ডাঙৰ খবৰ।তিনিবাৰকৈ বিধানসভা পৰা বাহিৰলৈ খেদি ভাল নকৰিলে হিমন্ত বিশ্বই।লাগিল হাহাকাৰ।/virel news

Поделиться
HTML-код
  • Опубликовано: 13 сен 2024

Комментарии • 368

  • @hemantamahanta5578
    @hemantamahanta5578 16 дней назад +40

    অখিল গগৈ ডাঙৰীয়াৰ কথাখিনি সত্য ।

  • @upamanyuborah5630
    @upamanyuborah5630 16 дней назад +16

    ইয়াৰ পিছৰ পৰিস্থিতিৰ বাবে হিমন্ত দায়ি হ'ব

  • @jugalsonowal9065
    @jugalsonowal9065 16 дней назад +28

    অখিল গগৈয়ে সছা কথাকৈছে

  • @monsafali6090
    @monsafali6090 16 дней назад +36

    অখিল গগৈ এজন নিৰপেক্ষ নেতা সকলো নেতা এনেকুৱা হ'ব লাগে।

    • @jitenpathak9831
      @jitenpathak9831 10 дней назад +3

      ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

    • @jitenpathak9831
      @jitenpathak9831 10 дней назад +2

      6:47 😮😮❤❤❤❤

  • @DibesharBora
    @DibesharBora 16 дней назад +86

    অখিল গগৈ জিন্দাবাদ গৌৰৱ গগৈ ডাঙৰীয়াক.আমাক লাগে লুৰিণ জ্যাতি জিন্দাবাদ জয় আই অসম ধন্যবাদ

  • @taradoi7957
    @taradoi7957 16 дней назад +66

    এজন সন্মানীয় বিধায়ক শ্ৰীযুত অখিলগগৈ ডাঙৰীয়া তেওঁক তিনিবাৰ বিধানসভাৰ পৰা উলিয়াই দিয়াৰ কোনো যুক্তি নাই ।

    • @KundonKondon
      @KundonKondon 16 дней назад +4

      @@taradoi7957 ওলিয়াই দিয়াই নহয়। থাপৰ দিব লাগে তাক। আমি তাক ভোট দি শিৱসাগৰত জিকালো। কিন্তু সি ৰাজনীতি কি ভালকে শিকালে আমাক। মনত ৰাখিচো।তাৰ উত্তৰ অহা বাৰলে দি আচো। দল সংগঠনেই হওক বা কোনোবা ৰাজনীতি নেতাই হওক। যেতিয়াই মিঞা মুচলমানৰ কথা কব। অখিল গগৈ পগলা হৈ যায়। কিয়,,, ৰাজনীতি কাৰনে সি ইমান তললে নামি গল। মুচলমানৰ টুপি পিন্ধি নামাজ পঢিলেগে। তাৰ দম আচে যদি ভাগৱত আধাই পঢ়াওক সি চোন চাওঁ, গৰীয়া এটাক।

    • @sirajuddinahmed6550
      @sirajuddinahmed6550 13 дней назад +1

      ​@@KundonKondon😅😂😅😂

    • @sirajuddinahmed6550
      @sirajuddinahmed6550 13 дней назад

      😂😂ggg😅ggggggggggggggggggggggggggggggggggggggggggggggggg hi gggggggggggggggggg

    • @burhanuddin2760
      @burhanuddin2760 13 дней назад

      ​@@KundonKondon❤pppppppppppqa0

    • @motivation-bl2po
      @motivation-bl2po 12 дней назад

      K😊 0
      ​@@KundonKondon

  • @hifjurmazumder9156
    @hifjurmazumder9156 16 дней назад +34

    ধন্যবাদ অখিল গগৈ হিৱা ভৰা আশিৰভাদ জনালোঁ।

  • @tayyeburrahman7362
    @tayyeburrahman7362 16 дней назад +24

    গগৈ অসমৰ মাত্র এজন নিভিক MLA আছে তাত চোৱা চেলেক| বহুত বাঢ়িল

  • @manjubarman1855
    @manjubarman1855 16 дней назад +69

    মুখ্যমন্ত্ৰীয়ে সাধাৰণ মানুহৰ দৰে কথা কয়।এজন মুখ্যমন্ত্ৰীয়ে সদনৰ মানুহৰ মৰ্য্যদা ৰক্ষা কৰি বক্তব্য ৰাখিব লাগে।

