Live | Mangoldoi News। দৰং কাণ্ড। ৮ শিক্ষকক জেৰা। ৩ ছাত্ৰক আজি আদালতত হাজিৰ । N18L

Поделиться
HTML-код
  • Опубликовано: 23 сен 2024
  • Live | Mangoldoi News। দৰং কাণ্ড। ৮ শিক্ষকক জেৰা। ৩ ছাত্ৰক আজি আদালতত হাজিৰ । N18L
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ
    #mangaldoi #studentdeath#assamesenews #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Download our News18 Mobile App - onelink.to/des...
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

Комментарии • 257

  • @mafizahmed2594
    @mafizahmed2594 4 часа назад +44

    নৰপিশাচ উদন্ড ছাএ কেইজনক উচিত শাস্তি দিব লাগে। লগতে শিক্ষক শিক্ষয়িত্ৰী সকলক চাকৰীৰ পৰা নিলম্বন কৰিব লাগে

  • @RanjanMahanta-c2f
    @RanjanMahanta-c2f 4 часа назад +19

    ল'ৰা কেইজনৰ উচিত শাস্তি আৰু সকলো শিক্ষক শিক্ষয়িত্ৰী নিলম্বন হ'ব লাগিব।

  • @ketekiborah8061
    @ketekiborah8061 5 часов назад +34

    শিক্ষক নাইবা বেলেগ ছাত্ৰ-ছাত্ৰী সকলে দেখা নাছিল নে কি? অনুশাসন নাম ত সেইখন বিদ্যালয় তেওঁ কি আছে।

  • @barbaligirlshighschool1942
    @barbaligirlshighschool1942 4 часа назад +29

    ভালকৈ তদন্ত কৰা উচিত। আজিকালি বিদ্যালয় সমুহত অনুশাসন নাই ।

  • @MihirPatar-w4w
    @MihirPatar-w4w 3 часа назад +22

    ১৮ বছৰ নাই হোৱা বুলি ৰে যদি এনেকৈ এৰি দিয়ে তেতিয়া হলে এই কেইটা আগলৈ যায় কি হব সেইটো আপোনালোকে ভালকৈ জানে

  • @nirubora3660
    @nirubora3660 4 часа назад +39

    ,,কাৰণ যিয়েই নহক স্কুল চলি থকা অবস্ঠাত এনে ঘটনা প্ৰথম শিক্ষক সকল দুখী ।শিক্ষকৰ এজনৰো চাকৰি থাকিব নালাগে ।

  • @monumotigogoi1101
    @monumotigogoi1101 4 часа назад +19

    এই পাষণড কেইটাক উচিত শাস্তি প্ৰদান কৰিব লাগে

  • @kalpanagoswami995
    @kalpanagoswami995 5 часов назад +59

    শিক্ষক শিক্ষয়িত্ৰী জগৰিয়া স্কুলত থকাৰ সময় খিনি ছাত্ৰ ছাত্ৰিৰ দায়িত্ব শিক্ষক শিক্ষয়িত্ৰী ৰ হাতত থাকে বুলি ভাবো ।

  • @gitanjalimedhideka1920
    @gitanjalimedhideka1920 4 часа назад +14

    শিক্ষক সকলে অকল মৰমৰে ছাত্ৰ ছাত্ৰী ক অনুশাসন কৰিব নোৱাৰে, পুৰণি কালৰ দৰে শাস্তিৰ জৰিয়তেহে তেনে উদান্ত লৰা ছোৱালীক অনুশাসন কৰিব লাগিব।মই ভাবো বৰ্তমান শিক্ষা ব্যৱস্থাৰ কিছু পৰিবৰ্তন হব লাগে।

    • @PunyaLahan-l7j
      @PunyaLahan-l7j 4 часа назад +1

      ঠিক কথাকে কৈছে ।

  • @oneinallgamers9305
    @oneinallgamers9305 4 часа назад +110

    মাৰপিত কৰা ছাত্ৰ কেইজনক ফাঁচীৰ ব্যৱস্থা কৰিব লাগে।এনে এটি সুলকুমলীয়া ল'ৰাক মাৰি পেলালে। এইবোৰৰ কঠোৰ শাস্তি নহ'লে ভবিষ্যতে এইবোৰ পাখণ্ডয়ে আৰু এনে কাম কৰিবলৈ সাহস পাব।

