E nitumani xodai bjp birodhi aru talk show pati single birodhi khini mati talk show solai ase..Tak nije Sarupeta Barpeta gaou visit kori ahib diya, news rookt xumai that koi..tat hindu rati keneke voyot thake sur, dokaitor pora, crime barhi goise.aibilak tu najane a xi. Nitumanik xi buli koisu Karn apuni buli respect dib mon nai..miyak support korise mane Barpeta Sarupeta hindu manuh khini logot nai.. overall nitumani hindu birodhi, Miya premi hoi
Dada bjp aa bangladeshi Khediiboloi 20000 cr khorso korile kio nekhedile poisa tu kot gol ,,,atiya jodi manuh khini bangladeshi asai tetiya hole kar duk 1000000 bangladeshi kio atorai nidile atiya kio siori ase natok kori ase
Sobse bodmas mnuh aijon news live r pora ulai diar pist atia okol cm r kotit lagi thake kneke bodnam kribo pari aree atleast jatitur sarthot toh news kor sob miya premi kaitak matibo talk showt
Right সাম্প্ৰদায়িক ৰাজনীতি কৰিব নালাগে সমস্যা সমাধান কৰিবলৈ অসমৰ আইন খন কিমান প্ৰযোজ্য। ইয়াত কি হৈ আছে মই নাজানো মই ইয়াত কও হয় মিঞা কিছু অংশ আছে তেওঁলোকৰ মাজত বহু বিবাহ আৰু বাল্য বিবাহৰ সমস্যা কিন্তু সেইটো কেনেকৈ ৰোধ কৰিব মুখ্যমন্ত্ৰী সেই সম্পৰ্ক কোনো পৰামৰ্শ নাই। মিয়া মানুহক টাৰ্গেত কৰি হিন্দু মুছলমানৰ ৰাজনীতি
অসমৰ মানুহে CCA support নকৰে জে মামাৰ চাল হৈছে জে হিন্দু মুছলমানৰ ৰাজনীতি কৰি থাকিলে হিন্দু অসমীয়া CCA support কৰিব আৰু বালং দেশী হিন্দু আনিবলৈ পাব আৰু অসমীয়া বুজি পোৱা নাই হিন্দু মুছলমানৰ কৰি লাভ নাই
এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী কেৱল মাত্ৰ হিন্দুৰ বাবে নহয় হিন্দু মুছলমান মিঞা সকলোৰে বাবে তেও মুখ্যমন্ত্ৰী
তেওৰ মুখত বিশেষ সম্পদায়ৰ কথা শোভা নাপায় ।
🥱
Xosa kotha bilak kole kio gaat lage😂😂😂....secular hoi hoi thakile axom bangladesh hbo besi din nai
Vote kak disila kuwa xun
Right
@@Usg-ct-cxrKam nai respected poresh sir ok cm kora titiya hai control hovo
কংগ্ৰেছ আৰু অখিল গগৈ সম্পূৰ্ণ ৰূপে মিয়া মুছলিম সকলক অসমত স্থান দি আমি খিলঞ্জীয়া ৰ অস্তিত্ব সংকটত আনিছে। যাৰ ফলত আমাৰ নাৰী অসুৰক্ষিত আৰু ধৰ্ষণৰ চিকাৰ হৈছে। সেয়ে আমি উজনি অসমত অখিল গগৈ আৰু কংগ্ৰেছক সমৰ্থন নকৰোঁ।
What is your name
Only muslim korise hindu aase
মই কাচ হিন্দু কি বাল কমেন্ট কৰিচ সকল মুছলমানে বেয়া কাম কৰে অসমীয়াই নকৰে নেকি নাজানিলে নকব ডাঙৰীয়া।
It is not so,the quarrel is between 😮an Assamese girl beating by the three Maroary youths at Sibasagar but being converted to Miya and Assamiya thsnks
মন্ত্ৰী জনে কলে উজনিত জাতীয়তাবাদী দিছু আৰু নামনিত মীয়া জাতীয় বাদক দিছু এইটো কি কলে সেইটো ভাৱক শৃংখল চলিহা
নিতুমণি ধৰ্ষণ কৰা কথাতো এই মিঞা বিধায়ক সকলক সুধিব ছোন
Teu Tel mara party
❤