  • @rahimbadsha9769
    @rahimbadsha9769 16 дней назад +3

    ধন্যবাদ অখিল গগৈ ভাই।

  • @minaborah1457
    @minaborah1457 15 дней назад +5

    সত্য আপোনাক। বহুত। বহুত ধন্যবাদ।

  • @KHARGESWARHAZARIKA-zm7pf
    @KHARGESWARHAZARIKA-zm7pf 16 дней назад +5

    অখিল গগৈ বহুত ধন্যবাদ ।

  • @user-gm3ng5nz8k
    @user-gm3ng5nz8k 16 дней назад +8

    অখিল গগৈ 100% Right.

  • @minahazarika7578
    @minahazarika7578 16 дней назад +45

    ঠিকেই কৈছে অখিল গগৈয়ে

  • @monuwarabegam5708
    @monuwarabegam5708 16 дней назад +22

    মুখ্য মন্ত্ৰী নিজেই পাগল নিজকে বলিয়া কুকুৰ বুলি কয় এনেকুয়া এজন মানুহৰ অসমৰ মুৰব্বী পাতিছে অসমৰ বাবে দুৰ ভাগ

  • @ranuDevi-i2n
    @ranuDevi-i2n 16 дней назад +20

    বহুত বহুত ধন্যবাদ থাকিল অখিল দা লৈ।

    • @NurMohammad-h5m
      @NurMohammad-h5m 5 дней назад

      😊😅

    • @WakilAhmed-jp8gp
      @WakilAhmed-jp8gp 3 дня назад

      ৱাদক মগয়একমিনিল কব দিবনেলাগে

  • @DiptiDevi-ew6tg
    @DiptiDevi-ew6tg 16 дней назад +36

    Akhil is right

  • @SaifuddinAhmed-l7u
    @SaifuddinAhmed-l7u 16 дней назад +6

    অসমৰ যোগ্য মুখ্যমন্ত্ৰী এজনৰ প্ৰয়োজন বৰ্তমান

  • @akhilgoswami1140
    @akhilgoswami1140 16 дней назад +15

    Right and legal akhil......

  • @TarunKumar-oo8nc
    @TarunKumar-oo8nc 15 дней назад +8

    আপোনাক ধন্যবাদ অখিল গগৈ ডাঙৰীয়া।

  • @user-fp6ud8ym5k
    @user-fp6ud8ym5k 16 дней назад +35

    Akhil Gogoi zindabad.

  • @anuarakhatun1412
    @anuarakhatun1412 16 дней назад +6

    Good Akhil da

  • @Tarun-bt5yj
    @Tarun-bt5yj 16 дней назад +13

    Akhil gogoi jindabad

  • @RanjanaGogoi-ed7xw
    @RanjanaGogoi-ed7xw 16 дней назад +7

    অখিল দাদায়ে ঠিকেই কৈছে

  • @user-ri5nm1id5z
    @user-ri5nm1id5z 16 дней назад +8

    Thank you akhil gogoi

  • @user-dr9yx9dj3q
    @user-dr9yx9dj3q 16 дней назад +34

    Akhilgogoi jindabad

  • @AsmaBegum-ql8og
    @AsmaBegum-ql8og 16 дней назад +9

    Akhil Gogoi jindabad

  • @PadumHazarika-i8p
    @PadumHazarika-i8p 16 дней назад +8

    Akhil Gogoi Zindabad...

