloi gusi ahat2 bisaru aru Anurage xunkale dhra porib lage
Kon kon Bholenath Bhhaakta haiu like Kariba ❤,aru commentat har har mahadev ❤. The ❤❤❤❤❤❤❤❤❤
Har har Mahadev
Har har Mahadev 🙏
Dekhibo mon nujuwa hoise
Har har Mahadev ❤
Har har mahadev
চিৰিয়েল খন দিনক দিনে বয়া হৈ গৈ আছে । আজি যুগত কোনো শিক্ষিত ছোৱালী ইমান মৰি পৰা নহয় ।
ছিৰিয়েল খন একেবাৰে ফালটু হৈ গৈছে, আজিকালি চাবলৈ মন নোযোৱা হল ।
Vl lgisil kin2 khub bea lgise aji kali vl nlge dei
Gugun tumi ulai juwa nathkiba tat bipod asey tumaa