Bohut vak lagil.kisuman kotha agor pora a janisilu jodiu aji aru Bohut kotha gom palu. . Dhanyavaad thakil apunaluk duyuke. Jai Shree Ram. Har Har Mahadev 🌼🌼🌼🕉🕉🕉🔱🔱
Mintu Sharma Sir apunar Video sai bohut bhal lage Karon apuni Astrologer namot Business nokre apunaloi bohut bohut Dhoynobad aru apunar xushastho Dirghayu kamona korilu logot Chakrapani Parasor Sir loiku Bohut Bohut Dhoynobad 🙏🙏
Bohut xunisu hanuman chalisa porhi bohutr a xomoissa dur hoise♥.... Moi o porha start dsu juabar r pora,, blg nholeo.. Depression r pora, anxiety r pora positive hobole bohut xohai korise♥.. Jai shri ram jai shri krishna
হনুমান চালিশা মই বহুত উপকৃত হৈছো। জয় শ্ৰী ৰাম জয় শ্ৰী হনুমান
হনুমান চালিশা পঢ়াৰ ফল মই পাইছো।।। জয় শ্ৰী ৰাম।।। জয় বজৰংবলী
Ki fol paisa vai
সচাঁই মানিৱ লাগিৱ কিন্তুু, ২০২৫চন-ৱষৰ, সকলোলৈকে হীয়া ভৰা শুভেচছা-গৃৱাপণ কৰিলো🙏জয় বজৰং ৱালী, জয় শী ৰাম............🎉
জয় শ্ৰী ৰাম 🙏 জয় হনুমান 🙏 কৃপা কৰিবা সদায়।
হনুমান চালিশা পঢ়ি ম ই বহুত উপকৃত হৈছোঁ। জয় শ্ৰী হনুমান, শ্ৰী ৰাম ভক্ত হনুমান। এই বাৰ্তালাপ দূৰৰ পৰা সেৱা জনালোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ ❤️🙏🏼❤️🙏🏼❤️ দোয়ো জনলৈ। জয় শ্ৰী হনুমান ❤❤❤❤❤
Jai hanuman🙏🙏
Hanuman chalisa moi hdai 3 Bar pohu... 5 dinr agt mur bohut dagor accident eta r pora basilu... Jai Sri ram jai Hanuman 🙏
Jai hanuman
😅
সচাকে ময়ো পঢ়ো মোৰ লৰায়ো পঢ়ে লগতে মোৰ মানুহজনেও পঢ়ে বহুত প্ৰমান পাইছো জয় শ্ৰী ৰাম🙏🙏🙏
Sita Ram ❤
2025 r katha koise
মই হনুমান চালিছা পাঠ কৰি শুনি উপকৃত হৈছোঁ,, জয় বজৰংবলি🙏🙏🙏🙏🙏 জয় শ্ৰী ৰাম
বাইদেউ মই জানিব বিচাৰিছো হনুমান চলিছাত অসমীয়াত পঢ়িব পাৰি নে
Bohut vak lagil.kisuman kotha agor pora a janisilu jodiu aji aru Bohut kotha gom palu. . Dhanyavaad thakil apunaluk duyuke. Jai Shree Ram. Har Har Mahadev 🌼🌼🌼🕉🕉🕉🔱🔱
সঁচাকৈ হনুমান চালিশা পঢ়িলে অদ্ভুত ফল পোৱা যায়।।মই নিজে প্ৰমাণ পাইছোঁ।।
বহুত বহুত ধন্যবাদ ছাৰ
জয় হনুমান জয় শ্ৰী ৰাম 🙏
বহুত ভাল লাগিছ অনুষ্ঠানটো চাই।
ৰাম ৰাম ৰাম 🌹🌹🙏🙏🙏
জয় হনুমান জি কি জয়।,🌹🌹🍎🍎🙏🙏🙏🙏
Bal. Lagil❤🎉
Jai Sheeya Ram.❤ অসমীয়া ৰ অসমীয়া ভাষাৰ হনুমান চালিচা পঢ়ি লেও জীৱন উদ্ধাৰ কৰে।।ৰাম কৃষ্ণ
সুন্দৰ ভাল লাগিল, বাৰ্তা লাভ।মিন্টু দা কথা বোৰ সদায় প্ৰজেটিব। সকলোৱে ভাল হঁক।❤❤❤
