LIVE | পানবজাৰ আৰক্ষীৰ বৰ্বৰতাক লৈ লজ্জিত অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভায়'লেট বৰুৱা N18L

Поделиться
HTML-код
  • Опубликовано: 16 ноя 2024

Комментарии • 67

  • @prodipbora2752
    @prodipbora2752 3 часа назад +24

    বাইদেউ গৰাকীৰ কথা বোৰ শুনি বহুত ভাল লাগিল। ধন্যবাদ থাকিল।

  • @rakashdas9087
    @rakashdas9087 3 часа назад +19

    ভাল আৰক্ষী বিষয়া আইন ৰক্ষা কৰাৰ কথা কৈছে

  • @dilipkrbora1132
    @dilipkrbora1132 3 часа назад +12

    নমস্কাৰ বাইদেউ ।বহুতভাল লাগিল !

  • @dilipkrbora1132
    @dilipkrbora1132 3 часа назад +15

    আৰক্ষী বুলিলেই ঘিণ লাগে আমাৰ !

  • @hiteshkalita9067
    @hiteshkalita9067 3 часа назад +19

    অসম পুলিচৰ মাঠাত নিয়ম কানুন নাই ।তেওঁলোকৰ এটাই লক্ষ খুব সোনকালে ধনী হ'ব লাগে

    • @putuldutta3803
      @putuldutta3803 3 часа назад +2

      @@hiteshkalita9067 gutai police pokhkhontuk dukh dile val nohobo

    • @Programmer-x7y
      @Programmer-x7y 2 часа назад +2

      ​@@putuldutta3803 kintu 90% police bure nijoke bhogwan buli bhabe

    • @barnalinath5772
      @barnalinath5772 38 минут назад

      ​@@Programmer-x7yakdom right

  • @kukimahanta2815
    @kukimahanta2815 2 часа назад +3

    ধন্যবাদ বাইদেউ, আপুনি কোৱাৰ দৰেই কামখিনি ওপৰৱালা অফিচাৰে কৰা হ'লে ভাল হ'ল হেঁতেন

  • @rakeshchoudhury3768
    @rakeshchoudhury3768 3 часа назад +16

    বাইদেউৱে ধুনীয়া কথা কৈছে...

  • @santanubora4302
    @santanubora4302 3 часа назад +8

    Hosa kotha koise baido. Amazing words by Mam

  • @shreddedface6039
    @shreddedface6039 3 часа назад +9

    দিন -দুখীয়া ,গৰিব বনুৱাৰ টেকছৰ টকাৰে যে দৰমহা লৈ থাকে অসম পুলিছে পাহৰি যায় নেকি?

  • @Maharaja-n6n
    @Maharaja-n6n 2 часа назад +6

    Rtd IGP Barua বাইদেউ ৰ কথাখিনি ৰাষ্ট্ৰীয় সন্মানৰ যজ্ঞ । কথা কেইটা এখন আইন হব লাগে ।

  • @basantahira8645
    @basantahira8645 2 часа назад +3

    মানুহ জন আচলতে অভদ্র।
    অভদ্র মানুহ পুলিচত থকাৰ কোনো যুক্তি নাই।

  • @dilipkrbora1132
    @dilipkrbora1132 3 часа назад +9

    কিহৰ নিলম্বন ?ইয়াক খেদাব লাগে

  • @dilipmahanta8479
    @dilipmahanta8479 4 часа назад +7

    পুলিচ আৰু মানুহৰ পাৰ্থক্য তাতেই

  • @serviceemail1441
    @serviceemail1441 2 часа назад +6

    ma'am salute you...🙏🙏.....

  • @PulinBorgihain
    @PulinBorgihain 3 часа назад +5

    একাংশ আৰক্ষী অকল ধন ঘটিবলে চাকৰি কৰি আছে। জনসাধাৰণৰ সেৱাৰ বাবে নহয়।

  • @pranjitroypranjitroy
    @pranjitroypranjitroy 3 часа назад +7

    সংবাদ মাধ্যমত মাতি কিয় জেৰা কৰিব নোৱাৰে।

  • @Biki-l9r
    @Biki-l9r 50 минут назад

    ভাল লাগিল কথা খিনি বাইদেউ গৰাকীৰ। এনেকুৱা police officer ৰ হে প্ৰয়োজন। কিছুমান police e নিজকে ৰজা বুলি ও ভাৱে। সাধাৰণ নাগৰিক কৰবাত এনেকুৱা কাম কৰা দেখিলেই প্ৰশ্ন কৰিব লাগে ,মাত মাতিব লাগে ।
    Sob eke nhy barruu ..উচিত শাস্তি দিব লাগে ।যাতে পিছত কোনেও এনে অমানৱীয় কাম কৰিব লৈ ভয় কৰে

