মইয়েই চাগে দিপক দাৰ কথাবোৰ শুনি শুনি ছোৱালী মানে প্ৰেয়সীক এৰি অকলে জীবন যুদ্ধত আগুৱাই গৈ থকা মানুহ জন। নাজানো সফল কেতিয়া হও কিন্তু সফল যে হম নিচিন্ত ।😍
Definetly right 🙏21solisa mr prem mr horuta hoise 7yr solisa amru ankua kunu kotha ni baidho ni nijr majot biosto ami vl duiojine paw.ghortu jnibo desu biya baru nivoba atyaw karon hopun ase duiura ami agbahibo khuju.bos vlpuar din dhore ajiloi akai ase agoloi huatu bisaru.apunar kithakitai duiyuke strong kresa ru bse.21yr amr hoise vbu ami atyaw bohut horu amr kam bur he main vlpua thki jbo jodi ha hosa.
Aji first time apunar video saisu .....Tate moi u gom pwa nasilu ...mur bhot priyo bondhu ajone apunar video sabole koisile ...kintu hosai apunar motivation bur bhot vll lagil ❤️😌
Nice expression of love but students should love with books bcz they are good friends entire their life without any demand Sir it also make a person a big hearted person Sir. Nice motivation video Sir keep it up Sir myself Abhishek form Pandu College. 🙏🙏
আপোনাৰ কথাবোৰৰ পৰা বহুত সাহস পাওঁ জীৱন বাটত আগুবলৈ❤️🙂 জীৱন জীন্দাবাদ ❤️💯
💘💘কমেন্ট☺ পঢ়া সকলো Frinds 👍👍জাতে সদায় সুখী হয় থাকে 💘💘 আৰু সকলোৰে মা - দেউতা যাতে 100 বছৰ জীয়াই থাকে তাৰেই কামনা 💘💘🙏🙏🙏🙏lv form golaghat👍👍
Moiu golaghatr 🤗🤗🤗🌷🌷
Hii
from golaght
Hoi neki jaan
Like puar babe eman kamona kora
সঁচাকৈ, ঘণ্টা ঘণ্টা জুৰি কথা পাতি থকা বা দামী দামী উপহাৰ দিয়াই প্ৰেম হব নোৱাৰে!! ই তো এনে এক শক্তি যি ভালপোৱা জনক অনুপ্ৰাণিত কৰি হাতত হাত থৈ আগুৱাই লৈ যায় সফলতাৰ দিশে ❤️❤️❤️❤️❤️❤️
Yes Tribeni ba
@@tahidurrahman6124 👍😊
Yes
Your right 100%
@@sajubhai...8925 😊😊
এগৰাগী শিক্ষাৰ্থী হিচাপে মই আপোনাৰ কথাবোৰৰ পৰা বহু উপকৃত হৈছো। ধন্যবাদ ছাৰ।
Moiu
আজিকালিৰ প্ৰেম❤️ হ'ল শাৰীৰিক আৰু অৰ্থনৈতিক, কিয়নো কলেজৰ আটাইতকৈ ধুনীয়া ছোৱালীৰ পিছত সকলো ল'ৰাবোৰ লাগি থাকে। আটাইতকৈ ধনী ল'ৰাৰ পিছত ছোৱালীসকল লাগি থাকে। প্ৰেম হ'ল ছাত্ৰ জিৱনটো ধ্বংস কৰাৰ সহজ পদ্ধতি। প্ৰেম হ'ল কৰোনা ভাইৰাছ+কৰ্কট ৰোগ+TB ৰ সমাৰ্থক শব্দ।
I feel lucky because he always support me encourage me 2 study get success in life❤❤❤❤❤❤
মইয়েই চাগে দিপক দাৰ কথাবোৰ শুনি শুনি ছোৱালী মানে প্ৰেয়সীক এৰি অকলে জীবন যুদ্ধত আগুৱাই গৈ থকা মানুহ জন। নাজানো সফল কেতিয়া হও কিন্তু সফল যে হম নিচিন্ত ।😍
Yes bro ☺️ moio
Hoi dada moio@@shortvideoalllanguagesandv9579
Thank you so much Sir 🙏 for always teach us a new, new life lessons.
ruclips.net/video/FF3h_bt3MPw/видео.html
👍😊 সঁচাকৈ ছাৰ, সঁচা প্ৰেম এক স্বৰ্গীয় অনুভূতি 🙏মই সেই স্বৰ্গীয় অনুভূতিখিনি অনুভৱ কৰিব পাৰিছো 😊আপোনাকো অশেষ ধন্যবাদ জনাইছো ইমান সুন্দৰকৈ সঁচা প্ৰেমৰ সংজ্ঞা বুজাই দিয়াৰ বাবে 💐💐💐
Same tu you
প্ৰেম এক অনুভূতি ❤
ইজনে সিজনক উচ্চলৈ নিব পৰাটোৱে সচা প্ৰেম।
আপোনাৰ কথাবোৰৰ পৰা বহুত সাহস পাওঁ জীৱন বাটত আগুৱাবলৈ 😌
ruclips.net/video/FF3h_bt3MPw/видео.html
Excellent express Dada I agree with you , very realistic ......
