Muru tenekua Lage gan huni Val pua Dada jonor hanto mukh khn aru bohut kothae moiur soritra Tur lgt Mila .....niribilir khub sue gol muk .......ateya radhar opekhyat💕
"Niribili" ufff ei xobto tu xunile atiya jen montu vaal lagi jai..ketiau pahoribo nuwaru kahinitu..dinot prae time napau ketiaba raati puwai jai kimn j kandilu time palei pohu.. bhttt val loga akhon upoinyakh agoloiu anekuwa upoinyakh pohibo pam buli akha thakil dada..anuron,sandhya,abhik ketiau napahoru..Mayuror mritru aru abhir farewell e bhttt konduale..2nd part2 pohiboloi bhtttt agrohi❤️❤️❤️
সন্ধানুৰণ❤ নামটো শুনিলেই মুখত হাঁহি এটি উলাই আহে। কিমান মনত ভালপোৱা আৰু আবেগ অনুভূতি থাকিলে এনেকৈ জীয়া কাহিনী লিখিব পাৰে ।🥺❤সঁচাকৈয়ে বাৰু এই উপন্যাস এটা সচাঁ কাহিনী নি?
pohi thakute mur onuvobot ji jon anuran r sobi akhn acl..gutei jn jen kaushik daa ei..thkar dhron ktha kuar dhoron,hahir style..lazkuria sawoni..apunatei anuran jn jen ase..efale mayur u jen kunuba khinit tew a❤️novel khnk kiba koboloi xobdor ovab..agoloiu axa thakil apunar pra ane ata kahinir❤️vale thakok
ইণ্টাৰভিউ দিব পৰাকৈ, নিজৰ কথাবোৰ কেমেৰাৰ আগত এইদৰে ক'ব পৰাকৈ যোগ্য হোৱা নাই এতিয়াও। তাৰ পাছতো ইমান মৰম ইমান সঁহাৰি পাহৰিব নোৱাৰিম কেতিয়াও । বহুত বহুত ধন্যবাদ বুদ্ধ । ৰ'দৰ সিপাৰে আগুৱাই যাওঁক বহুদূৰ ।
Bht bhal lagil
Niribili
ভাল লাগিল
ধন্যবাদ কৌশিকলৈ।❤️
সকলোৰে সহযোগীতা আমাৰ কাম্য।
-Team Rodor Xipare
নিৰিবিলি❤❤❤❤❤❤
দাদা ময়ূৰ দাৰ মৃত্যু সচাঁনে । ২ দিনত কিতাপখন পঢ়ি শেষ কৰি এতিয়া সপোনতো দেখিছো নিজক TU ৰ চৌহদত ।
ধন্যবাদ কৌশিক নন্দন ভাল লাগিল
কোত আছে বাৰু অনুৰন হাজৰিকা...? এবাৰ লগ পোৱা হলে🥺 লগতে অভিমন্যু, সন্ধ্যা আৰু ময়ুৰ..... উফ্ এইকেইটা চৰিত্ৰই মোক বৰকৈ আমনি কৰি আছে 😓❤️❤️❤️,,
They are fictional characters?ne hosai ase
❤
কপাল লাগিব অনুৰণৰ দৰে ল'ৰাৰ প্ৰেয়সী হবলৈ_____❤😌
সন্ধ্যাৰণ❤
কৌশিকৰ মাজত মঁয়ূৰক পালো
অনুৰণঅক লাগে চাব বিচাৰোঁ এবাৰ 🥺♥️
❤❤
Moi vakhare bujabo nuaru koushik daa... Apuni ki dise amar majot. Bahut besi val lagil niribili pohi.. pohi apuna bikhoye janibo aru janib mon goise
💓
Val lagil
অনুৰণ❤ মোৰ কাল্পনিক পৃথিবীৰ প্রিয়তম🌚
😌... অনুৰণ 🤍
অনুৰণৰ চৰিত্ৰটো বহুত ভাল লাগে অʼ।গোটেই ৰাতিটো পঢ়ি আছো।সʼচাকৈ অনুৰণৰ দৰে প্ৰেম অকল তেওঁৰ পক্ষেহে সম্ভৱ।
