কান্দোনত ভাগি পৰিছে জনপ্ৰিয় কন্ঠশিল্পী নীলাভ নীতা/পংখী সন্দিকৈ লগত কি সম্পৰ্ক || Nilav Nita 😭😭😭😭

Поделиться
HTML-код
  • Опубликовано: 26 май 2024
  • #assamesenewstoday
    #newsliveassam
    #assamesenewstoday
    #assamesesinger
    #assameseactress
    #NilavNita
    #assamesesinger

Комментарии • 351

  • @Anushka-yk5ek
    @Anushka-yk5ek 2 месяца назад +44

    নিলভ নিতা বা সঁচাকৈ এজনী সহজ সৰল সঁচা মনৰ ছোৱালী। যি সকলে তেওঁক এবাৰ হলেও ওচৰৰ পৰা পাইছে সেই সকলে জানে।

  • @chawdggogoi8722
    @chawdggogoi8722 2 месяца назад +13

    বৰ দুখ লাগিল বেয়া কথা মোৰ কাৰণে নীলভ নীতা সদায় প্ৰিয় তুমি আগুৱাই যোৱা তোমাৰ একো দুখ নাই।

  • @arjobgogoi2379
    @arjobgogoi2379 2 месяца назад +18

    সুন্দৰ পদক্ষেপ।।। এৰি দিব নালাগে কাকো কাৰণ এৰি দিলে আৰু বেছি সুবিধা লব।।।

  • @RamjaniBegum-bf2ts
    @RamjaniBegum-bf2ts 2 месяца назад +37

    বা তোমাৰ video টো skip নকৰাকৈ শেষলৈ চালো বৰ দুখ লাগিল অ বা,, তুমি কিয় কান্দিছা বা তোমাৰ চকুপানী দেখি মোৰো চকুপানী ওলাই গৈছে😢😢 plz নাকান্দিবা বা তুমি আমাৰ অতি মৰমৰ । মোৰ এতিয়া এনেকুৱা লাগিছে,, তোমাৰ কাষত গৈ সান্তনা দিম যেন কোন বাৰু সেইজন তেওঁক এবাৰ চাব মন গৈছে এইবোৰ কৰিবলৈ ক'ত সাহস পালে । আনৰ মনত আঘাত দিলে এদিন সেই আঘাত নিজেই পাব। তুমি বহুত ভাগি পৰিছা বা এনেকৈ ভাগি নপৰিবা নিজৰ সাহসেৰে আগুৱাই যোৱা। তোমাৰ প্ৰতিটো খোজতেই আমি সকলো অনুৰাগী তোমাৰ লগত আছো। তুমি একো চিন্তা নকৰিবা তোমাৰ একো নহয় মাথো নিজৰ ওপৰত বিশ্বাস ৰাখিবা। তোমাৰ এই কামখিনি যাতে উচিত তদন্ত কৰে তাৰে আশা ৰাখিলোঁ। আৰু শেষত এটাই কথা কও পংখীৰ পৰিয়ালে যাতে ন্যায় পায়,,আৰু হত্যাকাৰীয়ে যাতে কথোৰতকৈ কথোৰ শাস্তি পায় ❤you so much baa🙏🙏

  • @ajitdarig5035
    @ajitdarig5035 2 месяца назад +23

    ভাগি নপৰিবা নিজৰমতে আগবাঢ়ি যোৱা ভগৱানে সহায় কৰিব।

  • @rakhamoninath3846
    @rakhamoninath3846 2 месяца назад +11

    ভাল মানুহক বদনাম কৰিবলৈ এচাম থাকেই। ভাগি নপৰিবা, সত্য সদাই জয়।

  • @ajitdarig5035
    @ajitdarig5035 2 месяца назад +12

    Nilav Nita বহুত ভাল ছোৱালী আৰু সহজ সৰল , অমায়িক ছোৱালী,।সমাজৰ সম্পদ। কোনো prove নোহোৱাকৈ কেতিয়াও কোনোৱে কাকো অন্তৰত আঘাত দিয়াটো ভাল কথা নহয়। নিলা ভৰ গান শুনি ভাল লগে।

