ড্ৰাইভাৰৰ বুকুত ধৰা যুৱতীক ক্ষমা কৰি দিলে ৰূপম দত্তই

Поделиться
HTML-код
  • Опубликовано: 7 сен 2024
  • ড্ৰাইভাৰৰ বুকুত ধৰা যুৱতীক ক্ষমা কৰি দিলে ৰূপম দত্তই

Комментарии • 30

  • @chandanjyotikalita6229
    @chandanjyotikalita6229 Месяц назад +6

    আপোনালোকে বিছৰচিল ক্ষমা খুজিব লাগে। খুজিলে তাতে শেষ হব লগে। আকৌ এনেকুৱা কৰি থাকিলে আপোনালোকক মানুহে বেয়া পালে।

  • @user-uz2td8wm6y
    @user-uz2td8wm6y Месяц назад +6

    ৰূপম,
    নিজৰ সিদ্ধান্তত অতল থাকা।
    বেছি কথা কৈ থাকিলে নৈৰাজ্যবাদী বোৰে চল পায়। সিহঁতে মানুহৰ সৰলতাক দুৰ্বলতা বুলি ভাবি ভূল কৰে।

  • @IndianBeauty2023
    @IndianBeauty2023 Месяц назад +3

    আপুনি হে বেছি কৰিলে ঘটনাটো।।।। এনেই তেনে ঘটনা হাজাৰ টা হৈ থাকে daily।।।apuni hero hoi gol diok।।।।akhon kitapei likhi pelauk।।।।aru nijok tat hero dekhbo😂

  • @bubupatra2276
    @bubupatra2276 Месяц назад +3

    দাইভাজনক কৈছিল হেজন চালক বৰ ভাল বোলি ॥এতিয়াচোন দাঙৰ মাত॥

  • @kushalhaloi6033
    @kushalhaloi6033 Месяц назад +1

    ৰূপম দত্ত কোন হয় কাৰোবাক ক্ষমা কৰি দিবলৈ, তেওঁ কোনখন আদালতৰ বিচাৰপতি নো?

  • @BenudhorGogoi-y7y
    @BenudhorGogoi-y7y Месяц назад +1

    Bohut bhal kotha koisa rupom da . Apunak bohut dhnyabad.

  • @abinashboro550
    @abinashboro550 Месяц назад

    Hundor speech 👏👏👏

  • @techassam3121
    @techassam3121 Месяц назад +2

    😂😂😂 aijon kun ক্ষমা কৰিবলে।।

  • @bubupatra2276
    @bubupatra2276 Месяц назад

    ৰাতি ৰাতি মতখাই চুপাৰ চালকবোৰক থিক কৰক আৰু ৰাতি লেতেৰা হোতেলত Pessengar বিলাকক আজিদিন ধৰি চলিথকা বিলাকৰ ওপৰত মাতনামাতে কিয়॥হোতেলৰ মালিক বোৰৰ পৰা আপোনীও কমিচন পাই ন॥দও এগৰাকি সৰু ছোৱালীওপৰত ইমান কৰিব নাপাই॥দুৰঘটনাটো সময়ত মগজে কাম কৰা নাচিল ছোৱালিজনী ॥বিতৰকলে অহা কাৰনেইনাচিল॥আপোনি বৰ নকৰা দাঙৰ কাম কৰিলো বোলি ভাবিছে নেকি॥জধামূৰখ

  • @user-tl5dj5qj4x
    @user-tl5dj5qj4x Месяц назад +1

    Right dada sowalijonik khema kori Diya babe dhaynabad

  • @shehnazbegum9907
    @shehnazbegum9907 Месяц назад +1

    Right Rupom da apuni thik kotha koise

  • @RAHULRoy-ue2jd
    @RAHULRoy-ue2jd Месяц назад

    একদম চিধা কথা কৈছে ৰুপম দা ❤❤❤

  • @user-wt2ko8om3s
    @user-wt2ko8om3s Месяц назад +3

    Good

  • @nilishaika5262
    @nilishaika5262 Месяц назад +1

    Heri. Rupom. Dangoriya. Modahi. Driver. Bilake. J. Accident. Kore. . tar. Bikhoye. Apuni. Ki. Kobo. ? Jot. Kutor. Ghai. Apuni

  • @pranjitdas6354
    @pranjitdas6354 Месяц назад

    ড্ৰাইভাৰ যিদিনা ভুল হয় সেই দিনা আপুনি কত যায়

  • @majnurali2930
    @majnurali2930 Месяц назад +1

    Dada val Kam korise...

