Laparoscopic Solution for Uterine Fibroid | Best Laparoscopic Surgeon in Assam | Dr. Yashodhan Deka.

Поделиться
HTML-код
  • Опубликовано: 7 фев 2025
  • স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিভাগৰ সকলো ধৰণৰ চিকিৎসা সেৱা বিগত কেইবা দশক ধৰি সুখ্যাতিৰে আগবঢ়োৱা নলবাৰী মেটাৰনীটি হস্পিতালৰ কথা সকলোৰে জ্ঞাত। আমি আপোনালোকক অৱগত কৰিবলৈ সুখী হৈছোঁ যে আমি অতি জটিল অস্ত্ৰোপচাৰ সমূহ উন্নত মানৰ যন্ত্ৰপাতিৰে তথা দেশৰ আগশাৰীৰ চিকিৎসক সকলৰ দ্বাৰা সেই সুখ্যাতিৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছোঁ। দেশৰ বিভিন্ন স্থানৰ পৰা অহা ৰোগী সকলে তেওঁলোকৰ সমস্যা সমূহৰ পৰা মুক্তি লাভ কৰি আমাক বিভিন্ন ধৰণে কৃতজ্ঞতা প্ৰকাশ কৰে। আহকচোন আমি এনে এগৰাকী ৰোগীৰ বিষয়ে জানো যিয়ে ছয় মাহ ধৰি বিভিন্ন যন্ত্ৰণাত ভূগি কিদৰে ডা: যশোধন ডেকাৰ সু চিকিৎসাত সম্পূৰ্ণ সুস্থ হৈ উঠিবলৈ সক্ষম হল।

Комментарии • 2

  • @drPrakashaghav
    @drPrakashaghav Год назад

    Good work sir

  • @muslimabegum2770
    @muslimabegum2770 Год назад

    Sir spna kun jagha moi apnak log kribo lge mur agote 2 bar surgery hua ase mur 2 ta lora suali o ase aru uterus t fibroid hoise 5 cm moi aru surgery koribo voi loga hoise ki krm bhut tension t asu