    • @ParagJyotiNath-o9m
      @ParagJyotiNath-o9m 4 часа назад

      @oneinallgamers9305
      সচা কথা ফাচী দিৱ লাগে ইহতক

    • @momibora7986
      @momibora7986 3 часа назад +6

      হয় ফাচি দিব লাগে

    • @tarunch.das.80
      @tarunch.das.80 2 часа назад

      নাবালক বুলি কোনো দোষী যাতে শাস্তিকমকৈ নাপায় তেনে হ'ব দিব নালাগে।দোষ সদায় দোষেই। নাবালক বুলি দিল্লীৰ নিৰ্ভয়াকাণ্ডৰ দৰেশাস্তি লাঘৱ হ'ব নালাগে।

    • @swarnalatadevi5447
      @swarnalatadevi5447 2 часа назад +2

      দোষীক ফাঁচী দিব লাগে। এনে জঘন্য কামৰ অপৰাধিক উচিত শাস্তি বিহিব লাগে।

    • @halalbinudan9244
      @halalbinudan9244 2 часа назад

      Sivasagar t teacher k degar mari mari dile pisot ki hol? Eku hua nai...ai2u eku nohoy...

  • @BhanibalaHandique-xi8jc
    @BhanibalaHandique-xi8jc 3 часа назад +17

    শিক্ষক সকলে ঘোৰা ঘাঁহ কাতিবলৈ গৈছিল নেকি? সেই সময়ত

  • @sabitrisvlog721
    @sabitrisvlog721 4 часа назад +16

    আগৰ স্কুলত শিক্ষা আছিল চেকনিৰ আগত । কিন্তু আজি কালি চৰকাৰে স্কুলত যিমান উধত ল'ৰা ছোৱালী থাকিলে চৰকাৰে শাসন উঠাই দিলে

  • @rumidas4087
    @rumidas4087 5 часов назад +11

    ভালকৈ এই বিষয়ত তদন্ত কৰিব লাগে৷ শিক্ষা অনুস্হানটোত ছাত্ৰৰ কিহৰ গুন্দাগিৰি ৷ ইমান সাহস ক’ত পালে৷ সিহঁতক ফাচীঁ দিব লাগে৷

  • @bulbulisarmah1530
    @bulbulisarmah1530 4 часа назад +11

    যি মূলা বাঢে তাৰ দুপাততে চিন এই নৰপিসাচ কেইতাই আৰু কেতিয়াও মানুহৰ ৰূপ লব নোৱাৰে আগন্তুক ভাল চিন্তা কৰে যদি সিহতক যাবতজীবন কাৰাদণ্ড হ'ব লাগে

  • @karishmakarishmahazarika5286
    @karishmakarishmahazarika5286 3 часа назад +9

    সেই ছাৰি জন ছাএ ক এৰিব নালাগে অভিভাৱকক ও অদ্ধ দুখী প্ৰধানক নিলম্বন কৰক ।

  • @PurnimaSwargiary-t9z
    @PurnimaSwargiary-t9z 4 часа назад +19

    বৰ দুখ লগা কথা।

  • @ManjuRaniDevi-y5l
    @ManjuRaniDevi-y5l 4 часа назад +13

    শিক্ষক শিক্ষয়িত্ৰীৰ গাফিলতিৰ কাৰণে এই কাণ্ড হৈছে উচিত তদ ন্ত হব লাগেণ

    • @UshaDevi-x6o
      @UshaDevi-x6o 4 часа назад +1

      Yes. Teacher. Bore. Darmaha. Laba. Aahee. Ane. School. Bahut. Aase. Teacher. Bore .kono. Gurutaa. Nidiyestjdentsok.