  • @JUMON488
    @JUMON488 2 месяца назад +1

    Nilav Nita, Tumi sinta nokoriba, Tumi aaguwai jua tumar nijor kamot, dukhiye nijor bhul Buji pai tumar oosorot muf khujib, Sai dintuloi Tumi bat sua,dekhiba tumar joy nishoy hob, good luck disu, aaru aku nojonakoi tumak dukh diyar babe saihokolok moi bohut dhikkar disu, Tumi nakandiba,aami tumar logot aasu 👍👍♥️♥️🥰🥰

  • @pradipboruah5406
    @pradipboruah5406 2 месяца назад +5

    Nilav nita best of luck aguwai juwa❤❤❤❤❤❤❤

  • @advika...8603
    @advika...8603 2 месяца назад +1

    সুন্দৰ ভাল লাগে আপোনাৰ
    সাহ দেখি ধন্যবাদ।

  • @RamjaniBegum-bf2ts
    @RamjaniBegum-bf2ts 2 месяца назад +12

    এইবোৰৰ একো কাম নাই যে সেইকাৰণে আনৰ বেয়াটো কেনেকৈ ওলাব পাৰি সেইটোৱেই খুচৰি থাকে। কিছুমান মানুহৰ মানসিকতা বোৰ তেনেকুৱাই আনৰ ভাল দেখিব নোৱাৰে ,, অলপ ভাল হোৱা নিজৰ মানসিকতা বোৰ সলনি কৰা আনক শ্ৰদ্ধা -মৰম,উৎসাহ সন্মান দিবলৈ চেষ্টা কৰা। আৰু আমাৰ পৰা এটা request থাকিল যাতে কোনো শিল্পীকে neks time এনেকৈ মিছা বদনাম এটা জাপি নিদিয়ে । এনেকুৱা কৰিলে শিল্পী সমাজক অপমান কৰা হয়। best singer an nilav nita baa তোমাৰ গান শুনি সচাই বহুত ভাল লাগে❤❤❤❤❤

  • @khagenmahanta131
    @khagenmahanta131 2 месяца назад +18

    হাতী যায় আগে আগে কুকুৰে ভুকে পাছে পাছে ,নিজৰ কাম কৰি যোৱা ,সত্যৰ সদায় জয় ।

  • @parikeut
    @parikeut 2 месяца назад +20

    তুমি সাহসেৰে আগ বহি যোৱা মা ,, ভয় নজৰিবা,,,, এক শ্ৰেণী মানু্হ আছেই ভাল মানুহক আমনি দিয়া আশান্তি,,, মই পাৰ্ল ৰ খুলি মোৰ লৰা ছোৱালী স্কুলৰ খৰচ উলিয়াই চলি থাকোতে মই তোমাৰ নিচিনাকৈ বহুতো কান্দিছিলো,,,,, পিছত সিদ্ধান্ত ll লৈছিলোঁ যা যিয়ে ভাৱ ভাৱ মই ভূল নাই কৰা ভয় নকৰো,,,,,,, এতিয়া মই জয়ী,,, মই মোৰ কাম এতিয়াও কৰি আছো ,,, মোক এতিয়া নাৰী দিৱস ত এগৰাকী বিশিষ্ট নাৰী হিছাপে নিৰ্মন্ত্ৰণ দিয়ে ,,,,, সেয়েহে মা পুনৰ বাৰ কৈছো নিজৰ কাম নিজে কৰি যোৱা,,,,, ভগৱান পৃথিৱীত আছে ,

    • @shikhachetia9873
      @shikhachetia9873 2 месяца назад

      তাইৰ হৈ আপোনাক ধন্যবাদ জনাইছো।সাহস পাওঁ আপোলোকৰ পৰা আমি

  • @hahiofficial4189
    @hahiofficial4189 2 месяца назад +1

    Mozaa .... enekei dbo lge...

