১৪ বছৰৰ পিছত "চকু" মেলিব ৰবি শৰ্মাই !

Поделиться
HTML-код
  • Опубликовано: 31 янв 2025

Комментарии • 236

  • @Parthajyoti2001
    @Parthajyoti2001 Год назад +11

    অসমীয়া চলচ্চিত্ৰ আৰু ভ্রাম্যমাণ থিয়েটাৰ জগতক আগুৱাই লৈ যোৱাত আপোনাৰো অশেষ অৰিহণা আছে। ধন্যবাদ দাদা।

  • @rajbongshi9843
    @rajbongshi9843 Год назад +10

    আকৰী ত‌ই পগলা ম‌ই superb. যোৱাকালি চালো । হিমাংশু গগৈয়ে চৰিত্ৰটো বৰ সুন্দৰ উপস্থাপন কৰিছে। কৰিঅগ্ৰাফীত অলপ মন দিব লগা আছে ।

  • @tubemedia4674
    @tubemedia4674 Год назад +20

    ৰবি দাৰ কথাৰ প্ৰতিটো লাইনেই অনুপ্ৰেৰণা যোগায়। বহুত ভাল লাগে এইজন মানুহক। আৰু হেঙুল টিমৰ মই সুভাকাংখী। অতিকে আপোন হেঙুল। সকলো জনেই সু-কোমল মনৰ

  • @baikunthadas1882
    @baikunthadas1882 Год назад +35

    ৰবি দাদাক বেস্ট actoror সন্মান এটা দিব লাগে বুলি মই ভাবো..

  • @meenagogoiborgohain4170
    @meenagogoiborgohain4170 Год назад +21

    ৰবি শৰ্মাই যিদৰে দৰ্শকক যিদৰে সহাৰি দিয়ে---সেইটোৱে আনন্দ দিয়ে। শুভকামনা জনালো।

  • @gojalicreation6669
    @gojalicreation6669 Год назад +52

    Ravi sarma দা অদ্বিতীয়.... অসমীয়া চলচ্চিত্ৰ জগত লগতে ভ্ৰাম্যমাণ থিয়েটাৰ এজন অন্যতম মহান ব্যক্তি ❤️❤️❤️

  • @mintudeka8277
    @mintudeka8277 Год назад +7

    অতি সুন্দৰ ভাল লাগিল চাই।❤️🙏

  • @prakash78723
    @prakash78723 Год назад +11

    সচাই ৰবি দাৰ কথাবোৰ অনুসৰন কৰিবলগীয়া❤

  • @allrounderhumen
    @allrounderhumen Год назад +16

    ৰবি দা সদায় Best আৰু এজন মোৰ প্ৰিয় ব্যক্তি ❤

  • @jireality.6377
    @jireality.6377 Год назад +8

    এইবাৰ আকৌ হেঙুলে জুই লগাব 💥💥💥🎊🎊🎊🔥🔥🔥

  • @mondiraboruah106
    @mondiraboruah106 10 месяцев назад +2

    হেঙুল থিয়েটাৰ খন চালো।খুব ভাল লাগিল।

  • @styledreamsk9886
    @styledreamsk9886 Год назад +8

    কিছুমান মানুহে কিমান কষ্ট কৰি যে ৰঘুপতি চাইছে মানুহৰ ঘৰত কাম কৰি পইছা গোটাই,ৰবি শৰ্মাই তো ধন্যবাদ দিবই লাগিব ন তেতিয়াহে মানুহ ৰ মন ভাল লাগিব, বহুত ভাল কাম কৰিছে ধন্যবাদ

  • @nikynath8445
    @nikynath8445 Год назад +3

    প্রিয় অভিনেতাজন❤

  • @anjalipathak4964
    @anjalipathak4964 Год назад +3

    সুন্দৰ,,,,,,,,,। সকলোৱে ইমান মনযোগেৰে কথা খিনি শুনি আছে দেখি ভাল লাগিছে।

  • @Kaushik632
    @Kaushik632 Год назад +4

    ৰবি দাৰ কথা কেইটাই অন্তৰ চুই গʼল।💓

  • @sushilkonwar7012
    @sushilkonwar7012 Год назад +7

    জীৱন এক সংগ্ৰাম --- জিৰাবলৈ সময় নাই --- গাত শক্তি থকালৈকে --- জীৱন যুদ্ধত অৱৰ্তিণ --- হবই লাগিব -- মানুহৰ সফলতাৰ ---- এই এ প্ৰকৃত সঙ্গা --

