চুমি-বিশালৰ ঘনিষ্ঠ ডিজাইনাৰ আদিত্যম শইকীয়া, কিয় স্বামী অবিহনে ডুবাইলৈ গৈছিল চুমি?

Поделиться
HTML-код
  • Опубликовано: 1 ноя 2024

Комментарии • 608

  • @dhrubajyotigogoi2269
    @dhrubajyotigogoi2269 Месяц назад +147

    ইয়াৰ কথাবোৰতে গম পোৱা গৈছে মিছা কথা কৈছে বুলি ৷

  • @QwertyUiop-zx6xc
    @QwertyUiop-zx6xc Месяц назад +180

    ই ১০০% পইচাৰ ভাগ পাইচে । ইয়াক এৰেষ্ট কৰি দুবেত মান দিলেই সচা কথা কৈ দিব

  • @user75677
    @user75677 Месяц назад +111

    ৯৯% গায়ক গায়িকা, অভিনেতা অভিনেত্ৰী জৰিত সকলোকে ধৰক ৷

    • @aswinimajumder1553
      @aswinimajumder1553 Месяц назад

      অ এতিয়া দেখোন, কুৰুক্ষেত্ৰৰ যুদ্ধৰ প্ৰাক মুহুর্তত অৰ্জুনৰ গাণ্ডীব ধনু হাতৰ পৰা খহি পৰা অৱস্থা। বহিৰাগত ৰ গানে শুনিব লাগিব দেখোন।

    • @bkp9774
      @bkp9774 Месяц назад +2

      এলীয়েন টোৱে জ্বলাই দিলে 😊😊😊

  • @bhaskargogoi8716
    @bhaskargogoi8716 Месяц назад +87

    একোডাল ৰথী-মহাৰথী নহয় ইহঁত...ইহঁত এটা এটা তেজ খোৱা দালাল

  • @rimzimhazarika7578
    @rimzimhazarika7578 Месяц назад +7

    বিয়াৰ পিছত হনিমুন স্বামীৰ অবিহনে তাকো ইমান দূৰত। পাতি লোৱা ভাইটি আৰু চিনেমা producer লগত। আটাইতকৈ ডাঙৰ কথা স্বামীয়ে কেনেকৈ permission দিব পাৰিলে। টকাৰ লোভত স্বামীয়ে নিজৰ পত্নীকো বেলেগৰ লগত এৰি দিছে।businees কিন্তু ভাল চলাইছে। বাকী পাতি লোৱা ভাইতিৰ টকাৰে লোৱা বিলাসীতা খিনি কথা নকও ৰাইজে জানেই।

  • @Trilochnjmedhi
    @Trilochnjmedhi Месяц назад +54

    ই 110% মিছা কৈ আছে।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Месяц назад +19

    লোভেই পাপ পাপেই মৃত্যু।এই বোৰ মূখা পিন্ধা ভ্ৰদ্ৰলোক

  • @priyankikalita1421
    @priyankikalita1421 Месяц назад +17

    সম্পুর্ন মিছা কথা কইছে এইটোৱে

  • @assa516
    @assa516 Месяц назад +115

    দৰ্জী যায় ফেচন ডিজাইনৰ হ’ল৷নাপিত যায় বিউটিচিয়ান হ’ল৷সোনাৰী যায় জুয়েলাৰী ডিজাইনাৰ হ’ল৷

