এক অদ্ভুত হুঁচৰি দল 🔥

Поделиться
HTML-код
  • Опубликовано: 24 апр 2022
  • #assamese #assam #assamesevlog
    Contact Husori - 99570 70352 (Jinki)

Комментарии • 774

  • @ajantapathak192
    @ajantapathak192 3 месяца назад +6

    অতি সুন্দৰ প্ৰদৰ্শন ❤️❤️।নাৰীশক্তি জিন্দাবাদ। কবলৈ ভাষা নাই

  • @santaramrava7304
    @santaramrava7304 2 года назад +15

    মহিলা বিহু নৃত্য আৰু গীতৰ সুৰ আৰু ধূলীয়াৰ ঢোলবাদন দেখি অতি ভাল লাগিছে। অসমীয়া জাতিৰ সম্পদ আৰু গৌৰৱ।

  • @robinmohan9667
    @robinmohan9667 Год назад +25

    অসমীয়া জীয়ৰী/বোৱাৰী সকলো ৱে আজি কালি দক্ষতাৰে সা্্স্কৃতিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে।ই‌ বৰ ভাল হৈছে। হুঁচৰি দল টো লৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

    • @padmogogoi1644
      @padmogogoi1644 Год назад

      😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅

  • @jumidekabarman8446
    @jumidekabarman8446 2 года назад +42

    নাৰী শক্তি জিন্দাবাদ 🙏 বহুত ভাল লাগিল বিহু টো চাই,,,,,ছোৱালীয়ে কি কৰিব নোৱাৰে ।। লৰাতকৈ ছোৱালী কোনো গুনে কম নহয় । God bless you

  • @phanidharsharma5923
    @phanidharsharma5923 2 года назад +70

    সচাই দেহ মন জুৰ পৰি যোৱা হুচৰি দল।অতি সুন্দৰকৈ পাকৈত শিল্পীসকলে নিখুঁত ভাবে পৰিবেশন কৰিছে প্ৰতি জন শিল্পীয়ে। ভগবানে তেওঁলোকক আগুৱাই যাব লৈ শক্তি দিয়ক এটাই কামনা।

  • @anganwadivideoassam1028
    @anganwadivideoassam1028 2 года назад +75

    বহুত ভাল লাগিল,দলটিৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ।

  • @bipulgogoi247
    @bipulgogoi247 2 года назад +15

    আজিকালি লৰাবোৰে বিহুৰ সলনি মোবাইলত ব্যস্ত থকাৰ পৰিবৰ্তে তোমালোকৰ কৃষ্টি ৰক্ষাৰ পৰিকল্পনাক ধন্যবাদ জনাইছো।

    • @gitanjalidevi7358
      @gitanjalidevi7358 4 месяца назад

      Xosakoi, bihur logote benparty biyar ketaring xokolute agbarhi goise ajir suwali.... Doltiloi bahut bahut xuvessa jasilu

  • @shyamalisarma2015
    @shyamalisarma2015 2 года назад +30

    খুব সুন্দৰ হৈছে। সকলোৰে উজ্বল ভৱিষ্যত কামনা কৰিলো ।

  • @ramcharanrabha1155
    @ramcharanrabha1155 2 года назад +20

    সচাকৈ অতি সুন্দৰ, দলটিৰ উজ্জ্বল কামনা কৰিলো।

  • @gauritaye6047
    @gauritaye6047 2 года назад +146

    ব্যতিক্ৰমী হুঁচৰি দল, অতি সুন্দৰ,নাৰী শক্তি জিন্দাবাদ। উজ্বল ভবিষ্যত কামনা কৰিলো ।🙏

  • @basantidas8161
    @basantidas8161 Год назад +10

    ❤🎉 সুন্দৰ প্ৰতিভা ৰ নিদৰ্শন। দলটো লৈ হইয়আভৰআ আশীৰ্বাদ থাকিল। লগতে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।