  • @Runjunborah-un5zk
    @Runjunborah-un5zk 2 месяца назад +21

    ফটো উঠিলেই ভাল পোৱা হয় নেকী । তাৰমানে আজিকালি যাৰ লগতেই ফটো উঠে তাকেই ভাল পায়নেকী। ফটোৱাবোৰ কৰবাৰ ।

  • @user-dk9oy9qc7r
    @user-dk9oy9qc7r 2 месяца назад +9

    মানুহ ইমান ঠেক মনৰ হব পাৰে নিজৰ ভাইটিৰ লগত উঠা ফটো দিয়ে🥲🥲🥲

  • @user-bn7ew4mg4k
    @user-bn7ew4mg4k 2 месяца назад

    Khub val Kam krisa......hundor prodokhep

  • @soonmoni6746
    @soonmoni6746 2 месяца назад

    Bhut bhal Kam krisa ,jibore beya coment krise bhal koi hikha diya,tume agowai jowa,god bless you ❤❤❤❤

  • @kismatkour436
    @kismatkour436 2 месяца назад +4

    ভাল লাগিল জীৱন টো বহুত জটিল ।মানুহে মানুহক জীয়াই থাকিব
    লৈ নিদিয়ে। 😭

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 2 месяца назад +47

    চচিয়েল মিডিয়াক একাঙশই ভাল কামতকৈ বেয়া কামত ব্যৱহাৰ কৰাত সামাজিক ব্যৱস্থা কলুষিত কৰিছে। বেলেগক ঘপহকৈ দোষ দিয়াৰ আগতে নিজৰ দোষ অথবা নিজেই কৰা ভূল বোৰ শুধৰণি কৰক। নীলাভনিতা তুমি ভয় নকৰিবা। সাহসেৰে আগুৱাই যোৱা। মনৰ হেঁপাহেৰে সুখী হৈ থাকা আজীৱন। আমাৰ অসমীয়া জাতিটো কেঁকোৰা জাতি। নিজেই নিজৰ শত্ৰু। তুমি সাহস আৰু শক্তিশালী হোৱা। ভগৱানে নিশ্চয় সহায় কৰিব। ❤❤❤

    • @ManjuKakati-vn3hu
      @ManjuKakati-vn3hu 2 месяца назад +2

      Tumi kandi lav nai a khon pirthibit bhal kam korile hingkha lage tumi kandisa j hihote tumak sai hahise gotike nakandiba aguai jua

    • @moongogoi4951
      @moongogoi4951 2 месяца назад

      Ai manuh burae jiai thakibo nidiae Mur lagt anekua hosil misa kotha bur koi koi ...

  • @mamonigogoi8199
    @mamonigogoi8199 2 месяца назад +6

    অসমীয়াত এষাাৰ কথা আছে।সলা গছ দেখিলে সকলোৱে বাগী কুঠাৰ মাৰে।গতিকে বেলেগৰ কথাত নিজৰ লক্ষ্যৰ পৰা বিচলিত নহবা বেটি।ৰ্কম কৰি যোৱা জীৱন সদাই সুন্দৰ হবই।আৰ্শীবা থাকিল তোমালৈ।

  • @Ghbb2
    @Ghbb2 2 месяца назад +11

    Nilav Nita ই বাৰে বাৰে কৈছে যে তেওঁ নিজে ভুক্তভুগি, নিজে গাঁতৰ পৰা ওলাই আহিছে, নিজে গুচি আহিছে সেইখিনি মানুহৰ পৰা আঁতৰি ..গতিকে তাৰ পাছত আৰু বেলেগ ভাবিবলে নাই তেওঁ ভুল বুলি... শুনিছিলো আগতে তেওঁৰ nitikesh ৰ লগত সম্পৰ্কত আছিল বুলি college ৰ দিনতে ..আছিল ও বাৰু বা গৰাকীয়ে নিজে কলে ...কিন্তু এতিয়া নাই যাৰ বাবে তেওঁ দোষী নহয় বুজি পালোঁ

  • @mixami246
    @mixami246 2 месяца назад +2

    তুমি ঠিক কৰিছা , ভূমি ধৈৰ্য নেহেৰু ৱাবা ❤❤

  • @MegaDevajit
    @MegaDevajit 2 месяца назад +3

    Don't worry sinta nkoriba...manuhbur eneykuwai..tumi val guwa.. juwabar Dhemaji loi matisilu ami...agbarhi juwa

  • @jibanjyotipathak2765
    @jibanjyotipathak2765 2 месяца назад +1

    Very good job , tumi mon beya nkriba vonti

  • @mukeshburagohain8350
    @mukeshburagohain8350 2 месяца назад +1

    Be strong❤n move on

  • @Abhi70602
    @Abhi70602 2 месяца назад +1

    Tumi xodai priyo 💞 Kandile weak hoba.. Be strong ❤ be positive.. Ami ajon musicians hoi buji pau pabot goja xilpi kun hoi 🙏 .. Bdway ji a nhouk tumar personal life hoi.. Ji kora tumar itcha.. Khatir nokoriba..