  • @SheikhnurAlom-j4h
    @SheikhnurAlom-j4h 16 дней назад +9

    Okil sir thanks

  • @phanimadhabsaikia5227
    @phanimadhabsaikia5227 16 дней назад +5

    Akhil tumak hajar bar salam

  • @apurbadas2233
    @apurbadas2233 16 дней назад +17

    বিধা নো সভাত বিধায়ক ডাঙৰীয়া অখিল গগৈয়ে সঠিক ভাবেই সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে মুখ্যমন্ত্রী ডাঙৰীয়াই কেৱল হিন্দু বাংলাদেশীক অসমক সংস্থাপিত কৰাৰ বিৰুদ্ধে চলাই থকা সজোৰে প্রতিবাদ কৰাতো আমি এজন অসমীয়া হিচাবে সমর্থন কৰো | "বিদেশী বিদেশীয়েই এয়া হিন্দু য়ে হওক বা মুছলমানে হওক | যিহেতু আছু আৰু মহাসংঘই উচ্চ তম ন্যায়ালয়ত নাগৰিকত্ব সংশোধনী আইনৰ 6A ধাৰা অনুযায়ী ২০১৪ বর্ষলৈকে হিন্দু বাংলাদেশীক সংস্থাপিত কৰাৰ বিৰুদ্ধে এখন আইনী যুজ চলি আছে তেনেক্ষেত্ৰত মুখ্যমন্ত্রী ডাঙৰীয়াই খৰ খেদাকৈ হিন্দু বাংলাদেশীক অসমত নাগৰিকত্ব দিয়াতো অসমীয়া জাতিক নিশেষ কৰাৰ এক গভীৰ চক্ৰান্ত্ৰ | অকল হিন্দু মুছলমান কবি থকাতকৈ অসমীয়া জাতিক কেনেকৈ উদ্ধাৰ কৰিব পাৰি সেয়া অসম চৰকাৰৰ সাংবিধানিক দায়িত্ব , এইটো চৰকাৰে অবহেলা কৰিলে নহব | আমাৰ অসমীয়া জাতি ভাষাৰ ভিত্তিত গঠিত ধৰ্মৰ ভিত্তিত গঠিত নহয় | সকলো জাতীয় সংগঠন সক্রিয় আৰু সচেতন হওক বিশেষকৈ আছুৰ নেতৃত্বৰ দুৰ্বলতা অসমীয়াৰ বাবে দূভাগ্যজনক | এইটো ঠিক যে অসমৰ সাতখন জিলাত যদি সন্দেহযুক্ত মুছলমান বিদেশীৰ অগ্ৰাসান হৈছে তেন্তে অসম চৰকাৰে কি কৰি আছে বহিষ্কাৰ কৰক সকলো হিন্দু মুছলমান বাংলাদেশীক | ৰাইজ মূর্খ নহয় এই কথা সকলো ৰাজনৈতিক দলে মনত ৰখা উচিত | উন্নয়নৰ নামত এটা বৃহৎ শূণ্য , কোনো এটা জলন্ত সমস্যাৰ সমাধান নাই , বলিষ্ঠ নেতাৰ অভাব আমি অনুভব কৰিছো |
    ধন্যবাদ, জয় আই অসম

    • @rabiyaahmed4463
      @rabiyaahmed4463 15 дней назад

      Ekdom hothik koise...efale Miya muslim khedi akhom bosabo lage baki bangali hinduk akhomot Thai dibole hongbidhan aane

  • @moshmibarman7661
    @moshmibarman7661 16 дней назад +7

    অখিলে এজনো মিঞা অনা নাই । গগৈ চৰকাৰৰ দিনৰ পৰাই মিঞাক ন বিজেপি মুখ্য মন্ত্ৰী জনে আনিছে।

  • @rinagogoi2821
    @rinagogoi2821 16 дней назад +7

    ,এপাছি শাকত এপাছি জালুক । অখিল গগৈ জিন্দাবাদ ।জয় আই অসম ।

  • @AASaikia
    @AASaikia 16 дней назад +5

    We salute Akhil Gogoi sir

  • @najibullahaliahmed8451
    @najibullahaliahmed8451 16 дней назад +4

    Akhil is right we are proud

  • @pradipdas3459
    @pradipdas3459 16 дней назад +22

    সচা কথা কৈছে অখিল গগৈ।

  • @nripenborgohain201
    @nripenborgohain201 16 дней назад +37

    মাননীয় বিধায়ক অখিল গগৈয়ে ঠিক কথা কৈছে - কিন্তু অসমৰ ৰাইজে মুখ্যমন্ত্ৰীক কি ধৰণেৰে লৈছে ২০২৬ চনত ৰাইজে উত্তৰ দিব নিশ্চয়।

