উফ কি যে নষ্টালজিক ❤ সঁচাকৈ স্কুলীয়া জীৱনৰ প্ৰেম সফল নহব পাৰে কিন্তু স্মৃতি বোৰ ৰৈ যায় বুকুৰ এছুকত এক জীয়া কাহানি হৈ❤। এই যে টিউচন যোৱা সময়টি মনে মনে চোৱা। আবেলিৰ পৰত আহিব বুলি বাটত ৰৈ থকা। ঘৰত গম পাব বুলি চিঠি বোৰ লগৰ জনি তাত থৈ দিয়া পাপা keypad phone r পৰা মনে মনে msg কৰা dlt কৰিব পাহৰি কম পিটন খাইছিলোঁ। নে😢 তেতিয়া খুব কন্দিছিলো কিন্তু সেইবোৰ মন্ত পৰিল এ চুণ এতিয়া হাঁহি হে উঠে। ক্লাছৰ বেন্স ত নামৰ প্ৰথম আখৰ দি লাভ লিখা ❤ সঁচাকৈ কি সৰল আছিল খেইবুৰ সফল নহল যদিও khei স্মৃতি বোৰ নিভাজ আছিল । বহুত ধন্যবাদ ইমান ধুনীয়া web series khn আমাৰ মাজত দিয়া বাবে ❤❤
According the first episode first part .....this web series is gonna have more than 3 series......good job make more like it really appreciate your team effort ❤❤❤❤❤❤😊😊😊😊😊😊
Ami oha kalir pra pohim...ohh nhy Ajir pra pohim...😂 Omm Namah shivay ❤ Lakhimpur Prince kun ou..😮😮 Sourav mane moi kin2 phn kra nai dei..mur phone e nai 😂
Series khon r moja class ix X r student t koi tar upor r student a besi pabo bcz it's hits our nostalgia aru baki class X bore tu hei life jiyai ase toh hitotor r regular life aamr babe memory 🤣🤣🤣🤣🤣...good job you guys 😅
Continuously watching, kintu eta xoru mistake ulal. Rail line re khuj karhi karhi Guwahati palu buli kole kintu Pathsala tu jiliki ase station r naam. Anyway superb...
উদং পকেটৰ ল'ৰাটোৱে প্ৰেমৰ তাড়নাত ভালপোৱা ছোৱালীজনীক পলুৱাই লৈ গৈছে.....চৰম অনিশ্চয়তাতো এখন সুখৰ সংসাৰ গঢ়িম বুলিয়েই ভালপোৱাজনৰ লগত তাইও গুচি গৈছে.... দুয়োজনে জানে কিমান সংগ্ৰাম ৰৈ আছে সন্মুখত, হয়তো উমান পায় কিমান নিৰাপদ দুয়োটা ভৱিষ্যৎ!
তথাপি সমাজৰ নিয়ম ভাঙি-ছিঙি বুকুৱে আপোন বিচাৰি যায়.....ভালপোৱাবোৰে এনেদৰেই পূৰ্ণতা পায় ...... কিন্তু সমাজে আজিও নুবুজে "মৰম যে এনেকুৱাই"❤
❤❤
❤️
Ekebare monor ktha khini koi dile😢... Bare bare kati kati saisu xeikhini... Onuvob kribo bisarisu... Premor bbe ovab r fle nusuwa mon bor😢❤️
❤@@_Priyanka_Ray
❤❤❤❤
ৰাতিপুৱা সোনকালে স্কুলত গৈ নিজৰ ভঙা বেঞ্চখন বেলেগ ক্লাচৰ নতুন বেঞ্চৰ লগত সাল-সলনি কৰা মজাই বেলেগ আছিল.!😢
Ekdom hosa dei... Yar dore hukh jen aan kotu nasil
Right ❤😢😅
অ ৰে, সঁচা কৈ
আমি য়ে লগৰ জনিক আগতেই কও পিচদিনা সোনকালে জাম ৱুলি.😅😅
Hoi o
৩বাৰ শিৱৰ নাম লো😂😂 One Of The Best Lines❤....আৰু বহুত বহুত মৰম Film khonr সমূহ কৰ্ম কৰ্তাৰ তথা শিল্পী সকললৈ ❤❤আগুৱাই যোৱা
স্কুলৰ প্ৰেম সফল নহলেও তাৰ স্মৃতিবোৰ এতিয়াও মনত পৰি থাকে ❤
Right bro 😢
💯%right ❤
Right 💯😢
👍
Akdom right 😢😢😢😢😢
Our Axom has created something more Then a Lapaata Ladies and Panchayat hype. .....it's real craftsmanship....Kudos to the team
yhhh bro
😂😂😂
Sorry bro but ur overhyping it a lil bit Lapaata ladies and panchayat are leagues ahead of this..be it acting or story telling
Olop besi hol
Bro stop comparing this with lapata ladies ..