Kio ..onko bajano jen lgise...hisap rakhibo nuaro
নুহুদে 😂
Dur gad😂
অসমৰ সকলো সমস্য Out আৰু হিন্দু মুছলিম In, এই লাইনটো মাষ্টাৰ পিচ হয়
😂😂😂
Miya hatao
বানপানী--বাংলাদেশী---অ BJP মতে মিঞা আৰু আলফা এইকেইটাকে লৈ প্ৰায় 40 বছৰ চৰকাৰ বোৰ চলি আছে । পিচে মোডিয়ে অসমৰ বাংলাদেশী খেদি শেষ কৰিলে ।
Assamese muslim blg mia blg
কিমান হিন্দু - মুছলমান শূনিম আৰু। comments লিখি আমনি লাগিছে।
মামাই মিঞা মিঞা কৈইহে থাকে আজিলৈকে এটাও মিঞা খেদি ব পৰা নাই। চৰকাৰ আপোনালোকৰ আছে খিদিব পৰা নাই কিয় মিঞা।
Right , Only for Election , kam nai
Miya kheda tu imn easy nhy atia nrc o hoi gol but saikrne cm sbke alert kri dise
মামাৰ পাকঘৰৰ মিঞা প্ৰথম তে খেদক।
Tur bapore ahom
Hindu muslim kori axom jurula koribo,,,
Hindu Muslim nkrilee aji paa 20 bsr pasot amr Hindu nthkibo yaat
প্ৰতিদিনে মিঞাক প্ৰশ্ন কৰিব টান পায়
100% ঠিক
Nitumonie miyak val pai ami jani teu congresi manuh
হেমন্ত বিশ্ব শৰ্মা ভাল খিদান্ত লৈছে
তই অসমীয়া হৈ অসমীয়া বানান লিখিব নোৱাৰা
লাজ নাপাৱ ন
অসমত বাংলাদেশী মীয়াৰ ধৰ্ষনৰ পৰা জীয়াৰী বোৱাৰি কেনেকৈ ৰক্ষা কৰিব পাৰি তাৰে টকশ্বো লাগে।বিৰোধীক মাতি চৰকাৰ বিৰোধী টকশ্বোৰ প্ৰয়োজন নাই বুলি ভাবো।
@@SanjaySarma-yf1ycকেলা মিয়া কৰে নি কি তৰ নাই নি কি অপৰাধিৰ জাতি ধৰ্ম নাথাকে জি ধৰ্ম ৰ হক আৰু তৰ নিছিনা মানুহ কিন্তু ক'ব মীয়া কৰে আৰু বেলেগ নকৰে। তেনেহলে বিশ্বজিৎ দাস মিয়া হয় নিকি
Bro.. listen to the last 2 minutes of the talk show.. you will get it..
E nitumani xodai bjp birodhi aru talk show pati single birodhi khini mati talk show solai ase..Tak nije Sarupeta Barpeta gaou visit kori ahib diya, news rookt xumai that koi..tat hindu rati keneke voyot thake sur, dokaitor pora, crime barhi goise.aibilak tu najane a xi.
Nitumanik xi buli koisu Karn apuni buli respect dib mon nai..miyak support korise mane Barpeta Sarupeta hindu manuh khini logot nai.. overall nitumani hindu birodhi, Miya premi hoi
Sage nitu moni miya hole hoi dekho
নিতুমনি শইকিয়া এইবোৰ নাপাতে মিঞা পক্ষত থাকে
সিলঞ্জীয়া অসমীয়া সংৰক্ষণৰ হকে কোৱা কথাকেইটা এবাৰো নকয় কিয়? মুল কথা এৰি বিজেপি বিৰোধী প্ৰচাৰ কৰিবলৈকে নিতুমনিৰ একপক্ষীয় এই আলোচনা ।
নিতুমনি বদমাছ
Dada bjp aa bangladeshi
Khediiboloi 20000 cr khorso korile kio nekhedile poisa tu kot gol ,,,atiya jodi manuh khini bangladeshi asai tetiya hole kar duk 1000000 bangladeshi kio atorai nidile atiya kio siori ase natok kori ase
Sobse bodmas mnuh aijon news live r pora ulai diar pist atia okol cm r kotit lagi thake kneke bodnam kribo pari aree atleast jatitur sarthot toh news kor sob miya premi kaitak matibo talk showt
Right
নিতুমনি শইকীয়া একপক্ষীয় বিৰোধী আলোচনা যে?
