As a medical student roza thokar scientific reason ase 1 bosor km se km 30-40 din fasting kribo lge. Jate body tu notun kri restart hbo pre. Aru fasting krile cancer r bht khini chance kmi jy. Thank you dimpu daa ktha khini xokulure mjt ana krne. Aru sbke Happy Raamadan❤
Dimpu da aponar jiman video saisu Tar pora aji jiman Val lagise Aru Dimpu da thank You So Much all Muslim Promote krise Allah aponak Aru AK Bari Jaboloi Pray krim kr
I am proud to be Muslim ❤But love you all ethos or religion ❤May blessed you Allah for all human person or living things in this sweet world 🌏💖🤝love from Bangalore ❤❤
সকলোকেই ৰজা ৰখাৰ শক্তি দিয়ক respect all muslim person....
❤
Thank you so much brother ❤❤ Love from dimpuu dda❤❤
Thank you so much brother❤❤
Love from dimpuu dda
Thank you so much❤❤😊
গোটেই খিনি ৰাখি আছো।
ৰোজা ৰাখি আছো মহান সৃষ্টি কৰ্তাৰ দয়াত ৷
আলহামদুলিল্লাহ গোটেই কেইটা ৰোজা ৰাখিছো। সকলোই দূৱা কৰিব যাতে সন্মুখৰ গোটেই কেইটা ৰোজা ৰাখিব পাৰো
আল্লাহুম্মা আমিন
সকলো ধৰ্মক সন্মান কৰাৰ বাবে dimpu দাক thank you and love you
Tohoteu koribi olop amak xonman.. amar uh Val lagil hoi... Nohole kiman aru ayush r nisina lorai nizor praan heruwabo!!!
@@anonymous-sb1wetur dore virus bur khatarnak
@smali942 As a muslim women there is nothing good in islam. Prove me wrong
Thanks you mur falor pora
@@anonymous-sb1we tur lawra drm😂😂
As a medical student roza thokar scientific reason ase 1 bosor km se km 30-40 din fasting kribo lge. Jate body tu notun kri restart hbo pre. Aru fasting krile cancer r bht khini chance kmi jy. Thank you dimpu daa ktha khini xokulure mjt ana krne. Aru sbke Happy Raamadan❤
Hoi nki be
Ramadan ❣️
Quran r hokolo ktha aji science a prove korise ❤
What type of reply is this.
If you not able type any respectful comments then please avoid social media platforms@@ZuhirulAli6
@@ZuhirulAli6science tu sawk
🌺 সকলোতকৈ দামী বাক্যশাৰী-
💚
- لآ اِلَهَ اِلّا اللّهُ مُحَمَّدٌ رَسُوُل اللّه..🕋
La Ilaha Illallah Muhammadur Rasulullah
There is no God without ALLAH
Sallallahu alaihi wa sallam
@@pari8511 Mashaallah ✨💫🤲
@@unknownsecret5152Jazakallah
ইছলাম ধৰ্মৰ তৃতীয় মূল ভিত্তি হ'ল ছিয়াম। ছুবহে ছাদেকৰ পৰা সূৰ্যাস্তলৈকে সকলো প্ৰকাৰৰ পানাহাৰ আৰু লগতে যাৱতীয় ভোগ-বিলাসৰ পৰা বিৰত থকাৰ নামেই হৈছে ছিয়াম। ইছলামী বিধান অনুসৰি, প্ৰতিজন সবল মুছলিমৰ বাবে ৰমাদ্বান মাহৰ প্ৰতিদিন ছিয়াম । ৰোজা ৰখা ফৰজ বা অৱশ্য পালনীয়।আমি ৰাখিছোঁ আৰু ডিম্পু দাক বহুত বহুত ধন্যবাদ। ❤❤
