সন্তানক সৰুৰে পৰা চোৰ কৰিবলৈ শিকাইছো নেকি? এঞ্জেলা চাংমাই । Angela Changmai

Поделиться
HTML-код
  • Опубликовано: 30 янв 2025

Комментарии • 13

  • @ShailkhulIslam-h5c
    @ShailkhulIslam-h5c 2 месяца назад +5

    Mostly Nice

  • @tinumaisaikia1694
    @tinumaisaikia1694 2 месяца назад +2

    ইমান ধুনীয়া ভাষণ সুমধুৰ কণ্ঠত শুনি থাকিবলৈ মন যায় 👌👌🙏🙏

  • @dhrubasahariah6823
    @dhrubasahariah6823 2 месяца назад +3

    Krishna

  • @binakumarigogoiborah8407
    @binakumarigogoiborah8407 2 месяца назад +1

    কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻🌹🌹🌹🌹

  • @binakumarigogoiborah8407
    @binakumarigogoiborah8407 2 месяца назад +2

    খুব সুন্দৰ হৈছে ❤

  • @PokaDaii
    @PokaDaii 17 дней назад +1

    জয় গুৰু শঙ্কৰ,

  • @SHYAMKANU_Official
    @SHYAMKANU_Official 2 месяца назад +1

    কৃষ্ণ কৃষ্ণ 🙏🙏

  • @bhaktirsagor
    @bhaktirsagor 2 месяца назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @PradipGogoi-i7b
    @PradipGogoi-i7b 2 месяца назад +3

    কম্মৰ জৰিয়তে আমি ব্ৰহ্ম প্ৰাপ্তি হ'ব পাৰোঁ। কথাষাৰ বাখ্যা কৰা ভাল। কম্ম ই ধৰ্ম নহয়। পূণ্য ও নহয় মঙ্গল ও নহয়। সৎ ত্যাগী পৰোপকাৰী নিগূন জগতৰ সৰ্বকালৰ সুমঙ্গলৰ হকে মানৱ কল্যাণৰ বাবে কৰা কম্ম হে সৎ কৰ্ম। সৎ বিশুদ্ধ জগতৰ সৰ্বকালৰ সুমঙ্গলৰ হকে মানৱ কল্যাণৰ বাবে কৰা কম্ম হে ধৰ্ম। অসৎ গূনময় দুষ্ট দৈত্য দানৱ অসুৰৰ কম্ম বোৰ অধম কৰ্ম যেনে কম্ম ‌ তেনে ফল পাই মানুহে। গতিকে কম্ম ই ধৰ্ম ও হয় কম্ম ই অধম বা পাপ ও হয়। গতিকে চেতনা দেহৰ লগত সংযোগ হৈ কলুষিত হৈ কৰা কম্ম ত কৈ চেতনা আত্ম জ্ঞান লাভ কৰি বিশুদ্ধ চেতনা হ'লে ব্ৰহ্মক বুজি পাব। তেতিয়া জন্ম মৃত্যুৰ বন্ধনৰ পৰা মুক্ত হ'ব পাৰে। গতিকে জগতত কম্ম ই শ্ৰেষ্ঠ। কম্ম ই মানুহক ধাৰ্মিক ও হ'ব পাৰে অধমিকো হ'ব পাৰে। গতিকে কূষ্ণ সঙস্কূতিৰ কম্ম কৰি গ'লে ই ধৰ্ম হ'ব আৰু জীৱৰ মুক্তি হৈ সচিদানন্দ হৈ ব্ৰহ্মতেই বিলিন হ'ব পাৰে।

  • @SIRUMONIOfficial24
    @SIRUMONIOfficial24 2 месяца назад +1

    কৃষ্ণ কৃষ্ণ

  • @MONIKANCHANShorts23
    @MONIKANCHANShorts23 2 месяца назад +2

    কৃষ্ণ

  • @AmritHazarika-wz4fo
    @AmritHazarika-wz4fo 21 день назад +1

    কোন। জন। ঈশ্বৰে। জন্ম। দিলে। আপোনাক। শত কোটি। সেৱা। জনালো। কৃষ্ণ

  • @PradipGogoi-i7b
    @PradipGogoi-i7b 2 месяца назад +2

    ঈশ্বৰৰ কম্ম মানে কি। জগতৰ সৰ্বকালৰ বাবে সুমঙ্গলৰ হকে মানৱ কল্যাণৰ বাবে কৰা কম্ম বিলাক আচলতে ঈশ্বৰৰ কম্ম। যিহেতু য'ত জীৱ জঙ্গম কীট পতংগৰ অগ নগ জগ তেৰি কায়া অথাৎ সকলো জীৱ ই ভগৱান। অঙ্গ ওনহয় আঙশ ও নহয়। জীৱ ও ব্ৰহ্ম এক ও অভিন্ন। পূৰ্ণ ব্ৰহ্ম বা আত্মা বা জীৱ। গতিকে জগতত মানৱ জীৱনৰ সঁচাকৈয়ে কৰ্মৰ ওপৰত ‌ সৎ কৰ্ম নে অসৎ কম্ম জীৱন ৰ গতি পথ নিৰ্নয় কৰে। সৎ কম্মৰ পৰা মানুহে মহাপুৰুষ মহা মানৱ মহিষী আদি মানৱ হ'ব পাৰে বা হৈছে ্।। মহিষী বাল্মিকী আৰু বেদ ব্যাস মানুহৰ পৰাই মহাপুৰুষ মহা মানৱ হৈছিল। গতিকে কম্ম যজ্ঞ শ্ৰেষ্ঠ। ধৰ্ম সদায় কৰ্ম ৰ ওপৰত ভিত্তি কৰে। সৎ কৰ্ম ৰ পৰা ধৰ্ম আৰু অসৎ কম্ম ৰ পৰা অধম বা পাপ হয়। পাপ হল ধ্বংসৰ পথ আৰু পূণ্য‌ হ'ল প্ৰগতিৰ পথ। কিন্তু কূষ্ণ ভাৱনাৰে সৎ পথেৰে কৰা কম্ম ৰাজিক কূষ্ণ সঙস্কূতিৰ কম্ম যজ্ঞ বোলা হয়। ধন্যবাদ।