কীর্তন-বনমালী ৰাম মোৰে প্ৰাণ গৈলা কোন স্হান 💐| Ram Nath Bap | ভক্তি দিৱস,জপ-যজ্ঞ 🙏🏻💥

Поделиться
HTML-код
  • Опубликовано: 1 дек 2024

Комментарии • 50

  • @prabinjaihanumansaikia476
    @prabinjaihanumansaikia476 Месяц назад

    Krishna krishna baap /aata xamasto shree saranot sewa nibedilu 🙏🙏🌺🙏🙏 krishna.

  • @SagarDas-bv7kg
    @SagarDas-bv7kg Год назад

    Krishna krishna

  • @bijudas8345
    @bijudas8345 2 года назад +1

    Krishna Ram 💐

  • @mukeshdas7629
    @mukeshdas7629 2 года назад

    Ram Krishna

  • @sunilhazarika5148
    @sunilhazarika5148 2 месяца назад

    কৃষ্ণ, সকলো বাপ বান্ধৱ, আইমাতৃসকললৈ এই অভাজনে সেৱাঁ যাঁছিলো।🙏🙏🙏

  • @PranabjyotiDas-jy4tx
    @PranabjyotiDas-jy4tx Месяц назад

    🙏🌹🙏🙏🙏🙏🙏

  • @parashjyotidas5094
    @parashjyotidas5094 2 года назад +1

    কৃষ্ণ

  • @JogenDas-s8g
    @JogenDas-s8g Год назад

    Jai jagat guru srimonta sankardev jai aacharjya ellaram bap eswar jai eksaran bhagawati samaj

  • @bdmilla2047
    @bdmilla2047 2 года назад +1

    Ram

  • @buddha167
    @buddha167 Год назад

    কৃষ্ণ বহুত ভাল লাগিল।

  • @skbadarani321
    @skbadarani321 2 года назад +1

    Ati xundor, krishan🙏🙏🙏🙏

  • @sikatiramdas3027
    @sikatiramdas3027 Год назад +1

    Krishna Krishna 🙏🙏🙏🙏🙏

  • @R..680
    @R..680 2 года назад +2

    Krishno 🌸🙏🙏🙏❤️❤️❤️

  • @chandanadeka162
    @chandanadeka162 2 года назад +2

    ৰাম হৰি 🙏🙏🙏

  • @gobindravaishnaw8288
    @gobindravaishnaw8288 2 года назад +1

    ৰাম কৃষ্ণ🙏🙏🙏

  • @jitumonidas3606
    @jitumonidas3606 2 года назад +1

    Krishna Ram 🙏🙏🙏

    • @jonaki01
      @jonaki01  2 года назад

      krishna Bapp💐🙏🏻

  • @rajeshsaikia9288
    @rajeshsaikia9288 2 года назад +1

    Krishna bohut xundor nam

    • @gobindabora6993
      @gobindabora6993 Год назад

      eyat koi vhall muk golaghar palnaam than khon he lagese kio ba

  • @jumandeep
    @jumandeep Год назад +1

    Ki hundur. A ai pobitro boikuntho . Ram Krishna 🙏🙏🙏

  • @putuldas3984
    @putuldas3984 2 года назад

    Samuh vaktidibasar bakatbrendar caranat sir thalu kreshna

  • @jintudas-xu3kp
    @jintudas-xu3kp Год назад +2

    কৃষ্ণ কৃষ্ণ

  • @maheswardas7852
    @maheswardas7852 2 года назад +1

    Jai jaijagt guru srimanta sankar.