  • @nasirhussain2822
    @nasirhussain2822 16 дней назад +3

    Akhil ji you are the best

  • @tankswargohain6701
    @tankswargohain6701 16 дней назад +15

    বিষয়বোৰ ফালৰি কতাবলৈকে বেবেৰিবাং, লম্ফজম্ফ কৰিছে।

  • @gobinbhuyan2158
    @gobinbhuyan2158 16 дней назад +22

    Akhil Gogoi jindabad 🙏

  • @subhashsut2215
    @subhashsut2215 16 дней назад +36

    চিএম জন হল বলিয়া কুকুৰ এনেকুৱা চিএম ভাৰতবৰ্ষ দেখা নাছিলোঁ। সঁচাকৈ য়ে বলিয়া।

  • @nuruzzaman4439
    @nuruzzaman4439 16 дней назад +3

    Thanks Akhil gogoi your lecture

  • @Jomatali-en1lz
    @Jomatali-en1lz 16 дней назад +5

    Zindabad. Okhil gogoi Sahab,

  • @HareswarBarman-xg9dz
    @HareswarBarman-xg9dz 16 дней назад +5

    Akhil gogoi is a needful person for democracy.

  • @debajitkumarsarma2825
    @debajitkumarsarma2825 16 дней назад +5

    Akhil Gogoi JINDABAD

  • @brokenbrookie6943
    @brokenbrookie6943 16 дней назад +18

    Akhil gogoi zindabad.

  • @rituneog683
    @rituneog683 16 дней назад +12

    Junmoni rabha r cash 2 kiyo bondha korile

  • @khogenborah8276
    @khogenborah8276 16 дней назад +4

    Thanks to GOD for giving us a real hero as Akhil Gogoi.May GOD bless him !

  • @user-ql5mk4qb2x
    @user-ql5mk4qb2x 16 дней назад +3

    অখিল অবিহনে অসম নচলিৱ। হুচিয়াৰ তিৰী-চলিৰ নামত অসমৰ ভূমি সম্পদ সকলো আধিপত্য বিস্তাৰ কৰা নিজৰ নামত সাৰদা লুইজ বাৰজাৰ কেলেঙকাৰী হৈ মূখ্যমন্ত্ৰী চাকি লোৱা মানুহ জনে অখিল গগৈ ডাঙৰীয়াৰ পৰা ভৰিত চুই ক্ষমা খোজক

  • @jamaluddiinasjamaluddin1345
    @jamaluddiinasjamaluddin1345 16 дней назад +2

    Thank you gogoidah

  • @user-uy8fy4pl1d
    @user-uy8fy4pl1d 16 дней назад +4

    অখিলগগৈয়ে ঠিকেই কৈছে।

  • @MeherBadhsha
    @MeherBadhsha 15 дней назад +1

    Good Akhil Dada

  • @EliyasAhmed-vy7uz
    @EliyasAhmed-vy7uz 16 дней назад +35

    Akhil gogai zindabad

  • @anisuzzamankhandakar1788
    @anisuzzamankhandakar1788 11 дней назад

    অখিল গগৈৰ নিচিনা এজন সত্যবাদী, নিৰপেক্ষ আৰু নিৰ্ভীক নেতা বৰ্তমান অসমত দ্বিতীয় জন নাই। অখিল গগৈ জিন্দাবাদ।

  • @chetiahaflong3511
    @chetiahaflong3511 16 дней назад +9

    Best Chanel

  • @sakilgamerz8622
    @sakilgamerz8622 16 дней назад +1

    Good akhil go_

  • @user-lz4yh9yt6b
    @user-lz4yh9yt6b 11 дней назад +1

    very nice and also good speech.