  • @dilipborah2849
    @dilipborah2849 Год назад +126

    জুবিন দা লাগে বাতালাপ ত❤

  • @Frustratedmitu
    @Frustratedmitu Год назад +13

    হেঙুলত আকৌ নতুন ৰূপত এখন নাটক পুনৰ চাব মন যায় : "মাথো প্ৰেমৰ বাবে" ❤🥺 তাত যে দীক্ষু দাৰ গান এটা আছিল - "যাচি দিয়া বুকুতে চিনাকী মৰম" 😢 উফফফফফ !!!!!

  • @jumankumarsarmah5131
    @jumankumarsarmah5131 Год назад +7

    চক্ৰপানী তোমাক ৰবি দা তকৈ বয়সীয়া দেখাইছে।অলপ নিজৰ স্বাস্থ্যৰ যত্ন লোৱা।

  • @lovesongs9263
    @lovesongs9263 Год назад +4

    Robi da kotha pra bhut khikib pari❤ thank you.

  • @joystalk16
    @joystalk16 Год назад +12

    3 reasons that why love Ravi Sarma
    * Non political personality
    * Straight forward
    * Egoless

  • @Kaushik632
    @Kaushik632 Год назад +9

    ভাল লাগিল দেই।🖤
    সুন্দৰ অনুষ্ঠান।

  • @pPnaturaltv2697
    @pPnaturaltv2697 11 месяцев назад

    অসমৰ এজন প্ৰকৃত শিল্পী ৰবি দা।।। এক কথাত অসমীয়া ছবি জগতৰ " ভাই জান"

  • @Frustratedmitu
    @Frustratedmitu Год назад +9

    এবাৰ ৰাজমুকুটলৈ যাব চোন : উৎপল দাসক দেখাব, তেৱোঁ এজন বৰ ভাল অভিনেতা ❤

  • @nabajitchoudhury7780
    @nabajitchoudhury7780 Год назад

    ৰবি দাই কথা বিলাক ইমান ধুনীয়া কৈ উপস্থাপন কৰি কৈ খুব সহজতেই বুজিব পাৰি

  • @mrsaurav9620
    @mrsaurav9620 Год назад +1

    সচাক দেই ৰবি দা কথা বোৰ সঁচাকৈয়ে বহুত ভাল লাগে । Love you ৰবি দা,

  • @Frustratedmitu
    @Frustratedmitu Год назад +19

    "চমক" খনো কিন্তু বেলেগ লেভেলৰ নাটক আছিল দেই ❤বাপৰে আজিও সজীৱ কাহিনীটো আৰু সেই গানটো > "মোৰ চকুলে চোৱা পৃথিৱী ধুনীয়া....❤🔥🔥🔥⚡

    • @abhiluitsharma1355
      @abhiluitsharma1355 Год назад

      Copyjeet bhattacharya e London dreams cinema khonor Kahini nokol kori somok r Kahini likhisil 😂

    • @Frustratedmitu
      @Frustratedmitu Год назад

      @@abhiluitsharma1355 Olop solop mil asil kintu 🤣 hoi

    • @mrinaljyotisarma7321
      @mrinaljyotisarma7321 Год назад

      ​@@abhiluitsharma1355 London dreams aru guzarish mix asil... 😂😂😂

  • @bhabanideka1161
    @bhabanideka1161 Год назад

    বহুত ভাল লাগিল । ধন্যবাদ।

  • @astaraag7428
    @astaraag7428 Год назад +8

    Best Actor with best Journalist ❤

  • @mintutalukdar9619
    @mintutalukdar9619 Год назад +1

    Bohut. Val. Lagil. Onustan. Tu. Sai. Mur. Prio. Abhineta.