  • @umeshchbaishya9380
    @umeshchbaishya9380 2 года назад +15

    সুন্দৰ বিহু হুঁচৰি দল উজ্জ্বল ভবিষ্যত কামনা কৰিলো

  • @paporisaikia7526
    @paporisaikia7526 2 года назад +46

    বহুত বহুত ধন্যবাদ মোৰ জন্মভূমি শিৱসাগৰৰ হুচৰি দললৈ।

    • @pilygoswami9414
      @pilygoswami9414 2 года назад +1

      সঁচাকৈয়ে শিৱসাগৰ হুঁচৰি দলৰ প্ৰতিগৰাকী শিল্পীয়ে ইমান সুন্দৰ ৰূপত অসমৰ কৃষ্টি সংস্কৃতি ধৰি ৰাখিবলৈ সক্ষম হৈছে ; তাক ভাষাৰে প্ৰকাশ কৰিবলৈ শব্দ হেৰাই গৈছে ।কিমানবাৰ যে ভিডিঅ'টো চাইছো হিচাপ নাই ।ঢোল বাদনেই চাবা নে ;গায়কীয়েই শুনিবা ;নে পেপা বাদনেই শুনিবা মুঠতে কি বুলি শলাগ লম মুখৰ মাত হেৰাই গৈছে ।মুঠৰ ওপৰত প্ৰতিগৰাকী শিল্পীলৈ মোৰ হিয়াভৰা মৰম লগতে আন্তৰিক শুভ কামনা জনালোঁ ।তোমালোক আগুৱাই যোৱা ।মই কাৰ্বি পাহাৰৰ বকলীয়া ঘাটৰ পৰা কলো ।শেষত সকলোৰে উজ্বল ভবিষ্যৎ কামনা কৰিলোঁ ।

  • @simibora4689
    @simibora4689 2 года назад +8

    নাৰি শক্তি , বহুত ধুনীয়া লাগিল । heads off

  • @manabikakati98
    @manabikakati98 2 года назад +21

    সচাকৈ অতি সুন্দৰ ,চাই থাকোতে যেন উশাহ ল'বলৈ পাহৰি গৈছো । উজ্বল ভৱিষ্য কামনা কৰিছো

  • @anandadas6174
    @anandadas6174 Год назад +10

    সমগ্ৰ বিশ্বতে বিৰল আৰু অনন্য ৰংপুৰীয়া ছোৱালী বিহু দল। সমগ্ৰ দলটোৰ শিল্পী সকলক মোৰ হিয়া ভৰা বিহুৰ ওলগ জনালো 🙏🙏🙏🙏🙏🙏

  • @parimitab8836
    @parimitab8836 2 года назад +56

    অতি সুন্দৰ ; অন্তৰ মোহিত পৰিৱেশন। তেওঁলোকৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিলোঁ।

  • @sewalimohonnath4882
    @sewalimohonnath4882 2 года назад +17

    নাৰী শক্তি জিন্দাবাদ

  • @guptasarmah8949
    @guptasarmah8949 2 года назад +266

    অতি অপূৰ্ব। অসমৰ ছোৱালীয়েই হওক বা জীৱৰি বোৱাৰীয়েই হওক কোনো গুণেই কোনো ক্ষেত্ৰতে পিছ পৰা নহয়, এয়া তাৰেই উৎকৃষ্ট প্ৰমাণ। দলটিলৈ হিয়াভৰা আশীর্বাদ থাকিল।