কন্যা ৰাশিৰ ফলা-ফল ৰৈ গল
Koise
Konya tula mixed up🫡
জয় শ্ৰীৰাম জয় হনুমান বাবা সমষ্ট বিশ্বকে ২০২৫ বৰ্ষত কৃপা কৰক প্ৰভু হনুমান বাবা।
মই যোৱা মঘ বিহুৰ দিনা পূৱতিনিশা এটা সপোন দেখিছিলো।মই সপোনত ঘৰৰ ওপৰত ৰৈ থকা অৱস্থাত দুজন লোকৰ আবিৰ্ভাৱ ঘটে।তাৰে এজন মোৰ ভিনদেউ আৰু আনজন সাইলাখ বুঢ়া ডাঙৰিয়া।যিজনে ভিনদেউক খনিকৰ পুথি নাম পাতিবলৈ নিৰ্দেশ দিয়ে আৰু মোক নৰসিংহ মূৰাৰী বুলি কৈ অন্তৰ্ধান হৈ পৰিল। অৱশ্যে আমি 22 নবেম্বৰ তাৰিখে নৰসিংহ মূৰাৰী ভাওনা ঘৰৰ চোতালত অনুষ্ঠিত কৰিলোঁ।
Ami ji bhabu tar pora e xopun hoi.... Xopun besi hoise jodi apunar body t stress ase... Aeibur kam nai
বহুত ভাল লাগিল দাদা, ধন্যবাদ।
ময়ো বজৰংবলী ক বহুত বিশ্বাস কৰোঁ।। মোকো তেওঁ বছাইছে দুৰ্ঘটনাৰ পৰা।।
🤣🤣🤣
চাই ভাল লাগিল বাৰ্তালাপ, দিয়াৰ বাবে থাকিল ধন্যবাদ
বহুত ভাল লাগিছে দাদা কথা বিলাক জয় হনুমান বাবা
জয় শ্ৰীৰাম , হনুমান বাবাকী জয় 🚩♥️💛🧡
বহুত ভাল লাগিল 🙏 ।
আগতিয়াকৈ নৱ বৰ্ষৰ শুভেচ্ছা যাচিলো 🙏🎉
বহুত বহুত ধন্যবাদ ৷ভগবানে দীঘায়ু কৰক ৷
বৰ ভাল কথা কৈছে দেই,ধন্যবাদ🙏
Thank you Chakrapani Daa❤
Jai Shri Ram 🙏 Jai Hanuman 🙏
Om honumanei nomoh 🙏 om honumanei nomoh 🙏 Om hon honumanai nomoh 🙏
মোৰ মুখস্থ হৈ গৈছে কিতাপখন হাত ত লৈ চকু মুদি পঢ়ো🙏🙏🙏
সচাকৈ হনুমান যিয়ে বহুত সহায় কৰে তেওঁক আৰাধনা কৰিলে হল
Thank u so much. Thank u. Universe. Happy new year ❤❤❤❤❤❤❤❤❤
সুন্দৰ কঠো পকঠন ,উপকৃত হলো🙏🙏
ভাল লাগিল দুয়ো জনলৈ বহুত বহুত ধন্যবাদ
Jai shree ram, Jai hanuman
প্ৰাকৃতিক ৰ কথা যে কৈছে.❤❤❤
Mintu Sharma Sir apunar Video sai bohut bhal lage Karon apuni Astrologer namot Business nokre apunaloi bohut bohut Dhoynobad aru apunar xushastho Dirghayu kamona korilu logot Chakrapani Parasor Sir loiku Bohut Bohut Dhoynobad 🙏🙏
আপোনাৰ কথা শুনি বৰ ভাল লাগিল
২ লাখ মানুহক ১ বছৰত প্ৰতিকাৰ দিয়া কেনেকৈ সম্ভব, প্ৰতিদিনে ৫৪৭ জন ক সময় দিৱ লাগিৱ। ফটোৱা কথা।। চক্ৰপানি দা মই আপোনাৰ অনুৰাগী , কিন্তু এনেকুৱা এটা ভিডিও প্ৰচাৰ কৰা আগত আপুনিও অকণমান সচেতন হোৱাটো প্ৰয়োজন। গছত গৰু উঠা কথা হজম নহয়।।
Thik koise
Joy honuman 🙏🙏🙏🌺🌺🌺❤️
🕉Baba Jai Siya Ram🚩Hanuman Baba xokolure uporot kripa kriba🙏🙏🙏Jai Bajrangbali❤❤❤
Hanuman chalisa prhi moiu bohut proman paisu.. Jetiar pora hanuman chalisa prha aromvo krisu enekua lgise hapun bur jen eta etakoi bstob hoise... Jai shree ram.