    • @gogoiready6853
      @gogoiready6853 Месяц назад +21

      Kathor mistry jai interior design er hol😂

    • @suarsuar747
      @suarsuar747 Месяц назад +2

      😂

    • @suarsuar747
      @suarsuar747 Месяц назад +17

      Jugali goi civil engineer hol...😂

    • @gunajitbaishya1655
      @gunajitbaishya1655 Месяц назад +15

      পাতি লোৱা ভাইটি গৈ......... হল। বুজাই বুজিব নুবুজাই পোগো চাব।😂

    • @RajuAhmed-p3o
      @RajuAhmed-p3o Месяц назад

      Pati lowa bhaiti a nighty khula hol​@@gunajitbaishya1655

  • @prabahini-m6z
    @prabahini-m6z Месяц назад +33

    ADRE কাৰণে video চাবলৈ আহিছিলো RUclips..😂 গোতেই খন চুমি বিশাল চুমি বিশাল। 😂😂😂😂😂

    • @ridippatowary
      @ridippatowary Месяц назад +1

      Smae here also😂😂😂..adre golge ru..sakalo sumi bishal,tarkik likhi ahim atiya😢😢😢

    • @lj6412
      @lj6412 Месяц назад +1

      Thik koisa😂😂😂

    • @dhrubadas1449
      @dhrubadas1449 Месяц назад +1

      😂Moiu ahisilu kntu aibur e ulai ase

    • @shrutikashyap2691
      @shrutikashyap2691 Месяц назад

      😂😂😂😂

    • @MadhuriSonowal
      @MadhuriSonowal Месяц назад

      😂

  • @mituchem3388
    @mituchem3388 Месяц назад +37

    Reporter jone bhal e question xudhise, ekdom straight forward

  • @EduGain1
    @EduGain1 Месяц назад +49

    বিয়াত বেটা'ৰ‌ নাচোন কি চাবা ঔ বাপ্পা😂

  • @rimzimhazarika7578
    @rimzimhazarika7578 Месяц назад +33

    বেলেগক কোটিটকীয়া উপহাৰ দি নিজেই 7000 টকীয়া কাপোৰ পিন্ধিছে। কথাতো কিবা ৰহস্য আছে। চুমিয়ে উদয়পুৰত বিয়া পতা উপৰিও গুৱাহাটী, যোৰহাটও reception party দিছে। তেতিয়া ভাবিছোঁ ইমান টকা কত পাইছে। যিহেতু যিমান ধনী হলেও এটা reception দিবলেও মানুহে ভাবিব লাগে।

    • @lipikagogoi4434
      @lipikagogoi4434 Месяц назад +3

      তাকেই তো, এই সকলো কথাই ৰহস্যৰ আৰ্বতত

    • @nirmalidas6073
      @nirmalidas6073 Месяц назад

      Right

    • @chinimaibora7626
      @chinimaibora7626 Месяц назад +1

      Right ইহঁতক ভোট জলকীয়া সানিব লাগে ।তেতিয়াহে সঁচা কথা কব । চুমি পিছত থকা দাদা হততে।

  • @mrinalsarma6453
    @mrinalsarma6453 Месяц назад +53

    বিশাল বোলা জনে ছোৱালী জনীক উচিত মূল্যত ক্ৰয় কৰিছিল।

  • @SamsungGalaxy-ol3mk
    @SamsungGalaxy-ol3mk Месяц назад +22

    অতি ভক্তি চোৰৰ লক্ষন😂😂

  • @nilutpolbora5922
    @nilutpolbora5922 Месяц назад +11

    ইহত অসমৰ আৱৰজনা।

  • @Trilochnjmedhi
    @Trilochnjmedhi Месяц назад +21

    দুই পিতন দিলে ই সঁচা কথা কব।

  • @jugabrotsonowal1879
    @jugabrotsonowal1879 Месяц назад +55

    7000 বুলি মিছা কৈছে

    • @painocreation
      @painocreation Месяц назад +1

      Ami 10 tokare kapur kina ..xi 7000 re kapur kina eke kotha😂

    • @darsanasaharia3577
      @darsanasaharia3577 Месяц назад

      27000buli kaise

    • @himashreedas4356
      @himashreedas4356 Месяц назад +2

      💯 misha.15 crore biyat khoros kori 7000/ kapor tar tatt nobonai.minimum 7 lakh

  • @minakshiborgohain7378
    @minakshiborgohain7378 Месяц назад +64

    প্ৰথম বাৰৰ বাবে অসমৰ প্ৰথম নৰ্তকীয়ে প্ৰথম আচৰিত ধৰণেৰে এটা লাজ লগা ‌ ঘিনলগা সম্পৰ্ক অসমৰ অসমীয়াক দিছে যে ভাই আৰু স্বামী একেজন...ছিঃ ছিঃ !! ভাতৃ ভগ্নীৰ‌ সম্পৰ্কক কলংকিত কৰিলে অসমবাসীয়ে কেতিয়াবা ক্ষমা কৰিবনে..!! ইতিহাসত ৰৈ যাব যেনেকৈ জয়পুৰৰ বিয়া ভাইৰ লগত বিবাহৰ পিছত ‌ নৈশ উপভোগ...!!