❤❤❤❤
ৰাখি আছো আল্লাহৰ কৃপাত
আৰু ৰাখি যাম ইনশাআল্লাহ 🤲❤❤
Mojaa❤
আল্লাহ নহয় আল্লা
@@SubhanBuragohainmarok chuda agot comment likha xikhilo notir soli
@@ajijulhoque8805 হিন্দু হিচাপে মই আপোনাক কোও ধৰ্ম পালন কৰিলে মনটো পবিত্ৰ ৰাখিব লাগে।
আল্লা nhoi আল্লাহ @@LearningSparkAxom
বহু বহুত ধন্যবাদ🙏। কিছুমান মুছলমানে ৰোজা ৰাশিবলগা হলে ১০মান বেমাৰৰ ভাও দিয়ে। সেই বাবে আপোনাক অশেষ ধন্যবাদ। এজন বেলেগ ধমৰ মানুহ হৈ ইমান সুন্দৰ কথা কোবাৰ বাবে। সকলো ধমত আছে কিন্তু আমি মানুহ বোৰেহে নামানু। 🙏🙏🙏
ৰাখি আছো আৰু ৰাখি যাম
❤ From নলবাৰী
Alha r photo bisari palu moi 😂😂😂😂soutan or photok alha koi kuch bhi 😂😂😂😂
@@surajmishra70030 sudmarana, আল্লাহ ৰ ফটো নাই , আৰু ভগবানৰ ফটো থাকে নেকি টোৰ বাপাৰে ফটো মাৰিছিল না কি
@@surajmishra70030 কুকুৰৰ পুতেক ভগবানৰ ফটো নাথাকে তই যিহেতু কোৰান নপঢ়া গীতা পঢ়ি চাবি তাত লিখা আছে ছবি নাই বুলি
Allah ase eta proman dib pariba
@@ritupondihingia5169 tor ji vogoban ase proman di eta
সকলো ধৰ্মৰ মানুহক আমি সমান পৰিমাণে সন্মান দিয়া উচিত
Right ... 👍
Right💝
💯. I give respect every religion ❤
Right
ৰাখি আছো আৰু ৰাখি থাকিম ইনশাআল্লহ❤❤❤
Insha Allah
Inshaallah ৰাখি আছোঁ গোটেই কেইটা 😊😊😊❤dimmpu দা আমাৰ লংকা লৈ আহিব
Bhal lagil dimpu fasingor uporot dila je . Bhale thaka ❤
ৰোজা ৰাখি আছো মই আৰু ৰাখিম ইনশআল্লাহ দিম্পু দা ❤
ৰাখি আছো আৰু ৰাখি থাকিম ইনশা আল্লাহ,ডিপ দা আপোনাৰ বিডিয় চাই বহুতো কথা শিকিব পাও
10q
প্ৰতিটো ধৰ্মৰ আভ্যন্তৰীণত বিজ্ঞান আছে... ধন্যবাদ বন্ধু🎉
Earth is flat মানে এইটো true😅😅
@@kapilboro1717kot likha ase?
@@kapilboro1717Earth khon ata khar garur khingot balance hoi ase ...autu true' de😜😜😜
@@kapilboro1717খাৰ গৰু ৰ ওপৰত earth বাচি আছে😂 🐄
@Ahmad According to Quran and Hades Sky khon khuta( piller) uporot ase ❤️
Inshaallah our Prophet knows all
Salute Dimpy daa , ইমান ডাঙৰ youtuber সকলো ধৰ্মক সন্মান কৰে 🎉❤
❤❤❤
Not big RUclipsr or small RUclipsr, Dimpu is a true human being so
মই ফেচবুকৰ story চাই ভাবিলো যে ৰজাৰ video কিন্তু youtube ত চাও ৰোজা।
BTW @DimpuBaruah is only the great person of India I think!!
Salute man 🫡🫡
Love from Bongaigaon ❤❤❤.সুন্দৰ উপস্থাপন এই ৰোজা ৰখাৰ উপৰিও ইফতাৰৰ এঘন্টা পিছত তাৰাবিৰ নামাজ পঢ়া হয় তাক আমি এবছৰৰ ব্যাম (Exercise )ৰ কৈ বেছি উত্তম বুলি জানো ।
Alhamdulillah ৰোজা প্ৰথমৰ পৰা ৰাখিছো আৰু শেষলৈকে ৰাখিম Insha allah ❤️
Ramadan is a very beautiful month... ❤❤❤❤
ৰোজা আছো । ইনশাআল্লাহ দিম্পু দা ।
Alhamdulillah
@@tech4u_502Jai shree ram🚩🚩🚩
Thike koise vai , Allahor rohmotot shokolo roza lakhilu moi ,aponak dhoinnobad.