নিৰিবিলি পঢ়িলো । সঁচাকৈ সাংঘাতিক ধুনীয়া এখন উপন্যাস ।এখন জীয়া উপন্যাস । উপন্যাসখন পঢ়ি যাওঁতে সকলো দৃশ্য মোৰ চকুৰ আগত যেন ভাহি উঠিছিল ।প্ৰতিটো চৰিত্ৰই ইমানেই ধুনীয়া যে ক'বলৈ ভাষা নাই ।অভিমন্যু, অনুৰণ,সন্ধ্যা ময়ূৰ,চন্দ্ৰ বা,হিমাদ্ৰী বা ,বকুল দা ,অনুৰাধা আদি সকলো চৰিত্ৰই বহুত ধুনীয়া। বেদান্ত দা হঁতৰ গান দুটাও শুনিলো ।বহুত ধুনীয়া মাতটো । আৰু আমাৰ জুবিন দাৰ গানকেইটা ,উফ ......।অভিসন্ধ্যাৰ নিষ্পাপ বন্ধুত্ব ,সন্ধ্যাৰণৰ
প্ৰেম সঁচাই বহুত ধুনীয়া।TU ৰ campus ৰ বৃন্দাবন স্বৰূপ 'নিৰিবিলি' ,'Essential', 'KFC,' 'গোবিন',' 'মহামায়া ' 'KBR','CSB' community hall আদি নেদেখাকৈও যেন সঁচাই ধুনীয়া লাগিছে । আটাইতকৈ ধুনীয়া ঠাইডোখৰ কাঞ্চনজংঘা ৰ সন্মুখৰ নাহৰজোপাৰ ওচৰৰ পুলটো।উপন্যাসখনৰ শব্দবোৰ সঁচাকৈ ইমানেই হৃদয়স্পৰ্শী যে দুখ লগা সময়খিনি চকুপানী ৰখাব নোৱাৰাকৈ কান্দিছো আৰু হাঁহি উঠা সময়কণত পেট বিষাই যোৱাকৈ হাঁহিছো ।উপন্যাসখন পঢ়ি যাওঁতে এনেকুৱা লাগিছে যেন মইও TU t আছো আৰু যেন এই উপন্যাসখনৰ দৃশ্যবোৰ নীৰৱে উপভোগ কৰিছো। ময়ূৰ ঢুকোৱাখিনিত বহুত কান্দিছো ।সঁচাই যেন ময়ূৰ "জোন হৈ ৰুণজুণ নাম লৈ যেন অভিমন্যু ৰ কাষতে ৰ'লা তুমি ''। সঁচাকৈ প্ৰেমত পৰিলো TU ৰ,প্ৰেমত পৰিলো কাঞ্চন নগৰীৰ ।সঁচাকৈ কৌশিক দা আপুনি বৰ্তমান যুৱপ্ৰজন্মলৈ শ্ৰেষ্ঠ উপহাৰ আগবঢ়াছে । বহুত বহুত ধন্যবাদ ।
I fill that😊
কাঞ্চনজংঘাৰ সন্মুখৰ সেই পুলটো...উফ্ কি কাহিনী।❤
Pahoribo nuwara akhan উপন্যাস ❤❤
কৌশিক দাদাক নিৰিবিলি উপন্যাসৰ ময়ুৰ ৰ চৰিত্ৰটোৰ মাজত বিচাৰি পাওঁ।
Ekdom xocha eitu 💕
Ekdom xsa kotha moiu bixari paww💖
Moio,enekwa lge jen teowei mayur
Muru tenekua Lage gan huni Val pua Dada jonor hanto mukh khn aru bohut kothae moiur soritra Tur lgt Mila .....niribilir khub sue gol muk .......ateya radhar opekhyat💕
Seriously moiu 🥺
Niribili r premot pori golu❤❤❤
নিৰিবিলি এটি নীৰৱ কাহিনী💕 হৃদয় চুই গ'ল🥰🤗 অনুৰণ,সন্ধ্যা,অভিমন্যু আৰু ময়ূৰৰ চৰিত্ৰই মনত গভীৰভাৱে সাঁচ বহুৱালে🥰❤
অনুৰন মোৰ কাল্পনিক পৃথিৱীৰ প্ৰীয়তম ❤️ নিৰিবিলি মোৰ জীৱনৰ প্ৰথম উপন্যাস যি মন প্ৰান চুই গৈছে।।
ইমান ধুনীয়া লাগিল পঢ়ি
চন্দ্ৰলৈ বাক দেখাৰ নিচিনা কৈ সন্ধ্যা অনুৰণ ময়ুৰ গোটেই বৰক এবাৰ দেখাৰ বৰ হেপাহ আছিল❤❤❤
নিৰিবিলি পঢ়িলো কি কম ভাষা নাইকীয়া মোৰ ❤️ ইমান বেছি ভাল লাগিল যে কিতাপখনৰ প্ৰেমত পৰি গলোঁ ❤️ পঢ়ি থাকোতে এনেকুৱা লাগিল যেন মই তাত সকলোকে চাই হে আছিলোঁ,, উফ্ কি কম যেতিয়া পঢ়ি হৈ গল মনটো বহুত বেছি দুখ লগাৰ দৰে লাগিছে,,,পঢ়ি শেষ হোৱাৰ বাবে খালি খালি লাগি গৈছে কিবা এটা ,,,ইমান দিনে যেন মই সেইখন পৃথিৱীত হে জীয়াই আছিলোঁ মই গতিকে পঢ়ি শেষ হলত কৰবাত মনটো কোনোবাখিনিত সেমেকি উঠে ❤️😔। পঢ়ি শেষ হলত এনেকুৱা লাগিছে যদি মই চৰিত্ৰ সমূহৰ সকলোকে লগ পালোহেঁতেন 😔