  • @nilimjyotidas6587
    @nilimjyotidas6587 2 года назад +1

    Krishna

    • @jonaki01
      @jonaki01  2 года назад

      krishna Ram Bap🙏🏻

  • @modanborah2333
    @modanborah2333 Год назад

    🙏🙏 কৃষ্ণ কৃষ্ণ,

  • @sunnydas5161
    @sunnydas5161 2 года назад +1

    Krishna ❤️🙏❤️🙏❤️🙏❤️

    • @jonaki01
      @jonaki01  2 года назад

      krishna Bap🙏🏻

  • @068himangshukakati6
    @068himangshukakati6 Год назад +2

    বনমালী ৰাম মোৰ প্ৰাণ গৈল কোন স্থান৷
    জীৱেৰ জীৱন কৃষ্ণ বিনে নাই আন৷৷
    || পদ ||:
    কথমপি কৃষ্ণৰ চৰণ এৰি মন৷
    বজাইলা উদ্ধৱে পাইলা গাৱত চেতন৷৷
    হাতে মলচিয়া চক্ষু চিত্ত স্থিৰ কৰি৷
    তেজিলন্ত নিশ্বাস কৃষ্ণৰ লীলা স্মৰি৷৷
    কৃষ্ণৰ বিৰহ অগ্নি দগ্ধ কৰে মন৷
    কান্দন্তে দিলন্ত বিদুৰক সমিধান৷৷
    কিবা কথা সোধা সখি দেখো অন্ধকাৰ৷
    কৃষ্ণসূৰ্য্য অস্ত গৈল প্ৰাণ যে আমাৰ৷৷
    কালসৰ্পে দংশিলেক সুহৃদসকল৷
    কি কহিবো সখি আৰ আমাৰ কুশল৷৷
    যাদৱ বংশৰ কিনো মিলিল অভাগ৷
    নজানিলো কৃষ্ণক হাততে পায়া লাগ৷৷
    ক্ষীৰ সাগৰত আছিলন্ত শশধৰ৷
    মৎস্যে যেন বোলে ইয়ো এক জলচৰ৷৷
    সেহিমতে ঈশ্বৰক পায়া যদুগণ৷
    মনে মানিলন্ত এন্তে জ্ঞাতি একজন৷৷
    ভূষণৰ ভূষণ পৰম অঙ্গচয়৷
    যাক দেখি হোন্ত হৰি আপুনি বিস্ময়৷
    অপুণ্য প্ৰাণীক দিয়া অল্প দৰিশন৷
    লগতে নিলন্ত যেন লোকৰ লোচন৷৷
    দেখিয়ো কৃষ্ণৰ কেন কৰ্ম্ম বিড়ম্বন৷
    বসুদেৱ গৃহত অজৰ উপজন৷৷
    যাৰ কটাক্ষতে হোৱে জগত বিনাশ৷
    কংস ভয়ে লৈলা তেন্ত গোকুলত বাস৷৷
    বসুদেৱ দৈৱকীক বুলিলা প্ৰণামি৷
    কংস ভয়ে ব্ৰজত বঞ্চিলো গৈয়া আমি৷৷
    হে পিতৃ মাতৃ মোৰ মৰষিয়ো দোষ৷
    ইহাক সুমৰি মনে মিলে অসন্তোষ৷৷
    হেনয় কৃষ্ণৰ যিটো গাইলে নামগুণ৷
    পাসৰিবে ইটো দুনাই কোন নিদাৰুণ৷৷
    ৰাজসূয় যজ্ঞত দেখিলো নেত্ৰ ভৰি৷
    যেন সিদ্ধি পাইলে শিশুপালে দ্বেষ কৰি৷৷
    কৃষ্ণ মুখপদ্মক কৰন্ত নেত্ৰে পান৷
    অৰ্জ্জুনৰ শৰে কাটে ছাড়ে সুখে প্ৰাণ৷৷
    পাৱে পৰম্পদ ব্ৰহ্মাদিয়ো যাত গহ৷
    হেনয় প্ৰভুৰ কোনে সহিবে বিৰহ৷৷
    উগ্ৰসেন ৰাজাক বৈসায়া সিংহাসনে৷
    কৰযোৰে আপুনি বোলন্ত নাৰায়ণে৷৷
    আজ্ঞা কৰা মহাৰাজ কোন কৰ্ম্ম কৰো৷
    ইহাক সুমৰি সখি আতিশয় মৰো৷৷
    কৃষ্ণগুণ সুমৰন্তে হেৰায় চেতনা৷
    মাৰিবাক লাগি স্তন দিলেক পূতনা৷৷
    তথাপি পাইলেক তাই জননীৰ গতি৷
    কিনো কৃপাময় নাৰায়ণ প্ৰাণপতি৷৷
    হেননো স্বামীক এৰি কিনো মহা অন্ধ৷
    আনক ভজিবে লাগি কৰিবে প্ৰবন্ধ৷৷
    যত দৈত্য আসে মাধৱক ক্রোধ কৰি৷
    তাহাকো উত্তম গতি দেন্ত শ্রীহৰি৷৷
    যিটো প্ৰেমভাৱে ভজে হেন ভগৱন্ত৷
    তাহাৰ মহিমা কহি কোনে পাৱে অন্ত৷৷
    হেন পূৰ্ণব্ৰহ্মক হাততে পায়া লাগ৷
    হৰুৱাইলো সখি দেখা মোহোৰ অভাগ৷৷
    সুমৰি সুমৰি যিটো স্বামীৰ চৰণ৷
    কহিবে নৱাৰে কথা দগ্ধ কৰে মন৷৷
    কৃষ্ণৰ কিঙ্কৰে কহে শুনা সৰ্ব্বলোক৷
    হৰি হৰি বোলা সদা পাতক ছাড়োক৷৷