ৰোজা ৰাখিছোঁ আল্লাহৰ কৃপাত আৰু সদায় থাকিম জীয়াই থকা লৈকে... Inshallah!! ❤
Thanks
আলহামদুলিল্লাহ আল্লাহ তা‘আলাই আমাক ৩০ দিন ৰোজা ৰখাৰ তৌফিক দান কৰুক আমিন🤲🌷
ৰোজা ৰাখিলে কোনো বেমাৰ নহয় আৰু বেমাৰৰ পঢ়া বাচিব পাৰি আৰু কেঞ্চাৰ ৰ পঢ়া আৰু বহুত কিবা বেমাৰ ৰ পঢ়া এইটো আমাৰ কোৰান ত আছে দিম্পু দা বাৰু আজি আপুনি নিজেই জানিছে বহুত বহুত শুভকামনা ৰল আপোনা লৈ ❤
Ramadan Mubarak ❤
ধন্যবাদ দিম্পু তুমি আগুৱাই যোৱা গোটেই অসমৰ মানুহৰ মৰম আৰু আশীৰ্বাদ আছে তোমাৰ লগত।কিন্তু দুখ লাগিল কমেন্ত পঢ়িছিলোঁ কমেন্ত সমূহ পঢ়ি দেখিলোঁ কেইজন মান মহাপুৰুষ আছে তেওঁ লোকে কেৱল সমাজ খন সদাই নষ্ট কৰাক লৈ বিয়স্ত হৈ থাকে আৰে সকলো ধৰ্মক সন্মান কৰিব লাগে যদি সন্মান কৰিব কাৰণে মন নাযায় তেন্তে কোনো ধৰ্মক লৈ বেয়া মন্তব্য দিব নালাগে কাৰণ সকলো ধৰ্ম সমান। আৰু যাৰ মোৰ কথাত গাঁত লাগিছে তেন্তে নিশ্চয় মোক বেয়া কমেন্ত কৰিব মই জানো সমাজৰ আবাৰ্জনা কেইটাৰ কথা।
Thik koise apuni
মই মুছলিম হয় মই সকলো ধৰ্মকে সম্মান কৰো
আলহামদুলিল্লাহ সাত বছর বয়সর পরা রুজা রাখি আছো আরু জীয়াই থকা লৈকে রাখিম ইনশাআল্লাহ
Kali kuna kuna roza raxiba like kora
Dada moi jiman din basi asu RUZA thakime aru RUZA thakim
Kihr Kali har roz roza
Best of luck Ramadan mobarak
তোমাৰ প্ৰতিটো video ৰ পৰাই আমি কিবা না কিবা এটা শিকি আছো । অশেষ ধন্যবাদ তোমাক 💚💚
ধুনীয়া কথা কৈছে। ৰোজা সকলো মুছলমানেই ৰাখিব লাগে। ৰোজা ৰাখিলে গেছৰ বেমাৰ ভাল হয় 100%
ৰাখিছোঁ ৰোজা আল্লা দিয়ে। গোটেই কেইটাই ৰোজা ৰাখিম ।❤❤ আন্তৰিক ধন্যবাদ দাদা 🙏❤️
Dimpu da apunak EID r bohut bohut besi shubessa thakil.😊😊❤
Same to you ☺️
কিবা এটা জ্ঞান পালো ধন্যবাদ দিম্পো দা ❤ love from Banglore
মই ৰজা ৰাখি আছো । ২০১৯ ৰ পৰাই মই গোটেইকেইটা ৰজা ৰাখো । ৰমজান মাহটো ভাল লাগে মোৰ।❤
Apuni roja rakhe Aru ami Ruja rakh
Amar Logote Dimpu dai Rooja Rakhile Neki😂
Mi u bhai
আগ কাতা যোৱা পৰা ৰাখিছা নেকি দাদা
@@AXOMxSHADoOW হয় দাদা । আগ তো আমাৰ সৰুতে কাটি দিয়ে ৭ - ৮ বছৰ বয়সত।
Dimpu দা আপোনালৈ আৰু সমগ্ৰ অসমবাসী ৰাইজলৈ ৰোজাৰ শুভেচ্ছা জনালো❤
আপোনি ইমান সৰল আৰু নিকা কৈ কথা খিনি কোৱাৰ বাবে ধন্যবাদ।।
ধন্যবাদ দিম্পু দাদা,, বহুত বহুত ভাল লাগিছে।।
আজি _২৮/০৩/২০২৪ তাৰিখ ১৭ 'ৰোজা ' পাৰ হ'ল,। আল্লাহৰ কৃপাত গোটেই কেইটা ৰোজা ৰাখিছোঁ ইনশাআল্লাহ আৰু সন্মুখৰ কেইটা ৰখাৰ আল্লাহৰ ওচৰত নিয়ত কৰিছোঁ,,। আল্লাহই যেন ভালে ভালে মোক আৰু সকলোকে ৰোজা ৰখাৰ তৌফিক দিয়ে,,আমিন 🤲🤲।