  • @joshuamusharof7397
    @joshuamusharof7397 Месяц назад +1

    Already khoma khuji se aru kio bare bare eibor ulai ase.

  • @basantatahu2185
    @basantatahu2185 Месяц назад

    ৰূপম দত্ত তুমি বহুত উপৰ লৈ উঠি গৈছে তোমাৰো সময় আহি আছে ভাই আৰু কেইটামান দিন অপেক্ষা কৰা,
    ছোৱালী এজনীক মেনতেল পেচাৰ দিয়াটো গ্ৰহণ যোগ্য নহয়, তুমি য়েই কৈছা ছোৱালী জনিক ক্ষমা খুজিব লাগে বুলি ছোৱালী জনিয়ে দেখোন ক্ষমা খুজিলে ভাই, তুমি এখন কিতাপ লিখিছে বুলিহে তুমি বহুত জনা বুজা বুলি নাভাবিভ ভাই, য়োৰহাট এজন চালকে এগৰাকী মহিলাই মঠতিয়া লৈ গ'ল তেতিয়া তুমি শুই আছিল নিকি কেলা, তেতিয়া কিয় তোমাৰ মুখত মাত গ'ল। তোমাক আৰু বুজাবলৈ মন নাই আৰু ভাই শেষত এটা কথা কম সকলো গাতত কেঁকোৰা নাথাকে কিছুমান গাতত সাপ থাকে অলপ আৱদানে গাঁতত হাত ভৰাৰৰ

  • @arunkumar-tp6fb
    @arunkumar-tp6fb Месяц назад

    Hosa bahut vl lgsee
    Rupam da

  • @nilishaika5262
    @nilishaika5262 Месяц назад

    Suwali. Joniye. Nohoy. Driver. Jone. He ...khiyoma. Bisaribo. Lagil cil

  • @Souvangi48
    @Souvangi48 Месяц назад +2

    Tumi ei sab neki diverar main

  • @nilishaika5262
    @nilishaika5262 Месяц назад

    Polai. Juwa. Driverok. Apuni. Dhori. Aani. Dibo. Neki. ?

  • @pranjitdas6354
    @pranjitdas6354 Месяц назад

    আপুনি কি hero নেকি

  • @mostafizurrahman9115
    @mostafizurrahman9115 Месяц назад +1

    ছোৱালী জনী কটন কলেজৰ স্নাতক ষষ্ঠ সন্মাসিকৰ ছাত্ৰী , পঢ়া শুনাত খুবেই ভাল । মৰমৰ দেউতাকৰ গাড়ী খন পিছফালৰ পৰা কোনোবাই আহি মাৰিছে বাবে তাইৰ ইমান খং উঠিছিলে।
    এতিয়া ছোৱালী জনী মানসিক ভাৱে ভাগি পৰিছে এই একমাত্ৰ ৰূপম দত্ত বোলা চতুৰ মানুহ জনৰ বাবে । সমগ্ৰ ছাত্ৰ,ছাত্ৰী ,সচেতন সমাজে ছোৱালী জনীৰ পক্ষত থিয় হৈ ৰূপম দত্তৰ বিৰুদ্ধে নামিব লাগে। কোনো তদন্ত নোহোৱা কৈ ছোৱালী জনীক যি তি কথা কৈ আছে ৰূপম দত্ত সহিতে বহুতে।
    কিতাপ‌ এখন‌ লিখি অলপ জনপ্ৰিয় হ'বলৈ‌হে পালে এতিয়া সেইজনৰ নীতিশিক্ষাৰ‌ জ্ঞান‌ কি নাচাবা। ৰীল‌ বনাই নীতি শিক্ষা দিয়ে। আম আদমী পাৰ্টিৰ নেতা তেওঁ

  • @hareswarsaharia2600
    @hareswarsaharia2600 Месяц назад +1

    Taik ari diba nlge

  • @ramendeka1452
    @ramendeka1452 Месяц назад

    Hisabatkoi e besi boki asa

  • @prabhatteron5807
    @prabhatteron5807 Месяц назад

    Ohomiyai ohomiyakhe pare. Kaknu bulim koka hokolure dari-suli poka

  • @user-cs5to9pl4l
    @user-cs5to9pl4l Месяц назад

    Biki hoi gol naki