  • @mahim_kr_nath_GPL
    @mahim_kr_nath_GPL 2 месяца назад

    বহুত বেয়া লাগিল বাইদেউ❤

  • @bulbulisarmah1530
    @bulbulisarmah1530 2 месяца назад +2

    তুমি আইনৰ ওচৰত গৈছা ভাল কৰিছা মানুহে নজনাকে কথা কব নালাগে হয় কিন্তু এচাম মূখ মানুহৰ কাৰনে তুমি কিয় কান্দিব লাগে ❤

  • @suparnasvlogs..4004
    @suparnasvlogs..4004 2 месяца назад +2

    Good sister

  • @pobitraborah3536
    @pobitraborah3536 2 месяца назад +3

    নিজৰ মতে আগ বাঢ়ি যোৱা,দুখ নকৰিবা আৰু দুখিক এৰি নিদিবা,

  • @RumiBorah-zw4ep
    @RumiBorah-zw4ep Месяц назад

    Tumi vagi noporiba.vogoban ase.bisar koribo.hahokhere ag barhi jua

  • @nabanitagogoi8754
    @nabanitagogoi8754 2 месяца назад

    God bless you 🙏😍

  • @kailashmedhi192
    @kailashmedhi192 2 месяца назад +3

    Yoou are good saster

  • @dimbeswarkonwar7659
    @dimbeswarkonwar7659 2 месяца назад +35

    তোমাৰ গাত একো দুখ নাই। আমি তোমাক বুজি পাওঁ।

  • @DilpSaikia-qx6by
    @DilpSaikia-qx6by 2 месяца назад +5

    সম্পূৰ্ণ তথ্য নোপোৱাকৈ কাৰোবাক আঘাত বা আত্ম সম্মান নত্ত কৰিব নাপায় কাৰণ এজনী ছোৱালী জীৱন ধংখ আপোনালোকে নকৰিব আঠখেলীয়া গোলাঘাটৰ পৰা মই আৰ্বান জনাইছো ধন্যবাদ।

  • @rinjumonibora3017
    @rinjumonibora3017 2 месяца назад +1

    Dukh lagil tumr kotha kaita huni...

  • @resabresab2536
    @resabresab2536 2 месяца назад +1

    God bless you

  • @moonmoonthakuria1113
    @moonmoonthakuria1113 2 месяца назад +6

    sai aasu

  • @prafulladutta6047
    @prafulladutta6047 2 месяца назад +3

    জয় শ্ৰী ৰাম❤

  • @dimpiboruahsaikia647
    @dimpiboruahsaikia647 2 месяца назад

    Val korisa Tumi...mone mone thakile besi hubidha Pai..u are right

  • @poridevi2304
    @poridevi2304 2 месяца назад

    God bless u

  • @lakshmipriyadutta1091
    @lakshmipriyadutta1091 2 месяца назад +2

    সঁচাকে কিছুমান মানুহে একো কথা নজনাকৈ যি তি কথা কয়,এনেকৈ কথা আনৰ বিষয়ে কব নালাগে মনত দুখ দিয়া মানেই সাও লগা,তুমি চিন্তা নকৰিবা নিজৰ কামত লগা কোনোবাই কিবা কলে স্পষ্ট উত্তৰ দিবা।কুশলে থাকা❤❤

  • @kanknabastov5631
    @kanknabastov5631 2 месяца назад

    Mozza
    Dise

  • @user-tf6rv9zf9v
    @user-tf6rv9zf9v Месяц назад

    Tomar lgt ami xdai asu ba vogoban ase xklo dexi ase tomi vagi nporiba aru vlll manuhr lgt hy e aibur tomi agowai jowa baaa 😘🙏🙏🙏