Muslim hokol 👍
Axomiya
Muslim buli kio oxoniya u like dim bcx jatit kunu veda ved nii
Axomia main jai Shree ram
💚💚
❤
ৰোজা ৰাখি আছোঁ আৰু গোটেই কেইটা ৰাখিম inshallah
Love you dimpu da
😊❤
Dimpu da aponar jiman video saisu Tar pora aji jiman Val lagise Aru Dimpu da thank You So Much all Muslim Promote krise Allah aponak Aru AK Bari Jaboloi Pray krim kr
I am proud to be Muslim ❤But love you all ethos or religion ❤May blessed you Allah for all human person or living things in this sweet world 🌏💖🤝love from Bangalore ❤❤
😊❤
26/3/2024 কুনে কুনে রোজা রাখিছে 😢😢
Aso
🤟
Aso
Moi rakhiso
Aso
Very good explanation. আপোনাৰ viewers বোৰ উপকৃত হব। health ৰ প্ৰতি সজাগ হ ব।
*পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা জনালোঁ ভাইজান সকল* ❤
Aponaloi o khuvessha thakil ramjan mahor
Same to Bhai jaan❤
Nalage kla xubhessa. Ramadan te axom t isis dhora porise iat ke aru ki lage
❤❤
@@subhambaruah9337 *ভাল থাকিলে বেয়াও থাকিব... সেইবুলি আমি সকলোকে ঘৃণা কৰিব নোৱাৰো* ।
Aji Kone Kone roja asee like kra
ৰোজা ৰাখি আছো ইনশাআল্লাহ
Alhamdulillah 😌
আলহামদুলিল্লাহ ৰোজা ৰাখি আছোঁ। আৰু ৰাখি যাম ইন শা আল্লাহ। মই সৰুৰে পৰা ৰাখি আছোঁ যিমান পৰা যায়। কিন্তু এতিয়া যেনেকৈ হক ৰখুয়ে।❤❤
Apunar nisina manhu dorkar dinpu da,,, knu dhormok beya npua sbkei Val pua.... Thnx a lot dinpu da
মই Kuwait তত আছো আজি 17 টা রোজা Alhamdulillah আমি সকলো রাখি আছো।
June june ruja rakhise ata👉 like kori diya ✅✅✅
Amar papai rakhe❤
মুছলমান ধৰ্মটোতে মজা আছে এবাৰ ভালকৈ অধ্যয়ন কৰক মুছলমান ধৰ্মটোক ।
😂😂
Dimpu da, Good morning and Happy Holi, আপুনি লিখিছে ৰোজা কিন্তু কৈ আছে ৰজা । Thank you.
Roza 😆
Dimpu da apunak All Mising RUclipsr meet up bot log pam buli অপেক্ষা কৰি আছোঁ।
♥️
আল্লাহৰ কৃপাত ৰাখি আছো dimpu দা ।।
আল্লাহ নহয় আল্লা
@@LearningSparkAxomতহতৰ ৰাম ক আম কলে হ'ব নে????😂😂😂
@@LearningSparkAxom class one r students r pora kiba hikibi toi😂😂😂😂
Sudmarani miaa
@@Axom22__ abbe Tera to yehi aukat hai 😂 by the way chup rehna sikh raha hu
Great. And think about Sonam wanchk his doing 21th fasting challenge.proud to be Muslim
Thank you dimpu da...