  • @aishikdeka7964
    @aishikdeka7964 Месяц назад +41

    মক্কেল চালা, নেউলৰ লগত ডুবাই গলি, খালি বলি, ঘূৰিলি। এতিয়া পাৰ্টনাৰক ধকা দি দিলি।

  • @riyand6689
    @riyand6689 Месяц назад +9

    এই কুকুৰৰ কথাতে গম পাই যে মিছা বুকিছে । তদন্তৰ আঔতালৈ নিব লাগে ।

  • @______________Ss23
    @______________Ss23 Месяц назад +12

    ই চুমিৰ ব্লাউজ ৰ গোন্ধ লৈ আছিল । চব চুৰ

  • @zaved2008
    @zaved2008 Месяц назад +24

    ইয়াক প্ৰশ্ন সোধা জনে ইয়াক এনেই অনা নাই , তেওঁও শিয়াল।

  • @satyajitkumargogoi358
    @satyajitkumargogoi358 Месяц назад +10

    অসমৰ মানুহৰে দূভাগ্য,বিশাল,চুমি,তাৰ্কিক আদি বোৰৰ কু-চক্ৰান্ত ধৰা পৰি গ'ল,নহলে অসমে কেইবা গৰাকী ধনাধ্য ব্যক্তি লাভ কৰিলে হেতেন, ২২ বছৰতে যদি বিশাল ইমান বিশাল সম্পত্তিৰ গৰাকী হৈছিল,৩০ বছৰ মানত বিশাল বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হৈ অসমৰ নাম বিশ্বৰ দৰবাৰত জিলিকাই তুলিলে হেতেন।

    • @saratmalakar3045
      @saratmalakar3045 Месяц назад +1

      Moio aitu comments krisilu blg ata video t😮😮😮

    • @bkp9774
      @bkp9774 Месяц назад

      এলিয়েন নিছিনা চেহেৰা 😊😊😊
      চুমি আৰু বিশাল একে ৰুমত আছিল নেকি বাৰু , 😢😢😢 পৈয়েক তোৰ কাম নাই চাগে ।

  • @SpicySugar854
    @SpicySugar854 Месяц назад +17

    প্ৰথমতে কৈ আছিল ফোনত কথা পাতিছিলোঁ আৰু এতিয়া দিক্ষুৰ ঘৰত লগ কৰি পাতিছিল 😅😅

    • @luckygogoi6259
      @luckygogoi6259 Месяц назад +2

      first dina jetiya interview t tak phonot loisil ,hi phone kora buli he koisil.eyay ako jua buli kole dikshur ghrt. sob mili ase

    • @himashreedas4356
      @himashreedas4356 Месяц назад

      Ajio 1st phone t bli koi achil.jiva slip kori oloi gol Dixur nam😂

  • @bhaskarborah4254
    @bhaskarborah4254 Месяц назад +3

    হাজাৰ হ'লে ও সন্দেহ কৰিব লাগিছিল, কাৰণ কলি যুগ

  • @kabyasriborah6970
    @kabyasriborah6970 Месяц назад +8

    সেই সময়ত আপোনালোক সাংবাদিকবোৰ ক'ত আছিল??? বিয়াৰ ভিডিঅ'বোৰ বহুত বেছি জনপ্ৰিয় কৰিবলৈ বাৰে- বাৰে নিউজ চেনেলত চলাইছিল.... তেতিয়া আপোনালোকেও জানিবলৈ চেষ্টা কৰিব লাগিছিল বিয়াখনৰ ৰহস্য....ইমান টকাৰ আৰৰ ৰহস্য..... কাৰণ লুকাই থকা সত্যতাক পোহৰলৈ অনাটোৱেই আপোনালোকৰ দায়িত্ব......