  • @HarenSaikia-vg7cm
    @HarenSaikia-vg7cm 5 часов назад +16

    এয়া। মিচা। কথা। ।।।। তেওঁ লোকক। ফাচী। দিয়ক

  • @haripriyaray9116
    @haripriyaray9116 3 часа назад +14

    ফাঁচি দিয়ক

  • @nurjamalbora5297
    @nurjamalbora5297 4 часа назад +8

    Teacher bilakok arrest koriba Lage....karon teo luke thakute kenekoi anekuwa ghatna hobaloi pale.....😢😢

  • @rupakdas299
    @rupakdas299 3 часа назад +4

    ফাঁচি হক ফাঁচি হক বুলি জে কয় আজিলৈকে কেইটাৰ ফাঁচি হৈছে ?এই বোৰ কঠা শুনিবলৈহে ভাল কামট কিন্তু নাহে ডাঙৰীয়া। মোবাইলত News টো নিদিলেই সকলো ঠাণ্ডা হৈ যায়।

  • @theonly9399
    @theonly9399 3 часа назад +6

    এই নৰপিশাষ কিটাক কোনো বি চাৰ নোহোৱাকৈ ফাচঁী দিব লা গে

  • @AchyutBaruah-k5v
    @AchyutBaruah-k5v 5 часов назад +16

    Dukhik ussit polishment hob lage

  • @runubaruah60
    @runubaruah60 2 часа назад +2

    কি বুলি মনৰ দুখ প্ৰকাশ কৰিম,বুজাবৰ ভাষা নাই 💔পিতৃমাতৃক এই পুত্ৰ শোক সহিবলৈ শক্তি দিবলৈ ঈশ্বৰক প্ৰাৰ্থনা জনাই ছো🙏

  • @LakhamiKarmakar
    @LakhamiKarmakar 3 часа назад +5

    সু,বিচাৰ,,কৰক,দুখিক, শাস্ত্ৰী,,দিয়ক

  • @haripriyaray9116
    @haripriyaray9116 3 часа назад +5

    উচিত তদন্ত কৰি দৃষ্টান্ত মূলক শাস্তি দিলে লাগে

  • @bijitkakati2614
    @bijitkakati2614 3 часа назад +4

    দোষীৰ ফাচী হব লাগে লগতে বিদ্যালয় কত্বৃপখ্ক উচিত শাস্তি দিয়ক

  • @KakaliBardoloi
    @KakaliBardoloi 4 часа назад +7

    ঘাটক নৰপিশাচ কেইটাক ফাচী দিব লাগে

  • @nirupoma5935
    @nirupoma5935 4 часа назад +11

    উচিত বিচাৰ কৰিব লাগে। নহ"লে আমাৰ ভৱিষ্যত একেবাৰে অন্ধকাৰ হ'ব।

  • @sabitrisvlog721
    @sabitrisvlog721 4 часа назад +3

    দোষী যদি শাস্তি নাই কিহৰ পুলিচ?
    কিহৰ আইন? নথকায় ভাল তেনেকুৱা পুলিচ প্ৰশাসন। চৰকাৰে চকু মুদি আছে। নিজৰ পৰিয়ালৰ তেনেকুৱা হ'লে গম পালে হয় আমোলা বিষয়া সকলে।

  • @digiincome
    @digiincome 3 часа назад +4

    হত্যাকাৰী ছাত্ৰ কেইজনক ফাঁচি দিব লাগে।

  • @AnjuDeka-u8s
    @AnjuDeka-u8s 5 часов назад +8

    Teacher xokole ki ghora ghah kati asil nek I?Teacher k he,bhal xikha dibo lage

  • @pobitraboruah9266
    @pobitraboruah9266 3 часа назад +2

    অভিভাৱকৰ দুখ পথম কথা । লৰা ছোৱালীক ঘৰুৱা শিক্ষা প্ৰদান দিয়া নাই । উৎপাত কৰিলে শিক্ষকে পিটিলে শিক্ষক ৰ ওপৰত কেচ দিয়া থানাত । লগতে শিক্ষক ৰ দুখ তেওঁ লোক তেনেকুৱা ধৰণৰ ছাত্ৰ স্কুলৰ পৰা বহিস্কাৰ কৰিব লাগে অভিভাৱক ক স্কুলৰ লৈ মাতি

  • @nirmalsaikia2075
    @nirmalsaikia2075 3 часа назад +3

    দাই সৰা মন্তব্য দিছে teacher গৰাকীয়ে গোটেই কেইজন teacharoku lokupot ভৰাব লাগে

  • @Himaa_boruah
    @Himaa_boruah 4 часа назад +5

    Aieketa Jibont aku krib nura kri dib Lage ..Lrato hot gti paie jen vhgaban ... usorot pathana god bless you 😭🙏🙏🙏

