Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
সুন্দৰ পৰিবেশন। খুব ভাল লাগিছে👏👏👏
লুণা বাৰ এইগীত বোৰ মোৰ মনত সদায় সেউজ আৰু সজীৱ ।
MOJJJJJA 💃🏼💃🏽💃🏼💃🏽💃🏼💃🏽 EXCELLENT EXCELLENT PERFORMANCE BOTH OF YOU 👌👌👌👌🅰️➕➕🏆🏆💯💯💯💯💯💯
বৰ ভাল লাগিছে দেই গীতটি 👌😍
Bhor dhuniya lagese mam mitha maat mitha geet thankyou so much 👍🙏👌
বৰ ভাল হৈছে নিলাক্ষী , তোমাৰ কণ্ঠত আৰু বিজয়দাৰ সঙ্গীতৰ মূৰ্চনাত অতিকে আপ্লুত হ'লো । ভিডিঅ' অতি সুন্দৰ হৈছে ।
বহুত সুন্দৰ 🙏এইবিলাক গীতৰ সচাঁকৈ সুকীয়া এটা মাদকতা আছে ।🥰🥰
কণ্ঠশিল্পী নিলাক্ষী,লুনা সোনোৱালৰ সূমধুৰ মৌমিঠা কণ্ঠদান আৰু শ্ৰদ্ধাৰ শিল্পী বিজয় ভূঞাৰ সঙ্গীতৰ মূৰ্চনাত সুন্দৰ গীতটিয়ে প্ৰাণপায় উঠিলে শুনি আপ্লুত হ'লো।।
ভাল লাগিল।
ইমান সুন্দৰকৈ গালে যে মনটো ভৰি গ'ল।।মন ভৰি গৈছে
আপোনাৰ কণ্ঠত যাদু আছে
সুন্দৰ ৷
কণ্ঠশিল্পী নিলাক্ষী আৰু জয়শ্ৰীৰ সুমমধুৰ মৌবৰষা কণ্ঠ দানত শ্ৰদ্ধাৰ শিল্পী বিজয় দাদা আৰু সুকণ্ঠী গায়িকা লুনা সোনোৱালৰ ইমান সুন্দৰ গীত পৰিবেশন কৰা, শুনি আপ্লুত হ'লো।।
অতি সুন্দৰ হৈছে ❤️❤️❤️👌👌
Bahut vall lagile xuni 👍
Bar bhal lagil sundar hoise
অতি সুন্দৰ 💜💜
খুব ভাল লাগিলে....বা... মজাঃ
বৰ সুন্দৰ গীত, ঠাইখিনি চিনি পাইছোঁ ।
পুৰণি গীত সমুহৰ কথা, সুৰ সচাঁই ইমান গুহাৰ্থ আৰু মাদকতা পোৱা যায়।
লোণা বাইদেউক আজি কালি সততে দেখিবলৈকে নাপাও। সুন্দৰ উপস্হাপন।ভাল লাগিল।
Bahut bahut val lagile.... aru bisaru anekuwa gaan 👌👌
wow excellent ❤
সুমধুৰ পৰিবেশন
Khub bhaal lagise xuni Munaba ....khumoni,momi
Xundor kontho ❤❤
বৰ ভাল লাগিল শুনি।
Nice songs.
Evergreen songs.l never forget those songs.
❤️❤️ xundor geet ❤️❤️
Nice song
Xundor