সচাঁ কথা ।কাৰন দুইপক্ষ্যক আনিলে অসুবিধা হ'ব ।ইয়াতে ধৰিব পাৰোঁ নিতুমনিৰ কেনেকোৱা ।
মোৰো একেই প্ৰশ্ন?
Akhil Uddin kuttak khedibo lage
Johoratu aibar haribo sibsagaror pora
আজিৰ অভিমত বৰ ভাল লাগিল ৷৷
CMহলে এনেকুৱা অখিল গগৈৰ নিছিনাই ❤❤❤❤
আমি হেনো আধুনিক প্ৰযুক্তি বিদ্যাৰ যুগৰ মানুহ । যদি সেয়ে হয় তেন্তে মনবোৰ আধুনিক হোৱা নাই কিয় ?আমি কিয় আদিম যুগলৈ ঘূৰি গৈছো । উন্নয়ন আৰু সমস্যা সমূহ সমাধান হোৱাৰ কথা বাদ দি কেৱল বিধান সভাত মুছলমান মিঞাৰ প্ৰসংগ ।সাম্পদায়িক বীজ বাস্প ।নাজানো অসম খন কোন দিশে গৈছে 9:49 10:15
চৈয়দ, গৰিয়া, মৰিয়া এই খিলঞ্জীয়া সকলৰ লগত মিঞাবোৰক ( বাংলাদেশী মূলৰ) একেলগ নকৰিব। চৈয়দ, গৰিয়া, মৰিয়া এইসকল আমাৰ মানুহ অসমৰ মানুহ এই মাটিৰ মানুহ।
The Miya community is the khilonja by birth, they need not want khilonja certificate from any body.
শংকৰদেৱ মাধৱদেৱে এনেকুৱা হিন্দু মুছলিমৰ মাজত ভেদাভেদ কেতিয়াও বিচৰা নাছিল । সিহতৰ মতে মানব ধৰ্মই শ্ৰেষ্ঠ ধৰ্ম আছিল। কিন্তু আজি শংকৰ-মাধবৰ নামত হিন্দু মুছলিমৰ মাজত মুখ্যমন্ত্ৰীয়ে নিজৰ স্বাৰ্থত কাজিয়া লগাব বিচাৰি আছে। ভাবিলে বহুত দুখ লাগে 😢😢😢
ভৱিষ্যতৰ কথা কি পাতিব Gogoi sir যদি অসমত তেই অসমীয়া নাথাকে। আপোনা ক বহুত ভাল পাইছিলো অসম r উদাত্ত কণ্ঠ বুলি
কিন্তু আপোনাৰ কণ্ঠ আজি ভূল দিশে ।
Atia kio ভয় খাইছে যে অসমীয়া জীয়ৰী বোৱাৰী য়ে মানকাছাৰত কাম কৰি আছে and you know that they are not safe.
অখিল গগৈ সদনত পোন প্ৰথমে মিঞাৰ বিষয়ে C m ক প্ৰশ্ন উপস্তাপন কৰাটো কোন কোন আছিল । প্ৰশ্ন কৰিলেটো উত্তৰ দিবই লাগিব । সদনৰ নীতিৰ কথা বিকম্বাদিয়ে কৈ । কিন্ত আচল নীতি ভংগ কৰা মানুহটোৱে হৈছে অখিল গগৈ ।লগত ৰ্স্বাথপৰ ভৰত নৰহৰ কথা মানুহে এতিয়া নুশুনে । মানুহজনীৰ কাৰনে যে লোকসভা ইলেক্চনৰ সময়ৰ কথাখিনি ।গতিকে বুকি থাকি লাভ নাই ।
১৪ ফেব্ৰুৱাৰী দিনা কোনে ভাৰতৰ জোৱান মাৰিছিল?