Thikei, moyu akmot puhon korilu bhai.
ruclips.net/video/FF3h_bt3MPw/видео.html
You are legend sir🥰
সঁচাকৈ আকৰ্ষণীয় কথা কৈছে আপুনি চাৰ 😚😚🤗🤗 ধন্যবাদ চাৰ 😘
ruclips.net/video/FF3h_bt3MPw/видео.html
Vl lgil ktha khini ...
আপোনাৰ কথাৰ সম্পূৰ্ণ যুক্তিযুক্ততা আছে, বহুত বহুত ধন্যবাদ
Definetly right 🙏21solisa mr prem mr horuta hoise 7yr solisa amru ankua kunu kotha ni baidho ni nijr majot biosto ami vl duiojine paw.ghortu jnibo desu biya baru nivoba atyaw karon hopun ase duiura ami agbahibo khuju.bos vlpuar din dhore ajiloi akai ase agoloi huatu bisaru.apunar kithakitai duiyuke strong kresa ru bse.21yr amr hoise vbu ami atyaw bohut horu amr kam bur he main vlpua thki jbo jodi ha hosa.
Bohut Bohut val lagil apunar video tu sai
Xosa kotha
মোৰ gfৰ লগত এইকেইটা লক্ষণ আছে ।।মোৰ ঘৰৰ অৱস্থা বহুত বেয়া তাইৰ ইমান ভাল নহয় কিন্তু মোতকৈ অলপ ভাল ।। তাই মোৰ পৰা বেলেগৰ নিচিনাকৈ কেতিয়াও একো নিবিচাৰে ।। পাৰিলে মোক ১০ ২০ টকা দিয়ে হে ।। মাজে সময়ে মই তাইক কিবা কাপোৰ কানি দিওঁ কিন্তু তাই মোক গালি পাৰে আৰু কয় তোমাৰ প্ৰয়োজন বস্তু নলালা কিয় ।।চাৰি বছৰ হব হল আজি লৈকে মোৰ লগ এনেকৈয়ে আছে 😘 আৰু সদায় মোৰ লগত ৰাখীবলে ভগৱান প্ৰাৰ্থনা কৰোঁ 🙏🙏
ধুনীয়া ছাৰ....
সচাকৈ প্ৰেম এনেকুৱাই হব লাগে... যদি তাৰ বাবে কোনোবাই এৰি যায় দুখ কৰি লাভ নাই...
আপোনাৰ এই কথাবোৰৰ পৰাই মনক বহুত সাহস দি আগুৱাই যাব পাৰিছোঁ।।
আৰু ভিডিও এনেকৈ দি থাকিব ছাৰ ৰসাল কথা কোৱাৰ ধৰণটো বাবে কম দিনত আপুনি বহুতৰ প্রিয় হৈ পৰিছে.. কোনো Attitude,Ego নোহোৱা বাবে।।
সপ্তাহত এটাকৈ ভিডিও দি যাবই আপুনি পাৰিলে।। আপোনাৰ বাবে বহুত লৰা-ছোৱালী আধৰুৱা জীৱন ঘূৰাই পাইচে।।❤️❤️
Right
ruclips.net/video/FF3h_bt3MPw/видео.html
hosa kotha 😢
Nice video Sai bohut val lagil
Bohut val lagil video to xai...bohut kotha xikibo parilu👌👌👌👌
Notification অহাৰ লগে লগেই ক্লিক কৰি আপোনাৰ ভিডিঅ'বিলাকৰ চাওঁ❤️ love from Moran
ruclips.net/video/FF3h_bt3MPw/видео.html
Nice. Video sar
Nice. Video sar
Right ❤️
3 জনী প্ৰেমিকৰ পৰা এটাই বুজিছো সছা প্ৰেম বিবাহৰ পিছত আশা কৰা ভাল। বাকীবোৰ বছৰৰ একো একোটা সুন্দৰ ফলহে।
You r right🙂😔
Hoi diok...
