Bauli Fagun [ বাউলী ফাগুন ] || Ep - 505|| 13/10/2024
HTML-код
- Опубликовано: 12 окт 2024
- ফুটফুটিয়া ফ্ৰ'ক পিন্ধি, মূৰত দুডাল বেণি গাঁঠি দেউতাকৰ কোলাত উঠি কোনোবা শিশুৱে গোঁসানী পুজা চাবলৈ যোৱা দেখিলে কুঁহিৰ মনটো সেমেকি উঠে । কুঁহিৰ মনলৈ আহে তাইৰ শৈশৱটোৰ কথা । কত যে ধুমুহা পাৰ হৈ গ'ল জীৱনৰ মুধচৰে .....। ক'ত বাৰ তাইৰ সপোনৰ বালি ঘৰ ভাঙি থান বান কৰি থৈ গ'ল । কেতিয়াবা জীৱনৰ দুখৰীয়া ছৱি বোৰৰ কথা ভাবি ভাবি কঁপি উঠে । কুঁহি কিন্তু এতিয়াও ভাগৰি পৰা নাই । তাই জীৱনটো এদিন সঁজাৱ । হেৰাই যোৱা জীৱনৰ ৰংবোৰ এদিন বুটলি আনিব । এখন সপোনৰ ঘৰ সাজিবলৈ তাই সংগ্ৰাম কৰিব । কাৰণ তই মাকক কথা দি থৈছে ।
Follow Rengoni TV :-
Facebook: / rengonitv
RUclips: / rengonitv
Instagram: / rengoni.tv
Website: rengonitv.com/
#RENGONITV #BauliFagun #ENTERTAINMENT #assameseviralvideo - Развлечения
Hosai bohut kandilu😢😢😢.kintu bohut val lagil.hekhot je koto ghat protighator majot kuhir jibontu goti lagil gunjonor logot ❤❤❤ bohut miss krim .......😢❤❤❤😢
Bay বাউলী ফাগুন ভাল লাগিল কুঁহি যে গুঞ্জন ক আদৰি ললে
বাউলী ফাণ্ডন সকলো লৈ বহুত বহুত শুভেচ্ছা আৰু মৰম জাচিলো।I miss you ❤❤❤❤❤😢😢😢😢😢😢😢😢
Bauli Fagun - 🌼 Bht bht miss korim ajir pora __ 🥀🌿🥀__ 💐🌹💐__ 🏵️🌺🏵️__ 🌻🌸🌻__ 🌷💮🌷
বহুত ভাল লাগিল মিছ কৰিম বহুত ❤❤❤❤❤❤❤
Bohut bohut bohut miss korim bauli fagunor poriyal tiloi❤❤❤
Vl lagila sai ❤
Kandi golu ge😢😢 kinto holeu bahut val lagile ❤
Thank u so much 💐- Rengoni T.V - 💐 eman sunkale diar babe 🏵️🌺🏵️
Bahut dhuk lagil sai 😢😢❤❤
3 rd comments 🥀🥀🥀🥀🥀🥀🥀🥀
My _ 💞_. Favourite _ 💜_ Serial _ 💞_ 💜_ 💞
Congratulations 💐🌹- 505 _ Episode _ 💐🌹_ 🥀🌿🥀
Atia nasau ru dei tuponi dhorise - 🌃 __. Kaile val dore Sam 🌌
Eman dhunia lagisa❤❤❤❤❤
Good night all friends 🌃
Good bye Bauli Fagun
❤❤❤❤❤😢
Frist like comment 😊🎉❤
Thikei korise kuhi.
Good night all
Khotom