Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
Krishna Ram 💐
হৰি ৰাম,🙏🙏🙏
কৃষ্ণ কৃষ্ণ হৰি ৰাম
Ram ram🙏
🙏🙏🙏
Ram Krishna Hari 🙏
কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালো।
Krishna krishna, baap samasto khewa grohon koribo, khundor kirton khub val lagishe, jai ekosoron vagowati samaj, jai aasarjo porom kripalu baap ishwor,, krishna, jai jogot guru srimonta sankordev,,
ও হৰি প্ৰভু জগন্নাথনিস্তাৰ কৰা দাৰুণ সংসাৰে৷কৃষ্ণৰ চৰণ ছাড়ি আন গতিনেদেখো হামাৰে৷৷|| পদ ||: পিতৃ মাতৃ ভ্ৰাতৃ ভাৰ্য্যাৰ সংযোগেকতোহো মিলে সন্তোষ৷তাহাৰ বিয়োগে কতো শোকে কন্দো পায়া কতো অসন্তোষ৷৷দেৱ মনুষ্যত পশু পতঙ্গতজগত মধ্যত স্বামী৷চৈধ্যয় ভুৱনে হেন থান নাহি৷যৈক নতু যাওঁ আমি৷৷কতো নৰকত থাকো কদাচিতস্বৰ্গক কৰোহো গতি৷মনুষ্যলোকত থাকো কতোবেলাপশুৰো হওঁ সঙ্গতি৷৷জলযন্ত্ৰ চক্রে জৰীবদ্ধ হুয়াখণ্ড ঘট যেন মতে৷কতো উৰ্দ্ধগতি কতো অধ গতিকতোহো থাকো মধ্যতে৷৷কৰ্ম্মবদ্ধ হুয়া সংসাৰ চক্রতএহিমতে ভগৱন্ত৷ভ্ৰমো চিৰকাল কদাচিতো মইদুঃখৰ নেদেখো অন্ত৷৷শোক মোহ তৃষ্ণা আকুল কৰয়ভৈলো আতি অচেতন৷কিবা কৰো আৱে একোকে নজানোতোমাতে লৈলো শৰণ৷৷তোমাৰ ভকত হওঁ যেৱে মঞিজগন্নাথ কৃপা কৰা৷সংসাৰসাগৰে মজিলো মাধৱআমাক প্ৰভু উদ্ধাৰা৷৷তুমি ব্যতিৰেকে নাহি বন্ধু আনযি মোৰ চিন্তা কৰয়৷তুমি হেন যদি নাথ পাওঁ প্ৰভুকহিতো নাহিকে ভয়৷৷তুমি জগদ্ধাতা তোমাৰ চৰণেভকতি নভৈল যাৰ৷তাৰ কুল শীল বিদ্যা ব্যৰ্থ সৱেকি কৰে জীৱন ছাৰ৷৷যিটো মোহ হুয়া তোমাক নিন্দয়অসুৰ স্বভাৱ পাই৷উপজি উপজি নৰকত পৰেতাহাৰ নিস্তাৰ নাই৷৷যৈতে যৈতে গৈয়া জন্ম লভো মইআপুন কৰ্মৰ গতি৷তৈতে তৈতে হৰি তোমাৰ চৰণেথাকোক দৃঢ় ভকতি৷৷দেৱাসুৰ নৰ তোমাক আৰাধিপাইলেক পৰম সিদ্ধি৷জানিয়া তোমাক নুপূজিবে কোনেতুলি ভকতৰ নিধি৷৷স্তুতি কৰিবাক নাৱাৰে তোমাকব্ৰহ্মা আদি দেৱজাক৷মনুষ্য বুদ্ধিৰে কেনমতে মইকৰিবো স্তুতি তোমাক৷৷যিটো মূঢ়ভাৱে কৰিলোহো স্তুতিতাকো ক্ষমিয়োক মোক৷যদি অপৰাধ কৰো তথাপিতোক্ষমা কৰে সাধু লোক৷৷হেন জানি প্ৰভু হুয়োক প্ৰসন্নতোমাৰ ভকত আমি৷ভক্তিভাৱে যিটো কৰিলোহো স্তুতিসাঙ্গ হৌক সৱে স্বামি৷৷প্ৰভু বাসুদেৱ তোমাৰ চৰণেকৰো মই নমস্কাৰ৷আন কাম এৰি বোলা হৰি হৰিপুৰুষ হৌক উদ্ধাৰ৷৷
কৃষ্ণ প্ৰভূ আপোনাৰ চৰনে নিবেদীলো❤
কৃষ্ণ
Krishan krishan🙏🙏🙏🙏
Jai jagat guru srimonta Sankar dev jai aacharjya ellaram bap eshar jai eksaran bhagawati samaj krishna
কৃষ্ণ কৃষ্ণ বহুত ভাল লাগিছে🙏🙏🙏🙏🙏
Krishna jagannath 🙏🙏🙏💓
Xundor kriton..