  • @They___luv__shilpi
    @They___luv__shilpi 3 часа назад +1

    নৰপিশাচ ছাত্ৰ কেইজনক ফাচি দিয়ক। লগতে শিক্ষক শিক্ষয়িত্ৰী সকলক চাকৰিৰ পৰা নিলম্বন কৰক

  • @zulfikarr531
    @zulfikarr531 Час назад +1

    প্ৰথমতে দুষি ছাত্ৰ কেইজনক উচিত শাস্তি দিব লাগে আৰু শিক্ষক কেইজনক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে ।

  • @babitadeka6456
    @babitadeka6456 4 часа назад +7

    Kalprit keitak fasi dibo lage

  • @PrafullaDeka-y1f
    @PrafullaDeka-y1f 3 часа назад +1

    চৰকাৰী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলৰ মূল লক্ষ্য মাহটোৰ শেষ তাৰিখটোকে কেবল লাগে মাহিলী দৰমহা টো । ছাত্ৰ ছাত্ৰীৰ অৱস্থাৰ বিষয়ে কোনে সোধে সেই মহামানয় শিক্ষক শিক্ষয়িত্ৰী সকলক ।

  • @anuragbaruah543
    @anuragbaruah543 48 минут назад +1

    দোষীক অতি শীঘ্ৰেই ফাঁচী দিব লাগে লগতে প্ৰধান শিক্ষক আৰু শিক্ষক শিক্ষয়ত্ৰী সকলক অতি শীঘ্ৰেই চাকৰিৰ পৰা নিলম্বন কৰিব লাগে 😢😢😂😂😢😂

  • @induprabhabordoloi6256
    @induprabhabordoloi6256 2 часа назад

    পাঠ দান কাৰ্য চলি থকা অৱস্থাত বিদ্যালয়
    প্রাঙ্গণত এনে ঘটনা দূৰ্ভাগ্যজনক আৰু হৃদয় বিদাৰোক I
    উচিত তদন্ত হব লাগে ।
    ওঁম শান্তি , শান্তি ,শান্তি ...🙏🙏🙏

  • @fish190
    @fish190 4 часа назад +5

    Himantar Hikha vebosta..... Great mama

    • @lahorbhagawati4357
      @lahorbhagawati4357 4 часа назад

      Kus vi...

    • @tarunch.das.80
      @tarunch.das.80 24 минуты назад

      @@fish190 সকলো দোষণীয় কাৰ্যতে হিমন্তৰ কথা আহে কিয়?সকলোতে ৰাজনীতিৰ ৰং সানিব নালাগে।

  • @theonly9399
    @theonly9399 3 часа назад +3

    এই কিটা জীয়াই থাকিলে আৰু লৰা মাৰিব

  • @LipiSaikia-nc3fe
    @LipiSaikia-nc3fe 2 часа назад

    প্ৰধান শিক্ষককৰ লগতে শিক্ষয়এীকো দিয়ক শাস্তুি লৰাটোক ফাচি দিয়ক

  • @bsrunner9423
    @bsrunner9423 3 часа назад +1

    অধ্যাখক জন জৰীত আছে নেকি গাপদিব বিছাৰিছে যে ।অতীত সোনকালে অধ্যাখক জনৰ হাচতী দিব লাগে।

  • @momibora7986
    @momibora7986 3 часа назад +3

    ফাচী দিব লাগে হেই তিনি জনক

  • @debajitbaruah3328
    @debajitbaruah3328 Час назад

    এই পিশাস কেইটাক কঠোৰ শাস্তি দিব লাগে যাতে ভবিষ্যতে এনেকুৱা কাম কৰিবলৈ এশ বাৰ ভাবে আৰু শিক্ষকৰ ওপৰত উচিত ব্যৱস্থা লব লাগে