    • @jorinakhatun830
      @jorinakhatun830 2 года назад +11

      Hosai amr axom khon duniya

    • @ahomkingdom0077
      @ahomkingdom0077 2 года назад +3

      😂😂😂😂😂😂😂😂😂😂😂😂😂😂 by Dr bhi Dr 6

    • @sonydas4153
      @sonydas4153 2 года назад +11

      অসমৰ জিয়াৰি একোতে পিছ পৰা নহয় কাৰন আমি অসমীয়া

    • @sonydas4153
      @sonydas4153 2 года назад +4

      বহুতে ধুনীয়া

    • @bharatdeka9250
      @bharatdeka9250 Год назад +2

      We feel proud on all of you so we are asomiya

  • @bhaskorchetia9596
    @bhaskorchetia9596 Год назад +3

    মজা।।ল'ৰা সকল ও ওলাব লাগে মেখেলা চাদৰ লৈ গাভৰু বিহু মাৰিবলৈ।

  • @pradipgogoi3182
    @pradipgogoi3182 Год назад +5

    অতি সুন্দৰ কণ্ঠ শুনি বহুতো ভাল লাগিল।সকলো লৈকে শুভেচ্ছা জনালোঁ।

  • @monalishabezboruah7015
    @monalishabezboruah7015 2 года назад +15

    বিহু টি আমাৰ মান,এনুৱা বিহু টি এৰিৱ লাগিলে নাথাকে অসমীয়াৰ প্রান, সকলোকে বহুত মৰম লাগিলে, কবলে ভাষা নাই। ❤❤

  • @sashadharhazarika9209
    @sashadharhazarika9209 2 года назад +6

    অতি সুন্দৰ হৈছে। দলটি লৈ শুভেচ্ছা জাচিলো

  • @Sadhana-fr5ih
    @Sadhana-fr5ih 4 месяца назад +3

    আচৰিতজনক ! বহুত ভাল হৈছে 🙏 , শুভেচ্ছা থাকিল লগতে দলটিৰ দীর্ঘ ায়ো কামনা কৰিলো । আমাৰ গৌৰৱ । অসমীয়াৰ গৌৰৱ 🙏🙏🙏 ।

  • @nirjugogoi2832
    @nirjugogoi2832 3 месяца назад +1

    ইমান সুন্দৰকৈ সজাই পৰাই তোলা ছে বহত ভাল লাগিল নাৰী শক্তিৰ 🙏🙏🙏জনাইছোঁ

  • @bimalgogoi6026
    @bimalgogoi6026 2 года назад +10

    Congratulation to all, those who have performed This Bihu, Very nice performance, Go ahead,May God bless you.

  • @samriddhi5547
    @samriddhi5547 2 года назад +7

    ইমান ধুনীয়া বিহুজোৰা,, ভাল লাগিল

  • @haradattanath2668
    @haradattanath2668 3 месяца назад +1

    বহুত ভাল লাগিল। এয়াই আমাৰ অসমৰ শক্তি। নাৰীৰ শক্তি।জয় আই অসম।

  • @munmihazarika779
    @munmihazarika779 2 года назад +7

    ধন্যবাদ। ছোৱালী বিহু দলটিলৈ। তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো।

  • @subhashhazarika5509
    @subhashhazarika5509 Год назад +7

    বণ’নাৰ উদ্ধ’ত বুজাব নোৱাৰা অতি মনোৰম অসমীয়াৰ প্ৰাণৰ স্পন্দনস্বৰুপ এই বিহু নৃত্যটি ৷ জীৱনত বহু বিহুনৃত্য দেখিলো নিজেও নাচিলো কিন্তু এইটো সচাঁই অনন্য ৷ আচলতে ১১ মাহৰ আগৰ যদিও এই দলতিয়ে আৰু পৰোশোধিত কৰি এইবাৰ কলাক্ষেত্ৰত বিশ্বঅভিলেশ গঢ়িবলৈ য়োৱাৰ লগতে একক ভাবে প্ৰধানমন্ত্ৰীৰ সন্মুখত পৰিবেশন কৰিব পৰা হলে অসমীয়াৰ সভ্যতা ,কলা সংস্কৃতিৰ প্ৰাচুয্য’ কিমান জগতে জানিল হেতেঁন ৷
    সি জিকি নহওক , পুৰুষ বেশধাৰী বিহুৱা দলটিৰ ঢ়োল বাদন আৰু নৃত্য তুলনাবিহীন ৷ তেওঁলোকলৈ মোৰ শত নমস্কাৰ ৷ বিহুৱতীকেইগৰাকীও কোনো কম নহয় ৷ এই video টো কিবা প্ৰকাৰে বিশেষভাবে internationalised কৰিব পৰিলে অতি ভাল হয় লগতে ঢ়োল পেপা গগনাৰ এক সম্যক বাখ্যা দি বিহুগীতবোৰৰ ইংৰাজী তজ্জ’মাৰে subtitled কৰি দিব পাৰিলে অনাঅসমীয়াই ইয়াৰ ৰস পান কৰিব পাৰিব ৷ আৰু এটা কথা - এইটো হুচৰি যেন নালাগিল ৷ এইটো এটা বিহুনৃত্যহে আৰু নাচনীৰটো আধুনিকৰন কৰা হৈছে ৷ 🙏🙏💐🌺