  • @user75677
    @user75677 Месяц назад +11

    ৰাইজ সকল এতিয়া দেখি শুনি বুজি পালে নহয় সেইবাবেই এই বিলাকক এখন সভালৈ মাতি অসমীয়াৰ স্বাভিমান গামোচা পিন্ধোৱাতকৈ জোতা চেন্দেলৰ মালা পিন্ধাওক ৷ মুখাপিন্ধা ভদ্ৰ বোৰৰ কাৰণে জোতা চেন্দেলৰ মালাহে যোগ্য গামোচা নহয় ৷ ইহঁতৰ ডিঙিত গামোচা পিন্ধাই গামোচা খনক অপমান নকৰিব ৷

  • @BhagabanKalita-d6o
    @BhagabanKalita-d6o Месяц назад +2

    অতি সুন্দৰ অতি সুন্দৰ প্ৰশ্ন কৰিছে ।

  • @d.p.experiment549
    @d.p.experiment549 Месяц назад +11

    ইয়াক কেলা দুবেত মান দিলেই সব গম পোৱা যাব

  • @dibasmitabora3070
    @dibasmitabora3070 Месяц назад +30

    চিনেমা খন বন্ধ ই কৰি দিয়ক আৰু। ফ্লপ মাৰিব, এনেও কোনো মানুহে চাব নাযায় , চুৰুনি জনীক

  • @SumanGogoi-t4h
    @SumanGogoi-t4h Месяц назад +34

    কথা বিলাক ব্যৱহাৰ বৰ সুন্দৰ,,,কিন্ত ইউ যে এটা চুদুৰ হয় ,,,

  • @HEMANTADAS-fs3ho
    @HEMANTADAS-fs3ho Месяц назад +2

    এখেতৰ কথা খিনি convincing লগা নাই একেবাৰে।

  • @diptidevi4055
    @diptidevi4055 Месяц назад +17

    হওক, মিঞা, মাছৰ বজাৰ খন এই বাৰ বিশাল চুমিয়ে দখল কৰিছে।

  • @GayatriBgohain-rp5fd
    @GayatriBgohain-rp5fd Месяц назад +10

    আমিয়ে জানো মনীষ পলৰ পৰা 18 লাখৰ কপোৰযোৰ লৈছে ই নাজানে বাপেকে, মিছলিয়া, মিছা কথা কৈছে বহুত 😂😂😂 পইছা খাই থৈছে কেনেকৈ মুখ মেলিব 😂

  • @miraselfkitchendiaries6973
    @miraselfkitchendiaries6973 Месяц назад +2

    Number one loyal repoter 🎉
    Ai manuh jon aru dikhau bola jon dujon sumi hotor logt johrito ase
    Mane aoloke group meeting kora abhayas ase Dikhau sb meeting kora abhayas ase so tat goise aru aoko matisel
    Abar kole aow he sumik call kori kole sumir vai arrest hoise , aru atiya kole nai sumi vai arrest hoise buli koi matise
    Sab mila hua

  • @binudas8708
    @binudas8708 Месяц назад +6

    কিমান তল খাপৰ আৰু কিমান চৰিত্ৰহিন হবপাৰে এজনী ছোৱালী Importance লৈ তেওঁৰ. লগত সম্পৰ্ক কৰা। এজনী সকলোৰে লগতেই তাই সম্পৰ্ক কৰিব পাৰিব। এনে ছোৱালীয়ে ধন আৰু আঅলঙ্কা ৰ বাবে জিমাশনপাৰে তললৈ নামিব পাৰে