অনুৰণ,সন্ধ্যা , অভিমন্যু আৰু ময়ুৰ সঁচাই আছিল নিকি বাৰু
মোৰ লগ পাবলে মন যায় সিহঁতক
Bhut priyo 2bar pohriso❤
... 😢😢😢😢 .... কি বুলি বুজাওঁ বাৰু কিমান কান্দিলোঁ নিৰিবিলি পঢ়ি । এখন নতুন পৃথিৱী , কেইটিমান নতুন চৰিত্ৰ আজীৱন হৃদয়ত সজীৱ হে ৰব 🥺❤️
অনুৰণ, অভিমন্যু ময়ূৰ আৰু সন্ধ্যা সিদ্ধার্থ দাক লগ পাবৰ বৰ ইচ্ছা আছে। অনুৰণৰ প্ৰেম মোৰ অতি প্ৰিয়৷ অভিমন্যুৰ বন্ধুত্বৰ আৰু ময়ূৰৰ ভাতৃত্ব উফ কবলে ভাষা নাই ৷ চৰিত্ৰ কেইটা চিনাকি হ'বলৈ বৰ মন ৷
এনেকুৱা এখন উপন্যাস আমালৈ আগবঢ়াই দিয়া বাবে বহুত বহুত ধন্যবাদ । অণুৰন , অভিমান্যু , সন্ধ্যা আৰু ময়ুৰ আৰু লগতে বহুকেইগৰাকি এনেকুৱা এটা চৰিত্ৰই মোক ভাল পাবলৈ শিকালে আৰু এনেকুৱা লাগিছিল মানুহে যেদ , হিংসা সকলো পাহৰি এজনে আনজনক মৰম ভালপোৱা বিলাই ফুৰিছে । উপন্যাসখন পঢ়ি থাকোতে মই নিজকে TU দেখিছো । পঢ়ি থাকিলে ভোক পিয়াহ নলগা নিৰিবিলি আৰু অসীমত যাৰ হেৰাল সীমা দুচকুত মৰমৰ অশ্ৰুু বোৱাই থৈ গ'ল ।।❤
সঁচাকৈ হৃদয়ত যেন এতিয়াও অনুৰণ ৰ সুৰ বাজি আছে ❤✨
Bohut moja hol..
সন্ধ্যা বা সদায় সন্ধ্যাই বৰ মন যায় তেওঁৰ প্ৰকৃত নামটো জানিবলৈ এবছৰ পিছত পঢ়িলোঁ মই এনে লাগিল যেন বহুত দেৰি হ'ল মোৰ ইমান বেয়াকৈ প্ৰেমত পৰিছো নহয় বাৰে বাৰে তেজীয়ান হবলৈ মন গৈছে । মইয়ো বিহু নাচি বহুত ভাল পাওঁ এইবাৰো বহুত নাছিলোঁ অনুষ্ঠানবোৰত সন্ধ্যা বাইও বহুত ভাল পাইছিল বিহু এনেকুৱা লাগিছে যেন সন্ধ্যা বাৰ কিবা এটা আছে মোৰ ওচৰত কিন্তু বাকীবোৰ নাই নতুনকৈ আকৌ জিয়াবলে মন গৈছে সন্ধ্যাৰ ৰূপ লৈ, লগতে অভিমন্যু দাৰ দৰে বন্ধু আৰু অনুৰণ দাৰ দৰে খুব মৰম কৰা এজন প্ৰেমিকক বিচাৰো । ফুল মইও বহুত ভাল পাওঁ কিন্তু কেতিয়াও সৰাফুল বুটলা নাছিলোঁ (শেৱালি ফুলৰ বাহিৰে) । বৰষুণ মইও ভাল পাওঁ কিন্তু তিতাৰ সাহস নাই সন্ধ্যা বাৰ দৰে, চৰিত্ৰ বোৰৰ মাজত ইয়ানেই সোমাই পৰিছো যে ৰিনা বা , বিদিশা বা হতক লগ পাবৰ মন গৈছে । ৰোমটোত সোমাই চাব মন আছে যত সন্ধ্যা বা বিদিশা আৰু পখী বাৰ স্মৃতি আছে । মন গৈছে সোৱণশিৰীৰ চঞ্চল জনী হবলৈ । লিখি শেষ নহব সেইবাবে সামৰিলোঁ । মাত্ৰ এটাই অনুৰোধ যদি কোনোবাই মোৰ এই মনৰ অৰ্থহীন কথাবোৰ পঢ়িছে তেন্তে সন্ধ্যা ৰাগিনী বাৰ প্ৰকৃত নামটো জনাব ।
শেষত ,
নিৰিবিলিৰ চৰিত্ৰ সমূহৰ অনুৰাগী মইজনী
Sadly ai characters bur kalponik 😢
Xosai hidoi sui gol niribili ae 😢❤😢
সন্ধ্যা -অনুৰণৰ দৰে নিভাঁজ আৰু নিষ্কলুষ প্ৰেম আৰু সন্ধ্যা -অভিমন্যুৰ দৰে অমায়িক নিঃস্বাৰ্থ বন্ধুত্ব আজিৰ সমাজত সঁচাই অৱশ্যকীয়। কৌশিক দা ..তোমাক অশেষ ধন্যবাদ নিৰিবিলিৰ ৰূপত এইখিনি কথা সমাজৰ আগত ব্যক্ত কৰা বাবে ....