  • @kongkonasarma612
    @kongkonasarma612 2 года назад +15

    সদাই ভালে থকা তোমালোক আশীৰ্বাদ কৰিছো🙏🙏🙏

  • @hemantabaruah3693
    @hemantabaruah3693 2 года назад +8

    অতি সুন্দৰ,ইমান উলাহেৰে ভগিনীহঁতে বিহুযোৰা পৰিৱেশন কৰিলে,চাইও ইমান আপ্লুত হলোঁ প্রসংশা কৰিবলৈ ভাষা নাই।তোমালোকক ঈশ্বৰে আৰু আগবাঢ়ি যাবলৈ শক্তি দিয়ক।অসম আৰু অসমীয়াৰ মান বিশ্বদৰবাৰত তোমালোকৰ দ্বাৰা নিশ্বয়কৈ উজ্বলি উঠিব।এনেদৰে ভৱিষ্যতলৈও সংস্কৃতিৰ আৰাধনা কৰি যাবলৈ আহ্বান জনালোঁ আৰু আশীব্বাদো দিছোঁ,সকলোতে জয়ী হোৱা,সফল হোৱা,আটায়ে কুশলে থাকা।

  • @runjuntamuli5026
    @runjuntamuli5026 2 месяца назад

    সচাই অভিভূত হৈ পৰিলোঁ। ঢুলীয়া নামতি পেপোৱাৰ তথা নাচনী লৈকে সকলো চমৎকাৰ। সকলোৱে ভৱিষ্যত উজ্জ্বল কামনা কৰিলো

  • @tarunsaikia7835
    @tarunsaikia7835 2 года назад +5

    অতি সুন্দৰ পৰিবেশন লৰা পিছেই পৰিব যেন লাগিছে,গতিকে সাৱধান হবৰ হল

  • @bhagyalakshmimahanta2137
    @bhagyalakshmimahanta2137 2 года назад +3

    বৰ সুন্দৰ হুঁচৰি দল ভাল লাগিল দলটোলৈ শুভেচ্ছা ও আশীষ থাকিল

  • @mamimahanta6312
    @mamimahanta6312 2 года назад +5

    সঁচাকৈ কবলৈ ভাষায়ে নাই অতি সুন্দৰ 🥰

  • @babulch.malakar3517
    @babulch.malakar3517 2 года назад +3

    এই মহিলা বিহু হুচৰি দলটোলৈ মোৰ বহুত বহুত বহুত শুভেচছা আৰু ধন্যবাদ থাকিল,আৰু ইয়াৰ লগত জড়িত আতাইৰে দীৰ্ঘায়ু কামনা কৰিলো।

  • @arotigohain7996
    @arotigohain7996 2 года назад +3

    সুন্দৰ প্ৰদৰ্শন। সচাকৈ বহুত ভাল লাগিল ।

  • @bijulidas6789
    @bijulidas6789 3 месяца назад +5

    সুন্দৰ নাৰী শক্তি ইমান তকৈ বেছি আছে। ❤❤❤❤❤❤❤

  • @nikumonisaikia7461
    @nikumonisaikia7461 2 года назад +9

    Really , very nice, love and blessings to all of the group

  • @monuranjankalita810
    @monuranjankalita810 2 года назад +4

    eman dhuniya husori moi jibonot pothombar dekhilu lorane suwali dhoriboke nuwari sokoluke all the best thank you joi hind