  • @1nomajusiralawc
    @1nomajusiralawc 3 часа назад +1

    এইকেইজন শিক্ষক ক নিলম্বন কৰক কিয় শিক্ষকৰ স্কুলৰ দায়িত্ব নাই

  • @apurbakumarchoudhury3651
    @apurbakumarchoudhury3651 41 минуту назад

    সকলোৰে গাত শিক্ষকৰ গুন নাথাকে। তেওঁলোকৰ জীৱনৰ লক্ষ্য শিক্ষক -নহয়, একো এটা নাপায় শিক্ষক হৈছে। টকাৰ অভাৱ পূৰণ হৈছে। এনেকুৱা বহুত Teacher ৰ কথা শুনিব পাও,ফেনৰ তলত বহি মোবাইল টিপি সময় পাৰ কৰায় (চৰকাৰী বিদ্যালয়ৰ)। উচিত তদন্ত হ'ব লাগে ।
    বিদ্যালয় সুস্থ মানুহ গঢ়াৰ কাৰখানা,গুন্দা-অসুৰ গঢ়া নহয়। ইমান দিনে তাৰ ছাৰ-বাইদেউয়ে গুন্দাহে গঢ়িলে নেকি?

  • @ReemaKalita-kv1os
    @ReemaKalita-kv1os 2 часа назад

    সেই নৰপিষাচ কেইটাত কোনো পঢাশালীতে যাতে শিক্ষা লবলৈ নাপায় লগতে সেই প্রধান শিক্ষয়তীগৰাকীক চাকৰিৰ পৰা নিলমবন কৰিব লাগে

  • @sibanandaborah2369
    @sibanandaborah2369 Час назад

    শিক্ষানুষ্ঠানৰ দৰে এক পৱিত্ৰ ক্ষেত্ৰৰ লগত জঢ়িত ই এক অকল্পনীয় আৰু অভাৱনীয় ঘটনা। ছাত্ৰৰ দ্বাৰা সতীৰ্থ ছাত্ৰৰ বৰ্বৰ হত্যা!! কেনেকৈ হবলৈ পালে? নিঃসন্দেহে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী প্ৰধানত দায়ী। কাৰণ ফুলকুমলিয়া বয়সতেই যদি ঘাটক মানসিকতাৰ চিন্তাৰে ছাত্ৰসকল উদ্ভূত হব পাৰে, তেন্তে পোনতে মনত প্ৰশ্ন হয় আচলতে তথাকথিত সেই শিক্ষক শিক্ষয়িত্ৰীয়ে লৰা ছোৱালীক কি শিক্ষা প্ৰদান কৰিছে? কেৱল ৰাজভৰালৰ পৰা মাহিলী দৰমহা খাবলৈ বহি থকা সেইসকলৰ অলগৰ্ধ শিক্ষক শিক্ষয়িত্ৰীক চৰকাৰে অনতিপলমে চিৰস্থায়ীভাৱে নিলম্বন কৰিলে ভাল হয়। যিকেইজন ছাত্ৰই এনে জঘন্য ঘটনা সংঘটিত কৰি শিক্ষানুষ্ঠানখনৰ গৰিমা কুলষিত কৰাৰ লগতে গোটেই অঞ্চলটিটো কালিমা সানিলে তেনে ছাত্ৰক নাবালক হলেও আইনে উচিত শাস্তি প্ৰদান কৰি এক দৃষ্টান্ত দাঙি ধৰিব বুলি আশা কৰিছোঁ।

  • @manjulahazarika2216
    @manjulahazarika2216 49 минут назад

    ছাত্ৰ কেইজনৰ লগতে মাক দেউতাকো জগৰিয়া ল'ৰা ছোৱালীয়ে কি কৰে তেওলোকে জনা উচিত আৰু শিক্ষকসকলকো বিদ্যালয়ৰ পৰা বসাস্ত কৰিব লগে।লগতে লৰাকেইজনক ফাচি দিব লাগে

  • @MidulBoruah-l5y
    @MidulBoruah-l5y 2 часа назад

    ‌শিক্ষকসকলক তদন্ত আৰোতালৈ আনি বিচাৰ কৰি শাস্ত্ৰী দিয়া টো বিচাৰোঁ।

  • @nikumanibaruah8482
    @nikumanibaruah8482 Час назад

    শিক্ষক শিক্ষয়িত্ৰী সকলক চাকৰিৰ পৰা নিলম্বন কৰিব লাগে আৰু হত্যাকাৰী ছাত্ৰ কেইজনক উচিত শাস্তি দিব লাগে

