জৈৱিক পদ্ধতিত বেঙেনা খেতি কেনেকৈ কৰে (Method of organic cultivation of brinjal)

Поделиться
HTML-код
  • Опубликовано: 2 фев 2025

Комментарии • 14

  • @Mnaskaushik
    @Mnaskaushik 2 месяца назад

    মেটেকাৰ সাৰ প্ৰয়োগৰ বিষয়ে vdo এটা দিবচোন

  • @NNG-SINGER
    @NNG-SINGER 3 месяца назад

    সুনন্দৰ❤️

  • @najrulislam-yn3go
    @najrulislam-yn3go 3 месяца назад +1

    দাদা, মই বেঙেনা কেইজপামান ৰুব 3 মাহ মনেই হল। গছবোৰ 4 ফুট মান ওখ হৈছে। কিন্তু এতিয়াহে দুই এটা ফুল ফুলিব ধৰিছে। ফলন বৃদ্ধিৰ কিবা এটা উপাই দিব চোন

    • @borahskitchengarden2487
      @borahskitchengarden2487  3 месяца назад

      গছৰ আগবোৰ ৬ ইন্সি মানকৈ কাটি দিয়া। গুৰিত পটাচ জাতীয় সাৰ অলপ দিয়া।জাত ভাল যদি লাগিব।আগটো কাটি দিলে জোপোহা হ'ব। ধন্যবাদ।

  • @amiyakumarbaruah8688
    @amiyakumarbaruah8688 2 месяца назад

    দৰকাৰী কথা।কি জাত ভাল নাম জনাবচোন।কেতিয়া লগাব লাগে

    • @borahskitchengarden2487
      @borahskitchengarden2487  2 месяца назад

      @@amiyakumarbaruah8688 আজি কালি সকলোবোৰ ভাল নাৰ্চাৰীত পোৱা যায়। hybrid জাত ল'লেই হ'ল। ধন্যবাদ।

  • @Loca525
    @Loca525 3 месяца назад

    Puli Pam ne

    • @borahskitchengarden2487
      @borahskitchengarden2487  3 месяца назад

      @@Loca525 পুলি মই বিক্ৰী কৰাৰ বাবে এতিয়ালৈকে কৰা নাই। পিছলৈ কৰিব পাৰোঁ। সহযোগিতাৰ বাবে ধন্যবাদ।

  • @Loca525
    @Loca525 3 месяца назад

    Apunar tat

    • @borahskitchengarden2487
      @borahskitchengarden2487  3 месяца назад

      @@Loca525 ধন্যবাদ। মন্তব্যটো বুজি নেপালো।

  • @manikchandradadhara1682
    @manikchandradadhara1682 3 месяца назад

    আপোনাৰ ভিডিও সদায় চাওঁ

    • @borahskitchengarden2487
      @borahskitchengarden2487  3 месяца назад

      @@manikchandradadhara1682 চাওক আৰু আজৰি সময়ত হাতে কামে লাগি যাওক।ফচলো পাব।গা মন দুয়োটাই ভালে থাকিব। ধন্যবাদ।