  • @JikMikDailyLife
    @JikMikDailyLife Месяц назад +3

    বিশালে ৬০০০-৭০০০ কূটা নিপিন্ধে চব মিছাকৈ কৈ আছে।

  • @rupamsaikia9198
    @rupamsaikia9198 Месяц назад +52

    Kukur puali a Misa kotha koise, sb jne hi kthabur save khalise

  • @ranjitbhagawati2039
    @ranjitbhagawati2039 Месяц назад +9

    ইয়াক দুবেত মান দিলে হেকথা বোৰ ,বেলেগৰ মাইকীৰ লগত 4/5 দিন দুবাইত কি কৰিলে,চিনেমা ৰ মানুহ বোৰ এনেকুৱাই

  • @rajpriyamborah5747
    @rajpriyamborah5747 Месяц назад +34

    Ei beta y alop miss kotha koise Jen laagise pai😮

  • @AnupamaBorthakur
    @AnupamaBorthakur Месяц назад +2

    Quations bilak dhunia xudhise👍

  • @HeeramoniHazarika
    @HeeramoniHazarika Месяц назад +34

    এইজনৰ কথাবোৰ দেখুন বৰ ভদ্র কিয় আজি আহিব লগা হল।

  • @rijubarthakur8641
    @rijubarthakur8641 Месяц назад +1

    মাজতে পদকাষ্ট বোৰেও এই বোৰেহে চিনি পায় ।

  • @M17-f5l
    @M17-f5l Месяц назад +2

    এইবোৰ চব মিছা কৈছে৷ সহজে টকা ঘটাৰ ধাণ্ডা৷ঠগবাজী৷

  • @SumanGogoi-t4h
    @SumanGogoi-t4h Месяц назад +21

    ডুবাইত গৈ গৈটেই কেইটাই,,লিলা কৰিব গৈছিল,,কবলৈ গলে ৰে,,,,,,,

  • @Chaitanuddin
    @Chaitanuddin Месяц назад +14

    Government a Case to ED enquiry kribo kio diya nai..

  • @kanikadas8245
    @kanikadas8245 Месяц назад +7

    ই সৰু মুৱা বেলেগ আছে ,,লাজ নাপাঅ
    বেলেগৰ টিৰি ,,বাইদেউ নাম দি....😅
    বজৰুৱা আপি😂

  • @digantabaruah465
    @digantabaruah465 Месяц назад +1

    কি কথা কয় এইদালে, বহুত ৰহস্য আছে এইজনৰ ওচৰত, বহু কথাই জনে এওঁ। ৩-৪ দিনৰ পুলিচৰ জিম্মাত লৈ জেৰা কৰাৰ দৰকাৰ আছে

  • @ridippatowary
    @ridippatowary Месяц назад +7

    Reporter janak immediate cbi t nijukti diba lage.kenekuwa question karice be😂😂..

  • @ProbalKhataniar
    @ProbalKhataniar Месяц назад +6

    আদিত্য কাইটি তুমি ভি কম নহয়,বহুত ধন ঘতিলা চুমিৰ লগত😂😂

  • @localmoi8185
    @localmoi8185 Месяц назад +4

    ইয়াককো দিব লাগে।কেলা ডুবাইত গৈ,,পক পক, ইহতি ছোৱালী দালালি। পকৰ লাল কৰি দিব লাগে।

  • @ipgneutral
    @ipgneutral Месяц назад +47

    Atiya mukh sidha hoi goise eyar... Mukhar vaj ki sabi eijonar

  • @PranabjyotiBaruah-x2i
    @PranabjyotiBaruah-x2i Месяц назад +6

    ই প্ৰথমতে কি কাম কৰিছিল, আৰু শেহতীয়া ভাৱে কি কৰিব ওলাইছে, তাতে গম পাই

  • @dibasmitabora3070
    @dibasmitabora3070 Месяц назад +7

    প্ৰায়ে অসমীয়া industry ৰ মানুহ জৰিত হৈ আছে। ভাল কৈ সুধ পুচ কৰিলে সকলো ওলাই পৰিব। Police e ইমান তৎপৰতা দেখুওৱা নাই চুন এই case টোত

  • @UnfilteredAnkita.
    @UnfilteredAnkita. Месяц назад +7

    Bishal r uporot a dokhbur dya jen lagise . Sumik bosabo try kori thoka jen lagise

  • @kirongogoi9262
    @kirongogoi9262 Месяц назад +1

    Sumi Borah loi film industry kotha jani gol atia kunewe artish ba kolakarak believe nokare.