om namah shivay 🙏
Om namah shivay 🙏
Om namah shivay 🙏
Tini bar shiv nam lom❤bohut xundor
❤
😢
এনেকুৱা খাটি অসমীয়া চিনেমা এখন চাবলৈ পোৱাটো আমাৰ বাবে ভাইগ ৰ কথা । ❤
💀
Allah kosom
Gutei episode keta salu, bht val lagil ... Jayanta salfar r kin2 kapur chng hua nedekhilu ... 😅😅😅
😂😂
উফ কি যে নষ্টালজিক ❤ সঁচাকৈ স্কুলীয়া জীৱনৰ প্ৰেম সফল নহব পাৰে কিন্তু স্মৃতি বোৰ ৰৈ যায় বুকুৰ এছুকত এক জীয়া কাহানি হৈ❤। এই যে টিউচন যোৱা সময়টি মনে মনে চোৱা। আবেলিৰ পৰত আহিব বুলি বাটত ৰৈ থকা। ঘৰত গম পাব বুলি চিঠি বোৰ লগৰ জনি তাত থৈ দিয়া পাপা keypad phone r পৰা মনে মনে msg কৰা dlt কৰিব পাহৰি কম পিটন খাইছিলোঁ। নে😢 তেতিয়া খুব কন্দিছিলো কিন্তু সেইবোৰ মন্ত পৰিল এ চুণ এতিয়া হাঁহি হে উঠে। ক্লাছৰ বেন্স ত নামৰ প্ৰথম আখৰ দি লাভ লিখা ❤ সঁচাকৈ কি সৰল আছিল খেইবুৰ সফল নহল যদিও khei স্মৃতি বোৰ নিভাজ আছিল । বহুত ধন্যবাদ ইমান ধুনীয়া web series khn আমাৰ মাজত দিয়া বাবে ❤❤
Moi atyao xei class 10 premot lgte aso ghrt bht gali xuni atya ghrt manti hoise aro amr 2025 biya
@@TrishnaMunu wow congratulations dear 💗💗
@@manusvlogs4223 Thnx❤️
@@TrishnaMunu👍 Great
😊 সঁচাকৈ 😊❤
পাঠশালা shooting হৈছে নেকি filim খন বহুত ধুনিয়া হৈছে. Filim খনন চাই ভালে লাগিছে ❤🎉
হয় পাঠশালাত আমাৰ ঘৰৰ কাষতে
হয়৷
একেলগে পাচঁটা খণ্ড,,❤ বাকী কেইটাও চাম ।😊
Sem
Same
Same
বহুত কম সময়তেই ,popular short film ❤
100%right
ছাত্ৰই ভুল কৰিলে শিক্ষকে শুধৰাই....ভুল পথত ভৰি দিলে শিক্ষকে পথ দেখুৱাই....শাসনৰ সুৰেৰে জীৱনৰ পাঠ পঢ়ুৱাই..... কিন্তু শিক্ষক প্ৰতিশোধ পৰায়ণ হ'ব নোৱাৰে। শিক্ষকৰ কাৰ্যত তেওঁৰ নীতি-আদৰ্শ, মূল্যবোধৰ ছবি প্ৰতিফলিত হয়। ব্লেকব'ৰ্ড ভঙা ঘটনাটোত শিক্ষয়িত্ৰী গৰাকীৰ ভূমিকা যিদৰে উপস্থাপন কৰিলে সেইয়া গ্ৰহণযোগ্য হ'ব নোৱাৰে।
Ekdm thik koise.