এটা কথা সঁচা দাদা...তোমাৰ এই কিতাপখন পঢ়ি হয়তো ভাগিব ধৰা বহুতো প্ৰেম আৰু বন্ধুত্বৰ সম্পৰ্ক জীপাল হৈ পৰিছে নতুন ৰূপত । প্ৰেম আৰু বন্ধুত্বৰ প্ৰকৃত মূল্য বুজি নোপোৱা আৰু বন্ধুত্বক যোগ্য সন্মান দিব নজনা বহুজনে নিৰিবিলি পঢ়ি যথেষ্ট কথা শিকিব পৰিছে ।
এইয়াই গ্ৰন্থখনিৰ সাৰ্থকতা..... বহুত বহুত ধন্যবাদ তোমালৈ আৰু আশা কৰোঁ ভৱিষ্যতে যাতে এনেকুৱা অন্য বহুতো গ্ৰন্থ তোমাৰ পৰা উপহাৰ হিচাপে লাভ কৰো🙏🥰🌺🌺🌺
সচায় বহুত বহুত ভাল লাগিল পঢ়ি।লগতে বহুত বাৰ কন্দোৱালে নিৰিবিলিয়ে।
Dada xosake kitap khon bohut val lage o ai kitap khon ketiyaba nojobake sakupani ulai goise❤❤❤
নিৰিবিলি যে সঁচাকৈ অন্তৰ চুই গল ❤️
'ৰাধা' লগ পাবলৈ আশাৰে বাট চাই ৰ'ম❤
Anuran❤❤❤
আছোঁতো মই এই কথাষাৰে অনুৰণৰ প্ৰেমত পেলালে ❤
অনুৰণ, অভিমন্যু আৰু সন্ধা বা interview lua .. bhut sabole mon goice .. Anuran , abhimanyu aru shondhya ba cemera agot interview loba .. please request koricu dada .. niribili khnot thoka hei kahini burole monot pora ... Bhuy dukh lage ,so dada please abaror babe Tejpur University t Sandhya ragini ba , anuran dada aeu abhimanyu dada k interview loba .. teulukok bhut sabo mon goice .. ....🥺🥺🥺❤️❤️❤️❤️🙏🙏🙏🙏 please 🥺
যোৱাকলি নিৰিবিলি পঢ়ি শেষ কৰিলোঁ সিক্ত নয়ন আৰু ওঠত হাঁহি বিৰিঙাকৈ 🥺 অনুৰন, সন্ধ্যা আৰু অভিমন্যুক চিনাকি কৰি দিব প্লিচ 🙏🙏🙏🙏
বহুতো উপন্যাস পঢ়িলো কিন্তু নিৰিবিলি ব্যতিক্ৰম।নিৰিবিলি হৃদয়ত সাচ বহি গল। আজিও নিৰিবিলিৰ প্ৰতিটো দৃশ্য চকুৰ আগত ভাহি ফুৰে। ৰাধা লৈ অতি আগ্ৰহৰে বাট চাই আছো।
"Niribili" ufff ei xobto tu xunile atiya jen montu vaal lagi jai..ketiau pahoribo nuwaru kahinitu..dinot prae time napau ketiaba raati puwai jai kimn j kandilu time palei pohu.. bhttt val loga akhon upoinyakh agoloiu anekuwa upoinyakh pohibo pam buli akha thakil dada..anuron,sandhya,abhik ketiau napahoru..Mayuror mritru aru abhir farewell e bhttt konduale..2nd part2 pohiboloi bhtttt agrohi❤️❤️❤️
নিৰিবিলি উপন্যাসখন পঢ়াৰ পৰা নিৰিবিলিৰ প্ৰেমত পৰি গৈছো ❤🫶🏻
কৌশিক দা আৰু চন্দ্ৰালি বাৰ দৰে অভিমন্যু দা , অনুৰণ দা আৰু সন্ধ্যা বা ক চাবলৈ খুব ইচ্ছা আছে। আশা কৰোঁ তেওঁলোকো দেখুৱাব পাৰিব। লগতে অনুৰাধা বা ও আছে দেই নহলে আকৌ তেখেতে বেয়া পাব । অহ পাৰিছিলো জেং ছোৱালী জনিৰ কথা মানে পখী বা কথা কৈছোঁ তেওঁক ও চাবলৈ মন আছিল।
হয় বহুত মন আছে চাবলৈ
@@ankitadeka8860 muru
Hoi deii mor o !!