  • @DalimiDas-u4j
    @DalimiDas-u4j 2 часа назад +3

    লৰা জন ভাল বুলিহে লৰা জনে যদি পুলিচ জনৰ লগত সমানে সমানে লাগিল হয় অচি জনৰ মাথাত গোবৰ আছে সেই কাৰনে ইমান মাৰিব পাৰিছে ।ঘৈনিয়েকৰ লগত কাজিয়া লাগিছিল নেকি

  • @PranabHazarika-ev6mx
    @PranabHazarika-ev6mx 3 часа назад +2

    এনে বিষয়াক office ৰ Clerical duty ত স্থায়ীভাৱে ৰাখিব লাগে। এনেকুৱা এচাম বিষয়াৰ এনে কিছুমান মানসিক বিকৃতি থাকে , যিটো অভিজ্ঞ মানসিক চিকিৎসকৰ বাহিৰে আনৰ চকুত ধৰা নপৰিব পাৰে। আৰক্ষী বৃত্তিত নিযুক্তিৰ পূৰ্বে দক্ষ চিকিৎসকৰ দ্বাৰা বিতং মানসিক পৰীক্ষা হ'ব লাগে। চাকৰি কালতো নিয়মীয়াকৈ এনে পৰীক্ষা হৈ থাকিব লাগে।সুসভ্য উন্নত দেশবোৰত এনে ব্যৱস্থা আছে। ভাগ্য ভাল আছিল যে ঘটনাটো ধৰা পৰিল। কি ঠিক- অনবৰতে আগ্নেয়াস্ত্ৰ লৈ ফুৰা এইসকলে কেতিয়াবা ডাঙৰ ঘটনা ঘটাই দিব পাৰে জনচক্ষুৰ আঁৰত !! কিছুমান মানসিক ৰোগী অতি খঙাল প্ৰকৃতিৰ, Short tempered, তেওঁলোকৰ ঠান্দা মগজ নাথাকে বাবে Intelligenceও অতি কম। এই বৃত্তিত এইবোৰ বদ-গুণ কাম্য নহয় । মানসিক বিকাৰ থকা পুলিচে ধৃত লোকক বৈজ্ঞানিক জেৰা কৰি সত্য উদ্ঘাটন কৰিব নোৱাৰে। হয়তো মাৰপিত কৰি কথা উলিয়াবলৈ যাওঁতে সমগ্ৰ তদন্তই বেবেৰিবাং হয় আৰু অপৰাধী হাঁহি হাঁহি হেলাৰঙে সাৰি যায় আইনৰ জালৰ পৰা।---এবছৰমান পূৰ্বে মোৰ ঘৰত চুৰি হৈছিল। যথেষ্ট Clue আছিল।পুলিচে ধৰি অনাজনক নিৰ্দিষ্ট ১০টা প্ৰশ্ন কৰাহ'লেই চোৰ জালত ফাচ খাই গ'ল হেঁতেন। কিন্তু কি কৰিব! পুলিচৰ ভোটা বুদ্ধি দেখি চোৰে হাঁহিলে আৰু মই মনৰ দুখত "পুলিচ আৰু অংক" নাম দি প্ৰবন্ধ এটাকে লিখি সান্তনা পালো।

  • @MuninBorah-j3t
    @MuninBorah-j3t Час назад

    সুন্দৰ মন্তব্য;

  • @DPffx
    @DPffx Час назад

    বৰ ভাল লাগিল সন্মানীয় বাইদেউৰ তত্বগধূৰ কথা খিনিৰ বাবে ।

  • @pranjitroypranjitroy
    @pranjitroypranjitroy 3 часа назад +3

    Right 👍

  • @atulrajkonwar4846
    @atulrajkonwar4846 Час назад

    ভাল লাগিল বাইদেউ

  • @jukro2016
    @jukro2016 Час назад

    সঁচাকৈয়ে Madamৰ দৰে officerসকল জনসাধাৰণৰ প্ৰকৃত সাৰথি আছিল, সংস্কৃতিৱান আছিল

  • @putuldutta3803
    @putuldutta3803 3 часа назад +5

    Baidaw 100% right
    Agotau baidaw TV it program saisu

  • @jishudoley382
    @jishudoley382 3 часа назад +3

    Right Mama

  • @NaimuddinAhmedNaim
    @NaimuddinAhmedNaim 4 часа назад +3

    Apuni right kotha koise police a ji mon jai take kore 😮

  • @tofikahmad9319
    @tofikahmad9319 Час назад

    এশ গৰু মাৰিলে বাঘৰো মৰণ

  • @hirakkalita2588
    @hirakkalita2588 2 часа назад

    Bhut val kotha koise meam gorakia

  • @btcbaksa6180
    @btcbaksa6180 2 часа назад

    Baideo goraki r kothakhini bhut hundor , akdom right kotha baideo

  • @PallabiPoli
    @PallabiPoli 2 часа назад

    Ekdom vl kotha koise apuni 👍

  • @minala.d1868
    @minala.d1868 2 часа назад +1

    হয় অসম আৰক্ষী আৰু ভাৰতত বৰ্তমান বিজেপিৰ গোন্ডা বাহিনিয়ে বিজেপিৰ হৈ কাম কৰি আছে জনখাদাৰনে গম পাই আছে 😮😮

  • @SohidulHok-yk8oc
    @SohidulHok-yk8oc Час назад +1

    Baideu bohutvalkothakoise.