  • @Arup-o5z
    @Arup-o5z 27 минут назад

    সেই স্কুল খন বন্ধ কৰি দিব লাগে নহলে শিক্ষক সকলক চাকৰি পৰা বৰ্খাস্ত কৰক

  • @Shortsandvideo97
    @Shortsandvideo97 43 минуты назад

    শিক্ষক খিনিক চাকৰিৰ পৰা বহিষ্কাৰ কৰিব লাগে আৰু ল'ৰা কেইজনক বাচি দিব লাগে। স্কুল বন্ধ কৰিব লাগে।১৮বছৰ নহ'লে কি হ'ল মানুহ মাৰিব পাৰে যদি কত সৰু হৈ আছে।

  • @paragthakuria1995
    @paragthakuria1995 27 минут назад

    এয়াই ঘোৰ কলিৰ কাল বিপৰীত কাল‼️ধিক্কাৰ এই গুৰু গোঁসাই নমনা উদণ্ড ছাত্র সমাজ

  • @INDRAJITSARMA-cj6mt
    @INDRAJITSARMA-cj6mt 4 часа назад +2

    Teacher bilake ki Kari asil spotat 3_4 ta teacher Mari diba lagisil

  • @babytigervbts2514
    @babytigervbts2514 2 часа назад

    প্ৰথমে অভিভাৱক লৈ সমবেদনা জনাইছোঁ ।হয় ল'ৰা কেইটা দোষী কিন্তু আমি অভিভাৱক সকলো নহয় জানো?আমি নিজৰ ঘৰত সন্তান বোৰক কি শিক্ষা দিছো?অলপ অনুশাসন ঘৰতো শিকাব নোৱাৰোনে? আজিকালি ছাত্ৰ ছাত্ৰী বোৰে শিক্ষকৰ অনুশাসন মানেনে? আজিকালি শিক্ষকৰ নিজৰেই নিৰাপত্তা নাই বিদ্যালয় ত, গতিকে এককক্ষীয় ভাৱে চাব গলে শিক্ষক ছাত্ৰ কেইজনক দোষী বুলি ক'লে ও অভিভাৱক সকলো সাৰি যাব নোৱাৰে ।এয়া এক অতি স্পৰ্শকাতৰ বিষয়।

  • @niranjankalita4493
    @niranjankalita4493 4 часа назад +1

    Bahut dukh lagise ghotonato janitorial pai.Aai sakal student or pora ki aasa koribo
    .

  • @DevajitSutradhar-d8c
    @DevajitSutradhar-d8c 2 часа назад

    যি মূলা বাৰহে তাৰ দুপাততে চিন। এই কেইটা ৰাৱণৰ বংশ।উচিত শিক্ষা দিৱ লাগে ৰাৱণৰ বংশ কেইটাক লগতে school t ঘোঁৰাৰ ঘাঁহ কাটি থকা কেইটাক।

  • @AbdulHamid-em4ky
    @AbdulHamid-em4ky 3 часа назад

    তদন্ত হওক উচিত শাস্তি হওক হত্যাকাৰীৰ, বাকী ছাত্ৰ -ছাত্ৰী বোৰে কিয় শিক্ষকক নজনালে, শিক্ষক সকলেও গমেই নেপালে নে, মৃগী বেমাৰৰ কথা কিয় আহিল?

  • @chandidas8335
    @chandidas8335 5 минут назад

    শিক্ষক সকলক তৎকালে চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে।

  • @pulomadas4191
    @pulomadas4191 Час назад

    লৰা কেইজনক শাস্তি দিব লগে নহলে আৰু এনেকুৱা ঘটনা আৰু হব ফাঁচী নহলেও সিহঁতক চিৰো দিন জেলৰ পৰা ওলাই দিব নালাগে

  • @JanmoniRajbongshi-p5b
    @JanmoniRajbongshi-p5b Минуту назад

    এতিয়া ইমান মানুহ মাৰা অসুৰ ওলাইছে আৰু আগলৈ কি বিশ্বাস আছে এনেবোৰ ঘটনাৰ লগত সৰু ডাঙৰ কথা আহি নপৰে দাৰেক ফাঁচী দিব লাগে আৰু স্কুলৰ শিক্ষক শিক্ষয়ত্ৰী চাকৰিৰ পৰা নিলম্বন কৰিব লাগে এনেই চৰকাৰী দৰ্মহা কেইটা হাৱাৰ ওপৰতে খাই থাকিব নালাগে 😡😡😡😡