Moro
Muru
সন্ধ্যাইয়ো কোৱাৰ দৰে চন্দ্ৰালী বাৰ মাতটোৰ সৈতে তিলটোৰ সৈতে হাঁহিটো খুবেই ধুনীয়া।💚
Mayur ❤
নিৰিবিলী আমাৰ বাবে এক উপহাৰ। সঁচাই অনোৰন সন্ধ্যা অভিমন্যু মৈয়ুৰ লগতে বাকী চৰিত্ৰ বোৰো মোৰ প্ৰিয়। নিৰিবীলি পঢ়ি মই tu ৰ প্ৰেমত পঢ়িছোঁ । অনোৰন ৰ দৰে প্ৰেমিক আৰু অভি ৰ বন্ধু মইও বিচাৰোঁ❤ । নিৰিবিলী ৰ লেখক কৌশিক দা মোৰ সদায় প্ৰিয় হৈ ৰব 😢❤
উপন্যাসৰ বাকী চৰিত্ৰ সমূহ যেন অভিমন্যু , সন্ধ্যা, অনুৰন আদিক চন্দ্ৰালি বা দৰে দেখা পালে আৰু ভাল লাগিল হয়😀❤️❤️❤️❤️❤️❤️
নিৰীবিলি পঢ়ি খুব ভাল লাগিল ❤️❤️❤️
Thik koise plzzz zldyy lgee
সচাকৈ আন আন চৰিত্ৰ সমূহ চাবলৈ আশা থাকিল।
Hosake
Bohut dhunia lagil niribili porhi ... Xnkaly radha pohibo pau jate
মই পঢ়া উপন্যাস বোৰৰ ভিতৰত সকলোতকৈ সাঁচ বহুৱাই যোৱা এখন উপন্যাস কৌশিক দা কি কম মুঠতে মোৰ কব ভাষা নাই❤️ hs exm দি আমনি লগাত লগৰ টোক কিবা পঢ়িবলৈ কিতাপ খুজিছিলো সি দিছিল বৃহৎ ভলিউমৰ pdf টো ,পঢ়ি কান্দি দিছিলোঁ ....তোমাৰ ভাষাৰে কিমান ভাবুক বা প্ৰেমিক হ'ব লাগিব এনে এখন উপন্যাস লিখিবলৈ । সঁচাকৈ মই নিৰিবিলিৰ প্ৰেমত পৰিলোঁ, প্ৰেমত পৰিলোঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ .....কি নাই উপন্যাস খনত বন্ধুত্বৰ সংজ্ঞাৰ পৰা প্ৰেমৰ সংজ্ঞালৈ ... এজন ল'ৰা আৰু এগৰাকী ছোৱালীৰ মাজৰ সম্পৰ্ক কেৱল যে প্ৰেম নহয় তাতোকৈ উপৰৰ প্ৰবিত্ৰ সম্পৰ্ক যে বন্ধুত্ব তাক ইমান সুন্দৰকৈ প্ৰমাণ সহকাৰে বুজাই দিছা উপন্যাস খনত, তাতোকৈ প্ৰেম কেনেকুৱা হ'ব লাগে তাকো ইমান সুন্দৰকৈ বুজাই দিছা ।। সচাই আচৰিত তোমাৰ লেখা , কথাৰ প্ৰতি খাপ খুৱাই জুবিন দাৰ গান কিটা উফফ্ কি সুন্দৰ ... ময়ুৰ অনুৰণ অৰ কথাৰে নিগৰা বাক্য বোৰ গাৰ নোম শিঁয়ৰাই দিছিল । কৌচিক দা আৰু কি জানানে দুটা কৈ উজাগৰি দিনে নিশাই পঢ়ি শেষ কৰিছিলোঁ ১৩৩১পেজ থকা পি.ডি.এফ টো কেনেকৈ ৰাতিপুৱাইছিল কব পৰা নাছিলোঁ ইমানেই সোমাই পৰিছিলো যে সন্ধিয়া ৰ পৰা পুৱা লৈ মা আহি ৰুম হাৰি গৈছিল হি অথচ গম নাপাওঁ ।উফফ্ কি সুন্দৰ নিদৰ্শন পঢ়ি হোৱা আজি মোৰ তিনি দিন হ'ল ,হ'লেও কাণত বাজি আছে সেই ...সন্ধ্যা,অভি ,ৰণ এমিনিটি এচিনচিয়েল আদি শব্দ বোৰ চকুৰ আগত যেন এখন মই চিনেমা চাই আছিলোঁ কিকম মানে ভাষা নাই ।।❤️ সুযোগ পালে তেজীয়ান হ'ব মোৰ দুৰ্বাৰ হেঁপাহ। সঁচাই আকৌ এবাৰ মই নিৰিবিলিৰ প্ৰেমত পৰিলোঁ।।
বেয়া নাপাব কমেন্টটো দীঘলীয়া হ'ল কিন্তু মনত সাঁচিৰখা বোৰ উলিয়ায় শান্তি লাগিছে । আপোনাক এবাৰ লগ পোৱাৰ ইচ্ছাৰে লখিমপুৰৰ পৰা মৰম ।। বাকী ধন্যবাদ বুদ্ধ দা ভাল লাগিল তোমাৰ সাক্ষাৎকাৰ টো বহু কথাই শিকিলোঁ❤️❤️❤️
সচাঁকৈ নিৰিবিলি প্ৰেমত পৰি গলো ।। ভাষাৰে বুজাব নোৱাৰিম ❤️🤗
ইমান এখন সুন্দৰ উপন্যাস পঢ়িবলৈ মোক pdf টো দিয়াৰ বাবে তোমাক ধন্যবাদ ।💚💚
Dada PDF tu pam neki
@@blackbeauty1341 nisoii koii
@@blackbeauty1341 email no WhatsApp no tu dibo di dim....
Sandhiya ba aru anuron da aru hotuk log koribo mon ase bohut 🥺🥺.... Moyur da k tu log napao a 🥺😭
সঁচাকৈ তিল থকা হাঁহিমুখীয়া বা জনী ইমান মৰম লগা
Niribilir premt br beya koi prilo kaushik da.. 😊
Pdf tu ase niki..?