Khaklure krne vedio bonwa krne.
Thank you very much..
কৃপাময়, দয়ালু আল্লাহৰ নামত,
ৰোজাৰ উদ্দেশ্য হ’ল পাপ কৰ্মৰ পৰা বিৰত থাকি নিজৰ চিন্তা আৰু ইচ্ছাক নিয়ন্ত্ৰণ কৰিবলৈ নিজকে প্ৰশিক্ষণ দি আভ্যন্তৰীণ আৰু বাহ্যিকভাৱে ধাৰ্মিকতাৰ গুণ (তাকৱা) বিকশিত কৰা।
উপবাস হৈছে এক গভীৰ আধ্যাত্মিক অভ্যাস যিয়ে আমাৰ শৰীৰ, মন আৰু হৃদয়ক উপকৃত কৰে ।
Gotai mah to rakhiba sasta Karim dimpu da rakhe aso bartaman .. alhamdulillah ❤❤❤
বাকী ৰাখি আছোঁ ৰোজা প্ৰথমৰ পৰা আছোঁ আৰু বাকী খিনি থাকিম । Insha-Allah
Thank you
For
present
the importance of fasting.❤
You
actually
realised it.
ৰোজা ৰাখি ইফতাৰৰ সময়ত cold drink, fast-food আদি খোৱা avoid কৰক
Right
I don't
ekdam thik koisa. cold drinks fast khai dehatu aru bea h koribo
Kune kune 30 ta roza rakhiba like kora
Alhamdulillah ❤
Tok marmu
Alhamdulillah... Allah taalai rakhibo dile. jarur 🥰(Aasu sob kaita)
Alhamdulillah
Alhamdulillah rakhim❤
Love from Bangladesh ❤
Oh my God😮,
Bangladesh r manuhe Assamese buji pai😊
আপনি কি অসমীয়া ভাষা বুজেন
@@faridulislamvlogster আপুনি অসমীয়া লিখিব লাগিছিল।
বুজে বুজিব নুবুজে নাই
বাংলাদেশী👎
কোনে কোনে মুছলিম ধৰ্মক ভাল পোৱা...♥️Like kora
Muslim kuno religion nohi Islam he
Mohammad e bharotoloi ahi aibur Gyan loi Islam create krile . Mohammad sonatonor nirakar dharmot ashta asil .
bhag miya
😂
I love ❤
রোজা রাখি আছো আরু ভবিষ্যৎ রাখি জাম,,,,🤲🤲🕌🕋❤️🌹
In-sha-allah
Muslim of the power full love you dimpu da ❤❤❤
Any way we Muslim do fast not for physical benefits but for Allah ...as his order it's. Any way love love u dimpu❤
i believe this is physical exercise
30 roza rakhim... inshallah ❤
Awesome dimpu da
মই যোৱা 19 বছৰ ধৰি ৰোজা ৰাখি আছো ইনশাআল্লাহ বাকী জীবন খিনিও যাতে ভাল দৰে ৰোজা ৰাখিব পাৰো তাৰেই দোৱা বিচাৰিছিলো .....
হিন্দু মুছলিম ভাই ভাই ❤❤
Ami holu sudir vaii😂
UP r budaun r news saa kla tohot r bhaichara nalge. Sikh hindu bhai bhai
Gu mata ko roti khilawala or roti ke sath gu mata ko khane wala kabhi bhab bhai nahi ho sakta
@@shortandintrestingvideos2601toi hoi a sudur bhai
Sudir vai
Love from nagaon dimpu da
10 ta rakhisu 😊 alhamdulillah ❤
Love from kharupetia ❤
Dada. Apuni thik koya asa ❤❤❤❤❤❤❤❤
Thank you so much @Dimpu Baruah❤
Insaallah Rakhiso .