অসমত ৮০ শতাংশ বেয়া কাম কোনে কৰি আছে?
Bjp and aiudf hatao😢
Akdm bjp ajudf same party hindu muslim kora
@@maintugaribhoon4704 amar manuhe buji napai 😢
Tohotei besi hindu muslim korei .. congress hatbo Lage raijor dolok dibo lagei
Miya bangladashi bhogao assam bosao
Cong hatao
অসমৰ সকলো সমস্যা তকৈ বাংলা দেশী মিয়া মুছলমানৰ সমস্যাটোৱেই আটাইতকৈ ডাঙৰ। নিতুমনি শইকীয়া ডাঙৰীয়া আপোনাৰ চেনেলত প্ৰতি বাৰতে মুখ্য মন্ত্ৰীক লক্ষ্য বাতৰি প্ৰচাৰ নকৰিব। আৰু কেই বছৰমান পিছত আপুনি ও মৰলাম গ,নতুবা আৰু কি কি আৰু ভাবিব নোৱাৰি।
আন সমস্যা তকৈ অসমীয়া জাতিটোৰ প্ৰতি অহা সমস্যা মেইন
Atia election 26 t ahi ase. So, trailer sai thakok politician boror. Gobor vaktoi Buji napabo.
@@SahidulIslam-l7uKi trailer ai rokom Congress a miya k support kori thakile election hariboi kla
@@SahidulIslam-l7u aku trailer sabo loga cm a ji koi ase sob xsa koi ase aru iat congress akhil htr nisina mnuhr soritro ulai goise
Congress চে জাতিৰ কথা কোৱাটো শুভা নুখুৱাই।
মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি 26 চনত জিকিব বিচাৰে তেনেহলে কিবা এটা জাতি টোৰ বাবে উলেখনীয় কাম কৰক ,এই ফটোৱা কথা বোৰ কৈ আৰু মানুহক বুৰ্বক বনাব নোৱাৰে
এইটো সম্পূৰ্ণ এক পক্ষীয় Talk Show, নিতুমণি অকল বিৰোধীক দলৰ ব্যক্তিক মাতিছে আৰু অসমীয়া মানুহ অসমত সংখ্যালঘু হোৱা কথাষাৰ এৰাই চলিছে।
Briudhir ktha jatia bidhan xobha t nuxunibo anaykoi a alusona koribo lgbo..
@@khatiassam12apuni thikei koise....maane CM r dore birudhi xokleo Guu sitka atah paribo lagisil ?
হিমন্ত ছাৰ মুখ্য মন্ত্ৰী হোৱাৰ পাছত হিন্দু মুছলমানৰ মাজত সংঘাত কৰি 2026 ভোট বেং কৰিব বিচাৰিছে।
এই সকল নেতা বাস্তৱ বাদী হোৱা নাই এতিয়াও। অসমৰ ভয়ংকৰ bhavitshat tu দেখি ও নেদেখা ভাও জুৰিছে। অসমীয়া ene হলে আৰু অসম ক কোনও বচাব নোৱাৰে
ভহৰত নৰহ মিচিং মানুহৰ কি কাম কৰিলে আমাক লাগে ,
ভৰত নৰহ ডাঙৰীয়াই নিজৰ জীৱনত অকল মিয়া ৰ বাবে কাম কৰিছে।
High @@Smrity1997
ভৰত নৰহৰ দিনতে মিচিং সকলৰ MAC পাবলৈ সক্ষম হৈছিল
Piyush hazarika NRC কথা কোৱা বিদেশী চিনাক্ত কৰণ তুমি মৰাৰ পিছত হে হ'ব নেকি !