  • @debabrata9864
    @debabrata9864 Год назад

    Meaningful discussion. GREAT.

  • @kaustavboiragi163
    @kaustavboiragi163 Год назад +10

    Our Assamese star Ravi da❤

  • @vlogsofdev1827
    @vlogsofdev1827 Год назад +2

    চামতাৰ লৰা জয়ন্ত বৰ্মন আমাৰ ওচৰৰ আমাৰ গৌৰৱ

  • @Legal_weapon295
    @Legal_weapon295 Год назад +11

    Waiting for Hengul in Nalbari Rakh Mahotsav ❤❤❤

  • @nipudeka-xw4hh
    @nipudeka-xw4hh Год назад

    Robi da jui❤❤❤❤

  • @sumitasaloi1108
    @sumitasaloi1108 Год назад +1

    Rabi daa khdai special ❤❤bohut val lage .abr lg pabo mn ase Rabi daa ❤❤❤❤

  • @Sanchitasonowal
    @Sanchitasonowal 10 месяцев назад

    Natok khon saie bor vl lagil ❤

  • @robiulhussain09
    @robiulhussain09 Год назад

    Beautiful❤❤❤

  • @parthaborah2984
    @parthaborah2984 Год назад +14

    যোৰহাট কৰ্ট ফিল্ডত "চকু" চোৱা মনত আছে.....খুব ভাল এখন নাটক চাই আপ্লুত হৈছিলো....14 বছৰৰ পাছত আকৌ এবাৰ চাম।
    আৰু এখন নাটক বহুত মনত পৰে "১৯৯৯,মাথোঁ প্ৰেমৰ বাবে".…...আকৌ এবাৰ চাবলৈ মন থাকিল।
    হেঙুলৰ পৰিয়াললৈ আন্তৰিক শুভেচ্ছা💐💐💐

    • @amlandip
      @amlandip Год назад +1

      Akdm, muru monot ase❤

    • @shrutikashyap2691
      @shrutikashyap2691 Год назад +2

      পুৰা মনত আছে। তাৰে গান কেইটা ও ❤ ইমানেই ধুনীয়া আছিল অ।

    • @Frustratedmitu
      @Frustratedmitu Год назад

      ​@@shrutikashyap2691আগৰ ভ্ৰাম্যমাণৰ গানবোৰৰ নিচিনা গান আজিকালি নাই আৰু 💔

    • @Keshariya.1234
      @Keshariya.1234 Год назад +2

      1999 matho premor babe seikhonor dore nat ajiloi koneo uliyabo nuware..... Ki technology asil vai🥰🥰🥰

    • @parthaborah2984
      @parthaborah2984 Год назад

      @@Keshariya.1234 সঁচাকৈ সেই সাঁজ আজিলৈকে কোনো নাটকে মোহাৰিব পৰা নাই.....

  • @bikashborah6109
    @bikashborah6109 Год назад +1

    ২০০৮চনত ৰবি দাৰ "চকু"খন লখিমপুৰ নাৱবৈছাত ৩ টা "চ" চাইছিলো বহুত প্ৰিয় নাটক❤️❤️

  • @bikashcreated767
    @bikashcreated767 Год назад +1

    ৰবি দা ❤️

  • @gogoi3588
    @gogoi3588 Год назад

    Our Assamese star Ravi Dada ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @bonditasvlog2792
    @bonditasvlog2792 Год назад +1

    আমাৰ ঘৰৰ কাষৰ পৰাই গ'লহি আপুনি জনা হলে নিশ্চয় গলো হয় বাৰ্তালাপ একেবাৰে কাষৰ পৰা উপভোগ কৰিবলৈ। ভাল লাগিল অনুষ্ঠানটি চাই❤

  • @polbora1823
    @polbora1823 Год назад

    Bohut vl lagil ktha bur khuni

  • @rajahmed48
    @rajahmed48 Год назад

    ৰবি দা সদায় প্রিয়

  • @probhatZoo
    @probhatZoo Год назад +4

    yes yes Hengol t sound,music,technicality ,newnes everything 10 on 10 ....I personalky like Hengol Theater

  • @manashitalukdar1240
    @manashitalukdar1240 Год назад

    Ravi Da .❤❤❤❤ Iman xundor bartalaap!