  • @pratimadas2550
    @pratimadas2550 2 месяца назад +2

    Tumi humpurna xundho...nakandiba agbari jua❤

  • @user-ur8od8go6v
    @user-ur8od8go6v 2 месяца назад

    Thanks you so much hobo dukh nokoriba

  • @user-hh5zu1bb6t
    @user-hh5zu1bb6t 2 месяца назад +1

    Yes

  • @SabinaAhmed-vp2jy
    @SabinaAhmed-vp2jy 2 месяца назад +5

    Nilav Nita tumi strong huwa nakandiba bhangi noporiba

  • @akomanivlogscreenpainting2135
    @akomanivlogscreenpainting2135 2 месяца назад

    Baa tumi dukh nkriba aji kali manuhbure j nijoke ki buli vabe njnu ru ..tumi mur fvrt

  • @rubichetia7119
    @rubichetia7119 2 месяца назад +9

    তোমাৰ কথাবোৰৰ শুদ্ধতা নিশ্চয় আছে !! তুমি আগলৈ আগবাঢ়ি যোৱা ।

  • @dulukhandulukhan7238
    @dulukhandulukhan7238 2 месяца назад +2

    Nekandiba baa 2mi dorbol hoi najaba 2mr gat oknu dox ni❤❤❤

  • @user-ij4hx7kp9r
    @user-ij4hx7kp9r 2 месяца назад +1

    Ba ami asu ❤❤❤❤

  • @rijaurrahman4071
    @rijaurrahman4071 2 месяца назад +11

    তুমি নিজৰ কাম কৰি জোৱা । কিমান মুখ বন্ধৰ কৰিবা। ভগবানে চাব। মা দেউতা আখিপাত লবা।

  • @tulumonigogoi8385
    @tulumonigogoi8385 2 месяца назад

    Nice step

  • @tultulsarmah4173
    @tultulsarmah4173 2 месяца назад +1

    সত্য সদায়েই জয়। ভগৱানে এদিন আপোনাক চকু মেলী চাব

  • @user-rz7os5fn8q
    @user-rz7os5fn8q 2 месяца назад +1

    তুমি আগুৱাই যোৱা । আমাৰ শুভেচ্ছা সদায় পাবা ।

  • @Chandrama__tamuly
    @Chandrama__tamuly Месяц назад

    🥺 We are with you Nilavnita baa❤

  • @chamsulhussain444
    @chamsulhussain444 2 месяца назад

    Good job

  • @LolitSonowal-fc5sr
    @LolitSonowal-fc5sr 2 месяца назад

    Good bleas

  • @Ridip498
    @Ridip498 2 месяца назад

    Be strong ba

  • @bornaligogoi9418
    @bornaligogoi9418 2 месяца назад

    Good

  • @chimpineog6730
    @chimpineog6730 2 месяца назад +1

    ❤❤❤ba

  • @bhanudutta3795
    @bhanudutta3795 2 месяца назад +2

    নুবুজা কৈ কথা কব নালাগে তুমি এই বোৰ গুৰুত্ব নিদিবা আগুৱাই যোৱা

  • @user-ui6jx7xm5p
    @user-ui6jx7xm5p 2 месяца назад

    তোমাৰ কথাবোৰ শুনি বৰ দুখ লাগিছে

  • @assamnamrup8867
    @assamnamrup8867 2 месяца назад +2

    তুমি সাহসেৰে আগুৱাই যোৱা আশিৱাদ কৰিছো ।আনৰ কথালৈ মন নিদিবা

  • @user-vh9xb3tt2o
    @user-vh9xb3tt2o 2 месяца назад +6

    কমেন্ত কৰা লোক সকলো ধোৱা তুলসীৰ পাত নহয়। মান হানি কেছ দিয়ক

  • @dipakborah2301
    @dipakborah2301 Месяц назад

    You are brave nita

  • @minereels4631
    @minereels4631 2 месяца назад

    Baa 🥺🥺🥺 sob thik hoi jbo 😭duxiye hasti pabo lgibo 😖

  • @panchabatisarmah-cy4fs
    @panchabatisarmah-cy4fs 2 месяца назад +3

    আপোনাৰ কথাবোৰৰ শুনি বৰ দুখ লাগিল , কিয় কান্দিছে আপোনি এচামে আনক কষ্টদি ভাল পায় ।

  • @MinakshiBora-lm5ee
    @MinakshiBora-lm5ee 2 месяца назад

    Bohut Baya lagese

  • @rijuborah8415
    @rijuborah8415 2 месяца назад

    Sinta Dukh nokoriba. God help you. Tumi atia aruhe aguai jaboloi hubidha paisa. Besi strong hobo pariba. God bless🙏 you. Sure......

