Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
ভাল দিহা।
ধন্যবাদ।
Val lagil sai 😍👍 moi sai thoku apunar video..
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ
Nice sir
Thank you
বৰ ভাল লাগিল জানি ৷
পুলি বৃদ্ধি কৰাৰ প্ৰণালী টো জনাব
অলপ অলপকৈ গজালি ওলোৱা আলুবোৰৰ পৰাই পুলি বনাব পাৰি। ধন্যবাদ।
ভাত কেৰেলা কোন মাহত ৰুব লাগে জনাব।
ভাত কেৰেলা চত ,বহাগৰ ৰুব লাগে। ধন্যবাদ
Alu tu rua na guthu tu rua reapply plz
ভাত কেৰেলাৰ আৰু ৰুব লাগে। ধন্যবাদ।
ভাত কেৰেলাৰ আলু ৰুব লাগে। ধন্যবাদ।
Sir amak kichuman bhatKerelar alu lagisil kot pam
বিশ্বাসযোগ্য নাৰ্চাৰী নাইবা কোনো খেতিয়কৰ পৰা ল'ব লাগিব।সৰভোগ আৰু খাৰুপেটীয়া অঞ্চলত পোৱা যাব পাৰে। ভাল লাগনৰ গছৰ আৰু ৰুলেহে অধিক উৎপাদন পোৱা যায়। অৰ্থাৎ আলু ভাল জাতৰ হ'ব লাগিব। ধন্যবাদ।
Dada mor eta question asil.. bhat kerelar fol bilak fol bilak jate hori najay tar babe ki koribo lagibo? 🙏🏻
ধন্যবাদ B Pool।ফল নসৰিবলৈ প্ৰতিদাল গছৰ গুৰিৰপৰা,১ফুটমান আতৰত ঘুৰণীয়াকৈ ৩/৪ইন্চি দকৈ খান্দি লৈ চাৰিওফালে ২৫ গ্ৰাম borax(সুৱগা) দিব লাগে আৰু ছাই দিব লাগে। সুৱগা nursury দোকানত পায়।
Potol or uporot video diok
হয়। দিয়া হ'ব। ধন্যবাদ।
চাৰ কলি বিলাক ৰঙা পৰি সৰি গৈছে।বহুত কলি লাগিছে কিন্তু ৰঙা পৰি যায়
আচলতে সকলো বোৰ খেতিৰে মূল কথা হ'ল সচ বা বিধান।কাৰণ সচ ভাল হলেহে খেতি ভাল হয়।সচ ভাল নহলে কৰি ধৰি থাকে কিন্তু ৰঙা পৰি সৰি যায়। আনহাতে পোষক দ্ৰব্যৰ অভাৱ হলে ,গুৰিত জেকা লাগিলেও কলিবোৰ সৰি যায়। আপোনাৰ বা কোনটো হৈছে? তথাপিও গুৰিত পানী বন্ধ নোহোৱাৰ ব্যৱস্থা কৰক। লগতে প্ৰতিজোপাৰ গুৰিত কিছু শুকান গোবৰ আৰু সৰিয়হৰ খলিহৈ ৫০গ্ৰাম মানকৈ দিয়ক। এনে কৰিলে হয়তো ভাল ফলাফল পাব পাৰে। মূল কথাটো কিন্তু জাতৰ। উন্নত জাত ব্যৱহাৰ কৰিলেহে ভাল ফল পোৱা যায়। ধন্যবাদ।
@@borahskitchengarden2487 ভাল লাগিল চাৰ reply কৰাৰ কাৰণে
নিম খলিহৈ কিনিব লাগে নাকি ? ঘৰত প্ৰস্তূত কৰিব পাৰি নেকি কনেদৰে প্ৰস্তূত কৰিব লাগে।
নিমৰ খলিহৈ nurseryত পায়। নিমৰ গছ থাকিলে পাতবোৰ শুকুৱাই গুৰি কৰি ঘৰতো তৈয়াৰ কৰি ল'ব পাৰি।
ভাট কেৰেলা বোৰ বস্তাত কৰিবলৈ পাৰি নে এবাৰ জনাব চোন
@@happyprincegaming9961 ভাত কেৰেলা মাটিত কৰিলেই অধিক সুবিধা হয়। কাৰণ ইয়াৰ আলু বাঢ়ি যায়।আলু অধিক হ'লেহে লাগন ভাল হয়। ধন্যবাদ।
কোন মা
প্ৰশ্নটো বুজি নাপালোঁ।
Koli morohi beya hoi goise ki korim dada
সাধাৰণতে দুই চাৰিটা মৰহি যোৱাটো স্বাভাৱিক। কিন্তু সকলোবোৰ মৰহি যোৱাটো বেমাৰ। বহুত কাৰণ থাকিব পাৰে।জেকনি লাগিলে , পোকে বিন্ধিলে,খাদ্যৰ অভাৱ হলে আৰু নিষেচন নহ'লেও ৰঙা পৰে। সেয়েহে উপযুক্ত খাদ্যৰ যোগান ধৰিব লাগিব। বিশেষকৈ গোবৰ, খলিহৈ দিব লাগে।নিম তেল spray কৰিলে পোকৰ পৰা হাত সাৰিব পাৰি। গুৰিত পানী বান্ধ খাব নালাগে
পুলি ঘন হলে দিয়া অসুবিধা দেখুন.... মোৰ একে ঠাইতে বহুত গজিছে...