Right
একদম্ সঁচা কথা 🤔🤔🤔🤔
I love you 🌹❤️❤️❤️🌹❤️ ❤️🌹
Val lagil sir video tu sai
Now i feel like my girlfriend is the best girlfriend in the world😊😊 thank you so much sir❤️
Dhuniya video
ধুনীয়া লাগিল ভিডিঅ'টো চাই।। আপুনি কোৱা কথাখিনী মোৰ ভাল লাগিল।। সঁচা ভাল পোৱা মানে ইজনে সিজনক বিশ্বাস কৰা।।❤️❤️ সচা, প্ৰকৃত ভালপোৱা ই হে সম্পৰ্ক টো সুন্দৰ কৰি তোলে।।❤️❤️
Aji first time apunar video saisu .....Tate moi u gom pwa nasilu ...mur bhot priyo bondhu ajone apunar video sabole koisile ...kintu hosai apunar motivation bur bhot vll lagil ❤️😌
Right koise apuni xosa val powat aibor natk nedexai understandding thake
Nice expression of love but students should love with books bcz they are good friends entire their life without any demand Sir it also make a person a big hearted person Sir. Nice motivation video Sir keep it up Sir myself Abhishek form Pandu College. 🙏🙏
বহুত ভাল লাগিল 👌
জীৱন জিন্দাবাদ 💕💕
bohut val lagil video tu sai
Dada apuni kwar dorai bhabiboli loisilu Hoi Tu ♥️♥️pram mur babe nhoiya.... apunr Katha bur khub mili jay begtiggoto jibonr logt ..
সচাঁ কথা👍
I love Dipak motivator
ruclips.net/video/FF3h_bt3MPw/видео.html
🙏 বহুত বহুত ভাল লাগিল Sir ❤️ apunar video বোৰলে অতি আগ্ৰহহেৰে বাতছাই থাকো 🙏
Bhut vl lgil sir kotha khini❤️❤️
Eman hundor monor goraki apuni sir salut
আপোনাৰ video চালে মনটো ফ্ৰেচ ফ্ৰেচ লাগে 👍
Apunar kotha bur hsky bohut vl lgy.❤️
ruclips.net/video/FF3h_bt3MPw/видео.html
সচাকৈয়ে বৰ ভাল লাগিল আপোনাৰ কথাবোৰে জীৱনত জীয়াই থকাৰ সাহস আৰু প্ৰেৰণা দিয়ে 🙏❤❤❤🙏
Jibon jindabad 👍👍👍
Muk Mur Premikai Kunu Gift🎁 Nibisare ❣️Because, moi Dhoni ghoror lora nhoi, So, Val lge Taik 🥰
Love is can't love ❤ this facet, always smile
ruclips.net/video/FF3h_bt3MPw/видео.html
Dipak daa aponer video bor bhut val Lage 👍👍👍👍👍👍
Aponar video borr sai bht val lge Diapk xhora
Sir, আপোনাৰ জীৱনৰ প্ৰেম কাহানি দিব,,, আমি আগ্ৰহৰ এ ৰৈ আছোঁ,,,
Mm
প্ৰতিদিনে চাও আপুনি দিয়া ভিডিও বোৰ । কিন্তু আজি প্ৰথম বহুত বেছি ভাল লাগিল কিয়নো প্ৰেম সম্পৰ্কে মোৰ ধাৰণা ও একেই ।
ruclips.net/video/FF3h_bt3MPw/видео.html
সচা কথা অতি সুন্দৰ ভাল লাগিল
Akdom hosa kotha ❤ ....... Mur logt apunar bohut kotha mili jai akdom 🥰❤
Val lagil 🥰
বঢ়িয়া 😊❤👌আপোনাৰ কথাত একমত মইও! ❤❤
Nice, love from Baihata chariali
Sir apunar video bur Sai bohut vl Lage mur 😊bohut kothai hidoy sui jai👍👍
দাদ আপোনাৰ কথা উনি ভাল লাগে 👌👌🙏🙏
একমত দাদা ❤️❤️😍 সচাকৈ বহুত ভাল লাগিল ❤️
Apunar xoite mur dharona eke Sir...Jibon Zindabaad
Bhut Val kotha kole kinto
অতি সুন্দৰ দাদা কথা, ।ধন্যবাদ💓💓💓💓
Always love you sir ❣️
Hosa kotha....👌👌
Vhal lagil video.. Tu..