অনুৰণ 🥺❤️
নিৰিবিলি পঢ়ি খুবেই ভাল লাগিল ❣️❣️ নিৰিবিলি পঢ়ি ময়ো TU ৰ প্ৰেমত পৰি গৈছো ❣️❣️ মোৰ আটাইতকৈ প্ৰিয় চৰিত্ৰটো হ'ল অনুৰণ হাজৰিকা❣️❣️
2023 tt porhi asuu 😌❤ xosai Niribili rr premika hoi prilo
'অনুৰণ' নামৰ চৰিত্ৰটিৰ প্ৰেম তেই পৰিছো.....
ধন্যবাদ জনাইছো ইমান সুন্দৰ উপন্যাস খন লিখা বাবে। বহুত ভাল লাগিল। মই বহুত বাৰ পঢ়িলো
সন্ধানুৰণ❤ নামটো শুনিলেই মুখত হাঁহি এটি উলাই আহে। কিমান মনত ভালপোৱা আৰু আবেগ অনুভূতি থাকিলে এনেকৈ জীয়া কাহিনী লিখিব পাৰে ।🥺❤সঁচাকৈয়ে বাৰু এই উপন্যাস এটা সচাঁ কাহিনী নি?
নিৰিলিবি: এটি নীৰব কহিনী😍
উফ পঢ়িলে বাৰে বাৰে পৰো দেখোন সন্ধ্যাৰ প্ৰেমত❣️
অনুৰণ হৱ মনযায় তেনেকোৱা কোনোবা সন্ধ্যাৰ বাবে।💓
pohi thakute mur onuvobot ji jon anuran r sobi akhn acl..gutei jn jen kaushik daa ei..thkar dhron ktha kuar dhoron,hahir style..lazkuria sawoni..apunatei anuran jn jen ase..efale mayur u jen kunuba khinit tew a❤️novel khnk kiba koboloi xobdor ovab..agoloiu axa thakil apunar pra ane ata kahinir❤️vale thakok
নিৰিবিলি এক নীৰৱ কাহিনী।❤❤❤❤
সচাকৈয়ে কবলৈ যেন ভাষা নাই।কিযে নাছিল এই নিৰিবিলিত ,সৌ সিদিনালৈকে DU ৰ প্ৰেমত পৰি থকা সকলকো TU ৰ প্ৰেমত পেলালে।বন্ধুত্বৰেই হওক বা প্ৰেমৰেই হওক সকলো সম্পকৰে একোটা নিভাজ সংজ্ঞা।চৰিত্ৰবোৰৰ কথাটো কবই নালাগে ।পলকতে এমুকোৰা হাহি, এচাতি খং আৰু চকুলো দিয়ে যদিও ক্ষন্তেকতেই সকলো লৈও যায়।চকুৰ পৰা টোপনিকো কাঢ়ি নিয়ে ।"নিৰিবিলি" যেন সচাই বিশেষ।☺️
অতি শীঘ্ৰে গৈ আছোঁ মইয়ো❤️🌺🥀
মই তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰেমত পৰিছো❤️💫🌈 মই নিৰিবিলি পঢ়ি আছোঁ বৰ্তমান । বহুত বহুত বেছি ভাল লাগিছে সুন্দৰ ❤️ সচা প্ৰেম ❤️💫 সচাই বহুত আচৰিত কাহিনী ❤️🔥🥀🌺
আকৌ এবাৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰেমত পৰিলোঁ।।❤️❤️ অতি সোনকালেই গৈ আছোঁ🌸❣️
Hosakoi niribili khn pohite anekua lgisil je hei gutei khini kahini mur sokur honmukht hoi ase..aru abhi anuron sandhya moyur ai keitak bht vl lgil.kahini tut prem bondhuto hokulu bujai dile❤❤
সঁচাকৈ প্ৰেমত পৰি কলো এই কাহিনীটোৰ। পঢ়ি এনেকুৱা লাগিছিল যেন মই ও ইয়াৰ এটা অংশ। সন্ধ্যা অনুৰণৰ নীৰৱ প্ৰেম আৰু অভিমন্যু সন্ধ্যা, ময়ুৰৰ বন্ধুত্ব। বহুত কথা শিকালে এই কাহিনীটোৱে। এই দুদিনত পঢ়ি ৰাতি ৰাতি বহু চকুপানী তুকিলো। এইখন সদায় প্ৰিয় হৈ ৰব।
