✅ ঘৰুৱা মেচিনত কেনেকৈ বনাব পাৰি খুচুৰা কাৰ্পেট ✅ খুচুৰা কাৰ্পেট কেনেকৈ বনাব পাৰিব মেচিনত

Поделиться
HTML-код
  • Опубликовано: 17 окт 2024
  • ঘৰুৱা মেচিনত কেনেকৈ বনাব পাৰি খুচুৰা কাৰ্পেট ✅ খুচুৰা কাৰ্পেট কেনেকৈ বনাব পাৰিব মেচিনত #carpat
    নমস্কাৰ দশক সকল আপোনাৰ লোক সকলোকে মই মোৰ RUclips চেনেলটোলৈ পুনৰ বাৰ welcome কৰিছো। bk design education 🎉
    about this video --------- নবীন সকলৰ বাবে অতি সহজ। ঘৰুৱা মেচিনত কেনেকৈ বনাব পাৰিব খুচুৰা কাৰ্পেট। মই প্ৰায় 43/46 চে মিটাৰ জোখৰ সৰু এখন কাৰ্পেট বনাইছো। আশাকৰোঁ আপোনাৰ লোকে এই ভিডিঅ' টিউটোৰিয়েল ভাল পাব। যদি ভিডিঅ'টো উপযোগী বুলি ভাবে তেন্তে ভিডিঅ'টো like comment share আৰু subscribe কৰিব আৰু সকলোকে শ্বেয়াৰ কৰি দিব ধন্যবাদ 🙏🙏🙏
    ৰাতিটো শুভ হওঁক।
    #carpet
    #viralvido
    #diy
    #patchwork
    #beginners
    #trending
    #sewing
    #tricks
    #scrapfabric
    #fabric
    #cotton
    Instagram 🆔 -------------www.instagram....
    facebook 🆔 ---------www.facebook.c...

Комментарии •