SENAI TUR PEPAR MAATE । BIJAY BHUYAN । NILAKSHI CHANGKAKATI
HTML-код
- Опубликовано: 17 сен 2024
- SENAI TUR PEPAR MATE( চেনাই তোৰ পেপাৰ মাতে )
Lyrics: APURBA BEZBARUAH
Tune & Music : Bijay Bhuyan
Original Singer : Luna Sonowal
singer: NILAKSHI CHANGKAKATI (9085848249)
খুব ধুনীয়া হৈছে নীলু। তোমাৰ মিঠা সুৰীয়া কন্ঠত সকলো গীতেই ভাল লাগে। বিজয় দাৰ কথা সুৰ অনন্য। বহুত বহুত অভিনন্দন নীলু। এনেকৈ সুন্দৰ সুন্দৰ গীত গাই যোৱা ...
বিজয় দা বিজয় ভূঞাঁ । নামেই যাৰ সাৰ !!😊😊😊
Wonderful hoise Baa❤Amazing 👌
সুন্দৰ গীত টিৰ পৰিবেশন খুবেই ধুনীয়া হৈছে,বৰ ভাল লাগিল শুনি ❤
বিৰাট ভাল লাগিল গীতটি ❤
কণ্ঠশিল্পী নিলাক্ষী চাংকাকতি, তোমাৰ সুমধুৰ মৌমিঠা কণ্ঠত পৰিবেশন কৰা গীত " চেনাই তোৰ পেঁপাৰ মাতে" শুনি আপ্লুত হ'লো, অভিনন্দন জনালো।
গীতটি বৰ প্ৰিয়, তোমাৰ কণ্ঠত নতুনকৈ শুনি বহুত ভাল লাগিল লাগিল 🙏❤️
সুমধুৰ কণ্ঠ। শুনি আপ্লুত হ'লো। শুভেচ্ছ থাকিল ❤️🌹
বৰ ধুনীয়া হৈছে।
খুউব সুন্দৰ পৰিবেশন
প্রিয় গীত , অতি সুন্দৰ 🥰
খুব সুন্দৰ গীত ।ভাল লাগিল দেই
Original flavour, nice
Excellent voice ❤🔥❤🔥❤🔥❤🔥
❤❤❤❤❤
❤❤❤❤
Excellent
❤❤❤❤❤❤