ওখিল ৰাইত❤❤❤
Right সাম্প্ৰদায়িক ৰাজনীতি কৰিব নালাগে সমস্যা সমাধান কৰিবলৈ অসমৰ আইন খন কিমান প্ৰযোজ্য। ইয়াত কি হৈ আছে মই নাজানো মই ইয়াত কও হয় মিঞা কিছু অংশ আছে তেওঁলোকৰ মাজত বহু বিবাহ আৰু বাল্য বিবাহৰ সমস্যা কিন্তু সেইটো কেনেকৈ ৰোধ কৰিব মুখ্যমন্ত্ৰী সেই সম্পৰ্ক কোনো পৰামৰ্শ নাই। মিয়া মানুহক টাৰ্গেত কৰি হিন্দু মুছলমানৰ ৰাজনীতি
ভৰত নৰহ ডাঙৰীয়া আপুনি ইমান দিনে কি কৰিলে ?আপুনি মিছিং জাতিৰ কাৰনে কি কৰিলে ইমান দিনে ? আমি অসমীয়া হিচাপে নিজৰ কথা ভাবিব লাগিব। আপুনি মিয়াৰ ভোট পাই জিকিছে । নাওবৈছা মিয়া অঞ্চলবোৰত যাবলৈ ভয় কৰো নিজকে । সকল নাওবৈচা বুলি নহয় আমাৰ অসমীয়া মানুহে মিয়া অঞ্চল সমূহত যাবলৈ ভয় কৰিবলগীয়া হৈ গৈছে। ইয়াতকৈ আৰু কি আছে ??
Ai2 channel t aiburk a mate june jar aku kam nii
অখিল গগৈয়ে নিজকে বিৰোধী আসনত আছে কাৰাণেই সকলো সময়তে হকে বিহকে অপ'জ কৰি থাকে । ভালকে কথা এটা শুনি ধৈৰ্য্যতাৰে কথা বোৰ উপস্থাপন কৰিব নোৱাৰে । নিজকে ওপৰত ৰাখিব খোজে বিৰোধী নেতা বুলি । ওপৰতে পৰে
মিঞাৰ কথা ক'লে মুছলমান হিন্দু ৰাজনীতি কৰা হয়। মিঞা মুছলমানক মৰম কৰা আহোম মানুহ হে অখিল গগৈ চাচা
ঐ আমিও আহোম। কিন্তু আমি গেলা মিঞাৰ বিৰোধিতা কৰোঁ।আমি শিৱসাগৰবাসীয়ে মিঞাক আমাৰ ইয়াৰপৰা খেদা লগাইছো।
ঠিক
@@carshorts7621tor gharat thake naki
সমস্যা হিন্দু মুছলমানৰ নহয়। আমাৰ সমস্যা মিঞা জনগোষ্ঠীক লৈ হে যি সকলক সন্দেহ জনক নাগৰিক। অসমৰ খিলঞ্জীয়া হিন্দু - মুছলমান লৈ কোনো সমস্যা নাই।
NRC korise aapne hona nai
Akhil Gogoi is a real man of Assam
Paperor murtu
Congresor agent hoi nitumani Saikia..
অখিল গগৈ U R the lion of assembly , আপোনাক এইকাৰণে অসমৰ নিৰপেক্ষ জনতাই ভাল পায়, suport কৰে। আশা কৰোঁ আপোনাক যাতে কোনেও dominat কৰিব নোৱাৰে ।
Nitumoni Congress premi hoi
BJP tmr Hindu Religion naki , Only nafrat 😂
No he is real hero
দূৰযুধন অখিল দঙৰীয়া ধন্যবাদ আপুনি ঠিকে কইছে
Good sir,
Best talk show. Subscribed now this channel ❤❤❤❤❤ for all of you
Thanks Respected Akhil Gogoi. All the innocent holy thought people came out & save the society & protest against hate.