  • @RimashreeSarma-s8y
    @RimashreeSarma-s8y Месяц назад +14

    Bishal phukan r wife sumi bora

  • @poyubhoragogoi9542
    @poyubhoragogoi9542 Месяц назад +2

    কেৱল অসমতে নহয় ছাৰ, মই অন্ধ্ৰপ্ৰদেশত থাকো, ইয়াৰ নিউজ চেনেল বিলাকেও কভাৰ কৰিছে কাণ্ডটো। চুমি ফেমাচ এতিয়া।

  • @parthapratim3525
    @parthapratim3525 Месяц назад +7

    Dikhu Aadityam sumi bishal tarkik xob milijuli sorkar

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Месяц назад +4

    এই সকলোকে অতি শীঘ্ৰে তদন্তৰ আওতালৈ আনিব লাগে। ডাঙৰ ডাঙৰ ৰাজনৈতিক নেতা, বিভিন্ন প্ৰতিষ্ঠিত একাঙশ সামাজিক ভাৱে প্ৰতিষ্ঠিত ব্যক্তি ৰাইজে দেখা মানুহ এজন, নেদেখা মানুহ এজন।এই সকলোকে ধৰি ‌ থাৰড ডিগ্ৰী প্ৰয়োগ কৰিলে সকলো বোৰ ওলাই পৰিব। এইবোৰ মানুহৰ নিজৰ সামাজিক পৰিচয়ৰ আৰত কিন্তু অসামাজিক উদ্দেশ্য থাকে

  • @nabagogoi1780
    @nabagogoi1780 Месяц назад +9

    গাড়ী, ড্ৰাইভাৰ আৰু মেকানিক। মালিক নিদ্ৰাত।

  • @north2061
    @north2061 Месяц назад +13

    vaiti logot honimoon korilege.5 rati logot hule moja lagil bonori jonir

  • @KamalJyotiChetia-m3f
    @KamalJyotiChetia-m3f Месяц назад +15

    Aji prada sunglass, armani t shirt nai dekhun . Simple. Free pale dubai jam shopping korim 😂😂😂😂😂😂 .

  • @Noonecanchange
    @Noonecanchange Месяц назад +11

    সাংস্কৃতিক জগতখন হিলাই দিছে এই কেটেঙা ল'ৰাটোৱে।

    • @bkp9774
      @bkp9774 Месяц назад

      এলিয়েণ টোৱে হিলাই দিছে 😊😊😊😊

  • @kishorebaruah9557
    @kishorebaruah9557 Месяц назад +4

    শুনিছোঁ, ৰাতি হ'লে তাইৰ হেৰীখনত পাতি লোৱা ভাইতিৰ কণীগুটি দুটাও চামুচেৰে ভৰাই লয়।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Месяц назад +8

    চুমীৰ ইমেজৰ লগতে চেহেৰা দেখিও বহুতে টকা ইনভেষ্টমেন্ট কৰিলে

  • @nayancreation8894
    @nayancreation8894 Месяц назад +2

    Crore crore toka gift dia lora jone only 7k-8k wedding dress lua ktha2 digest hua nai. Anyway bohut val question korise like a CBI. Anekoi jodi assam police a xudha pucha kore val lagibo amar

  • @ranjitbhagawati2039
    @ranjitbhagawati2039 Месяц назад +4

    ইও লগত আছে1000*/*কথা বোৰত বুজি

  • @dibasmitabora3070
    @dibasmitabora3070 Месяц назад +7

    2 ta mota r lgt Dubai goi... Keita room book kri asile... Val mojaa loise deii... Krishno aii joni ki ,???