Anuran r video lgre❤️❤️❤️❤️
সন্ধ্যা বাৰ লগত এদিন কথা বতৰা দিব
Bhout bhoutttttt bhoutttttt basi vl lagil prhi ❤❤❤❤❤❤❤❤❤❤❤❤❤🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺💫
Kon asa Anuron 🥺🥺🥺🥺🥺🥺🥺🥺🥺💗
বুদ্ধ তোমাৰ প্ৰচেষ্টা সলাগীব লগীয়া । নিৰিবিলি ৰ বিষয়ে গম পালোঁ । জানি বৰ সুখী হলোঁ । ৰ'দালিক এখন চি ডি ৰ মুকলি অনুষ্ঠানত লগহে পাইছিলোঁ চিনাকী নহলোঁ। যি কি নহওক নিৰিবিলি ছপা ৰূপত পঢ়াৰ ইচ্ছা জাগিছে । লেখক গৰাকীলৈ অলেখ অভিনন্দন জনালোঁ ।
শীঘ্ৰেই গ্ৰন্থ আকাৰে প্ৰকাশ পাব নিৰিবিলি।
তেজপুৰ বিশ্ববিদ্যালয়ত পঢ়াৰ বহুত ইচ্ছা আছে। এই ইচ্ছাক আৰু জিপাল কৰি তুলিলে আপোনাৰ উপন্যাস খনে দাদা ।ইয়াৰ বাবে বহুত বহুত ধন্যবাদ দাদা।উপন্যাস খনত থকা মনোৰম কাহিনীবোৰে প্ৰেমেৰে আবেগিক কৰি মোক দি মন মতলিয়া কৰি তুলিছে,যাৰ বাবে এতিয়া বেছিকৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰেমত পৰিছো। অশেষ অশেষ ধন্যবাদ☺☺☺
মই এতিয়ালৈকে পঢ়া উপন্যাস ৰ ভিতৰত নিৰিবিলি আটাইতকৈ ভাল লাগিল🥰। সঁচাকৈ ইমান এখন সজীৱ উপন্যাস💚 । চৰিত্ৰ বোৰ চকুৰ আগত ভাঁহি থকা যেন লাগে। কোনোবাখিনিত যদি হাঁহি উঠে আকৌ কোনোবাখিনিত চকুপানী ৰখাবই নোৱাৰি। এতিয়া ৰাধা লৈ অপেক্ষা মাথোঁ❤️।
ভাষা নাই কবলৈ ।।।নিৰিবিলি ৰ বিষয়ে ।।বহুত বহুত বহুত বহুত ভাল লাগিল। ।❤❤❤
নিৰিবিলিৰ পাতত কল্পনা কৰাৰ দৰেই চন্দ্ৰালী বা সচাই সুন্দৰ । হু-বহু উপস্থাপন চন্দ্ৰালী বাৰ ♥️
নিৰিবিলি খন পঢ়ি সচাঁকৈয়ে কাঞ্চনৰ চহৰখনৰ প্ৰেমত পৰি গ'লো🥺❤..প্ৰতিটো চৰিত্ৰৰ মাজত যেন সোমাই পৰিছিলো🥀.কোনোবা সময়ত ওঠত হাহিঁ এটা লাগি উঠিছিল আৰু কোনোবা সময়ত চকুপানী ওলাই গৈছিল।বহুত উপন্যাস পঢ়িলো,কিন্তু এইখন যেন পৃথক 🥺..তেজীয়ান হোৱাৰ সপোন জগাই তুলিলে🌸..
Hsakai 🥺
জিভাৰ কথাটোৱে কৈ দিছা
সঁচাকৈ বহুত ভাল লগিছে পঢ়ি।মোৰ প্ৰথম খন উপন্যাস বহুত বহুত বেছি ভাল লগিছে☺️☺️☺️
বুকুত শিপাই ৰব এই উপন্যাসখন ❣️
Anuran Hazarika why.. why you are a fictional character 🥺❤️
নিৰিবিলি পঢ়ি বহুত বেছি ভাল লাগিল ❤পঢ়ি ময়ো tu ৰ প্ৰেমত পৰি গৈছো😊❤আটাইতকৈ প্ৰিয় চৰিত্ৰ কেইটা সন্ধ্যা অনুৰণ অভিমন্যু ❤❤
নিৰিৱীলি❤ এক শান্তি ❤❤এক আৱেগ ❤।। এতিয়া মাত্র এটায়ে সপোন তাত পঢ়া।। ❤❤
নিৰিবিলি য়ে মোকো তেজপুৰ ইউনিভার্সিটি ৰ প্ৰেমত পেলাই দিলে। ইয়াৰ পৰিৱেশৰ বৰ্ণনা বৰ মনোমোহা। I also wanna go to Tajpur University . ☺
Same Muru 🤗😪
Same to you
মই নিৰিবিলি 5 বাৰ পঢ়িলো....