Konkhn school t koray?
ইস্কুলত পঢ়ি থকা নষ্টালজিয়া দিনবোৰ বহুত ভাল লাগিছিল ,সেই দিনবোৰ অনুভৱ কৰিব পাৰিম কিন্ত ঘূৰাই নাপাওঁ, সকলোৰে অভিনয় সুন্দৰ , ছালফা একটিং বৰহিয়া ,
The three boys play the best role and act so good ❤
100%right
PCO দাদাক দুদিন মান ৰাতি ৰাতি সুখ দি পাগল কৰি পেলালে, ঊৰ্মিলা বৈ josh তামাম দেই, 😂
😂
😂😂
Mm Hoi 😅
Umm Tmmm korile kela urmila bowk 😂😂
নষ্টালজিয়া💚💚গোটেই কেইজনৰ অভিনয় ভাল হৈছে । গোটেই পুৰণি স্মৃতি বোৰ মনত পৰি গল । আজিৰ যান্ত্ৰীকতা বোৰতকৈ সেই দিনবোৰেই ভাল আছিল ।
Xosake
Hiya sui goise ekebare
According the first episode first part .....this web series is gonna have more than 3 series......good job make more like it really appreciate your team effort ❤❤❤❤❤❤😊😊😊😊😊😊
5 তা এপিছড একেলগে চালোঁ। মজা লাগিছে দেই ♥️
Moiu saisi ekeloge 5 episode
Moi gotei😂
Moio gotei
Moiu gutei keita episode ekeloge saisu
সঁচা ভাল পোৱাই কেতিয়াও ধনী দুখীয়া বিচাৰ নকৰে। বিচাৰে মাথোঁ সঁচা মৰম ভাল পোৱা। এই খন web series সঁচাই আকোঁৱালি লোৱা। 🙂
Aklge 5ta episode cmplt 😌baki keitau sai he xum 😊❤ jdi he mb xekh nhoi 😢😂
😂
Same
Degree student attention here 😂😂❤
Ami Bure degree enai korilu
@@MadhusmitaBhuyan-bh5dr ako lav nhobo amar degree kri 4 year
@@MadhusmitaBhuyan-bh5drsem to you
Fyugp students
দেখাত কলা হলো বুলিয়ে বেয়া হম নেকি।।❤❤❤ চাই আছোঁ
লখিমপুৰৰ প্ৰিন্স দা আপুনি কিন্ত কামতো ভাল কৰা নাই দাই আৰু মৰমত অম্মু বুলি মাতে মইও তাইক মৰমত অম্মু বুলি মতিছিলো চুপা চুপি এপিষদ 5 । সুন্দৰ অভিনয়।
জয়ন্ত ছালফা main 😂 Dom saa কেতেঙা metenga tur 😂Amr village r hua hoi khub pitilu hoi😤
Kishor daaa 🥰
Hoi kin2 beya marilu hoi tak salfa
@@sbvlogs0169tor body saisa ne akbr
😅
Assamese movie rocking, I m proud of who making this series,go ahead
Urmila bou rocked,pco dada shocked 😂
😂🤣🤣
Pco dadar line cut khaise...
Urmila ramdi hoi
🤣@@funkendra44
😂
Schlt padila sobai mula ghuri sai krn moi kola... Was epic😂😂😂
Toie shakti kapor😂 epic
Amiyo mobile nulaotei Prem korisilu school timet cithir jotiyote .hei din buroloi khub mont pori gol ❤❤ bht Val lagil sai
Continuously watching episode 5
Mee too😂
প্ৰথম যেতিয়া ফোন আহিছিল ইমান কথা পাতিব পাৰিছিল জানো ?কাৰণ তেতিয়া ফোন ৰিচিভ কৰিলেও পইছা কাটিছিল😁😁বাকী সকলোৰে অভিনয় মন চুই গল।আৰু আমাৰ নিজৰ দিনৰ কথা মনত পৰি গল।
স্কুলত দেক্স-বেন্স কোনে কোনে ভাঙিছিল লাইক কৰা😂
WWE kheli vangi athu kimn kahisu
Ami mar pit lagisilu 😅 , 1tar matha fali disilu banch vangi
Farewell r bhangislu aibr😂
Moi u@@Bupkinsxxxxxz
Moi
নষ্টালজিক হৈ পৰিলো চাই! এনে লাগিল যেন নিজৰ সেই কৈশোৰ দিনবোৰ হে!