  • @manjulahazarika2216
    @manjulahazarika2216 46 минут назад

    লৰাকেইজনৰ লগতে মাক দেউতাকৰ নাম প্ৰকাশ কৰি তেওঁলোকৰ চৰিত্ৰ উদঙাই দিব কিয় নোৱাৰে

  • @kalpanahazarika7631
    @kalpanahazarika7631 29 минут назад

    নিলম্বন কৰা শিক্ষক শিক্ষয়িত্ৰী ক।

  • @PrafullaDeka-y1f
    @PrafullaDeka-y1f 3 часа назад

    হায়, হায়, হিমনত বিশ্ব শৰ্মাৰ শিক্ষা বয়ৱসহা। শিক্ষামন্ত্ৰী ৰণোজ পেগু ৰ মুখত মাত নাই কিয় ।

  • @ratulborah9946
    @ratulborah9946 Час назад

    দুষিক উপযুক্ত শাস্তি দিব লাগে। অন্যথা ভবিষ্যতে এনে ঘটনা আৰু বাঢ়িব। হত্যাকাৰীক নাবালক বুলি কোনো পধ্যে শাস্তি কম কৰিব নালাগে।

  • @suchilmohan9251
    @suchilmohan9251 2 часа назад

    Gundagiri ছাত্ৰ কেইজনৰ লগতে শিক্ষকৰ ও সমানে দোষী হাবিয়স্ত কৰিব লাগে

  • @HiranedraBora
    @HiranedraBora 2 часа назад +1

    ল'ৰা কেইজনক ফাচী দিব লাগে

  • @jyotismitasaikia338
    @jyotismitasaikia338 3 часа назад

    18বছৰ নোহোৱাকৈ ইমান ডাঙৰ কাণ্ড কৰিব পৰে। এইয়া কোনোসহজ কথা নহয়। পাচি দিয়ক। নহলে ইহতে আকৌ মানুহ মাৰিব।

  • @Produpnath
    @Produpnath 3 часа назад

    প্ৰধান শিক্ষক আৰু ছাত্ৰ তিনিটাক ফাৰ্ছি দইবলআগএ।

  • @BhanitaBarman-vx5ue
    @BhanitaBarman-vx5ue Час назад

    শিক্ষক আৰু শিক্ষয়িত্ৰী সকল ক'ত আছিল ? ইমান ডাঙৰ ঘটনা এটা হৈ গৈছে কোনোৱে দেখা নাপালে নে? সহপাঠী সকল ক'ত আছিল?দোষী সোকল সোনকালেই কঠোৰ শাস্তি পাব লাগে।

  • @habibullahhoque5305
    @habibullahhoque5305 2 часа назад

    ইয়াত বিশেষ সম্প্ৰদায়ৰ কোনো শিক্ষক-শিক্ষয়ত্ৰী বা ছাত্ৰ-ছাত্ৰী নাছিল নেকি?

  • @GitumaniBarman-s3v
    @GitumaniBarman-s3v 3 часа назад +1

    Class room t soli thoka marpit an an students bure sai asil teacher burok jonabo lgisil Aru teacher bur class Kori daitto hekh nhoy to 5 minute Mure Mure class room t Deuty Dia usit 😢 xunkle hasti Dia Marukha keitak

  • @IlaDevi-xi8xm
    @IlaDevi-xi8xm 4 часа назад +1

    Teacher. Sakale fanar. Talat. Bahi. Thake. Darmaha. Laley. Nahai. Duty. Bhalke. Palan. Kariba. Lage

  • @nilakshisaikiaborah7071
    @nilakshisaikiaborah7071 4 часа назад

    মেধাবী ছাত্ৰ ছাত্ৰীক উদণ্ড বোৰে কিয় লক্ষ কৰা হৈছে ।এয়াই প্ৰথম নহয় আগতেও এনে ঘটনা ঘটিছে এই অসমত ।ফাঁচি দিব লাগে ।

  • @kusheswarbaruah3687
    @kusheswarbaruah3687 Час назад

    শিক্ষক সকল তেতিয়া ক'ত আছিল,কমনৰুমত মোবাইল তিপি আছিল নেকি? আন, ছাত্ৰ-ছাত্ৰী সকলে কি কৰি আছিল ,