🙏❤️🕉️ জয় শ্ৰী ৰাম 🕉️❤️🙏
🙏❤️🕉️জয় হনুমান যি মহাৰাজ🕉️❤️🙏
🙏❤️🕉️হৰ হৰ মহাদেৱ 🕉️❤️🙏
জয় শ্ৰী ৰাম 🙏 জয় হনুমান 🙏🙏🌺🌺🌺🙏🌺🙏
Om Prabhu shree ram shree hanuman pranam 🙏🙏 Prabhu amar rajarshi k Gyan aru mat tu Ani Diya 🪔 budhi Diya 🪔 pranam
Jai shri ram
জয় শ্ৰী ৰাম জয় হনুমান 🙏🙏🙏
Jai shree ram jai hanuman 🚩
জয় শ্ৰী ৰাম ❤ জয় বজৰংবলী ❤🙏❤️🙏
Jai shree hanuman apunar bartalap Sai bohut xikisu thanku sir thanku univers
Jay shree ram 🙏🙏🙏
Bohut xunisu hanuman chalisa porhi bohutr a xomoissa dur hoise♥.... Moi o porha start dsu juabar r pora,, blg nholeo.. Depression r pora, anxiety r pora positive hobole bohut xohai korise♥.. Jai shri ram jai shri krishna
Bohut val lagile
Val lagil kothakhini
Joi shri 🙏🙏🙏 , bahut bhal lagil
বৰ ভাল লাগিল।
Jay shree ram. Har har mahadev 🙏🙏
Mintu saikia dadar kotha khini bor val lge.
Saikia nohoi Sarma hoi
Kripa Koriba prabhu apunar shoronot 🙏🙏🌹🌹🙏🙏🌺🌺🌺🌺Joy hanuman. Joy Sri ram🙏🙏🌹🌹🌹🌹
খুব ভাল লাগিল জয় হনুমান বাবা,,,♥️🌺👏🏼
Buhut buhut dhanyawad sir 🙏💐💖🌹
জয় শ্ৰী ৰাম। জয় হনুমান। ❤️❤️❤️
সুন্দৰ কথা
Jai shree Ram jai sita Maya jai honuman prvhu 🪔🚩🙏🙏🙏
Jai sree Ram Jai Bojorang boli 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
Jay shree Ram ❤
Jai shree ram 🙏....jai hanuman 🙏om hang hanumote namah 🙏bohut power ase hanuman chalisa t 🙏
❤ Val lagil
আপোনাৰ কথা শুনি বহুত ভাল লাগে
বহুত ভাল লাগিল চাৰ
জয় শ্ৰী হনুমান জয় শ্ৰী ৰাম
Bhal lagil bohut kotha janilu moi Hanuman chalicha adinot 2 bar pohu aachu ratipua aru. Godhuli❤❤❤
Jai hunuma ji 🙏 ❤❤❤❤
জয়। হনুমান ❤
Val lagil video to sai
সুন্দৰ অনুস্থান
Video টো চাই বহুত ভাল লাগিল।
এই বছৰৰ পঢ়া শুনা ৰ বাবে ছাত্ৰ ছাত্ৰী উপৰত কেনে প্ৰভাৱ পঢ়িব । অনুগ্ৰহ কৰি ইয়াৰ বিষয়ে এটা ভিদিয়ো দিব চোন ।
ভাল লাগিল ❤
হৰ হৰ মহাদেৱ
জয় হনুমান বাবা জয় বাবা হনুমান কৃপা কৰা
Jai shree ram 🙏 jai hanuman 🙏🌺🙏 kipa koriba baba
Jai shree ৰাম
জয় শ্ৰী ৰাম 🙏🚩 জয় হনুমান🙏🚩
Om han hanumate namo🙏
কন্যা ৰাশি ফলাফল থাকিল
জয় হনুমান । মই হনুমান চালিশা থকা লকেট পিন্ধি আছোঁ
জয় বজৰংবলী ,জয় হনুমান
Jai shree Ram 🙏 jai Hanuman 🌸🙏
Jai shree Ram Jai baba Hanuman ❤
Jai shee ram jai hanuman 🙏🙏🙏🙏🚩🚩
জয় শ্ৰী হনুমান বাবা 🙏🙏🙏🌺🌺🌺
বহুত ভাল লাগিল
Val lagil
জই শ্ৰী ৰমা....জই হনুমান 🕉
হৰ হৰ মহাদেৱ 🕉️🔱 হে বাবা কৃপা কৰিবা 🕉️
জয় শ্ৰী ৰাম 🚩 জয় জয় হনূমান 🚩 কৃপা কৰণা হনূমান বাবা 🙏💓
জয় শ্ৰী ৰাম ❤ জয় বজ্ৰংবলি ❤
Jai shree Ram 🙏
Jai Hanuman ji 🙏
Muk jibanot mrityur duar dolir pora bosai anise Hanuman ji ye.
Shanidev is the god of Justice. Brihaspati is the Guru and related to Sun❤
Jai Shree Sita Ram 🙏🏻
Jai Shri Ram 🙏🙏🙏🙏🙏
দাদা বৰ লাগিল ৰাশিফল সুন্দৰ কৈ কোবা বাবে ।মনসা দেবীৰ গায়ত্ৰী মন্ত্ৰটো দিব চোন !
Dada ahpunr kotha bhut val lagil dada ahmi bhut dagor tansont asu jata val hoi