দিব পৰাখিনিত ১ফুট মান আঁতৰত ঘূৰণীয়া কৈ খান্দি দিব পাৰিলে ভাল হ'ব
ভাত কেৰেলাৰ সাৰ এনেকৈ কোনে প্ৰয়োগ কৰে।কাৰন ইয়াৰ কান্দ মাটিৰ তলৰ। গতিকে কান্দ নচট হ'ব। ইয়াকে নকৰি শাৰী শাৰী গজি উঠুতেই মাজৰ অঙশত সাৰপয়োগ কৰিব পাৰে ও লগতে ঘন গজালিৰ কান্দ পাতল কৰি দি হেনদালি দিয়া হয়। অলপ দেৰীকৈ উপথাপন হৈছে বেয়া নাপায় যেন।
বৰুৱা ডাঙৰীয়া,ভাত কেৰেলাৰ তলৰ কাণ্ড বা আলুৰ লগতে বহুতো চাৰুলীয়া শিপা থাকে। সেইবোৰে উপযুক্ত nutrients গছ জোপাক যোগান ধৰিলে উৎপাদন বাঢ়ে।আমি সেইটো কৰি ভাল ফলাফল লাভ কৰিছোঁ। সেই বাবেহে share কৰিছোঁ। অত্যধিক পোখা হ'লে কিছু পাতলাই দিয়াটো ভাল। মন্তব্যৰ বাবে ধন্যবাদ।
@@borahskitchengarden2487 ভাত কেৰেলাই সেমেকা মাটিত বাচি নাথাকে।যদি সাৰ জাবৰ দিবলৈ মাটিত গাঁত কৰি আদ্ৰতা বঢ়াই দিয়া হয় পাতলেৰেলি মৰিব ধৰিব। সেয়ে পুলিয়ে পুখামেলুতেই পাতলাই দিয়াৰ লগতে তপদেচিঙ ও নিৰনি আদি কৰি বগাই যোৱাৰ বাবে আধাৰ বনাই শেষত মজবুত চাঙ দিয়া দৰকাৰ।ভাত কেৰেলাৰ ঠাই পুৰ্বৰ পৰা চিনাকি কৰি থৈ উত্পাদন হীন সময়ত পাতলীয়া সাৰযোগান কৰিলে একগুলি দুই চিকাৰ হিচাপে সচৰমিয়াদি খেতিৰ লাভলব পাৰি।
@@gunakantabaruah6243 ভাত কেৰেলাৰ খেতি ওখ চানেকিয়া মাটিতে কৰিব লাগিব।যত পানী বন্ধ নহয়। কাৰণ ভাতকেৰেলাই জেকনি পৰিবেশ সহ্য কৰিব নোৱাৰে।ওখ ঠাইত হোৱা ভাতকেৰেলাত সাৰ জাবৰ দিলে কেতিয়াও নামৰে।
@@borahskitchengarden2487 তাৰ মানে মুখনি মাৰোতে পিছলা গাঁঠি দিয়া দৰকাৰ।আগ বাঢ়ি যক আমি চাই থামিক ।আগলৈ।
@@gunakantabaruah6243 ধন্যবাদ বৰুৱা ডাঙৰীয়া।