  • @ashimphukanassam1358
    @ashimphukanassam1358 Месяц назад

    আজিহে ভাল ৰূপত দেখিছো।

  • @dipikaborah3755
    @dipikaborah3755 Месяц назад +1

    ই কথাত ধৰা পৰিছে মিছা কথা কৈছে৷

  • @abhinobdas8196
    @abhinobdas8196 Месяц назад +6

    Keidinmanor agor video etat Adityam e koisil je Sumi aru bishal k coincidentally he Dubait log paisil,kintu eitu videot kole je Bishal e Dubai le surprise trip plan korisil Adityam r logot. Xompurno misa kotha koi ase

    • @luckygogoi6259
      @luckygogoi6259 Месяц назад +1

      hoi... aru xeidina phone t he pua kotha pata buli koisil.atiya ako patgirir ghrtu goisu koise

    • @luckygogoi6259
      @luckygogoi6259 Месяц назад

      aru patgiri sharmai kio abaru adityam aha buli nokole... sob kole okl take pahorile😂

  • @jimidas7050
    @jimidas7050 Месяц назад +2

    Keneke opomanito kri kotha xudhar dre xudhe apunaloke??? Manuh mati slp xonman kribo xikibo.... Aadityom Saiikia r ktha bor xuni bor vl lge❤️

  • @biswajitsingh3363
    @biswajitsingh3363 Месяц назад +12

    Sob sur

  • @jugalhazarika6866
    @jugalhazarika6866 Месяц назад +3

    মিছা কৈছে ই?

  • @yogajinikalita4754
    @yogajinikalita4754 Месяц назад

    আদিত্যম আকাশবাণীৰ ঘোষক হ'ব পাৰে।

  • @dibyajyotidoloi7808
    @dibyajyotidoloi7808 Месяц назад

    আচলতে তহঁত সকলো একো একোটা নীলা শিয়াল ।

  • @kanikadas8245
    @kanikadas8245 Месяц назад +2

    তই কম নহয় দে ,,,, ৰাইজৰ সাও পাবি
    তহত ,,,নৰাই ভাল

  • @rowstarchannel
    @rowstarchannel Месяц назад +9

    Police ইয়াক জেৰা কৰিব লাগে

  • @IrFaNaHmEd-ty2cs
    @IrFaNaHmEd-ty2cs Месяц назад +3

    বৰ বেলেগ খেল দেই .....12.30 am চাই শেষ কৰিছোঁ ।।কি মানে এইবোৰ

  • @dilipgorh2921
    @dilipgorh2921 Месяц назад

    অসমীয়াত এখাৰ কথা আছে ওপৰে ৰং চংয়া ভিতৰি সমপোৰন টকা খোৱা ৷

  • @junadeka3068
    @junadeka3068 Месяц назад +12

    Sumi bora Aijoni moha sur😅😅

  • @sikhadas7687
    @sikhadas7687 Месяц назад +4

    নিজকে ভদ্ৰ পৰিচিত কৰি বহু কথাই কৈ দিলে , সকলোৱে জানে চুমি আৰু তাৰ্কিক বুলাটোক পুলিছে বিচাৰি আছে বুলি.... সেই কথা জানিও ই কিয় মনে মনে লগ পাবলৈ গৈছিল ? কি গোপনে সহায় কৰিছিল বহুত ডাঙৰ ৰহস্য লোকাই আছে ইয়াৰ কথাৰ পাকত | পুলিছে জেৰা কৰক তদন্তৰ আওতালৈ ইয়াকো নিব লাগে |

    • @saratmalakar3045
      @saratmalakar3045 Месяц назад

      Dikshu aru wife e tu abaru kua nai Aditym aha buli😂😂😂 e 1st kole phnt Tarkik e koise..then kole dikshu r ghrt

  • @MainuGogoi-h6b
    @MainuGogoi-h6b Месяц назад

    Nice

  • @KamalJyotiChetia-m3f
    @KamalJyotiChetia-m3f Месяц назад +10

    Akhomot aru director e nai o . Iman director ase but ahi loi show off kora nai . 1/2 khon movie koriye e koron johor boni gol

