Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
সুন্দৰ হৈছে।
গুৰুজনাৰ সৃষ্টি ভাওনা একেই কিন্তু ঠাই ভেদে কিছুমান বেলেগ তাকলৈ কিছুমান মানুহে ইমান সমালোচনা কিয় কৰে? ওজনি অসমতো তো বচন অসমীয়া ত কয় কিন্তু গুৰুজনাই ব্ৰজাৱলী ভাষাত হে ভাওনা কৰিছিল। গতিকে সমালোচনা নকৰিব 🙏🏻🙏🏻
নামনিৰ ফালে চাগে এনেকুৱা হয় ভাওনা , দিহা নাম গাই গাই সব প্ৰবেশ কৰে, কিন্তু আমাৰ উজনিত এনেকুৱা নহয়, বিচিত্ৰ অসম । সেয়ে কয় অসম সকলো ফালে চহকী
হৰি নাম লোৱা যেন লাগিলে।
কৃষ্ণ কৃষ্ণ কৃষ্ণ
কৃষ্ণ 🙏🙏🙏
Moja lgise
dhunia ☺
নাইনাইএকোৱেভাললগানাইদেই।😆😆😆☺
পূতলা ভাওনা ।
NapAi tanake kobo thai vede sobore akuta nijoswata ase. Moi jorhator lora holau moi hokoluke honman jonau. Biswanath buli a nhoi sobore njor aku akuta nijoswata thke tau lukor tat tanakua gotike taulokor nijoswata ku honman jonabo lge. Porikhojja bor dhunia hoise. Moi kintu vl pisu sai. Maje maje sau. Taulokor dress bur bohut dhuniakoi pindhise. Vl lgil ru vdo dbo
Hoi 🙏🙏
ম ই হাহি ৰখাব পৰা নাই অ প্ৰৱেশ দেখি ।
Prabekh r geet aru taal ki baru?
দিহানামৰ নিচিনা লাগিছে প্ৰৱেশৰ গীত ভাগ
দাদা উজনি ফালে আহিব video বনাব ।
Hahaha
গুৰু জনাৰ কৃষ্টি সংস্কৃতিক ইমান ও আধুনিক কৰা টো কিন্তু ভাল হোৱা নাই।
Dihanam কিও gaise
Ebar jorhat ahibo tatya gom pbo vauna ki geetmaat ki probekh ki
Tmi 4ali ahiba bilap poyar pitambori xikam
Sobei je koi ase ki probedh marise buli te apunaluke nu axomiya bhaxa t bhau gaai kyo? Gurujonai tu brajwali t hain disile te hebur hudho korok dn blgk kobo bujise.. ru upper ujoni je marise, biswanath kot pore Axom r map khn sai lobo gyan hbo
Kiba Reels Bonua Nisina lagise...Aku Vaw Vaw Loga naii
Umm
Abr jorhtr Pina vawna Sai jaba...aibur ki intsagrmr reel ni
কি প্ৰবেশ মাৰিছে এইবোৰ
Nagara nam ni . Na aikhon probesh notun koi hesti hoisa
আপোনালোকৰ ফালে প্ৰবেশ আৰু আৰু দোহাৰ বেলেগ হব পাৰে নাজানো। কিন্তু আমাৰ ফালে এনেকুৱা নহয় বেয়া নাপাব কোৱা বাবে। আৰু হৰি নাম লোৱা যেন লাগিল
আমাৰ গহপুৰ ফালে এনেকুৱা প্ৰবেশ নকৰে।আমিও বহুত ভাৱ দিলোঁ। কোৱা কাৰণে বেয়া নাপাব।🙏
বাপ মোৰ video টু চাবছোন
Apunaluokr haifale vauoriai boson nokoi neki???? Jodi boson koi tante boson kua alop dekhabo sun
বেলেগ দেখোন
খেলিছহক নে !
Tur maror lgt khelise goru
এইবোৰ কি কৰিছে হয়নে? এনেকৈ বেঙা মেলি মেলি প্রৱেশ কৰেনে? এইয়া প্রৱেশৰ গীতেইনে?
শকুনি য়ে গোটেই প্ৰৱেশখন ভাৱিয়েই থাকিল কিবা😄😄
Xukuni knkoii kuru bonxo xex koribo pari xai tu vbi asil mohabhrt t .xai tu ke bujua hoi se probext
@@utpalbaruah9317 umm
Ki acting dekhai ase probekh krute..anekuau hoi ney
ভাগ্য bhal hle sbo pam
Bahi maat 😂 zubeen daa r borgeet eta logua hole besi bhal htn jodi eitai bhauna
প্ৰবেশখন ভাল লগা নাই কিয়নো ভৰিকেইটা ইমান আগলৈ দাঙিছে শোভা হোৱা নাই।
Oi toi nije Mari dekha
Toi maribo jano janu
একো ভাল লগা নাই ,
গুৰুজনাৰ সংস্কিতিক অপমান নকৰিব কি প্ৰৱেশ মাৰিছে এইবোৰ
Eku dal val hua nai deiii...najanile nkorilei hlll
Val loga nai... Robot j lagil
ভাল লগা নাই।কোৱাৰ বাবে বেয়া নাপাব
তেজ খোৱাহত ' কাৰ বালখন কৰিছ ।
🤪🤪🤪🤪
কিবা এটা ভাল লগা নাই, দুৰ্যোধনৰ প্ৰবেশ বুলি কলে কিবা extra এটা feel ahe, লগতে ৰাসৰ ভাইৰেল বাঁহীৰ সুৰ টো দুৰ্যোধনৰ প্ৰৱেশত দিওঁতে ভাল লগা নাই,
ভাল লগা নাই..কিবা মাল খাই নাচি থকা নিছিনা লাগিছে 😃

আপোনালোকৰ ফালে প্ৰবেশ আৰু আৰু দোহাৰ বেলেগ হব পাৰে নাজানো।
কিন্তু আমাৰ ফালে এনেকুৱা নহয় বেয়া নাপাব কোৱা বাবে।
আৰু হৰি নাম লোৱা যেন লাগিল