  • @lalitborah4221
    @lalitborah4221 2 года назад +4

    অতি উত্তম বিহু প্ৰদশন , ভাল লাগিল ',তেঁও লোকৰ উজ্জল ভবিস্যত কামনা কৰিলো ।

  • @pakhilaboro8738
    @pakhilaboro8738 2 года назад +3

    এওঁলোক আমাৰ তাতো হুঁচৰি মাৰিবলৈ আহিছিলে সচাকৈ খুব সুন্দৰকৈ নাচে👌👌

  • @babulkalita7522
    @babulkalita7522 2 года назад +3

    আপোনাৰ কৃপাত বহু দিনৰ মূৰত এটা মনোমহা বিহু নাচ চালো, লৰাতকৈ বহু গূনে নিখুট ।আপোনালৈ ধন্যবাদ থাকিল ।

  • @baduliparasivamandirgolagh9288
    @baduliparasivamandirgolagh9288 2 года назад +2

    বহুত সুন্দৰ , পৰিবেশন কৰাসকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।

  • @renubaruah360
    @renubaruah360 2 месяца назад

    অতি সুন্দৰ। নাৰী শক্তি জিন্দাবাদ
    🙏

  • @SubhashSharma-iy3bz
    @SubhashSharma-iy3bz 2 года назад +6

    Very mind blowing Huchari keep it up always many 2 thanks narishakti 🙏🙏🙏

  • @india1157
    @india1157 Год назад +8

    Incredible performance.... It has proved that NOTHING IS IMPOSSIBLE for Assamese Girl ❤❤❤❤❤

  • @tumimukonubujila7137
    @tumimukonubujila7137 2 года назад +10

    এটি ভাল লগা হুচঁৰি দল।উজ্জ্বল ভৱিষ্যত কামনা কৰিলো জাতে আমাৰ সাংস্কৃতিৰ বজাই ৰখা।আৰু সম্পূৰ্ণ বিহুটো দিয়া বাবে ধন্যবাদ।

    • @rubihazarika7033
      @rubihazarika7033 2 года назад +1

      বহুত বহুত ধন্যবাদ। নাৰি শক্তি। 🙏🙏🙏

    • @dibbyajyotimoran3374
      @dibbyajyotimoran3374 2 года назад

      @@rubihazarika7033 together i

    • @jyotshnadevi6468
      @jyotshnadevi6468 3 месяца назад +1

      Oha bosor January mahot ahiba amar North gauhatiloi
      Mathu mok logot loba baki moi korim

    • @jyotshnadevi6468
      @jyotshnadevi6468 3 месяца назад

      Mor aitu pho no
      Phone koriba

  • @achiyakhatun1091
    @achiyakhatun1091 2 года назад +5

    দলটিয়ে পুৰণি হেৰাই যাব খোজা বিহুৰ কিছুমান মূল্যবান স্মৃতি সংগ্ৰহ কৰিছে বহুত ভাল লাগিল । বাঃ শিৱসাগৰ হুঁচৰি ।বৰ্তমান বাংগালোৰৰ পৰা ।

  • @ujjalkumardas2615
    @ujjalkumardas2615 2 года назад +10

    Our feeling Bihu .
    Our emotion Bihu
    Xosai abegik kori dile , Bahut dhunia hoise keep it up

  • @mridulbharali7284
    @mridulbharali7284 2 года назад +4

    এটাই শব্দ কব পাৰি ,অপূৰ্ব।

  • @dharitrikalita5674
    @dharitrikalita5674 3 месяца назад

    সুন্দৰ এয়া হৈছে অসমীয়াৰ গৌৰৱ ❤❤❤

  • @beautybxd0shl1hapgawati87
    @beautybxd0shl1hapgawati87 3 месяца назад

    বৰ ভাল লাগিল । বহুত শুভ কামনা
    যাচিলো দলটোৰ সকলোকে ।

  • @nirupomaborpatra977
    @nirupomaborpatra977 2 года назад

    Are Aguai jua Bohut Dhanyabad.