সেই 2012-13 চনৰ সৰু ন’কিয়া ম’বাইলৰ যুগটোৱেই ভাল আছিল যেন এতিয়াৰ এই যান্ত্ৰিকতাৰ পৃথিৱী খনতকৈ!!❤
Hoi 😢
"আৰু ক্লাছত যদি কোনোবাই পাদে সবে মোৰ পিনে ঘূৰি চায় "😅😅😂😂
Tumi paduri nki 😂
😂😂
Mojja lagise dei herai juya dinburole bor koi monot porise.
মনত পৰি গল সৰু দিনলৈ ।।। ক্লাছ টেনৰ সেই দিনবোৰ আৰু এনেকৈ নলে গলে লগা বন্ধু আমাৰ মাজতো আছিল আৰু আগলৈ থাকিব ।।।❤❤❤ সেই দিনবোৰ সচাই মনত পৰি গল ।।।
Bohut bhal lagil saii. Very nice concept.. laapata ladies t k tu bht Teri bhal hoise. Oscar nomination pabo lage
Class অত যুদি কোনোবাই পাদে ছবেই মোৰ ফালে গুৰি চাই....... কথাটো বৰ ভাল লাগিল 😅😅😅😅
haha
😂😂😂
😂😂😂😅😅😅
এই ক্লাছ টেনৰ তিনিজন বন্ধুৰ অভিনয়তো সচাকৈয়ে ভাল লাগে! সাংঘাতিক হাঁহি উঠে😂😂
Paro mangkho rocked Urmila bow shocked 😅😅😅
Wah kya webseries banaya haii dekh ke bahut accha laga 💗 superb
'Kola g keitai pade' xosa ke beki din asil , bahut hahilo dei😂😂😂
❤❤❤ স্কুলীয়া সময়ছোৱাত প্ৰেমৰ সম্পৰ্ক গঢ়িব পৰাটো এটা ভাল লগা সময় ❤❤।
Bahut dhuniya lagise . Schoolr dir kotha monat pori goise
Ami oha kalir pra pohim...ohh nhy Ajir pra pohim...😂
Omm Namah shivay ❤
Lakhimpur Prince kun ou..😮😮 Sourav mane moi kin2 phn kra nai dei..mur phone e nai 😂
Acting mozahh..etai beya lgil PCO tu... PCO burot privacy thake eitut ny...bakibur hokolu mzhh.specially lora tinijonor acting ❤
Ekelge 6 episod sai dilu vll lgil 🎉❤
😂😂❤jomoni ruu phone oora khini😅❤❤❤ bdy val lagise😂😂
Vl lagise bohut.. Agor din buroloi monot pori goise😇
Loving it… keep the good work…. Mamu Rajkhowa from London, UK ❤️… biraat bhal hoise
Bohut dhunia lgise ❤
Pathsala station tu dekhi bor val lagil..nijor thai...jeet...kishor sir moja acting korise
Basically, school tt Sangeeta nicina bhal habo kuwa kunu nasil karone ami bhale nahalu😊
But still ami optimistic..