HBS zindabaad.love u sir
মূখ্যমন্ত্ৰী এয়া কৰাৰ কাৰন অহা ২০২৬ত জয়ী হবই লাগিব।নহলে উপায় নাই।যি কোনো বিনিময়ত পাছ কৰিবই লাগিব। ধন্যবাদ।
Okhil Gogoi jindabad
মই মই কোন বুলি ক'ব পালো হে কি বাওঁফাল, কি সোঁফাল কি আগফাল, কি পিছফাল কি উজনি, কি নামনি চৌদিশৰ পৰা মাত আহিল তুচ্ছ-তাচ্ছিল্ল কৰাৰ।
কোনোবাই কৈছে- তই পাকিস্তানী কোনোবাই কৈছে- তই বাংলাদেশী কোনোবাই কৈছে- তই গেদা কোনোবাই আকৌ কৈছে- তই মিঞা মুছলমান।
এবাৰো নুসুধিলে- মোৰ জন্মস্থান? এবাৰো নুসুধিলে- মই ক'ৰ ভোটাৰ? এবাৰো নুসুধিলে- মোৰ উশাহ-নিশাহ ক'ৰ?
কেতিয়াও গৈ উশাহ লৈয়ে নোপোৱা পাকিস্তানৰ পাকিস্তানী মই। কেতিয়াও গৈ ভৰি দিয়েই নোপোৱা বাংলাদেশৰ বাংলাদেশী মই।
কিন্তু কিয়?
কি অপৰাধ মোৰ? মোৰ বাবে- সন্মানীয় শব্দবোৰো হ'ল হিংসাৰ,
মৰমৰ শব্দবোৰো হৈ পৰিল ঘৃণাৰ।
কিয়?
কাৰণ-
মই আলী, হুছেইন উপাধিৰ মুছলমান। মোৰ বাবে নালাগে কোনো অজুহাত, নালাগে কোনো ভুল মাত, এজনে কৰিলেই হ'ব জাতিয়ে কৰা অপৰাধ, অকাৰণে বলীৰ পঠা মই বিনাও নিমাত।
এদিন বহিম বন্ধু তুমি - মই সকলো সমান। অসম ভূমিত জন্মলভা বায়ু-পানীৰ সৈতে বিলীন যোৱা মইয়ো এজন অসমীয়া।
Very nice written
আমাৰ উজনিৰ ছোৱলীয়ে TETত চাকৰি পায়ো নগাওঁ,মৰিগাওঁত posting হ'লে মিঞাৰ ভয়ত জইন কৰিব নাযায় এইবোৰক ল'ই মিঞাৰ বিৰোধিতা কৰিলে কি সাম্প্ৰদায়িক হৈ যায় নি কি বালৰ talk show পাতিছ বিজেপিৰ বিৰোধিতা ক'ৰ কৰিবও লাগে কিন্তু কিছুমানে সাম্প্ৰদায়িক কথা ক'লেই মুখ্য কাৰণটো গৌণ হৈ যাব নি
What is Assam? I don't want to be in Himant's Assam. This Chief Minister will ruin Assam. We don't want to live in ruined Assam.
Okhil gogoi jindabad❤❤❤❤
অশিলৰ অকনো শিষ্টাচাৰ নাই সেইটো নকয় কিয় । মুখ্যমন্ত্ৰীৰ উত্তৰ শুনাৰ পিছত উত্তৰ দিব নোৱাৰে নেকি? চুড়ান্ত অভদ্ৰামী কৰি থকা দেখা নাপায় কিয়?
Mama jindabad
অসমখনক কি সঙকতত পেলাব লৈ ৰাজ্যৰ মূৰব্বী সকলে চেষ্টা কৰিছে কিয় ?
হিন্দু মুছলমানক বিভেদ সৃষ্টি কৰিব খোজা মুখ্যমন্ত্ৰী তথা অধ্যক্ষক অসমীয়া জাতিয়ে বহিস্কাৰ কৰা উচিত
Akhil Gogoi Right Kotha koise
এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বক্তব্য ইমান নিম্নমানৰ হ'ব এয়া দুৰ্ভাগ্য জনক।
In the due process of Himanta Biswa Sharma hatred Nitumoni Now started opposing Assamese people...Aji AIUDF Nitumono r nijor hoi gol aru Axomia por.