  • @user-rn1fg1ih6x
    @user-rn1fg1ih6x 2 месяца назад +1

    Nilov Nita ba bohut bea lagise 😢😢😢😢😢😢

  • @tutumoni2995
    @tutumoni2995 2 месяца назад +1

    Hi

  • @triptihazarika9185
    @triptihazarika9185 2 месяца назад

    আগবাঢ়ি জাবা

  • @user-jx4sd4yx5e
    @user-jx4sd4yx5e 2 месяца назад

    ❤❤❤

  • @user-uv8qp3tp4n
    @user-uv8qp3tp4n 2 месяца назад +2

    Sister. Sagramere. Jeeban

  • @Monuj-pv1kz
    @Monuj-pv1kz 2 месяца назад +1

    Hoi

  • @champachangmai1540
    @champachangmai1540 2 месяца назад

    সুন্দৰ পদক্ষেপ

  • @silkomilko9306
    @silkomilko9306 2 месяца назад

    Good Ba

  • @userflamejodffgaming
    @userflamejodffgaming 2 месяца назад +1

    Sai aasu. Baa

  • @user-hu8fk6cm6o
    @user-hu8fk6cm6o 2 месяца назад +1

    😢😢

  • @durlavnath7153
    @durlavnath7153 2 месяца назад +1

    Haise

  • @priyanathgogoi2637
    @priyanathgogoi2637 2 месяца назад

    Go. On . God. Blass. You

  • @Saruprabha8081
    @Saruprabha8081 2 месяца назад

    Bahut baya lagil

  • @bkgogoi8636
    @bkgogoi8636 2 месяца назад +14

    তুমি সত্য তুমি পভিত্ৰ মানুহে নজনাকৈ বেয়াকৈ কব নালাগে তুমি এৰি নিদিবা

  • @anjalideori
    @anjalideori 2 месяца назад +1

    Thank you

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 2 месяца назад +2

    কিছুমান অতি নিকৃষ্ট মানসিকতাৰ মানুহৰ কাৰণেই আজি কালি বহুতো নিৰীহ আৰু নিৰ্দোষী মানুহে জীৱনৰ চুড়ান্ত সিদ্ধান্ত লবলৈ বাধ্য কৰায়। এনে বিকৃত মানসিকতাৰ মানুহৰ বিৰুদ্ধে আইনগত ব্যবস্থা গ্ৰহন কৰিব লাগেই।

  • @user-wl1ed9eg8v
    @user-wl1ed9eg8v 2 месяца назад

    আপোন ভালেই জগত ভাল।তুমি চিন্তা নকৰিবা।

  • @salimuddinahmed8164
    @salimuddinahmed8164 2 месяца назад +1

    Ba Apuni vangi napariba agbarhi jua

  • @DigantoKonwar
    @DigantoKonwar 2 месяца назад

    ভালেই কৈছে বাইদেউ

  • @moinasaikia2253
    @moinasaikia2253 2 месяца назад

    Bht val kotha koisa neriba hihatak dokh nakariba

  • @minusaikia6224
    @minusaikia6224 2 месяца назад +5

    নীলা তূমি সাহস নেহেৰুৱাবা.

  • @janmejayray2238
    @janmejayray2238 2 месяца назад

    Bohut dukh palu bhonty ... Tumi xahokhere agbarhi juwa voy nokoriba ..

  • @darshanadutta.5086
    @darshanadutta.5086 2 месяца назад

    Valei korile aineor hohai loi❤

  • @JayantiDevi-lr2nq
    @JayantiDevi-lr2nq 2 месяца назад

    😢😢😢😢😢😢

  • @Ilisha-fg8fw
    @Ilisha-fg8fw 2 месяца назад

    ❤❤❤❤❤

  • @TilakPhukan-wz8vr
    @TilakPhukan-wz8vr 2 месяца назад

    Nilabh nita k mur bohut bhal lage

  • @pujahzpujahz375
    @pujahzpujahz375 2 месяца назад

    Dukh nokoriba❤

  • @ankursarmah9305
    @ankursarmah9305 2 месяца назад +1

    😢