  • @mujibotdin1498
    @mujibotdin1498 16 дней назад +2

    Gogoi jinddabad

  • @AbulSarkar-zw7js
    @AbulSarkar-zw7js 16 дней назад +3

    অখিল গগৈ নহয়, মানুহ মানুহৰ বাবে মঙ্গল কামী।বহিৰাবৰণ টোৱে এজন মানুহ সৎ অসৎতা নুবুজায় অন্তৰত যদি জুই থাকে বহিৰাবণত সেয়া ফুটি উঠে। সৃষ্টিৰ শ্ৰেষ্ঠ মানুহ তাক বুজি পায়।এজনৰ বহিৰাবৰণৰ লগত আন দুই এজনৰ বহিৰাবণ যদি মিলি যায় তেন্তে সেই জনৰ নাম কি তাকো সৃষ্টিৰ শ্ৰেষ্ঠ মানুহে বুজি পায়।

  • @RobisonPegu
    @RobisonPegu 16 дней назад +3

    We shoud not discuss about committee fleeing in the Assam bidhan sobha but unitedly discuss about developmemt in our public people of Assam without committee fleeing except foreign people.

  • @praneshsarmah5767
    @praneshsarmah5767 16 дней назад +5

    গুজৰাটত। 2002 ত প্ৰথমে মুচলমানে সবৰমতী এক্সপ্ৰেছ ত জুই লগাই 59 জনক হিন্দু মানুহক জুই লগাইছিল

  • @PrafullaBorah-og7zn
    @PrafullaBorah-og7zn 16 дней назад +4

    Nice

  • @user-zw3tm8og2c
    @user-zw3tm8og2c 8 дней назад

    Tank you dear akil gogoi he is long life in the assam

  • @pulumonidas5201
    @pulumonidas5201 12 дней назад

    অখিল গগৈ জিন্দাবাদ
    সুস্থ হৈ থকা কামনা
    কৰিছো ।

  • @bhargabbhatta3476
    @bhargabbhatta3476 16 дней назад +1

    Right 100%

  • @AjhahajJwjwjwjjq
    @AjhahajJwjwjwjjq 16 дней назад +2

    Cm go back ❤❤

  • @bozlulbashid3548
    @bozlulbashid3548 15 дней назад

    অখিল গগৈ এজন যুক্তিবাদী জনহিতৈশী উচ্চ চিন্তা ধাৰাৰ নেতা । তেখেতে নিয্য কথা কোৱাৰ বাবে তিন বাৰকৈ নিলম্বন কৰা কায্য নিন্দনিয়।

  • @dhunusaikia1595
    @dhunusaikia1595 16 дней назад +3

    Right

  • @D.rathee3882
    @D.rathee3882 16 дней назад +5

    দেশত কৈ মোমাই ডাঙৰ নহৈ

    • @DipankarKalita-wy1bt
      @DipankarKalita-wy1bt 16 дней назад

      ত ই মানে জাৰ্মান কুকুৰ বোলা dhurv Rathee ৰ ভক্ত

  • @iyaruddinalli4623
    @iyaruddinalli4623 16 дней назад +1

    Akhiji right

  • @salmibegum5017
    @salmibegum5017 16 дней назад +1

    অখিল গগৈ ডাঙৰীয়া ঠিক কথা কৈছে।

  • @abdulchowdhury611
    @abdulchowdhury611 13 дней назад

    Thank youu Akhil Gagai you will become famous leader for Assam

  • @user-wv6jq9vw2b
    @user-wv6jq9vw2b 15 дней назад

    Tik ase akhil sir thank karimganj

  • @SajidaBegum-d1z
    @SajidaBegum-d1z 16 дней назад +1

    Right okhil gogoi

  • @ShahidulIslam-mc9tb
    @ShahidulIslam-mc9tb 14 дней назад

    Right akhil good

  • @BiplobKonwar-ns4nn
    @BiplobKonwar-ns4nn 16 дней назад +5

    Akhil gogoikothabilakot jukti ase aami sokoluea manisu weare from nazira

  • @shurjamalhouqe7911
    @shurjamalhouqe7911 16 дней назад +1

    100% right

  • @DineshrichongDinesh
    @DineshrichongDinesh 16 дней назад +7

    Go beg bjp .