  • @TutumoniSaikia-x3j
    @TutumoniSaikia-x3j 11 месяцев назад

    Bhut Val Kota party Dada good❤❤❤❤

  • @BeautiDas-qe2ew
    @BeautiDas-qe2ew Год назад

    rabi da is best
    ❤❤❤

  • @Funwithpritam7278
    @Funwithpritam7278 Год назад +1

    Bartalaap at zg lage🎉🎉

  • @Jinti_Parasar_Song_Gallery_
    @Jinti_Parasar_Song_Gallery_ 8 месяцев назад

    কোনো দিন নিজক best বুলি নকয় মানুহজনে সঁচাই ৰবি দাদা 😊

  • @Binitasahariah5484
    @Binitasahariah5484 Год назад

    Bohut besi dhunia natok keikhon❤❤❤

  • @domborugogoi971
    @domborugogoi971 Год назад

    Bohut bhal lagil, chakrapani da, rabi dar pora bohut shikisu, thank you,😊😊😊

  • @ramendas1618
    @ramendas1618 Год назад

    Apuni amr asomiyar babe real hero nd impressive man.

  • @sunnysagarsonowal7853
    @sunnysagarsonowal7853 Год назад

    Val lgl ...... video tu saiii❤ .......bhut nojona kotha gom paluuu

  • @AssamGuwahati-ux3vv
    @AssamGuwahati-ux3vv Год назад

    Morigaont ahi goise rbi da durimarit thireta bhut vl lagil I love you

  • @bharatgohainmusicpark392
    @bharatgohainmusicpark392 Год назад

    Robi da you r my fevorit person

  • @badankalita2834
    @badankalita2834 Год назад

    প্ৰথমতে মোৰ এই মতামতৰ জৰিয়তে মোৰ বাবে এটা অতিকৈ প্ৰিয় ভাম্যমান নাট্যদল হেঙুল থিয়েটাৰৰ প্ৰযোজক মাননীয় সৎকল্প জিৎ হাজৰীকা লগতে সমুহ শিল্পীবৃন্দলৈ মোৰ আন্তৰিক অভিনন্দন ও বছৰটোৰ সফলতা কামনাৰে শুভ ইচ্ছা যাচিলোঁ । ইয়াৰ লগতে অসমৰ এজন অতিকৈ ব্যস্ত বিশেষ ভাৱে খুৱেই কষ্ট কৰা অভিনেতা মাননীয় ৰৱি শৰ্ম্মা দেৱলৈ মোৰ আন্তৰিক শুভেচ্ছাঁ যাচিলো । বাৰ্তালাপৰ অসমৰ এজন সৎব্যক্তি সফল সাংবাদিক মাননীয় চক্ৰপানী পৰাশৰলৈ মই আন্তৰিক ধন্যৱাদ যাচিছোঁ সময় উপযোগী খুৱেই ধূণীয়া সংৱাদ সমূহ পৰিৱেশন কৰি অহা বাবে । এই খিনিতে প্ৰিয় সাংৱাদিক গৰাকীলৈ অনুৰোধ মাথোন যি সকলে ইতিমধ্যে প্ৰকাশ আৰু প্ৰচাৰৰ তুংগত আছে তেওঁলোকৰ সৈতে সময় কটোৱাৰ বাহিৰেও আমাৰ সমাজ খনত বহুতো আনৰ দুচকুত অচিনাকী আনহাতে লোকচক্ষুৰ আৰঁত এডোখৰ উজৃল ৰত্ন । তেওঁলোকৰ কাৰনেও ব্যস্ততাপূৰ্ন সংৱাদ পৰিৱেশনৰ কৰ্ম্মসূচীৰ মাজত অলপ সময় ব্যয় কৰিলে সেই সকলো কিজানিৱা অকনমান হলেও ৰাইজৰ মাজলৈ ওলাই অহাত সহাঁয়ক হৱ । ইয়াৰ সৈতে সমাজৰ সাধাৰন মানুহ যি সকলৰ বাবে মাননীয় চক্ৰপানী পৰাশৰ অতিকৈ প্ৰিয় সাংবাদিক বা প্ৰিয় ব্যক্তি তেওঁলোকৰ মনৰ মতামত নতুবা বাৰ্তালাপ কৰিৱলৈ যোগাযোগৰ মাধ্যম প্ৰকাশ কৰিৱগৈ লাগে মোৰ অনুভৱত । শেষলৈ অশেষ ধন্যৱাদ জ্ঞাপন কৰিলোঁ ।

