Koch Rajbongshi dance video //Goalini //

Поделиться
HTML-код
  • Опубликовано: 11 сен 2024
  • Koch Rajbongshi dance video //Goalini //
    Camera Jaydev Bhakat
    Edit : Jaydev Bhakat
    Goalini nritya is the most popular from of folk dance among the people of Western Assam basically warmed up by the koch Rajbongshis. This particular folk dance originated at a place Gauripur in Assam.
    ভাৰতীয় দৃষ্টিভ্ংগী মতে,সংস্কাৰৰ যোগেদিয়ে সংস্কৃতিৰ বিকাশ হৈছে।মানৱ সমাজে সভ্যতাৰ দিনত খোজ পেলোৱা দিনৰে পৰাই মানুহৰ মাজত সংস্কাৰ সাধন হৈ আহিছে।ইতিহাসে ঢুকি নোপোৱাৰ দিনৰে পৰাই মানুহৰ মাজত উদ্ভৱ হোৱা যি ৰীতি-নীতি,আচাৰ-ব্যৱহাৰ,কলা- কৃষ্টি আদিৰ প্ৰচলন হৈ আহিছে,সামগ্ৰিক অৰ্থত সেয়াই সংস্কৃতি।ভাৰতবৰ্ষৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ মাজত এই সংস্কৃতি বিৰাজমান আৰু ই স্বকীয় বৈশিষ্ট্যৰে পৰিপুৰ্ণ।ইয়াৰে ভিতৰত অন্যতম এটা প্ৰাচীন জনগোষ্ঠী হ’ল কোচ ৰাজবংশীসকল।বিভিন্নজন পণ্ডিতে মতপোষণ কৰা অনুযায়ী কোচ ৰাজবংশী সকল মংগোলীয় প্ৰজাতিৰ লোক।
    #Jaydevbhakat
    #goalinivideo
    #KochRajbongshiVideo

Комментарии • 13