বহুত ভাল লাগিলে 👍👍👍👍
বহুত ভাল লাগিছে 🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰
Very information video sir❤❤
Right....bht Val lagil apunar ktha khini
Dipok dar babe ata like
হয় দাদা আপোনাৰ কথাত মই একমত 😊 ভাল লাগিল বহুত ❤️
Vl lgil bhut bhut
Bohut val lagil kotha bilk huni ba jani 🥰❣️
Touched my heart❤
ruclips.net/video/FF3h_bt3MPw/видео.html
সঁচা ভালপোৱা সদায় স্বার্থহীন❤❤❤
দাদা আপোনাৰ গঠনমূলক পৰামৰ্শ সমূহ সঁচাই বহুত প্ৰয়োজনিয় আমাৰ দৰে নতুন প্ৰজন্মৰ বাবে। আপোনাৰ ভিডিও সমূহ চাওঁ বহুত ভাল লাগে আৰু কিছু জ্ঞান আহৰণ কৰিব পাৰি। দাদা আপোনাক ঈশ্বৰে জীৱন্ত দিনৰ প্ৰতিটো মুহূৰ্তই মঙলময় আৰু মধুময় কৰি তোলক।
সচাঁকৈ ছাৰ,
ভাল পোৱা স্বাৰ্থহীন, শাৰীৰিক ভাবে সক্ষম নহ'লেও কাৰোবাক ভাল পাব পাৰি।
আপোনাক অশেষ ধন্যবাদ,ইমান ধুনীয়াকৈ ভালপোৱাৰ বিষয়ে বুজাই দিয়াৰ বাবে।
এয়াই সচা ভাল পোৱা ❤️।
কিন্তু তুমি পঢ়া ময়ো পঢ়ি লও বুলি কৈ পেলাই যে আনৰ লগত busy হয় onlineত তাকে যে।
I love Dipak motivator
Aneka lora ba suwali r logot tokat koi notokai val
Yes 😂
Right
Hahahaha
@@minakhisaikia5224 um
Hundar sir💞💞
Val lagil apuna kotha huni hoxa kotha koi koise
Hi dada apunr video si bhu vl lge
Really ❤️❤️❤️
মইও তেনেকৈ ভাবো
সেয়ে মোৰ student Life অত no love no tention only সপোন পূৰণ কৰাৰ দিশত।
Sir bohut vl lagil
Mojjja video
Perfect and so cute your voice love from Diphu ❤️✊
❤️❤️
Bah bah ki anuvuti apunar kotha r pora mon joy hoi goise ak xundor anuvab
Nice sir .. 💞💞💞
Thank you so much Sir ❤️
ruclips.net/video/FF3h_bt3MPw/видео.html
Sir I salute you ❤️ xosa kotha koise moiu tenekoi ei koi thaku,, j besi kotha napatile j bhal puwa komi jabo xeitu nhoi ❤️
Ak bar khosa kotha hoi mor re anekuwa hoisil dipak da thanks for your
মই তেওঁক ভাল পাইছিলো ,পাই আছো আৰু পাই থাকিম।কিন্তু তেওঁক ক'বহে নাই পৰা💙💙💙💙।মই পোৱা নাই তেওঁৰ সানিধ্যৰ সুবাসনা,বুজিব পৰা নাই তেওঁৰ মনৰ অবুজ বেদনাক।তথাপিও ভাল পাও মই।5 বছৰীয়া গোপন প্ৰেমৰ বেদনাদায়ক পৰিসমাপ্তি হ'ব হয়তো মোৰ ।😴😴
4m sivasagar
Moi 6year dhori koboi porai nai...💚
@@runumoniswargiari3777প্ৰেমক সন্মান কৰো বাবেই হয়তো ক'ব পৰা নাই হয়তো আমি।
@@runumoniswargiari3777 homoyot hor marokk
মইও দুবছৰ মনে মনে ভালপাই আছিলোঁ,কেতিয়াও কল্পনা কৰা নাছিলোঁ যে মই তেওঁক পাম বা মনৰ কথা ক'ম।পিছে নতুন বছৰত তেওঁ মোক নিজেই ক'লে মই সপোনতো নভবা কথাটি।মোৰ দৰে মৌন হৈ তেওঁও যে ভাল পাইছিল মোক।সুখী এতিয়া দুয়ো।
@@yoginisha1839 happy houk apunaluk😊
❤️
Xundor sir bhut vl lgil apunar video r bbe XDai wait kru
apuni kowa kotha tu 100%true
Bohut val lagile vdo tu sai dada ...apunar kothabur huni bohut val lage...
1st comment 🤗reply korib buli akha rakhilu.
ruclips.net/video/FF3h_bt3MPw/видео.html
That's true 😌❤️
ruclips.net/video/FF3h_bt3MPw/видео.html
Thanks,, aponar video r pora bhot ata hkha palu
Bhout vl lagil dipk sir 🙏👍❤️
Love forom dhemaji 🔥🔥🔥
ruclips.net/video/FF3h_bt3MPw/видео.html