  • @sanjayborah-kb5zi
    @sanjayborah-kb5zi 4 месяца назад +1

    Bohut dhuniya lagise❤❤❤

  • @ranjitkrborah2712
    @ranjitkrborah2712 Год назад +4

    100% সুন্দৰ বিহু দল। শুভেচ্ছা জনালো।

  • @ajitchandradas8924
    @ajitchandradas8924 2 года назад

    Bahut Bahut val lagil dei

  • @bipulteli9472
    @bipulteli9472 2 года назад +6

    ছোৱালী তথা বোৱাৰীয়ে কৰিব নোৱাৰা একো কামেই যে নাই তাৰেই প্ৰমাণ এই হুঁচৰি দলটি । 🤗

  • @mriduladas9481
    @mriduladas9481 2 года назад +2

    Bhut bhut val lagil.bihu sai moro bhut mon jai teneke nasibo.bhut val pawo bihu nasi aponaok aru aguway jawok tare kamona korilo.jai aai Assam 🙏🙏🙏🙏

  • @baijayanatiray9699
    @baijayanatiray9699 4 месяца назад +1

    ইমানেই ধুনীয়া ❤

  • @jogeswarhaloi3073
    @jogeswarhaloi3073 3 месяца назад

    অতিশয় সুন্দৰ নিদৰ্শন, হুঁচৰি দেখা পাই আবেগিক হৈ পৰিছো ,এই পৰিকল্পনাৰ কৰিছিল তেওঁ লৈ মোৰ বহুত ধন্যবাদ জ্ঞাপন কৰিছো,সমুহ দলৰ সদস্য সকললৈমোৰ হিয়া ভৰা। মৰম ও আশিৰবাদ। জোনালো ,ভগৱানে কৃপা কৰক,

  • @bashistadas6736
    @bashistadas6736 2 года назад

    bohute val lagil.ujjal vobissot kamona korilo.

  • @priyojonorbandhun
    @priyojonorbandhun 3 месяца назад

    তোমালোক দলটিৰ সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা যাঁচিলো।খুব সুন্দৰ উপস্থাপন কৰিছা ।তোমালোকৰ দলটিয়ে বিদেশলৈ গৈ অসমৰ গৌৰৱ কঢ়িয়াই আনিবা।সকলোলৈকে মোৰফালৰপৰা আৰ্শীবাদ যাঁচিলো।🙏❤️🙏🎉

  • @manassarma2854
    @manassarma2854 2 года назад +10

    বহুত ভাল লাগিল, সম্পুৰ্ণ বিহুটো দিয়াৰ বাবে ধন্যবাদ ৷ বিভিন্ন জনগোষ্ঠীৰ প্ৰদৰ্শনী বোৰ বহুত ভাল হৈছে ৷৷

  • @bilahkonwar5865
    @bilahkonwar5865 Год назад

    সুন্দৰ হৈছে অসমীয়াৰ এইয়া গৌৰৱ আমাৰ অসমীয়া জাতি সছা প্ৰতিভা ধন্যবাদ আৰু ভালহক

  • @anjaligogoi-tn6xx
    @anjaligogoi-tn6xx 4 месяца назад +1

    সঁচাই অতি মনোমোহা, তেওঁ লোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।

  • @nirupamadohutia8540
    @nirupamadohutia8540 Год назад

    Bohut hundor keepitup👌👌👌

  • @ManuranjonGogoi1762
    @ManuranjonGogoi1762 2 года назад +1

    সচাঁকৈ বহুত ভাল‌ লাগিল।

  • @rupalidutta4817
    @rupalidutta4817 2 года назад +1

    অতি সুন্দৰ প্ৰদৰ্শন, আৰু আগুৱাই যোৱা

  • @amiyasaikia6639
    @amiyasaikia6639 4 месяца назад +1

    সঁচাকৈ আপ্লুত হ'লো।মন মুহি নিয়া দেই।❤❤❤
    আগুৱাই ৰাওক, সকলোকে অভিনন্দন জনাইছোঁ 🙏🙏