Krishna 🙏🙏
কৃষ্ণ , বহুত ভাল লাগিল 🙏🙏🙏
Krisna
O Hari Prabhu jaganath 🙏🙏🙏🙏
Krishna dhuniya kontho
সুন্দৰ দৃশ্য 🙏😘😘
Krishna ❤️🙏❤️🙏❤️🙏❤️
Hari Hari Ram Ram🙏🙏🙏
🙏🙏 কৃষ্ণ পৰম ভকত বৃন্দ লৈ ভক্তি ভৰা সেৱা কীৰ্তন তলিৰ সমুহ ভকতলৈ সেৱা যাচিলো ।🙏🙏 কৃষ্ণ কৃষ্ণ ৰাম
সবাৰো চৰণত সেৱা জনালো, KRISHNA KRISHNA 🙏🙏🙏🙏🙏🙏
💐💐🙏
Krishna
Aru video lge
কৃষ্ণ কৃষ্ণ হৰি ৰাম। মহান আত্মা বাপ আই সমস্তকে আমাৰ নতশিৰে সহস্ৰ প্ৰণাম জনালোঁ । পৰম গুৰুজনাৰ অনুপম সৃষ্টি কীৰ্তনৰ পদাৱলীৰ বাক্য,সুৰ , অলংকাৰ ইমানেই মধুৰ মে আন কৰোৱেই লগত তুলনা নহয় । শুনি থাকিলেও কেতিয়াও আমনি ভাগৰ নালাগে । ভক্তি দিৱসৰ শ্ৰদ্ধা জনায় বাপ ঈশ্বৰৰ দুখানি চৰণত সেৱা নিবেদিলো । তেওঁ যতেই আছে তাৰে পৰাই আপোনাসবৰ লগতে আমাকো আশীৰ্বাদ প্ৰদান কৰে যেন কৰযোৰে প্ৰাৰ্থনা জনালো 🙏🙏🙏🙏
😂
Ma. .dhawa madhawa madhawa. Ram
Ram
😢🙏🙏🙏🙏.....
,🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
Krishna Ram 💐
হৰি ৰাম,🙏🙏🙏
কৃষ্ণ কৃষ্ণ হৰি ৰাম
Ram ram🙏
🙏🙏🙏
Ram Krishna Hari 🙏
কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালো।
Krishna krishna, baap samasto khewa grohon koribo, khundor kirton khub val lagishe, jai ekosoron vagowati samaj, jai aasarjo porom kripalu baap ishwor,, krishna, jai jogot guru srimonta sankordev,,
ও হৰি প্ৰভু জগন্নাথ
নিস্তাৰ কৰা দাৰুণ সংসাৰে৷
কৃষ্ণৰ চৰণ ছাড়ি আন গতি
নেদেখো হামাৰে৷৷
|| পদ ||:
পিতৃ মাতৃ ভ্ৰাতৃ ভাৰ্য্যাৰ সংযোগে
কতোহো মিলে সন্তোষ৷
তাহাৰ বিয়োগে কতো শোকে কন্দো
পায়া কতো অসন্তোষ৷৷
দেৱ মনুষ্যত পশু পতঙ্গত
জগত মধ্যত স্বামী৷
চৈধ্যয় ভুৱনে হেন থান নাহি৷
যৈক নতু যাওঁ আমি৷৷
কতো নৰকত থাকো কদাচিত
স্বৰ্গক কৰোহো গতি৷
মনুষ্যলোকত থাকো কতোবেলা
পশুৰো হওঁ সঙ্গতি৷৷
জলযন্ত্ৰ চক্রে জৰীবদ্ধ হুয়া
খণ্ড ঘট যেন মতে৷
কতো উৰ্দ্ধগতি কতো অধ গতি
কতোহো থাকো মধ্যতে৷৷
কৰ্ম্মবদ্ধ হুয়া সংসাৰ চক্রত
এহিমতে ভগৱন্ত৷
ভ্ৰমো চিৰকাল কদাচিতো মই
দুঃখৰ নেদেখো অন্ত৷৷
শোক মোহ তৃষ্ণা আকুল কৰয়
ভৈলো আতি অচেতন৷
কিবা কৰো আৱে একোকে নজানো
তোমাতে লৈলো শৰণ৷৷
তোমাৰ ভকত হওঁ যেৱে মঞি
জগন্নাথ কৃপা কৰা৷
সংসাৰসাগৰে মজিলো মাধৱ
আমাক প্ৰভু উদ্ধাৰা৷৷