  • @mrmblogs8985
    @mrmblogs8985 Год назад

    উৎপল দাক লাগে বাৰ্তালাপ ত😍😍😍

  • @nipagogoimoon9478
    @nipagogoimoon9478 Год назад +3

    ৰবি দাৰ কথাবোৰ সদাই positiv❤❤❤❤

  • @semimasiddiqua3031
    @semimasiddiqua3031 Год назад

    Ufff eman je val lage Ravi r kotha bur huni, bohut enjoy koru tumar kotha bur huni ❤

  • @ganeshmedhi3512
    @ganeshmedhi3512 Год назад

    ❤ u Ravi da❤❤❤❤

  • @ankurkakati6351
    @ankurkakati6351 Год назад

    Joi ravi da

  • @shrutikashyap2691
    @shrutikashyap2691 Год назад +2

    কিবা এটা পৰীক্ষা ৰ আগদিনা কান্দি কাটি গৈ চকু চোৱা মনত পৰে আজি ও। তেতিয়া নতুন নতুন Technique বোৰ আহিছিল থিয়েটাৰ ত। এতিয়া আকৌ চকুৰ পষ্টাৰ খন দেখি সন্দেহ হৈছিল আগৰ খনেই হব নে নতুন হব।
    ইমান বছৰ পিছত আকৌ এবাৰ চকু চামগৈ। ৰবি শৰ্মা-সংগীতা বাৰ অভিনয় পাহৰিব নোৱাৰো। চকু প্ৰত্যেকটো গান আজি ও আছে Play list ত😊 ।
    আৰু এখন আছিল তাতেই নাটক 'মাথো প্ৰেমৰ বাবে' সেইখন ও পোৱা হলে চাবলৈ। তাৰে ও খুব ধুনীয়া গান এটা আছিল 'যাচি দিয়া বুকুতে চিনাকি মৰম' ❤
    সঁচাই সেইবোৰ আমাৰ দিন আছিলে❤

    • @Frustratedmitu
      @Frustratedmitu Год назад

      যাচি দিয়া বুকুতে চিনাকী মৰম
      এইটো গান নহয়, শৈশৱৰ স্মৃতি সোঁৱৰাই এই গানটোৱে ❤ দীক্ষু দাৰ ইমান ধুনীয়া কন্ঠ আছিল গানটোত 🥺💔 বুকু কপাঁই যোৱা গান আছিল সেইটো । আপুনি আজি মনত পেলাই আকৌ আৱেগিক কৰি তুলিলে 🥺✨

  • @assamorlora2463
    @assamorlora2463 Год назад

    বনৰজা খন চালো বহুত ভাল লাগিল।।।।❤❤❤

  • @taruntrinayan
    @taruntrinayan Год назад +2

    All time favourite person Ravi Da .❤

  • @prakash78723
    @prakash78723 Год назад +1

    Rovi dar babe tiniyokhon sam hengul❤ kone kone val.pai ravi dak ata like korok😗

  • @GautomSonowal1823
    @GautomSonowal1823 Год назад +1

    Bohut val lagil❤ Best wishes🎉

  • @debabrata9864
    @debabrata9864 Год назад

    Good interview.

  • @gautomsaikia8894
    @gautomsaikia8894 Год назад +1

    Rabi is Artist whom we can trust,

  • @surengogoi3470
    @surengogoi3470 Год назад +1

    I love Hengul Theater❤❤❤

  • @nababaishya9194
    @nababaishya9194 Год назад

    ৰবিদা সদায় অদ্বিতীয় ...