    • @user-rk9tp7gz4h
      @user-rk9tp7gz4h 4 месяца назад

      ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @marjina9594
    @marjina9594 2 года назад +3

    ডিগবৈত তোমালোকৰ হুঁচৰি উপভোগ কৰিলোঁ।বহুত সুন্দৰ 😊আৰু আগুৱাই যোৱা তোমালোক

  • @mainakolita501
    @mainakolita501 2 года назад +2

    Hosai dah mon sob jur pelai jua ajak husori dol khub val lagil sai😍

  • @kalpana8185
    @kalpana8185 2 года назад

    Khosakoi bohut val lagil.Ashirbad korilu tumalok aguai jua.

  • @thanukrishnagetgtftdrsect494
    @thanukrishnagetgtftdrsect494 3 месяца назад

    Hundor. Aadorkha huwa
    .

  • @digantagogoi1868
    @digantagogoi1868 Год назад +1

    অতি সুন্দৰ। পুৰুষ আৰু নাৰী যে সমান আজি প্ৰমাণ কৰি দেখুৱালে। কেবল অসমৰ বাকী জনগোষ্ঠী সমূহৰ ও কৃযতি সংষ্কৃতি ডাঙি ধৰিবলৈ চেষ্টা কৰিলে ভাল লাগিব।

  • @DipaDulakasorya-qe2zp
    @DipaDulakasorya-qe2zp Год назад

    Oti hundor aguwai juwa ❤️⭐

  • @renuchoudhury5044
    @renuchoudhury5044 3 месяца назад

    বহুত ভাল লাগিল ধন্যবাদ নাৰী শক্তি জিন্দাবাদ আগুৱাই গৈ থাকা আশীৰ্বাদ থাকিল ভগৱানৰ ওচৰত কৃষ্ণ ❤

  • @bimalchandrabordoloi4412
    @bimalchandrabordoloi4412 2 года назад +1

    বৰ ভাল লাগিল।আশিবাদ কৰিছো আগ বাঢ়িগৈ থাকা।

  • @mridulbora1332
    @mridulbora1332 2 года назад +1

    খুব সুন্দৰ অতি সুন্দৰ পৰিবেষণ, মনৰ ভৰি জোৰ পৰিল ❤❤❤

  • @pinkidas114
    @pinkidas114 2 года назад +1

    Bohut dhuniya lagil suwli husori doll to Sai, eman hundor podorkhon korise..! 🥰🥰👍👍👍

  • @bijitsaikia1491
    @bijitsaikia1491 2 года назад +1

    অতি সুন্দৰ হৈছে,ক'বলৈ ভাষা নাই......
    আটাইলৈকে হিয়াভৰা মৰম আৰু শুভেচ্ছা যাছিলো।