  • @LgK9-yw9yb
    @LgK9-yw9yb Год назад +1

    Ww44

  • @maniramdas1673
    @maniramdas1673 2 года назад +2

    🙏🙏🙏🙏

  • @rinadeka8529
    @rinadeka8529 Год назад +3

    কৃষ্ণ 🙏🙏🙏🙏🙏 কৃষ্ণ

  • @reenadewri5426
    @reenadewri5426 2 года назад +2

    কৃষ্ণ কৃষ্ণ হৰি ৰাম । সমস্ত বাপ আই মাতৃ সবাকে আমাৰ সেৱা নিবেদিলো 🙏🙏🙏🙏 । ইমান সুন্দৰ,মধুৰ কীৰ্তন ভাগ শুনি আপ্লুত হলো ।বাপ ঈশ্বৰৰ দুখানি চৰণত সেৱা নিবেদিলো 🙏🙏🙏🙏

    • @gobindabora6993
      @gobindabora6993 Год назад

      Golaghat palnaam than ebar ahi sabo bohut vhal pabo 4march t astadokh ase

  • @rinadas300
    @rinadas300 2 года назад +2

    কৃষ্ণ ৰাম কৃষ্ণ হৰি 👏👏👏

  • @uddhabhazarika2077
    @uddhabhazarika2077 2 года назад +2

    ভাষা নাই শব্দ নাই কেৱল এটাই কম যে এইয়া হৈছে বৈকুণ্ঠৰ মহৌষধ।

  • @Orgonicfarming2015
    @Orgonicfarming2015 Год назад

    Krishna Krishna bap ,nam kirtan bilak skip nokora koi sompurno koi dile bhal hobo.
    Skip nokora koi dile nam bor xuni bor anando lagibo.. krishna.oporadh khoma koribo

  • @ritabaruah7568
    @ritabaruah7568 2 года назад +3

    ভগ্যবান বুলি ভাবিছোঁ নিজকে নাম ভাগ দেখিব পাই | কৃষ্ণ প্ৰভু সকল 🙏🙏🙏🙏🙏🙏

  • @PradipGogoi-i7b
    @PradipGogoi-i7b Год назад

    বেলিটোক ঘন ডাৱৰে আবৰি ৰাখিলে পোহৰ আৰু তাপ কতো নপৰে। ফলত অন্ধকাৰ হয় । সেই দৰে জীৱক দেহ ৰূপী অহ্ঙকাৰে দুয়ো আমি এক বুলি এক হৈ অহম বা ম ই বুলি ভাবি অহ্ঙকাৰত ডুপ গৈ দেহ আৰু দেহী দুয়ো এক বুলি ভাবি ব্ৰহ্ম জ্ঞান হীন হৈ আত্মাক নাজানি জন্ম মৃত্যু বন্ধনৰ চক্ৰৰ পৰা মুক্ত হ'ব নোৱাৰে। ফলত আত্মাৰ পৰাই দূৰত্বত থাকি অজ্ঞতাৰ বাবে মৰি মৰি জন্ম ল'ব লাগে। মই শূন্য হ'লে অহ্ঙকাৰ শূন্য হ'ব। তেতিয়া চৈতন্য পূৰ্ণ আত্মাত সকলো মায়াৰ বাবে ঠাই শূন্য হ'লে জীৱ আৰু আত্মা মিলি এক হ'ব। সচিদানন্দ আত্মা হ'ব। অনন্ত কোটি ব্ৰহ্মাণ্ডত অব্যক্ত নিৰাকাৰ নিবিকাৰ অনাদি অনন্ত অলিপ্ত অচিন্ত। ভাবে বিচৰা কৰিব পাৰিব। জীৱ আৰু দেহৰ পৰা প্ৰকৃতিৰ অহ্ঙকাৰ শূন্য হ'লে ই ব্ৰহ্ম বা আত্মাক লাভ কৰে। মুক্তি লাভ কৰে। প্ৰদীপ গগৈ।

  • @SabitaKalita-wg8ep
    @SabitaKalita-wg8ep Год назад

    😅😅

  • @uddhabdas3864
    @uddhabdas3864 2 года назад +3

    Mur sroddhar khewar bostu baap samasto, aaru logote mur ati priyo ram nath das aata baap, dharmeswar das aata baap aapunalukor soronot kouti kouti pronam janaishu, krishna, krishna raam,

  • @LatikaRabha-k3i
    @LatikaRabha-k3i Месяц назад

    Saporir songoti nai

  • @anildas7798
    @anildas7798 Год назад

    Krishna

  • @latoomonidas620
    @latoomonidas620 Год назад

    কৃষ্ণ

  • @bijudas8345
    @bijudas8345 2 года назад +2

    Krishna Ram 💐