Akhil gogoi sir right 🙏
অখিল ,নিতুমণি মিঞা হয়
অখিল জে চুৰ আমি জানু
Nitumoni da alop shapot korak Assamese hoi .meyak nahoi .
Akhil Gogoi is absolutely right 👍🏻👍🏻👍🏻
Val lagil kotha bur huni..
এই অভিমতৰ উদ্দেশ্য হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াক সমালোচনাৰে থকা সৰকা কৰা। বিৰোধি যিমান আছে সকলোকে একগোট কৰি এই মহান কাৰ্যভাগ সম্পন্ন কৰা।এই কাৰ্যভাগত যাতে কোনো বাধা নাহে তাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কোনো মানুহকে উপস্থিতি নৰখোৱাৰ প্ৰতি ৰখা চোকা দৃষ্টিৰ বাবে শ্ৰদ্ধাৰ নিতুমনি মহোদয়ক বাৰম্বাৰ প্ৰণাম।
Akhil Gogoi jindabad.Akhil Gogoi Long life
Akhil udin Ahmed
Right👍
নিতুমনি মিঞা, কমেণ্টবিলাক পঢ়ি ইয়াৰ ওপৰতো এটা talk show পাতিবিচোন
Ajmal harar babe himant oi notun manuh bisari ase
অখিল গগৈ all right✔✔❤99%right
অসমৰ মানুহে CCA support নকৰে জে মামাৰ চাল হৈছে জে হিন্দু মুছলমানৰ ৰাজনীতি কৰি থাকিলে হিন্দু অসমীয়া CCA support কৰিব আৰু বালং দেশী হিন্দু আনিবলৈ পাব আৰু অসমীয়া বুজি পোৱা নাই হিন্দু মুছলমানৰ কৰি লাভ নাই
No comment.... Nitumoni da,,,, only 4 H+M,,,shame on
#BJP nd Himonta go back
Sabash Akhil Gogoi, go ahead, you are an Example to other No communual n Secular minded Pubkic Leaders.
Mama zindabad
অখিল গগৈ অসমৰ বদন বৰফুকন হয়, হি অসমখনক ধংশ কৰি হে এৰিব।
Akhil gogoi zindabaad
Very good speach.. oxom khodai oxomiar.... Oxomot khodai khanti houk... Tare kamona
Pratidin time, congress,communist Akhiluddin....sob Miya r pukor seleka
Nitumani Tumi miye jen .
অখিল গগৈ ভাল কথা মনত মাতে কাৰণে অখিল গগৈ বেয়া।
U r right akhil gogoi sir
আচলতে গৌৰৱ গগৈৰ উন্নতি দেখি cm পাগল হৈছে যেন পাইছোঁ । কিন্তু এইজনে যদি next time cm হয়,অসমৰ পৰিবেশ বেয়া হব ।
Akhil Gogoi, good speech
Mojja Akhil da
সাধাৰণ মানুহক main topic pora আঁতৰত ৰাখিব চেষ্টা নিম্ন ধৰণৰ ৰাজনীতি
Protidin timeu muslimor hoi kotha koi thake aitu kintu val kotha nohoi khilonjiya hoi kotha koboloi khika nitumoni .
Right
Right
CM go back
Cm sir on another peak level 😅😂😂😂😂 and his every sentence is right 👍🚩
অসম ত্ৰিপুৰা হবলৈ গৈ আছে ।
Akhil is the best politician of Assam, such a person deserves the CM's chair. I have not taken sides with any caste because we are all humans.
NS আপুনি অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষাৰ কথা কিয় নকয়?
অসম খন বহিৰাগত ক দি অসমীয়াই পিঠিপাটি দি
Very Good sir
Thanks akhil gogoi
ধৰ্মৰ নামত ৰাজনীতি বেছি আছোঁ
Political tiger of Assam akhil gogoi sir
জয় আই অসম ✊🏻
যিসকলৰ মাথাত মগজু আছে তেওঁলোকে অন্ততঃ নিজৰ নেতাসকলক চিনি পাব।