  • @kantubania2963
    @kantubania2963 2 года назад

    অতিকে সুন্দৰ,সঁচাকৈ ধুনীয়া |

  • @geetabarua3788
    @geetabarua3788 2 года назад +1

    Bohut bohut dhunia hoise.....nari shakti jindabad 🙏

  • @binoyhazarika6054
    @binoyhazarika6054 2 года назад +1

    অতি সুন্দৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ৷

  • @nabajyoti2869
    @nabajyoti2869 2 года назад

    Bhut val lagisa bhut bhut dhonoyabad husoridol toloy

  • @HariCharanKalita-fu8kt
    @HariCharanKalita-fu8kt 3 месяца назад +4

    সকলো দিশতে অতি সুন্দৰ প্ৰদৰ্শন।

  • @user-qg3iq6yj7j
    @user-qg3iq6yj7j 4 месяца назад +1

    Val lagil apunalukor bihu nass

  • @kiranbor3316
    @kiranbor3316 Год назад

    Very good aagoloiu ane dore aagbahi juwa aahirbad korisu

  • @ikondas8254
    @ikondas8254 3 месяца назад

    বহুত বহুত বহত ভাল লাগিলে আমাৰ অসমীয়া বিহু দল ধধন্যবাদ 👌👌🙏🏼🌷👍❤নতুন বচৰতোত
    কুশলে পাৰ হঅক সকলৰে

  • @RupaGogoidas
    @RupaGogoidas 2 года назад +15

    এটি ভাল লগা হুঁচৰি দল। উজ্বল ভৱিষ্যত কামনা কৰিলো।

  • @bibhagogoi9292
    @bibhagogoi9292 Год назад

    কবলৈ কোনো ভাষা নাই । ইমান ধুনীয়া হুঁচৰি দল কি কৰিব নোৱাৰে মহিলাই । আৰু আগুৱাই যোৱা তোমালোক জিন্দাবাদ মহিলাৰ হুঁচৰি দল ।

  • @mamonibora6277
    @mamonibora6277 2 года назад +1

    আপোনালোক আৰু‌‌ আগুৱাই যাওক।আপোনালোকৰ লগত কোনেও ফেৰ মাৰিব নোৱাৰে।আপোনালোকলৈ আৰ্শীব্বাদ থাকিল।

  • @khushikitchenandvlog
    @khushikitchenandvlog Год назад

    Beautiful sharing 👌 bohute vl lagile video today say 🙏💕

  • @mridusmitasaikia3758
    @mridusmitasaikia3758 2 года назад +3

    অতি সুন্দৰ প্ৰয়াস।।।।

  • @runugogoi287
    @runugogoi287 2 года назад +2

    বহুত ভাল লাগিল। উজ্জ্বল ভৱিষ্যত কামনা কৰিলো

    • @hiranyaborgohain9517
      @hiranyaborgohain9517 2 года назад

      সুন্দৰ। বহুত ভাল লাগিল।

  • @bhabenborah8144
    @bhabenborah8144 2 года назад

    Bhut mzaaaaaaaa

  • @tarunhazarika5776
    @tarunhazarika5776 Год назад

    মৰমৰ বিহু দলটিলৈ হিয়াভৰা শুভেচ্ছা আৰু অভিনন্দন জনালোঁ। অধিক আগ বাঢ়ি যোৱা। বৰ সুন্দৰ হৈছে তোমালোকৰ হুঁচৰি আৰু বিহুখন।

  • @reetabegum3237
    @reetabegum3237 3 месяца назад

    Wonderful group best wishes to all of you 🙏🙏🙏

  • @bhupendas9350
    @bhupendas9350 2 года назад +6

    সুন্দৰ প্ৰদৰ্শন তাতে আকৌ ছোৱালীৰ দল। খুবেই ভাল লগা হৈছে। ভৱিষ্যত দ'লটিৰ আটাইৰে মংগল তথা উজ্বল কামনা থাকিল। ওদালগুৰি জিলাৰ পৰা আশীষ জনালোঁ।

    • @pallabinath404
      @pallabinath404 2 года назад

      শিৱসাগৰৰ ল'ৰা হৈ নচা ছোৱালীৰ হুঁচৰি দলটো লৈ বহুত বহুত শুভ কামনা থাকিল।লতাশিলৰদৰে মঞত তোমালোকৰ বিহুৱা দলটোৱে সু নাম কঢ়িয়াই আনক।বৰ সুন্দৰ,তোমালোকৰ আটাইকেইটা বিহু নাচ।আশিবাদ থাকিল দলটিলৈ।