  • @rajoshreesaikia4858
    @rajoshreesaikia4858 Год назад +1

    Kali salu dei "soku"❤😊😊

  • @kamalgogoi1279
    @kamalgogoi1279 Год назад +3

    Rovi da aru himanshu da babe ata like

  • @rinadeka2756
    @rinadeka2756 Год назад +2

    ৰবি য'ত থাকিব সাহস তাতেই থাকিব

  • @gyanadadeka5466
    @gyanadadeka5466 Год назад +1

    ৰবি শমা ক ভাল কথা বোৰ শুনি

  • @bandanasenapatidewri
    @bandanasenapatidewri Год назад

    Ravi da bohut handsome teo kotha bilak write ❤️🥰❤️ so cute

  • @rinagogoi4853
    @rinagogoi4853 Год назад

    বশুত ভাল লাগিল

  • @assamdeni3311
    @assamdeni3311 11 месяцев назад

    Ravi da real hero ❤

  • @grihini9470
    @grihini9470 Год назад

    সুন্দৰ বাতা লাপ

  • @AkonDas-k9i
    @AkonDas-k9i Год назад

    ❤❤❤ mojja

  • @parthaborah2984
    @parthaborah2984 Год назад +7

    আগৰ চকুখনৰ ভাইটিজনৰ শ্মশানত কোৱা ডাইলকটো 😢😢😢😢😢😢😢😢বুকু চুই গৈছিল

  • @sanjibsaikia6925
    @sanjibsaikia6925 Год назад +2

    ওংৰা সঞ্জীৱ 😢😊❤❤❤❤❤❤❤

  • @chandangogoi737
    @chandangogoi737 Год назад

    ৰজা ক লৈ আহক এবাৰ...zg❤❤

  • @assamextraordinaryvlog7824
    @assamextraordinaryvlog7824 Год назад

    ❤❤❤🔥🔥🔥

  • @OPLasit-gq6hl
    @OPLasit-gq6hl Год назад

    Kotha Bur ufff💚💚

  • @JMOFFICIALz7
    @JMOFFICIALz7 Год назад +1

    Ravi da💪💪💪💪💪💪💪💪💪💪💚💚💚💚💚💚💚💚

  • @RiyaSarma70
    @RiyaSarma70 Год назад

    Cls 2t pohri থকা তে চাইছিলো Sokuu atiya ako sammm✨✨✨✨

  • @kjeng9809
    @kjeng9809 Год назад

    বহুত ভাল পাওঁ ❤ৰবি❤ ককাইদেউক

  • @pankajsarma3637
    @pankajsarma3637 Год назад

    Waiting for next

  • @bhabenhandique8568
    @bhabenhandique8568 Год назад

    ৰবি দা,চক্ৰ দা❤❤❤❤❤

  • @Himangsh165
    @Himangsh165 Год назад +1

    আপোনাৰ বাৰ্তালাপৰ পৰা বহু কথা শিকিব পাৰি।

  • @bhargobjyoti6695
    @bhargobjyoti6695 10 месяцев назад

    Aitu thik kotha koise moi aikothatut saport koru

  • @mjsaikiaentertainment9975
    @mjsaikiaentertainment9975 Год назад

    Ravi da our inspiration & lots of Love dada 😍❤❤❤❤❤

  • @brbofficial7863
    @brbofficial7863 Год назад

    Hengul theatre চাবলৈ মই pagol hoi asuu..
    Debashree aruu Ravi da mur bohut priyo

  • @dharitrikalita276
    @dharitrikalita276 Год назад

    interviewto khub val lagil

  • @Boos74079
    @Boos74079 Год назад

    Rabi da xodai jui

  • @biswajitgogoi7747
    @biswajitgogoi7747 Год назад

    Rabi daa❤

  • @digantazg4994
    @digantazg4994 Год назад

    Love you ravi da❤❤

  • @TRIDI0
    @TRIDI0 Год назад +2

    2008 t kampurt saisilo. Memories being back❤😢 Nagaon