From Goalpara
Good dimpu dada.....
দিম্পু দা মই ষষ্ঠ শ্ৰেণীৰ পৰা ৰোজা ৰাখি আহিছো। এইবাৰো আৰম্ভণিৰ পৰা এতিয়ালৈ নিয়মিতভাবে ৰাখি আছো। বিশ্বাস কৰা দিম্পু দা মই সাংঘাটিক সুস্থ অনুভব কৰো ৰোজা ৰাখি। আমি আমাৰ ঘৰত থকা ফিল্টাৰটো বছৰেকত দূৰৰ কথা, মাহে মাহে ধুই পখালি চাফা কৰো কিন্তু আমি আমাৰ দেহটোৰ কথা কেতিয়াও চিন্তা নকৰো। আপোনি যদি হিন্দু ও হয় দেহটোৰ খাতিৰত একো নোখোৱাকৈ উপবাসে থাকিব। আপোনি যদি ফলমূল গাখিৰ আৰু পানী খাইয়ে থাকে আপোনাৰ পাকস্থলিয়ে জানো জিৰণী পাব?
Abeli dekhun tetu leke gilo xetu ki kla health r karone vl hol
@@subhambaruah9337tetuloike koneo nigile petor ata kon khali kori khabo lage buli hokolo Islam dharmar like jane, pet photakoi koneo khabo noware
Tumalukeu morning mas mangxoi dokosi khai lua 😂😂😂
Akou evening u khua sun dokosi
@@subhambaruah9337 যিয়েই নহওক আমি ১২ ঘণ্টা সময় থু এটুপিও নিগিলাকৈ থাকো। তোমাক লাখ টকাৰ অফাৰ কৰিলেও, যিটো তোমাৰ বাবে সম্ভব নহয়।
@@RockyEditz232 যিয়েই নহওক তহতৰ নিচিনা আমি ঘণ্টাৰ মূৰে মূৰে পানী গাখীৰ আৰু ফলমূল খাই Fasting নকৰো।
Love from Hailakandi
❤dimpu da
motivation is the best way for all religious...happy for encarage us
Alhamdulillah ৰাখিছোঁ
All religious is equal
All God is one❣️❣️❣️❣️✅
Alhamdulillah I am 17-18 years old and I have been fasting for the last five years. That means I have been fasting completely since I was 13-14.
Thank you dimpu sir
TQ Dimpu vai ❤
Thank you Dada.. Bhut val lagil ❤
সদায় ৰাখি আছোঁ Inshallah আৰু ৰাখি থাকিম ❤
Thank you
Love from Jamunamukh ❤
Alhamdulillah to all my sister and brother that ham roza rakhne ka tofik ada fermaya
Alhamdulillah proud to a muslim ❤️
Alhamdulillah 🤲✅
প্ৰথম Dimpu ভাইক Thnks দে জনাই দিয়াৰ বাবে 👍
ALHAMDULILLAH
যে আমি মুছলমান হয়। আৰু প্ৰকৃত মুছলমান এ কেতিয়া ও কাৰো প্ৰতি বেয়া ভাৱ, চিন্তা নাৰাখে,
সদায় সকলো ধৰ্মক সন্মান কৰে,
মুছলমান এ নিজৰ ধৰ্মৰ লগতে আন ধৰ্মক একেই সন্মান কৰে
In-sah-allah
যদি কোনো এ বেলেকৰ প্ৰতি বেয়া ভাৱ ৰাখিছে, Allahe ৰ কাৰণে চব বেয়া ভাৱ এৰি ছবকে মৰম, সন্মান কৰে যেন
😊✅
Insaallah roza rakso dimpu da
Dimpu da ৰজা নহয় আচলতে ৰোজা হে
Hmm right
ৰোজাই টো লিখিছে
Bhai ji ay houk dimpu da tu asolata Muslim nohoy,
😂moiyu saisilu etiya val ol baru
@@MahdiChoudhury-x3k আগতে ৰজা লিখিছিল
ৰাখি আছো আল্লাহৰ কৃপাত আৰু ৰাখি যাম ইনশাআল্লাহ🎉🎉🎉
Right
Important Topics. Great Space