  • @akbarhussain5118
    @akbarhussain5118 16 дней назад +2

    Akhil gogoi right

  • @nayankumarpawe2671
    @nayankumarpawe2671 15 дней назад

    অসম শান্তিত থকাটোৱে আমাৰ কাম্য।

  • @Unknowninformationforyou
    @Unknowninformationforyou 16 дней назад +3

    He is good human being akhil da

  • @MajibarRahman-lq5re
    @MajibarRahman-lq5re 15 дней назад +1

    ভয় ভিত হৈ পৰিছে মুখ্যমন্ত্ৰী য়ে অখিল গগৈ লৈ

  • @mohiruddin1328
    @mohiruddin1328 16 дней назад +1

    Right Sir

  • @JayantaMili-w5v
    @JayantaMili-w5v 16 дней назад +1

    অখিল গগৈয়ে।ভাল। কিন্তু।মিঞা্।কথা।নকয়

  • @newajkhan3201
    @newajkhan3201 16 дней назад +2

    😊 Akhil gogoi jindabad bad.you are right.

  • @KironPaira
    @KironPaira 13 дней назад

    Take a strong action against Hamonto.

  • @AkhtarulHassan-w9z
    @AkhtarulHassan-w9z 15 дней назад +1

    Right gogoi sir

  • @imdadali9519
    @imdadali9519 16 дней назад +2

    তেখেতে সচা কথাই কৈছে।

  • @esthelronghangpi6360
    @esthelronghangpi6360 2 дня назад

    Akhil gagoi dangoriak dhonyobad 🙏🙏🙏❤️❤️🌹🌹🌹🌹

  • @Barekali-z9o
    @Barekali-z9o 16 дней назад +1

    Akhil gogoi zindabad❤

  • @shibuddinali6276
    @shibuddinali6276 7 дней назад +1

    দন্নবাত।মোৰঅখিলদা

  • @eusupaliahmed7587
    @eusupaliahmed7587 13 дней назад

    Thanks. Najjo. Kotha koise apuni..

  • @user-wq3vb1ug2g
    @user-wq3vb1ug2g 5 дней назад +1

    অখিল গগৈ জিন্দাবাদ

  • @moijoyshree6921
    @moijoyshree6921 16 дней назад +7

    Hundar🎉🎉🎉🎉

  • @muslemuddin8111
    @muslemuddin8111 15 дней назад

    Thank you rafiqul Islam sir

  • @prafullakakati3267
    @prafullakakati3267 16 дней назад +2

    আজি 40 বছৰে বিদেশী সমস্যাটো সমাধান কৰিব নোৱাৰা বাবে আজি এই অবস্থা

  • @khargeswarkalita4630
    @khargeswarkalita4630 16 дней назад +12

    BJP ৰ উচতনি কথা বোৰ ৰ বেছি বিৰোধীতা কৰি বেছি উত্তেজনা হৈ বিৰোধ কৰি সুবিধা কৰি নিদিব। কিছু দল সংগঠন ৰ নেতা ও BJP ৰ লগত অলপ package ৰ হৈ iaat আগ ভাগ লৈছে

  • @user-ue9ub3zq5j
    @user-ue9ub3zq5j 16 дней назад +3

    Baah Mananiy Mukhyamantri dangoriya r bhashion ne kihar engit? 2026 r election tari patar rajniti neki? Ami Axomiya hakoluy Buji paiso.

  • @NurjamalHoque-by4zm
    @NurjamalHoque-by4zm 16 дней назад +1

    ধিং বাকী দুজনক কেতিয়াও ধৰিব নোৱাৰে।ধৰিব পাৰিলেহেতেন যদি ল'ৰা জনৰ মৃত্যু নহলহেতেন। কিন্তু বাকী দুজনৰ নাম ৰাজোহোৱা নকৰে কিয়।ধৰিলোৱা হ'ল ল'ৰা দুজনক গ্ৰেপ্তাৰ কৰিব পৰা নাই কিন্তু লৰা দুজনৰ নাম মুচি যোৱা নাই। গতিকে ধিংৰ আন দুজন ৰসশ্যৰ ৰসশ্য হৈ থাকিব।

  • @KalpanaBorgohain-t3o
    @KalpanaBorgohain-t3o 14 дней назад

    Right Akhil Gogoi We are proud for you.