  • @ThaneswarbhattaThane
    @ThaneswarbhattaThane Час назад

    Baidow bahut bhal kotha koisay aponi.

  • @anujgogoi6858
    @anujgogoi6858 2 часа назад

    পুলিচ বুলি কলেই ঘিণ লাগে।আৰু বেটেলিয়ান কলে আমাৰ লিগিৰিপুখূৰী ফাষ্ট বেটেলিয়ান খিনি হে ভাল।

  • @khagengogoi5951
    @khagengogoi5951 57 минут назад

    এই জন আচলতে পুলিছ নহয় এজন ঘতকহে ।

  • @Bhumiputramoi
    @Bhumiputramoi 2 часа назад +2

    Ajir dinot suspension is a departmental reward. A recreational break to enjoy time with family and friends. Punishment will be his demotion to lower rank or dismiss from permanent post.

  • @rinkushivam8759
    @rinkushivam8759 Час назад

    মহাশয়া গৰাকীৰ কথাখিনিয়ে সেই পাগল জনৰ মগজুত সোমাবনে???

  • @RajkumarPegu-h3c
    @RajkumarPegu-h3c 2 часа назад +1

    এই গুন্দাটো টকাৰ বলত চাকৰি পাইছিল ছাগে আৰু OC পদত পাইছিল

  • @rihansvlogs4925
    @rihansvlogs4925 2 часа назад

    Right

  • @gourangapegu6981
    @gourangapegu6981 49 минут назад

    ❤❤

  • @Dhrubajyotisonowal-q2o
    @Dhrubajyotisonowal-q2o 2 часа назад +1

    Aibur police ok bordimsa...lekhapani side a pothai dibo lgy bhaskar kalita nisinsa ulfar gulit labaris hoi moribo....

  • @PodumHazarika-y4l
    @PodumHazarika-y4l 2 часа назад

    Sir Apuni kiba Ata Korak Please Nomaskar

  • @malabika88
    @malabika88 3 часа назад +1

    Teuk actually ekebare job or pora gusai dibo lage.. repeatedly teu bule enekua gunda gardi kori ase. Police or duty law n order maintain kora. Power dekhaise teu. Hoitu teu job tu heikarone i join korise. Gutei department tu bodnam korise.

  • @amitmukharjee6907
    @amitmukharjee6907 4 часа назад +3

    Police barborata

  • @serviceemail1441
    @serviceemail1441 2 часа назад

    HCM,Assam goribo khujise...aru kisuman police bangibo bisarise .....kio???

  • @PodumHazarika-y4l
    @PodumHazarika-y4l 2 часа назад

    IGP Sir Apunei Ki Korisa

  • @indiabharat5005
    @indiabharat5005 2 часа назад

    Goverment e support nathakile gunda jon oan bazar office t oc hbo nuare😢.

  • @simantadas3352
    @simantadas3352 40 минут назад

    Jetiya retirement lobo tetiya gom pabo...dom kot jabo...

  • @farzanalatif7630
    @farzanalatif7630 3 часа назад +1

    Yoga nokora neke .

  • @AzaharAli-y8c
    @AzaharAli-y8c 2 часа назад

    baido gorkiloi dhunobat giyan pon krilo

  • @pranavdutta4327
    @pranavdutta4327 3 часа назад +1

    kela ai2k jk border t pothai de tar gun se khun nikal jayegi TB pota solega

  • @barnalinath5772
    @barnalinath5772 39 минут назад

    Amar ghar tu ase agoraki kothai kothai police giri vab dakhiai thake kabol mar dhor mukhot

  • @ZakirHussain-p6m
    @ZakirHussain-p6m 2 часа назад

    Baideu aibur himonto saror tattobothanot he hoi asse apuni sage najane power baideu power

  • @Biki-l9r
    @Biki-l9r 50 минут назад +1

    ভাল লাগিল কথা খিনি বাইদেউ গৰাকীৰ। এনেকুৱা police officer ৰ হে প্ৰয়োজন। কিছুমান police e নিজকে ৰজা বুলি ও ভাৱে। সাধাৰণ নাগৰিক কৰবাত এনেকুৱা কাম কৰা দেখিলেই প্ৰশ্ন কৰিব লাগে ,মাত মাতিব লাগে ।
    Sob eke nhy barruu ..উচিত শাস্তি দিব লাগে ।যাতে পিছত কোনেও এনে অমানৱীয় কাম কৰিব লৈ ভয় কৰে

  • @sofiurrahman6816
    @sofiurrahman6816 Час назад

    Right