তুমি ব্যতিৰেকে নাহি বন্ধু আন
যি মোৰ চিন্তা কৰয়৷
তুমি হেন যদি নাথ পাওঁ প্ৰভু
কহিতো নাহিকে ভয়৷৷
তুমি জগদ্ধাতা তোমাৰ চৰণে
ভকতি নভৈল যাৰ৷
তাৰ কুল শীল বিদ্যা ব্যৰ্থ সৱে
কি কৰে জীৱন ছাৰ৷৷
যিটো মোহ হুয়া তোমাক নিন্দয়
অসুৰ স্বভাৱ পাই৷
উপজি উপজি নৰকত পৰে
তাহাৰ নিস্তাৰ নাই৷৷
যৈতে যৈতে গৈয়া জন্ম লভো মই
আপুন কৰ্মৰ গতি৷
তৈতে তৈতে হৰি তোমাৰ চৰণে
থাকোক দৃঢ় ভকতি৷৷
দেৱাসুৰ নৰ তোমাক আৰাধি
পাইলেক পৰম সিদ্ধি৷
জানিয়া তোমাক নুপূজিবে কোনে
তুলি ভকতৰ নিধি৷৷
স্তুতি কৰিবাক নাৱাৰে তোমাক
ব্ৰহ্মা আদি দেৱজাক৷
মনুষ্য বুদ্ধিৰে কেনমতে মই
কৰিবো স্তুতি তোমাক৷৷
যিটো মূঢ়ভাৱে কৰিলোহো স্তুতি
তাকো ক্ষমিয়োক মোক৷
যদি অপৰাধ কৰো তথাপিতো
ক্ষমা কৰে সাধু লোক৷৷
হেন জানি প্ৰভু হুয়োক প্ৰসন্ন
তোমাৰ ভকত আমি৷
ভক্তিভাৱে যিটো কৰিলোহো স্তুতি
সাঙ্গ হৌক সৱে স্বামি৷৷
প্ৰভু বাসুদেৱ তোমাৰ চৰণে
কৰো মই নমস্কাৰ৷
আন কাম এৰি বোলা হৰি হৰি
পুৰুষ হৌক উদ্ধাৰ৷৷
কৃষ্ণ প্ৰভূ আপোনাৰ চৰনে নিবেদীলো❤
কৃষ্ণ
Krishan krishan🙏🙏🙏🙏
Jai jagat guru srimonta Sankar dev jai aacharjya ellaram bap eshar jai eksaran bhagawati samaj krishna
কৃষ্ণ কৃষ্ণ বহুত ভাল লাগিছে🙏🙏🙏🙏🙏
Krishna jagannath 🙏🙏🙏💓
Xundor kriton..
Krishna 🙏🙏
কৃষ্ণ , বহুত ভাল লাগিল 🙏🙏🙏
Krisna
O Hari Prabhu jaganath 🙏🙏🙏🙏
Krishna dhuniya kontho
সুন্দৰ দৃশ্য 🙏😘😘
Krishna ❤️🙏❤️🙏❤️🙏❤️
Hari Hari Ram Ram🙏🙏🙏
🙏🙏 কৃষ্ণ পৰম ভকত বৃন্দ লৈ ভক্তি ভৰা সেৱা কীৰ্তন তলিৰ সমুহ ভকতলৈ সেৱা যাচিলো ।🙏🙏 কৃষ্ণ কৃষ্ণ ৰাম
সবাৰো চৰণত সেৱা জনালো, KRISHNA KRISHNA 🙏🙏🙏🙏🙏🙏
💐💐🙏
Krishna
Aru video lge
কৃষ্ণ কৃষ্ণ হৰি ৰাম। মহান আত্মা বাপ আই সমস্তকে আমাৰ নতশিৰে সহস্ৰ প্ৰণাম জনালোঁ । পৰম গুৰুজনাৰ অনুপম সৃষ্টি কীৰ্তনৰ পদাৱলীৰ বাক্য,সুৰ , অলংকাৰ ইমানেই মধুৰ মে আন কৰোৱেই লগত তুলনা নহয় । শুনি থাকিলেও কেতিয়াও আমনি ভাগৰ নালাগে । ভক্তি দিৱসৰ শ্ৰদ্ধা জনায় বাপ ঈশ্বৰৰ দুখানি চৰণত সেৱা নিবেদিলো । তেওঁ যতেই আছে তাৰে পৰাই আপোনাসবৰ লগতে আমাকো আশীৰ্বাদ প্ৰদান কৰে যেন কৰযোৰে প্ৰাৰ্থনা জনালো 🙏🙏🙏🙏
😂
Ma. .dhawa madhawa madhawa. Ram
Ram
😢🙏🙏🙏🙏.....
,🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