শিৱ শিৱ শিৱ এইটো মেইন ❤😂
Shooting pathsala t sun . A mojja ❤❤❤
Bhut val lagise ....puroni ktha bilak mont pori gise .. lgte agr din boror ktha jihetu dekhaise redio keypad phone....gotei bur prai 2005 agr kintu Shikharor packet tu he 10 tokiya hollll😅😅😅😅😅😅😅
Class 10 manei dangerous 😂😂❤
Thik a 😂
Gutei Episode salu ru vll lgil bht bece❤
Pathsala station tu dekhi Val lagil ❤❤❤
Editing + Cinematography mojaaaa hoise ❤🎉
Sob koita jga a sinaki..bht dhuniya
Series khon r moja class ix X r student t koi tar upor r student a besi pabo bcz it's hits our nostalgia aru baki class X bore tu hei life jiyai ase toh hitotor r regular life aamr babe memory 🤣🤣🤣🤣🤣...good job you guys 😅
Student character keita bohut vl lgise, xundr acting, bhaviswat ujjal kamona krisu ❤️👌👌
Bohut Dhuniya hoise Horu kalor Kotha monot pori gol 😊
Very nice....expecting many more...❤❤....shiv shiv shiv
Sai bht vll lgil kintu hahi tmmm uthil ❤😂
It is so relatable. Thank you to the team for making much relatable content. We really want more content like this
মাৰ লগত চৌকাৰ ওচৰত পঢ়া জেগাৰ পৰা উঠি আহি পীৰা পাৰি বঢ়া চিনটো বাহ: মজা
মনত পৰি গৈছে পুৰণি দিনবোৰ❤❤❤❤
আমাৰ পাঠশালা ❤️
Hsakoi sai khub vl lagse.school dinbur mnt pori goise
Continuously watching, kintu eta xoru mistake ulal. Rail line re khuj karhi karhi Guwahati palu buli kole kintu Pathsala tu jiliki ase station r naam. Anyway superb...
Khub bhal lagil Sai next episode ❤❤❤😊😂
Ake lge 5ta episode ❤ salu vl lgil
I strongly claim this positive anergy Thank you Universe 🙏 ❤
সঁচাকৈ আগৰ স্কুলৰ দিনবোৰ মনত পৰি গল
আজি এই প্ৰথম চালোঁ।
সম্পূৰ্ণ পাঁচটা খণ্ড চালোঁ।।।
চাই আৰু কিবা সেইদিনলৈ মনত পৰিছে।।।।
পাঠশালাৰ লৰা জুই❤
Jeet Da😍😍
Val lagil sai agor din bor mnt pori goll,, ❤❤
Ayoo.emn jomoni😅😅vl loga❤❤
Gutei episode keta salu.val lagil ❤
২০১১ চনৰ স্মৃতি ৰোমন্ঠন হৈ গল ।
হাইস্কুলীয়া জীৱন, তিতা মিঠা স্মৃতি ।।
Sekhor kotha khini val lagise baideu❤
উফ কি নিভাঁজ আছিল আগৰ সেই ভালপোৱা বোৰ 😊❤
Xundor hoise dei... Hindi r webseries r Dre vibe tu dibo Parise ❤❤
Vl lagil sai ❤
Bhawanipur rocked 😅other place shocked
স্কুলীয়া দিনৰ কথাবোৰলৈ মনত পৰি গল। কি যে মধুৰ স্মৃতি আছিল সেইবোৰ
THE END ADAI KRI DILU AJI ❤❤❤ MJAAA OM NOMO SIVAI
Bow jonir.acting tu he mjja lge ..tar ..krne.. video tu sowa jai..😹😹😹🔥🔥🔥💯💯
😂😂😂himangshu da 😂কি চৰিত্ৰ ললে ও আপুনি
😂
😂😂
2 part lage 👌 Moja hoise
গছৰ ওপৰত বহি বহি mblt কান্দি কথা পাতি থকাটো hahah ki funny
Hah ase hah
Murgi paro 😂😂 epic xtt
একেলগে 6টা episode চালোঁ
চাণক্য ...মজ্জা অভিনয় ভাইটি।
Aiii pradhan xikhyak r voice Tu xunli gaa Tu kemba lge dheiiii
3 jon bondhur acting xsai bor dhuniya lagise ❤❤
Toie shakti Kapoor that line was epic 😂❤
চিনেমাখন চাই পুৰণি নষ্টালজিক খেদি ফুৰিলো বহু সময়,, কি যে দিন আছিল সেই দিনবোৰ, পিয়ৰ প্ৰেম,, ইমান ভাল লাগিল পুৰণি স্কুল ৰ দিনসমূহ আৰু গাঁৱৰ নিভাঁজ দৃশ্য 🥰🥰, আগুৱাই যোৱা সমূহ টিমটো আৰু এনে পুৰণি স্মৃতিৰে জোৰা চিনেমা সমূহ পাই থাকো যেন।।