নিৰিবিলি পঢ়ি TUৰ প্ৰেমত পৰি গʼলো ❤
যিমানেই ইন্টাৰভিউ টো চাই গৈছো প্ৰত্যেকৰে এটি এটি কথাই যেন হৃদয় স্পর্শ কৰিছে, ইন্টাৰভিউ টোৰ শেষ মুহূর্তত এক অচিনাকি ভয়ে চানি ধৰিছিল মোৰ মন, এনেকৈয়ে আৰু অলপ সময় বাৰ্তালাপ সমূহ আগবাঢ়ি গৈ থকা হলে।
নিৰিবিলি ৰ লগতে তেজপুৰ বিশ্ববিদ্যালয় আৰু কৌশিক দা ৰ লিখনিৰ বাৰুকৈয়ে প্ৰেমত পৰিলো।
তেওঁক লগপোৱাৰ আশা যেন আপোনাৰ এই ইন্টাৰভিউ টোৰ জৰিয়তে পুৰ হৈছিল। চন্দ্রালী বা কো লগ পালো, মাথোঁ সন্ধ্যা,অভি আৰু অনুৰণ ক লগপোৱাৰ আশা থাকি গল কৰবাত।
নিৰিবিলি মোৰ বাবে মাথোঁ এখন উপন্যাস হৈ ৰোৱা নাই ।
❤Love from North Bank College,Ghilamara
'ৰ'দৰ সিপাৰে'-ৰ প্ৰথমটো ভিডিঅ' আপোনাসৱলৈ আগবঢ়াই দিলো। প্ৰথমগৰাকী অতিথি আছিল নিৰিবিলি : এটি নীৰৱ কাহিনী শীৰ্ষক তেজপুৰ বিশ্ববিদ্যালয়ৰ পটভূমিত ৰচিত প্ৰথমখন উপন্যাসৰ লেখক কৌশিক নন্দন বৰুৱা। আশাকৰো সকলোৱে আদৰিব আমাৰ এই প্ৰচেষ্টাক। স্বেয়াৰ কৰিব। নতুনকৈ খুলিছো চেনেলটো। আপোনালোকৰ সঁহাৰি পালে ৰ'দৰ সিপাৰে আৰু বহুদূৰ আগুৱাই যাবলৈ সক্ষম হ'ব।
আহি আছে আৰু বহুকেইগৰাকী বিশেষ অতিথি ৰ'দৰ সিটোপাৰৰ পৰা। অতি সোনকালেই লগ পাম আকৌ।
তেতিয়ালৈকে ভিডিঅ'টো স্বেয়াৰ কৰক আৰু আমাক উৎসাহ প্ৰদান কৰক। ধন্যবাদ সকলোলৈ ❤️❤️❤️
কি সুন্দৰ...!
মই জীৱনত সম্পূৰ্ণ চাই পোৱা সাক্ষাৎকাৰ এইটোৱে প্ৰথম।
কৌশিক দা,ৰ'দালি বা,কাব্ৰা দা...সকলোৰে ইমান সাৱলীল কথাবোৰ।এনে লাগিছে নিৰিবিলিত বহি আছোঁ,বতাহে কথা কৈছে।
বুদ্ধ দাৰ প্ৰশ্ন নিৰ্বাচন অতুলনীয়।
আটাইবোৰ প্ৰিয় মানুহ।💕
@@jyotishmitasaikia3724 ধন্যবাদ ❤️ 😀
এনে লাগে যেন niribili এটি সঁচা কাহিনী
প্ৰতিটো চৰিত্ৰই মনত সাঁচ বহুৱাই গ'ল।তাৰ ভিতৰত অণুৰণ আৰু অভিমন্যুক বহুত বেছি ভাল লাগিল ❤।শেষৰ ফালে বহুত কান্দিলো।মুঠতে ক'বলৈ ভাষা নাই।
Uff নীৰিবিলি পঢ়ি তেজপুৰ University লগতে অনুৰন আৰু অভিমন্যু প্ৰেম ত পৰি গৈছো কৌশিক দা । বহুত শিকালে নিৰীবিলি এই । আৰু ৰদালি বা তুমি সঁচা এই বহুত মৰমলগা ।
O god .....moi bujab noaru vakhare niribilir ktha♥️♥️
মোৰ জীৱনৰ প্ৰথম উপন্যাস❤❤, নিৰিবিলি সদায় প্ৰিয় 💝😌
নিৰিবিলিত কৌশিক দাদাৰ শব্দৰ গাঠনি ইমান ধুনীয়া ভাষাৰে বুজাব নোৱাৰি 👍👍👍।
উপন্যাসখনৰ আন চৰিত্ৰসমূহ যেনে সন্ধ্যা বা ,অনুৰণ দাদাক , অভিমন্যু দাদাক দেখিবলৈ বহ্ত আশা থাকিল,😌
নিশ্চয় আমি চেষ্টা কৰিম অন্যান্য চৰিত্ৰসমূহৰ সৈতেও আপোনালোকক চিনাকী কৰিবলৈ।
Chandrali bar suli xini dighol asil dexun😢
অনুৰণ 💗
ভাবিলেই ভাল লগা, পঢ়িলেও হেঁপাহ নপলোৱা 💚নিৰিবিলি 🌿সঁচাকৈয়ে ই এক আবেগ💚💚অভিমন্যু, সন্ধ্যা, অনুৰণ 💚💚বিশেষকৈ ময়ূঁৰ
তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰেমত পৰি গলো নিৰিবিলি পঢ়ি ❣️❣️just wao kowshik bro 💕
Kobo nuara koi a sandhyanuran r premot porilu❤
সঁচাকৈ দাদা তোমাৰ নিৰিবিলি: এটি নীৰৱ কাহিনী উপন্যাসখন পঢ়ি বহুত ভাল লাগিল। চকু পানী ওলায় গ'ল পঢ়ি 🥰🥰♥️
সন্ধ্যা, অনুৰণ আৰু অভিমন্যু সঁচাকৈ আছে নে
এনে অনুভৱ হয় যে মই যেন নিৰিবিলিৰ কোনোবা এটা চৰিত্ৰ , ইমান সতেজ আৰু বাস্তৱ বৰ্ণনা 💕কিছু কিছু মুহুৰ্তত চকু সেমেকি উঠিছিল । ইমান সুন্দৰ উপস্থাপন, উপন্যাসৰ লেখক তথা ইয়াৰ আঁৰৰ প্ৰত্যেক জনক ধন্যবাদ যাচিলোঁ । বহুত শুভকামনা থাকিল।