  • @simpigogoi5051
    @simpigogoi5051 3 часа назад +1

    মাদাৰ কৰা কাল পিত কেইটাৰ নাম কেইটা ঘেষনা কৰক

  • @MidulBoruah-l5y
    @MidulBoruah-l5y 2 часа назад

    এই নৰপিশাষকেইটা পাৰি লে বাপেক মাকৰ মুখকেইখন চাবলৈ বৰ মন আছিল।

  • @rashminath-sp4xq
    @rashminath-sp4xq 4 часа назад +1

    অপৰাধিক ফাচি দিব লাগে।

  • @nogengogoi6835
    @nogengogoi6835 4 часа назад

    প্ৰধান শিক্ষযিত্ৰিৰ গৰাকীয়ে কিয় মিগী বেমাৰ আছে বুলি কব লগা হল,,।

  • @barshabhargab8840
    @barshabhargab8840 4 часа назад +1

    40 bosor jail hobo lage,jailor pora dari suli poki olai jate,

  • @novokachari4499
    @novokachari4499 4 часа назад

    18th below means not the allowance of committing crime .So names of the murderers should not be prohibited to disclose .

  • @krishnamoniBarua
    @krishnamoniBarua 5 часов назад +2

    Master bilakor sakori jabo lage

  • @deijinaakhter4594
    @deijinaakhter4594 7 минут назад

    Minor r law amendment koribo hol, crime jetiya matured criminal r nisina, punishment u tenekuwa hobo lage.

  • @NeetiNeog
    @NeetiNeog 2 часа назад

    সকলোteacher ক ভালকৈ সোধাপুচা কৰক তেখেত সকলে কি কৰি আছিল

  • @samsulalam7948
    @samsulalam7948 3 часа назад

    Schoolor administration strict hua hole anekua murder nohol heten,aparadhik legal punishment dia proyujont.

  • @kushalbora4823
    @kushalbora4823 3 часа назад

    School compound t enekuwa ghatona babe hokolu teacher including head master jogoria.todonta jurdar koribo Lage.

  • @GolapiRabha-vn4qn
    @GolapiRabha-vn4qn 3 часа назад

    Justice for the students ..Ari jabo nuwre aneka obstha akow jate hbo nuware.. aji ajonr lgt anka huise pist jate akow hbo nuware anka usit todonto lowk moikhomuntri dangoriya

  • @lavitanathnath429
    @lavitanathnath429 4 часа назад

    অপৰাধী পৰিয়াল কেইটা দেখাব চোন

  • @preetipaswan7618
    @preetipaswan7618 3 часа назад

    Teacher hokolor dhukh ....kot asile teacher bur ...mahekot poisa pai bohi bohi..aku kam nai tahotr ....class room kotu teacher nsile ni...hei head fone logai bohi asile tahsti

  • @KhargenRajbonshi
    @KhargenRajbonshi 4 часа назад +1

    Student kaiganar janat jiban jaill haba laga

  • @dulubarman2535
    @dulubarman2535 4 часа назад +2

    Master bilakak Jail at diyal

  • @JanmoniboraJanmoni-v6w
    @JanmoniboraJanmoni-v6w 4 часа назад

    বাকিবোৰ student কত আছিল

  • @nirensaikia7017
    @nirensaikia7017 Час назад

    The accused students should get benefits of juvenile Justice system. It's a heinous crime. The punishment should be exemplary that everyone afraid to commit such crime in coming days. If the punishment of life imprisonment will not be awarded to the accused students, they may be commit again such offence like some Kalita who was lodged in Jorhat jail for committing three repeated murder at each occasion after getting bail. Loss of faith on judiciary may lead to anarchy.

  • @Wasimwahid606
    @Wasimwahid606 4 часа назад

    Agot enekua ketiau hua nasil school t kintu ajikali ki hoise loraburr 😢kio imn khng imn hingha imn konmani lora suwali sbr school t security guard dibo lage

  • @niranjankalita4493
    @niranjankalita4493 4 часа назад

    Master Keitak Jailot bharai School khon band kori diyok

  • @bandanagayan1929
    @bandanagayan1929 5 часов назад +1

    সেইকেইতাক বাৰ বছৰ জেল দিব লাগে