  • @jyotimotionfilms5558
    @jyotimotionfilms5558 Месяц назад

    মনিষ পাল নহয় মনিষ মালহোত্রা

  • @musicworld676
    @musicworld676 Месяц назад +2

    Ai interview tu amar nitumoni dak lob dib lagisil

  • @BontirimaVlogs
    @BontirimaVlogs Месяц назад

    সম্পূৰ্ণ মিছাকথা কৈছে ৷কাৰণ বিশালৰ কুৰ্তা 7/ 8 হাজাৰ হবই নোৱাৰে ৷

  • @kaustavrajbongshi344
    @kaustavrajbongshi344 Месяц назад +9

    Bhoi't Karan johar'r sosma tu pindhai baad dile niki ??🤣🤣
    Sosma'r frame khinai ahise sun..

    • @shyamolimaborah8541
      @shyamolimaborah8541 Месяц назад +1

      Moi u vabisu takei, he akebare change hoi gol j 😂

    • @dibasmitabora3070
      @dibasmitabora3070 Месяц назад

      😂

    • @bjs87
      @bjs87 Месяц назад

      Haha moiu takei vabisu
      Axomor Karan johar ki hol aji

  • @pranjalgogoi1138
    @pranjalgogoi1138 Месяц назад

    চুমিৰ পৰা চুমা পাইছিল নেকি এইজনাইও সন্দেহ হয় ।

  • @JinuBegum-j5h
    @JinuBegum-j5h Месяц назад

    আদিতম এজন ভাল মানুহ আৰু হৰজ হৰল মানুহ আৰু সচা মনৰ মানুহ তেওঁ আজিৰ পৰা বেয়া মানুহ বিলাক চিনি পাবলৈ শিকক

  • @sofikulislam7533
    @sofikulislam7533 Месяц назад

    এইবিলাকেই অসমীয়া মানুহৰ জীৱন ধবংস কৰিব ।

  • @AmarjyotiKolita
    @AmarjyotiKolita Месяц назад +1

    এই অদৰকাৰী বাতৰি বোৰ দেখুৱাই অসমীয়া মানুহ বেয়া কৰিছে আপোনালোকে

  • @rajivbharadwaj6921
    @rajivbharadwaj6921 Месяц назад +6

    Baganiya gaor cinema kahinir agreement hoise DUBAI t. Baah. Kantoliya buli eta khua boatu ase. Dutaman khuai dile botiai dibo hosa tu ki hoi

  • @neelamgoswami38
    @neelamgoswami38 Месяц назад +4

    Dikshu ye Misa matile tar ghrt adityam goisil nokole.... N adityamk xudhile naam keita khi koi dibo

    • @luckygogoi6259
      @luckygogoi6259 Месяц назад

      sobe misa matise,ghrle jua ata manuhok xompurno nuhua kori dile..my god. xosa hua hole kio abaru adityamor nam nokole

    • @saratmalakar3045
      @saratmalakar3045 Месяц назад

      Aru Aditym e first kole Tarkik e phn t koise bishal arrest hua buli😂😂 then kole dikshu ghrt

  • @DARKSEID-997
    @DARKSEID-997 Месяц назад +2

    Sangbadik invastigator nohoi eman quation koribole

  • @sarangapanistravelsnvlogs8667
    @sarangapanistravelsnvlogs8667 Месяц назад +8

    Boom misa matise sudurbhai ye

  • @panindrasutradhar6899
    @panindrasutradhar6899 Месяц назад

    সাংবাদিক মহাশয় জনে অধিবক্তা নিচিনা কৈ প্রশ্ন কৰিছে ভাল লগা নাই। আপুনি সাংবাদিক হৈ সাংবাদিক নিছিনা কৈ প্রশ্ন কৰিব পাৰিলে হেতেঁন

  • @rakeshrabha7796
    @rakeshrabha7796 Месяц назад

    বিশালৰ পৰিয়ালত কোনো নাই নেকি ? ... ৰাজনীতি কিয় কৰে ৰে